'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী কৃষ্ণমণি নাথ EP35 ft.

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Jintu Kumar
    Make-Up - Manash Rabha

ความคิดเห็น • 295

  • @aichengfaboruah
    @aichengfaboruah  5 หลายเดือนก่อน +25

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

    • @mahibhaginvlogs8317
      @mahibhaginvlogs8317 5 หลายเดือนก่อน

      Ba emn dhuniya koi gaise ru okmn hunibole mn thakil❤

    • @ranjuborah3731
      @ranjuborah3731 4 หลายเดือนก่อน

      Nññnññ6i

    • @debabalagogoi9567
      @debabalagogoi9567 2 หลายเดือนก่อน

      P😊😊.lQ 1st😊😊🎉😂😂​@@mahibhaginvlogs8317

    • @renugohain
      @renugohain หลายเดือนก่อน

      Yb

  • @MoniSankarPator
    @MoniSankarPator 5 หลายเดือนก่อน +18

    আপোনাৰ " যাত্ৰা "লৈ জিতুল সোণোৱাল দাক মাতিব.…. বহুত ভাল লাগে জিতুল দাক

  • @jyotishrajbongshi3271
    @jyotishrajbongshi3271 5 หลายเดือนก่อน +6

    মোৰ অতি প্ৰিয় কন্ঠশিল্পী জনৰ লগত আজি ভন্টি আইচেংফাৰ যাত্ৰা সচাকৈয়ে খুব সুন্দৰ হৈছে |

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 4 หลายเดือนก่อน +7

    মোৰ আটাইতকৈ প্ৰিয় শিল্পী কৃষ্ণ মণি নাথ ডাঙৰীয়াৰ কন্ঠ সচাকৈ অপূৰ্ব আৰু অদ্বিতীয় । ❤🎉🎉🎉

  • @biswajitchetia1828
    @biswajitchetia1828 5 หลายเดือนก่อน +10

    বাইদেউ ❤❤❤লগতে কওঁ যে ভাবি ভাবি আছো কৃষ্ণ দা অনুপম দা হতৰ দৰে সেই দিনবোৰৰ শিল্পী সকলৰ আগমন কেতিয়া ঘটিব। সৌভাগ্যক্ৰমে পালো গৈ। মৌচম দা আহিল। যাত্ৰা" ৰেন মৌ" ৰ মই নিয়মীয়া দৰ্শক । গতিকে সদায় বাট চাই ৰওঁ এই খণ্ডটিলৈ। অসমৰ ভিতৰতে মোৰ আটাইতকৈ প্ৰিয় আৰু ভালপোৱা অনুষ্ঠান "যাত্ৰা ৰেন মৌ" । ।বাই লৈ বহুত বহুত শুভেচ্ছা যাচিলো ।আৰু আগবাঢ়ি যাওঁক।। ❤️❤️❤️ডিব্ৰুগড়ৰ পৰা মৰম দিলো লগতেবিহুৰ ওলগ জনালোঁ।

  • @JayantaBaruah-sg2pq
    @JayantaBaruah-sg2pq 5 หลายเดือนก่อน +9

    ৰেণ মৌ লৈ পাৰে যদি অতি সোনকালে মানস ৰবীন ককাইক আনিবলৈ চেষ্টা কৰক আছেংফা বা। আপোনালৈ অনুৰোধ জনালোঁ

  • @miranshvlogs922
    @miranshvlogs922 4 หลายเดือนก่อน +3

    বহুত বহুত ধুনীয়া লাগিল ❤❤❤❤ আজিকালি দিনত এইবোৰ গান নাইকীয়া হৈ গৈছে

  • @JayantaBaruah-sg2pq
    @JayantaBaruah-sg2pq 5 หลายเดือนก่อน +12

    আইছেংফা বা আপোনাক কেনেকৈ যে ধন্যবাদ দিওঁ মোৰ ভাষা নাই । মোৰ অতি কৈ প্ৰিয় শিল্পী জনক দেখা পাই । মই কম কম বুলি ভাৱি আছিলোঁ আপোনাক আৰু আজি হঠাতে দেখা পায় মই আজি নথৈ সুখী বা ❤

  • @KalesharMishong
    @KalesharMishong 2 หลายเดือนก่อน

    congratulation to yatrar renmou aichengfa madam .apunar dhunia mukhmondolor logote mitha huria konthor michikiyai hanhire bhora mukhor matbur jen moinar mat huni birat bhal lage . Onnya chuwaliir dore kotha kuar dhoronbur hompurno prithok
    .

