Tumar voice tu xsakoi khai lakh Zubeen daa r nisinai ....God blessed u tumi aru uthi juwa Zubeen daa r gaan gai ...kintu amar Zubeen daa t koi khali besi uporote uthi najaba Zubeen daa k khodai Spacial Zubeen daae hoi thakib dia aru Zubeen daak khali tumi Tumr Guru buli mani lba ....👍👍❤️❤️❤️
Good job time 8... এনেবোৰ নিউজ নিউজ এই NHOi কিছু কিছু ক্ষেত্ৰত এইটো এটা জীৱন যিটো জীৱন পাবৰ বাবে বহুত আগ্ৰহ কোনো লোক। AGAIN THANK YOU TIME8 or লগত এই khaijon কৰ্ম কৰ্তা যি জন অৰ বাবে এনেবোৰ নিউজ চেনেল অৰ হাতত পৰেগৈ👍🤞
I am a huge fan of Zubeen Da ... মই জুবিন দাৰ গান বোৰ বহুত Deeply শুনি থাকো... সচাঁকে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে এয়া জুবিন দাৰ কণ্ঠ নহয় বুলি.. 😳 98.99 শতাংশই মিল আছে! কেতিয়া বা যদি কোনো producer'ৰে কম বাজেটত Zubeen দা'ক বিচাৰে তেন্তে এই জনক ল'লেই হল আৰু 😜 ... Go ahead .. May Allah bless you bro... and lot's of love to you ❤
ধন্যবাদ time8 আপোনালোকৰ এই সহায় সহযোগীতা মোৰ বাবে সদায় স্মৰণীয় হৈ ৰব। সমূহ অসমবাসীৰ মৰম আশীৰ্বাদ আপোনালোকৰ যোগেদি মোক প্ৰেৰণ কৰাৰ বাবে অশেষ ধন্যবাদ । মোক এনেদৰে অনাগত দিনবোৰত আপোনা লোকৰ মৰম আশীৰ্বাদ দি যাব বুলি আশা ৰাসিলো। ধন্যবাদ 🙏🏻
Subscribe kori dilu
Tumi aguyai jua tarei kamona karilu🙏🙏
God bless you Sanjeev bro.
Proud of you dost,,, go ahead ❤️😚
Tumi ag bahi juwa
কবলৈ ভাষা নাই ইমান সুন্দৰ কণ্ঠ(সাইলাখ জুবিন ককাইৰ দৰে)আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল ।
সুন্দৰ গাইছে ,জুবিনৰ কন্ঠ যেন লগা হৈছে। ভৱিষ্যত উজ্বল কামনা কৰিলো ❤️❤️❤️❤️❤️
সচাঁকে গাৰ নোম শিয়ৰি উঠা এক কণ্ঠ, তোমাৰ কণ্ঠত আই সৰস্বতী বাহ লওঁক 😘😊
Outstanding वेता। কি আচৰিত! কবলৈ ভাষা নাই। জুবিন গাৰ্গে সচাকৈ তোমাক লগ কৰিব। মাথোঁ তেওঁ গম পালেই হ'ল। May God bless you.
কত আছিলি এ ভাই তই। ইমান ধুনীয়া tune থকাৰ পৰতো তোমাৰ অলপো অহংকাৰ নাই নে ??
God bless u yaar
God bless u
জুবিন দা আমাৰ গৌৰৱ আৰু আমাৰ গৌৰৱ দুগুণ বাঢ়ক আমাক এনেকুৱা জুবিন হাজাৰ জন লাগে যাতে অসমৰ গৌৰৱ বেছি হয়। আৰু লৰাজনক যাতে কোনেও আওকাণ নকৰে। জুবিন জুবিনে হৈ থাকিব মাত্ৰ হাজাৰ জন জুবিন গাৰ্গৰ সৃষ্টি হওক🙏🙏
Right
💯
ঠিকেই কৈছে আপুনি
Yes 👍
সাইলাখ জুবিন দাৰ কন্ঠ..... বহুত সুন্দৰ প্ৰতিভা.... জুবিন দাই এওঁক নিশ্চয় লগ কৰাৰ সুবিধা দিব আৰু মোৰ বিশ্বাস জুবিন দাই এওঁক মঞ্চত একেলগে গান গোৱাৰ সুবিধা দিব।এওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো...
