'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক ভাস্কৰ অপ্সৱেল

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 พ.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Jintu Kumar
    Make-Up - Manash Rabha
    Audio Production - Xulfi
    Audio Recording - Sharnjoy Sen, Preet Gohain

ความคิดเห็น • 544

  • @aichengfaboruah
    @aichengfaboruah  หลายเดือนก่อน +115

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

    • @ayangentertainer9975
      @ayangentertainer9975 หลายเดือนก่อน +2

      বাজনীক কোনোবা এলবাম নে চিনেমা এখনত দেখিছিলো তেতিয়া আমাৰ বায়ে নামটো আইচেংফা বুলি কয় দিছিলে..নামটো শুনিয়ে প্ৰেমত পৰিছিলো💚💛কোনখন চিনেমা বা এলবাম আছিলে বাৰু..

    • @poragjutisaikia9244
      @poragjutisaikia9244 หลายเดือนก่อน +2

      Sankuraj dak lage

    • @gokuldasmusical
      @gokuldasmusical หลายเดือนก่อน +3

      প্ৰবীণ বৰাক লাগে বাইদেউ এবাৰ।

    • @NibirGohain-sm7jj
      @NibirGohain-sm7jj หลายเดือนก่อน +1

      Baa Vreegu Dak Lagree ❤

    • @dreamoflife2998
      @dreamoflife2998 หลายเดือนก่อน +2

      Bido Deepjyoti Barmanok matok aber val gaan gay. uthe aha lora. matile val hbo. request

  • @arindomgogoi6927
    @arindomgogoi6927 หลายเดือนก่อน +20

    ভাস্কৰ এদিন অসমৰ আকাশত উজ্বল নক্ষত্ৰ হৈ জিলিকি উঠিব। যাত্ৰা ৰেনমৌৰ জৰিয়তে তেওঁলৈ অশেষ শুভ কামনা যাচিলো।

  • @aamiakhmiya
    @aamiakhmiya หลายเดือนก่อน +30

    ৰাতিপুৱা উঠি কামলৈ যোৱাৰ আগতে ভাস্কৰ দা আৰু জুবিন দাৰ গান শুনি মনটো জীপাল কৰি লওঁ সদায়❤️❤️❤️আৰু আইচেংফা বাৰ মাতটো ইমান ধুনীয়া ,কথাবোৰ ইমান ধুনীয়া।।শুনিলে শুনি থাকিব মন যায়।।অৰুণাচল ,Ziro ৰ পৰা বহুত মৰম❤️❤️

  • @gokuldasmusical
    @gokuldasmusical หลายเดือนก่อน +45

    জুবিন দাৰ পিছত যদি মোৰ কোনোবা ভাল লগা শিল্পী আছে সেয়া হল ভাস্কৰ অপেচৱেল আৰু প্ৰবীণ বৰা । এইবাৰ প্ৰবীণ বৰাক আপোনাৰ অনুষ্ঠানত দেখা পাম বুলি আশা ৰাখিলোঁ বা।😌😍❣️

  • @arabinda_baba21
    @arabinda_baba21 หลายเดือนก่อน +31

    মৰমৰ ভাস্কৰ দা আৰু আইছেংফা বা লৈ বহুত বহুত মৰম আৰু ভালপোৱা যাচিলো.🤗🥰❤️
    ভাস্কৰ দাৰ গাঁওৰ পৰা ❤️❤️😘

  • @r__1115
    @r__1115 หลายเดือนก่อน +13

    আইচেংফা বা তোমাৰ কথনশৈলী ইমান সুন্দৰ । শুনি থাকিলেও আমনি নলগা মাত।

  • @KapilKBorah
    @KapilKBorah หลายเดือนก่อน +10

    আইচেংফা বা আপুনিও ইমান ধুনীয়া গান গায় ! আপোনাক বহুত ভাল লাগে । আপোনাৰ কথা কোৱাৰ শৈলী আৰু ভাষাৰ জ্ঞান সঁচাকৈয়ে শলাগিবলগীয়া । অনুষ্ঠানটো চাই বহুত ভাল লাগিল । ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ পাই থাকিম বুলি আশা কৰিলোঁ । “ৰেন মৌ” লৈ মৰমেৰে, কপিল বড়া,লেজাই, ডিব্ৰুগড় ।

