সাংসদ গৌৰৱৰ গগৈৰ আক্ৰমণত থৰকাছুটি এৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ก.ย. 2024
  • 📌 যাচী কীলহে খালে প্ৰধানমন্ত্ৰী মোদীয়ে!
    📌 সাংসদ গৌৰৱৰ গগৈৰ আক্ৰমণত
    📌 থৰকাছুটি এৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
    📌 গৌৰৱ গগৈয়ে দিয়া চুঙা চাই সোপাত
    📌 সংসদত ভাষণৰ মূল বিষয়ে যতি পৰিল
    #PMModi #GauravGogoi
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 272

  • @kalyansarma8613
    @kalyansarma8613 7 หลายเดือนก่อน +132

    অসমৰ ভৱিষ্যৎ জীৱনৰ এজন সচেতন সংসদ

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by 7 หลายเดือนก่อน +95

    বঢ়িয়া নিউজ দিছে দেই

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 7 หลายเดือนก่อน +84

    তেনেকৈ নকবা মামা আৰু অন্ধ ভক্ত সকলে বেয়া পাব।

    • @bkp9774
      @bkp9774 7 หลายเดือนก่อน +2

      মামাক আমি চিনি পায় গৈ চু, কিয়া হিন্দী কেইটা হাই, কীতনা আটচা ফুলেন ইংৰাজী স্পিক্তা হায় 😊😊😊 ।
      নৰেন্দ্ৰ মোদীৰ ভৰি চুই থকা যেনে হে লাগে । আৰু কিছুমান বহুৱালি, যেনে, কোনোবা মিয়া পোৱালি কিছুমানক হেলিকপ্টাৰত উঠাই চে, নাচনিৰ ওচৰলৈ মঞ্চৰ পৰা জঁপিয়াই দিছে, এগাল মাণ গাভৰু আনি বিহু নচাই মডিক আমোদ দিয়াইছে, ঘিনিছ বুকুত নাম উজ্বলিছে,😊😊গোৱাহাতীৰ পৰা মিয়া ছফা, আৰু বহুত,
      অসম বাখিয়ে ভাল ধেমেলীয়া মূখ্য মন্ত্ৰী এটা পাইছে । ক্ষমতা পাই বলিয়া হৈছে,আঙুৰ লতা নিছিনা।

    • @jondekadeka7778
      @jondekadeka7778 2 หลายเดือนก่อน

  • @nirugogoi4576
    @nirugogoi4576 7 หลายเดือนก่อน +25

    মুদী চুঙা চাই সোপা দিয়াৰ বাবে গৌৰৱ গগৈ ধন্যবাদ

  • @Bg22224
    @Bg22224 7 หลายเดือนก่อน +32

    সংসদত গৈ কথা নোসোধা, মনে মনে বহি থকা MP বোৰক ৰাইজে এইবাৰ বয়কট কৰক

  • @jibongogoi6940
    @jibongogoi6940 7 หลายเดือนก่อน +27

    অহা নিৰ্বাচনত ৰাইজে. মাননীয় গৌৰব গগৈ ৰ দৰে লোকক ভোট দিয়ক আৰু নিৰ্বাচিত কৰক l
    বিধান বৰুৱা পদ্ম লোচন দাস, ৰামেশ্বৰ টেলী এনেকুৱা অকৰ্মণ্য মানু্হক ভোট দি লাভ নাই l

  • @bibhadas5050
    @bibhadas5050 7 หลายเดือนก่อน +149

    গৌৰব গগৈৰ দৰে সৰব আৰু বাগ্মীতা সম্পন্ন ব্যক্তিক যি সমষ্টিতে প্ৰাৰ্থিত্ব নিদিয়ক কিয়, সেই সমষ্টি বাসীয়েই ভোট দি জয়যুক্ত কৰিব লাগে।

    • @jayantasonowal1753
      @jayantasonowal1753 7 หลายเดือนก่อน +1

      Tente kiyo akol Nagaot pathita bisarise.......? Lakhimpurat kheliboloi pathiai diya sai lou.

