Hahi thakile o kiba eta dukh ase mont gm pai... Hahitu monr vitoror pora nulai teor.. Ru swali jonir nam kbo bisora nai nohoi... Hokolue jane a kon swali joni bt teu tair nam a lbo nuhuje mukht tar karne kwa nai namtu..
মই নয়ন দাৰ এটা বস্তু লক্ষ্যঃ কৰিলোঁ তেওঁৰ হাঁহিৰ আঁৰত যে কিবা এটা দুখ লুকাই আছে, বহুত দুখৰ মাজতো যে তেওঁ হাঁহিবলৈ চেষ্টা কৰিছে দেখিলে স্পষ্ট ভাবে বুজা যায় ।
Nayan Nilim Daar hidinar interview2 say bhut besi a val lagisil...moi hosake fan hoi goisu apunar...hei2 attitude actually bhut besi proyojon...hosake... Love you NAYAN NILIM Da...
Nayan nilim ajon bhut val monr manuh... Teo val pai jibonot bhut dangr aghat paise tar karne val pwak bissakh nokore atia teu... Tar karne hoitu val pwar ktha navabe ru next time..
Nayan dar kathabilak khuni bohut bhal lge . Aru Nayan dai ans bilako khub friendly dia . Really his behaviour is too good. Apuni agunto dinot aru xofolota arjon korok .
দাদা লগত GS road city zym একেলগে Zym কৰিছো, best thing about him being an actor he dose not have that show off attitude, I have seen him as friends as BANDHU. He is truly loyal, frankly speaking, Down to earth, Open to everyone💚❤💚❤💛💙
নয়ন দাৰ কথা বিলাকে হৃদয় চুই গ'ল 😌
প্ৰেম বোলা কোনো বস্তুয়েই নাই 😌 সেয়া এক অনুভৱ হে আৰু অনুভৱ বোৰ মানুহৰ কল্পনা 😍
জীৱনটো আমি ভবাৰ দৰে
ইমান সহজ আৰু সুন্দৰ নহয় ।
আমি সকলোৱে জানো !
কিন্তু তথাপিও আমি সপোন দেখোঁ ।
কেতিয়াবা নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে নিজৰে কিছুমান অসুবিধাৰ কাৰণে থমকি ৰব লগা হয়।
নহলে কিছুমান মানুহৰ কিছুমান কথা শুনি।
কিছুমান মানুহৰ ত কামে নিজৰ চকুৰে নেদেখা কথা এটা আনৰ পৰা শুনি সজাই মেলি ইমান সুন্দৰকৈ কয় যে শুনাজনে সেইটোকে সঁচা বুলি ভাবি লয় ।
মই বাৰু মানুহৰ কথাত গুৰুত্ব নিদিওঁ হলেও নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে থমকি ৰব লগা হৈছে।
কি কৰিম ?
কেনেকৈ কৰিম ?
কি কৰিলে ভাল হব ?
কেনেকৈ কৰিলে ভাল হব ?
এনেকুৱা কিছুমান প্ৰশ্নই মোৰ সপোনৰ বাটত আগভেটি ধৰিছে আৰু মই এইবোৰৰ উত্তৰ বিচাৰি থমকি ৰব লগা হৈছে।।
Rh
Moi nije aguwai jabo sestha kori asu Karo xohai nolowa koi
হয় বৰ সুন্দৰ কথা কৈছে।জীৱন মানেই যুদ্ধ।
routine bonai loi kaam kori juwa, skills develop kora, skills marketing keneke kore xika, network expand kora, luck factor tetiyahe applicable hobo
নয়ন নীলিমৰ কথাবোৰ শুনি গম পোৱা যায় যে কিমান যন্ত্ৰণা ত জীয়াই আছে । এনেকুৱা লাগে মানুহজনে একলশৰে থাকি বহু ভাল পায় ।
Nayan Nilim দাৰ কথাবোৰ শুনিলে এনেকুৱা লাগে যেন তেখেতৰ মনত কিবা এটা অভিমান বা দুখ লুকাই আছে।
O Bhai eko dukh nai. He is bindaas
@@chandandutta3186 আছেনে নাই নাজানো। কিন্তু মোৰ মনৰ এটা ধাৰণা হে আপোনালোকৰ আগত প্ৰকাশ কৰিছো।
@@chandandutta3186 uporor porahe bindas, mon bhitorot ki soli ase gom puwa janu?