  • @upenboro8825
    @upenboro8825 หลายเดือนก่อน +5

    আইচেংফা মানুজনি ও ধুনীয়া program ও ধুনিয়া আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক। Bhaskar লৰাটো বৰ চিধা কথাবোৰতে ধৰিব পাৰি ভগৱানে সহায় কৰক

  • @manishadeka6600
    @manishadeka6600 หลายเดือนก่อน +18

    Bhaskar Opswel ৰ গান বহুত প্ৰিয়।"শেৱালি তুমি মোৰ" গানটো নিজানত অকলে শুনি থাকিবৰ মন যায় বা আপুনি কোৱাৰ দৰে।bhaskar লৈ শুভ কামনা বহুত।
    এটা কথা ক'ব মন গৈছে বা-সংগীত শিল্পীৰ সৈতে আপোনাৰ কথোপকথন মোৰ বেছি ভাল লাগে।কেৱল আপুনি ....আপোনাৰ সুন্দৰ কথনশৈলী,মৰমলগা হাঁ‌হিটি😊,সুন্দৰ ব্যক্তিত্বৰ বাবেই "যাত্ৰা"আজি অসমৰ চুকে-কোণে।
    আপোনাৰ "যাত্ৰা" জয়যাত্ৰা হওঁ‌ক🙏❤️❤️❤️

  • @kumarikasaikia797
    @kumarikasaikia797 หลายเดือนก่อน +7

    অনুষ্ঠানতো ইমান ধুনীয়া।।দুয়োজনৰে কথা বাৰ্তা ইমান সৰল।।আৰু আইচেংফা বা,কথাবোৰ শুনি থাকিলে শুনি থাকিবলৈয়ে মন যায়।।

  • @Someoneelse.1650
    @Someoneelse.1650 หลายเดือนก่อน +1

    সকলোৰে জীৱন ত এনেকুৱা এজন শিক্ষক থাকে, যিয়ে জীৱন টো আগবঢ়ায় নিয়াত খুউব সহায় কৰে।। 😢❤

  • @bastobkalita6328
    @bastobkalita6328 หลายเดือนก่อน +12

    আইচেং বাৰ প্ৰতিটো অনুষ্ঠানেই সুকীয়া। তাতে প্ৰিয় মানু্হ। দুয়োজনৰ অনাগত দিনবোৰ সুখৰ হওঁক তাৰে শুভেচ্ছা জনালোঁ

  • @pranabjyotichetia3155
    @pranabjyotichetia3155 หลายเดือนก่อน +6

    সৰলতাৰে আমাৰ প্ৰিয় হৈ আগুৱাই যাওক ❤❤...।
    ভাস্কৰ দা সদায় প্ৰিয়, লগতে বা ৰ অনুষ্ঠানটো ভাল লাগে। 👌

  • @biswajyotitaid6487
    @biswajyotitaid6487 หลายเดือนก่อน +11

    আইচেংফা বা আাপোনাৰ অনুষ্ঠানবোৰ ,কথন ভংগীমাবোৰ ইমান শুৱলা ইমান মধুৰ যে ভাষাৰে শব্দৰে বুজাব নোৱাৰি ।তাতে আজিৰ এই অনুষ্ঠানত ভাস্কৰে আৰু সোণত সুৱগা চৰালে। দুয়োগৰাকীলৈ দীৰ্ঘায়ু কামনা কৰিলো ।

