Ojaantric || শৃংখল চলিহাৰ জাতীয়তাবাদী চেতনা আৰু আপোচবিহীন সংগ্ৰামী সত্বা | Assamese Podcast Ep.108

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ต.ค. 2024
  • Our Second channel:
    Oasis Talukdar : www.youtube.co....
    Udayan Duarah : www.youtube.co....
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    #ojaantric
    #assamesepodcast
    #ShrinkhalChaliha

ความคิดเห็น • 1.7K

  • @Hmnxu3287
    @Hmnxu3287 9 หลายเดือนก่อน +257

    ধন্যবাদ অযান্ত্রিক❤এজন সচাঁ মানুহক নিমন্ত্রণ কৰাৰ বাবে❤ জয় আই অসম✊

    • @RanjitDas-p4m
      @RanjitDas-p4m 9 หลายเดือนก่อน +2

      joi aei aassom ✊

  • @mahindryBayan
    @mahindryBayan 8 หลายเดือนก่อน +16

    বোপা শৃঙ্খল তোমালৈ হিয়া উজাৰি আশীৰ্বাদ দিছো।তোমাৰ মনোকামনা ঈশ্বৰে যেন পূৰ্ণ কৰে।

  • @bhaskarjyotibora5071
    @bhaskarjyotibora5071 9 หลายเดือนก่อน +158

    নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা এই মানুহজনক সদায় সুস্থ সৱল কৰি ৰাখক সদায়ে শক্তি দিয়ক যুঁজি থাক ককাইদৌ ... বহুত মৰম আৰু শুভেচ্ছা তোৰলৈ ...

    • @userunavailable__
      @userunavailable__ 9 หลายเดือนก่อน

      মৰি যাওক ই

    • @bhaskarjyotibora5071
      @bhaskarjyotibora5071 9 หลายเดือนก่อน +1

      @@userunavailable__ toi kor kela

    • @RanjitDas-p4m
      @RanjitDas-p4m 9 หลายเดือนก่อน

      Hosa ajir dinot proud you❤✊

    • @rupamapathak3099
      @rupamapathak3099 6 หลายเดือนก่อน +1

      May you live long!

  • @paragburagohain1111
    @paragburagohain1111 8 หลายเดือนก่อน +5

    আজি দৰে অনেক খিলঞ্জীয়াৰ অধিবেশনৰ প্ৰয়োজন , আমাৰ অসমীয়া জাতিৰ উন্নত কৰাৰ উদ্দেশ্যৰে আৰু আলোচনাৰ আয়োজন কৰি উঠি অহা প্ৰজন্মক উনুকিয়াই দিয়াৰ প্ৰয়োজন বোধ কৰিছোঁ। এনেকৈ সামাজিক মাধ্যমত আলোচনা হব লাগে। বহুত ভাল লাগিল কথাবোৰ শুনি । জয় আই অসম।

  • @manabprotimsharmah3019
    @manabprotimsharmah3019 9 หลายเดือนก่อน +467

    আজি এজন সিংঘই অযান্ত্ৰিকৰ মজিয়াত গুজৰি গল🙏 ভবাই নাছিলোঁ অযান্ত্ৰিকত এনেকোৱা বীৰ পুৰুষৰ কন্ঠ শুনিব পাম বুলি।
    জয় আই অসম।
    জয় বীৰ লাচিত সেনা ।
    ধন্যবাদ অযান্ত্ৰিক ❤

    • @kaustavnath1150
      @kaustavnath1150 9 หลายเดือนก่อน +4

      Tumar xinghoi 2020 sonot ajagat piton khai thoise buisa

    • @TumanPhukan-ti5jp
      @TumanPhukan-ti5jp 9 หลายเดือนก่อน +6

      জয় আই অসম ✊✊✊ জয় বীৰ লাচিত সেনা অসম ✊✊✊

    • @swarnavgogoi3482
      @swarnavgogoi3482 9 หลายเดือนก่อน +10

      ​@@kaustavnath1150Tmi mne kbo khujisa ayo fltu ktha koise... maar khalei jniba kntu ktha kita ki bya koise. Sb tu point t ai koise..

    • @kaustavnath1150
      @kaustavnath1150 9 หลายเดือนก่อน

      @@akashsall8001 100 percent bro axomiya vs axomiya borhiya hobo, bey tumalukor vivek mani goisu🤣🤣🤣 tumi aru moi kintu one vs one korim dei, lorai gym kore hobola 😖😖🤣 , Aru xivaxagar xonok ebur mar pit kora kotha koi bodnam nokoriba buisa Xivaxagar tumaru aru muru aru pratyek jon axomiyar, ami xokolu mili juli thaku Upper Assam Lower Assam buli tumalukor asam luke bohut ved vab kore please ebur nokoriba moi Nagaon r hoi. Shrinkhal saliha r nisina manuh tumaluk buror karne hobo hero kintu xi ki panir mas hetu ami bhalke janu lime light t ahigole ba dutaman vaxon di famous hoi gole kunuba vyakti leader hoi nejai, leader hobole intelligence, presence of mind, decision making power, way of talking, non hypocratic and protyek Tu situation eta side r pora nhoi sob side r pora sai eta proper decision lua jon he leader okol Buku phindai 10 ta manuhor logot nijoke xahokhi bujua jon ketiau leader hobo nuware, etiya tumare eta example judi moi deu mur comment tu porhi sage tumar xong uthil hekarne tumi joshot ahi ekdom mar pitole gusi gola, tumi mur a comment beleg dhorneu dibo parila heten moi kua kotha xini judi oxotya tumar herok goi xudhiba, tumar hero a nischay xatya kothaye kobo i hope.Jun stable mind set r hoi tak he budhiman buli kobo pari, Xong komjur manuhor xunkale uthe. Hekarne bro gym 🏋🚴💪kora kintu olop maan meditation u koriba.

