লোকশিল্পী খগেন গগৈ কিয় হৈ থাকিল চিৰকুমাৰ? খগেন গগৈৰ বহু নোকোৱা কথা...

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 เม.ย. 2024
  • লোকশিল্পী খগেন গগৈ কিয় হৈ থাকিল চিৰকুমাৰ?
    মঞ্চ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত গায়ক-গায়িকাৰ কি কামে দুখ দিয়ে শিল্পীগৰাকীক?
    লোকশিল্পী খগেন গগৈৰ বহু নোকোৱা কথা আজিৰ অনুষ্ঠানত
    #nbnews #podcasts #khagengogoi #artist #folkartist #bihu
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 182

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 2 หลายเดือนก่อน +4

    বৰ সুন্দৰ এটা অনুষ্ঠান আগবঢ়ালে। তেখেতৰ মুখৰ পৰা বহু কথাই জানিব পাৰিলো। অশেষ ধন্যবাদ।

  • @RobinGogoi-ee4em
    @RobinGogoi-ee4em 2 หลายเดือนก่อน +1

    অতি সুন্দৰ আপোনাৰ অনুস্থানৰ যোগেদি আমাৰ মৰমৰ খগেন গগৈৰ ডাঙৰীয়াই যি অমূল্য বিহৰ আৰু তোকৰী গীত বিযযে অৱগত কৰিলে তাক ভাষাৰে বুজাব নোৱাৰি তেওঁ ৰ সু স্বাস্থ্য কামনা কৰিলো ফুৰা তাৰা ই জনমিঙ দিয়ক লগতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ ও এনে অনুস্থান উপভোগ ৰ আশা ৰাখিলোঁ। ধন্যবাদ।ৰঙ বয় বয়।❤

  • @indranathgogoi1019
    @indranathgogoi1019 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিল ধন্যবাদ।

  • @crazy.shorts9785
    @crazy.shorts9785 2 หลายเดือนก่อน +2

    সঁচা মানৱতাৰে গঢ়া, নিভাজ অভিজ্ঞতাৰে পূৰ্ণতা পোৱা, চিৰসেউজীয়া বিনন্দীয়া প্ৰকৃতিক ভাল পোৱা, নিখুঁত নিভাজ গীতৰ মাধ্যমেৰে জীৱনৰ অৰ্থ বুজাই দিয়া, বিলাসীতাক বিসৰ্জন দি সহজসৰলতাৰে জীৱন কটোৱা আমাৰ অতি আদৰ আৰু শ্ৰদ্ধাৰ "খগেন গগৈ ডাঙৰীয়া" তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।

  • @NageswarDas-zi2rn
    @NageswarDas-zi2rn 2 หลายเดือนก่อน +1

    বৰ সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানটো চাই সঁচাকৈ বহুত ভাল লাগিল। আগলৈও যাতে এনেকুৱা অনুষ্ঠান চাবলৈ পাও। খগেন গগৈ ডাঙৰিয়াক ধন্যবাদ জনালো।।

  • @subalkumarkalita6273
    @subalkumarkalita6273 2 หลายเดือนก่อน +3

    সচাকৈয়ে অতি ভাল লাগিল। খগেন গগৈ বিহুগীতৰ অদিতীয়। তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ।

  • @Nayanchutia-3
    @Nayanchutia-3 2 หลายเดือนก่อน +1

    .ককাইদেউ কথাবোৰ বহুুত ভাল লাগিল লগতে আপোনালোকলৈ ধন্যবাদ।

  • @surjabora1521
    @surjabora1521 2 หลายเดือนก่อน +1

    সঁচাই আপোনাক ধন্যবাদ। আপোনাৰ এনে মহান পদক্ষেপ সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ থাকক। শুভেচ্ছা জনালোঁ। বিশ্ব নাথ চাৰিআলি।পাভৈ। বিশ্ব নাথ। অসম।

