বিজেপি এৰি কংগ্ৰেছী হ'ব নেকি বহু হাইপ্ৰফাইল নেতা? বিজেপিৰ এৰাৰ চৰ্চাৰ শীৰ্ষত কোন কোন?

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • 📌বিজেপি এৰি কংগ্ৰেছী হ'ব নেকি বহু হাইপ্ৰফাইল নেতা? বিজেপিৰ এৰাৰ চৰ্চাৰ শীৰ্ষত কোন কোন? একাংশ সংবাদ মাধ্যম, ছচিয়েল মিডিয়াত চৰ্চিত গৰম খবৰৰ সত্যতা কিমান? চাওক সৱিশেষ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 189

  • @rekibulhussain2876
    @rekibulhussain2876 23 วันที่ผ่านมา +70

    নিউজ লাইভ মানে হিমন্ত

    • @sumitddey7705
      @sumitddey7705 23 วันที่ผ่านมา +4

      Right

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 23 วันที่ผ่านมา +2

      Protidin mane miya Congress i😂😂

    • @inglishvlogs1015
      @inglishvlogs1015 23 วันที่ผ่านมา

      ভাই মিয়া সকল তোমালোকৰ কিছূ ব্যক্তিৰ অপৰাধ প্রবনতা কিয় বেছি হৈছে, অলপ চিন্তা কৰিব, সেইবোৰ অপৰাধীৰ বাবে সৎ অসমীয়া মুছলমান আনকি ভাল অসমীয়া আন ধৰমৰ মানুহো লাজ পাব লগা হয়,

    • @indian7083
      @indian7083 23 วันที่ผ่านมา

      tur maror bush​@@dhritirajkashyap1827

    • @MukutChudhary
      @MukutChudhary 23 วันที่ผ่านมา +2

      হয়

  • @papuborgohain8156
    @papuborgohain8156 23 วันที่ผ่านมา +60

    হিমন্তৰ মানুহবোৰৰ বিস্বাস নাই

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 23 วันที่ผ่านมา +3

      হব পাৰে দেই ।

    • @user-bq3vt8ot6h
      @user-bq3vt8ot6h 23 วันที่ผ่านมา +3

      মামায়েও এনেকৈয়ে কৈছিল মই বিজেপি লৈ নাজাও 😅😅

    • @binodsaikia1882
      @binodsaikia1882 22 วันที่ผ่านมา

      স্বাৰ্থ লোভি সকল ৰোৱা ভাল।

  • @daizee4510
    @daizee4510 23 วันที่ผ่านมา +35

    হিমন্তৰ চেনেলত কোনোবাই BJP এৰিম বুলি কব পাৰেনেকি ? হিমন্ত য’ত বিসম্বাদ ত’ত সেইটো চিৰন্তন সত্য ৷

  • @vandyavlogs
    @vandyavlogs 23 วันที่ผ่านมา +32

    কংগ্ৰেছলৈ আহি চোৰাংচোৱাগীৰি কৰিব ।কোনো ভৰসা নাই এইবোৰৰ।সাবধান ।

  • @prarinitasaikia4380
    @prarinitasaikia4380 23 วันที่ผ่านมา +7

    আজি হিমন্ত বিশ্ব শৰ্মাই কিবাকিবি পাঠ পঢ়ালে চাগে আকৌ উলতা খৰ মাৰিছা

  • @ANISURRAHMAN-jg2xk
    @ANISURRAHMAN-jg2xk 23 วันที่ผ่านมา +28

    News Live manei BJP r only positive news tu dibo just aru congress r negative news dibo😅

    • @mdfoizuddin1790
      @mdfoizuddin1790 23 วันที่ผ่านมา +2

      Yes

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 23 วันที่ผ่านมา +1

      Protidin mane miya r pukor seleka 😂😂😂😂

    • @ayangentertainer9975
      @ayangentertainer9975 23 วันที่ผ่านมา +4

      news live u bosabo nuare hemantak..26t

    • @syedrekib
      @syedrekib 16 วันที่ผ่านมา

      Right 👍 ​@@ayangentertainer9975

  • @puspadhardowarah1932
    @puspadhardowarah1932 23 วันที่ผ่านมา +7

    হয়তো এনেকুৱাও হব পাৰে"যে কংগ্ৰেছলৈ অহাযেন দেখুৱাই চোৰাংচোৱা গিৰী কৰিবলৈ আহিবও পাৰে।গতিকে সাবধান!!

