বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে এটা বিশেষ ভিডিঅ’ বাৰ্তালাপে এতিয়া দখল কৰিছে সংবাদশীৰ্ষ।
ฝัง
- เผยแพร่เมื่อ 10 พ.ย. 2020
- #NewsLive #AssamNews #HimantaBiswaSarma
বিত্তমন্ত্ৰীৰে এটা বিশেষ ভিডিঅ’ বাৰ্তালাপে এতিয়া দখল কৰিছে সংবাদশীৰ্ষ। নিজৰ ম’বাইল নম্বৰ ৰাজহুৱা কৰাৰ পিছত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ম'বাইলত ধাৰাসাৰ বৃষ্টি হৈছিল ফোন আৰু মেছেজৰ। এই মেচেজৰ সংখ্যা হৈছিলগৈ ৬০ হাজাৰতকৈ অধিক। ইয়াৰ মাজতো ভিডিঅ’ কলৰ জৰিয়তে বহুজনৰ বহু প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰীগৰাকীয়ে।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
মামা ভাগিনৰ তামাম বাৰ্তালাপ ।
😂😂😂😂😂
th-cam.com/channels/feyuBv6kET8cayNxD7657w.html
@@thefanclub2158 aå
Election r pisat u number tu on thakibo ne😂😂😂
Moi 1 lakh khujisu
Right 🤭
Haaa
😂😂😂😂
Nai nai 😂
মামাক এতিয়া ফোন কৰি ভাত খাবলৈ মাতিলেও আহিব!
God bless you dada you are a great politican of our country
Hoi
😂😂😂
মামা জুই
নিৰ্বাচন সমাগত গতিকে এতিয়া তেখেত এজন সুদক্ষ অভিনেতা
right😂😂
Right kotha koise apuni ...👍
Right
Tew agor porai hu dokho
আজি দুখ পাইছো,আৰু বহুত দুখ লাগিছে।মাৰ ভায়েক এজন অসমৰ প্ৰভাৱশালি মন্ত্ৰী থকাৰ পাছতো ভাগিনেক নিবনুৱা ।দুখত দিন কটাব লগা হৈছে।ভাগিনেকৰ এই অৱস্থা আজি, আৰু ৰাইজৰ কি অৱস্থা হৱ ভাবি চাক ৰাইজ।ৰাইজ সেই কাৰণে মাক কৈছো তোমাৰ ভায়েকৰ ঘৰত যোৱা বন্ধ,তেনে মামা থকাতকৈ ,সম্পৰ্ক শেষ কৰাই ভাল।ধন্যবাদ কৃষ্ণ,,🙏🙏🙏
Ekadam bakwas
Mamai bule 🤣 hemonto mama amr call nuthai mia buror phone uthi dhet mama tmi bohut Bea 😂🤣
মামাই OP 🔥
@@4ntx6ixt9in6 miar mama himanto tumi najana naki
Miya bilak laki hy
😁
😃😃😃😃
Moja sir
Kella mama🔥🔥
🙏🙏🙏
কৰুণা কত গল অসমীয়াৰ মাঘ বিহু সময়ত হে উকাব আকৌ
Ek dom hosa kotha😷😷
পৃথিৱীত নোহোৱা নুবুজা ঘটনা ঘটিলে দেই।
ৰাইজক দেখুৱাইছে শৰ্মা চাৰে মিঞাৰ লগত সমপৰক বহুত ভাল.
Mr.himanta mama your longs life good indian big man. Mara indian minions jai shri Krishna jai shri ram
Mama r mahima🙏🙏🙏
Nirbasonor agot kio ei sob nautangi?
Himanta sir 🙂❤️❤️
হিমন্তক ভাল পাও আমি
Good
Mama 🔥🔥🔥🔥
Long live him💞💞💞big fan of him. Love you lots sir.💓💓💓❤️❤️❤️❤️❤️❤️
Mama jui
মামাই
🔥🔥🔥🔥🔥🔥
Hahi 2 main
❤❤❤❤❤
🔥🔥🔥🔥mama ji 🤣😂
মামা ভাগিনৰ তামাম মিল ৷ ভাল লাগিল এই মৰম দেখি ৷
Mama vale thaka sami vale thakim.