সঁচাকৈয়ে তোমাৰ কণ্ঠ অপূৰ্ব। অবিকল জুবিন দাৰ কণ্ঠ দৰে কেনেকৈ সম্ভৱ, বিস্ময়কৰ। সফলতাৰে আগুৱাই যোৱা বহু দূৰলৈ। শিল্পসকলে তোমাক যেন সহায় সহযোগিতাৰে আগবঢ়োৱাই নিয়ে....
সুন্দৰ কন্ঠ দেই একেবাৰে জুুবিন দাৰ কন্ঠ লগত একেই ৷৷ শিল্পী সমাজক অনুৰোধ কৰিছো এনে নবিন শিল্পী সকলক সমাজৰ আগশাৰীত আগবঢ়াই নিবলৈ সহায় কৰে যেন এয়ে মোৰ অনুৰোধ থাকিল ৷
প্রিয় ভাইটি... তুমি জুবিন ক গুৰু হিচাবে মনা টু খুব ভাল কথা। কিন্তু তুমি তোমাৰ নিজৰ কন্ঠ তোক সঞ্জীৱ বৰাৰ কণ্ঠ হিচাবে প্ৰতিষ্ঠা কৰিব লাগিব।
তেওঁৰ যিটো Voice সেইটোৱেই ওলাব। কোনোৱে কাকো Copy কৰি কাৰো দৰে হ'ব নোৱাৰে। কথাটো হ'ল জুবিন দাৰ দৰে প্ৰতিভা অসমত যিমানে ওলাব আমাৰ বাবেই গৌৰৱ। অসমক আৰু হাজাৰ জন জুবিন লাগে।
তুমি অকল জুবিনক অনুকৰণ কৰা।
দাদা তুমি ইমান ধুনীয়া কৈ গান গাব জানা তুমালৈ বহুত ধন্যবাদ জাচিলো আরু মই যে এজনি ছিংগার হব পারো মোক আশীর্বাদ দিয়া সকলোয়ে please thank you
হিয়া মন চুই যোৱা জুবিনদাৰ দৰে তোমাৰ সুন্দৰ কণ্ঠ এয়া তোমাৰ ভগৱানৰ অৱদান তুমি আগুৱাই যোৱা থমকি নৰবা । মোৰ বিশ্বাস তুমি সফল হবা, তোমাৰ দৰে আৰু জুবিনদা জন্ম হওক। তুমি সদায় এনেদৰে জুবিনদাক গুৰু বুলি মানিবা তেতিয়া সফল হবায়ে।
সচাই জুবিন দা যেন লাগিছে আগুৱাই যোৱা তুমি ❤️ মৰিগাঁও পৰা গৌৰৱ অনুভৱ কৰিছো । তোমাৰ ঘৰৰ পৰা আমাৰ ঘৰ বেছি দুৰ নহয় কেতিয়াবা লগ পাম জয় আই অসম 💞💞
সুন্দৰ কণ্ঠ।চকু মুদি শুনিলে জুবিন গাৰ্গ যেনেই লাগে। আগবাঢ়ি যোৱা শুভেচ্ছা ও মৰম আশীৰ্বাদ থাকিল।
ইমান সুন্দৰ কণ্ঠ ...সাইলাখ জুবিন দা ৰ নিচিনা... আগোৱাই যোৱা সদায় 👍
Go ahead and good luck to you 💐💐
Mojja gaisa o
সুন্দৰ সুন্দৰ অতি সুন্দৰ ক'বলৈ আৰু ভাষা নাই তুমি আৰু আগুৱাই যোৱা তাৰে কামনা 👍👍
Nic voice
Hosakoi mor falar pora baki nai kobole
দাদা, তুমি ইমান ধুনীয়া গাইছা 🔥🔥🔥🔥🔥🔥🔥🔥🔥
Time8 য়ে তোমাক এইখিনি সুবিধা আৰু আগবাঢ়ি যাবলৈ সাহস দিয়াৰ বাবে বহুত ধন্যবাদ 🙏
ইমান ধুনীয়া কণ্ঠ। আগবাঢ়ি যোৱা এনেদৰে উন্নতি পথেৰে ❤️❤️💞
নিশ্চয় জুবিন দাই তোমাক লগ কৰিব ।। তুমি এদিন নিশ্চয় ভাল গায়ক হবা বুলি আশা থাকিল ❤️❤️❤️👌👌
সুন্দৰ তোমাৰ কনঠ তুমি আগবাঢ়ি যোৱা
🔥❤️👍😊 মা-দেউতাৰ আশীৰ্বাদ সাদায় তোমাৰ লগত থাকিব আগলৈ আগবাঢ়ি যোৱা চেষ্টা কৰা। শুনি ভাল লাগিল
চকুমুদি শুনিলে সঁচাই জুবিন দা
তুমি আগবাহি যোৱা ভাই আৰ্শীবাদ কৰিছো ভগবানৰ ওচৰত 🙏🙏
সচাকৈ বহুত ধুনীয়া গীত গাই বহুত মধুৰ সুৰ ভাইটি তুমি বহুত আগলৈ যোৱা তাকে দোৱা কৰো 💗💗
th-cam.com/video/8Q-IRLNPCu4/w-d-xo.html
Bahut dhuniya kantha. Tomaloy utjol vabissat kamana thakil
God bless you.
