Baror logot ki kotha baror malik bilake ki rati barot khai rajpothot hala koribi buli koi naki barot kio jai ru baror pora sidha ghor nahae kio kar bhul ... Mod moiu khao kintu manuhae mod khabolagae modae manuhok nohoi... 🙏
সাংবাদিকজনে বহুত বেছি কৰিছে ৷ মদ খোৱা মানুহৰ পিছত দৌৰাতকৈ মদৰ দোকান বিলাক বন্ধ কৰিবলৈ video বনালে হৈ যায় ৷ কিন্তু TRP ৰ কাৰণে আনক আমনি কৰিবলৈ মৰসাহ কৰে ৷
Mur mote eyak kanfali dilu hoi bohut khangbadikota Kora manuh paisu bohut dhajiya ase aru nijor respond rakhi kotha khudhe tew dexun ulotai question Kore bule baror Logot ki khamporka ase buli khi nekhai neki ne ati vokto suror lokhon 😂😂😂😂
একো ভূল কৰা নাই এওঁলোকে , এই সাংবাদিক জনহে কথাটো ডাঙৰ কৰি আছে । Maximum এ Drinks কৰে....মই ও তো কৰো । Government এ খাবৰ বাবে এ তো Bar & Wine Shop খুলিছে 🍺🍺🍺🍻
Hanbadikjonetu kua nasil tar wifek sui sau sui sau buli hei hikhito advocatjone drinks kori drive korise tar uport iman tetu falise je ohovyali kori bar khula ase hi logot driver loi jauk nohole ani ghrt khauk teneke gari solai karubak khundiale
Mod khuat problem nai. Apunaluke bostu bur buji napai nki . Mod khai rastat gari bike solai ghuri furibo kio lage..ghrr vitrt moda khai belta mari thakok karu apotti nai
I'm so happy to see your video from dhubri. This type of video made very much heart broken. I'm so happy that the couple is right. I also take every day. Alcohol should be take at least in secure place 😥😥😥😥😥😥
বাৰ বন্ধ নকৰিলে এনেবোৰ ঘটনা হোৱা সাধাৰণ কথা । ৰাতি ২টা বজা লৈকে বাৰ খোলি থোৱা পাৰমিচন আছে যদি গ্ৰাহকক দুঃখ দি লাভ নাই । কাৰণ দুকান খুলা থাকিলে গ্ৰাহক আহিবই ।
Right
11111¹11¹⁸@@robisingh2673
প্ৰথম কথা , মদ খালেও তেওঁ লোকৰ কথাখিনিত যুক্তি আছে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ লোকৰ কৰ্ম কান্দ শুদ্ধ । দ্বিতীয় কথা সাংবাদিক জনে অলপ বেছি কৰিছে । কিয়নো তেওঁলোক ক'ৰ পৰা আহিছে বা কোন বাৰৰ পৰা আহিছে বুলি সোধাতো যুক্তিসংগত বুলি মই নাভাবো । সাংবাদিক জনৰ কথা বতৰা খিনিৰ পৰা জানিব পাৰি যে তেওঁৰ গাত এজন সাংবাদিকৰ যিখিনি গুন থাকিব লাগে , সেইখিনি নাই ।
ৰাতি বাৰ কেইখন বন্ধ কৰক ৰাতি দুটা বজালৈ সব ঠিক হৈ যাব।!তেখেত দুজনে ঠিকেই কৈছে ।
Burbok toi
Hoi dada vall kotha koi se apuni
By😊❤@@chickenlovers906
Baror logot ki kotha baror malik bilake ki rati barot khai rajpothot hala koribi buli koi naki barot kio jai ru baror pora sidha ghor nahae kio kar bhul ... Mod moiu khao kintu manuhae mod khabolagae modae manuhok nohoi... 🙏
mojja dise dada baido good 👍😁
