ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ต.ค. 2022
  • নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম। ষ্টুডিঅ'তে শ্যামন্তিকাৰ মাতৃ আৰু পৰিয়ালৰ খবৰ শুধিলে নয়ন নীলিমে। TIME8ৰ ষ্টুডিঅ'ত ঋতুস্মিন শৰ্মাৰ সন্মুখত আৰু কি কি ক'লে নয়ন নীলিম আৰু শ্যামন্তিকাই

ความคิดเห็น • 2.1K

  • @ankurankur9106
    @ankurankur9106 ปีที่แล้ว +40

    মানুহ জনে হৃদয়ৰ কোনোবা এঠাইত আজিও তাইক গোপনে ৰাখি থৈছে । বহুত বিষাদ আছে তেওঁৰ মনত ।।। কিমান অভিমান বোৰ ছাগে বুকুতেই শিল হল । কিছুমান কথা অকল নিজৰ বোৰক কব পাৰি ।

  • @biswajitboruah4076
    @biswajitboruah4076 ปีที่แล้ว +173

    কোনো নাজানে তেওঁলোকৰ এৰা এৰি কিয় হ'ল গতিকে এনেই কাকো দুখ দি ট্ৰল দি থাকিব নালাগে, ভাল লাগে দুয়োকে ,ভালে থাকক দুয়ো❤️❤️

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว +1

      Hello Tumi muru frd hba ni moiu back krim tumk

    • @parinitadekaraja
      @parinitadekaraja ปีที่แล้ว +1

      Right

    • @rejaulhaque3991
      @rejaulhaque3991 ปีที่แล้ว +4

      দুয়োৰে কথা বোৰ শুনি মোৰ এনে লাগিছে, শমন্তিকাৰ দেউতাকৰ কাৰনে বিয়া নহল

    • @jajabor278
      @jajabor278 ปีที่แล้ว

      @@dhunurumurlife6151 Dhunu e beya pabo

  • @preetismitagayon7486
    @preetismitagayon7486 ปีที่แล้ว +87

    নয়ন দাৰ এটা এটা শব্দই হৃদয় চুই যাই আৰু হৃদয়ৰ পৰাই কৈ যায় 💞❤💞

    • @nibhadas5771
      @nibhadas5771 ปีที่แล้ว +1

      😅😊😅😊😮😢😢🎉❤😊

  • @popychangmai2540
    @popychangmai2540 ปีที่แล้ว +71

    আকৌ এক হব বুলি আশা কৰিলো দুয়ো জন । বহুত দুখ আছে দুই জন ভিতৰত ।

  • @charusmitadeka7597
    @charusmitadeka7597 ปีที่แล้ว +92

    প্ৰেমৰ সংজ্ঞাবোৰ সঁচাই বহুত বেছি সুকীয়া।।❤️❤️ আজি "বা" আৰু "নয়ন দা"ক এইদৰে একেলগে দেখি লাগিছে যে কোনেও কাকো অলপো আঘাত নকৰাকৈ কথাবোৰ কৈছে আৰু কোনেও কাকো Blame নকৰাকৈ কথাবোৰ কৈছে ইমানখিনি সন্মান; ইমানখিনি বিশ্বাস;ইমানখিনি মৰম আজিও আছে; অন্তৰ চুই গ'ল।।🙏🙏🙏😭😭😭😭

  • @suchendoley5470
    @suchendoley5470 ปีที่แล้ว +437

    প্ৰেমৰ মধুৰ ম্মৃতি লৈ জীয়াই থকাৰ আমেজে বেলেক নয়ন দা । ❤️ u Nayan da

  • @hemantadeka3667
    @hemantadeka3667 ปีที่แล้ว +90

    মই আচলতে অনুষ্ঠান বোৰ শেষলৈ নচাওঁ,আজি চালোঁ নয়ন দাৰ কাৰণে।
    মানসিক ভাবে ভাঙি পৰি আছে নহয় দা।
    দুয়ো যেন আকৌ মিলি যাই তাৰে কামনা কৰিলোঁ🙏

  • @dipalibaishya8633
    @dipalibaishya8633 9 หลายเดือนก่อน +6

    বিচ্ছেদৰ পিছত আকৌ কোনোবাখিনিত লগ পালে কেনেধৰণৰ অনুভৱ হয় সেইটো দুয়োজনৰে কথাবোৰ আৰু মুখত পৰিস্ফুট হৈ উঠিছে....🙂❤️‍🩹

  • @horenmili6490
    @horenmili6490 ปีที่แล้ว +326

    নয়ন দা মোৰ এটা অনুৰোধ , আপোনাৰ love story টো লয় এখন ভাল অসমীয়া চলচ্চিত্ৰ এখন বনাৱক, i thing 100 supar dupar hit হ'ব।

  • @Parthapratim865
    @Parthapratim865 ปีที่แล้ว +1255

    নয়ন দা❤❤ বাবে এটা লাইক

    • @pinikukhanikar43
      @pinikukhanikar43 ปีที่แล้ว +8

      0lpk

    • @nabadas3930
      @nabadas3930 ปีที่แล้ว

      Rajniti sundar jibonor adhar ketiyo sundar
      Hobo
      Nowar. Tumalokar jito line shai linot goi thakilehe shuphal paba moi ajon boykhosta msnuhu hosabe
      Koi sho tumalokar bhobishat udjal bhabishst kamona korilo. Goalpara

