'ৰেন মৌ'ত আইচেংফাৰ স'তে সুৰীয়া কণ্ঠৰ জনপ্রিয় শিল্পী আচুর্য বৰপাত্র
ฝัง
- เผยแพร่เมื่อ 6 พ.ย. 2024
- Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Jintu Kumar, Chandan Sonowal
Make-Up - Manash Rabha
আৰ্চুজ্য বৰপাত্ৰ ভাল লগা গায়ক এজন।আৰু বিশেষকৈ আপুনি ইমান সুন্দৰ অসমীয়া শব্দ কিছুমান প্ৰয়োগ কৰে বৰ ভাল লাগে একদম নিভাজ
দুয়োজনেই সঁচাকৈ প্ৰকৃত শিল্পী । আপোনালোকৰ সুদীৰ্ঘ জীৱন কামনা কৰিলো ।
উম খুব সুন্দৰ কথা বোৰ উপস্থাপন হৈছে।। আচুৰ্য্য দাই কোৱা কথা খিনি ভাল লাগিছে।।
প্ৰিয় দুয়োজন ❤ কি সাংঘাটিক ব্যক্তিত্ব। কথাৰ কি শৈলী। একেদৰেই থাকক।
সমগ্ৰ অসমৰ লগতে আমাৰ গোলাঘাট ধনশিৰী সৰুপথাৰৰ গৌৰৱ,,, জিলিকি ৰওক সদায়,ককাই। লগতে বা লৈও বহুত বহুত মৰম।❤
বৰ ধুনীয়া লাগিল খণ্ডটো❤।জান্টু কাই সদায় এনেকৈ থাকক।বা আপোনাৰ এই শুৱলা মাতষাৰে সদায় জীপাল কৰি ৰাখক। এই অনুষ্ঠানতি। যাত্রা জিন্দাবাদ 🤘
ভাল লাগিল ❤
ভাল লগা ব্যক্তি জন ❤❤ সদায় প্ৰিয় হৈ থাকক 😍
Vl lga mnh jn ❤
Achurjya da apunar band members keijon okhomor bohut talented musicians hoi .. bohut bohut hubhokamona thakil hodai jate enekoie thake band tu 🙏❤️✨
মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া, গুৰুতত্বপূৰ্ন, ভাললগা ব্যক্তিজনেই হল আচুৰ্য বৰপাত্ৰ 💝 নাজানো কিয় বাৰে বাৰে এই মানুহজনক দেখিলে মোৰ মনটোএ এটা বেলেগ শান্তি লাভ কৰে 😊 lots of love 💕 AB❣️
Achurjya da and neel akash da my favourite singer Neel da plz plz invite
Mur zubeen da past 1st and last only favourite achurjay daa❤❤
Thank you ba favourite personk amntron kora baba❤
Hundor
My fav achurjya da❤❤❤
খুব সুন্দৰ অনুষ্ঠান।❤❤
ৰেন মৌ সদায় প্ৰিয় অনুস্হান। বহুত ভাল লাগিল আজিৰ অতিথি জন।
Bahut vl lagil achurjya.... kathabur morom loga...
Bohut dinor pora bisari asilu diyar babe thanks
All time favorite❤
Wow, Thanks Baa val loga manuh jonor hodai Priyo hoi a thakibo bisaru😍💝.