    • @bkp9774
      @bkp9774 7 หลายเดือนก่อน +4

      অসমৰ গৌৰৱ গগৈ অসমৰ গৌৰৱ, অসমৰ কোন জন সাংসদ আছে গৌৰবৰ দৰে সাহসী।
      নৰেন মুদৈয়ে ইংৰাজী জানে, অসমিয়া জানে, সি বঙালিও কব নেজানে 😅😅😅 কেইটামান বাক্য পাঠ কৰিয়ে চলি আহিছে। Ex* ভাই ও ভণিও, কান খোল কৰ চুনিও, ~~~😊😊

    • @gaffaghaaj
      @gaffaghaaj 7 หลายเดือนก่อน +1

      Right

    • @mridusmitasaikia83
      @mridusmitasaikia83 6 หลายเดือนก่อน

      ​@@bkp9774কৰবাত এখন meeting ত এজন মন্ত্ৰী তেওঁ Wife r সৈতে বহি আছিল,তেওঁ সন্মোধন কৰিছিল Mr And Mrs টো মিছেছ নহয় আকৌ তেওঁ কৈছিল এমআৰএছ,,,,,এইয়া ই ভাৰতৰ প্ৰধান মন্ত্ৰী😅

  • @সত্যেরসন্ধানেমানবজীবনে
    @সত্যেরসন্ধানেমানবজীবনে 7 หลายเดือนก่อน +45

    Thank you Gaurav gogoi ji

  • @rajmili7697
    @rajmili7697 7 หลายเดือนก่อน +67

    Gohurab gogoi zindabat

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 7 หลายเดือนก่อน +61

    জয় শ্ৰী ৰাম বুলি কলেই দেশৰ উন্নতি হ'ব, শিক্ষা স্বাস্থ্য অৰ্থ এইবোৰ নহলেও হব

    • @sauravbhattacharjee9842
      @sauravbhattacharjee9842 7 หลายเดือนก่อน

      Gotekhini thik soliace kintu Rakesh pal hote A.P.S.C scam koribole bat bisari nupua hoise

    • @pranjaldaimary8163
      @pranjaldaimary8163 7 หลายเดือนก่อน +1

      Fokotiya kotha koi luv nai toomi nijehh buji lowa

  • @alokdutta5907
    @alokdutta5907 7 หลายเดือนก่อน +9

    সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া হৈছে বৰ্তমান সময়ত অসমৰ একমাত্ৰ বলিষ্ঠ কণ্ঠৰ অধিকাৰী হোৱাৰ লগতে অসমৰ একমাত্ৰ গৌৰৱ । গৌৰৱ গগৈৰ বাহিৰে যি দলৰে নহওক কিয় অসমৰ এজনো সাংসদে আজিলৈকে অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে দিল্লীত এষাৰো মাত মাতি পোৱা নাই আৰু এইখন মোদীৰ বিজেপি চৰকাৰে কিবা এটা কোৱাৰ ভয়ত আজিলৈকে সংসদৰ মজিয়াত এষাৰো মাত মাতিবলৈ সাহস কৰা নাই কিন্তু অসমৰ একমাত্ৰ সাংসদ গৌৰৱ গগৈয়েহে অসমৰ সকলো সমস্যাক লৈ সংসদৰ মজিয়াত সকলোৰে আগত সদায় নিৰ্ভীক,নিৰপেক্ষ,সততা আৰু বলিষ্ঠ কণ্ঠৰে তেওঁ সদায় মাত মাতি আহিছে,সেইকাৰণে গৌৰৱ গগৈ দেৱক লৈ সঁচাকৈয়ে আমি সদায় গৌৰৱ অনুভৱ কৰো । মোদী,বিজেপি মূৰ্দাবাদ,সাংসদ গৌৰৱ গগৈ জিন্দাবাদ,ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ ।