@@coversongsmazikmaniadipank9952 gam pai, nayan Nilim atia aru dukhi atma hoi thaka nai. Bapura practical hoi gal
Dekhile gm pai manuh jonor mont bhut dukh lukai ase buli..
সচাকৈ বহুত সাহস পালো। আপোনাৰ কথাখিনি শুনি।।
প্ৰিয় অভিনেতা নয়ন নীলিম দা ♥️♥️♥️👍👍
Fvrt actor ..😍
ইমান সহজ সৰল নয়ন দা জন😍 ভগৱানে তেওঁক সদায় কুশলে ৰাখক 🙏
We all ❤️ u dada 💯💯💯💯💯
খুব সুন্দৰ ❤️নয়ন দা কথাবোৰ অন্তৰ চুই যায়❤️❤️❤️ দুখৰ মাজতো সুখ বিচাৰি আগুৱাই যোৱাটোৱে প্ৰকৃত জীৱন 😊
নয়ন নীলিম দাদাক বাস্তৱত ইমান ধুনীয়া লাগে। আশীৰ্বাদ ত লগ পাইছো
নয়নদাৰ হাহিটো বহুত কষ্টত ওলোৱা যেন লাগে বাকী তেওঁৰ বিষয়ে লিখিবলৈ ভাষা নাই।সুখী হওঁক আপুনি সদায়।🙏🙏 বন্ধুলৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল।ভূষণ দাৰ লগত প্ৰটকলটো নামানিলে নয়ন দাই।👏👏
Um hahitur arot bohut dukh ase
কিমান কষ্ট পালে মানুহ নয়ন নীলিমৰ দৰে হয় তেওঁৰ কথাত বোজা গৈছে , সুখী হওঁক সদায়।
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
নয়ন নিলীমে বৰ সুন্দৰ কৈ জুখি মাখি উত্তৰ বোৰ দি লে ।ভাল লাগিল।
হাহিটো ৰ মাজত কিমান খিনি যে দুখ সোমাই আছে একমাত্ৰ তেওঁ জানে ।সদায় ভালে থাকক দাদা❤️❤️❤️🙏
নয়ন দাৰ কথাবোৰ ইমান ভাল লাগে ❤ বহুত ভাল পাওঁ দাদাক ❤❤ বন্ধুলৈ বহুত মৰম আৰু শুভকামনা জনালো 😍😍☺❤
Biya pati lo tente🤩
@@sridas86442:14 ok 😅
নয়ন দাৰ জীৱন সংগী জনী বহুত ভাগ্যৱান হব ❤ বহুত মৰম দাদালৈ 😍❤কথাবোৰ ইমান ভাল লাগে দাদাৰ 😍
সচা কৈ দে....
নয়ন দাৰ কথা বোৰ ভাল লাগে বন্ধুৰ শুভেচ্ছা থাকিল
সচাকৈয়ে প্ৰেম ভালপোৱা বন্ধুৰ পৰাই হয় ৷ বন্ধু চিনেমাখন চোৱাৰ বহুত হেপাহ আছে ৷
নয়ন তোমাৰ কথাকেইটা বৰ ভাল লাগিছে ।সকলো দিশ ৰক্ষা কৰি বহুত কথা বুজাই দিয়া তুমি ।সচাকৈ ভাল লাগে । শেষত কব খোজো বিয়া পাতা জীৱনতো সজীৱ কৰা
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
কেৱল তেওঁ হে জানে তেওঁৰ মনত কিমান দুখ লুকাই আছে🙂 হাঁহি থকা মানেই সুখী হোৱাতো নুবুজায়। তেওঁ অভিনেত্ৰী গৰাকীৰ নাম প্ৰকাশ কৰিব বিচৰা নাই কাৰণ তেওঁ নিবিচাৰে তেওঁৰ বাবে কোনোবাই মানসিক ভাৱে দুখ পাওক কাৰোবাৰ বদনাম হওঁক🙂 হয়তো ইয়াকে কয় সঁচা ভাল পোৱা ❤️ নয়ন দা তুমি জীৱনত বহু দূৰ আগুৱাই যোৱা✨ আমাৰ ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আপোনাৰ লগত সদায় থাকিব❤️✨
This comment❤️
Thikei koise Namrata
Right teo kothabor mor lagot milise
Hahi thakile o kiba eta dukh ase mont gm pai... Hahitu monr vitoror pora nulai teor.. Ru swali jonir nam kbo bisora nai nohoi... Hokolue jane a kon swali joni bt teu tair nam a lbo nuhuje mukht tar karne kwa nai namtu..