xosake bhati tumi jubin dr tole tole ,bohut dhuniya kantho tumr aashirbad korisu tumi aaguwai juwa 👍👍👍
ময়ো গাব বিচাৰোঁ গান এটা
সচাই জুবিন দা ৰ দৰে একেই কণ্ঠ 🤩আগুৱাই যোৱা।
এই বিলাক ক্ষেত্ৰত time8 ক বহুত ভাল পাওঁ love from নলবাৰী 💓
বৰ সুন্দৰ কন্ঠৰ গৰাকী তুমি জুবিন দাৰ সৈতে কন্ঠ মিল আছে। আগলৈ এনেকৈয়ে আগুৱাই যোৱা ভগৱান সহায় হওঁক তোমাৰ।
অভিনন্দন অভিনন্দন অভিনন্দন । সাইলাখ জুবিনৰ গীত শুনিবলৈ পাই আচৰিত আৰু আনন্দিত ।
সচাকৈ বহু ধুনীয়া প্ৰতিভা💗 জুবিন দাৰ ময়ো এগৰাকী অনুৰাগী 🙌 তুমি আৰু বহু দূৰ আগুৱাই যোৱা তাকেই কামনা কৰিলো🥰
Umm hoi😊
অন্তৰ চুই গৈছে সচা জুবিন দা নিচিনা ❤️🥺আগুৱাই যোৱা 🥺❤️
কি কম ভাষা নাই,ভালদৰে আগুৱাই যোৱা বন্ধু,পিছলৈ আৰু শুনিব পাম বুলি আশা থাকিল।।বহুত ভাল লাগিল সছাকৈ।।
সঞ্জীৱ বৰাৰ এটা কথা ভাল লাগিল শুনি - তেওঁ জুবিন গাৰ্গ হ'ব নিবিছাৰে । সুন্দৰ কথা । সঞ্জীৱ বৰা, সঞ্জীৱ বৰা হৈ গীত পৰিৱেশন কৰক । উজ্বল ভৱিষ্যৎ কামনা কৰিলো
হৃয়স্পৰ্শী কণ্ঠ। আগুৱাই যোৱ , সুন্দৰ আৰু নিভাজ সুৰ শুনিবলৈ পালো।
খুব সুন্দৰ কণ্ঠ ..... আগুৱাই যোৱা তুমি ... বহুত বহুত শুভকামনা জনালোঁ
উজ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা তাৰে কামনা জনালো। ছেকেণ্ড জুবিন দা ❤️🤗
OMG. Ki asorit Hubohu Zubeen r voice. TIME 8 Thankx Anakua prothivaban lukok Bisari onar baba. God bless u. Tumi aguai jua.
God bless you brother
আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।।
নতুন প্ৰজন্মত লাগে এজন জুবিনদাৰ দৰে গায়ক All the best sanjib dada ❣️❣️👍👍👍
সঞ্জীৱে ডিজাৰ্ভ কৰে ৷ শুভকামনা তেখেতলৈ ৷ জুবিন দাক এনেকৈ অনুকৰণ কৰাতো তেখেতৰ এক বিশেষ গুণ
Wow
Bhut dhunia hoice
খুব সুন্দৰ সন্জীৱ... শুভকামনা জনালোঁ....ৰিতুস্মিন তোমাক ধন্যবাদ, ইমান অসাধাৰণ প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে
সচাকৈ কবলৈ ভাষা নাই ইমান সূমধূৰ কণ্ঠ।তুমাৰ প্ৰতিভা সচাই অতুলনীয়।আমাৰ আৰ্শীবাদ পলাই তোমাৰ লগত থাকিব।তুমাৰ সংগীতৰ যাত্ৰা সফল হওক আৰু আগুয়াই যোৱা তাৰেই কামনা কৰিলো।
ইমান একেই মাত কেনেকে থাকিব পাৰে!❤️
বহুত শুভেচ্ছা থাকিল আপোনালৈ।
Tumar voice tu xsakoi khai lakh Zubeen daa r nisinai ....God blessed u tumi aru uthi juwa Zubeen daa r gaan gai ...kintu amar Zubeen daa t koi khali besi uporote uthi najaba Zubeen daa k khodai Spacial Zubeen daae hoi thakib dia aru Zubeen daak khali tumi Tumr Guru buli mani lba ....👍👍❤️❤️❤️
তোমাৰ ভাল হওক,জীৱন যুঁজত অৱতীৰ্ণ হ'বলৈ ভগৱন্তই তোমাক শক্তি দিয়ক।
কি কম আৰু ভাষা নাই দাদা তুমি সফল হোৱা .তোমাৰ সপোন বোৰ পূৰন হওক .মায়া মায়া অপূব পৰশেৰে ......😊😊
Good job time 8...