আমাৰ নিচিনা সৰু মানুহ হোৱা হলে পুলিচ কেইটাই এৰেষ্ট কৰি নি লকাপত ভৰাই থলেগে হেঁতেন ।
সিহঁতি English অত কথা কৈছে
ডাঙৰ মানুহ
টকা আছে
সেইকাৰণে পুলিচৰ মুখৰ মাত হেৰাল
Right
Right
Xosa kotha
Right 👍
100% right kihor krne police a ekui react kra ny
I love this couple 🤩
Cheers 🥂
Uneducated spotted😂
তই ও মস্ত মদাহী যে এটা😂
মানুহ দুগৰাকীৰ কথা যুক্তিসংগত, যদিওবা তেওঁলোক নিচাত আছে। কিয়নো ৰাতি কিহৰ বাবে wine shp খুলি ৰাখিব লাগে? যদি ৰাতি এইবোৰ খোৱা বন্ধ তেনে দোকানবোৰো বন্ধ ৰাখক। কিহৰ বাবে খুলি ৰখা হয়? যদি কোনেও খাবই নালাগে বা খোৱাটো অপৰাধ হয় তেনে খুলি ৰখাটো দুগুণ অপৰাধ। কাৰণ খুলি ৰখা বাবেহে খাইছে। বন্ধ থাকিলে ক'ৰ পৰা খালেহৈ? আৰু খালেতো নিচা হ'বই, গতিকে তেওঁলোকক এনেকৈ বাটত ধৰি প্ৰশ্ন কৰিলে এইখিনি কথা শুনিবই লাগিব। সাধাৰণ জনতাই খালে অপৰাধ বা এনেকৈ বাটত ধৰি লঘুলাঞ্ছনা কৰে, news বনাই কিন্তু ৰজা বোৰে খালে সেয়া অমৃত হয়। তেতিয়া news chnl বোৰ ক'ত যায়? নে নাকত তেল দি শুই থাকোতেই যায়, গম নাপায় যে?
কাকো sprt কৰি কথাবোৰ কোৱা নাই। তেওঁলোকৰ কথাত যুক্তি আছে বাবে কৈছোঁ। আগতে ৰাতিৰ এই wn shp বোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক। তেতিয়া খোৱা মানুহৰ সংখ্যা কমিব। আপোনালোকৰো কষ্ট কমিব।
Avadra madaahi aixakal
❤❤
Kunubi hosa kotha koboli gola avodra hoi nki
তিলটোকে তালটো কৰিবলৈ চেষ্টা সাংবাদিক জনৰ ! বুজিবলৈ আৰু বাকী নাথাকিল ।
Newe Live je
হয় এই কথা খিনি এওঁলোকে আগতে জকাই দিয়ে তাৰ পিছত জিতি কথা সুধি থাকে
প্ৰথমতে বাৰ বিলাক বন্ধ কৰক। তেতিয়া ৰাতি খোৱাটো বন্ধ হ'ব। তেখেতলোকে কোৱা কথাৰ মাজতো বহুতো যুক্তিসংগত।
yes
Hoi kothatu
Bar Bondho hole somadhan hobo janu...bar khula thkile buli khaboi lagibo neki...I don't think so..
@@KRISHAFARMHOUSEApuni kuwa kothatu tu jukti ase
Mental
I support this couple 🤗
Sure toi uneducated😂
সাংবাদিকজনৰ মটিভ কি? পৰিৱেশটো উত্তপ্ত কৰাত সাংবিদকজনে অৰিহণা জগাইছে।
হয়।
এতিয়া সাংবাদিক আৰু পুলিচেই মেইন
Poket khorcha kor pora uliyabo......
Ekdom hosaa ... Because ajikali journalism pohi kuneu reporting nkore
পৰিৱেশ জতিল কৰাত ইহত ওস্তাদ
যুক্তি আছে ,,,তেওঁলোকৰ কথাত ,,,,,,,drinks কৰিছে but right কথা কৈছে ।
মানুহৰ নিজৰ ব্যক্তিগত বুলি কিছুমান কথা থাকে !
ৰাতি 2 বজালৈকে বাৰ বোৰ বন্ধ নকৰিলে তাত মানুহ যাবই !
সাংবাদিক জনক মোৰ মতে দুই চৰ লগাই দিব লাগিছিল কিয়নো এজন সাংবাদিকৰ গাত যিমান সিনি ধৈৰ্য্য আৰু জ্ঞান থাকিব লাগে সিমান খিনি জ্ঞান হয়তো তাৰ নাই !
শিক্ষিত মানুহে মদ খাব নোৱাৰে বুলি কৰবাত লিখা আছে নেকি ?
আৰু এটা কথা সকলোৰে সমান অধিকাৰ আছে গতিকে যি কোনো ঘটনাতেই মতা মানুহৰ মুখ খন দেখাই আৰু মহিলাৰ মুখ খন কিয় নেদেখা কৰি দিয়ে !
মহিলাৰ আত্মসন্মান আছে আৰু পুৰুষৰ নাই নেকি ?