    • @nabadas3930
      @nabadas3930 ปีที่แล้ว

      O bapa noyan tumi gatlogakoi koi tumi nokaba dai bor beta lage janane damful

    • @nabadas3930
      @nabadas3930 ปีที่แล้ว

      Kintu khong name sandal

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว

      @@lookesgaming7405 papu.gogoi.75 mur hsbnrd namot ase aami duitae aketa ac solao

  • @bitupanpur4824
    @bitupanpur4824 ปีที่แล้ว +98

    নয়ন দা কথাবোৰ হৃদয় চুই গৈছে ❤️

  • @creditnc9669
    @creditnc9669 ปีที่แล้ว +43

    এক পক্ষীয়া প্ৰেম কৰা আৰু তাৰ স্মৃতি গোটেই জীৱন হৃদয়ত কপাহী কাপোৰৰে মেৰাই মনৰ এটা কোণত ২০১৮ চনৰ পৰা থই দিছো , একো দাগ নলগাকৈ । চাকৰি নহল বাবে 😪😪😪😪😪 মই তাইক কোৱা নাই যদিও তাই জানে । মই তাৰ আগত থিয় হ'বলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলোঁ। তাই যাৰ লগতে আছে ভালে থাকক গোটেই জীৱন কুশলে থাকক।

  • @viralfitt
    @viralfitt ปีที่แล้ว +575

    নয়ন দাৰ কথা বোৰে হৃদয় খন চুই গল,,, 🥰❤️❤️❤️❤️❤️🥰

    • @arudas6755
      @arudas6755 ปีที่แล้ว +9

      নয়নে ঠিকেই কৈছে

    • @ratulbaruah
      @ratulbaruah ปีที่แล้ว +4

      Right

    • @tultulbora254
      @tultulbora254 ปีที่แล้ว +2

      @@arudas6755 0

    • @khanuhandique1905
      @khanuhandique1905 ปีที่แล้ว +2

      @@arudas6755 hn

    • @nabadas3930
      @nabadas3930 ปีที่แล้ว +3

      Purani khatna monatporile sokolore dukhlogato sbhabik o aijoni samontika maa tumi kintu nayanak neriba noyanok moi khoub bhal pawo tomoko kintu knob bhalpow manohor kotha nodhariba moi tumalokor cd. Chinema khoube ANtorikotarare saow nabakumar das goalpara

  • @umaphukon7084
    @umaphukon7084 ปีที่แล้ว +129

    Best interview .
    বিৰল সাক্ষাৎকাৰ ৷ সঁচাপ্ৰেমে যেতিয়া পূৰ্ণতা নাপায় তেতিয়া দুখন হৃদয়ৰ কোনো এখনেই কাহানিও সুখী হব নোৱাৰে ৷

  • @ankurjyotibarua7294
    @ankurjyotibarua7294 ปีที่แล้ว +26

    কথাবোৰে হৃদয় চুই গ'ল...❤😍🙏
    সময়ে বহু কথাই উপলব্ধি কৰাই... সময়ে শিকাই, সময়ে বুজায়.... জীৱনে বহু কথাই শিকায়....
    সকলোৱে ভালে থাকক 😍❤

    • @Axomboy1
      @Axomboy1 ปีที่แล้ว +1

      Heart touching moment ❤️❤️❤️❤️

    • @nitulchoudhary4882
      @nitulchoudhary4882 7 หลายเดือนก่อน

      ❤❤❤

  • @manojsaikia1872
    @manojsaikia1872 ปีที่แล้ว +12

    তাবিজ ৰ কিবা এটা অংক আছে😂 . নয়ন দাৰ Attitude মজা লাগিল love this😍

  • @anantaborgohain3971
    @anantaborgohain3971 ปีที่แล้ว +107

    নয়ণ দালৈ মোৰ বহুত বেয়া লাগিছে কথাবোৰ জানি। নয়ণ দাৰ ভাল পোৱাক শ্যামন্তিকা বাই আগতে কিয় গুৰুত্ব নিদিলে বাৰু ! ইমান ভাল ব্যক্তিত্বৰ ব্যক্তি আছিল নয়ণ দা। নয়ণ দাক আমি বহুত ভাল পাওঁ।নয়ণ দাৰ দীৰ্ঘায়ূ কামনা কৰিলো। শেষত 'বন্ধু'লৈ অপেক্ষাৰে -----

  • @jayantanath2966
    @jayantanath2966 ปีที่แล้ว +140

    নয়ন দা আৰু ‌শ্যমন্তিকা বা দুয়োৰে মূখখনি চালে এনেকুৱা লাগে যে আগৰ ভালপোৱা বোৰ এতিয়াও বহ্নত মনত পৰে যেন লাগে ❤️❤️

  • @rupak2318
    @rupak2318 ปีที่แล้ว +13

    বুকুত বহুত কষ্টলৈ জীয়াই আছে নয়নদাই❤️

  • @debikaboruah3254
    @debikaboruah3254 ปีที่แล้ว +57

    সঁচা ভালপোৱাবোৰ এনেকুৱাই😔 অসফল হৈও ভালপোৱা কেতিয়াও শেষ হৈ নাযায় 🤞love you demful ♥️love you janmoni❣️❣️❣️

    • @talukdarchinmay
      @talukdarchinmay ปีที่แล้ว

      হয় আপুনি ঠিকেই কৈছে

  • @chaosanjivphukon1236
    @chaosanjivphukon1236 ปีที่แล้ว +828

    মানুহজনে শ্যামন্তিকাক বহুত ভাল পায়। মানুহজনৰ অন্তৰত এতিয়াও বহুতো ভালপোৱা সোমাই আছে। মানুহজন চিধা মানুহ আৰু এনেও মোৰ প্ৰিয় মানুহজন।

    • @colourfulllifebidyaborah5753
      @colourfulllifebidyaborah5753 ปีที่แล้ว +30

      এই ধৰা তুমি এটা বাটেৰে গা'লা , মইয়ো অন্য এটা পথেৰ গৈ গৈ , এতিয়া দুয়ো একে ঠাইতে আহি লগ হলোহি !।এতিয়াৰ পৰা দুয়ো একে বাটেৰে যাবা নে ? ( নীলকণ্ঠ , ড° ভবেন্দ্ৰ নাথ শইকীয়া )