এনেবোৰ নিউজ নিউজ এই NHOi কিছু কিছু ক্ষেত্ৰত এইটো এটা জীৱন যিটো জীৱন পাবৰ বাবে বহুত আগ্ৰহ কোনো লোক।
AGAIN THANK YOU TIME8 or লগত এই khaijon কৰ্ম কৰ্তা যি জন অৰ বাবে এনেবোৰ নিউজ চেনেল অৰ হাতত পৰেগৈ👍🤞
উফ!! শুনিলেই শুনি থাকিব মন যায় এনেকুৱা কন্ঠ বোৰ
আচৰিত ঘটনা,,,ম ই প্ৰতিটো গানেই চকু মুদি শুনিলো।সাইলাখ জুবিন দাৰ মাত।😱😱😱😱😱😱
🔥🔥বৰ ধুনীয়া হৈছে দে❤️তুমি আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ🙏ধন্যবাদ জয় আই অসম❤️❤️❤️
সুন্দৰ কণ্ঠ অধিকাৰী তুমি, তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।
আমাৰ মৰিগাঁও লৰা । নিজকে বহুত গৌৰৱ অনুভব কৰিছো। এনে এটা দিন আহক যাতে তোমাক চাবলৈ আৰু তোমাৰ গান শুনিবলৈ অসংখ্যক মানুহৰ সমাগম হওক তাৰে কামনা কৰিছো।
Unbelievable bro....... Jubin da please support this talent so that he can go many many miles in the musical world.....
বহুত সুন্দৰ কণ্ঠ। ভৱিষ্যত উজ্বল কামনা কৰিলো। মাত্ৰ সাধনা আৰু মনোবল নেহেৰুৱাবা। নিশ্চয় এদিন ইয়াৰ উচিত ফল পাবা।
Bbh
time 8 ক বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁ বহুত আগুৱাই যাক ❤
সঞ্জীৱ তুমি এই যাত্ৰা সফল হৈ আগুৱাই যোৱা । এয়ে কামনা কৰিলোঁ ।
তোমাৰ মাতটো বহুত ভাল তোমাৰ মনৰ কামনা পূৰন হয় যে
ইমান দুখীয়া ঘৰৰ পৰা সুন্দৰ এটা সৃষ্টি আমি সকলোৱে যাতে সজ্ঞীৱক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰো
🥰🥰আশাকৰোঁ.. আমাৰ মানৱ ৰূপী ভগৱান জুবিন দাই নিশ্চয় তোমাক লগ কৰিব ।।🥰🥰
ভগৱানে এটা শুৱলা কন্ঠ দিছে। গতিকে ভালদৰে গানৰ চৰ্চা কৰি এজন ভাল গায়ক হোৱা। তুমি কেৱল তুমি হোৱা।
তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক। আগুৱাই যোৱা। আমাৰ শুভেচ্ছা থাকিল।
সঁচাই বহুত ধন্যবাদ জনাইছো time 8news senel k .eman Sundar Sur bohut aag bahi jua bhàite
Congratulations,,,
তুমি অতি সুন্দৰ কণ্ঠৰ অধিকাৰী,,
তুমি আগোয়াই যোৱা আশা ৰাখিলোঁ।
ডিব্ৰুগড়ৰ পৰা,,
বহুত সুন্দৰ কণ্ঠ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মাএ সাধনা আৰু মনোবল নেহেৰুৱাবা নিশ্চয় এদিন ইয়াৰ উচিত ফল পাবা সঞ্জীৱ 🥰🥰🥰👍
নিশ্চয়
অতি সুন্দৰ কন্ঠ।তুমি আগুৱাই যোৱা।
ইমান দিন জুবিন দাৰ মিমিক্ৰি শুনিছোঁ। আজি হুবহোঁ জুবিন দাৰ মতেৰে গান শুনিছোঁ। মোৰ কোনো ভাষা নাই কি বুলি comment কৰিম। ভাই তুমি বহুত বহুত আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ। লাভ ইউ জুবিন দা❤️❤️❤️