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev 7 หลายเดือนก่อน +24

    Narendra Modi BJP Hatao

  • @Danirojasfc6
    @Danirojasfc6 7 หลายเดือนก่อน +13

    মোদী হাটাও দেশ বচাঁওক। 😅😅😅

  • @NabaKamal-vy6rj
    @NabaKamal-vy6rj 7 หลายเดือนก่อน +29

    Nice

  • @baharulislam2294
    @baharulislam2294 7 หลายเดือนก่อน +42

    Very good

  • @KesobBoruah
    @KesobBoruah 7 หลายเดือนก่อน +44

    Good News

  • @DurlavkrDas
    @DurlavkrDas 7 หลายเดือนก่อน +12

    গগৈ ডাঙৰীয়া ধন্যবাদ ।চুঙা চাই সোপা দি দিলে ।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 7 หลายเดือนก่อน +37

    Good news

  • @kamalkalita338
    @kamalkalita338 7 หลายเดือนก่อน +68

    গৌৰৱ গগৈ লৈ অশেষ ধন্যবাদ কংগ্ৰেছ জিন্দা বাদ ।

    • @jayantasonowal1753
      @jayantasonowal1753 7 หลายเดือนก่อน +3

      🎉BJP. zindabad

    • @abdulbasik2614
      @abdulbasik2614 7 หลายเดือนก่อน +6

      I❤ Akhil Gogoi ,Luin Gogoi,Garab Gogoi ❤

    • @alokdutta5907
      @alokdutta5907 7 หลายเดือนก่อน

      ​@@jayantasonowal1753 বিজেপি আৰু আৰ.এছ.এছ মূৰ্দাবাদ ।

    • @JoydeepGogoi-lj2un
      @JoydeepGogoi-lj2un 7 หลายเดือนก่อน +1

      নামতহে গৌৰৱ 😂😂😂

    • @gaffaghaaj
      @gaffaghaaj 7 หลายเดือนก่อน

      Soku mudi thoka Modi bhakt.

  • @NaliKhan-r6y
    @NaliKhan-r6y 7 หลายเดือนก่อน +5

    BJP hatao desh bachao Modi hatao Bharat bachao

  • @mukulchandrabaruah3631
    @mukulchandrabaruah3631 7 หลายเดือนก่อน +33

    গৌৰৱ গগৈৰ এক উজ্জ্বল ৰাজনৈতিক ভৱিষ্যত আছে

  • @bodosa1948
    @bodosa1948 7 หลายเดือนก่อน +34

    Very good reply by Gogoi.

  • @ajiuddinahmed5407
    @ajiuddinahmed5407 7 หลายเดือนก่อน +38

    Future leader ,very good.👍👍👍🙏🙏🙏

  • @TCF573
    @TCF573 7 หลายเดือนก่อน +23

    Gourob gogoi r joy houk hokolute

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg 7 หลายเดือนก่อน +15

    Gourav Gogoi ❤❤❤❤

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 7 หลายเดือนก่อน +17

    Gaurav gogoi well done👍

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 7 หลายเดือนก่อน +13

    MP of 14 numbers in loksabha represented but most of MPs are silent in question hours,why peoples of assam vote them now time is ahead to realised.

    • @bkp9774
      @bkp9774 7 หลายเดือนก่อน +1

      Right question brother, 6:01

  • @barasharajbangshi719
    @barasharajbangshi719 7 หลายเดือนก่อน +17

    🙏🙏🙏👍👍👍

  • @mirazahmed9663
    @mirazahmed9663 7 หลายเดือนก่อน +11

    Jasi kil nakhay .khuji kil khay .

