Ojaantric || Assamese Podcast ft. Shyamontika Sharma || Ep.122

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ธ.ค. 2024

ความคิดเห็น • 572

  • @Nsdilawjan244
    @Nsdilawjan244 6 หลายเดือนก่อน +61

    ইমানেই ধুনীয়া কি কম ভাষা নাই মোৰ সদায় প্রিয়।বহুত ভালপাওঁ দেই জানমণি জনীক।আগৰ সেই জানমণি জনী নিচিনাই লগিছে।

  • @Anushka-yk5ek
    @Anushka-yk5ek 6 หลายเดือนก่อน +6

    সঁচাকৈ তোমাৰ জীৱনটো বহু ঘাট প্ৰতিঘাতেৰে ভৰা , বহু ভাল সময়ৰ পৰা বহু বেয়া সময়ৰ সন্মুখীন হৈছা আৰু তুমি ৰৈ যোৱা নাই অথচ এটা হাঁহি লৈ আকৌ আগুৱাই গৈছা। কিমান সাহস আৰু কিমান ধৈৰ্য লাগিব সেয়া পোৱা জনে হে জানে। এতিয়া তোমাক আৰু একোৱেই ভাঙিব নোৱাৰে কাৰণ এয়া তোমাৰ নতুন আৰু শক্তিশালী ৰূপ। ভগৱানে পৰীক্ষা তেওঁৰ পৰাই লয় যাক তেওঁ শক্তিশালী কৰিব বিচাৰে।❤

  • @minotichetia9972
    @minotichetia9972 6 หลายเดือนก่อน +9

    বহুত ভাল লাগিল। শ্যমন্তিকা বহুত ভাল ছোৱালী।❤❤

  • @Chiku4177
    @Chiku4177 6 หลายเดือนก่อน +23

    মৰমৰ জানমণি জনী,, ইমান মৰম লগা।। এনেকৈ সদায় হাঁহি থাকা বা । সুখী হোৱা।। হৈ যোৱাবোৰ পাহৰি আগুৱাই যোৱা.....😘😘

    • @abinashdmary622
      @abinashdmary622 6 หลายเดือนก่อน

      আহা তুমি আৰু মই মিলি দুয়ো সুখী হৈ থাকোঁ

  • @pallaviborah1012
    @pallaviborah1012 7 หลายเดือนก่อน +38

    Ojaantric মানেই যেন মনোৰঞ্জনৰ ভাণ্ডাৰ,,,,মনবোৰ গধুৰ হৈ থাকিলে u ভাল লাগি যায়....

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK 6 หลายเดือนก่อน +16

    শ্যামন্তিকা বা এতিয়াও অসমৰ দৰ্শকৰ প্ৰিয় । কিন্তু বায়ে বহুদিন ধৰিয়েই বিৰতি ল'লে, আমি আশা ৰাখিলোঁ আকৌ নতুন অসমীয়া বিহু , বিহু চিনেমা , নতুন অসমীয়া চিনেমাত যেন অতি শীঘ্ৰে দেখিবলৈ পাওঁ ।❤

  • @srianamikadeka7263
    @srianamikadeka7263 6 หลายเดือนก่อน +14

    জীবনটোত নো কাৰ দুখ নেথাকে,হয়তো দুখ নথকা মানুহ বহু কমেই ওলাৱI really love you shyamontika❤(অসমৰ জানমনি )হয় আপুনি, আৰু তেনেকৈয়ে জনপ্রিয় অভিনেত্রী হৈ জিলিকি থাকিব আমাৰ মনত। 😘😘😘

  • @boro3775
    @boro3775 6 หลายเดือนก่อน +4

    Really thank you so much for bringing her
    She is our childhood memory, emotion 🥹
    Please bring more people of vcd, theatre era like Raag oinitom, Prosenjit, Gayatri, Barakha, Rajkumar, Ravi Sharma, Arup mahanta, Tanvi, Pallavi Medhi, Jotin Bora