  • @nabakakoty316
    @nabakakoty316 2 หลายเดือนก่อน +2

    খগেন দা বহু বছৰৰ পাছত আপোনাক দেখা পাই বহুত ভাল লাগিল আৰু অনুষ্ঠান টো অতি সুন্দৰ হৈছে ,এনে অনুষ্ঠান বৰ্তমান নতুন প্ৰজন্মই ছোৱাটো অতিকে প্ৰয়োজন ।
    ৰাজগড়, ডিব্ৰুগড় ।

  • @cristianoronaldo4278
    @cristianoronaldo4278 2 หลายเดือนก่อน +1

    Too much good. I hope it will be run constantly.

  • @rebakantanath-gr4ce
    @rebakantanath-gr4ce 2 หลายเดือนก่อน +1

    এনে অনুস্থান অব্যাহত ৰাখিবলৈ অনুৰোধ জনোৱা। বহুত ভাল লাগিল। ৰেৱ কান্ত নাথ। কৰঙা, যোৰহাট।

  • @sandhyahazarika2252
    @sandhyahazarika2252 2 หลายเดือนก่อน +2

    Val lagil Sai

  • @budhaphulkonwar3326
    @budhaphulkonwar3326 2 หลายเดือนก่อน +2

    Thank for old history ,we remind it.

  • @rupabaruahchangmai8585
    @rupabaruahchangmai8585 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিল।

  • @utchasonowal3212
    @utchasonowal3212 2 หลายเดือนก่อน +2

    তেখেতৰ দৰে মহান লোক শিল্পিৰ কৰকমলত প্ৰণিপাত জনাইছো । বিশেষকৈ তেখেতৰ কণ্ঠৰ সুকীয়া মাদকতা আছে । দীৰ্ঘায়ু আৰু সু-স্বাস্থ কামনা কৰিলোঁ 🙏 ডিব্ৰুগড়🙏

  • @anowarali9326
    @anowarali9326 2 หลายเดือนก่อน +1

    ভাল লাগিল, এনেকুৱা কৈ ভাল ভাল গায়ক গায়িকা আনি অনুস্থান টো কৰিব।

  • @reetamedak1022
    @reetamedak1022 2 หลายเดือนก่อน +2

    Onusthanti sai bohut val lagil

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 2 หลายเดือนก่อน +2

    Val lagil, looking from shillong

  • @gobindrachandrasharma8924
    @gobindrachandrasharma8924 2 หลายเดือนก่อน +3

    অনুস্থানটো চাই ভাল লাগিল। খগেন গগৈ ডাঙৰীয়াৰ লগতে আপোনাক ধন্যবাদ জানালো।

  • @charudas947
    @charudas947 2 หลายเดือนก่อน +2

    God bless you charu das
    Fromghy

  • @mukheswarborah4808
    @mukheswarborah4808 2 หลายเดือนก่อน +2

    শিৱসাগৰৰ পৰা। শ্ৰদ্ধেয় খগেন গগৈ দেৱৰ বিষয়ে জানি ভাল পালন। পুনৰ এনে অনুস্থান দেখা পোৱাৰ আশাৰে।

  • @dhirendradoley1108
    @dhirendradoley1108 2 หลายเดือนก่อน +1

    ভাল লাগিল, অতি সুন্দৰ। ঢকুৱাখনা

  • @leelahazarika7587
    @leelahazarika7587 2 หลายเดือนก่อน

    খুব ভাল লাগিল খগেন গগৈৰ সাক্ষাৎকাৰ টো ।এনে এটি অনুষ্ঠানলৈ তেখেতক আমন্ত্ৰণ কৰি আনি সাক্ষাৎকাৰ ৰ জৰিয়তে আমাক উপভোগৰ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো ।