  • @shyamgogoi6442
    @shyamgogoi6442 7 หลายเดือนก่อน +9

    Gogoi good

  • @tahimabegum5896
    @tahimabegum5896 7 หลายเดือนก่อน +14

    গৌরব গগৈ অসমর গৌরব

  • @janardanrabha3437
    @janardanrabha3437 7 หลายเดือนก่อน +4

    Aitu ki channel oh Bangladeshi News Channel nki 😊😂😅😮

    • @alokdutta5907
      @alokdutta5907 7 หลายเดือนก่อน +2

      তই নিজেই বাংলাদেশী নেকি পোৱালী ?😊

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 2 หลายเดือนก่อน +1

    প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দুষ্ট প্ৰবৃত্তিৰ দাসত্ব স্বীকৃত হ'ল নিজেই এতিয়া অচিৰেই কুফল প্ৰাপ্ত হ ব।

  • @sokirahmed555
    @sokirahmed555 7 หลายเดือนก่อน +11

  • @balendas4259
    @balendas4259 7 หลายเดือนก่อน +3

    এটা চাহ দোকানী ভাৰতৰ প্ৰধান মন্ত্ৰী ভাবিলে লাজ লাগে ।

    • @AbulSarkar-zw7js
      @AbulSarkar-zw7js 2 หลายเดือนก่อน

      মাননীয় বলেন দাস ডাঙৰীয়া কথা টো এনেকুৱা কোনো এক সময়ে এজন লোকে দূৰ যাত্ৰা কৰোঁতে লগত কেইটামান ৰুটি লৈ গৈ থাকোঁতে হঠাতে কৰবাৰ পৰা এটা কুকুৰ তেওঁক পিচাকৰেআৰু মাজে মাজে বাটৰুৱাৰ সন্মূখত গৈ কান্দে।বাটৰুৱা জিৰণি ল'বলৈ এঠাইত বহতে কুকুৰ টো বেছি কৈ কান্দিবলৈ ধৰাত বাটৰুৱায়ো কুকুৰৰ ভৰিত ধৰি কান্দিব ধৰিলে তাকে দেখি আন এজন বাটৰুৱাই কুকুৰৰ। আন এক ভৰিত ধৰি কান্দিবলৈ ধৰিলে এনেকৈ কুকুৰৰ চাৰিটা ভৰিত ধৰি যেতিয়া চাৰিজনক কন্দা দেখা পাই যিমান মানুহ আহে কুকুৰৰ ভৰিত ধৰি কন্দা মানুহৰ ভৰিত ধৰি কান্দিবলৈ আৰম্ভ কৰে। এনে কৈয়ে দেশৰ মানুহ কুকুৰৰ ভৰিত ধৰি কন্দা যেতিয়া জ্ঞানী এজনে দেখা পাই সোধ পোছ কৰোঁতে এজনে আনজনৰ খন্দা চাই কান্দি থকা বুলি কয়। অৱশেষে বাটৰুৱাক সোধোতে গোটেই আচল কথাটো ওলাইছিল জ্ঞানী জানে বাটৰুৱা জনক ক'লে কুকুৰ কান্দে ৰুটিৰ বাবে কুকুৰক ৰুটি দিলে ৰুটি খাই গুচি গ'ল হেঁতেন।

  • @jimikantadoley5659
    @jimikantadoley5659 7 หลายเดือนก่อน +5

    MA passed kori BA passed kora p m

  • @Pinuri2222
    @Pinuri2222 7 หลายเดือนก่อน +3

    Nai modi ji bahut oversmart 😂 kaakuke kerep nakare🤣🤣he is all right no confused 😮

  • @SachinHazarika-r8t
    @SachinHazarika-r8t 7 หลายเดือนก่อน +9

    Gourav gogoi bharatar bhabichyat

  • @sultanmehdi3500
    @sultanmehdi3500 7 หลายเดือนก่อน +3

    আনুষ্ঠিক শিক্ষাৰ প্ৰয়োজন

  • @TinzingGetsu-yu6ml
    @TinzingGetsu-yu6ml 7 หลายเดือนก่อน +1

    Vidio.bani.thoise.monilott.sab.gadari.dekai..right.gorvgogoi....asse..thakiboi.dusmani.deshot.lav.nai...
    Amirr.garibsabhai.santi

  • @pranjyotikakoty2679
    @pranjyotikakoty2679 7 หลายเดือนก่อน +2

    Moi kintu Modi jir u vokto nohoi dei...development india dekhiboloi puwa ajon bortomanor lora....jitu 2000 to 2015 loike dekhiboloi besi nhoi aku besi ye dekha nasilu...