  • @MukutChudhary
    @MukutChudhary 23 วันที่ผ่านมา +3

    তহতৰ নিউজ বন্ধ হ'ব ৰবা বেছি দিন নাই News Live,r পৰা পলাবৰ হল

  • @user-vn7nt1sp2z
    @user-vn7nt1sp2z 23 วันที่ผ่านมา +4

    তহতৰ মাঠা গৰম হৈছি ন বালক নিউজ

  • @bharatiborah8630
    @bharatiborah8630 23 วันที่ผ่านมา +3

    এতিয়া ইলেকচন গল কাৰো একো কাম নাইকিয়া হল গতিকে এনেকুৱা বাতৰি কিছুমান বনাই মুখ চুপতি মাৰি নাথাকি আৰু কি কৰিব?

  • @jatinkonwar883
    @jatinkonwar883 23 วันที่ผ่านมา +14

    আহক আমি আদৰি লম I.n.c.

  • @user-ws1yp1py7q
    @user-ws1yp1py7q 23 วันที่ผ่านมา +14

    ভূৱা বাতৰি প্ৰচাৰ কৰা চেনেলৰ ওপৰত কিয় কেচ নিদিয়ে?

  • @bishaldas3964
    @bishaldas3964 22 วันที่ผ่านมา +2

    Fews live a bohu kostot ey batoriru poribekhan koribo logiya hoise 🤣🤣🤣

  • @budheswarnath6516
    @budheswarnath6516 23 วันที่ผ่านมา +2

    নিউজ লাইভ মানে 😅😊🤓🤪

  • @manikgogoi7813
    @manikgogoi7813 23 วันที่ผ่านมา +4

    Rajniti r neta kotha biswakh karibo nuwari , jene Rana Guswami , Rupjyoti Kurmi

  • @jitubarman6162
    @jitubarman6162 23 วันที่ผ่านมา +2

    এইবোৰ যদি মিছা তেতিয়াহ’লে বাপেৰে সভাপতিক তলব কৰি ৰুদ্ধদাৰ বৈঠক পাতিলে কি উদ্দেশ্যত ৷

  • @niordutta7815
    @niordutta7815 23 วันที่ผ่านมา +5

    Susanta, rupjyoti hati w tanakoi koisil

  • @user-in8vm2el6r
    @user-in8vm2el6r 23 วันที่ผ่านมา +3

    News live aito batori kene k dese baru😅

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 23 วันที่ผ่านมา +15

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। আকৌ কৈছোঁ আমাৰ কথা বিশ্বাস নকৰিব, নিজে data check কৰি বিচাৰ বিবেচনা কৰক।

    • @PrashantaDihingia-t2g
      @PrashantaDihingia-t2g 23 วันที่ผ่านมา +2

      Bhut hundar ke buji dise .amar rije buji nipua. 850hank kidare Marisil.

    • @satyajitborah7761
      @satyajitborah7761 22 วันที่ผ่านมา

      Hindu Bangladeshi u amar karona bipod .sai bhul tu bjp a korila sai karona bjp tu sas .3 jon mane luti puti khai asa .baki bur barbad

    • @banjitchangmai4047
      @banjitchangmai4047 22 วันที่ผ่านมา

      মাটি বিকি কোনে কৰিলে, miyak

  • @bhogeswarlahon2325
    @bhogeswarlahon2325 22 วันที่ผ่านมา +1

    উপনিৰ্বাচনৰ খৱৰ নাইদিয়া যে🤣🤣🤣কষ্ট হৈছে চাগে ন'🤣🤣🤣

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m 23 วันที่ผ่านมา +1

    ki koribo paribo bhabesh kalita a..