    • @kaustavnath1150
      @kaustavnath1150 9 หลายเดือนก่อน +1

      @@swarnavgogoi3482 eku point t nai kua bhai xi kua besi vaag kotha lastot goi bhul ulai Manuh tu bhal antar xon safa kintu mathat Maal nai etu moiu point t koi tholu tumak Joi Aai Axom

  • @rahulbhuyan6936
    @rahulbhuyan6936 9 หลายเดือนก่อน +5

    বহুত দিনৰ পৰা চাই আছোঁ অযান্তিক। কিন্তু আজি বেলেগ লাগিছে অনুষ্ঠানটো। অলপো স্কিপ নকৰাকৈ চাইছো। এনেকুৱা অনুষ্ঠান আৰু দীঘলীয়া কৰক। শৃংখল ককাইদেউ, আপোনাক অন্তৰৰ পৰা চেলুত দিছোঁ। বহুতৰে অনুপ্ৰেৰণা আপুনি। ভালে থাকক আপুনি। আৰু অযান্তিকে আৰু এনেকুৱা জাতীয়তবাদী ব্যক্তি আনক। ইয়াৰ আগত কুসুম দাৰ অনুষ্ঠানটো বহুত ভাল লাগিছিল। আৰু আজি এই অনুষ্ঠানটো। বীৰ লচিত সেনা আগবাহী যাওক। আৰু জাতিটোৰ স্বাৰ্থত কোনোদিনে আপোচ নকৰিব। সদাই স্পষ্ট আৰু মূৰ তুলি থিয় হৈ থাকক। আজিৰ খণ্ডটোৰ বাবে আকৌ এবাৰ ধন্যবাদ অযান্তিক।

  • @samujjalgogoi-hb6zv
    @samujjalgogoi-hb6zv 9 หลายเดือนก่อน +152

    ইমান বছৰে অযান্ত্ৰিকৰ খণ্ড চালো কিন্তু আজিৰ নিচিনা খণ্ড আগতে দেখা পোৱা নাছিলো।সঁচাকৈয়ে বহুত ভাল লাগিল ❤

  • @debasishadhikary8229
    @debasishadhikary8229 9 หลายเดือนก่อน +17

    এজন সাহসী অসমীয়াৰ নাম শৃংখল
    চলিহা।এখন খিলঞ্জীয়া অসম গঢ়াৰ
    যি প্ৰচেষ্টা সেয়া এদিন ফলবতী হব‌ই।
    জয় আই অসম।

  • @mrinalroy3185
    @mrinalroy3185 9 หลายเดือนก่อน +117

    অসমৰ এজন আপোচবিহীন নেতা শৃংখল চলিহা দা♥️❤️

  • @Astrologer-Pranab-Kr-Sarmah67
    @Astrologer-Pranab-Kr-Sarmah67 8 หลายเดือนก่อน +5

    ভাল লাগিল শৃংখল চলিহাৰ বক্তব্য শুনি। অযান্ত্ৰিক ব্ৰডকাষ্টিং চেনেলত ভৱিষ্যতে এনে ধৰণৰ ব্যাক্তিক নিমন্ত্ৰণ কৰি আনিলে ভাল হ'ব।

  • @hemantahazarika9715
    @hemantahazarika9715 9 หลายเดือนก่อน +82

    আজি প্ৰথম অযান্ত্ৰিক চালো, আৰু একমাত্ৰ শৃংখল চলিহাৰ থামনেইল দেখিহে চালো, ❤ বহুত বেছি ভাল পাও মানুহজনক, জয় আই অসম, ❤❤❤❤❤❤❤❤❤❤

  • @abinashhandique6745
    @abinashhandique6745 8 หลายเดือนก่อน +3

    জাতিৰ সন্ধিক্ষণত শৃংখল চলিহাৰ দৰে মানুহৰ অতি প্ৰয়োজন। ধন্যবাদ অযান্ত্ৰিক তেওঁক নিমন্ত্ৰণ জনোৱাৰ বাবে। অসমীয়া জাতীয়তাবাদী সত্তাৰ ধ্বজ সদায় অক্ষুন্ন থাকক, জয় আই অসম, জয় হিন্দ।

  • @lakhyajitkalita1194
    @lakhyajitkalita1194 9 หลายเดือนก่อน +25

    শৃংখল দাক দেখি বহুত দিনৰ মূৰত অযান্ত্রিক চাইছো..... ধন্যবাদ অযান্ত্রিক.... এজন ভাল লগা স্পষ্টবাদী অতিথি উপহাৰ দিলে।🙏

  • @chayankhazarika7525
    @chayankhazarika7525 9 หลายเดือนก่อน +20

    এজন সচাঁ অসম আৰু অসমীয়াপ্ৰেমী ব্যক্তি আমাৰ শৃংখল দা।
    জয় আই অসম

  • @debasishsaikia7463
    @debasishsaikia7463 9 หลายเดือนก่อน +112

    The best episode of OJANTRIC till now.
    জয় জাতীয়বাদ !
    জয় আই অসম!