  • @nirusaikia7631
    @nirusaikia7631 6 หลายเดือนก่อน +4

    স্যামন্তিকা ❤
    সকলো পাহৰি জীৱন টো আগুৱাই নিয়া। ভগৱান সহায় আছে 🙏 🌹

  • @bidyut4813
    @bidyut4813 6 หลายเดือนก่อน +83

    মানুহে কেৱল শ্যামন্তিকা শৰ্মাক দোষাৰোপ কৰে। কিন্তু নয়ন নীলিমৰ গাটো সমানে ভুল থাকিব লাগিব আৰু অৱশ্যেই আছেই। শ্যামন্তিকাই নয়ন নীলিমৰ লগত বিয়া নহৈ কিয় বেলেগৰ লগত বিয়া হল এই ভিতৰুৱা কথাখিনি কিমান জানে। তেওঁলোকৰ সম্পৰ্কটোৰ বিচ্ছেদৰ কাৰণ কিমান জন জানে।
    নয়ন নীলিমৰ হাতত বহু সময় আছিল। এইটো নহয় যে শ্যামন্তিকা কম বয়সতে কাৰোবাৰ লগত পলাই গ'ল। নয়ন নিলীমে কিয় বিয়া কৰোৱাৰ কথা নাভাবিল। ছোৱালীৰ বয়স ৰৈ নাথাকে।
    আৰু নয়নৰ চিনেমা প্ৰচাৰৰ কাৰণে শ্যামন্তিকাক এক প্ৰকাৰৰ ব্যৱহাৰ কৰিলে। মাত্ৰ সেয়া আছিল নয়নৰ publicity stunt. তাৰ ওপৰত আকৌ ফটা লেভেল। নিজৰ স্বাৰ্থৰ বাবে এজনী ছোৱালীক সকলোৰে আগতে এনে ব্যৱহাৰ কৰাটো নিশ্চয় সঠিক নহয়।
    মই নয়ন বা শ্যামন্তিকা কাৰো ফালে নহয়। যিখিনি মোৰ মতে ভুল দেখিছোঁ মাত্ৰ ব্যক্ত কৰিছোঁ।

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 6 หลายเดือนก่อน +12

      নিজৰ ভুলৰ কাৰণে shyamontika sharmak হেৰুৱাইছে আৰু এতিয়া গোটেই অসমত trejedy ফালি আছে 😊 কেনেকৈ পাৰে এটা সময়ত সময় কটোৱা প্ৰেয়সীজনীক বদনাম কৰিব 😢 কাৰোবাৰ আবেগৰ লগত খেলিব😒

    • @RatulBoruah-yu5vt
      @RatulBoruah-yu5vt 6 หลายเดือนก่อน +4

      Right

    • @abhigyansvlogs4955
      @abhigyansvlogs4955 6 หลายเดือนก่อน +4

      Monor kotha

    • @Anushka-yk5ek
      @Anushka-yk5ek 6 หลายเดือนก่อน +9

      একদম সঁচা কথা। নিজৰ চিনেমা promotion ৰ বাবে মাতি আনি অপমান কৰিলে তাতেই গম পোৱা যায় কেনেকুৱা মানুহ

    • @ashamorom5335
      @ashamorom5335 6 หลายเดือนก่อน +4

      Right

  • @Shine_wid_Sanju
    @Shine_wid_Sanju 6 หลายเดือนก่อน +4

    Eta kotha koboi lagibo..
    Ojaantric sai birat hahu.. Val lage, hodai hohuwai thakibo anedorei.
    Love from Dibrugarh❤

  • @ChimpiDasChimpiDas-kh2vm
    @ChimpiDasChimpiDas-kh2vm 3 ชั่วโมงที่ผ่านมา +1

    Kobole vaxa nai atai kou..... old is gold ❤

  • @akasha7833
    @akasha7833 6 หลายเดือนก่อน +5

    Wakt wakt ki baat hai aur wakt badalne me der nahi lagti.... comment sai gom palu finally manuhe tar real image tu chini pai ase. Happy for her... 😊

  • @sotubabuindian9244
    @sotubabuindian9244 7 หลายเดือนก่อน +24

    Her Eyes r filled with Pain, Repent & confusion.
    She still seems suffering & there's a big vacuum in her life.
    It's all Destiny combined with Karma.
    She was and is a beautiful Actress for sure.