  • @mohibulmondal3520
    @mohibulmondal3520 7 หลายเดือนก่อน +20

    Every politicians should be a well educated person

  • @keshablahon8208
    @keshablahon8208 7 หลายเดือนก่อน +4

    I am proud of Gaorub Gogoi who is belong from Assam MP son of former chief minister of Assam Tarun Gogoi

  • @mineswardutta722
    @mineswardutta722 7 หลายเดือนก่อน +7

    Future c m gagoi.

  • @TinzingGetsu-yu6ml
    @TinzingGetsu-yu6ml 7 หลายเดือนก่อน +1

    Jeetayahai.kon.2019mai.hartha.geju...karkai.jeetahai.imdarike.saat..elesan.karayena.ittna.post.khalihai.amniadni....sabmai.khapla.sach.laye..bikri.avm.se.karaye..jobiaye.no.sapott.best.imdari.

  • @nabajyotisaikia8117
    @nabajyotisaikia8117 7 หลายเดือนก่อน +2

    Report North East now...😂😂😂😂😂😂😂😂 ...o ai bor beleg hur dile ai jonai....

  • @kushalbaruah8438
    @kushalbaruah8438 7 หลายเดือนก่อน +7

    Good 👍

  • @pranjaldaimary8163
    @pranjaldaimary8163 7 หลายเดือนก่อน +1

    Mor Sad dal news disa eituuhh bangladesh nohoi Hindustan hoi eituhh........!! School ot bacchai banan jorai jorai porhar nisina news porhisa dekhun Sudurbhai........

  • @jayantasonowal1753
    @jayantasonowal1753 7 หลายเดือนก่อน +1

    Congress partyr lidai kiyo.. Joi Sri Ram... Kobo nukhuje.. Buji pua nai

  • @shashindranathbaishya8852
    @shashindranathbaishya8852 7 หลายเดือนก่อน +4

    Modi should learn from Gogoi

  • @OsmanGoni-ql2yw
    @OsmanGoni-ql2yw 7 หลายเดือนก่อน +8

    Pradhan mantry r sharam nai

  • @ApurbaGogoi-ie2jp
    @ApurbaGogoi-ie2jp 7 หลายเดือนก่อน +3

    Gourob Gogoi amar akhomot gourob

  • @UVT-qm8pn
    @UVT-qm8pn 7 หลายเดือนก่อน +1

    Chinese products were actually good 🙈🙉🙊

  • @jitsvlogs4373
    @jitsvlogs4373 7 หลายเดือนก่อน +5

    Gaurav gogoi good leader of Assam

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 7 หลายเดือนก่อน +8

    One should see what he or she does and a good man or woman must follow what is practical and acceptable for all. Criticising others is simply the symbol of weakness of preacher or preachers.

  • @anuradhadas5494
    @anuradhadas5494 7 หลายเดือนก่อน +4

    Good 👍

  • @bkp9774
    @bkp9774 3 หลายเดือนก่อน

    ই অসমীয়া জানে, হিন্দী জানে, ইংলিছ জানে, বঙালী জানে, ই একোৱে নেজানে, গৰু এটা, জুবিনৰ লগত থাকিলেই জুবিন গাৰ্গ হব নোৱাৰে 😊😊😊

  • @BimalBarman-fk8et
    @BimalBarman-fk8et 7 หลายเดือนก่อน +2

    Gaurav Gogoi Zindabad.