জুবিন দা মই তেতিয়াৰ পৰাই তোমাৰ পাগল যেতিয়া গান কি বুজি পোৱা নাছিলোঁ। যেতিয়া গানৰ ভাষা বুজি পোৱা নাছিলোঁ। কিন্তু তোমাৰ দৰদি কণ্ঠই মোক শীতল কৰিছিলোঁ প্ৰাণ বুকু। বহু বছৰ জীয়া থকা তুমি মৰমৰ জুবিন দা।
সঁচাই জুবিন দাৰ আন এটা ৰূপ তুমি আগুৱাই যোৱা দাদা❤️❤️❤️
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সঞ্জীৱ দা 💕❤
I am a huge fan of Zubeen Da ... মই জুবিন দাৰ গান বোৰ বহুত Deeply শুনি থাকো... সচাঁকে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে এয়া জুবিন দাৰ কণ্ঠ নহয় বুলি.. 😳 98.99 শতাংশই মিল আছে! কেতিয়া বা যদি কোনো producer'ৰে কম বাজেটত Zubeen দা'ক বিচাৰে তেন্তে এই জনক ল'লেই হল আৰু 😜 ... Go ahead .. May Allah bless you bro... and lot's of love to you ❤
ভাবিছিলো জুবিন দাদাৰ দৰে কন্ঠৰ আৰু দ্বিতীয়জন নাপাম কিন্তু কি ভাগ্য , তেওঁ অন্য কৰবাৰ নহয় আমাৰ অসমৰে
লৰা জনৰ প্ৰতিভাক সন্মান জনাইছো ।। আগুৱাই যোৱা ভাইটি । প্ৰতিভাৰ ক্ষেত্ৰত লৰা জনৰ ঘৰ খনৰ অৱস্থাক আনৰ আগত উপস্থাপন কৰাটো হে বুজি নাপালোঁ মহাশয়।। তেখেতৰ প্ৰতিভাই এদিন জগত জিনক তাৰে কামনাৰে আৰু অলেখ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ। তেখেতেৰ আর্থিক অৱস্থাই তেখেতৰ প্ৰতিভাক কোনো ক্ষেত্ৰতে বাধা হিচাপে দেখা নিদিব বুলি ভবা হয়।
Ekmot
KhoSai Val lagil mat2 khuni, morigao babe thank you,
জুবিন। দাদা অলপ সহায় কৰক আমাৰ অসমীয়া প্ৰতিভা লোকায়া আছে সকলো সহায় কৰিবলৈ আৰু তাম8 ধন্যবাদ
Bohut2 Dhanyvaad tumi anedore aguwai juwa💘🌹🥀❤🌹🥀❤🌹🥀❤🧧
তোমাৰ লগত অসমীয়া সদায় আছে তুমি আগুৱাই যোৱা দুখীয়া কোনো দিন হেঙাৰ হব নোৱাৰে ।
সঁচাই বহুত ধুনীয়া সুন্দৰ কণ্ঠ নিগৰাইছে কবলৈ ভাষা নাই। তুমি আগুৱাই যোৱা তাৰে কামনাৰে মই মৰাণৰ পৰা হেপ্পী গগৈয়ে অভিন্দন জনাইছোঁ ❤️❤️❤️❤️
সচাকৈ আচৰিত জুবিনৰ মাতটো যেন লাগে।আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো।🙏🙏
Without autotune..it's real voice..hi's are legend ❣️❣️❣️
ইমান সুমধুৰ কন্ঠ, সঁচাই বহুত ভাল লাগিল। তুমি আগুৱাই যোৱা 💖💞💞🥰
সাইলাখ জুবিনদাৰ দৰে অ' বহুত ধুনীয়া হৈছে। আগুৱাই যোৱা শুভকামনা জনালোঁ।
সুন্দৰ কন্ঠস্বৰ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আগুৱাই যোৱা তোমাৰ লক্ষ্যৰ পথত। ভগৱানৰ আৰ্শীবাদ আৰু আমাৰ মৰম ও শুভেচ্ছা সদায় আছে তোমাৰ বাবে।
Bor dhunua vaise dada ju in dar dore same