  • @trishnakalita4154
    @trishnakalita4154 19 วันที่ผ่านมา +1

    News live আপোনালোকে কংগ্ৰেছ মুখী হবৰ হৈছে আৰু। কিয়নো চৰকাৰ কংগ্ৰেছৰ আহি আছে।

    • @syedrekib
      @syedrekib 16 วันที่ผ่านมา

      Aponi xosai koise👍👍

  • @deboborah5858
    @deboborah5858 22 วันที่ผ่านมา +1

    এই বিধায়ক সকল যদি কংগ্ৰছলৈ যায়তেন্তে এওঁলোক কিবা লোভত হে যাৱ।

  • @hiyaaaaaa_
    @hiyaaaaaa_ 22 วันที่ผ่านมา +1

    এনেকুৱা ফালটু কথা কোৱাটো এওঁ লোকৰ চৰিত্ৰ । কংগ্ৰেছ এৰাৰ আগতে হিম ন্ত ৰাণা গো স্বামী আদিয়েও এনেকৈ কৈছিল ।

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 22 วันที่ผ่านมา +1

    কঙগেচ এৰি বিজেপি লৈ যোৱা সকল ক পুনৰ কঙগেচ ত ঠাই দি ব নেলাগে

  • @rahulamin659
    @rahulamin659 23 วันที่ผ่านมา +7

    ৰাণা,কমলক্ষ, বসন্ত দাস, বিস্মিতা গগৈ হিমন্ত বিশ্ব শৰ্মাৰ পিয়ন হিচাপে কংগ্ৰেছত আছিল।
    গতিকে বিজেপিৰ পৰা অহা বিধায়ক কংগ্ৰেছত যোগদান কৰা নিবিচাৰোঁ।

  • @jitendrarabha4660
    @jitendrarabha4660 23 วันที่ผ่านมา +7

    অপপ্ৰচাৰ কৰা সাংবাদিকসকলক আইনৰ ওচৰত গোচৰ দিব লাগে৷

  • @ratjatboro4786
    @ratjatboro4786 22 วันที่ผ่านมา +1

    মামা য়ে গেম খেলা আৰম্ভ কৰি দিলে

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 22 วันที่ผ่านมา +1

    Very very good , so welcome to congress .

  • @AKHTARHUSSAIN-gg9lt
    @AKHTARHUSSAIN-gg9lt 21 วันที่ผ่านมา +1

    Bapre News Live

  • @dulugohain9151
    @dulugohain9151 23 วันที่ผ่านมา +2

    Bjp tv

  • @user-ro8ih1et5b
    @user-ro8ih1et5b 23 วันที่ผ่านมา +1

    Good

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw 23 วันที่ผ่านมา +2

    News live r ki hl

  • @arzedhussain387
    @arzedhussain387 23 วันที่ผ่านมา

    🎉🎉🎉

  • @WoonMilon
    @WoonMilon 23 วันที่ผ่านมา +2

    Bor bhal kotha nohobo.

  • @nituali1449
    @nituali1449 20 วันที่ผ่านมา

    Welcome

  • @pompipatgiri
    @pompipatgiri 13 วันที่ผ่านมา

    হিমনত।।থকালৈ।।আপোনালোক।।ৰ।বি।জে।পি।ত।কাম। নাই

  • @KitchenSewali
    @KitchenSewali 22 วันที่ผ่านมา

    এইবোৰ নেতা দল এৰিলে বিজেপি দলটোত কোনো প্ৰভাৱ নপৰে কিয়নো এইবোৰ নেতা দলত থাকিলেও 2026 ত টিকট নাপালহৈ। কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে এইবোৰ নেতাই দল এৰিব বিচাৰিছে। 😂

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k 21 วันที่ผ่านมา

    Mrinal Saskia should join the congress. He has some ideology, a good gentleman, he is not fit for bjp. I have seen the politics of India, Assam for last 60 years. I am 80, a no party man.......