দল টো সলনি কৰিলে ও কিন্তু মৰম টো ঠিকে আছে
চৌহদ আলি (আৰক্ষী ) news টু দিয়ক পাৰিলে । ভাল news বোৰ দিব চেষ্টা কৰিব ধৈন্যবাদ ।
Kin2 Amar lidar buror karone aji loi mur gharor khumua khoru Rasta ata hua nai . Tat apunar Aku dukh nai . Akw koisu aeya he Amar dada .🙏🙏🙏🙏🙏🙏🙏👌👌👌👌👌👌
Mama Bhaginr Bartalaap 😂
মাজুলীত ৰাস হব লাগে মামা।
Very good sir
মামা তুমি জুই 🙏🙏🙏🤘🤘🤘🤘🤘
Good news
এতিয়া ৰাখোঁ অ মমাই
Love uuuu mama
I Support Himanta Biswa Sarma
আজি কি মিঠাই বনালা ও বাইটি,,,
@@smile5432 আজি গাহৰি মঙহ বাহ গাজৰ লগত বনাইছে, খাই যাহি আহ ।
😋😋😋 টিফীন বক্স এটা লৈ আহিবিছোন পাৰিলে, অলপমান মাৰৰ কাৰনেও দি পঠাম 🙄🙄🙄
@@user-ow4vf2hl6t গৰুৰ মাংস বনাইছো। আহি যা । খাই যাবি ।
Xpr mama hi🤘💕📠
মামাৰ মহিমা অপাৰ দেই কিন্তু।🤦🤦🤦
HBS long live❤❤❤❤❤
মামা
Mjja sir
Thikei ase
🤣😆😆 Ru kiba akol njr kotha 😂🤣
Al damn nice actor
I also want to talk with you Sir...
দাদা মই হোদিচো ভাল আছেনে
Good news📰
Mama ami korile uuu rsv koribo vdo cl
Jai Hind..
Mama asol sinaki akoo 😄😄
মামাৰ প্ৰতিটো ভিডিঅ তে হাঁহি ধৰি ৰাখিব পৰা নাই ৷
Mama Tumi 🔥🔥🔥🔥🔥🔥
মোর নাম Ma
Election r agot hei vl vl kamr sinta ahe
Moja Sir...
Mama apuni 🔥
দুপেগৰ বাহাদুৰি
Mama Zindabad
Mama 💕💕💕💪
Mamar math tu nisina mur hua hole o bohut happy holu hoi moi 😂😎
Mama 😊😊😊😊
Mama tamam di ase
moiu asilu 🙄
নিউজ লাইভ সুন্দৰ নিৰপেক্ষ ভূমিকাৰে আপোনালোকৰ চেনেলে বাতৰিসমূহ পৰিৱেশন কৰিছে, বেয়া নাপাব এজন সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰা হিচাপে প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰৰ কিছুমান বেয়া কাম-কাজো আছে সেইবোৰো পাৰিলে অসমৰ ৰাইজক দেখুৱাব লগতে সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱা কিছুমান শাসকীয় দলৰ মন্ত্ৰীও আছে তেওঁলোকৰ কথাও ক'ব আপোনালোক সংবিধান ৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ অধিকাৰ আছে ঠিক সেইদৰে নিৰপেক্ষ মনোভাৱ ও আপোনালোকৰ গুৰু দায়িত্ব।
কথাকেইষাৰ কোৱা কাৰণে বেয়া নাপাব, যিহেতু মই এজন স্নাতক পৰ্য্যায়ৰ অধ্যয়নত এজন ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ, কিছুমান কথা, ভিডিঅ' দেখি থাকিলে সংবাদ মাধ্যমৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাস বৰ্তাই ৰাখিবলৈ মনটোৱে কুণ্ঠাবোধ কৰে, ধন্যবাদ 🙏
জয় আই অসম।।
Mamai mur msg 2 a seen kora nai😓😓
Mama
BJP long live HIMANTA Sir Long live....♥️♥️♥️
Wow.
Mama zindabab.....
মামাই বিত্ত বিভাগ টো চলাই আছে ।।। বাৰে বাৰে তাৰ বাবে আন মন্ত্ৰী M LA কোনো নিজা ববিয়া ৰাজহুৱা কাম কৰিব নোৱাৰে তাৰ বাবেই আমাৰ অসম খন উন্নতি বা জাগীৰোডৰ কাগজ কলৰ নিচিনা অসমৰ সম্প ত্তি বোৰ বৰ্বাদ হৈ যাব ধৰিছে ।।।। আমি অসমবাসীয়ে এইটো কথা কেতিয়াও ভাবি নেচাও
Mama 2mi jui
Good. Himanto sir .bjp zindabad zindabad
Atiya received kori dekhabo ko 😁😂😂
mama mor y u did not pick my call😂😂
বাঃ মামাই তামাম দেখুন অ।
Hello sir ki khabr
তেনেহলে ৰাখো হা মামাই?????🤣😂😂😅😅😆😆😄😀😀 মামাই😆😂😂
মুঠতে মামা আৰু মামা
Atia Rakhu no mamai 😁😁😁😁
😂😂😂
Jika nhouk acting to kinto val kore apuni 😄val ovinata apuni mama
mama joi
দাদা মই রহিমা ভলচো দাদা মই চাকী পামনে মই তো কাছ করি আছো
pes a gali kiman jone dele
Election ahela sob gl klhh🖕
Himanto sir jindabaad
ME school r 5ta post howa kori deok sir
Mamai😂😂🔥🔥
A moza
Simখন পেলাই দিয়া
Dhuniya
Mama main
Sir mur vhoi lgisa apuna loi fun mrisu fun nlga dakhun
Nice sr
এতিয়ালৈ কিমান Messages আহিছে কেৱল News Liveৰ হাতত
আৰু কিমান দিন অভিনয় কৰিব
Election r pasdinai mamai phone number tu change kori nidilei rokhya