'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক লক্ষী চন্দ্র

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Jintu Kumar, Shyamal Gogoi
    Make-Up - Binita Das
    all rights reserved © Jaatra

ความคิดเห็น • 218

  • @aichengfaboruah
    @aichengfaboruah  6 หลายเดือนก่อน +30

    নমস্কাৰ, আপোনাসৱক জনাবলৈ পাই দুঃখিত যে, এই খণ্ডটিৰ আৰম্ভণিতেই আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী লক্ষী চন্দ্রই মহান শিল্পী শ্ৰদ্ধাৰ মহম্মদ ৰফি দেৱে গোৱা জনপ্ৰিয় অসমীয়া গীত 'কোনে জানে তোমাৰ সপোন' শীৰ্ষক গীতটি গাইছিল, কিন্তু TH-cam ত Upload কৰাৰ পিছত TH-cam ৰ Copyright Issue ৰ বাবে গীতটিৰ কিছু অংশ অনিচ্ছাসত্বেওTrim কৰিব লগা হ'ল...! তাৰবাবে আমি অতিকৈ দুঃখিত! আশা কৰোঁ আমাৰ সম্পূর্ণ ভিডিঅ'টি চাই ভালপাব আৰু লগতে আপোনালোকৰ মতামতবোৰ জনাব... মৰম দিব বুলি আশাৰে বাট চাই ৰ'লো🙏♥️

  • @rupomchetia9459
    @rupomchetia9459 4 หลายเดือนก่อน +9

    ❤ আমাৰ মাহমৰাৰ গৌৰৱ ❤ Lakhi chandan da 🔥

  • @debahandique8522
    @debahandique8522 5 หลายเดือนก่อน +9

    কিছুমান প্ৰতিভাৰ কথা মনত থাকি যায়, লক্ষ্মীচন্দ্ৰ মোৰ বাবে তেনেকুৱা । ২০০৫/৬ মানৰ কথা মই সৰু , মই আৰু মোৰ ভাইটিয়ে তেতিয়া তবলা শিকিছিলোঁ আৰু তবলা ,গান এইবিলাকৰ practical exam লগতে হৈছিল মাহমৰাৰ ভৰালী পুখুৰী নামৰ ঠাইত। মোৰ practicalor turn অহা নাছিল মইও সৰু আছিলোঁ কোনে কি গান গাইছে শুনি আছিলোঁ, তেতিয়া এটি সৰু লৰাই ইমান ধুনীয়াকৈ গান গাইছিল মোৰ তাৰ চেহেৰাটো আৰু নামটো মনত থাকি গ'ল আৰু পাছত সোণাৰি কলেজত সি গান গাইছিল আৰু মই তবলা,ঢোল, ডুলক এইবোৰ বজাই তাৰ গানত সংগত কৰিছিলোঁ। কলেজত ১ বছৰ পঢ়াৰ পাছত মই ভাৰতীয় বায়ু সেনাত নিযুক্তি পালোঁ আৰু সি নিজৰ লক্ষ্যত উপনীত হবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। এতিয়া সি এজন প্ৰতিষ্ঠিত সংগীত শিল্পী, মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল তালৈ আৰু আইছেংফা বাৰ অনুষ্ঠানটিলৈ। Love from Kashmir

  • @RomanTamuli-zc6nf
    @RomanTamuli-zc6nf 5 หลายเดือนก่อน +8

    আইচেংফা বা'আপোনি সচাঁকৈ আমি ভালপোৱা ব্যক্তি সকলক আনি সকলোৰে আগত চিনাকি কৰি দিয়াৰ বাবে চৰাইদেউ সোণাৰীৰ পৰা ধন্যবাদ যনালো!মই আপোনাৰ অনুষ্ঠানৰ এজন নিয়মীয়া দৰ্শক।ভাল লাগে আগোৱাই যাওঁক আপোনাৰ 'যাত্ৰা'ৰ এই অনুষ্ঠান!আৰু আপোনি মোৰ প্ৰিয় কথন শৈলি ভাল লাগে আপোনাৰ!I love you হিয়া ভৰা মৰম যনালো!