সছাঁ কথা tq
বহুত ভাল লাগে নয়নদাক শুভকামনা থাকিল❤️
When Nayan Da Said মোক চবেই এৰি থৈ যায় মই কাকো নেৰো i felt that🥹❤️
এটা সময়ত যেতিয়া সচাঁ ভালপোৱা এফালৰ পৰা অকাল মৃত্যু হয় তেতিয়া অকলে থাকিয়ে ভাল লাগে😊❤
সদায় ভালে থাকক নয়ন দা
সেই ৰংমনখনৰ পৰাই মই আপোনাৰ এজন বিৰাট ডাঙৰ অনুৰাগী
লগ পাম কেতিয়াবা❤
বন্ধুলৈ বহুত বহুত মৰম আৰু শুভকামনা থাকিল💥❤
Bvbb
Bbf
Vbbbvbbvbb
Bbbb bbbbbv
That's line--- তোমাৰ কাৰণেও কোনোবা নহয় কোনোবা ৰৈ আছে😌💞 hit like for Nayan da♥️♥️♥️
Relationship , breakup এইবোৰ একো একোটা ফাল্টু শব্দ...!! Actually আজিকালি প্ৰেম বুলি একো বস্তুৱেই নাই , চব ধন আৰু টকা পইচাতে বিলীন।
100%hosa koth
100%
@@sanuborah okay 👍
Right brother
100% right
হাঁহি থকা মানেই সকলো সুখী নহয় নয়ন দা মনত বহুত দুখ কষ্ট আঘাত লুকাই আছে একমাত্র তেওঁহে বুজি পায় তেওঁৰ কষ্ট 😥😢😢😭
নয়ন দাৰ কথাবোৰ শুনি বৰ ভাল লাগে বন্ধুলৈ শুভ কামনা ? অনেকে কমেণ্ট কৰিলে নহব , চিনেমা খন বহুত কষ্ট কৰি বনাইছে আৰু assames ফ্লিম ইণ্ডাষ্ট্ৰি টো বহুত পিছ পৰা গতিকে আমি সকলে চিনেমা খন চাবলাগিব শুভেচ্ছা দি থাকিলে নহব চাব লাগিব লাগিবই
নয়ন নীলিম দাক কেৱল professionally নহই, personally কোনে কোনে ভাল পাই ,,,সঁচা অন্তৰে🥰🥰🥰
আপুনি একদম সঁচা কৈছে নয়ন দা। ভূষণ দাৰ প্ৰতি এটা অনুৰোধ পাৰে যদি এবাৰ ৰাজকুমাৰ দা আৰু প্ৰসেণজিত দাক সাক্ষাৎকাৰ ল'ব চোন।
এজন দুৰ্দান্ত প্ৰেমিক নয়ন দা 🥺❤️
জানমণি ত কৈ বহুগুণে better deserve কৰে নয়ন দা এ 🤗❤️
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
ভাল লাগিল চাই,, কষ্ট সহ্য কৰি এতিয়া নিজকে বহুত কঠোৰ কৰি তুলিলে , এনেকুৱা হব লাগে নয়ন দা♥️
নয়ন দাৰ কথাবোৰ শুনি ভাল লাগিল❤ নয়ন দা আৰু ভূষণ দা দুয়োলৈ বহুত বহুত মৰম❣️
প্রেম এনেকুৱাই মনে যাক বিচাৰে তেওঁ ক নাপালে মনত বহুত আঘাত লাগে।মইও প্রেমত সফল হব নোৱাৰিলো।
ভূষণ দা আপুনি এইদৰেই সাক্ষাৎবোৰ লৈ যাব চোন।।।। আপোনাৰ সাক্ষাৎবোৰ চাই ভাল পাওঁ কিবা।।আগুৱাই যাওঁক👍👍 বাকী নয়ন দা🔥🔥🔥🥰বন্ধু চাম সোমবাৰে🤩
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
@@sanuborah ok
নয়ন দাৰ কথাবোৰ ভাল লাগিল... 'বন্ধু' ছবিখনৰ কাৰণে শুভকামনা থাকিল ❤
Nayan da apuni juiii ..and amar mising communityr .maplar2 sonman diyar babe bohud bohud daynabad all time love you Nayan da