  • @santimoni7949
    @santimoni7949 หลายเดือนก่อน +13

    বৰ মৰমলগা প্ৰতিভাবান ল'ৰা। ভৱিষ্যত প্ৰজন্মৰ আৰ্দশ হওঁক💐❤

  • @Sportz__
    @Sportz__ หลายเดือนก่อน +4

    বৰ্তমান সময়ৰ আটাইতকৈ ভাল লগা কণ্ঠশিল্পী জনক নিমন্ত্ৰণ জনোৱাৰ বাবে মই আইচেংফ্ৰা বা ক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🤗 ইমান ধুনীয়া এটা খণ্ড উপহাৰ দিয়াৰ বাবে ❤🥰.... আইচেংফ্ৰা বা.. পাৰিলে প্ৰবিন বৰাক ওও আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ 👍 মোৰ ফালৰপৰা আপোনালৈ অলেখ শুভকামনা আৰু মৰম যাচিলোঁ ❤🤗

  • @krishnagogoi301
    @krishnagogoi301 หลายเดือนก่อน +5

    ভাল লাগিল দেই অনুষ্ঠানটি উপভোগ কৰিলোঁ ❤। সান্নিধ্য আৰু তনময় শইকীয়াক আনিব দেই বা।

  • @user-cr4cl6is1n
    @user-cr4cl6is1n หลายเดือนก่อน +17

    ভাস্কৰৰ কথনশৈলি আৰু ব্যৱহাৰত আপ্লুত হলো সদায় এনেদৰে থাকিবা ।

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr หลายเดือนก่อน +14

    আপোনাৰ কণ্ঠত যাদু আছে শুনিলে শুনি থাকিব মন যায় মেম ❤❤❤❤❤❤❤❤❤❤😘😘😘😘

  • @rajeshgohain1847
    @rajeshgohain1847 หลายเดือนก่อน +3

    চাবুৱা পৰা এসাগৰ মৰম আৰু শুভ কামনা যা চিলো দুই য় কে ,এনে দৰে, সৰলতা ক সাৱটি আগ বাঢ়ি যোৱা,জীৱনৰ বাটত,,

  • @jintumahanta3094
    @jintumahanta3094 หลายเดือนก่อน +14

    Fvrt singer Bhaskar ❤❤❤❤

  • @dipikadas2342
    @dipikadas2342 หลายเดือนก่อน +12

    Bohut besi val pau bhaskar ok..... You are just awesome😊..... Tumar bihu program aji loi 40khn man salu kin2 hepah nopolai...... As a fan i love you opswel ❤❤❤❤❤❤❤❤❤

  • @binitachetia7327
    @binitachetia7327 หลายเดือนก่อน +10

    'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠশিল্পী ভাস্কৰ অপ্চৱেলৰ লগত হোৱা কথোপকথন শুনি ভাল লাগিল। ভাস্কৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @rashmitabaglari7854
    @rashmitabaglari7854 หลายเดือนก่อน +5

    This boy have something in him who can attract people through his music. Just love him 😍💗. I just get goosebumps when he sings without music ❤️

  • @gautamrajbongshi9053
    @gautamrajbongshi9053 หลายเดือนก่อน +2

    পোন প্ৰথমে বা আপোনালৈ বহুত বহুত মৰম। ❤ আপোনাৰ ভিদিও চাই বহুত বেছিয়ে ভাল লাগে। আৰু ভাস্কৰ ককাইদেউৰ মই বহুত ডাঙৰ অনুৰাগীয়ে হয় তেখেতে চিনি পায় মোক বহুত বেছি ভাল লাগে তেখেতক মই চাগে ৭ বছৰ মান শুনিলু গান এখেতৰ। আৰু সপোনতো ভবা নাছিলো তেখেতক কেতিয়াবা লগ পাম বুলি। কিন্ত সোভাগ্যৰ কথা যে ২০২৩ আমি তেখেতক অনুস্হান কৰিবলৈ আমন্তন কৰিছিলো আমি নলবাৰী বিহামপুৰত । আৰু জুবিন দাৰ পিছত আকো এজন অসমত ৰাজত্ব কৰা গায়ক এখেতে হব । গান বিলাকৰ অৰ্থ আছে মোৰ বহুত প্ৰিয় এখেত। বহুত বহুত মৰম আপোনালোক দুইটালৈ ।