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว +1

      সচা কথা ছিধা মানুহ বোৰক ছোৱালিয়ে বাহ দিয়ে

    • @Ariyanstyle
      @Ariyanstyle ปีที่แล้ว +7

      Apuni dada ki koi ase mor je soku Pani ulaise

    • @wwepg1385
      @wwepg1385 ปีที่แล้ว

      @@Ariyanstyle l lo z

    • @anjanabhuyan7180
      @anjanabhuyan7180 ปีที่แล้ว

      ​@@colourfulllifebidyaborah5753

  • @ayangpayeng366
    @ayangpayeng366 ปีที่แล้ว +388

    বাৰ হাঁহিৰ আঁৰত লুকাই থকা কষ্টবোৰ ফুটি উঠিছে😭😭,দুয়ো যেন নিজৰ নিজৰ ৰাস্তাত আকাশলঙ্গী সফলতা পোৱা তাৰেই কামনা কৰিছোঁ💞💞❤️❤️

  • @artistparameswardeka9092
    @artistparameswardeka9092 ปีที่แล้ว +100

    অন্তৰ জয় কৰি দিলে নয়ন নীলিম দাই 🙏🙏🙏❤️

  • @ramendaimary2774
    @ramendaimary2774 ปีที่แล้ว +11

    ভগৱানে দুয়োজনক চিৰ জীৱন একে লগে কৰক। 🙏

  • @SSBVLOG91
    @SSBVLOG91 ปีที่แล้ว +32

    সঁচাই বহুত ভাল লাগিছে নয়ন দা...
    কোনোবা কাৰোবাৰ জীৱনৰ পৰা হেৰাই যোৱা মানেই সকলো শেষ নহয়..
    ভাল দিন আহিবই, বন্ধু হিট নহয় ছুপাৰ দুপাৰ হিট হব..
    Good luck and be happy always

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @hariprasadexplore810
    @hariprasadexplore810 ปีที่แล้ว +168

    অসফল প্ৰেমিকজনেই,,,প্ৰকৃত জীৱনত সফল প্ৰেমিক । মোৰ নিজৰ মতটোহে কৈছোঁ🙏🙏🙏🙏🙏🙏

  • @diganta3112
    @diganta3112 ปีที่แล้ว +11

    নয়ন দাই কোৱা কথাবোৰ ১০০ % শুদ্ধ। আৰু আগুৱাই যাওঁক আপুনি। আপোনাৰ সপোনবোৰ পূৰ হওঁক আৰু আমাৰ বাবে নতুন নতুন চিনেমা উপহাৰ দি যাওঁক। ❤️

  • @newyatra6806
    @newyatra6806 ปีที่แล้ว +2

    প্ৰকৃততে ভাল লাগিল,অনাগত দিনত সম্পুৰ্ন মিল হোৱাটো বিচাৰো।

  • @moslemabegum5927
    @moslemabegum5927 ปีที่แล้ว +295

    নীলিম দাক বাৰে বাৰে চাইচো, শ্যামন্তিকা বাৰ চকুত চকু থৈ কথা ক'বলৈ পৰা নাই । হয়তো ভালপোৱাৰ গভীৰতা আৰু কষ্ট সহ্য কৰি কৰি সৃষ্টি হোৱা এজন মানুহ । সময়ৰ সোঁতত হয়তো কোনোবা বহুখিনি সলনি হৈ গ'ল, কিন্তু কোনোবা হয়তো সলনি হোৱাৰ আখৰাতে ৰ'ল । যিয়েই নহওঁক কুশলে থাকক দুয়ো । 🌻

    • @puronpayeng7151
      @puronpayeng7151 ปีที่แล้ว +2

      😂😂😂

    • @hazarikarajani2427
      @hazarikarajani2427 ปีที่แล้ว

      Tenequwa lagiso no ooo

    • @northeastboy6989
      @northeastboy6989 ปีที่แล้ว +3

      সঁচা কথা,এইখিনি সময় জোনে পাৰ কৰিছে কেৱল সিহে বুজে কেনেকুৱা ফিল হয়

    • @bishnubaruah9983
      @bishnubaruah9983 ปีที่แล้ว +1

      একমত

    • @terimeri3487
      @terimeri3487 ปีที่แล้ว

      @@puronpayeng7151 sutmarani hahili je

  • @BirajHukai
    @BirajHukai ปีที่แล้ว +54

    বহুত দিনৰ আগৰ পৰা বিচাৰি থকা অনুষ্ঠান এটি চাই ভাল লাগিল❤️❤️

  • @mahiruddinahmed1592
    @mahiruddinahmed1592 ปีที่แล้ว +8

    নয়ন দা ৰ কথা বোৰ হৃদয় চুই গল।
    কিমান ভাল পালে মানুহজনীৰ লগত shake hand কৰোঁতেও টান পায় ।🙏

  • @jiyaofficial3343
    @jiyaofficial3343 ปีที่แล้ว +6

    বহুত দিনৰ পাছত আপোনালোক দুয়োজনকে একেলগে দেখা পাই বহুত ভাল লাগিল❤️❤️❤️
    একেলগে শ্যামন্তিকা বা আৰু নয়ন দা দেখা পাই তেওঁলোকৰ প্ৰেম কাহিনী আজি আকৌ আমাৰ মনলৈ ভাহি আহিছে 💫 এই শৰতৰ সন্ধিয়াত নিয়ৰৰ টোপালত তেওঁলোকৰ মধুৰ প্ৰেমৰ ম্মৃতি💌✨পুনৰবাৰ জীপাল হৈ উঠিল❤️❤️❤️
    আজি আপোনালোকৰ কথাবোৰ শুনি অন্তৰ চুই গ'ল ❣️ মোৰ কথাবোৰ শুনি অনুভৱ হৈছে আপোনালোকৰ মনত আজিও এটা দুখ আছে 💕
    কিন্তু মই এটা আশাকৰোঁ আপোনালোক দুয়োজন সদায় ভালে থাকে💖May god bless you🙏🙏🙏🙏🙏🙏