  • @leenamoongogoi3581
    @leenamoongogoi3581 7 หลายเดือนก่อน +2

    Gourob Gogoi jindabad

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 หลายเดือนก่อน +1

    জয় গৌৰৱ।

  • @paragkonwar6116
    @paragkonwar6116 7 หลายเดือนก่อน

    বালৰ নিউজ 😂 একো দেখা দেখিকৈ সম্মুখত কৰা আলাপ সৱ নিজেই বকি থাকিলি ভুলে শুদ্ধই

  • @mukundadeka3213
    @mukundadeka3213 7 หลายเดือนก่อน

    পিছে চুঙা চাই দিয়া সোপাটো ভিডিওটোত কতো দেখা বা শুনা নেপালো। প্ৰমাণ নথকা নেদেখা নুশুনা কথা বিশ্বাস কৰিবলৈ ৰাইজে টান পাব নেকি?

  • @debennath5281
    @debennath5281 7 หลายเดือนก่อน +2

    Gadar dagabaaz godi media Congress B team janatha Safai krega Jay Shri Ram damar acting natok

  • @sktechinfo4071
    @sktechinfo4071 7 หลายเดือนก่อน

    Modi katha ki koi আছে বাকী মন্ত্ৰী বিলাকৰ কথা নক কিয়
    যিয়ে লংকাত হিয়ে ৰাৱণ হয়। তুমিও হবা একে seat পালে

  • @SangramBankhai-yo5nw
    @SangramBankhai-yo5nw 7 หลายเดือนก่อน +3

    আমি দেখোন এনেকুৱা দেখাই নাই 😂😂😂😂

    • @alokdutta5907
      @alokdutta5907 7 หลายเดือนก่อน

      কাৰণ তহঁতি গোবৰ ভক্ত যে সেইকাৰণে একো দেখা নাপাও নেকি ?

    • @paragkonwar6116
      @paragkonwar6116 7 หลายเดือนก่อน

      @@alokdutta5907 এইটো আমাৰ নিজৰ বাছনী হয় তোৰ কোনো অকাদ নাই কাৰোবাক আঙুলি তোৱাবলৈ 😂

  • @foujimixer5498
    @foujimixer5498 7 หลายเดือนก่อน +1

    😅😅😅😅😅😅কি কোৱা হে গৌৰৱ গগৈৰ ভাষণত মোদী ....? kiya majak karte ho dadaji

  • @pranjaldaimary8163
    @pranjaldaimary8163 7 หลายเดือนก่อน

    Bjp Pariwarbad jodi hoi Congress ki bad hoi Gandhi family Gogoi Family ki bad hoi mor Sad news desha boinak suda geda channel

  • @TCF573
    @TCF573 7 หลายเดือนก่อน +3

    Jomoni .. Teleprompter nohole boktrita dibo nuwara ane atake moorkha Bharotoyoi pM pati thoise!!!! . Asojyajonok kotha.... 😅😅

  • @ranuDevi-i2n
    @ranuDevi-i2n 7 หลายเดือนก่อน +1

    ফতা ঢোল বজোৱা চৰকাৰে সদায় ফতা ঢোলেই বজোৱাকাম।

  • @RupamKukil
    @RupamKukil 7 หลายเดือนก่อน +1

    Miya party jindabad

    • @alokdutta5907
      @alokdutta5907 7 หลายเดือนก่อน

      হিন্দু বঙালী পাৰ্টি বালজেপি মূৰ্দাবাদ ।

  • @sangitadas6274
    @sangitadas6274 2 หลายเดือนก่อน

    Chiorile kam nai. Rajyor unnotir babe jijon songsode kam korib rajyabasi seijn MP r logot thakibo.

  • @SofiqulIslam-e6p
    @SofiqulIslam-e6p 7 หลายเดือนก่อน +3

    Very good news ❤❤

  • @AadiGD007
    @AadiGD007 7 หลายเดือนก่อน +1

    North east godi nohoy nki

  • @pankajdas28
    @pankajdas28 7 หลายเดือนก่อน +1

    Do not compare gaurav with modi. People will laugh.