  • @jayantaborgohain7642
    @jayantaborgohain7642 5 หลายเดือนก่อน +17

    লক্ষীচন্দ্ৰ আমাৰ গাঁৱৰ তথা মোৰ মৰমৰ ভাইটি । আপোনালোকৰ যাত্ৰাৰ জৰিয়তে লক্ষীক দিয়া মৰমৰ বাবে অশেষ ধন্যবাদ ।

    • @bagadhartaid2389
      @bagadhartaid2389 4 หลายเดือนก่อน

      আপোনাৰ ঘৰ পিছে কত হৈ? জনালে সুখি অনুভব হব মোৰ please?

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 4 หลายเดือนก่อน +3

    লক্ষী তোমাৰ অনুষ্ঠানটি চাই ভাল পালো।লগতে আইছেংফাৰ সাক্ষাৎ ভাল হৈছে। মাৰ্জিত হৈছে।

  • @yugaljyotiborah1867
    @yugaljyotiborah1867 6 หลายเดือนก่อน +7

    লক্ষীৰ গায়কী খুব সুন্দৰ৷ আইচেংফাৰ ধুনীয়া ছোৱালীজনীৰ মাজত থকা ধুনীয়া মনটো, ধুনীয়া কথনশৈলী, বিষয়বস্তুৰ অগতানুগতি উপস্থাপন আৰু গভীৰ জ্ঞানে আমাক ’যাত্ৰা’ৰ প্ৰতি অনুৰাগ বঢ়াই তুলিছে৷নিজেও উপভোগ কৰোঁ, আনকো উপভোগ কৰিবলৈ উদগণি যোগাওঁ৷ সফলতাৰে আৰু আগবাঢ়ি যাওঁক!

  • @rajmoran8235
    @rajmoran8235 6 หลายเดือนก่อน +17

    Fast comment❤❤
    Lakhi Chandra dar tuke jumi jumi Sau moina......... song tu kune kune hunisa like kora

  • @manishadeka6600
    @manishadeka6600 5 หลายเดือนก่อน +4

    লক্ষী চন্দ্ৰৰ গান শুনো।বৰ আবেদন আছে তেখেতৰ কণ্ঠত।এটা কথা কও বা,লক্ষী চন্দ্ৰই "সঁ‌চাকৈ" গায় থাকোতে আপোনাৰ ফালেই ৰ লাগি চাই থাকিলো😍।ইমান ধুনীয়াকৈ হাঁ‌হিটি মাৰি নাচি নাচি গায় আছে আপুনি❤❤❤ভাল লাগিছে গোটেই episode টো।

  • @TheAhomDinesty
    @TheAhomDinesty 6 หลายเดือนก่อน +3

    লক্ষী চন্দ্ৰ ৰ কণ্ঠত সুকীয়া এটা মাদকতা আছে। অনুষ্ঠান টো উপভোগ কৰি কোনোবা পৃথিৱীৰ মাজত বিলীন হৈ গৈছিলো।❤❤❤ Amazing unbelievable, Bless you . বিশেষকৈ মোৰ প্ৰিয় শিল্পী জয়ন্ত হাজৰিকা দেৱৰ মায়াময় আৰু লক্ষী চন্দ্ৰ ৰ এই অনুষ্ঠানৰ শেষৰ গীতটি,, আ: কি মধুৰ। আকৌ ❤❤❤❤

  • @bagadhartaid2389
    @bagadhartaid2389 4 หลายเดือนก่อน +1

    Lakhi chandra দাদা ৰ অনুষ্ঠান আমাৰ লখিমপুৰ, ঘিলামৰা ত চালোঁ, বহুত ভাল আছিল,❤❤❤❤love from lakhimpur ghunasuti

  • @Mamonigogoi-l6c
    @Mamonigogoi-l6c 6 หลายเดือนก่อน +9

    আশীৰ্বাদ আছে লক্ষী চন্দ্ৰলৈ পুৰনি গীতবোৰ জিপাল কৰি ৰাখা ৷তোমাৰ প্ৰতিভা ম্লান হবলৈ নিদিবা আগুৱাই যোৱা ৷ তোমালোকৰ মাহমৰালৈ মোৰ ভতিজী বিয়া হৈছে ১বছৰ হোৱা নাই ৷ তোমাৰ কথা কয়ে থাকে ৷ মই লকদাউনৰ পৰাই চিনি পাও ভিদিঅ বোৰ চাওঁ তোমাৰ ৷ডিব্ৰুগড়ৰ পৰা কৈছো দেই ৷❤❤

  • @parishmitagogoi4273
    @parishmitagogoi4273 5 หลายเดือนก่อน +4

    Lokhi Dak mati anar babe bak bohut bohut dhoinobad....aaguyai juya dada adin hofol hobai.....❤❤

  • @RashmiPhukon-w3x
    @RashmiPhukon-w3x 5 หลายเดือนก่อน +2

    Ba., tumar" Jatra " Sai khub val lage. Lakhi amar ghar'r usorore. Derikoi holeu episode2 Sai bohut.... Val lagil.