বালৰ সাংবাদিক বুলি কলো মই !
Beya dila dai
Beya disa dai
Right 👍
একদম সত্য কথা
@@classx1401 কথা এটা প্ৰথমে ভালকৈ পঢ়ি বুজি লবি তাৰ পিছত হে প্ৰশ্ন কৰিবি ।
সাংবাদিক জনক jail দিব লাগে
কিঅ
সাংবাদিক তুক ফাচি দিব লাগে চেতৰ
সাংবাদিকজনে বহুত বেছি কৰিছে ৷ মদ খোৱা মানুহৰ পিছত দৌৰাতকৈ মদৰ দোকান বিলাক বন্ধ কৰিবলৈ video বনালে হৈ যায় ৷ কিন্তু TRP ৰ কাৰণে আনক আমনি কৰিবলৈ মৰসাহ কৰে ৷
Right
Yes kla sudurvaai hot kla manuhok jodi eman valdore thoka2 bisaro ru val hoi thoka2 bisaro ru jodi xomajot val poribex onatu bisaro tenehole dhaba ru wine shoap bondho kor tetiahe hobo abur bondho, karon ankua koribole wine shoap ru bar bur khulibole sorkare permission dise,eyat sorkaru jorito ase anebur oxoivali arot eyar babe sorkaru dayi,moi vabu ,sorkare jidore anke arrest kore tenkoi company bur off korok ru malik burok arrest korok dom sau sorkaror r,dhur kla hahi uthe ,sorkarei xubidha diye
হ'য় হে চকু উলিয়াই দিম বুলি বেয়াকৈ কোৱাৰ পাছতু লাজ নাপায়
সাহস লাগিব মদৰ দোকানত গৈ এনেকৈ প্ৰশ্ন কৰিবলে কাৰণ দোকানৰ পৰাও বাকী খিনি বুজি পাইছে
অলপৰ কাৰণে মাইৰ নাখলাক সাংঘাটিক জনে😂
Encouraging couple.... Keep going 🔥🔥
ৰাতি 2 তা বজালৈকে বাৰ খোলা থাকে তাত গৈ মানুহে সুৰাপান কৰে আৰু বাৰ ৰ পৰা ওলাই নিজে গাড়ী চলাই ঘৰলৈ গৈ থাকিলে পুলিচে ৰাস্তাত ফাইন কাটে তাত কব লগা একো নাই
Main কথা টো হল আপোনালোক কৰ পৰা আহিছে কিয় আহিছে মদ কিয় খাইছে এইবিলাক প্ৰশ্ন পুলিচে কৰিলে ভাল দেখি বেলেগে কৰিলে ভাল নালাগে
বহুত ভাল কমেণ্ট 🤣
Totally agree ❤️❤️❤️👍👍
Khosa kotha
Tat sudur vai media ki problem
সাংবাদিকজনে থাপৰ যেন ভাল নাখালে । দিন ভাল আছিল
Reporter bhal din nohoi baya din asil, jundina bhal din ahibo dugal phuli juakoi khabo
@@robisingh2673 বেয়া দিন হোৱা হলে খালেই হেতেন চোন নাখালে বাবে ভাল দিন আছিল।
মদ খালেও তেওঁ লোকৰ কথা কেইটা মিছা নহয়
Right ai bambo del loi thoka jona balag news bisari napi ru 😀😀😀😀😀
Yasss that’s true
Right
তেওঁলোকে কিবা ভুল কৰিছে যদি পুলিচ প্ৰশাসন আছে নহয়।সেই জহৰা টো কোন প্ৰশ্ন কৰি হৰাশস্তি কৰা
Polich pokhakhon ase kinto tekhet lukr musiakka hahi mari rokhi asw
পুলিচত কৈ সাংবাদিকজনহে বেছি আইন জনা কম লাগিছে
দুয়োটাই ফিটিং 🤭🤭🤭😂😂😂😂😂😂😂
অসমৰ কিছুমান সাংবাদিক, উদাহৰণস্বৰূপে এইজনা, মূৰত knowledge নোহোৱাকৈ সাংবাদিকতা কৰি আছে। কত কেতিয়া কি কেনেকৈ News কৰিব লাগে বা প্ৰকাশ কৰিব লাগে সেইটোও নাজানে। Just নিজৰ popularity কাৰনে যিতি news প্ৰকাশ কৰি থাকে।
Agreed
Thik kotha
Mur mote eyak kanfali dilu hoi bohut khangbadikota Kora manuh paisu bohut dhajiya ase aru nijor respond rakhi kotha khudhe tew dexun ulotai question Kore bule baror Logot ki khamporka ase buli khi nekhai neki ne ati vokto suror lokhon 😂😂😂😂
Right
অনুগ্ৰহ কৰি বাৰ কেইখন ৰাতি খোলা বন্ধ কৰক।তেতিয়া তালৈ কোনো নাযায়। সংবাদিক দাদা আপুনি এইবোৰত নালাগি বেলেগ ভাল বাতৰি পৰিবেশন কৰক।
Goob
Goob
একো ভূল কৰা নাই এওঁলোকে , এই সাংবাদিক জনহে কথাটো ডাঙৰ কৰি আছে । Maximum এ Drinks কৰে....মই ও তো কৰো । Government এ খাবৰ বাবে এ তো Bar & Wine Shop খুলিছে 🍺🍺🍺🍻
Right
😂😂😂😂
ANEKUA reporter bilakol P-----,G----R---, BULI KOY, mining t nije2 bjilok,
@@mitubora2835up
🔥
Right
Day by day reporters are going jadge 😂🤣🤣
They are making their own rule in some situation.