  • @dilipborah2849
    @dilipborah2849 ปีที่แล้ว +395

    কাৰোবাৰ জীৱনলৈ আহিলে সদাই বাবে আহিব লাগে দুনিনৰ বাবে আহিব নালাগে

  • @minudey7657
    @minudey7657 ปีที่แล้ว +219

    নয়ন নিলিমৰ অন্তৰত বহুত দুখ দি আনৰ লগত বিয়াত বহিলা গতিকে তেওঁৰ অন্তৰত দুখ থাকিব

  • @pujakalita2152
    @pujakalita2152 ปีที่แล้ว +5

    চকুপানীতকৈ নীৰৱতাৰ বেদনা বেছি যন্ত্ৰনাদায়ক। নয়ন দা মানুহ জন বহুত বেছি গম্ভিৰ্য্যপূৰ্ণ হয় আৰু খুব ভাল অন্তৰৰ মানুহ হলে নয়ন দাৰ দৰে হব লাগে।মোৰ আগৰ পৰাই তেঁও প্ৰিয় আৰু সদাই প্ৰিয় হৈ থাকিব । love u forever Nayan da we all r with u always 💞✨

  • @JatinBhuyan01
    @JatinBhuyan01 ปีที่แล้ว +11

    অতীতক পাহৰি জীৱনৰ বাটত আগবাঢ়ি যোৱা ইমান সহজ নহয় কিন্তু নয়ন দা আৰু শ্যামন্তিকা বা, ❤️❤️

  • @bharatigogoi447
    @bharatigogoi447 ปีที่แล้ว +267

    বিফল প্ৰেমে কিমান অন্তৰত কিমান আঘাত দিয়ে পোৱা জনে হে অনুভৱ কৰিব পাৰে😭😭😭😭 প্ৰেম বিফল হলে মানুহ জীয়াই থাকিব পাৰে কিন্তু ভিতৰৰ মানুহ জন একে বাৰে মৰি যায়।

    • @parthablog5313
      @parthablog5313 ปีที่แล้ว +2

      Right

    • @narayandas3862
      @narayandas3862 ปีที่แล้ว +1

      Umm xosa

    • @rjbablu7323
      @rjbablu7323 ปีที่แล้ว +1

      Ummm xske

    • @nirojdeori7130
      @nirojdeori7130 ปีที่แล้ว +1

      কিন্তু ভাৰতীয়ে একেবাৰে সত‍্য কথাটো কলা। হয়তো, তোমাৰ জীবনত তেনে ঘটনা ঘটিছে ছাগে। কেবল তোমাৰ বুলি নহয়।

    • @himasrikashyap7877
      @himasrikashyap7877 ปีที่แล้ว +1

      Xasa katha

  • @drbishalranjandas2968
    @drbishalranjandas2968 ปีที่แล้ว +287

    Nayan nilim genuinely played the role of kabir Singh in his real life 🤣

  • @niranjyotigogoi4864
    @niranjyotigogoi4864 ปีที่แล้ว +6

    আপোনালোকৰ দুযো জনৰ আকৌ মিলন হোৱাটো মই অন্তৰৰ পৰা কামনা কৰিছোঁ plz দাদা আৰু বা 🙏🙏🙏

  • @PremaTamuli
    @PremaTamuli ปีที่แล้ว +24

    অলপো Skip নকৰাকৈ show তো চালো আবেগিক হৈ হৈ পৰিলোঁ অ 😥😥😥😥😢

  • @xyz5738
    @xyz5738 ปีที่แล้ว +10

    স্যামন্তিকা ভাল এক্টিংক কৰিলা।।।।নয়ন দা কথা বোৰ ভাল লাগিল

  • @ilataye9579
    @ilataye9579 ปีที่แล้ว +17

    নয়ন নীলিম ষ্টাইল ত কথা নকয়
    লগতে ইংৰাজী ব্যৱহাৰ কৰি কথা নকয়
    নিজৰ ঘৰুৱা মাতৃভাষা বেছি ব্যৱহাৰ কৰে
    👍👍👍

  • @MohamPathori-rc5fb
    @MohamPathori-rc5fb ปีที่แล้ว +3

    আচলতে , নয়ন দাৰ অভিমানবোৰৰ আঁৰত কিমান যে মৰম , ভালপোৱা , বিশ্বাস লুকাই আছিল সেই কথা শ্যামন্তিকাই বুজি পোৱাত ব্যৰ্থ হৈছিল বাবে তাই অচিন বাটৰুৱাৰ হাতত হাত ধৰি আগবাঢ়ি যোৱা অলিক কল্পনাত উঁটি গৈ কৰাল চাকনৈয়াত পৰিছিল । কৰুণাময়ৰ কৃপাত কু-দশাৰ পৰা কোনোমতে মুক্তি । গতিকে , দুয়োজনে নিজৰ নিজৰ অভিমানবোৰ এৰি নতুন জীৱন আৰম্ভ কৰিলে শতকৰা ৮০% অনুৰাগীয়ে মনত বহুত শান্তি পাব ।

  • @rajkumarpegu1942
    @rajkumarpegu1942 ปีที่แล้ว +27

    নয়ন দা আৰু শ্যামন্তিকাবা আকৌ আপোনালোকৰ আগৰ সোণালী দিনবোৰ ঘুৰি আহে তথা বন্ধুত্ব গঢ়ি উঠে তাকেই কামনা কৰিলো আৰু আজি আপোনালোকৰ কথা বতৰা বোৰ শুনি সকলো বুজি পালো আৰু ভাল লাগিল ।

    • @Riyaroy-ob9gq
      @Riyaroy-ob9gq ปีที่แล้ว +1

      @Rekha Lachan Kune koise polai goise?2015 t breakup hoise Kun sont biya hoise avar Sai lobo .blgr chrecer t ptke comment diyatke.