নয়ন দা are you really great ❤️❤️ আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ আজিৰ পৰা দুই মাহৰ আগতেই মোক এৰি থৈ গল মোৰ প্ৰেয়সীয়ে 💔💔💔 এতিয়া আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ প্ৰথম প্ৰেম আছিল মোৰ বহুত বেছি দুখ পালো অলপ সময় দিছোঁ নিজকে আপোনাৰ নিছিনা হব বিচাৰোঁ নয়ন দা my inspiration ❤️❤️❤️
😭😭😭
প্ৰেম ভাল পোৱা এইবোৰ মানুহৰ জীৱনত আহে আৰু কেতিয়াবা হেৰাই যায় তাকে ভাবি থাকিলে কি হব ।
জীৱনটো নিজৰ নিজক ভাল পাব শিকিব লাগে ।
Hoi olp nijoke time disu nayan dar kotha bur huni bhut inspires hoisu
Nayan da hosai bohut val monor manuh..teu jen aru agbahi jai..notun notun kam kori amak di jai🥰
মানুহ জনক কিবা মৰম লাগে , কথাবিলাক গহীন -গম্ভীৰ ভাল লাগে❤❤❤
খুব সুন্দৰ কথা কৈছে নয়ণ দাই
যেতিয়া সচা প্ৰেমত কোনোবাই আঘাত পাই তেতিয়া প্ৰেমক লৈ নিগেটিভ কথা নিগেটিভ feeling মনত গঢ় লৈ উঠে,নয়ন দা সচাকৈ জিদ্ধি,বহুত attitude কথাতে বুজা যায়,হেয়েহে চাগে চ্যামনতিকাই এৰি গল..😰
নয়ন দাক বহুত ভাল লাগে। তেওঁ নিজৰ জীৱনট অভিনয় কৰি থাকিব লগা হৈছে। দেখিলে গম পোৱা যায় যে তেওঁ কিমান সুখী। আগুৱাই যাওক সদায়।
I hope you will come as guest to my vlogs, Assamese from Bangalore - th-cam.com/video/q-jHWbRXPJo/w-d-xo.html
আজিৰ দিনত প্ৰেম মানে টকা । টকাই বহুতৰ প্ৰেম সফল হব নিদিয়ে। টকা নাথাকিলে নিজৰ ঘৰৰ মানুহেই ভাল নাপায়। প্ৰেমিক বাৰু কেনেকৈ ভাল পাব ??😪😪😪😪😪😪
নয়ন দা আপুনার কথা বোর শুনি আপোনাক এবার লগ পাবলে বহুত মন আছে সচাই আপোনাক বহুত ভাল পাঅ
নয়ন দাৰ কথাবোৰ আজি কিন্তু বহুত পাক লগা 😊👍 উত্তৰ উলিয়াবলৈ বহুত কষ্ট 🙂🥰
Nayan daa gaan o bhut dhunia gaai ❣️❣️ bhut xojoh kharal apuni dada...aguai jua dada.....best wishes thkil dada....xokolue apunak akhirbad korise
মই নয়ন দাৰ এটা বস্তু লক্ষ্যঃ কৰিলোঁ তেওঁৰ হাঁহিৰ আঁৰত যে কিবা এটা দুখ লুকাই আছে, বহুত দুখৰ মাজতো যে তেওঁ হাঁহিবলৈ চেষ্টা কৰিছে দেখিলে স্পষ্ট ভাবে বুজা যায় ।
Right kith moi hatu sinta koisu
Nayan Nilim Daar hidinar interview2 say bhut besi a val lagisil...moi hosake fan hoi goisu apunar...hei2 attitude actually bhut besi proyojon...hosake...
Love you NAYAN NILIM Da...