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 6 หลายเดือนก่อน +4

    খুব ভাল লাগিল অনুষ্ঠানটি ,লক্ষী দাৰ গীত বিলাক খুবেই প্রিয় ❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 5 หลายเดือนก่อน +1

    ভাল লাগিল ভিডিঅ'টো চাই। ল'ৰা জনৰ কথাবোৰ গীত বোৰৰ দৰে শান্ত সমাহিত যেন লাগিল। খুব ভাল লাগিল আৰু আগুৱাই যাওক, শুভেচ্ছা জনালোঁ। আইচেংফাৰ কথা কোৱাৰ সুৰ টো খুব ভাল লাগে ❤❤❤❤

  • @ranjugogoi4117
    @ranjugogoi4117 6 หลายเดือนก่อน +3

    Bohut bhal lagil ,lokhi aguai jua

  • @rituscreation5477
    @rituscreation5477 6 หลายเดือนก่อน +2

    Proud of you.....lakhi....aguwai juwa....

  • @RohitR12474
    @RohitR12474 6 หลายเดือนก่อน +2

    ভাল লাগিল। অতিথি আমাৰ একেবাৰে কাষৰে। দেখা পাই ভাল লাগিল। আইছেংফা বা লৈ অফুৰন্ত মৰম আৰু শুভ কামনা।🎉

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 6 หลายเดือนก่อน +2

    আইছেংফা বা আপোনাৰ অনুষ্ঠানবোৰ চাই সঁচাই বৰ ভাল লাগে দেই বিশেষকৈ আপোনাৰ কথাকোৱাৰ ধৰণ টো ইমান মৰম লগা এই অনুষ্ঠানটো যেন আপুনি আগলৈও এনেদৰেই ৰাখে দেই তাকে কামনা কৰিছোঁ।

  • @mridupabongogoi6432
    @mridupabongogoi6432 5 หลายเดือนก่อน +2

    আপোনাৰ অনুষ্ঠান বহুত ভাল লাগে।কথনশৈলীৰ ইমান ধুনীয়া।

  • @ChandanDas-qv7is
    @ChandanDas-qv7is 4 หลายเดือนก่อน +1

    This episode is next level ❤lakhi da gaan🔥

  • @kanakbarman7531
    @kanakbarman7531 5 หลายเดือนก่อน +1

    Mur val loga ati singer lakhi daa😊❤ apunar gan xuni bohut val lagee.. apunar ganee mon suii jaii😊😊

  • @krishnagharphalia9086
    @krishnagharphalia9086 5 หลายเดือนก่อน +1

    Lov from Dhemaji.....

  • @DiLseGodLike-d2r
    @DiLseGodLike-d2r หลายเดือนก่อน

    Supporting LAKHI da since 2019 ( Love from Borhat) ❤ Adin Akeloge gaam 😀

  • @Dhiraj_Ray
    @Dhiraj_Ray 5 หลายเดือนก่อน +2

    আপোনাৰ Podcast চাই বহুত ভাল লাগে বা ❤❤❤

  • @GBNAssam
    @GBNAssam 6 หลายเดือนก่อน +3

    My favourite 🤗🤗💛

  • @biturajsinger2421
    @biturajsinger2421 6 หลายเดือนก่อน +2

    অনুষ্ঠান টো বহুত ভাল লাগিল। লগতে আপোনাৰ anchoring বহুত ভাল লাগে।

  • @Ayandeepmusical
    @Ayandeepmusical 5 หลายเดือนก่อน +3

    আচুৰ্য দা next episode

  • @rashmirekhasonowal7783
    @rashmirekhasonowal7783 4 หลายเดือนก่อน +1

    Amr Lakhi chandra dada ❤

  • @pallobphukon3603
    @pallobphukon3603 6 หลายเดือนก่อน +2

    লক্ষীচন্দ্ৰ তোমাৰ গান শুনি বহুত ভাল পাওঁ । তোমাৰ পুৰণি বিহুবোৰ শুনিলে শুনিয়ে থাকিব মন যায় আৰু নতুন নতুন বিহু শুনিবলৈ ইচ্ছা আছে।