তোমাৰ কন্ঠ আৰু জুবিনৰ কন্ঠ সচাকৈ একে । তোমাৰ পৰা ভবিষ্যতে গীত শুনিবলৈ পাম বুলি আশা কৰিলো । আগুৱাই যোৱা ।
তোমাৰ গান মিকিৰভেটাৰ বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত শুনিছিলোঁ । সুন্দৰ কণ্ঠ। আগবাঢ়ি যোৱা।
জুবিন দাক হেৰুৱাবলৈ মন নাছিল 😭😭 হয়টো তেওঁৰ পিছত এইজন দাদাই আমাৰ কাৰণে জুবিন দা হৈ ৰʼব🙏🙏
Bhal lagisil
Mor monor kotha aitu
অতি সুন্দৰ প্ৰদৰ্শন,বহুত ভাল লাগিছে
। সুন্দৰ কণ্ঠ, সঞ্জীৱ বৰা তোমালৈ শুভেচ্ছা আৰু আশীৰ্বাদ কৰিছোঁ ভবিষ্যতে তোমাৰ জীৱন মধুময় হওক, ভগবানে মঙ্গল কৰক আগবাঢ়ি যোৱা,
দাদা তোমাৰ মাতটো বহুত বহুত ধুনীয়া ...তোমাৰ গান বোৰ শুনি বহুত বেছি ভাল লাগিল....তুমি আগুৱাই যোৱা
বহুত সুন্দৰ দাদা,হিদয় জিনিলা দাদা। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ,জয় আই অসম 🇮🇳✊🇮🇳✊...
Dhuniya dada আগলৈ আগবাঢ়ি যোৱা 🥰😘 মোৰ প্ৰিয় শিল্পী জুবিন দা । জুবিন দাৰ গান মোৰ প্ৰিয় জুবিন দা ৰ গান গোৱা মানুহ বৰো মোৰ প্ৰিয় 🥰🥰🥰
হৃদয়স্পৰ্শী কণ্ঠ দাদা আগুৱাই যাওঁক আপোনি❤💚
সুন্দৰ কণ্ঠ,আৰু আগুৱাই যোৱা তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
অতি সুন্দৰ গীত বহুত ভাল লগা👌💞👌👍
ধন্যবাদ এনেকুৱা অনুষ্ঠান পৰিবেশন কৰিব বহুত ভাল লাগিল । কেতিয়াবা Time 8ৰ কিছুমান বাতৰিত একেটা কথাকে বহুত বাৰ কয় ।
আপোনালোকে আকৌ এবাৰ অলপ দিঘলীয়া কৈ প্ৰগ্ৰেম টো ল'ব চোন সঞ্জীৱ বড়া🙏
I love you ❤️ zubeen dada
Hosai zubeen da
বহুত ভাল কাম কৰিছে৷তাক উলিয়াই অনাৰ বাবে
কষ্ট কৰিলেহে কষ্টৰ ফল পোৱা যায়
Yes
মই নাজানো যে আপোনী অসমীয়া জানে
😁😁 aguai jua
Thank you
এনেকৈ জুবিন দাৰ
গীতবোৰ গাই যাবা।জুবিন দাৰ
গীত শুনোৱা বাবে ধন্যবাদ।
উফ গাৰ নোম শিয়ঁৰি উঠিল। হুবহু জুবিন দা।
মৰিগাঁওৰ হিচাপে গৌৰৱ কৰিছো ।আগবাঢ়ি যোৱা দা দা তাকে কামনা কৰিলো।
Same tu Zubeen voice....Tumi aguwai juwa bhaiti ..best of luck 👍👍❤️❤️❤️
ধুনীয়া কন্ঠ এনেকৈ আগুৱাই যোৱা
বৰ সুন্দৰ কণ্ঠ। আৰু বহুদূৰ আগুৱাই যোৱা,,, অলেখ হিয়াভৰা শুভকামনা যাচিলোঁ।
ভাল লাগিল গীত বোৰ শুনি সুন্দৰ voice আৰু আগুৱাই যোৱা।
Hosai ek hundor kontho. Aguwai juwa. VOGOBANOR AKHIRBAD hodai ase.
আগবাঢ়ি যোৱা বেটা । বহুত মৰম যাচিছো তোমালৈ।
Tumar hur tumar mat khub val khub hundor hoise aru tumi aguai jua take kamona koru your life so very beauty full very good thanku so much