  • @palakshibora2917
    @palakshibora2917 ปีที่แล้ว +11

    দুয়ো ইজনে সিজনক বহুত ভাল পায়,তেওঁলোকৰ কথাতে ধৰিব পাৰি,সকলো ভাগ্যৰ কথা,যি হ'ব লগা আছিল হৈ গ'ল।তথাপিও মিলন হোৱা হ'লে ভাল লাগিল হয়।দুয়ো মোৰ প্ৰিয়,গতিকে এজনৰ ফালে নকওঁ,সকলোৰে নিজৰ কিছুমান কথা থাকে।বহুত ভাল পোৱাৰ পাছতো হয়টো কিছুমান এনে কাৰণ থাকিব পাৰে যাৰ বাবে দুয়ো আতৰি আহিব লগা হ'ব পাৰে,এই সকলো বোৰ ব্যক্তিগত কথা,গতিকে এই বিষয়ে একো নকওঁ।সৰুৰ পৰাই দুয়ো মোৰ প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব। জোনবাই চাই নয়ন দাৰ প্ৰেমত পৰিছিলো।পাছত যেতিয়া জনা বুজা হ'লো তেতিয়া নয়ন দাৰ ব্যক্তিত্ব আৰু প্ৰতিভাই মোক মোহিত কৰিলে। সঁচা অৰ্থত এজন অন্তৰ খোলা চিধা মানুহ,অনন্য প্ৰতিভাৰ অধিকাৰী তেখেত,তেওঁৰ প্ৰতিভাৰ জৰিয়তে বিশ্ববাসীৰ আগত উজ্জ্বলি উঠক,মোৰ হৃদয়ৰ একোনত নয়ন দাক বহুৱাই থৈছো আৰু সদায় থাকিব এনেকৈ।সকলো ফালৰ পৰা ভাল হওঁক তেখেতৰ।এদিন কাষৰ পৰা লগ পোৱাৰ বহুত হেঁপাহ আছে।আশা আছে এদিন নহয় এদিন লগ পাম,সেই দিনটোলৈ হেঁপাহেৰে বাট চাই ৰ'ম।"বন্ধু" নিশ্চয় চাম।আশা কৰোঁ সকলোৱে বন্ধুক মৰম দিব আৰু আঁকোৱালি ল'ব।শুভ কামনা সদায় আছে সদায় থাকিব🌹❤️❤️💐

  • @HiteswarNath-l9j
    @HiteswarNath-l9j หลายเดือนก่อน

    নহয় দা আপোনাৰ কথাখিনিয়ে হৃদয় চুই গৈছে 😢

  • @amazinglivechanel9523
    @amazinglivechanel9523 ปีที่แล้ว +24

    আগৰ বন্ধুত্ব ঘূৰাই আনক নয়ন দা, সৰু সৰু জেদ অভিমান বোৰে জীৱন বিকল কৰি তোলে.. ভাল দিনবোৰ ঘূৰি আহক তাকেই কামনা কৰিছো 🙏

  • @anandas1145
    @anandas1145 ปีที่แล้ว +59

    সুন্দৰ কথা কৈছে, নয়ন দা মোৰ সদায় প্রিয়

  • @Nabathevlog
    @Nabathevlog ปีที่แล้ว +47

    সেই লেফাফা জোনবাই দিনৰে পৰা ভাল পোৱা মানুহ জন ।❣️

  • @musaahmed9599
    @musaahmed9599 ปีที่แล้ว +5

    নয়ন দা কথা শুনি গম পোৱা যায়,, তেওঁ শ্যমন্তিকাক এতিয়াও পাহৰিব পৰা নাই

  • @naziaakhtar3436
    @naziaakhtar3436 ปีที่แล้ว +13

    She understands him...and the patience they have is ❤️

  • @pujachangmaivlog2383
    @pujachangmaivlog2383 ปีที่แล้ว +10

    সুন্দৰ ভাল লাগিল দুয়োৰে আকৌ আগৰ হেৰাই যোৱা❤️ ভাল দিন বোৰ ঘুৰি আহক তাৰে কামনা কৰিলোঁ।

  • @gauravsaikia6626
    @gauravsaikia6626 ปีที่แล้ว +105

    নয়ন দা❤❤❤ অতীতক এৰি আগুৱাই যাওক । শ্যামন্তিকা বিহীন নয়ন সদায়েই সফল ।

  • @scalper4159
    @scalper4159 ปีที่แล้ว +2

    24:00 😭❤️ সঁচা অনুভৱ ধৰা পৰিল । বৰ দুখ লাগিল । দুয়োজনেই মোৰ শৈশৱৰ সকলোতকৈ ভাল লগা মানুহ আছিল ❤️