  • @MeherunNessa-p3k
    @MeherunNessa-p3k 7 หลายเดือนก่อน

    মদীৰ সন্তান থাকিলেহে পৰিয়া কন্দ হব ৰাজনীতি

  • @leenamoongogoi3581
    @leenamoongogoi3581 7 หลายเดือนก่อน

    BJP e Anganwadi kotha navabile bohut beya paisu . Anganwadi e vote nidiea aru BJP k

  • @danielmili5467
    @danielmili5467 7 หลายเดือนก่อน +1

    Gaurav u nepotisnm product a hoi

  • @kusumkalita828
    @kusumkalita828 7 หลายเดือนก่อน +2

    গৌরবগগৈ অসমর ধুরব তরা কঙগেছ্ যিনদাবাদ

  • @sadagarmili9293
    @sadagarmili9293 7 หลายเดือนก่อน +4

    🙏👍👌👍👌✔️

  • @danielmili5467
    @danielmili5467 7 หลายเดือนก่อน +1

    Toi u godi a hoi

  • @rajbongshi9843
    @rajbongshi9843 2 หลายเดือนก่อน

    সুবক্তাই‌ ‌‌ইংৰাজী ক'ব নোৱাৰে ।

  • @abrahambenjamin5070
    @abrahambenjamin5070 7 หลายเดือนก่อน

    Tmr dore ata fokotia youtube chenal a dekhor pm k honman koribo njna beleg a ki koribo .teu kun dolor motlob nai teu akhon dekhor prime minister 😊

  • @ditulhazarika4082
    @ditulhazarika4082 7 หลายเดือนก่อน +1

    Ki haruale tohoti nijai abr sai lo sun kiman komison pabi Aitu news kori baro

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 7 หลายเดือนก่อน

    এইতো কি চেনেল অ'? মোদিৰ কথাকে নাজানে?

  • @umeshchetiya1340
    @umeshchetiya1340 7 หลายเดือนก่อน +1

    Good news

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl 7 หลายเดือนก่อน +1

    Feku

  • @probinkumarkakati6151
    @probinkumarkakati6151 7 หลายเดือนก่อน

    কোনো ডাঙৰ কথা নহয় ?হলেও বিশ্বৰ নেতা ।

  • @maharumbhupendaali4480
    @maharumbhupendaali4480 7 หลายเดือนก่อน +1

    Therefore every politician should be well educated .

  • @সত্যেরসন্ধানেমানবজীবনে
    @সত্যেরসন্ধানেমানবজীবনে 7 หลายเดือนก่อน +4

    ❤❤❤❤❤❤

  • @AnkitaDevi-sd6lt
    @AnkitaDevi-sd6lt 7 หลายเดือนก่อน +1

    Tohoti ki gogoi media. Baby penguin media.

  • @jaminidas1266
    @jaminidas1266 7 หลายเดือนก่อน +1

    Gaurav Gogoi✊✊

  • @amritrajbongshi2437
    @amritrajbongshi2437 6 หลายเดือนก่อน

    পানি, নহয় মদ, খাইচে, একপেক

  • @bhakatibhandar6780
    @bhakatibhandar6780 7 หลายเดือนก่อน +1

    Very good

  • @binabora5025
    @binabora5025 6 หลายเดือนก่อน +1

    Good news 👍

  • @JOYfabian-w8r
    @JOYfabian-w8r 7 หลายเดือนก่อน

    Modi's false promises. He is only for Hindutva not country's development

  • @kcadutta654
    @kcadutta654 7 หลายเดือนก่อน

    Congress is "Poriyalbad"....100%

  • @bmazumder9654
    @bmazumder9654 7 หลายเดือนก่อน +1

    Namo Chinese mal

  • @assam2006
    @assam2006 2 หลายเดือนก่อน

    ই নিজকে জ্ঞানী বোলি ভাবে।

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb 3 หลายเดือนก่อน

    Gourav gogoi zindabad congress party zindabad

  • @bkp9774
    @bkp9774 3 หลายเดือนก่อน

    ফেকুৰ একো গীয়ান নাই।