  • @taidvlog9094
    @taidvlog9094 หลายเดือนก่อน +14

    আগুৱাই যোৱা ভাস্কৰ। তোমাৰ ভৱিষ্যত আছে। তোমাৰ গানবোৰে সঁচাই বহু ভাল।

  • @kalpananeog3532
    @kalpananeog3532 หลายเดือนก่อน +8

    আন আন বাৰৰ দৰে এইবাৰো 'ৰেন মৌ' ত যাত্ৰাৰ অনুস্থানটো উপভোগ কৰিলোঁ। বৰ ভাল লাগিল, সদায় নতুনত্ব থকা অনুস্থানটি এইবাৰো ব্যতিক্ৰম নাছিল। মোৰ মৰমৰ আইচেংফাৰ, সুন্দৰ আৰু ভাল লগা প্ৰশ্ৰবোৰৰ অতিথিসকলে নিজৰ নিজৰ প্ৰতিভা আৰু ক্ষেত্ৰখনৰ লগত সংগতি ৰাখি ইমান মনোগ্ৰাহীকৈ কৰ্মৰাজীবোৰ কৈ যায়, সঁচাকৈয়ে আপ্লুত হও। এইবাৰৰ অকণমানি অতিথি গৰাকীকো ভাল লাগিল। তেওঁৰ গীত-মাত,কথনশৈলী সঁচাই শলাগিবলগীয়া। অদূৰ ভৱিষ্যতে তেওঁৰ সকলো মনোকামনা সফল আৰু সম্পূৰ্ণ হৈ উথক, আমাৰ মৰম, আশীৰ্বাদ আৰু শুভকামনা ভাস্কৰʼৰ লগত সদায় থাকিব। শেষত আইচেংফালৈ এসোপামান মৰম দি,অনুস্থানটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ....❤😊

  • @swarnabhajani6884
    @swarnabhajani6884 หลายเดือนก่อน +12

    বৰ সুমধুৰ কণ্ঠ । ভাল লাগিল । অলেখ শুভেচ্ছা ....।

  • @nabanitasaikia8749
    @nabanitasaikia8749 หลายเดือนก่อน +7

    ভাস্কৰৰ কণ্ঠ সছাকৈ বৰ শুৱলা ❤ মৰম আৰু শুভ কামনা থাকিল তোমালৈ, আৰু আগুৱাই যোৱা ❤❤আইচেংফাৰ লগতে ৰেন মৌৰ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু শুভ কামনা থাকিল❤❤❤ ইমান ধুনীয়া video বোৰ আমালৈ আগবঢ়াই থকাৰ বাবে ধন্যবাদ তোমালোকলৈ আৰু সোনকালেই নতুন video পোৱাৰ আশাৰে ❤❤❤

  • @AmarjitBoro-vi8uj
    @AmarjitBoro-vi8uj หลายเดือนก่อน +144

    Assam ot Bhaskar opswel or dore kune o khur tanibo nuware real ot without Mike filter and without autotune ❤