সোনকালে যাতে নয়ন নীলিম সচা প্ৰেমত পৰক, তাকে কামনা কৰিলো 😀
নয়ন দা আপুনাক ঈশ্বৰে কুশলে ৰাখক, নয়ন দা আচলতে এজন,পবিএ প্ৰেম, মানৱতা, সৰলতা, সভ্যতা,সাধুতা ,মৰম আৰু গ্যান ইত্যাদি সকলোবোৰৰ অধিকাৰী। যিজনৰ প্ৰত্যেক টি কথা শুনিয়েই ভাল লাগে,,,,,,প্ৰকৃত প্ৰেমৰ চিন নয়ন দাৰ মাজতেই আছে।।,।.....................
He truly loved her.. But he doesn't want to memorize . It's showing through his speeches... Great salute to him.🙏
Nayan Nilim Da😍😍🥰🥰...kotha burt gom paisu kimn dukhi tekhet
assamese mixture is back in old form❤️
Wow my favorite actor nayan big fan lots of love❤❤❤
আপোনাৰ কথাকেইষাৰে বহুত অনুপ্ৰেৰণা দিচে নয়ন ককাইদেউ। আপোনাৰ আহিব লগীয়া চবি খনৰ বাবে শুভেচ্ছা থাকিল
Nayan nilim ajon bhut val monr manuh... Teo val pai jibonot bhut dangr aghat paise tar karne val pwak bissakh nokore atia teu... Tar karne hoitu val pwar ktha navabe ru next time..
Right koisa sobore hoi tenekuwa👍
Hoi ekdom thik koise..nayan nilim da bht loyal hoi.. atya heitu krne teur jibon t prem r sthan nai
Deriyei hol
Hoi
Shymontika thik nhy
Nayan da ejon xosa premik ....jar karone eman govir hoi teo ...enekuya lage jen,....hahi hahi kandi dise....Nayan da mur xodai favorite..❤❤....
নয়ন দা মোৰ সদায় প্ৰিয় হয় 🌺আৰু আপুনি সদায় প্ৰিয় হৈ থাকিব ❣️
হৃদয় চুই দিলে. দাদা বহুত ভাল পালো.
কম দিনৰ ভিতৰত শ্যামন্তিকাবাৰ ইন্টাৰভিউ লাগে
Nayan da ..you are the best...apuni akdom xarur pora ase mur favourite hoi ...🥰🥰..apunar kothai xocai sui jai hridoyot...God bless you..
সঁছাকৈ অকলে থকাৰ মজা অকলে থকাবোৰেহে বুজি পায়৷অকলে থকাই বহুত ভাল৷
নয়ন দা,আপুনি প্ৰতিটো কথা bhut ভাবি চিন্তি কয় , আপুনি কোৱা কথাবোৰ প্ৰতিটোৱেই সত্য। "বন্ধু"লৈ শুভকামনা থাকিল।
Nayan Nilim must do a lot for Assamese film industry. You r so talented.
Nayan da..manuhe dami bstu nibisare na..kmdami bstur osrot he jay hody....bhut besi vl lge ktha br ...🥰🥰🥰🥰🥰🥰🥰
Bor bhal lagil dei..Nayan da mur college or dinor crush asil..❤️
Nayan dai aajiu Syamantika baak ei vaal pai aru pai jabo nur xompurno bisakh...Nayan da Love you
এইবোৰ দৰকাৰ নাই তেওলোকৰ একান্ত ব্যক্তিগত কথা 🙌 কিন্তু, নয়ন-শ্যামন্তিকা ৰ যুৰিটো দেখিলে ল'ৰালিৰ দিনলৈ মনত পৰি যায়, সেই জানমণি, অঞ্জনা, জোনবাইৰ দিনলৈ 🥺
🥰🥰🥰💥💥
ভাল লাগিল অতি গুৰুত্বপূৰ্ণ কথা কৈছে।
নয়ন তুমি সছা মতা মানুহ। তুমি আগোৱাই যোৱা।
সঁচাকৈ নয়ন দাক বহুত ভাল লাগে আৰু নয়ন দা ৰ কথা বিলাক ভাল লাগে 🙏🙏🥰🥰🥰
জোনবাই ৰিটান লাগে ডেমফুল
নয়ন নীলিম তোমাৰ কথাখিনি শুনি বহুত ভাল লাগিল। আশাকৰোঁ তোমাৰ কিছু উল্লিখিত কথা খিনিৰ পৰা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী খিনি য়ে অনুকৰণ কৰিলে নিশ্চয় উপকৃত হ'ব বুলি আশা কৰিলো।
ধন্যবাদ
ভগৱানে মঙ্গল কৰক
নয়ন দা যিবিলাক কথা কৈছে বাস্তৱতাত সত্য। 🙏🖐️🖐️
Kiman dukh loi jiai ase nayan daa aru aguai jua... Kotha khini xuni khub besi vl lgil always lv u dada.. Keep it up
Sense of humour salute.