  • @EDUCATIONASSAM354
    @EDUCATIONASSAM354 2 หลายเดือนก่อน +1

    ভাল লাগিল অনুষ্ঠানটি

  • @user-kj1yz6nz9b
    @user-kj1yz6nz9b 2 หลายเดือนก่อน +4

    অতি সুন্দৰ!!!
    চেনেলটোৰ সঞ্চালক লৈ ধন্যবাদ । খগেন গগৈৰ দৰে এগৰাকী নমস্য বিহু নাম / বিহুগীতৰ পুৰোধা শিল্পী গৰাকীৰ লগত যোগাযোগৰ সুযোগ হিচাপে ফোন নম্বৰটো দিয়ে যেন।
    আমি তাহানিৰ সেই চাম শিল্পী ৰ অনুৰাগী শ্ৰোতা/দৰ্শক আছিলো।

  • @kamalborah2997
    @kamalborah2997 2 หลายเดือนก่อน

    অতি সুন্দৰ । আৰু আশা কৰিছোঁ ।

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 2 หลายเดือนก่อน +2

    Bhout bhout Val lagila......

  • @dhirajborah9297
    @dhirajborah9297 2 หลายเดือนก่อน +1

    Bohut bhal lagilej❤❤❤

  • @user-ye3qb6qx4y
    @user-ye3qb6qx4y 2 หลายเดือนก่อน +1

    🙏🏻Val lagil gogoidar anusthantu. 👍lagote anusthantur dadajonaloiu akhekh dhoiniyobad🙏 apunalukak🕉mongal korak🙏🏻🕉👌🥰

  • @user-lp8vr9gs5n
    @user-lp8vr9gs5n 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিল

  • @joyagogoi2497
    @joyagogoi2497 2 หลายเดือนก่อน +1

    Bohut val lagil.

  • @lukumailekharu1022
    @lukumailekharu1022 2 หลายเดือนก่อน +3

    Bohut bhal lagil. Purana kotha janibo pari. Thanks

  • @reetanath7035
    @reetanath7035 2 หลายเดือนก่อน +1

    অনুষ্ঠানটি চাই একেবাৰে নষ্টালজিক হৈ গ"লো ❤💚❤খুব সুন্দৰ 👌👌👌ভগৱানে আপোনাক কুশলে ৰাখক💐 🙏

  • @JUMON488
    @JUMON488 2 หลายเดือนก่อน

    Khogen Gogoi Mur hoite ake age,bohut bhal lagil teur anusthan tu huni, Bihu geet,tukari geetor jugedi teuk aami sini pau,teur geetburot aami kesa matir gundh pau aaru aamar nijor hipadal bisari pau,teuloi bohut morom, aaxirbad jonalu,teu nijor jatra pothot aaguwai jauk,take kamona korisu,sadai teuloi best wishes thakib.👍🙏♥️🌹🥰

  • @RanjanBaruah-wm6ps
    @RanjanBaruah-wm6ps 2 หลายเดือนก่อน +1

    Bohut bohut bhal lagil aru Puranik bihu nambilak

  • @dpassam8792
    @dpassam8792 2 หลายเดือนก่อน +1

    Khub val lagil gogi borta.....

  • @KagenKalita
    @KagenKalita 2 หลายเดือนก่อน +1

    Vll lagil sai

  • @indreswarboruah9066
    @indreswarboruah9066 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিল ৷ চাবুৱা , ডিব্ৰুগড় জিলা ৷

  • @user-je2ge5qi5v
    @user-je2ge5qi5v 2 หลายเดือนก่อน +1

    Bhal lagil

  • @parulkalita6519
    @parulkalita6519 2 หลายเดือนก่อน +1

    অনুষ্ঠান ভাগ বহুত ভাল লাগিল বিশেষ কৈ দাদাক বহুত ভাল লাগে তেখেতৰ গান আৰু কণ্ঠ মোৰ অতি প্ৰিয় তাতোকৈ ডাঙৰ কথাতো হল আজিৰ তেখেতৰ কথোপকথন খিনি শুনি বৰ আমোদ পালো ভগৱানৰ ওচৰত প্ৰাথনা জনাইছো তেখেত যেন সদায় ভালে কুশলে থাকে তাৰে কামনাৰে ধন্যবাদ