  • @riyachoudhury9677
    @riyachoudhury9677 ปีที่แล้ว +35

    প্ৰিয় অভিনেতাজন💞😍✨

  • @deepjyoutiofficial3920
    @deepjyoutiofficial3920 ปีที่แล้ว +7

    তোমালোক আকৌ এক হোৱাৰ আশাৰে ৰৈ আছোঁ ।❤️

  • @barnalitalukdar3355
    @barnalitalukdar3355 ปีที่แล้ว +3

    দুয়োজনেই বৰ প্ৰিয়,,,❤️😍

  • @nangsengkukoi6088
    @nangsengkukoi6088 ปีที่แล้ว +9

    যি বুজিছো নয়ন নিলিম বহুত আবেগিক আৰু জ্ঞানেৰে পূৰ্ণ এজন ব্যক্তি।

  • @kankanabora8298
    @kankanabora8298 ปีที่แล้ว +144

    Relationship is temporary but love is permanent ❤🥺

    • @khaninchoudhury4164
      @khaninchoudhury4164 ปีที่แล้ว +6

      What is your opinion about today's GOLD DIGGER 🤣

    • @ramanblast5061
      @ramanblast5061 ปีที่แล้ว

      Yes it is...but retaliatory is must who try to hurt somebody's heart. Because some are """SEHERAA DEKHAAI JOGOTOT BAASI THOKAA DINBOR KHUKHEREY KOTAAI JAABO KHOJEY"""☻☻☻☻☻☻

    • @gswallah9560
      @gswallah9560 ปีที่แล้ว +1

      Hagi .... Thak....

    • @apz7645
      @apz7645 ปีที่แล้ว

      ghanta

    • @kangkanboro1288
      @kangkanboro1288 ปีที่แล้ว

      @@khaninchoudhury4164 tapa tap😅😅😅

  • @lifeisgreenpranjal
    @lifeisgreenpranjal ปีที่แล้ว +43

    নয়ন দাৰ হৃদয়ত আজিও মৰম ভালপোৱা আছে ।কথা বোৰে বহু কথাই কলে

  • @bikashdeka8714
    @bikashdeka8714 ปีที่แล้ว +91

    বহুত দিনৰ মূৰত ইমান দীঘলীয়া অনুষ্ঠান এটা শেষ কৰি চাইছো।

  • @puronpayeng7151
    @puronpayeng7151 ปีที่แล้ว +58

    Demphul da, Nice Song 👌👌👌❤❤❤

  • @monjaaivlog9269
    @monjaaivlog9269 ปีที่แล้ว +5

    নয়ন দা 😍😍 কথা বোৰে মন চুই গৈ ❤️❤️❤️

  • @jiyarulhoque6317
    @jiyarulhoque6317 ปีที่แล้ว +4

    আচলতে খং কৰা মানুহ বোৰেই আটাইতকৈ বেছি ভাল পায় । ❤💔

  • @udaysonowal1251
    @udaysonowal1251 ปีที่แล้ว +59

    নয়ন দা মুখত দুখৰ চাপ এটা দেখা পোৱা গৈছে ।যি কি নহওঁক নয়নদা কথা বোৰ ভাল লাগিল

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว +1

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @Updatepoint95
    @Updatepoint95 ปีที่แล้ว +171

    নয়ন দা সদায় আমাৰ প্ৰিয় হৈ থাকিব। নয়ন দা প্ৰেমৰ স্মৃতি এতিয়াও হেৰুৱা নাই

  • @AAMIRKHANAHANAOFFICIAL
    @AAMIRKHANAHANAOFFICIAL ปีที่แล้ว +5

    নয়ন নীলিম দা আপোনাৰ কথা আৰু স্বাভিমান দেখি সচাকৈ ভাল লাগিছে⚖️⚖️।
    বন্ধুত্বৰ পৰা প্ৰেম হ'ব পাৰে হয় মইয়ো বিশ্বাসী আছিলোঁ, কিন্তু প্ৰেম বিচ্ছেদ হোৱাৰ পিছত বন্ধু হ'ব নোৱাৰে। কথা কিন্তু#লাগিলে কিডনী এটাই দি দিম, বিশ্বাসঘাটকতা কৰিলে ঘূৰিও নাচাও#সঁচাই আৱেগিক হৈ পৰিলোঁ নয়ন দা,,জীৱনটো শেষ কৰি দিলে ও তাই,,,🖤🖤🖤🖤🤦🤦🤦🤦

  • @NirmolRay118
    @NirmolRay118 ปีที่แล้ว +1

    বহুত বেয়া লাগি যায়।।।অতীতৰ কথা মনত পৰি যায়।।।দুয়োজনৰ দীৰ্যায়ু কামনা কৰিলো।।।

  • @AbdulJalil-hf5od
    @AbdulJalil-hf5od ปีที่แล้ว +133

    নয়ন কথা বোৰ অন্তৰ চুই গ'ল ❣️❣️🔥

  • @rahulbaruah9628
    @rahulbaruah9628 ปีที่แล้ว +11

    অসমীয়া ‌চলচ্চিত্ৰ জগতৰ মোৰ অতিকৈ প্ৰিয় অভিনেতা- অভিনেত্ৰী । দুয়োজনকে একেলগে দেখা পাবলৈ বহুতো আশা‌ আছিল, আৰু অৱশেষত Time8 ৰ প্ৰচেষ্টাত দেখা পালে । বিভিন্ন চলচ্চিত্ৰত ভিন্ন ভিন্ন চৰিত্ৰত অভিনয় কৰি দুয়োয়ে যিমান আমাক আমোদ দিলে আমাৰ সৰুকালত যি স্মৃতি দিলে সেয়া সচাকৈয়ে অতুলনীয়। আনক সুখ দিয়া, মুখত হাঁহি খোৰাক তোলা এনেসকলৰ জানো বেয়া হ'ব পাৰে ? অনুভৱ হয়, তেওঁলোকৰ মাজত দেখা বৰ্তমান এই বিচ্ছেদময় সম্পৰ্কটোৱো যেন এখন চলচ্চিত্ৰৰ কিছু অংশহে , প্ৰায়বোৰ চলচ্চিত্ৰ চোৱাৰ মধ্যম অংশত যেনেকৈ দৰ্শকে আশা কৰে অন্তিমটো ভাল হ'ব আৰু তেনেকৈয়ে হয় । ঠিক আমি সদায় আশাবাদী এই জীৱন্ত নাটকখনৰো এটা ধনাত্মক গতি ল'ব আৰু অন্তিম অংশই দৰ্শকৰ মুখত হাঁহি বিৰিঙাই তুলিব । বাকী নয়ন দাৰ "কোঁৱৰপুৰৰ কোঁৱৰ " এখন অতিকৈ ভাললগা ছবি , ঠিক তেনেকৈ "বন্ধু" ও বহুত ভাল হ'ব বুলি মই আশা‌ কৰিছো কিয়নো তেওঁৰ ছবিসমূহত তেওঁ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব বিচাৰে । ।

