class 2 খোলৰ আৰম্ভণি বোল
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- খোল বাদ্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে আমি সামান্য প্ৰচেষ্টাৰে এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছো । আশা ৰাখিছোঁ, আমাৰ এই প্ৰচেষ্টাক আকোঁৱালি লৈ আমাৰ ভূল ক্ৰটিবোৰ আঙুলিয়াই আমাৰ সাংগীতিক যাত্ৰাৰ অংশীদাৰ হয় যেন ।
#অসম
#চৰাইদেউ #শিৱসাগৰ #লোকনৃত্য #খোলবাদ্য #সত্ৰীয়ানৃত্য
ধন্যবাদ দেই দাদা, বৰ ধুনীয়াকৈ বুজাইছে, বেলেগ গুৰু নোলোৱাকৈ আপোনাৰ পৰাই এনেকৈ শিকিব পাৰিমনে
সুন্দৰ হৈছে ভাইতি❤
Dada val lagil❤❤❤
বৰ সুন্দৰ হৈছে 🌷
❤সুন্দৰ 👌
Hundor...solaijaouk..krishna
সুন্দৰ হৈছে
আগলৈ আশা থাকিল
সুন্দৰ ভাৱে শিকাইছে দেই চাৰ
বহুত ধন্য়বআদ। সম্পূৰ্ণকৈ এতি গীতৰ সৈতে শিকাৰ আশাৰে সেৱা নইবএদইছও।
Val lagil Jintu da.
Thank you
Hundor bondhu
Thank you
সুন্দৰ
ধন্যবাদ
সুন্দৰ হৈছে।
go ahead.well done
Sundor
Thank you
Thank you sir
Xundar
Thank you
সুন্দৰ পদক্ষেপ জিণ্টু😍 আগুৱাই যোৱা❤️
Thank you
গুৰুঘাত তো এবাৰ শিকাই দিব লাগে
Hundor
Thank you
Heavy Editing 🔥🔥🔥🔥🔥
Thank you
👍🏻
🙏
ধন্যবাদ
মই শিকিব বিচাৰো ❤
Oo
💗💗
Thank you
Moi dikshit bora
Khulr rogor kenekoi dia please jonabo
Nice
Thank you
🔥🔥🔥🔥🔥❤️❤️❤️❤️🔥🔥🔥❤️❤️❤️
Thank you
❤️❤️❤️
❤️
Dada apunar khul badon xoilitu kun thulor jonale bhal pam krishno....
কমলাবাৰী, বৰদোৱা , বৰপেটা তিনিওটা থুলকে প্ৰাধান্য দিয়া হয় ।
Please put new video
Boya mic Eta kini lobo
Tak nathaka khul t khit ,dit , dhai ,dau thake okol 4ta
যেনেদৰে বিভিন্ন থুল, বা ঠাই ভেদে খোল বাদ্যৰ পৰিবেশন কৰা তাল সমূহৰ বোলৰ ক্ষেত্রত পার্থক্য দেখা পোৱা যায়, ঠিক তেনেদৰে -
খোলৰ মুখ্য বোলৰ ভিতৰত কিছু কিছু ক্ষেত্রত (ঠাই ভেদে) তাক বোেল টো দিত বুলি বজোৱা দেখা পোৱা যায়। মই কেতিয়াও দিত বোলটো ভূল বুলি কোৱা নাই । কথা হল মই দিত ৰ সলনি তাক বুলি পাইছোঁ। তেনেদৰে সিকাইছোঁ বাকী কেতিয়াবা লগ পালে এই বিষয়ে নিশ্চয় আলোচনা কৰিম।
আমি জনা মতে খোলৰ প্ৰধান বাজনা খিত দিত ধেই দাও বুলিহে জানো
যেনেদৰে বিভিন্ন থুল,বা ঠাই ভেদে খোল বাদ্যৰ পৰিবেশন কৰা তাল সমূহৰ বোলৰ ক্ষেত্ৰত পাৰ্থক্য দেখা পোৱা যায়, ঠিক তেনেদৰে -
খোলৰ মুখ্য বোলৰ ভিতৰত কিছু কিছু ক্ষেত্ৰত ( ঠাই ভেদে ) তাক বোল টো দিত বুলি বজোৱা দেখা পোৱা যায়। মই কেতিয়াও দিত বোলটো ভূল বুলি কোৱা নাই । কথা হল মই দিত ৰ সলনি তাক বুলি পাইছোঁ । তেনেদৰে সিকাইছোঁ বাকী কেতিয়াবা লগ পালে এই বিষয়ে নিশ্চয় আলোচনা কৰিম ।
🙏🙏🙏
Hikibo parim mane atya
Niswoi
Dada vauna hot t uloya khene deb
Please remove background music
Dada apuner nambertu diba sun ❤️❤️❤️
8822727182 (wp msg only)
Tak buli nokoi moi jonat dit buli koi
যেনেদৰে বিভিন্ন থুল, বা ঠাই ভেদে খোল বাদ্যৰ পৰিবেশন কৰা তাল সমূহৰ বোলৰ ক্ষেত্রত পার্থক্য দেখা পোৱা যায়, ঠিক তেনেদৰে -
খোলৰ মুখ্য বোলৰ ভিতৰত কিছু কিছু ক্ষেত্রত (ঠাই ভেদে) তাক বোল টো দিত বুলি বজোৱা দেখা পোৱা যায়। মই কেতিয়াও দিত বোলটো ভুল বুলি কোৱা নাই। কথা হল মই দিত ৰ সলনি তাক বুলি পাইছোঁ। তেনেদৰে সিকাইছোঁ বাকী কেতিয়াবা লগ পালে এই বিষয়ে নিশ্চয় আলোচনা কৰিম।
Nambar to dibo naki
8822727182 w/p
সুন্দৰ হৈছে।
সুন্দৰ
Hundar
Nice
❤️❤️❤️
Thank you
সুন্দৰ
♥️♥️♥️
❤❤
❣️❣️
❤❤