    • @bishal2005
      @bishal2005 หลายเดือนก่อน +1

      😂

    • @kallolnath2557
      @kallolnath2557 หลายเดือนก่อน +2

      Gaan Goa kuneo Autotune nokore

    • @dibakar022
      @dibakar022 หลายเดือนก่อน +32

      হয় হয় জুবিন দায়ে টো পানিপুৰি হে বিকে ।

    • @informativevideo6424
      @informativevideo6424 หลายเดือนก่อน +1

      Torun tonmoy

    • @informativevideo6424
      @informativevideo6424 หลายเดือนก่อน +2

      Tonmoy saikia

  • @AmarjitBoro-vi8uj
    @AmarjitBoro-vi8uj หลายเดือนก่อน +8

    Music has no language and artist has no boundaries ❤

  • @barashadevi1972
    @barashadevi1972 หลายเดือนก่อน +3

    প্ৰথমবাৰ যাত্ৰাৰ এটি খণ্ড চালো।খুব ভাল লাগিল। মৰমৰ ভাইটি ভাস্কৰ তোমাৰ গীতৰ লগতে তুমি বহুত মৰমলগা। সংগীতৰ জগতখনত আৰু অধিক আগুৱাই যোৱা । বহুত মৰম আৰু শুভ কামনা তোমালৈ❤ আইছেংফা বা আপোনাৰ অনুষ্ঠানটি চাই বহুত ভাল পালোঁ।আজিৰ পৰা প্ৰতিটো অনুষ্ঠানেই চাম 😊আপোনাৰ কথনশৈলী মোৰ খুব ভাল লাগিছে❤❤❤

  • @themorningstrar
    @themorningstrar หลายเดือนก่อน +12

    " Nodir Dore "
    Geet tu Mrng ghr box t bojaisil Dadai , Tatiar porai aji loi priyo❤

  • @ManojDas-rx6iw
    @ManojDas-rx6iw หลายเดือนก่อน +6

    All'time fvrt Bhaskar opswel...

  • @likhansaikia7013
    @likhansaikia7013 หลายเดือนก่อน +8

    বহুত ভাল লাগিল অনুষ্ঠানতো চাই

  • @manishadeka6600
    @manishadeka6600 หลายเดือนก่อน +9

    অপেক্ষা❤️❤️❤️❤️

  • @user-zt8hl3ff3x
    @user-zt8hl3ff3x หลายเดือนก่อน +5

    মৰমৰ ভাস্কৰ দা ৰ কণ্ঠ হৃদয় চুই গৈছে ♥️♥️🫶🥹

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 หลายเดือนก่อน +2

    তোমাক দেখাত লাগে খুব সৰল মনৰ,শেৱালী গানটো বহুত বাৰ শুনো আমনিয়ে নালাগে,আৰু আগুৱাই যোৱা,কুশলে থাকা তুমি বহুত মৰম আৰু শুভকামনা জনালো।আইচেংফা বা তুমি দিনে দিনে ধুনীয়া হৈ গৈছা দেই বহুত ধন্যবাদ এনেকুৱা অনুষ্ঠান আমাৰ বাবে আগবঢ়াই দিয়াৰ বাবে❤❤❤

  • @arjinabegum2044
    @arjinabegum2044 หลายเดือนก่อน +16

    bahut bahut val lage ganbur ❤❤❤

  • @momigogoi5355
    @momigogoi5355 หลายเดือนก่อน +2

    আপোনাৰ এই অনুষ্ঠান আজি প্রথম চাইছো।ভাল লাগিল চাই।ভাস্কৰ দাক বহুত ভাল লাগে।গান বোৰ omg ❤❤❤❤❤

  • @sailenbordoloi1895
    @sailenbordoloi1895 หลายเดือนก่อน +2

    সেই পূবালী, ক্লান্ত সময়ৰ পৰা আজিলৈকে শুনিয়েই আছো ❤ ৫ বছৰ

  • @kuhisonowal286
    @kuhisonowal286 หลายเดือนก่อน +1

    এনেদৰে আগুৱাই যোৱা দাদা💐🥰বহু ত বহু ত মৰম তোমালৈ মৰমৰ দাদা ❤❤😘😍

  • @RenuGogoikonwarGogoi
    @RenuGogoikonwarGogoi หลายเดือนก่อน +2

    MY FAVOURITE SINGER BHASKOR OPSWELL❤❤❤❤

  • @ikcreative954
    @ikcreative954 หลายเดือนก่อน +3

    খুব ধুনীয়া লাগে আপোনাৰ এই যাত্ৰাৰ খণ্ড কেইটা চাই। এই অনুষ্ঠানটিও খুব ভাল লাগিল প্ৰিয় শিল্পী💞। ২০জুনৰ আগে পাচে যদি নতুন খণ্ড হয় তেনে কনেং খ্যাত "প্ৰাণদ্বীপ হাজৰিকা" দাক মাতিবলৈ অনুৰোধ জনালোঁ🙏।

