মাজুলী ৰাস || নতুন চামগুৰি সত্ৰৰ মহাৰাস || বিখ্যাত মুখাশিল্পৰে অঘাসুৰ - বকাসুৰ - প্ৰলম্বাসুৰ -পুতনা

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 พ.ย. 2023
  • এইবাৰ ২০২৩ বৰ্ষৰ মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰৰ "শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ" অভিলেখ সংখ্যক দৰ্শকে একেলগে উপভোগ কৰিছিল । মাজুলীৰ বিখ্যাত মুখাশিল্পৰে প্ৰাণোচ্ছল হৈ পৰিছিল ২৭-২৮ নৱেম্বৰৰ ৰাসলীলাৰ কাৰ্যসূচী। সেয়ে মাজুলীৰ মুঠ ৬৮ খন ৰাসৰ ভিতৰত এই সত্ৰৰ আধ্যাত্মিক ৰাসোৎসৱ অনন্য হৈ আছে ।
    #jyotishman
    #kholvadya
    #assameseculture
    #majuliraas
    #assamtourism

ความคิดเห็น • 4