  • @BeeDeeAS.06
    @BeeDeeAS.06 5 หลายเดือนก่อน +21

    কৃষ্ণ দা'ৰ নিচিনা এটা কন্ঠ অসমত কিন্ত দিত্বীঅ এজনৰ নাই,সেয়া ধূৰুপ।বিহু বহুতে গাই,কিন্তু বাবা দা অনন্য,

  • @Moloy-h8l
    @Moloy-h8l 5 หลายเดือนก่อน +10

    মোৰ এগৰাকী হৃদয়স্পৰ্শী ব্যক্তি কৃষ্ণ মনি নাথ। অকণমানি দিনৰ পৰাই ভালপাও তেখেতৰ গান, কেৱল কোমল মিঠা সুৰৰ বাবে। প্ৰাণ ভৰি শুনু। বহুত ভাল লাগিল

  • @raktimdas3579
    @raktimdas3579 4 หลายเดือนก่อน +6

    কৃষ্ণমনি দা এজন সত আৰু মহান শিল্পী

  • @dr.anjansaikia4536
    @dr.anjansaikia4536 5 หลายเดือนก่อน +10

    কৃষ্ণমনি নাথদেৱক যোৱা ১৭ জানুৱাৰী, ২০২৪ তাৰিখে চিনামৰা মহাবিদ্যালয়, যোৰহাটৰ বাৰ্ষিক 'শিলপী, শিক্ষাবিদ
    ডিম্বে শ্বৰ হাজৰিকা স্মাৰক ৰাজ্যিক বঁটা ভাগ দিয়া হৈছিল। আপোনালৈ বহু শুভকামনাৰে

  • @sangitgogoi1509
    @sangitgogoi1509 5 หลายเดือนก่อน +3

    বাইদেউ বহুত ভাল লাগিল মই এদিন কৈছিলো আপোনাৰ যাত্ৰাত এখেতক দেখা পাম বুলি 🙏

  • @santimoni7949
    @santimoni7949 5 หลายเดือนก่อน +11

    অসমৰ এজন প্ৰসিদ্ধ শিল্পী। তেখেতলৈ বহুত শ্ৰদ্ধা আৰু সেৱা। অনুষ্ঠানটি বৰ সুন্দৰ হৈছে ।

  • @bohemian5964
    @bohemian5964 5 หลายเดือนก่อน +12

    Someday invite Jitul Sonowal da please ❤

  • @barnalidevi5878
    @barnalidevi5878 5 หลายเดือนก่อน +1

    Straight forward dada❤❤❤❤❤

  • @Bhargabdas607
    @Bhargabdas607 5 หลายเดือนก่อน +7

    মোৰ আটাইতকৈ প্রিয় বিহু শিল্পী কৃষ্ণ মণি নাথ দাদা love u

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 5 หลายเดือนก่อน +10

    কৃষ্ণ দাৰ গীত বহু দিনৰ পৰাই শুনি আহিছোঁ। "নল বিৰিণাৰ পাত", সোনালী ৰাতি ৰচিম ম‌ই কবিতা, সেই তেতিয়াৰ গীত সমুহ আজিও পাহৰা নাই। অনুস্থানতো বহুত ভাল লাগিল। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ ।

  • @Sarmamj
    @Sarmamj 5 หลายเดือนก่อน +9

    Aichengfa tumar assamese vocabulary jibilak question kora guest burok xolagibologiya bohut notun assamese xobdo xikisu tumar interview sai .... tumar nisina interviewer assam t unique ... Aag barhi jua Love you Aichengfa 😍

  • @putulgogoi9954
    @putulgogoi9954 5 หลายเดือนก่อน +11

    ঘোষিকা বাইদেউ গৰাকী প্ৰেমত পৰিলোঁ ❤

    • @rambalram2610
      @rambalram2610 5 หลายเดือนก่อน +1

      সঁচাকৈ আইছেঙ ফাঁ বাইদেউক বৰ ধুনীয়া লাগিল এই খণ্ড টোত...❤❤❤

  • @surajitsaikia2196
    @surajitsaikia2196 5 หลายเดือนก่อน +10

    এখনি বিহু মঞ্চ সফল কৰা কন্ঠশিল্পী কৃষ্ণমণি দা, প্ৰথমৰপৰা শেষলৈকে যিসমুহ গীত পৰিবেশন কৰে সঁচাই ৰাতিপুৱাই গলেও গমকে পোৱা নাযায়