  • @KiranDoley-um3pw
    @KiranDoley-um3pw 23 วันที่ผ่านมา

    দুই নম্বৰী কৰিবলৈ যাব ছাগে😅

  • @indianpanorama303
    @indianpanorama303 23 วันที่ผ่านมา

    অসমৰ ৰাজনৈতিক নেতা কিছুমান শিয়ালৰ দৰে ধূৰ্ত ।।Badaruddin best leader..

  • @shoburuddin4804
    @shoburuddin4804 23 วันที่ผ่านมา +1

    Apuni malikor kotha mote news korok

  • @jatinhaloi5877
    @jatinhaloi5877 21 วันที่ผ่านมา

    ফুল ফুলিলে হে গন্ধ ওলায় । বাকি বুজি লওক ।

  • @user-mj8ck8xj4z
    @user-mj8ck8xj4z 23 วันที่ผ่านมา

    থক খাব যেন লাগে। এয়া নকৰাই ভাল
    হব যেন লাগে।

  • @gakuldas5327
    @gakuldas5327 23 วันที่ผ่านมา +1

    Godi media

  • @M.G.615
    @M.G.615 22 วันที่ผ่านมา +1

    দূৰনীতি, ভ্ৰষ্টাচাৰী, কংগ্ৰেছ এতিয়া ধোঁৱা তুলসীৰ পাত হল নেকি, গঙ্গা জলৰে গা ধোলে নেকি, একনায়কত্ববাদ কংগ্ৰেছ দল কেতিয়াও জয়ী হব নোৱাৰে।

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw 23 วันที่ผ่านมา +1

    Rajen gohai aro asuk sarma r kiya interview nalale

  • @sumantadey7718
    @sumantadey7718 23 วันที่ผ่านมา

    #Newdlive য়ে বচাব নোৱাৰে পদূম (BJP) ক ।

  • @user-kt7ju1ng5g
    @user-kt7ju1ng5g 23 วันที่ผ่านมา

    Hosa kotha

  • @user-bd1lj8nc2t
    @user-bd1lj8nc2t 23 วันที่ผ่านมา

    Amak contract diyak, kam diyak. Atiya big big contractor bure kam pai. Ami anei bahi asu

  • @SurenBoro-mv7tq
    @SurenBoro-mv7tq 22 วันที่ผ่านมา

    Congressor lacture.
    School r venture.
    Cycle r pumpchar.
    Manuhor cantur. Eibar beya bemar 😂😂

  • @harendas1302
    @harendas1302 21 วันที่ผ่านมา

    News live and himnta company

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 23 วันที่ผ่านมา +3

    টিকট পোবা আশা নেথাকিলে , ক'ৰবাত আশা পালে , যায়। এইটো সাধাৰণ কথা ।

  • @prodeepdas9024
    @prodeepdas9024 21 วันที่ผ่านมา

    Jodi misa tenehole Apunaluke news channel r biruddhe case korok ..

  • @rajukonwar6089
    @rajukonwar6089 23 วันที่ผ่านมา +2

    এইটো news kyo bojaise

  • @bulbulAxom099
    @bulbulAxom099 23 วันที่ผ่านมา

    NEWS LIVE ot BHUPEN BORAH dangariyak dekhilu deii... Ki asorit kotha 🤭🤭🤭..... Riniki k he dekhi thakim okol

  • @sonalisenguota176
    @sonalisenguota176 23 วันที่ผ่านมา

    Mozaaaaaa, Gaurav gogoi cm hobo next.

  • @BrajamohanBorah.-gd3hz
    @BrajamohanBorah.-gd3hz 23 วันที่ผ่านมา

    Moi agotei koisu Bhupen Bora ejon jantra salito manob.

