"অ' মৰম দুটি মন... "ভাইৰেল কন্ঠৰ আঁৰৰ ল'ৰাজন...
ฝัง
- เผยแพร่เมื่อ 15 ก.ย. 2024
- কন্ঠশিল্পী লক্ষীচন্দ্ৰৰ মনপৰশা কন্ঠৰে জীপাল হ'ল বাৰ্তালাপ...
বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিয়া লক্ষীচন্দ্ৰৰ বহু মনৰ কথা...
সোণাৰিৰ এখন সৰু গাঁৱৰ পৰা সংগীত জগতলৈ যাত্ৰাৰ বহু কাহিনী...
............................................................................................
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
🥰🥰🤗🤗😘
Mr bohut vl loga singer ❤️ voice hunil a mon vl lgi jai
❤❤❤
Dada love you
Mja lakhi da
Dhuniya.Bharati.
Nice 👍
জুবিন দা পাছত তুমি মোৰ favourite
Bidda koisu moi o vabi thaku Lakhi kotha❤ With his own voice ❤❤
Mr bohut vl loga ❤❤❤❤❤
বহুত ভাল লাগিল বাৰ্তালাপ ৰ শ্ৰেণীকোঠাত। আমন্ত্ৰন জনোৱাৰ বাবে ধন্যবাদ বাৰ্তালাপ ৰ পৰিয়ালক।
আশীৰ্বাদ কৰিব সকলোৱে আগুৱাই যাবলৈ 🙏🙏🙏🙏
Vl lage apunar voice ❤
Apunar voicet bihu❤️
khub hundar kokai moza lagi sai anushthan vag sai tumar
Apuni jetiya bihu gai gai video dcl.... Tetiyar para priyo apuni❤️
উফঃ ককাইদেউ আপোনাৰ কণ্ঠ❤️ অনুষ্ঠানটো স্কীপ নকৰাকৈ চাবলৈ বাধ্য হ’লোঁ
Achujya da man ❤
লক্ষী মোৰ কলেজৰ সহপাঠী আছিল । বাৰ্তালাপত দেখা পাই ভাল লাগিল । আগুৱাই যোৱা তুমি ।
অভিমানী তুমি
প্ৰিয় মানুহ জন গীত যিমান ভাল লাগে মানুহ জনকো সিমান ভাল লাগে বহুত বহুত শুভেচ্ছা এনেদৰেই অসমৰ ৰাইজক সুন্দৰ সুন্দৰ গীত সমূহ উপহাৰ দি থাকক....
সোণাৰি মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে আমিও গৌৰৱান্বিত লক্ষী দা💜💜✨
❤️❤️❤️ proti dinei hunu tumar gan.ow morom duti mon duyure ow morom hukhi hoi robone
ছোৱালী কেইজনী লক্ষী দাৰ প্ৰেমত পৰিল দেই কি চাওনি 🥰❣️
Right 🤣🤣👌🏼
ওমলি
Ruman singer
Mor ataitkoy val laga singer
Seriously apuni Sonarir hoi moiu sonarit ai thaku
মজ্জা লাগিল ,, লক্ষী দাৰ কণ্ঠ বহুত ভাল লাগে আৰু শুনি থাকিলে শুনি থাকিব মন যায় ,, শিৱসাগৰ গেলেকীৰ পৰা মৰম যাছিলোঁ ❤️🤗,,,
লক্ষী দাৰ voice টোৰ কথা কি কম বা!!🔥🔥❤️❤️🙏
👌👌👌👌👍
2
সোণাৰিৰ চাওমুং শ্যামক আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ । Boroniya, Bilat আদি গীতত কন্ঠ নিগৰোৱা Chowmung Shyam ক মাতিবলৈ অনুৰোধ জনালোঁ । তেখেতৰ গীতবোৰ তৰুণ তন্ময় ককাইদেউৱে সজাই । এবাৰ মাতিবচোন ।
সুন্দৰ অনুষ্ঠান,সুন্দৰ কণ্ঠ দাদাজনৰ।আমাৰ ধেমাজিৰ নাচনী মুনুকন বাক দেখি আৰু বেছি ভাল লাগিল।
❣️❣️❣️❣️অ মইনা শব্দটো😔হৃদয়ৰ খুন্দা মাৰি দিয়ে