  • @kdstudioaxom
    @kdstudioaxom ปีที่แล้ว +16

    ছোৱালীবোৰ boom চেনী নয়ন দা । By the way আপোনাক মোৰ বহুত ভাল লাগে। আপুনি মোৰ এজন favorite actor ❤️❤️ love from Dibrugarh 👍👍❤️

  • @mintugogoi8186
    @mintugogoi8186 ปีที่แล้ว +2

    ভালপোৱাবোৰ সদায় strong💪 হব লাগে । কিছূমান সৰু সৰু ভুলৰ বাবে বহুত ভাল সম্পর্ক বেয়া হৈ পৰে । বন্ধুত্ব বা ভালপোৱাত missunderstanding টো থাকেই আৰু but এইবোৰক আওকাণ কৰি ভালপোৱাবোৰ আগুৱাই নিব লাগে । দেখিব সেই ভালপোৱা এদিন নহয় এদিন successful হবই ।🥰❤

  • @Pesmobile0
    @Pesmobile0 ปีที่แล้ว +51

    ভাল পোৱা মানুহ জন বা মানুহজনী লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগে ❣️😘

  • @mb.divine5992
    @mb.divine5992 ปีที่แล้ว +17

    তেওঁলোকক নিজৰমতে শান্তিত জীয়াই থাকিবলৈ দিয়ক ।

  • @NirmolRay118
    @NirmolRay118 ปีที่แล้ว +1

    নয়ন দাই শ্যামন্তিকাক একেবাৰে সচা অন্তৰেৰে ভাল পাইছিল।যাৰ বাবে নয়ন দাই আজি লগ পাই আবেগিক হৈ পৰিছে।কথাবোৰো বেলেগ হৈ গৈছে।।সচা অন্তৰেৰে ভাল পালে মানুহ এজনে কিবা কিবি কৰি দিব পাৰে।।।আৰু বহু কিবা কিবি ত্যাগ কৰিব পাৰে।।।নয়ন দাই নিজৰ কিডনি দিবলৈও সাজু আছিল।।।❤❤❤❤❤❤❤।।নিজৰ মনৰ আপোন মানুহজন যেতিয়া কাষত নাথাকে তেতিয়া লক্ষ্যবোৰ আউল বাউল লাগে।।।

  • @pronamiborthakur2805
    @pronamiborthakur2805 ปีที่แล้ว +1

    দুয়োকে একেলগে দেখি ভাল লাগিল৷কিন্তু কিয় নাজানো ক’ৰবাত যেন অকণমান দুখ লাগিল

  • @sanjibgohain2412
    @sanjibgohain2412 ปีที่แล้ว +15

    জানমনি আৰু ডেমফুল অভিনয় চাই বৰ ভাল পাওঁ ।পুনৰ মিলন হোৱাত মই বৰ সুখী অনুভৱ কৰিছো।

  • @monalishagogoi3123
    @monalishagogoi3123 ปีที่แล้ว +21

    ভাল লাগিল দুয়োকে একেলগে দেখি ❤️🥰 আগুৱাই যাওক দুয়ো ।

  • @kamalbhuyanassam2283
    @kamalbhuyanassam2283 ปีที่แล้ว +1

    বহুত ভাল লাগিল জানমণি বা আৰু নয়ন দা দুয়োজনকে একেলগে দেখি । আকৌ একে লগ হৈ অসমৰ চুকে কোনে জানমণি দেমফুল দা নাম জিলিকি উঠক । পুনৰ আমাক দুয়োজনৰ আগৰ জানমণি দেম্ফুল ক ঘূৰাই লগে ।

  • @assamesekobita4774
    @assamesekobita4774 ปีที่แล้ว +1

    নয়ন দাৰ ব্যক্তিত্ব অতুলনীয়। প্ৰেমত ত্যাগ থাকে বুলি কোৱা বহুত শুনিছো ,কিন্তু সেই ত্যাগ পুৰুষৰ ক্ষেত্তত গ্ৰাহ্য।কিয়নো ছোৱালী সদায় সুযোগ সন্ধানী আশাৰে এজনৰ লগত মৰমেৰে সময় পাৰ কৰি পিছত আনজনলৈ গুছি যায়গৈ।নয়ন দা আৰু শ্যামন্তিকা তাৰেই উদাহৰন। শেষত দুয়োগৰাকীৰে ভাল হওঁক তাৰে কামনা কৰিলো।

  • @babuliidiaries99
    @babuliidiaries99 ปีที่แล้ว +19

    কিছুমান প্ৰশ্ন আধৰুৱা হ'ল যেন লাগিছে। আৰু এবাৰ দুইজনকে একেলগে দেখিলে ভাল লাগিব 👍👍❤️❤️❤️❤️

  • @dhunudas4033
    @dhunudas4033 ปีที่แล้ว +10

    Nayan da aru aguwai juwa tomi👍🏻🤗😍😍😍😍All the best

  • @pabitrachutia2659
    @pabitrachutia2659 ปีที่แล้ว +2

    নয়ন দাৰ চিধা কথা বোৰ মোৰ খোব প্ৰিয় ।❣️❣️❣️

  • @ankita_payeng
    @ankita_payeng ปีที่แล้ว +1

    Bohut val lagil duyu jonor kotha bur xuni 🤟Nayan Daa r gaan tu mur hridoy sui gol🙂🤗