  • @dipankarchutia6655
    @dipankarchutia6655 5 หลายเดือนก่อน +1

    খুব প্ৰিয় গায়ক লক্ষী চন্দ্ৰ ককাই কিন্ত গিটাৰ খন নোলোৱাকৈ যোজনা টো গোৱা হ'লে বেছি ভাল লাগিলে হেঁ‌তেন । সেইদিনা মৌচম দা ক দেখিলো গিটাৰ নেলাগে বুলি হে ক'লে । খুব ভাল লাগিল মৌচম দা ক । গায়ক হ'লে মৌচম দা হঁ‌তৰ নিচিনা হ'ব লাগে । "অতিকৈ চেনেহৰ" যোজনা টোত যেতিয়া গিটাৰ খন বজাই দিলে মই পাগল হৈ গ'লো ।

  • @purabikalita4864
    @purabikalita4864 5 หลายเดือนก่อน +1

    Dadar gaan xuni mor bahut val lage aru agowai jowa akha thakil ❤ ami jate tomar falor pora dhuniya dhuniya gaan xunib pam boli akha thakil ❤

  • @tanayadutta7405
    @tanayadutta7405 5 หลายเดือนก่อน +3

    His voiceee😍

  • @niharikadeka1077
    @niharikadeka1077 6 หลายเดือนก่อน +3

    Eman je vl lage mat ru gan bur lakhi dar..olopu vem nai eman je hohoj horol vl lage..gourob koru charaideu jilar buliu❤

  • @bhaskarmicha2135
    @bhaskarmicha2135 6 หลายเดือนก่อน +2

    Emn xundar❤

  • @saratgogoi1703
    @saratgogoi1703 6 หลายเดือนก่อน +3

    Mjaaaah Lakhi bondhuu ..baa ❤❤❤ Amar Lakhi bondhuk hubidhakon diya krone

  • @chandranath6182
    @chandranath6182 5 หลายเดือนก่อน +1

    Lokhik bhut dinor pora sine paw kintu atia khi bhut vl gai khasake bhut vl lagil aji apisode tu emn dhuniya gaise mon vl lagi gol love you baa nd lokhi

  • @Story_creators.
    @Story_creators. 5 หลายเดือนก่อน +3

    Lakhi da love from charaideo sonari ❤❤❤

  • @jibongogoi6940
    @jibongogoi6940 3 หลายเดือนก่อน

    সুন্দৰ l

  • @wizsonowal1048
    @wizsonowal1048 6 หลายเดือนก่อน +2

    Ren mo khub ata dhuniya onusthan ♥️lakhi da big frnd khub vl paw thketor gaan huni

  • @Ayandeepmusical
    @Ayandeepmusical 5 หลายเดือนก่อน +1

    আচুৰ্য দা

  • @plabanportrait759
    @plabanportrait759 6 หลายเดือนก่อน +3

    Lakhi da aguwai juwa

  • @assamese243
    @assamese243 6 หลายเดือนก่อน +2

    love uhhh lakhi da💝

  • @nibirtanaymusical5865
    @nibirtanaymusical5865 6 หลายเดือนก่อน +2

    মই office ৰ পৰা ঘৰলৈ গৈ থকা সময়চোৱাতে গোটেই অনুষ্ঠানটি চালো।কাৰণ লক্ষী চন্দ্ৰ মোৰ খুবেই প্ৰিয় আৰু প্ৰতিটো গীতেই মোৰ মন জয় কৰিছে।লক্ষী চন্দ্ৰ এজন গায়ক হোৱা বাবে বহুত বহুত ধন্যবাদ।ভগৱানে লক্ষীক সদায়েই ভালে ৰাখক।কবলৈ বহুতেই আছেই কৈ শেষ কৰিব নোৱাৰি। বা মই আপোনাৰ প্ৰতিটো অনুষ্ঠানেই চাও।ভাল পাও আপোনাৰ অনুষ্ঠান চাই।