আগুৱাই যোৱা ।তুমি আৰু কৈলাস দা আমাৰ অঞ্চলৰ গৌৰৱ লক্ষী ।শুভকামনা সদায় থাকিব আমাৰ ।
নম্ৰতাৰ প্ৰেম হৈ গৈছেগে চাগে।। ❤️
Bia patibole he mon sage 🤣🤣
Voice tu xosa... Akdm
অযান্তিকত কিমান বিছাৰিলো লক্ষীচন্দ্ৰন দাক
তেওঁলোকে নানিলে।ৰ্বাতালপলৈ বহু মৰম জনালোঁ।ভালপোৱা মানুহ জনক অনাৰ বাবে। আকৌ ধেমাজি নাচনী মৰিধল কলেজৰ ছাত্ৰী মনুকনক দেখি আৰু ভাল লাগিল।
Moi u koi koi amoni palu
namratar saonitut kiba prem prem lagise
মই গোৱালপাৰাৰ পৰা চাই থাকো বাৰ্তালাপ অনুষ্ঠান
Tonmoi soikiya aniba buli kamona hakil
বহুত ধুনীয়া৷আমি গৌৰৱ কৰোঁ সোণাৰিবাসীয়ে৷
I love to listen your songs Lakhi Da 😍
Love form Nagaon 💖
Love from Lakhimpur 🥰❣️😘 mojja lagise Lakhi da
bhut val lagil .bahit dhuniya kantha.
asirbad thakil ..
Val lagile saii...lakhichandra da r gaan huni bohut val lage.....love from charaideo kakotibari
Toi bukur apun my favourite song❣️🥰
Joon dai gaan 2 bohut kom poisa t kri disile
Amar Tai Ahom r Lora hoi, proud of you bro❤❤❤❤❤
Bohut val lagil huni kontho bohut dhuniya
বাৰ্তালাপ চেনেললৈ অভিনন্দন জনালোঁ দেই ভাল লাগিল
Interview লোৱা ছোৱালীজনী প্ৰেমত পৰিছে দেই লৰাতোৰ কি চাওঁনি ৱাওওও
🤣🤣🤣🤣🤣🤣👍🏼👍🏼
বা: DY Bihurani ৰ চূড়ান্ত প্ৰতিযোগী মুনুকুন গগৈক দেখা পালোঁ
Lakhiতোমালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।
ঈশ্ৱৰে সহায় কৰিব।
বন্ধু।।।। অতি সুন্দৰ।।
অন্তৰ ত চুই গৈছে।।।👍👍👍👍
Dada tmi emn cute..ru voice to ufff kob a nalge ....ru Val hok dada tmr
ভাল লাগিল। লক্ষ্মী আপুনি বহুত মৰম লগা হয়❤️। লক্ষ্মী আপোনাক কথা এটা কওঁ বেয়া নাপাব, পাৰিলে আপুনি আপোনাৰ নামৰ ছদ্মনাম এটা লব। যদিহে অসুবিধা নহয়। আপোনাক বহুত ভাল লাগিব। বাকী শুভেচ্ছা থাকিল।
কবিতাক মই দূৰ্বলতা বুলি ভাবো , তথাপিতু কবিতা লিখোঁ , কাৰণ তোমাক পাহৰিম পাহৰিম বুলিও , পাহৰিব পৰা নাই । মোৰ বাবে কবিতা হল তোমাৰ গাওঁ খনি আৰু তাৰ পৰিবেশে হল মোৰ দুৰ্ব্বলতা ,।।
1st video saisu aru 1st comment korisu ❤️ val lagil sai
Love from Tinsukia ❤️
His voice is so sweet ❤️🥰
Lakhi daar kontho khubei priyo...Sonari clgt pohar pora dadar gaan huni ahisu amr clgr best singer asil dada...bht val lagil aji bartalapt dekhi❤️❤️❤️bht morom jasilu lakhi daa loi💗💗
ইমান ভাল লাগিল অনুষ্ঠান টো
Sivasagar pora morom dilu dai...bht bht
Bht besi vl lgl lakhi dak ana babe🥰🥰🥰thnq uu 'Bartalaap'
Love from sonari mahmora ❤🥀 .. Lokhi da🔥 .