    • @muninsensua9328
      @muninsensua9328 2 หลายเดือนก่อน

      এজন সচা, নিভাজ শিল্পী খগেন গগৈদেৱৰ সাক্ষাৎকাৰ চাই বৰ্ ভাল লাগিল তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো মুনিন শেনচোৱা শিৱসাগৰ নামতি

  • @mukundadeka3213
    @mukundadeka3213 2 หลายเดือนก่อน +1

    ভাল পালোঁ আৰু শ্বেয়াৰো কৰিলো।

  • @anjuladuttachetia7253
    @anjuladuttachetia7253 2 หลายเดือนก่อน

    মই দুলিয়াজানৰ পৰা চাইছো।বহুত বেছি ভাল লাগিল খগেন দাৰ প্ৰগেম চাই।আপোনাকো বহুত ধন্যবাদ এনে এজন সুদক্ষ শিল্পীক পৰিচয় কৰি দিয়াৰ বাবে

  • @PratulchDas
    @PratulchDas 2 หลายเดือนก่อน +1

    দীৰ্ঘ জীৱন কামনা কৰিলো

  • @nimatitaidpawe8486
    @nimatitaidpawe8486 2 หลายเดือนก่อน +1

    Bohut bhal lagise.

  • @Kiran-si2bf
    @Kiran-si2bf 2 หลายเดือนก่อน +1

    ভাল লাগিল ,তেখেতৰ ঘৰ চৰাইদেউ ,লংপতিয়া ঘৰলৈ গৈছোঁ,

  • @user-vn7xi4sp7i
    @user-vn7xi4sp7i 2 หลายเดือนก่อน

    সুন্দৰ, অনুষ্ঠানটো ভাল লাগিল! ধন্যবাদ।

  • @hareswarhandique2096
    @hareswarhandique2096 2 หลายเดือนก่อน

    গুবাহাটী, অতি সুন্দৰ । বিহুৰ বিষযে বহু নজনা কথাই জানিব পাৰিলো । পুৰণা শিল্পী আৰু নতুন শিল্পীৰ বৰ্তমানৰ পাৰ্থক্য বুজাই দিলে। গতিকে বুজি পাবলৈ যত্ন কৰক।

  • @kongkonabora1543
    @kongkonabora1543 2 หลายเดือนก่อน

    বৰ সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰিলো ।তোমাক ধন্যবাদ ।

  • @harendragohain9499
    @harendragohain9499 2 หลายเดือนก่อน

    ভাল লাগিল আদি পৰা শেষৰ লৈকে চালো ।গগৈ sirবক ভগৱানে ভাৱে ৰাখক তাৰে কামনা কৰিলো।

  • @numalchandrachamua9041
    @numalchandrachamua9041 2 หลายเดือนก่อน

    আপোনালোকৰ অনুষ্ঠান চাই ভাল লাগিল

  • @digantahandique992
    @digantahandique992 2 หลายเดือนก่อน

    Very nice programme with Mr. Khagen Gogoi ,keep it up..Thank you.

  • @drakenzxz9778
    @drakenzxz9778 2 หลายเดือนก่อน +1

    Bhal lagil fm shillong

  • @abantigoswami9308
    @abantigoswami9308 2 หลายเดือนก่อน

    বৰ সুন্দৰ লাগিল তেখেতৰ মুুখৰে কথাখিনি শুনি

  • @budhinnath5988
    @budhinnath5988 2 หลายเดือนก่อน

    অতি সুন্দৰ, তেখেতৰ বিহু ৱে এসময়ত আমাক পাগল কৰিছিল।লখিমপুৰ, নাওবৈছা।

  • @ruhinimusical3379
    @ruhinimusical3379 2 หลายเดือนก่อน

    Bahut val lagil from Chiraideo

  • @bobitahindisongstamuli4605
    @bobitahindisongstamuli4605 2 หลายเดือนก่อน +1

    Xundar anusthan sai bohut val lagile. Agoloiu ane anusthan saboloi pam buli aakha korilu .