  • @niharikastory1481
    @niharikastory1481 6 หลายเดือนก่อน +2

    আগুৱাই যোৱা লক্ষী । কলেজীয়া দিন কেইটা মনত পৰি গৈছে।

  • @ankitakonwar_36
    @ankitakonwar_36 5 หลายเดือนก่อน +2

    Love from mahmora❤

  • @himakshigogoi3729
    @himakshigogoi3729 6 หลายเดือนก่อน +2

    Uff ki dhunia lakhi da atupi 2tupi❤

  • @Mayur663
    @Mayur663 6 หลายเดือนก่อน +2

    Love from dubai

  • @kanakbarman7531
    @kanakbarman7531 5 หลายเดือนก่อน +2

    Dada apunar gan khuni val lage😊😊😊😊

  • @lilaofficialmusicyoutube90
    @lilaofficialmusicyoutube90 5 หลายเดือนก่อน +2

    Moja ❤

  • @susmitadoimari8832
    @susmitadoimari8832 4 หลายเดือนก่อน

    Bht vl loga singer jon❤️ aru voice hunil a j montu blg kiba lagi Jai bht lgy

  • @rajeshbailung
    @rajeshbailung 5 หลายเดือนก่อน +2

    Love from sadiya.

  • @akashnayanmusical251
    @akashnayanmusical251 6 หลายเดือนก่อน +3

    Favourite lakhi da ❤🎉

  • @tilokborgohain2041
    @tilokborgohain2041 6 หลายเดือนก่อน +2

    খুব সুন্দৰ ❤❤

  • @samujjalgogoi2538
    @samujjalgogoi2538 5 หลายเดือนก่อน +2

    একে একে দুই
    লক্ষীদা তুমি 🔥🔥🔥

  • @itsmithu4949
    @itsmithu4949 4 หลายเดือนก่อน +1

    Yee Ba apunar premot a porigolu pai

  • @Hiraknath-u6u
    @Hiraknath-u6u 5 หลายเดือนก่อน +3

    Next episode tanmoy da❤❤❤❤ please

  • @BikashGogoi-j2g
    @BikashGogoi-j2g 6 หลายเดือนก่อน +2

    Dhuniya 😍👍❤

  • @pinkumonigogoi465
    @pinkumonigogoi465 5 หลายเดือนก่อน +2

    দাদা জন Bishrampur high school পঢ়া ধুনীয়া গান গাই৷school যি কোনো অনুষ্ঠান গীত পৰিৱেশন কৰে৷

  • @rohiniborgohain7654
    @rohiniborgohain7654 6 หลายเดือนก่อน +1

    অতি সুন্দৰ অনুস্থান

  • @dixitgogoi4976
    @dixitgogoi4976 5 หลายเดือนก่อน +1

    Awesome 👌...