    • @boro3775
      @boro3775 6 หลายเดือนก่อน +1

      Exactly

  • @ritrija5618
    @ritrija5618 7 หลายเดือนก่อน +79

    Koushik nandan baruah anok na plzzzz...
    🥺❤
    Aitu podcast t teuk sbo bisari asu 🥰

  • @abdulrofikali1487
    @abdulrofikali1487 6 หลายเดือนก่อน +83

    জানমণি ক বহুত তাইৰ ব্যাক্তিগত কিছুমান কাৰণত বহুতে বেয়া পায় কিন্তু মই ভাল পাওঁ কাৰণ দুখ বোলা বস্তু টো অকল এজন বা এজনীৰ গাত নাথাকে। ❤❤ anyway I'm love syamontika ❤❤

  • @JyotismitaBora23
    @JyotismitaBora23 7 หลายเดือนก่อน +19

    মোৰ আটাইতকৈ ভাল লগা অভিনেত্ৰী জানমণি❤️

  • @SaturouGojo-h1x
    @SaturouGojo-h1x 6 หลายเดือนก่อน +7

    Kolkata topic tur kotha khini olp dukh lagisile.. Ud da utxah dise val lagise..
    Kintu hekhor bhagor shyaman or mukhot hahi sai bohut bhal lagile.. Moi u hahilu apunalukor logote
    Love you shyamantika baa❤❤❤

  • @pallaviborah1012
    @pallaviborah1012 7 หลายเดือนก่อน +22

    বিহু. বুলি কলেই যেন জানমণি......Love from amguri❤

  • @janmoni-moni604
    @janmoni-moni604 7 หลายเดือนก่อน +32

    জানমণি অসমীয়াৰ আৱেগ ❤ বহুত দিনৰ মূৰত যেন আমাৰ আযান্ত্ৰিক আকৌ ঘূৰাই পালোঁ... Oasis দা ক miss কৰিলোঁ আজি🥲

  • @pratimjyotisaikia
    @pratimjyotisaikia 6 หลายเดือนก่อน +2

    Jaanmonik dekhi Bahu dinor Murat Val lagil. As a Assamese actress like you . U r the best.

  • @pratyashigogoi
    @pratyashigogoi 6 หลายเดือนก่อน +2

    Love from Dubai… ojaantric sai xosai bohut bhaal laage… keep up the good works…

  • @pareesmitasrapunzel9095
    @pareesmitasrapunzel9095 6 หลายเดือนก่อน +3

    Shyamontika bak bor val lage..morom lage eman♥️kothabur bor vl lage😊hodai hukhi thaka ba♥️God bless you 😊

  • @lijasaikia6298
    @lijasaikia6298 6 หลายเดือนก่อน +2

    Khub val lagile podcast tu sai... Shyamontika ba r ktha buru khub val lagile ...

  • @bobyphukon9258
    @bobyphukon9258 7 หลายเดือนก่อน +10

    Eman morom loga janmoni joni bohut morom asa dai tumaloi.. Akhibad koru hodai hahe thaka dai...

  • @pakhiboruah6846
    @pakhiboruah6846 6 หลายเดือนก่อน +2

    Shyaman ba kotha bur hosakoi eman val lagy hunibolyy... Akdom minimum kotha kuwaaa morom logaa ba joni

  • @Bi_RaaG
    @Bi_RaaG 6 หลายเดือนก่อน +5

    শ্যামন্তিকা, বৰষাৰাণী, গায়ত্ৰী💝💝💝

  • @heojychannelvlog6347
    @heojychannelvlog6347 7 หลายเดือนก่อน +43

    জানমণি আমাৰ গৌৰৱ, বিহুৰ ৰাণী, ভাল লাগিল ভিডিঅ'টো।

  • @AnkurJoyti123
    @AnkurJoyti123 6 หลายเดือนก่อน +11

    ময়ো হনুমান চালিশা পঢ়ো। বহুত বিশ্বাস কৰোঁ‌ ময়ো। হনুমান চালিশাৰ বহুত শক্তি আছে।

  • @user-Greendeep21124
    @user-Greendeep21124 7 หลายเดือนก่อน +6

    Thanks ud daa and oasis daa ... Shyamon baak invite korar babey akhekh dhonyabaad.... ❤ Form Moran....