  • @khagenrai2279
    @khagenrai2279 หลายเดือนก่อน +4

    Eman j morom loga kotha bur 🥰 gan bur ufff ki ase tmr matot ❤️‍🩹🥰🌺

  • @SasankaBorah-kx6uu
    @SasankaBorah-kx6uu หลายเดือนก่อน +12

    Bhaskar Opswel Da❤

  • @DineshLoing
    @DineshLoing หลายเดือนก่อน +2

    Aichangfa b apunk dekhile montu kiba ata vl lagi jai sai thkibo mon jai vl pai pelalu ❤

  • @ninibhai5305
    @ninibhai5305 หลายเดือนก่อน +5

    Voice Ufff ❤ Next level

  • @smbmusical2770
    @smbmusical2770 หลายเดือนก่อน +5

    Bohut dhuniya manuh ajonok matile bhal lagil ❤❤❤

  • @diisha_sarma
    @diisha_sarma หลายเดือนก่อน +1

    Baa episode to bahut vl lagil..aro Bhaskar da r katha bor bahut morom laga ke hahi hahi kai...

  • @SailenDas-nd6vi
    @SailenDas-nd6vi หลายเดือนก่อน +5

    Ichengfar "I O Dehi " ei sabdatu bare suni thakibor mon eman morom loga ke koi

  • @bibhutihandique6269
    @bibhutihandique6269 หลายเดือนก่อน +1

    This is the second episode i liked the most after interview of Shekhar Goswami and Raja Boruah.

  • @satyajitphukon7598
    @satyajitphukon7598 หลายเดือนก่อน +1

    Voice tu bohut bohut dhuniya aru logote ktha bur u khub bhal loga ,,,, aichengfa ba r maat aru kotha bur emn a bhal lage j kobole/ bujabole hobdar abhab 🥰🥰🥰🥰🥰

  • @susmitadeori8606
    @susmitadeori8606 หลายเดือนก่อน +1

    Bohut val lagil episode ti.. Bhaskar tumi hosai eman hohoj horol, hodai jate anakoi a moromiyal hoi thaka and keep it up and believe your self ❤❤

  • @ragini_musical
    @ragini_musical 18 วันที่ผ่านมา +1

    Zubeen dar pisotei Bhaskar Opswel dadar Sthan disu 😊❤❤❤
    Anedore agontok dinbutot xundor xundor Geet agborhai thkibo buli akha korilu Bhaskar da 😊❤❤❤

  • @anupjyoti6574
    @anupjyoti6574 หลายเดือนก่อน +3

    অনুষ্ঠানটি চাই খুউব ভাল লাগিল ।আগন্তুক দিনতো এনে অনুষ্ঠান পাম বুলি আশা থাকিল ।

  • @minakshidutta2376
    @minakshidutta2376 หลายเดือนก่อน +2

    এটি সুন্দৰ অনুষ্ঠানৰ সুৱাদ দিয়াৰ বাবে অশেষ ধন্যবাদ ৷আপোনাৰ সাক্ষাৎ লোৱাৰ ধৰণ টো বৰ ভাল লাগে