Good reply by the husband and wife 🔥
News✖️ Rosting Reporter✅
মানুহে মদ খালে ইমান যদি জগৰ লাগে। বাৰ কেইখন কিয় খুলিব দিছে
Boka choda sorkarak TeX lage ,,,,,lowa tex ,,,,sob jepot jai kla
Bar bondho korile sorkaror loksan hoi... Sei karone nokre😅
Baideu bar bilakot likha ase nki khai boi rastat ovodrami kriba buli
@@saraniabitupan54 লাল টো বেচা নে বগা টো কুট্টে ভক ভক্
Apunar garikhonot accident kri dile gom pale heten
Amazing couple , Respect. Also this reporter needs rigours training.
Educate drink nokore😂
সাংবাদিকতা জন অভদ্ৰ।।
কাম নাই কিয়া ফকতিয়া চাল্লা
যি কোনো মানুহক সাংবাদিকতা কৰিব দিব নেলাগে
Happy couple i like it
সাংবাদিক বিলাকৰ লাজ এ নাই সাংবাদিক জন বেছি অভদ্ৰ হয় 😂
Ako freedom e nai and manuh r duble punish nohoi...midia r blg kam nai nki...poisa o dibo nd viral o koribo... problem r main kalprit to e midia
Thik e koise...
Reporteru g bur asol avodra heibur dib nuare
Akdam sasa katha
Ai bambo loi thoka jon olp basi
Perfect couple ❤
😂অসমত মানুহৰ মাজত এটাই problem বেলেগক নিজতকৈ বেছি গুৰুত্ব দিয়ে ।😂 বেলেগে ক'ত কি কৰি আহে,কি খাই আহে সকলো জানিব বিচাৰি থাকে।😂
Hoi dei
@@paradisevlogs3754 what your account ?
Pagol media j
Hoi de bhai hare xosa kothai koisade
This is a human tendency...
খাংবাদি টোৰ অলপো সন্মান নাই নেকি
আপোনালোকৰ সাংবাদিক কে যে ইমান অপমান কৰিলে , আপোনালোকে লাজ পাইছে নাই news টো uplode কৰোতে 😂😂
Hoi ........
hoi emn tololoi nami goise nijoke opoman kori hle o publicity korile
🤣🤣
Aibilakor laj naii
Hosa ktha
Sir and mam you are also correct
Ultimate …but ata kotha Both husband & wife are very supportive👍
I support this couple ❤👍👍👌👌
শ্ৰেষ্ঠ সংলাপ "চকু উলিয়াই দিম"(মোৰ শ্ৰীমতীক স্পৰ্শ কৰিলে).....!! নাৰীয়ে সম অধিকাৰৰ বাবে প্ৰায়েই আন্দোলন কৰা দেখা যায় আৰু সেয়েহে সাংবাদিক সকলে নাৰীৰ মুখমণ্ডল ঢাকি ৰখাটো কিমান যুক্তিসংগত.....?