Most sarcastic reply nayan da op😎
কথা কওঁতে বহুত কিবা দুখ এটা লুকাই আছে বুলি অনুমান হয় ❤️ ভালে থাকক সদায় ❤️❤️
এওঁৰ অভিনয় চাই বহুত ভাল লাগে
Noyon nilim dar protitu line bohut val Lagil mur Bohut Bohut Right kotha koise ♥️♥️♥️ Love You Nayan Da
Nayan da always on fire ❤️
Nayan da r kotha bur huni bht kiba hikibo loga ase u r the great Nayan da😍
এখেতৰ কথাবোৰত বেদনা গভীৰ নিশ্বাস ভৰি আছে। দুখেৰে মন ভৰা।
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
Nayan da aji 1st day 1st show salu ..moza lagil Bondhu cinema khon......sokoluwe sabo
Bhukhan Da u r back ....keep it up... Assamese mixture jai ho
Can feel his pain..... keep going on bro the time will come for u too ......
Nayan da ajon val monor manuh. tewr pora bohut kotha janibo parilu . Pream a manuh k dhonkho nokore tare example Nayan dada..❤️
প্ৰেম যি কেতিয়াবা সুখ প্ৰেৰণাৰ,উৎসাহৰ কাৰণ হৈ পৰে,, কিন্তু সেই প্ৰেমেই কেতিয়াবা জীৱনত দুখতকৈ দুখৰ কষ্ট ত কৈ কষ্টৰ কাৰণ হৈ পৰে।
বহুত ভাল লাগিল কথা বোৰ খুনি নীলিম দা
যি জনে পুৰনি কথাবোৰ কব নিবিচাৰে ,তাক যোৰ কৰি জানিব বিচাৰিব নালাগে ৷ কাৰন যি সেই সময় বিলাক পাৰ কৰিছে , সি হে জানে ৷ পুৰনা কথাবোৰ মনত পেলাবলে ভাল নালাগে ৷
Nayan dar kathabilak khuni bohut bhal lge . Aru Nayan dai ans bilako khub friendly dia . Really his behaviour is too good. Apuni agunto dinot aru xofolota arjon korok .
🙃❤️ নয়ন দা সদায় আগুৱাই যোৱা তুমি ✨
Tekhet aneo superstar hoie ase Assam r as a Actor 💜😀
বহুত ভাল লাগিছে দেই
HE TALKS LIKE MY Brother .. after his break up .. he talks like him .... 💗💗 I can feel his pain
😓💕
শুভ কামনা থাকিল। সকলো কথা বাদ দি লক্ষ্যত উপনীত হোৱা । বন্ধুক ৰাইজে আদৰি ল ওক তাকে কামনা কৰিলো।
বহুত বহুত ভাল লাগিল Love from dhemaji silapathar
Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah
Fvrt Manuhjon😍😍Nayan Daa❤️
Apunar video Sai motivation hoisu dada tumi aguai jua love you
Nayan Nilim da apuni aguwai jawk. Apuni val val kam kori jawk aru ji hoi valor karone hoi bule..
দাদা লগত GS road city zym একেলগে Zym কৰিছো, best thing about him being an actor he dose not have that show off attitude, I have seen him as friends as BANDHU. He is truly loyal, frankly speaking, Down to earth, Open to everyone💚❤💚❤💛💙
bhut val lgil flim khn ....bhut dinor murot ekhn vl assamese flim ..
Nayan nilim demfull I love 🌏❤️
Vl lgil aponar katha khini xuni...bhut a dhuniyake koise dei katha borr vle thakokkk aponi bisira dhorne jibon2 xjaok 😍😍
আপোনাৰ ইন্টাৰভিউৰ ভিডিঅবোৰ খুব ভাল লাগে👌❤️
Xosai Nayan Dada apunar ktha bilak bohut val lage... Xunile xuni thakibo mon jai...... ❤❤🥰🥰😍😍