  • @BrajamohanBorah.-gd3hz
    @BrajamohanBorah.-gd3hz 23 วันที่ผ่านมา +3

    Eibur Bhupen Borar xopun.

    • @dipjyotidas2039
      @dipjyotidas2039 23 วันที่ผ่านมา +1

      Hoine baba xui thak toi

  • @mukutnath1419
    @mukutnath1419 22 วันที่ผ่านมา

    So what? No loss to Bjp. People will quit and join.

  • @bidyutbikashborah7855
    @bidyutbikashborah7855 23 วันที่ผ่านมา

    Mama mame fuselive

  • @Myassammycar14
    @Myassammycar14 22 วันที่ผ่านมา

    Sob ahibo bjp ari 2026 r agote next Congress tohote sua selekibi

  • @7gc970
    @7gc970 23 วันที่ผ่านมา +8

    ভুপেন বৰা পাগল হল সাংবাদিক কিছুমান পাগল হল ইমান মিছা বাতৰি প্ৰচাৰ কৰিব নেলাগে ।

  • @ghanashyamtahbildar2108
    @ghanashyamtahbildar2108 23 วันที่ผ่านมา

    মাকে সপোনত ক’লে যাব নেকি ?

  • @rmboroofficial9042
    @rmboroofficial9042 23 วันที่ผ่านมา +7

    BJP aribo lage sobe

  • @satyahandique5108
    @satyahandique5108 22 วันที่ผ่านมา

    Bhupen bora BJP t Jabo

  • @rajusaikia2328
    @rajusaikia2328 21 วันที่ผ่านมา

    উজনিত BJP শেষ হব 26 ত

  • @gh12138.
    @gh12138. 11 วันที่ผ่านมา

    Congress❤

  • @C.Barman7
    @C.Barman7 22 วันที่ผ่านมา

    Congress zindabad

  • @krishnakantrabha1829
    @krishnakantrabha1829 23 วันที่ผ่านมา

    imane vuwa batori dbo pare kisumn hangbad madhyome c ccc !

  • @ranobasumatary7206
    @ranobasumatary7206 22 วันที่ผ่านมา

    Rainitir manuhor biswas nay bohut proman aase

  • @user-vi6rf2wm4r
    @user-vi6rf2wm4r 23 วันที่ผ่านมา +1

    অশোক শৰ্মাক কম তাইমত বেদাই দিব লাগে পচা আলু

  • @user-yo9hn4md4j
    @user-yo9hn4md4j 22 วันที่ผ่านมา

    কংগ্ৰেছে নিদিয়ে সেই সুযোগ | যোৱা বা ৰ পরফুল্ল বলধকো নিদিলে |

  • @dipjyotigogoi4162
    @dipjyotigogoi4162 22 วันที่ผ่านมา

    Aje kle news live a j abur batore deya.. Bor asoret

  • @eusufahmed9564
    @eusufahmed9564 23 วันที่ผ่านมา

    Jowar aage aage enekoi koyei sobe

  • @ajaysharma6715
    @ajaysharma6715 23 วันที่ผ่านมา

    Miya sarkar Congress sarkar

  • @abdulhannan4575
    @abdulhannan4575 22 วันที่ผ่านมา

    News Live mana BJP

  • @user-kw1us3zu3z
    @user-kw1us3zu3z 3 วันที่ผ่านมา

    Cangest jindabad

  • @user-zw9wh9ez8p
    @user-zw9wh9ez8p 23 วันที่ผ่านมา

    Beya korile beya samay ahibo pare bhal korile bhal din ahibo pare

  • @thedevogramstory7483
    @thedevogramstory7483 23 วันที่ผ่านมา

    Haha thikai asa bru but congress aru BJP ahila apunaluk breaking news kri dakhai ja kio... Oh atcha pahorisilu ai apunalukr malik CM sir jaa

  • @pkbossassam
    @pkbossassam 23 วันที่ผ่านมา

    Congress to BJP...BJP.to Congress...heituei Kam...aru.....beleg Kam ni...