  • @jyotirupanath9661
    @jyotirupanath9661 5 หลายเดือนก่อน +3

    Bohut vl lagil❤

  • @anujhazarika8838
    @anujhazarika8838 5 หลายเดือนก่อน +8

    সুন্দৰ এটি অনুষ্ঠান উপভোগ কৰিলো। তোমাৰ এই যাত্ৰা অব্যাহত থাকক দুৰ দিগন্তলৈ.........

  • @santoshkumardeka5050
    @santoshkumardeka5050 5 หลายเดือนก่อน +3

    Love from Nalbari ❤️

  • @JayashreeboruahJayashreeboruah
    @JayashreeboruahJayashreeboruah 5 หลายเดือนก่อน +1

    Omg sooo nice voice

  • @kiranbora6415
    @kiranbora6415 4 หลายเดือนก่อน +2

    আইচেং ফা বৰুৱা আপোনাক ধন্যবাদ।কৃষ্ণমনি নাথক আমাৰ লগত চিনাকি কৰি দিয়াৰঁবাবে।যদিও সবিশেষ নহলেও অলপ জানো ।

  • @DurlovGogoi-
    @DurlovGogoi- 5 หลายเดือนก่อน +3

    Aisengfa.tumak.bahut.bhal.pao.krishno.da.hurtu.mur.pio.rokhal.hur............

  • @debapriyomusical.7417
    @debapriyomusical.7417 5 หลายเดือนก่อน +10

    খুব সুন্দৰ পদক্ষেপ, প্ৰবীণ শিল্পী সকলক আজিৰ প্ৰজন্মই জনা উচিত। ♥️ 🎶🎉

  • @north-eastindia2835
    @north-eastindia2835 5 หลายเดือนก่อน +3

    amar Nagaon Gourov Krishna da

  • @SumonGogoi2
    @SumonGogoi2 5 หลายเดือนก่อน +4

    আইচেংফা বা তোমাক বৰ মৰম লাগে❤

  • @SamujjalBorah_Nagaon
    @SamujjalBorah_Nagaon 5 หลายเดือนก่อน +2

    বৰ ভাল লাগিল। বিহু বুলি ক'লেই বিশিষ্ট শিল্পী কৃষ্ণমণি নাথ ডাঙৰীয়াই আমাক বহু দিন ধৰি এন্টাৰটেইন কৰি আহিছে। একেদৰে, তেওঁৰ ভাগৱত পাঠ শুনি-শুনি শ্ৰোতাৰ মনত এটা পাহৰিব নোৱাৰা চাপ বহি ৰৈছে। আমি তেখেতৰ গীতসমূহ পুনৰ এবাৰ নতুন ৰূপত ৰেকৰ্ডিং হোৱাটো বিচাৰোঁ। বিহুৰ বতৰতে প্ৰিয় শিল্পীজনক নিমন্ত্ৰণৰে 'যাত্ৰা'ই আমাক যি আনন্দৰ খোৰাক যোগালে, তাৰ বাবে সমগ্ৰ টীমটোকে ধন্যবাদ জনালোঁ আৰু নাথ ডাঙৰীয়াৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।

  • @KD12780
    @KD12780 5 หลายเดือนก่อน +6

    বছৰত ৩০০ গান।
    ৩৭ বছৰত প্ৰায় ১২০০০ গান।
    কিন্তু শেষৰ কেইবছৰ মান কিছু কম গান আৰু কোনোবাটো বছৰত ১০০টা গান বা ৫০টা গান।
    গোটেইবোৰ মিলাই চালে ৭_৮ হাজাৰ মান গান হ'ব লাগে। ❤❤❤❤❤

  • @shilpiphukan8658
    @shilpiphukan8658 5 หลายเดือนก่อน +2

    Manuh jon Mur bor piy dei

  • @birantabarman2086
    @birantabarman2086 5 หลายเดือนก่อน +2

    Love from sonora

  • @jayantibg5041
    @jayantibg5041 5 หลายเดือนก่อน +2

    Kishna dak akou matibo sun bar val laga bihu gan bilak huni aru tau kotha bilak bar hudha.