  • @pranaypachani485
    @pranaypachani485 ปีที่แล้ว +26

    নয়ন দাৰ কথা বোৰে সচাঁকৈ আবেগিক কৰি তুলিলে😊 ...🥰❤

  • @rubinath5385
    @rubinath5385 ปีที่แล้ว +31

    নয়নদা ৰ কথাবোৰ সঁচাই বহুত ভাল লগা

  • @sumantadeka7612
    @sumantadeka7612 ปีที่แล้ว +1

    বন্ধু চাম, বহুত বহুত শুভেচ্ছা থাকিল নয়ন দা।

  • @hirakjyotisonowal2456
    @hirakjyotisonowal2456 ปีที่แล้ว +1

    প্ৰেমত সুখ 'দুখ থাকিবই দিয়কচোন দূদিনিয়া জীৱনটোট হাহি ধেমালি কৰি থাকিব লাগে । দুয়োজনে প্ৰিয় কিন্তু নয়ন দাই অভিমান টো যদি কমোৱা হলে অাৰো ভাল লাগিল হয়। পুনৰ একে লগতে দেখিম বুলি আক্ষা থাকিল । 😊🥰

  • @rajivgogoi5082
    @rajivgogoi5082 ปีที่แล้ว +7

    নয়ন দাৰ কিছুমান কথাই বহু লুকাই থকা কথা বুজাই গল তেওঁৰ ভিতৰত জলি থকা জুইকুৰা এতিয়াও নুমুৱাবো পৰা নাই । 💔 বহুত দিনৰ মূৰত এটা talkshow অলপো skip নকৰাকৈ চালোঁ। ধন্যবাদ TIME8

  • @Aloneboy-pe4oo
    @Aloneboy-pe4oo ปีที่แล้ว +1

    নয়ন দাই কোৱা এটা এটা শব্দই হৃদয় খন চুই গল....💖❤💖

  • @munuboruah737
    @munuboruah737 ปีที่แล้ว +4

    Emn kihor hahi uthise baideu apunar🙂nayan da r ktha huni dukh lgil❤

  • @mamonisaikia39
    @mamonisaikia39 ปีที่แล้ว +16

    নয়নৰ আজিৰ কথা খিনিত বহু ত মূল্য আছে শুনি ভাল লাগিল গহিন কথা গহিন লৰা👍

  • @dimpysaikiaofficial
    @dimpysaikiaofficial ปีที่แล้ว +30

    নিজৰ জীৱনত কি ঘটি থাকে নিজেহে বুজি পোৱা যায়। বাহিৰৰ পৰা সকলো বোৰ ঠিক আৰু সহজ দেখা পোৱা যায়, যাৰ জীৱনত ঘটি থাকে ভুক্তভোগী য়ে ভাল কৈ বুজে ।গতিকে কেতিয়াও নজনা কৈ কাৰো জীৱনৰ বিষয়ে কবই নালাগে

  • @rupabora3347
    @rupabora3347 ปีที่แล้ว +1

    একে লগে দেখা বাবে বহুত ভাল লাগিছে দেই 💐💐🙏🙏

  • @mdjourney2009
    @mdjourney2009 ปีที่แล้ว +2

    ডেমফুল টু🤗😍

  • @madhujya007
    @madhujya007 ปีที่แล้ว +20

    আধা লিখা কিতাপ এখন। মনত যিটো আছিল জিভাৰ আগত ফুটি নুঠিল সেইয়া হয়তু। অভিনয় জীৱনৰ লগত নকৰাই ভাল।জীৱনটো কচু পাতৰ পানীৰ দৰে।
    শুভেচ্ছা থাকিল দুয়োজনলৈ নিজৰ নিজৰ ক্ষেত্ৰত আগুৱাই যোৱা।🤟👍

  • @ranjitnarayanpatar3126
    @ranjitnarayanpatar3126 ปีที่แล้ว +214

    মতা মানুহ এনেকুৱাই ৷ লাভ ইউ নয়ন দা

  • @bhupalisharma7627
    @bhupalisharma7627 ปีที่แล้ว +4

    Nayan daa r babe i Bondhu saam dei....🌺

  • @rahulkaman9712
    @rahulkaman9712 ปีที่แล้ว +7

    প্ৰেম এটি মধুৰ শব্দ অন্তৰৰ কোনো এটি গভীৰতম কোণৰ পৰা জাগি উঠা এটি স্বৰ্গীয় অনুভূতি। দুখন মিলনেৰে প্ৰেমৰ এক মধুৰ বন্ধনৰ সৃচটি হয়। প্ৰেম আৰু বিশ্বাস এটা মুদ্ৰাৰ ইপিঠি সিপিঠি গতিকে কাৰোবাৰ প্ৰেমত পৰিলে বিশ্বাস ৰাখিব লাগে।প্ৰেমত পৰাটো কোনো দোষণীয়া কাম নহয়। সকলোৰে জীৱনত প্ৰায় এবাৰ হ'লেও প্ৰেম আহে। প্ৰেমে কাকো আগজাননী নিদিয়াকৈ কেতিয়া ৰিদয়ৰ দুৱাৰ খুলি সোমায়হি সেই কথা নিজে কেতিয়াও গম নাপায় মাথোঁ অনুভৱহে কৰিব পাৰি

  • @soniyadeka2287
    @soniyadeka2287 ปีที่แล้ว +7

    নয়ন দাৰ ভালপোৱা এতিয়াও চকুত জিলিকি আছে❤️