  • @miraculousladybug941
    @miraculousladybug941 2 หลายเดือนก่อน

    বহুত ভাল লাগিন

  • @BipinChandraNath
    @BipinChandraNath 2 หลายเดือนก่อน +1

    সহজ সৰল মানুহ জনক প্ৰথম অতিথি কৰাৰ বাবে ধন্যবাদ

  • @lilyborgohain5858
    @lilyborgohain5858 2 หลายเดือนก่อน

    Hundor Ansthan. Val lagil

  • @montukumarsaikia4153
    @montukumarsaikia4153 2 หลายเดือนก่อน

    Bohut val lagi,Tekhetoloi sordha thakil🙏🙏

  • @chaitanyasaikia3325
    @chaitanyasaikia3325 2 หลายเดือนก่อน

    ভাল লাগিল দাদা নগাঁও পৰা

  • @jugamayaphukon5539
    @jugamayaphukon5539 2 หลายเดือนก่อน

    ভাল লাগিল চেপন

  • @RojoniProvaBoruah
    @RojoniProvaBoruah 2 หลายเดือนก่อน

    খগেন ককাইদেউ অসমৰ এজন জনপ্ৰিয় বিহুৱা। তেখেতে বহুত জানে।,কিন্তু অহংকাৰ নাই। আপোনাক ভগৱানে ভালে ৰাখক ককাইদেউ

  • @NetriBorgohain
    @NetriBorgohain 2 หลายเดือนก่อน

    ভাল লাগিল । নামৰূপৰ পৰা

  • @user-ku2df3jc6b
    @user-ku2df3jc6b หลายเดือนก่อน

    Bhal lagil. Sadiya. Agoloi akha tkorilu.

  • @PankajBora-ep4rf
    @PankajBora-ep4rf หลายเดือนก่อน

    Bahut bhal lagi dhnyabad

  • @someswarbora2784
    @someswarbora2784 2 หลายเดือนก่อน

    Sahut. Bhal lagil. Dhainyabad. Someswar NGaòn.

  • @mahanpuja7915
    @mahanpuja7915 2 หลายเดือนก่อน

    Khogen gogoi dirgha jibi houk ei kamanare ..❤

  • @kopouprahladclassic5572
    @kopouprahladclassic5572 2 หลายเดือนก่อน

    ভাল লাগিল

  • @madannath7666
    @madannath7666 2 หลายเดือนก่อน

    Agia Goalpara Assam. Sundor program

  • @BIPULGOGOI
    @BIPULGOGOI 2 หลายเดือนก่อน

    বহুত ভাল লাগিল । অশেষ ধৈন্যবাদ❤❤❤❤❤❤❤❤❤

  • @bijoybhusansaikia7571
    @bijoybhusansaikia7571 2 หลายเดือนก่อน

    বৰ ভাল লাগিল, খগেন দা বৰ সহজ সৰল মানুহ, বিহুৰ ওলগ যাচিলো |

  • @binodgogoi2895
    @binodgogoi2895 23 วันที่ผ่านมา

    Khagen da evergreen

  • @ranjugogoi4117
    @ranjugogoi4117 2 หลายเดือนก่อน

    বৰ সুন্দৰ হৈছে ।খগেন ককাইদেউ ক বিহুৰ ওলগ জনালোঁ

  • @arunlahan1243
    @arunlahan1243 2 หลายเดือนก่อน

    Arun Lahan, North Lakhimpur,, Bohut bohut val lagil...

  • @dipanjaliborah8322
    @dipanjaliborah8322 2 หลายเดือนก่อน +1

    Nice❤❤❤.