😍😇🤗
Hanbadikjonetu kua nasil tar wifek sui sau sui sau buli hei hikhito advocatjone drinks kori drive korise tar uport iman tetu falise je ohovyali kori bar khula ase hi logot driver loi jauk nohole ani ghrt khauk teneke gari solai karubak khundiale
Alop val news dilai val hoi.njor level tu val hoi thakai🙏
সি সাংবাদিক নহয় যেন উচ্চতম ন্যায়ালয়ৰ ন্যায়ালয় হে।
সাংবাদদাতা আৰু সাংবাদিক মাজত পাৰ্থক্য বুজাই দিয়ক ।
সাংবাদিক হবলৈ অৰ্হতা কিমান লাগে কোনে বুজাই দিব মোক
মই এটা কথাই জানো সাংবাদিক বোৰ ইমান লাগি থাকিব লাগে কিয় মদ খোৱা মানুহৰ লগত,
Nije nekhai j.
@@devidk7991 যি দৰে পশ্ন কৰিছে তেওঁ যেন ধোঁৱা তুলসীৰ পাত হে
সাংবাদিক ভাইটি ৰ অলপ বেছি নিকি 😀
মানুহে যেতিয়া দমত আৰু ইংৰাজীত কথা কয় তেতিয়া পুলিচৰো দম হেৰাই যায়
🤣🤣🤣🤣🤣🤣
Yes I support....10:00 pm all bar& wineshop bondha hobo lage....
পুলিচৰ আগত দুজনে বৰ ঊৎপাত হৈছে৷
Police keitai avadrami sai ase jadi sadharan manoh hale garo pitan dile hoi
Uporo mal ehot
আমাৰ মদাহী দাদাই ভাল দিছে দেই, Salute
সাংবাদিক টুক উচিত ব্যৱহাৰ কৰিচে।
Great couple, see how calm they're. kio amoni dise hihotok. Beleg kunuba hua hole kiman sior bakhor logale hoi. Hihototke reporter jonehe besi halla korise.
সাংবাদিকৰ কাৰনেই হুলস্থুল হৈছিল....
এইবোৰ মানুহৰ বাবেই আমাৰ অসমখন বেয়াৰ ফালে গতি কৰিছে 😡
Jiki nohok kio.. ai dujon husband aru wife or major prem kintu bohut👩❤️👨 ....soku uliyai dim😂😂😂
👌👌
Hoi দেই
🤣🤣🤣🤣
Hoi dai...pream kintu kobo lagibo
মদ খালেও প্ৰেম কমা নাই
I know the boy he is Advocate. Good Advocate.What he has done is taken up by police. But why the reporter is questioning.
Do you often drink with him??
😂
যিগিতা সাংবাদীকে বেছি মদ্যপান কৰা কথা কৈ থাকে সেয়কেইতা ঘৰত গলে গম পাৱা কি ধুনীয়া মদৰ গোন্ধ 😀😁
Misa nhy kothatu
👍 very good ans disa husband an wife 💖 very nice couple
Police ye kam kori ye ase.... এওঁলোক সাংবাদিক সকল অলপ বেছি সব কথাতে ।
Kene dise midia k 🤣🤣🤣
Moja dise val pysuuu besi dekhuwai hangbadik bilake
Media bikakor aru notun topic nai je ki koribo
Dadar nisina Confidence muk lage👑👑👑👑
Vl kotha kole wine shop khuli thole manuh humaboi,,,
Yes. Also with the bars. Bar khula thakile rastat mod khua manuh Tu pabo e🤒
Mod khuat problem nai. Apunaluke bostu bur buji napai nki . Mod khai rastat gari bike solai ghuri furibo kio lage..ghrr vitrt moda khai belta mari thakok karu apotti nai
Akdm xsa, mad khaote tax pai aku garit jai thakote dharote tax pai...muthate sarkar r lav xeikarne bandha nkre wine shop bor
Reporterburu bohot besi dekhai
Kotha koisa dei baite 👍👍👍
কোনো মহিলা আৰক্ষী নথকাকৈ এনেকুৱা পৰিৱেশ কেতিয়াও সৃষ্টি কৰিব নোৱাৰে।
Ji koise bohut bhal kothai koise...logic ase kotha keikharot...moi pura suport korisu...