  • @nabojyotidutta9635
    @nabojyotidutta9635 6 หลายเดือนก่อน +3

    সেই ...... আজি কিছু হাঁহিলো দেই। Good keep it up 👍 এদিন আমাৰ সীমা দাস বা আন কোনো sports men ক আনিবলৈ চেষ্টা কৰিবচোন। If budget is bearable. I love both of you 💓

  • @Antony_Shamarjit_Lee
    @Antony_Shamarjit_Lee 6 หลายเดือนก่อน +3

    34:01 চাই বাবা messenger , চাই বাবাৰ ভক্ত হৈ থাকিব। ঠিক আছে। কিন্তু শংকৰদেৱৰ কথা কবলৈ নোখোজে। শংকৰদেৱ কেৱল ধৰ্মতেই নাছিল, চাই বাবাৰ দৰে; শংকৰদেৱে অসমীয়া সংস্কৃতি গঢ়ি থৈ নোযোৱা হলে, এওঁলোকৰ profession নাটক, থিয়েটাৰ চিনেমাটো বাদেই ভাষাটোৱে নাথাকিলহেঁতেন।
    এয়াই আমাৰ অসমীয়া মানুহৰ মানসিকতা। লোকৰজনহে আপোন, নিজৰ জনক কিন্তু কৰবাতে এৰিব।
    (ক্ষোভ প্ৰকাশ কৰিছো, বিশ্বাসক তিৰস্কাৰ কৰা নাই)
    বাকী 42:15 - 48:10 নকলৰ promotion যেন feel হ'ল । যেন বিজ্ঞাপন।
    বাকী

  • @PradunyaKoch
    @PradunyaKoch 7 หลายเดือนก่อน +35

    শ্যামন্তিকা বা মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী ❤❤❤

  • @rashmimorang9931
    @rashmimorang9931 6 หลายเดือนก่อน +4

    বহুত ভাল লাগিল বহুত দিনৰ পিছত জানমণিক হাঁহি মূখে দেখা পাই ❤❤❤❤❤❤

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 7 หลายเดือนก่อน +5

    Xoru re pora dekhi ahisu.... Favorite ❤

  • @jummydutta8114
    @jummydutta8114 7 หลายเดือนก่อน +4

    LOVE YOU FOR WHAT YOU ARE......NEVER CHANGE.

  • @swadhinatahazarika6093
    @swadhinatahazarika6093 6 หลายเดือนก่อน +3

    Yesshhhh , ojaantric is the only podcast which have 100percent of positive audience 🤯💃😍..... Khali apunaluk manuhduta naikiya hoi jai maje maje😒

  • @junborman6454
    @junborman6454 6 หลายเดือนก่อน +4

    Bohut bohut val lagil ❤❤❤

  • @runuchetia1658
    @runuchetia1658 หลายเดือนก่อน

    সদায় এনেকৈ থাকা❤️❤️❤️❤️বহুত ভাল পাওঁ তোমালোকক❤️❤️

  • @karobigogoi1963
    @karobigogoi1963 7 หลายเดือนก่อน +12

    Priyo shyamon baaa.....joni❤❤❤❤

  • @harjitdeka9886
    @harjitdeka9886 6 หลายเดือนก่อน +14

    ভাল লাগিলে .... কেৱল গুৰু জনাৰ সৃষ্টিক কিছুমান বস্তুৰ লগত তুলনা নকৰিব। কাৰণ আপেনালেকে অসমীয়া জাতীৰ কিছু ক্ষেত্রত গুৰু দায়িত্ব পালন কৰি আহিছে , আপেনালোক এটা প্রজন্মৰ পথ প্রদৰ্ষক ।
    সোণালী সময়ৰ প্রিয় অভিনেত্রী গৰাকী❤❤