  • @aminulhaque4445
    @aminulhaque4445 23 วันที่ผ่านมา

    Bgpr mahnu nlge ahiba axomt Bjp sorkare thakak kandrt Sorkar congres lge Xela hbe xela

  • @lachitphukan1578
    @lachitphukan1578 22 วันที่ผ่านมา

    BJP hekh 😂

  • @yogidevvlog8156
    @yogidevvlog8156 23 วันที่ผ่านมา

    Hauk news live a je sar pale...news tu misa buli vbi kiman je furti paise news live a

  • @kushalsaikia1214
    @kushalsaikia1214 23 วันที่ผ่านมา

    দল বাগৰা মানুহৰ বিস্বাস নাই

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o 23 วันที่ผ่านมา

    ৰাইজেহে সিদ্ধান্ত কৰিব কাক ভোট দিব মানহ কেইজনমান ইফাল-সিফাল হৈ থাকিলে কি হব। দালালী নেতা কেইটাক ৰাইজে চিনাক্ত কৰিলে। 😅

  • @dhritirajkashyap1827
    @dhritirajkashyap1827 23 วันที่ผ่านมา

    No 1 t ase protidin ...xihte sob natok kori thake

  • @PkBarman-hh7nd
    @PkBarman-hh7nd 23 วันที่ผ่านมา

    আজিকালি সাংবাদিক বিলাক বেপাৰী টকা পালে ভুৱা বাতৰি দিযে।

  • @KankanSharma-tb7tf
    @KankanSharma-tb7tf 22 วันที่ผ่านมา

    Aborjona bilak komil

  • @manabmohan6894
    @manabmohan6894 23 วันที่ผ่านมา

    চুৰে চুৰ কৰিম বুলি কব নি ??দল সলনি কৰিম বুলি কব নি ?

  • @Skyblue12319
    @Skyblue12319 22 วันที่ผ่านมา

    Baba nai kintu etia baba ahi jabo monot etu news sai tonte

  • @rinkushivam8759
    @rinkushivam8759 23 วันที่ผ่านมา +1

    সকলো মিছা কথা।
    টকা লৈ চাকৰি দিয়া কংগ্ৰেছ ক কোনেও ভোট দি জয় যুক্ত নকৰে।
    অলিক কল্পনা মাথোন।
    আগন্তুক ২০২৬ ত অসমত বিজেপি চৰকাৰে
    ৰাজ্য শাসন কৰিৱ।
    কংগ্ৰেছে মেধাৱী ছাত্ৰ সকলৰ জীৱন খাইছে।

  • @nirenkalita1597
    @nirenkalita1597 23 วันที่ผ่านมา

    Eibor Misha katha

  • @user-kt7ju1ng5g
    @user-kt7ju1ng5g 23 วันที่ผ่านมา

    Hosa, kotha,vl lgil huni,Samanta kam ni

  • @user-md3mk6mb1q
    @user-md3mk6mb1q 21 วันที่ผ่านมา

    মামৰ নিউজ চেনেল

  • @niorborah2940
    @niorborah2940 23 วันที่ผ่านมา

    Aibur news newslive eu kore ne😂😂

  • @ArupSarma-on9yq
    @ArupSarma-on9yq 23 วันที่ผ่านมา

    Ai keijon Jodi jai dolor Babe val nohole siprang Marlboro dolor khoti hobo bohut jubopjonmor pora val netaji ulabo

  • @mukutsaikia6302
    @mukutsaikia6302 23 วันที่ผ่านมา

    Bjp kam nai

  • @mrinalrajbongshi-sy3oc
    @mrinalrajbongshi-sy3oc 22 วันที่ผ่านมา

    Fews liver voi lagse😂😂😂

  • @BitupanDeori-t9l
    @BitupanDeori-t9l 23 วันที่ผ่านมา

    BJP+
    Congress-