  • @rambalram2610
    @rambalram2610 5 หลายเดือนก่อน +3

    কাঁহৰে বাতিতে সৰিয়হ পিছলে, নিয়ৰত পিচলে ভৰি...!! কথাৰে লাছতে কথাটি পিছলে... এসময়ত বিহু বুলি কলে কৃষ্ণ মণি নাথেই আছিল অসমত...কৃষ্ণ মণি নাথেই প্ৰথমে গাইছিল দিখৌ নৈ এৰিব পাৰোঁ মই জাঁজী নৈ এৰিব পাৰোঁ বুলি... তাৰ পিছতহে মানস ৰবিনে সৃষ্টি কৰিলে কালজয়ী দিখৌ নৈ এৰিব নোৱাৰো.. জাঁজী নৈ এৰিব নোৱাৰো বুলি... গান টো শুনি মই প্ৰথমে ভাবিছিলো এইটো কৃষ্ণ মণি দাৰ গানটো কেই ওলোটা কৰি গাইছে 😮😮😅😅

  • @PuhorCreation3049
    @PuhorCreation3049 4 หลายเดือนก่อน +1

    Aichengfa ba Papon Dak matibo sun moi 🙏 Please

  • @jyotismaybaruah2613
    @jyotismaybaruah2613 4 หลายเดือนก่อน +1

    Kindly Mahendra Hazarika Deb ok invite koribo ❤

  • @Rajdev-p1y
    @Rajdev-p1y 5 หลายเดือนก่อน +2

    All song bihu nice and❤ may god bless you in a long time🌹❤ new new news di thakiba, and matiba,

  • @ChandraPhukon-ig3cs
    @ChandraPhukon-ig3cs 4 หลายเดือนก่อน +2

    ❤❤❤❤Do potharote I love song

  • @indianpercussionist6080
    @indianpercussionist6080 5 หลายเดือนก่อน +2

    1mnt u skip nokorakoi salu Vdo to …Apunar anusthan r Zubeen da ,Mousom da ,krishna da anusthan kaita hodai monot thaki jabo .. Aru kunuba natun singer ulouk kintu aikijon amar hodai bukur appon ❤️ next KMC , Anupom da k lage ..

  • @midugogoi7261
    @midugogoi7261 5 หลายเดือนก่อน +3

    অনুপম শইকীয়া, জিতুল সোনোৱাল দাক পাৰিলে এবাৰ আনিব, জুবিন দা, মৌচম দা আদি কৰি এই দুজনে আমাৰ শৈশৱ আৰু কৈশোৰ ৰোমাঞ্চিত কৰিছিল ।ঠিক সেইদৰে মহেন্দ্র হাজৰিকা দেৱৰ গানে বুকুত ৰৈ গৈছিল ।
    আপোনাৰ অনুষ্ঠান সময় পালেই চাও.....আগবাঢ়ি যাওঁক যাত্রা ।

  • @Rajdev-p1y
    @Rajdev-p1y 5 หลายเดือนก่อน +2

    বাইদেউ আপুনি যদি কুমার শানু দাদাকে আনে তেনেহলে বহুত ভাল লাগিব৷ আশা থাকিল বা....

    • @Rajdev-p1y
      @Rajdev-p1y 5 หลายเดือนก่อน

      যদি ঈশ্বরৰে সহায় কৰে তাৰে আশা কৰিছোঁ।। বা... নতুন/পুৰণি বুলিয়ে নহয় জীয়াই থকালিকে যাত্রী আনিব।।।

  • @barmanlawagency3019
    @barmanlawagency3019 5 หลายเดือนก่อน +4

    কৃষ্ণমনি মোৰ অন্যতম প্ৰিয় গায়ক। সৰগৰ ৰূপহী গানটো এফাকি গাব বুলি ভাবিছিলোঁ, নাগালে। প্ৰিয় গীত এইটো। এটা কথা ভাল লাগিল যে কৃষ্ণমনিয়ে গানৰ আৰৰ কথা বোৰো কৈছে। ভাল লাগিল।
    কবি প্ৰণব কুমাৰ বৰ্মনক ৰেণমৌত পোৱাৰ আশা ৰাখিছোঁ।

  • @monusarma6138
    @monusarma6138 5 หลายเดือนก่อน +4

    Krishna Moni Nath dar gan bur bhal lage .