    • @jyotibaillung3044
      @jyotibaillung3044 6 หลายเดือนก่อน +1

      জানমণি জনী বৰ সৰল মনৰ ছোৱালী প্ৰায় ভাৱে থাকক ।

  • @Nabanitasaikia604
    @Nabanitasaikia604 7 หลายเดือนก่อน +8

    প্ৰিয় অভিনেত্ৰী গৰাকী❤

  • @Rupali_ruhi_dipankar
    @Rupali_ruhi_dipankar 6 หลายเดือนก่อน +1

    Bohut bhal lagil sai.... Apunaluk r lgte olop hahilu....

  • @ABINASHAk47
    @ABINASHAk47 6 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিল দাদা আৰু বা 🤗 ধন্যবাদ 😊 আগলৈকে এনেদৰে আগবাঢ়ি ‌যাওক তাৰে কামনা কৰিলো ওম সাই ৰাম

  • @indirabaruah530
    @indirabaruah530 6 หลายเดือนก่อน +2

    Vale thaka hodai baa eman dhuniya ❤️❤️

  • @shimantagogoi7739
    @shimantagogoi7739 7 หลายเดือนก่อน +4

    Jaanmani ajiu hridayt jaanmani hoia ase... ru thakiba aagoloi

  • @nibeditakalita7179
    @nibeditakalita7179 7 หลายเดือนก่อน +4

    Sai thakote ketiya xekh hoi jai gm a napalu xklo bor saisu a bohut val lage agoloi aru anekoi hahi thakiba❤❤❤

  • @JoyshreeSaikia-uw6ys
    @JoyshreeSaikia-uw6ys 6 หลายเดือนก่อน +4

    জনা হোৱাৰে পৰা জানমণি জনী মৰমৰ ❤❤

  • @KakaliSaud
    @KakaliSaud 6 หลายเดือนก่อน +1

    Khub val lagise bohut dinr mur hahilo❤❤

  • @khirudsaikia6806
    @khirudsaikia6806 6 หลายเดือนก่อน +3

    Bahut hahilo aji episode2 sai❤️❤️

  • @Jinamoni-h4x
    @Jinamoni-h4x 6 หลายเดือนก่อน +2

    Val lagil kotha bor ❤

  • @Biswajitmedam
    @Biswajitmedam 6 หลายเดือนก่อน +2

    Ba apunak dekile agar janmoniloi manot pare bhut duniya lagise asamor janmoni

  • @ankitabaruah1147
    @ankitabaruah1147 6 หลายเดือนก่อน +1

    Janmoni r smile tu saie val lagi jai.. Bohut dhuniya hahi(✿ ♥‿♥)

  • @CHANNDRIMAA
    @CHANNDRIMAA 7 หลายเดือนก่อน +43

    আপোনাৰ লগত থকাজন নাই যে ...
    উদয়ন দা ।
    Oasis দা কেনি গ’ল 😊

    • @jayantakalitavlogatoz3648
      @jayantakalitavlogatoz3648 6 หลายเดือนก่อน

      কেমেৰাৰ পিছফালে

    • @CHANNDRIMAA
      @CHANNDRIMAA 6 หลายเดือนก่อน

      @@jayantakalitavlogatoz3648 👀

  • @richagogoi9486
    @richagogoi9486 3 หลายเดือนก่อน

    Eman dhuniya show tu saboloi❤️

  • @jadovmorang3742
    @jadovmorang3742 7 หลายเดือนก่อน +37

    My childhood crush...I love you janmoni baa

  • @pkentertantmant1807
    @pkentertantmant1807 7 หลายเดือนก่อน +4

    Bohut dinr past salu... Bohut val lagil.. ❤❤❤

  • @MinakshiBoruah-n9r
    @MinakshiBoruah-n9r 6 หลายเดือนก่อน +1

    Bahut bhal lagil❤❤❤❤

  • @greetings4104
    @greetings4104 6 หลายเดือนก่อน +1

    Watching Ojaantric / Shyamontika from USA. Loving it.