  • @PremaHandique
    @PremaHandique 18 วันที่ผ่านมา

    Anusthantu bor bhal lagil., prema handique

  • @deepgohain5956
    @deepgohain5956 2 หลายเดือนก่อน

    ভাল পালো । মই খগেন ককাইদেউক বৰ ভাল পাওঁ। **যোৰহাট**

  • @mandiraborguhain517
    @mandiraborguhain517 2 หลายเดือนก่อน

    Digboi val lagil.

  • @extazy3826
    @extazy3826 2 หลายเดือนก่อน

    Bohut val

  • @deepakboruah4370
    @deepakboruah4370 2 หลายเดือนก่อน

    বহুত ভাল লাগিল ❤

  • @indirasaikia4429
    @indirasaikia4429 2 หลายเดือนก่อน

    Sai bht vo lgil frm lakhimpur, dhakuakhana

  • @AnuBorgohain
    @AnuBorgohain 2 หลายเดือนก่อน

    ভাল লাগিল শিল্পি গৰাকী লৈ ধন্যবাদ জনালো গোলাঘাটৰ পৰা

  • @surabhiboruah3527
    @surabhiboruah3527 2 หลายเดือนก่อน

    Thank you vodcast senelo loi

  • @user-yf5zp1sg5e
    @user-yf5zp1sg5e 2 หลายเดือนก่อน +2

    Apunar kaljoyigeet bhutvalagy

  • @arunlahan1243
    @arunlahan1243 2 หลายเดือนก่อน

    Very very nice

  • @tilakkalita1884
    @tilakkalita1884 2 หลายเดือนก่อน

    Bahut.dhuniya

  • @surabhiboruah3527
    @surabhiboruah3527 2 หลายเดือนก่อน

    Aru apunar lukor senelot mati ani dekhuwar babe bohu kotha janibo parilu bohut kotha bujilu bohut bohut val lagil saw Tu sai thank you thank you apunalukoloi

  • @smitabaishya8122
    @smitabaishya8122 2 หลายเดือนก่อน

    Vl lgl❣️

  • @user-ie2pe8ql9n
    @user-ie2pe8ql9n 2 หลายเดือนก่อน

    Bohut val loga biyokti

  • @bolorambori9618
    @bolorambori9618 2 หลายเดือนก่อน

    Very good.from diphu..

  • @lilamaidas6439
    @lilamaidas6439 2 หลายเดือนก่อน

    Bahut val lagil nagong

  • @sushilsaikiasushilsaikia4519
    @sushilsaikiasushilsaikia4519 2 หลายเดือนก่อน

    Very. Nice. From Furkating. Vill chakardhara.

  • @bolinsaikia7251
    @bolinsaikia7251 2 หลายเดือนก่อน

    Good, guwahati Amingaon

  • @umeshchandradutta9187
    @umeshchandradutta9187 2 หลายเดือนก่อน

    We can enjoy Khogen Gogoi's Bihu naam.His rendering of Bihu naam is so melodious one gets extreme pleasures,listening to them.His Bihu naam "" ki khai morile morile bioyo.....
    ""

  • @hareswarhandique2096
    @hareswarhandique2096 2 หลายเดือนก่อน

    গগৈ দেবলৈ নমস্কাৰ জনালোঁ ।

  • @NilakhiBoruah-cs8wj
    @NilakhiBoruah-cs8wj 2 หลายเดือนก่อน

    Very good

  • @user-cc5ts6gd6f
    @user-cc5ts6gd6f 2 หลายเดือนก่อน

    Apunar proadcast tu Sai bohut bhal lagile Ami dibrugarh or pora Sai asu anekoi aru puroni puroni hilpir proadcast bhur huniboloi pale Ami hukhi hou🤍

  • @kumkumhazarika4830
    @kumkumhazarika4830 2 หลายเดือนก่อน

    Dibrugarh khub dhunia anusthan

  • @kalyanisonowal1651
    @kalyanisonowal1651 2 หลายเดือนก่อน

    ডিব্ৰুগড় পৰা। ভাল লাগিল।