  • @niranjannath9669
    @niranjannath9669 4 หลายเดือนก่อน +2

    সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিবলৈ সক্ষম হ'লো । মোৰ প্ৰিয় শিল্পী কৃষ্ণ দা.......💕❤️❤️💕❤️
    যাত্ৰা " ৰণ মৌ" লৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।

  • @jayantagoswami128
    @jayantagoswami128 5 หลายเดือนก่อน +2

    পাৰিলে এই বিহুৰ বতৰত অনুপম শইকীয়া দা এবাৰ মাতিব,তেওঁৰ মৰমজান,গছকত ভাঙি যাওঁ যঁতৰ,সেইদিনবোৰ আজিও মনত দোলা দি যায়।।

  • @r.ctalukdar1659
    @r.ctalukdar1659 5 หลายเดือนก่อน +1

    মন্তব্য দিয়াৰ অধিকাৰ সকলোৰে আছে প্ৰতি জন মন্তব্য আগবঢ়াওতাক নমস্কাৰ জনাইছোঁ।আইচেঙফাই বৰ বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি উত্তৰ বোৰ উলিয়াই আমাক আমোদ দিব পাৰে, ধন্যবাদ। মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ সেৱা ধৰিলো। কাৰণ আমি আমাৰ অসমীয়া ভাষাৰ উন্নতি হোৱাতো বিচাৰো।

  • @momichetia5195
    @momichetia5195 4 หลายเดือนก่อน +1

    মোৰ বৰ ভাল লগা গায়ক,
    আইছেংফা ভন্টি তুমি ও মোৰ খুউব মৰম লগা ছোৱালী ❤

  • @কলাসংস্কৃতিঅসম-শ৯প
    @কলাসংস্কৃতিঅসম-শ৯প 4 หลายเดือนก่อน +1

    Apunar onusthan tu aji first saisu. Hosake Val lagil. Iman hohoj vabe kotha bilak alusona korise. Ru krishna dar interview iman dhuniake loise. Tekhet bohut hohoj horol . Val lage ... Teur gaan video bilak Sai bohut val lage. First moina sorai moina mat firstor pora gutei keita khondor video saisu. Thank you dei iman hundor onusthan eti solai juar babe. Huvessa thakil 👍 agoloike Jen enekoi aagbarhi jauk hodai .

  • @mgvlogs9797
    @mgvlogs9797 5 หลายเดือนก่อน +2

    আইচেংফা বা আপুনি যে কয় " আইঅ দেহি বুলি" শুনি খুওৱ ভাল লাগে।।। নাম মানৱ গগৈ গোলাঘাট।

  • @KoushikDeka-zr1fw
    @KoushikDeka-zr1fw 5 หลายเดือนก่อน +3

    খুবে ভাল লাগিছে আজি video 2 চাই ❤❤❤😊😊😊

  • @PorikhitDhadumia
    @PorikhitDhadumia 4 หลายเดือนก่อน +1

    আইচেংফা বাইদেউ আপুনাৰ আই oou দেহি এই শব্দ টো আপুনি কলে বৰ মৰম লাগে ঔ আৰু আপুনি যে কেতিয়াবা কেমেৰা মেনৰ ফালে চাই তাত আপোনাৰ চেনাই জন থাকে নেকি বাৰু

  • @moramideka2750
    @moramideka2750 5 หลายเดือนก่อน +1

    Apunalukor logot cinemakhont borokha baa ru Nayan dau asil noh.borokha bk matibasun ba❤

  • @joiramboro9850
    @joiramboro9850 5 หลายเดือนก่อน +1

    Moi bht vll pwo dada apunak !Nishoi matim dadak ... Program

  • @nabajyotisaikia5849
    @nabajyotisaikia5849 5 หลายเดือนก่อน +2

    ৰূপালী চাইছিলো বহুত ভাল লাগিছিল,সেউতী চৰিত্ৰ আপুনি অভিনয় কৰিছিল

  • @PranamikaKonwar-n5d
    @PranamikaKonwar-n5d 5 หลายเดือนก่อน +2

    Krishna da voice tu bohot unique dai karu nai

  • @abhilekhasom5488
    @abhilekhasom5488 5 หลายเดือนก่อน +3

    Krishna দা কথা বোৰ শুনিবলৈ প্ৰয়াত নিপন গোস্বামী sir ৰ দৰে একে লাগে।

  • @Moran-vv2pb
    @Moran-vv2pb 5 หลายเดือนก่อน +4

    Love from Arunachal Pradesh... one of my favourite singer...aapuni hodai happy aru health thaka❤