মৰম লগা আৰু ভাল লগা বাবেই এই অনুষ্ঠান চাও ।দুয়োজনকে ।
খুবেই ভাল লাগিল ❤
ৰৈ ৰৈ বিনালে লৈ অপেক্ষা ।
Very Humble n very Simple ❤❤
প্ৰীয়জনক পায় ভাল লাগিল বা ❤❤
অ বা,ধুনীয়া হৈছে episode টো।আচুৰ্যৰ গানবোৰ ভাল লাগে,কণ্ঠটো ব্যতিক্ৰম ।
Monor Val loga Manuh Jon @Achurjya Borpatra Da ❤️🧿 Love from Guwahati
অনুষ্ঠান টো চাই ভাল লাগিল 👌
বহুত মৰম.... এই যে ভঙা ভঙা মাতটো ও মোৰ প্ৰিয় ❣️
Hosakoi Achurjya da bohut besi vl lge ❤.... Khub vl hoi dada jn
Bapre --
পিছলৈ নেজাবা সোণ -
- ক্ষন্তেক ত নহলেও -
- আশ্ৰiস দি যোৱা না --
চাবা দেই --
সোণ জনী --
পিছলৈ বুজি ভুগি বা ,,
,- নকওঁ বুলি ভiবিও -
না। না ৰে --
কৈ ই দিলোঁ --
শুনি যোৱা
ঘটি থকা --
সঁচা কথা --
তোমাৰ চকুত অ শ্ৰো --
মই দেখা নাই --
সাংসাৰিক জীৱনৰ --
মূল কি বুজিবা --
নুচুৱা চলেৰে --
তোমাক নজৰত ৰাখিছোঁ --
দাবুল জীৱনৰ কাহিনী --
পঢ়ি বুজি --
জ্ঞান লৈ থৈ চো --
পাৰা যদি আহিবi --
নোৱাৰিলেও নাহিবা --
সোনকালে খুলি কোৱা --
নহলে জানা নে --
তোমাৰ মোৰ --
ভাল পোৱাৰ অঙ্কত --
শত্ৰুৱে গৈ ---
ৰাজহুৱা নকৰিব নে ?
প্ৰতিটো গীতৰ --
কাহিনী ৰূপ দিবলৈ --
প্ৰেমৰ নিবেদন আব্যশক --
নহলে যে ফলপ মাৰিব --
সেই বুলি কোনোবাই --
কল্পনা নকৰিব নে ?
ভাবি ভাবি জানা নে --
ভাবনiই গাত লম্ভিলে --
Birat bhal lagil Aaichengfa tumaku morom dilu❤❤❤
Papon daa lage
Finally achurjya daa ahil😍❤️💥
Fvrt one❤
Khube val lagil ba
ভাষাৰে বুজাব টান হৈ পৰে তেওঁ কিমান প্ৰিয়❤️🩹
কিন্তু তেওঁৱেই প্ৰিয় কন্ঠশিল্পী যিজনৰ এটি গীত নুশুনিলে দিনটি আধৰুৱা হোৱাৰ অনুভৱ 🥹🆎❤️🩹
Sai vl lgil dei❤
আপোনাৰ " যাত্ৰা " অনুষ্ঠানটো ভাল লগা কাৰনটো হ'ল আপোনি অতি সুন্দৰকৈ নিজ ভাষাত আলাপ-আলোচনা কৰে শিল্পী সকলৰ লগত । এবাৰ আমাৰ প্ৰিয় কৃষ্ণমনি নাথ ককাইদেউক আপোনাৰ যাত্ৰা মজিয়ালৈ নিমন্ত্ৰন কৰিব বুলি আশা থাকিল । লক্ষীমপুৰ , অসম ।
তেখেত আহিল আগৰ খণ্ড এটিত ...Jaatra TH-cam Channel টোত বিচাৰিলেই পাব দেই ! ✨♥️
Thank you baa dadak amntron kora babe Val loga manuh jon❤
মনৰ পৰা ভাল লগা গায়ক জনক দেখি বহুত ভাল লাগিল।
বৰ ভাল লাগিল ❤
Baa apunar anusthantu hodai sai jetia ahe❤❤❤
Bor xundor lagil sai.
আৰ্থ-সামাজিক কথাবোৰ পতাটো ভাল পাইছোঁ। এইবোৰ কথা আঁৰত থাকি যায়।
My fvrt singar ❤
"বিদুৰভাই" আপোনালোকৰ মানস সন্তান , তাক আপোনালোকে ইমান সুন্দৰ সংস্কাৰ দি প্ৰতিপালন কৰিলে যে সেই সন্তানৰ সফলতাত আজি প্ৰতিজন পিতৃ-মাতৃ আবেগিক 🙏
Dhuniya lgil sai...moi baak khub bhal pao....Moro chennal tu sabo son baa
Hosai birat dhunia hoise ❤ bidurbhai..
Tora oi torali,,,,,,,
The Torali Man
Still my favorites ,,, the Torali songs.