  • @KARINA-li7gr
    @KARINA-li7gr หลายเดือนก่อน +7

    সদায় প্রিয় মানুহজন ❤

  • @BibekaBikash
    @BibekaBikash หลายเดือนก่อน +3

    কিবা এটা মিলি গ'ল মোৰ লগতো ❤❤❤

  • @Sumitra-pj4bm
    @Sumitra-pj4bm หลายเดือนก่อน +7

    Gaanbur bht priyo❤️

  • @ManasAmji-ph3hc
    @ManasAmji-ph3hc หลายเดือนก่อน +5

    Love from Morigaon ❤️ Bhaskar da❤️

  • @GeetaDeori-we8hv
    @GeetaDeori-we8hv หลายเดือนก่อน +8

    তোমাৰ গান আৰু সুৰ botut ধুনীয়া

  • @AdityaPatar-kj9fw
    @AdityaPatar-kj9fw หลายเดือนก่อน +5

    Bhaskar daa amr aibar bihu function ot ahisil aru ki dhuniya gaan gai gol val lagil axa koru aru ahile val lagib aru bhaskar dada ye khokolu bur gaan a bohut dhuniya koi gai val lage bohut ❤️❤️❤️👍👍😍😍

  • @mamonidevi617
    @mamonidevi617 16 วันที่ผ่านมา

    Bohut bhal Aichengfa tumaluk 2 jonoke dhaynobad jonalu

  • @prapanjalitalukdar3895
    @prapanjalitalukdar3895 หลายเดือนก่อน +1

    Favourite singer 🎵😍❤

  • @bhaskarbokotial8819
    @bhaskarbokotial8819 หลายเดือนก่อน +1

    ❤ ভাস্কৰ বকতিয়াল

  • @nayanjyotiphukan6630
    @nayanjyotiphukan6630 หลายเดือนก่อน +5

    One of my favourite singer ❤

  • @tribidsenapoti5548
    @tribidsenapoti5548 หลายเดือนก่อน +1

    Khub val lagil. Bhaskar Mur ajon Val loga aru moromor singer. Aru dhoinobad baa apunaloiu. Aji apunar krne Bhaskar or monor kotha bur janibo parilu. ❤❤

  • @gayatrigogoi1296
    @gayatrigogoi1296 หลายเดือนก่อน +2

    উন্মুক্ত বতাহ...গীতটো বৰ প্ৰিয়..

  • @dipankarmazumdar6929
    @dipankarmazumdar6929 หลายเดือนก่อน +2

    Bhal lagile Programe tu sai...special Thanks to Baa loi...kotha bor bor dhuniyake koi....ru Bhaskaror gaanor kotha toh koboi nalage...always special for new comers......best wishes to both....

  • @dikshitadeka6450
    @dikshitadeka6450 หลายเดือนก่อน +6

    Duyu gorakie priyoo❤️

  • @user-my7st7cn2r
    @user-my7st7cn2r หลายเดือนก่อน +1

    বহুত বহুত আগবাঢ়ি যোৱা

  • @lakhyajeetphukan2379
    @lakhyajeetphukan2379 หลายเดือนก่อน +7

    Waiting 😊

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 หลายเดือนก่อน +2

    প্ৰভাতি❤❤

  • @user-cb2vs4yw9z
    @user-cb2vs4yw9z หลายเดือนก่อน +10

    Bhaskar opswel da apunar gan huni bhut bhut val lage

  • @nathdaa_2.04
    @nathdaa_2.04 หลายเดือนก่อน +1

    গীতৰ লগে লগে গীতাৰ ধুনীয়া বজাইছে❤️

  • @PremaTamuli
    @PremaTamuli หลายเดือนก่อน +3

    Aaji pratham saisu. Bohut bhal lagil apunar logote #BHASKAR dak. Atiya kotha hol like jodi kori dia subscribe kori dim 😊😊❤🥰