নম্ৰটা প্ৰিয়মৰ ডিম্পল পৰা হাহিটোৰ সৈতে অনুষ্ঠানটোৰ চাই খুব ভালকৈ উপভোগ কৰিলো কামৰ মাজতো সময় উলিয়াই দেৰিকৈও হ'লেও চাই আনন্দ লাভ কৰিছোঁ, অনুষ্ঠানটি সুন্দৰকৈ আত ধৰিলা নম্ৰটা তুমি
Namratai emn dhuniakoi.....halhyatkar loise.....bor vl lgise.....ru tmr smile tu bor dhunia.....hodai enkoi hahi...thaka...ru aguai jua.....
Bohut bohut xundor , Namrata , lakhi moiu Shivsagar or dei
লক্ষীৰ সাক্ষাৎকাৰ চাই বৰ ভাল লাগিল 👍
বহুত ভাল লাগিছে দাদা,,,❤️
আগুৱাই যাওঁক।
আপোনাক আজি first দেখিলোঁ বহুত ভাল লাগিল দাদা আৰু আগুৱাই যাওক 😍 🙏🙏
Bohut val lagil sai
Bhaskor দাদাক লাগে
Moi apunar gaan xuna nasilu aji xuni mor apuni all time favrute hola dada i love voice realy
Kotha kuar khoili uff ❤️imn nmro kotha bur janu khuniyei thkim.. Gan tu kbo a nlge.. Vle thkok khdai bohut mrom jasisu❤️
লক্ষীদাৰ কন্ঠত জানমণি সাথৰ এটি সোধোনে গীতটি শুনি বৰ ভাল লাগে।
এজন প্ৰিয় কণ্ঠ শিল্পী ❣️আপোনাৰ কণ্ঠত বিহু শুনি বেছি ভাল পাওঁ আৰু লগত ঢুলীয়া ককাই (দ্বীপ) থাকিলে ক'বই নালাগে আও🥰☺
Bohut bohut vhal lagise
Ufhhhh Huni Hepah Naypolo O.Ki Mitha Voice😘
Love from Sonari ❤️
Love from morigaon ❤️❤️❤️
বহুত ভাল লাগিল
Hodai vl lge lakhi da gaan bur 😊
moza moza mur prio udiaman kontho hilpi lakhi chandra vaiti
বহুত সুন্দৰ কন্ঠ 👌👌
uff 🔥 his voice so amazing 😍
Hi Namrota baartalap aru aguai niya👍
Bishrampur high school সুন্দৰ গান গোৱা দাদা জন৷
Aamar lora hit❣️...logor hisape .tak koi bhttt gourob koru..aaru aagbarhi juwa o pitikon❣️💖
Lokhi da 2mi jui🥰🥰
সঁচাই কি সুন্দৰ কণ্ঠ।
Vall lagil dadak dekha pai 💞love from Charaideo Sonari
অতি সুন্দৰ
Love you lakhi sandro dada
বাদ বাকী বাদ দিয়ক , মাঘৰ বিহু প্রগেম সোণাৰিৰ বালিজান গ্ৰাণ্ট নামৰ গাওঁ খনত লক্ষীচন্দ্র মেইন। প্রতি বছৰে তেওঁ উপস্থিত থাকে। বালিজান , মাঘ বিহু আৰু লক্ষী।
love from golaghat lokhi chandra da❤️
Sai Bohut val lagil
Love from Borhat ❤️🎉
সোণাৰী কলেজতে তোমাৰ মাত ত গীত বোৰ শুনিয়ে, এই প্ৰতিভাৰ উমান পোৱা গৈছিল।
Mojaa...Namrota bar bohut favourite sage lakhi da..mne apunar sokut heiii abeg tu dekha palu.
হয়😊
@@namratapriyam428 thanks for your reply baa..apunak sai thaku vl lage..love you ba frm Tinsukia(Makum)
That is called " Line Dia " 😂❤️🙏
মই নেদেখা জনে কৈছোঁ।
Ayjni je ene hahi thke 😂 mal tu seni
Baa apunar voice tu next level
Uff mat2 emn dhuniya ❤❤❤
আমাৰ সোনাৰীৰ বুলি গৌৰৱ কৰোঁ, আগুৱাই যোৱা
bhut vl lagil aru aguyai juwa dada ❤🥰🔥
Host joni e jeneke sai aase lakhi daa k..... Ufff 😌❤
খুউব ধুনীয়া লাগিল দেই।💞💞💞💞 keep bright💥💥💥💥