His smile❤
সৰুপথাৰৰ আৱেগ ❤️
আচুৰ্য দা সদায়েই প্রিয় ❤ বিদূৰভাই তামাম জুই 🔥 মজ্জা লাগিল😊
Favourite❤️
Hundor❤
Moloya Baideu jiyek keni gol 🥰🙏
Mur fvrt dada❤
Next Neel Akash Daak lage pise আচুৰ্য দাৰ eei episode tu bohut val lagile aru বা tumr kotha bur val lage eman dhuniya koi kotha koi aru aag barhi jauk❤
Achurijya da all time favorite❤❤❤❤
Baidew gorakir kotha bur hoyli emn dhunia ❤
খুব ধুনীয়া লাগিল খণ্ড টো চাই।🔥🔥🔥
Dada dine dine jen xoru lora2 hoi goi ase ❤❤😊
Akdom bore loga nai ..bht val lagise cinema khn
Val loga manuh jon ❤❤❤ proti Tu getei val pau
Achurjya da all time favorite❤❤❤❤ love from deargaon ❤❤
Achurjya daa❤❤❤❤.aji ei epsd ti moi vt randhibole lua agre prai sai asilo. Majt j ei jaan2 ktha2 ulaise tetia moi vatr patot bhi vt khai asilo... Jaan2 bula lora2r kthai mn2 dukh lgai dile janene baa.. khab nuarilu vt... Sehot aponloi akhopa mrm❤❤
Achurjya Dar Babe Like Ata ❤
Love from borhat ❤🎉
আচুৰ্য বৰপাত্ৰ দাদা জন সদায় মোৰ প্ৰিয়
Dhuniya lagise baa ❤️❤️
প্ৰিয়জনক আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ ❤❤
Neel da next ❤
one of favourite singer achurjya da i love you achurjya da ❤🎉🎉❤❤❤❤❤❤
achurjya daৰ প্ৰতি টো গানে মোৰ প্ৰিয় ❤❤
ভাল লগা ভাল পোৱা এজন শিল্পী
Achurjya da❤
My favourite singer ❤❤❤❤❤
Well baideo. I love your professionalism
Fv singer 😫❤️🔥
Acharjya Daa khubai piyo ❤. Baa apunar Anusthan bur vl lge ❤ Baa Apunaloi agl mn Mrm ❤ ruh Apunr Anusthan abr u skip nkorakoi Hakhor loika saw kio nu Apunar vakhar jtu horolota khubai bsi piyo ❤ Val val Anusthan bur anokoi aagboi jbo buli ami apokht rom ..hakhot bht mne bht vl lge Baa ❤
Heyro piyo nhoi priyo 😂
Bidurbhai salu bohut val lagil hahiu u aru kandilu u bohut val hoise 🎉
Favorite singer❤
Always fav @achurjya da❤
আমাৰ গোলাঘাটৰ মৰম লগা লৰাতো। মোৰ ভাল লগা গায়ক জন
সদাই প্ৰিয়❤🧿
Next neel da❤
00❤😊
সুন্দৰ
Moja lagile 😮😮😮❤
❤❤
Achujya dak bht vl lge ❤
আচুৰ্য্যৰ গান শুনি ভাল পাওঁ ৷ চিন্তাচৰ্চাবোৰ ভাল পাইছোঁ ৷
Moi aji loike achurjya dar live show Sai pua ny karon usoror jagat teuk mata ny aibosor adin ahisil but kiba karonot sabo napalu adin chance pale Sam usorot korobat ahile teuk sabo bor hepah ase
My favourite singer
Acharjya Dada ৰ সাঁচিপাত টোকাৰী গীতটি মোৰ বহুত প্ৰীয়❤
Next videot neel dak lage❤️💝🙏
Xosake koisu bohut val pau achurjya dak kune kune achurjya dar fagun gantu xunise ❤❤❤❤❤❤
Aiowwe❤
দাদৰ গাওঁ খনৰ নাম টো শুনিব বৰ ভাল লাগিল ❤ বৰ ধুনীয়া হব চাগে গাওঁ খন ❤
His dressing sense ❤️🔥
গোলাঘাটৰ আৱেগ❤