  • @Sketcher_lovely
    @Sketcher_lovely 2 หลายเดือนก่อน

    One of masterpiece of Assam shyamantika ❤️…bablee borah and pritikangana k matib

  • @er.mahidulhussain9322
    @er.mahidulhussain9322 7 หลายเดือนก่อน +3

    Best episode till date 😍. I really enjoyed lots

  • @rimjimhandique6444
    @rimjimhandique6444 6 หลายเดือนก่อน +1

    Vaal lagil episode tu sai

  • @prabinjyotirajbongshi7506
    @prabinjyotirajbongshi7506 6 หลายเดือนก่อน

    Watching from Dubai, Thank you for inviting Shyamontika ....love you ojantric

  • @user-deva1
    @user-deva1 6 หลายเดือนก่อน +2

    Bohut bhal lagile...❤

  • @runabhuyan88
    @runabhuyan88 7 หลายเดือนก่อน +2

    Val lagile ❤❤ love you Shyamantika baa... Jai Bajrangbali 🙏🙏🙏

  • @nayanmonidas2766
    @nayanmonidas2766 6 หลายเดือนก่อน +5

    Life lessons had turned her smile into a painful one. Eyes were filled with pain. It was like she will cry out in no time.

  • @himashrikalita8797
    @himashrikalita8797 6 หลายเดือนก่อน +2

    Shyaman baa all tym favorite😍

  • @Khirud_dunia
    @Khirud_dunia 6 หลายเดือนก่อน +2

    Shyamon baaa ako teen age girl jen loga hoise ....❤❤❤ hoday dhunia hoi thaka baa

  • @Megharanjan.346
    @Megharanjan.346 6 หลายเดือนก่อน +1

    সছাঁকৈ বহুত বহুত ভাল লাগিল 👌❤️🥰

  • @1nomajusiralawc
    @1nomajusiralawc หลายเดือนก่อน

    শ্যামন্তিকা আপোনাৰ কথা বিলাক বহুত ভাল লাগিল

  • @dbcreation9813
    @dbcreation9813 8 ชั่วโมงที่ผ่านมา

    One of the most beautiful actress

  • @MonujKuli-d2z
    @MonujKuli-d2z 6 หลายเดือนก่อน +2

    Priyo shyamotika ba❤❤❤❤❤❤

  • @karabiray7254
    @karabiray7254 7 หลายเดือนก่อน +3

    Bohut bohut val lage ojaantric sai

  • @ritamonibaruah9339
    @ritamonibaruah9339 6 หลายเดือนก่อน +1

    Kotha dekha gambhirjyo tumer hokolu dhuniya samontika❤❤❤

  • @lyricsvibe2586
    @lyricsvibe2586 6 หลายเดือนก่อน +1

    চাই শুনি বহুত ভাল পালোঁ, কথা বোৰ মইও ফুৰ্তি কৰিলোঁ।

  • @BristiBorahGogoi-i4s
    @BristiBorahGogoi-i4s 7 หลายเดือนก่อน +2

    Bohut besi vl lge ba apunak apuni aru ag bahi jaok ❤

  • @prakash00100
    @prakash00100 5 หลายเดือนก่อน

    মোৰ বহুত প্রিয় অভিনেত্ৰী 'শ্যামলটিকা শৰ্মা' আজি অযান্ত্রিক ত, চাই বহুত ভাল লাগিল❤

  • @lofi_northeast
    @lofi_northeast 6 หลายเดือนก่อน +1

    i love this show.

  • @JagatSaikia-j8z
    @JagatSaikia-j8z 7 หลายเดือนก่อน +9

    Hru hoi thakar porai Sai ahisu janmonik bohut val lage tetyar porai teu atya dhuniya hoi ase moi bisaru hodai dhuniya hoi thakok..kin2 moi he Buhi hoi goisu 🤭

  • @dutta585
    @dutta585 6 หลายเดือนก่อน +2

    Jaanmoni❤eman dhuniya❤bohut besi val lage kotha bur❤

  • @dibyajyotigogoi790
    @dibyajyotigogoi790 6 หลายเดือนก่อน +3

    Mur bhut vall laga shyamontika baa.....