  • @GungunBorah-wf6ti
    @GungunBorah-wf6ti หลายเดือนก่อน +1

    অন্তৰ চুই যোৱা এক অনুষ্ঠান। ভাস্কৰ দা সঁচাকৈয়ে তুলনা বিহীন।

  • @BIPULGOGOI
    @BIPULGOGOI หลายเดือนก่อน +1

    শান্ত শিষ্ট লৰাজন । শান্ত শিষ্ট গায়ক জন । Ati Hundor❤❤❤❤❤

  • @Paporipapu
    @Paporipapu หลายเดือนก่อน +2

    Bhaskar dar kotha khini huni emn vl lge and gan buru ❤❤bht bht bhal lge

  • @PankajSarania-ng6bd
    @PankajSarania-ng6bd หลายเดือนก่อน +1

    খগেন গগৈৰ চহ টুৰ পৰা বহুত ভাল লাগিল

  • @bidishaduarah9932
    @bidishaduarah9932 หลายเดือนก่อน +5

    Bhaskar Opswel ❤🔥❤️

  • @urmilagogoi1398
    @urmilagogoi1398 หลายเดือนก่อน +1

    All time fvrt bhaskar da 👍❤

  • @bhuyan123
    @bhuyan123 หลายเดือนก่อน +1

    বৰ্তমান মোৰ প্ৰীয় গায়ক জন ভাস্কৰ দা আপুনি

  • @nipubarman5735
    @nipubarman5735 หลายเดือนก่อน +2

    Euniq Music composition , ufffff really attracted mee❤❤❤

  • @user-pe9wn3qb2t
    @user-pe9wn3qb2t หลายเดือนก่อน +3

    Bhaskar bahot bhal lagil aro bhal kariba

  • @user-nl3yk1mo9u
    @user-nl3yk1mo9u หลายเดือนก่อน +2

    Wonderful❤

  • @jumandeka21
    @jumandeka21 หลายเดือนก่อน +6

    Love from Morigaon ❤❤

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL หลายเดือนก่อน +3

    ধুনীয়া লাগিছে ককাই❤

  • @jutikadeka5870
    @jutikadeka5870 หลายเดือนก่อน +2

    প্ৰকৃত প্ৰেমে গীত এটি জীপাল কৰি তোলে❤

  • @Dreamer9.
    @Dreamer9. หลายเดือนก่อน +3

    Singing a song with also playing guitar its a great talant ❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr หลายเดือนก่อน +1

    আপোনাৰ সুৰ কণ্ঠ সচাকৈ সুমধুৰ কণ্ঠত সৰস্বতী ৰাখিছ বহুত বহুত শুভকামনা প্ৰেৰণ কৰিলো।। শুভ সন্ধ্যা।।

  • @tannushreetannu2778
    @tannushreetannu2778 หลายเดือนก่อน +1

    বৰ ধুনীয়া লাগিল 🌝❤️ লগতে আমাৰ বৰদলৈ দাইয়ো ধুনীয়া ধুনীয়া সুৰ তানি কন্ঠদান কৰিল বহুত বেছিয়ে ভাল লাগিল 😌💕

  • @bharatbordoloi186
    @bharatbordoloi186 หลายเดือนก่อน +5

    Baa apuni always frevorite ❤

    • @greenenergy1483
      @greenenergy1483 หลายเดือนก่อน

      Baa apuni hodai priyo likhile nu ki hoi hey,,,,,English dal j majot humai dia,,,,,seriously noloba dhemali korisu 😂

  • @dhanjitkalita70
    @dhanjitkalita70 หลายเดือนก่อน +1

    মন যোৰ পৰি যাই ভাস্কৰৰ গীত বোৰ শুনিলে ❤❤

  • @assameseentertainment3437
    @assameseentertainment3437 หลายเดือนก่อน +1

    Aji hote moi 5days hol episode tu kheh
    Korilu aji.time nupuat sabo pra nasilu.....bhal lagil ajon ST lowa hisape bohut bhal kam krise... love from- morigaon....

  • @surabisaikia6357
    @surabisaikia6357 หลายเดือนก่อน +1

    Xdai vlle thaka❤, mur priyo Konthoshilpi ❤

  • @ParthapratimHukai
    @ParthapratimHukai หลายเดือนก่อน +2

    Bordoloi morom loga puali . Amar morom loga gaonr puali tu ❤❤ bordoloi

  • @mycreation9496
    @mycreation9496 หลายเดือนก่อน +1

    সুন্দৰ

  • @ghorhongkhar7745
    @ghorhongkhar7745 หลายเดือนก่อน +1

    Hosakoi bor dhunia lagil epsd tu sai