Reporter jonok promotion lage 😂😂😂
"এই পৃথিৱীত সংঘাত শৃষ্টি কৰা একমাত্ৰ দৰৱ হৈছে, "মদ" ইয়াৰ পৰা আতৰি থকাটো ভাল।
Atori thakile anekuwa hbo nuwara...dangr manuh ...bujila nhoi
সাংবাদিকজনক আৰু অলপ গিয়ান দিব লাগিব যেন পাইছো
Educated drunker couple... Amazing
😂
Right
মহৎ লোকৰ বাণী: শিক্ষাই মানুহৰ চকু মুকলি কৰে, চিন্তা ধাৰা উচ্চ হয় ইত্যাদি। কিন্তু আধুনিক যুগত উচ্চ শিক্ষিতৰ আচৰণ এয়া।
❤1
Right
Rith
Very good মদাহী 👍👍👍👍
Savage answer for the report👍👍
এই বিলাক আদৰ্শ বান শিক্ষিত মানুহ 🙏
Yes...
Hoy. We really proud of this as Assamese
😂
চাংবাদিকজনে মজা ল’বলৈ আহি মজা পাই গৈছে😢
মূখখন লুকুৱাই ৰখা ৰ কি দৰকাৰ, পুৰুষ হওঁক বা মহিলা , ভুল কৰিলে সমানে দেখাই দিব লাগে বাকী মানুহেও চিনি পোৱাকৈ।
সাংৱাদিক জনে লাজ পালে । এনেকোৱা সাংৱাদিকৰ পৰা আৰু কি খৱৰ দিব ।
এইটো বহুত দিনৰ । কিবা অংক নিমিলিল সেয়ে দি দিলে।
Ooo aatsa ghus khur
Hahaha aitu Kotha tar mane😃
Thik koise apuni,,,aitu bht din holl,,onko nimilil
June g nokok Manuh Jone kin2 Manuh jonik bohut bhal py... 😘😘😘😘
সাংবাদিক জনৰ একেবাৰে লাজ নাই । বেচেৰা সাংবাদিক টোৱে ভাবিছে-আৰে বাপ্পা,কি মানুহৰ News কৰিব আহিলোঁ ।
Sandal r mala haji thoisu reporter vaiti. ..tur dormoha mur fota juta Homan...boria jharile dada bou❤️❤️❤️
মাইকীজনীৰ চেহেৰাটো নেদেখুৱালে । এইয়া আধুনিকতাৰ প্ৰভাৱ ।
baki brt equality ...bt news t face 2 dekhuwa tymt kt jai buji npuu
Mojjaaa dise nice couple ❤
Mjaaa lagile 🤣🤣😂😂😂🙏🙏hvy dixe pai 🙏🙏🙏
Couple goals😁😁😁💯💯
এ কি কোৱাহে ইমান ভদ্ৰ দম্পতি তেওঁলোক ।। ইমান ধুনীয়াকৈ বুজাইছে অ। 🤣🤣🤣🤣🤣
Ntg to say! She is my wife❤❤
Educated lady.........Educated gentleman........
Maje maje anekua entertainment o lage .... Mojah dada baido
এইজন সাংবাদিক নেকি এইজন সোণ কাজিয়া হে কৰিব গৈছে আৰু aneo এইবোৰ aa বিচাৰি পাই যিটো বিচাৰ কৰিব লাগে তাকে নকৰে তেওঁলোক নিচাহঃ কৰিছে তেওঁ লোক অকৰ লগত যুক্তি তৰ্ক কৰি কিবা লাভ আছে নেকি
লক আপত এদিন থৈ দিলে হাওবা ওলাই যাব।
I'm so happy to see your video from dhubri. This type of video made very much heart broken. I'm so happy that the couple is right. I also take every day. Alcohol should be take at least in secure place 😥😥😥😥😥😥
I Love this couple ❤
Mal khle tu English ulaboi aru mukhor pora 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
Will continue the same in the court!!😂😂 Heavy bro...
Well educated husband wife .
I support these couple 🥂🥂
তথাপিও সাংবাদিক বোৰে নিউজ বিছাৰি নাপাই নি 😀,, বাৰু,, কোনে মদ খালে কোন কালে পলাই গল, আৰু কিবা,,,
👍
Cute couples
মদবৃকী কৰিলে খাবই কাকো তেওঁৰ লোকে অসুবিধাৰ কৰা নাই তেওঁৰ লোকৰ জিহেটু
ডাইভাৰ লগত আছে ।সাংবাদিক জনক দুটামান ছযদিবৰ লাগে ।
😂😂😂😂😂😂😂😂😂😂.....mojaaaaaa dise Dada Baido........
Wow wonderful life....Educated family.... 🙏🙏🙏🙏
It's right
Very good 👍👍👍