৪ নং উঠা-চাহিনী || হাতে-মুখে কিদৰে শিকিব || সব্যসাচী কলাকেন্দ্ৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • গায়ন-বায়নৰ চাহিনীৰ ভিতৰত উঠা-চাহিনীৰ গুৰুত্ব অধিক । ইয়াত হাতৰি সচাঁৰ, ভৰিমানকে আদি কৰি সকলো ধৰণৰ বোল বা চাপৰৰ প্ৰয়োগ ঘটে ।
    এই ভিডিঅ'টিৰ জৰিয়তে বৰদোৱা শৈলীৰ ৪ নং উঠা-চাহিনীৰ হাতে-মুখে গাব পৰা দক্ষতাৰ বিষয়ে শিক্ষা দিয়া হৈছে । সম্পূৰ্ণকৈ শিকিবলৈ বা আয়ত্ব কৰিবলৈ অনলাইন যোগেও শিক্ষাগ্ৰহণ কৰিব পাৰে ।
    আগলৈও সত্ৰীয়া সংস্কৃতিৰ এনে ভিডিঅ উপলব্ধ হ'বলৈ এই Channel টো SUBSCRIBE কৰাৰ লগতে সকলোলৈ Share কৰিবলৈ নাপাহৰিব ।
    আমাৰ সকলোৰে বাবে গুৰুসংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰৰ মাধ্যম হিচাপে এনেদৰেই আগবাঢ়ি আহিব লাগিব ।
    Please dont forget to "Like👍" & "Subscribe" my Channel to get updated.
    You can also follow me on Facebook :-
    / jyotishman.mahanta
    Instagram - jyotishman.mahanta
    Telegram - t.me/Jyotishma...
    Whatsapp me on - 9957703522

ความคิดเห็น • 11

  • @lisbon.2004
    @lisbon.2004 2 ปีที่แล้ว +1

    🙏👍

  • @borokhadasmusical7471
    @borokhadasmusical7471 2 ปีที่แล้ว +1

    ভাল লাগিল 🙏🙏

  • @emonphukon5870
    @emonphukon5870 2 ปีที่แล้ว +1

    Val lagila sai..

  • @prazwalitaboruah1255
    @prazwalitaboruah1255 2 ปีที่แล้ว +1

    Dhonyobaad 🙏

  • @drjentertainment3661
    @drjentertainment3661 2 ปีที่แล้ว +1

    Dada apuni bajana gikhon parile Decription ot di dibo sun

  • @tarunhazarika5776
    @tarunhazarika5776 ปีที่แล้ว

    " খি তি তাওঁ তাওঁ তাক্ তাওঁ" বাজনা খনৰ পাচত আমি "তা ধি ধেনাওঁ ধেন নেচ তাওঁ" বুলি বাজনা এখন বজাওঁ। এই খন বাজনা উঠা চাহিনীৰ শেষৰ বাজনা হয়নে নহয়। বাজনা খন দিমনে নিদিম।

  • @tarunhazarika5776
    @tarunhazarika5776 ปีที่แล้ว

    ইয়াৰ আগত উঠা চাহিনীত আমি "ধেই তাওঁ খিত ঘিন তাও তেচ তাওঁ, খিত তাও খিত ঘিন তাওঁ তেচ তাও"(বহুবাৰ)
    ভাঙনিত "খিতা খিতা খিতা খিতা খিতি তাখি তাতা খিতা ৰিদ ধেই তাক ধেই তাতা খিতা ধি ধি নাধি নেতা খিতা" বুলি বজাই ঘাটেৰে সামৰোঁ। উঠা চাহিনিত প্ৰথম বাজনা এই খন আছে নাই।

  • @user-wh1or4mh9f
    @user-wh1or4mh9f 2 ปีที่แล้ว +1

    সুন্দৰ দাদা 🙏🙏🙏 আপোনাৰ নম্বৰ২ দিবচোন ।

  • @taneo92
    @taneo92 2 ปีที่แล้ว

    ধেনিদাও দাও দিদ থেই...৷6
    ধিনা ধিনা ধিনা ধিনি দিধি নাধে নাতা ধানা তাক থেই তাক থেই তাতা খিতা খ্ৰিখ্ৰি তাখে তাতা খিতা..
    খিতি দাও দাও দিদ থেই..৷8
    জিদ ধেই তাক ধেই৷
    ধেৰ ধিনা ধিনা নাতা
    খিৰ খিতা খিতা নাতা৷..
    আমি এনেকৈ বজাওঁ