  • @lolitdimpolofficial5870
    @lolitdimpolofficial5870 5 หลายเดือนก่อน +2

    Big fan bro👍

  • @KalpaJyotiShyam-jk7vg
    @KalpaJyotiShyam-jk7vg 5 หลายเดือนก่อน +2

    তিতাবৰৰ সুযোগ্য সন্তান বিশ্ৰুত শইকীয়া মাতিব❤।

  • @JintuBorah-eu8cy
    @JintuBorah-eu8cy 6 หลายเดือนก่อน +1

    বহুত ভাল লাগিল

  • @diibakar
    @diibakar 4 หลายเดือนก่อน +1

    নীল দা'ক লাগে 🙏🙏🙏

  • @souravgogoi322
    @souravgogoi322 5 หลายเดือนก่อน +2

    Lakhi da ❤

  • @TroilukyaNath
    @TroilukyaNath 5 หลายเดือนก่อน +2

    Neel da❤❤

  • @himadreeborah3916
    @himadreeborah3916 2 หลายเดือนก่อน

    Voice tu khub dhuniyakoi feel kribo pari tumr❤
    Aaguwai jua 😊

  • @Jonak624
    @Jonak624 6 หลายเดือนก่อน +2

    পুৰণিক সন্মান জনোৱা নৱ প্ৰজন্মৰ এজন প্ৰতিভাৱান গায়ক লক্ষীচন্দ্ৰ।

  • @rupjyotidutta5720
    @rupjyotidutta5720 5 หลายเดือนก่อน +1

    ❤️❤️❤️

  • @bikidas59
    @bikidas59 5 หลายเดือนก่อน +2

    Big fan ❤

  • @PuhorCreation3049
    @PuhorCreation3049 4 หลายเดือนก่อน +1

    Aichengfa ba Papon Dak matibo sun 🙏🥲🙏 Please ba

  • @bhodrapegu7027
    @bhodrapegu7027 6 หลายเดือนก่อน +1

    My favourite lakhi daa❤😊

  • @prashantaburagohain2266
    @prashantaburagohain2266 6 หลายเดือนก่อน +1

    বাই গৰাকীক খুব ভাল লাগে আৰু লক্ষ্মী ভাইটি ক এদিন বহুতে চিনি পাব ❤❤

  • @jhararika8377
    @jhararika8377 6 หลายเดือนก่อน +3

    Moja💓💓💓

  • @karinataid8708
    @karinataid8708 5 หลายเดือนก่อน +1

    বহুত বেছি ভাল লাগিল।❤

  • @jitikadas9400
    @jitikadas9400 5 หลายเดือนก่อน +1

    Bohut bhal lagil de

  • @Das_Academy_
    @Das_Academy_ 6 หลายเดือนก่อน +2

    Mojja❤❤❤

  • @koustovvbaruahh11
    @koustovvbaruahh11 5 หลายเดือนก่อน +3

    Invite ACHURJYA BORPATRO ❤

  • @priyankabaruah1481
    @priyankabaruah1481 6 หลายเดือนก่อน +1

    বহুত ভাল লাগে লক্ষী দাদাক ❤❤❤

  • @aadivlogs4679
    @aadivlogs4679 6 หลายเดือนก่อน +1

    Xundar🙏

  • @mridulagogoi8277
    @mridulagogoi8277 5 หลายเดือนก่อน +1

    Love from chabua

  • @jooyoun7855
    @jooyoun7855 6 หลายเดือนก่อน +1

    Borhiya...aaguwai juwa,edin jun tu paba

  • @MontuBorah-l4n
    @MontuBorah-l4n 5 หลายเดือนก่อน +1

    Khub tang❤

  • @amordaw3728
    @amordaw3728 6 หลายเดือนก่อน +17

    Next episode.. Neel akash..❤

    • @rmbproduction1926
      @rmbproduction1926 3 หลายเดือนก่อน +1

      Lakhi da neel akash petlat k kunu gun a kom nhoi

  • @pinkiphukon5267
    @pinkiphukon5267 6 หลายเดือนก่อน +1

    Khub val lagil

  • @JaanSonowal-c9i
    @JaanSonowal-c9i 6 หลายเดือนก่อน +1

    নৱপ্ৰজন্মৰ এজন খুৱেই ভাল লগা শিল্পী❤️

  • @zugomili
    @zugomili 6 หลายเดือนก่อน +1

    আইছেংফা তোমাক কিন্তুু বহুত ধূনীয়া লাগিছে ❤️

  • @susmitadoimari8832
    @susmitadoimari8832 4 หลายเดือนก่อน

    Hosa tmr gan hidoi sui jai🥰

  • @BIPULGOGOI
    @BIPULGOGOI 6 หลายเดือนก่อน +2

    Congratulations🎉🎉🎉❤❤

  • @simantagogoiart6715
    @simantagogoiart6715 6 หลายเดือนก่อน +1

    Bohut bhal lgil❤

  • @RiturajSonowal-vs1ii
    @RiturajSonowal-vs1ii 6 หลายเดือนก่อน +1

    Aisengfa ba ki kom apunak kobola bhkha ny lokhidak ja apuni matila Mur ja all time favourite lokhida❤❤❤ bhut bohut morom aru khitbad korisu apunk apunar ai anusthantu agbarhi jauk

  • @santanurajmusical3743
    @santanurajmusical3743 5 หลายเดือนก่อน +1

    Nice

  • @NilaraniDutta
    @NilaraniDutta 6 หลายเดือนก่อน +1

    Love from duliajan

  • @HimantaBorah-u7v
    @HimantaBorah-u7v 6 หลายเดือนก่อน +1

    Aio baa❤ lakhi Chandra voice hunile huni thkbo mn ji imn gohin

  • @lambodarsonowal2334
    @lambodarsonowal2334 6 หลายเดือนก่อน +1

    আইচেংফা বা program বোৰ ছাই খোব ভাল লাগে৷ আপোনাৰ উপস্থাপনত ক্‌তিমতা নাই সেই কাৰনে খোব ভাল লাগে৷

  • @rupammohan2791
    @rupammohan2791 6 หลายเดือนก่อน +3

    Mojaa lakhi

  • @nathdaa_2.04
    @nathdaa_2.04 5 หลายเดือนก่อน +1

    Love from Mangaldai❤

  • @RashmiRekhaBorbora
    @RashmiRekhaBorbora 6 หลายเดือนก่อน +1

    Tumar mat tu bohut dhunia...by the way the episode is rock.