  • @abhilekhasom5488
    @abhilekhasom5488 5 หลายเดือนก่อน +1

    Krishna দা আপোনাৰ মন আৰু মৰম এলবাম টোৰ গীত বোৰ ইউটিউব ত নাপাওঁ বিছাৰি।

  • @arindomsarma5469
    @arindomsarma5469 4 หลายเดือนก่อน +1

    priyo xilpi..sivasagart programme saalu bohu bosor paasot

  • @pallabgogoi6860
    @pallabgogoi6860 5 หลายเดือนก่อน +1

    Aber Jitul Sonowal da k matibo.....

  • @Kim_lily81
    @Kim_lily81 5 หลายเดือนก่อน +2

    দুয়ো গৰাকী শিল্পীৰ পৰা শিকিবলগীয়া বহ কথা আছে

  • @moramisaikia8566
    @moramisaikia8566 5 หลายเดือนก่อน +2

    Krishno moni dadar kontho ek hukiya kontho.. tekhetor bihue stage kopai thake..

  • @arupgogoi2883
    @arupgogoi2883 5 หลายเดือนก่อน +3

    Dadar gan bilak ajiu val laga aru gan lagada

  • @purabidas2186
    @purabidas2186 5 หลายเดือนก่อน +2

    Manas Robin k aniba adin..❤❤

  • @digantadeka7201
    @digantadeka7201 5 หลายเดือนก่อน +4

    Ei manuhtok bor val pao❤❤❤

  • @bhabanigogoi3278
    @bhabanigogoi3278 4 หลายเดือนก่อน +2

    Nice.voice❤❤❤❤❤❤❤

  • @Riyan-y9k
    @Riyan-y9k 5 หลายเดือนก่อน +1

    Isengfa baa tumi bohut relented rainmo xodi sou bohut vl lage

  • @dipumpbora7904
    @dipumpbora7904 5 หลายเดือนก่อน +5

    বহুত বেছি ভাল লাগে কৃষ্ণ দা ❤❤❤❤ পুৰণি বিহু কেইটা শুনিলে কিবা এটা ভাল লগে , যিমান সময় সলনি হলেও ৯০ দশকৰ গান কেইটা নিচিনা হব নোৱাৰে ❤ গোলাঘাট ❤❤

  • @dibyahazarika3408
    @dibyahazarika3408 5 หลายเดือนก่อน +5

    মোৰ অতিকৈ প্ৰিয় আইচেংফা বা💚

  • @barunkalita5985
    @barunkalita5985 5 หลายเดือนก่อน +4

    Ajon bhal axomia...bhal lagil.