  • @digantaborah8274
    @digantaborah8274 7 หลายเดือนก่อน +11

    Oasis দা নাথাকিলে কিবা আধৰুৱা লাগে, arrenge কেনেকৈ কৰে নাজানো তেওঁক কিন্তু প্ৰতিটো show ত লাগিবই। এই দাবী ন্যায্য দাবী

    • @PorikhitBorah
      @PorikhitBorah 7 หลายเดือนก่อน +3

      O lagiboi oasis daak😢

    • @rimasreebora
      @rimasreebora 7 หลายเดือนก่อน

      Sosake lagiboi..

  • @reethisahandique2407
    @reethisahandique2407 7 หลายเดือนก่อน +4

    Bohut bhal lagil daiii janmoni ba❤❤❤❤

  • @Khynriam
    @Khynriam 6 หลายเดือนก่อน +8

    I used to stay in her house as rent she's such a sweetheart the lovely things is that she use to call me to be her reels stand she's too lovely kindness person zero attitude , if i call her at anytime she'll receive without hesitation n help me overall she's a sweetheart ❤❤❤❤

  • @nabajitbora2294
    @nabajitbora2294 6 หลายเดือนก่อน +2

    you guys are really good..... UD da apuni keala jui(moromr kealea tu dai keala)

  • @assamboydhanjit7585
    @assamboydhanjit7585 6 หลายเดือนก่อน +2

    Shymon ba mor all time favourite hoi ❤❤❤❤ best hoi baa

  • @lsd4889
    @lsd4889 7 หลายเดือนก่อน +4

    Blg lga hoise syamantika baa k ... ud da mza lagise episode 2 chai ..❤❤❤.. love frm sipajhar baa.

  • @pompichutia4027
    @pompichutia4027 7 หลายเดือนก่อน +10

    আজি বহুত বেছি ভাল লাগিল ভিডিঅ'টো চাই ।

  • @mrigenkalita9106
    @mrigenkalita9106 6 หลายเดือนก่อน +1

    বহুত ভাল লাগিল৷ বহুত হাঁহিলো😂😂😂

  • @semimasiddiqua3031
    @semimasiddiqua3031 6 หลายเดือนก่อน +3

    The cheating portion turned out to be very funny and witty.Overall enjoyed the whole episode 😂😂

  • @sofikulislam7533
    @sofikulislam7533 6 หลายเดือนก่อน +1

    Bohut val lagil

  • @ankursonowal1866
    @ankursonowal1866 6 หลายเดือนก่อน +2

    Jaanmoni joni amar khub moromor❤

  • @jonalikalitavlogs6244
    @jonalikalitavlogs6244 6 หลายเดือนก่อน +1

    Vle thkk hodai apuni❤️❤️ priyojni🥰

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 5 หลายเดือนก่อน

    Moza lagil sai bindas❤❤❤❤

  • @nijorapatangia7797
    @nijorapatangia7797 2 หลายเดือนก่อน

    বহুত ভাল লাগিল চাই 💐💞

  • @jamesonmushahary80
    @jamesonmushahary80 6 หลายเดือนก่อน

    Expression reveals pain in heart ....

  • @sapiorrahman3765
    @sapiorrahman3765 5 หลายเดือนก่อน +2

    Very nice shyamontika baa ❤😂😂🎉🎉😢😢😢😮😅😅😊

  • @manjumechpathakofficial222
    @manjumechpathakofficial222 7 หลายเดือนก่อน +5

    ভাল লাগিল ।আগলৈ আৰু সুন্দৰ সুন্দৰ অনুষ্ঠান চাবলৈ পাম বুলি আশা কৰিলোঁ

  • @nainaahmed8131
    @nainaahmed8131 5 หลายเดือนก่อน

    Iman je bhal lage tumak jaanmoni tumar hahi tumar khothor style iman dhunia tumi past ari ani time enjoyed life 😅jeed thoka bhal (positive)

  • @ankuran8534
    @ankuran8534 6 หลายเดือนก่อน +1

    Lots of love UD da. Ankur here now from Bangalore 😅
    Keep working hard 💪