  • @kalpananeog3532
    @kalpananeog3532 5 หลายเดือนก่อน +18

    আইচেংফা,,, খুউব ধুনীয়া নাম, তোমাৰ নামটোৱেই যেন এটা অনুষ্ঠান, এনে লাগে।
    তোমাৰ ৰেইন মৌʼৰ যাত্ৰাৰ মই নিয়মীয়া সহযাত্ৰী,অৰ্থাৎ তোমাৰ অনুষ্ঠানটোৰ মই নিয়মীয়া শ্ৰোতা-দৰ্শক। বৰ ভাল লাগে, প্ৰত্যেকজন শিল্পী, কলা-কুশলীৰ লগত তোমাৰ কথোপকথন ব্যক্তিগতভাৱে মোৰ বৰ প্ৰিয়। মোৰ সম্ভৱ মোৰ লগতে চাগে আন আন সকলোৰে বাবেও তুমি সমানে প্ৰিয়।
    আজি মই তাহানিৰে পৰা এতিয়ালৈকে, অসমীয়া সংগীত জগতখনত তোলপাৰ লগাই থকা, বেছিভাগ অসমীয়াৰে ভাল লগা কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ লগত তোমাৰ সুন্দৰ অনুষ্ঠানটো উপভোগ কৰিলোঁ। বৰ ভাল লাগিল, বহুতো গীতৰ কলি শুনাৰ লগতে, নজনা কথা বহুত জানিলো। আচলতে তুমি, তোমাৰ অনুষ্ঠানলৈ অহা সকলো অতিথিকে ইমান ধুনীয়াকৈ প্ৰশ্নবোৰ সোধা আৰু যিমান কৌশলৰে সোধা, সেইকাৰণে আচলতে তেওঁলোকেও তিমানেই সুন্দৰকৈ উত্তৰবোৰ দিবলৈ বাধ্য হয়।
    এতিয়া মোৰ তোমাৰ লগত আৰু এটা কথা পাতিব লগীয়া আছে। তোমাৰ অনুষ্ঠানলৈ এদিন এজন কম বয়সীয়া আৰু মোৰ ভাল লগা অতিথিক নিমন্ত্ৰণ কৰিছিলা, বৰ ভাল লাগিছিল, তেওঁৰ কথা-বতৰা, স্পষ্টবাদী আৰু নিৰ্ভিক। নামটো ত্ৰিদিব ভাগৱতী, ল'ৰাজনৰ কথা-বতৰা আৰু স্পষ্টবাদীতাখিনি আমাৰ সকলোৰে পৰিচিত, এজন সমাজকৰ্মী,সমাজসচেতক,বাকপটু, তথা কথাশিল্পী স্বৰ্গীয় দেবেন দত্ত চাৰৰ দৰে লাগে। এই চেগতে ত্ৰিদিব ভাগৱতীলৈ মোৰ ফালৰপৰা অলেখ শুভকামনা জনালোঁ দেই। তেওঁৰ কৰ্মক্ষেত্ৰবোৰত আৰু বহুত আগুৱাই যাওক অন্তৰৰে তাৰেই কামনা কৰিছোঁ।
    শেষত আইচেংফা, তোমালৈ মোৰ ফালৰপৰা এসোপামান মৰম, আশীৰ্বাদ আৰু অলেখ শুভকামনা জনালোঁ, তোমাৰ এই যাত্ৰা সদায় এনেদৰেই অব্যাহত থাকক, অন্তৰৰে তাৰেই কামনা কৰিছোঁ। সদায় নতুন নতুন অতিথিৰে আমাক আপ্লুত কৰি থাকা, আজিলৈ এৰিছো,,,,,,❤

    • @kalpananeog3532
      @kalpananeog3532 5 หลายเดือนก่อน +2

      কল্পনা নেওঁগ, মালিগাঁও চাৰিআলি, গুৱাহাটী

    • @aichengfaboruahofficial2100
      @aichengfaboruahofficial2100 5 หลายเดือนก่อน +1

      অশেষ ধন্যবাদ বাইদেউ আপোনাক ... লগতে বিহুৰ শুভেচ্ছা ! 🙏♥️

    • @pujapuspanjali105
      @pujapuspanjali105 5 หลายเดือนก่อน

      এইয়াই হৈছে আমাৰ চিৰসেউজ কন্ঠ শিল্পী বহুত বহুত ধন্যবাদ বহুত ভাল লাগিল ৷ থেং কিউ আইচেংফা ,,,,,,,,,,,,,,,,

  • @SanuDutta-bd9zf
    @SanuDutta-bd9zf 5 หลายเดือนก่อน +4

    সোমনাথ বৰা আৰু দেৱেশ্বৰ দাক আনিবচোন।

  • @RishikaGogoi-n5s
    @RishikaGogoi-n5s 5 หลายเดือนก่อน +1

    Krishna daar stage show g Sai Buka fali nasibo pare fali dea bihu gai

  • @hamirandutta3677
    @hamirandutta3677 5 หลายเดือนก่อน +1

    ৰেণ মৌলৈ দেৱজিৎ দা আনিবলৈ চেষ্টা কৰিবচোন বা ।

  • @himangshudas6818
    @himangshudas6818 4 หลายเดือนก่อน +1

    Dadar ganbur bohut val lage aje o moi dadar ganbur xunu

  • @zoydevmusical6290
    @zoydevmusical6290 5 หลายเดือนก่อน +2

    All time fvrt tekhet...hoitu atiyar geet buror lgt teur mill nai krne gaanor pora aatori ase.. Sangeetk beya rup dibo nuware..

  • @dilipborah7739
    @dilipborah7739 4 หลายเดือนก่อน +1

    মোৰ এজন প্ৰিয় শিল্পী ৷

  • @bhaskarkalita935
    @bhaskarkalita935 5 หลายเดือนก่อน +29

    Podcast with true sense. I think Jatra is in number 1.

    • @Parthaagari
      @Parthaagari 5 หลายเดือนก่อน +3

      Yes......

    • @aimbot6951
      @aimbot6951 5 หลายเดือนก่อน +4

    • @nityaborah1922
      @nityaborah1922 5 หลายเดือนก่อน +1

      বা তোমাৰ কথাখিনি বৰ ভাল লাগে বা

  • @Love-og4he
    @Love-og4he 5 หลายเดือนก่อน +1

    Aponar bihu hunile bihu bihu lage

  • @dhan__13
    @dhan__13 5 หลายเดือนก่อน +3

    দাদাই বিহু গালে বলিয়া নোহোৱাকৈ থাকিব নোৱাৰি

  • @abhijitburagohain4447
    @abhijitburagohain4447 5 หลายเดือนก่อน +1

    Jitul Sonowal Dak lage plz

  • @Rajdev-p1y
    @Rajdev-p1y 5 หลายเดือนก่อน +3

    ৰাস্তা/পথ দীঘলীয়া হক যাত্রা ৰে মৌ... আইচেংফা বা.... সুন্দর লাগে কথা /বতৰা বোৰ... আগলৈকে আশা থাকিল... চাবলৈ

    • @Rajdev-p1y
      @Rajdev-p1y 5 หลายเดือนก่อน +2

      যাত্রা ৰেন মৌ ত আইচেংফাৰ কথা বতৰা শুনি ভাল লাগে।

  • @tillutamachiring2073
    @tillutamachiring2073 4 หลายเดือนก่อน +1

    সেউতি........

  • @monoranuvutiandabegmukunda1677
    @monoranuvutiandabegmukunda1677 4 หลายเดือนก่อน +1

    মোৰ অতিকৈ প্ৰিয় ব্যক্তি তেওঁ ❤

  • @RatulGogoi-y6i
    @RatulGogoi-y6i 5 หลายเดือนก่อน +2

    Bihu bihu lagi gol

  • @minakhigogoi9757
    @minakhigogoi9757 5 หลายเดือนก่อน +2

    Val lagil bohut.

  • @RubboruahSOUNDofSOUL
    @RubboruahSOUNDofSOUL 5 หลายเดือนก่อน +1

    2007 son tu bor modhumoy asil.. xei xomoyor geet buru bukut bajisil❤❤❤

  • @drubajitkalita8617
    @drubajitkalita8617 5 หลายเดือนก่อน +1

    Bihu manei krishnamani Nath,Anupam saikia,zubeen garg

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই 5 หลายเดือนก่อน +1

    ৰেং মৌত
    মুনমী কলিতাক এবাৰ মাতিবচোন ৷ “সাৰদী কোমল জোনাক মায়াৰ“ শীৰ্ষক গীতটিৰ গায়িকা গৰাকীৰ কথা কৈছোঁ ৷

  • @dhanjitrajbongshi8209
    @dhanjitrajbongshi8209 5 หลายเดือนก่อน +2

    গোটেই খণ্ডটি চালোঁ,নিশা তিনি বাজিল গমকে নাপালোঁ।

  • @chandankumarbarthakur8783
    @chandankumarbarthakur8783 5 หลายเดือนก่อน +1

    Aisengfa baru GU passout neki

  • @SumonGogoi2
    @SumonGogoi2 5 หลายเดือนก่อน +14

    আয়ৌ দেহি কলে বৰ মৰম লাগে বা তোমাক❤😊

  • @pompilaskar1129
    @pompilaskar1129 5 หลายเดือนก่อน +1

    Bihu song ot kintu Krishna moni Nath ok

  • @nirmalduwrah2094
    @nirmalduwrah2094 5 หลายเดือนก่อน +1

    Q.. Kishnamoni nath kon?
    Ans.. Assamor ajon Ujjal singer.

  • @joypathori699
    @joypathori699 5 หลายเดือนก่อน +1

    Anupom Saikia dak lage baa

  • @pranjalboruah90614
    @pranjalboruah90614 5 หลายเดือนก่อน +3

    মই কিন্তু আপোনাৰ গান শুনি বহুত বহুত ভাল পাওঁ ❤❤

  • @nabakantachetia9004
    @nabakantachetia9004 4 หลายเดือนก่อน +1

    ৰেণ মৌৰ প্ৰকৃত অৰ্থ ক'বনে ?