    • @dipaklama6711
      @dipaklama6711 9 หลายเดือนก่อน +1

      Jai ai akhom

  • @behappyalways2472
    @behappyalways2472 6 หลายเดือนก่อน +1

    Bohot kotha janisu njona ktha bur aji hosake new generation loi dorkare hoi ....Anekua video sai bohot val lgise...

  • @nomadicmind7849
    @nomadicmind7849 9 หลายเดือนก่อน +51

    এনেকোৱা episode হ'ব লাগে। ❤❤❤
    জয় আই অসম ✊
    এতিয়াও বহুতে সোধে ইয়াত,,,অসমৰ পৰা আহিছা নেকি বুলি। মোক এগৰাকী শিক্ষয়িত্ৰীয়ে সুধিছিল এই কথাটো। অসমৰ মানুহ হৈ অসমৰ পৰিসীমাৰ কথা নজনাটো স্বাভাৱিক জানো,,,নে কথাৰ আৰঁত উদ্দেশ্য বেলেগ...!! তাতেই আকৌ তেখেত এগৰাকী শিক্ষয়িত্ৰী হয়,, ভাৱি চাওঁক কথাটো...!!

  • @baruahaxom4670
    @baruahaxom4670 7 หลายเดือนก่อน +1

    সুন্দৰ লাগিল জয় আই অসম

  • @Manab757
    @Manab757 9 หลายเดือนก่อน +21

    ৰাতিপুৱাই উঠি প্ৰথমে ভিদাওটো চালো ভাল লাগিল ❤ প্ৰয়োজন এনে মানুহৰ❤প্ৰথম বাৰৰ বাবে ধুনীয়া প্ৰশ্ন কৰিছে আজি ভাল লাগিল😊

  • @mridusmita_jaankonwar6680
    @mridusmita_jaankonwar6680 8 หลายเดือนก่อน +5

    তেওঁৰ বিষয়ে ভুল মনোভাৱ লৈ আছিলো সেইকাৰণে podcast টো চোৱাও নাছিলো | ভাল লাগিল কথাবোৰ জানি শুনি; একেবাৰে চিন্তাধাৰাই সলনি কৰি দিলে

  • @GaurabBorahofficial-r3d
    @GaurabBorahofficial-r3d 9 หลายเดือนก่อน +24

    বহুত বেছি ভাল লাগিল আজি , আৱেগিক অভিনেতাতকৈ হাজাৰ গুণে বহুত বেছি ভাল লাগিল । এদিন অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈ ডাঙৰীয়াক মাতক এবাৰ আপোনালোকৰ অনুস্থানলৈ

  • @lachitphukan1578
    @lachitphukan1578 8 หลายเดือนก่อน +19

    আজি AASU কা আন্দোলনৰ সময়ৰ সভাপতি জন বিজেপিত যোগদানৰ পিছত শৃংখল চলিহা কথা বোৰ যে সম্পূৰ্ণ সত্য তাৰ প্ৰমাণ পালোঁ । জাতি জাতি কৈ চিঞৰি ভণ্ড তথা স্বাৰ্থপৰ নেতা সমূহক ৰাইজে বৰ্জন কৰিব লাগে সময় থাকোঁতেই । শৃংখল চলিহা এজন প্ৰকৃত অসমী আইৰ সন্তান ।

  • @agastyabaruah1380
    @agastyabaruah1380 9 หลายเดือนก่อน +52

    দাদাজনৰ কথাবোৰ ভাল লাগে।‌ জাতীয়তাবাদৰ কথা ক'লে Goosebumps আহি যায়।❤️

  • @GDutta-w4u
    @GDutta-w4u 8 หลายเดือนก่อน +25

    "নিজৰ মাটিত প্ৰটিবাদ কৰিব লগীয়া হৈছে তেটিয়াহলে উগ্ৰহ হবয়ে লাগিব।" Great line.

  • @funnyvedio-en4sb
    @funnyvedio-en4sb 9 หลายเดือนก่อน +27

    এজন সচাঁ জাতীয়তাবাদী নেতা, ভাল লাগে।মুখৰ আগত কথা কোৱা মানুহ সদায় এনেদৰেই থাকক।আনবহুজনৰ মনত জাতীয়তাবাদ জগাই তোলক। আজিৰ এপিছড বহুত ভাল লাগিল।জয় বীৰ লাচিত সেনা।❤❤❤❤

  • @munmigogoi1104
    @munmigogoi1104 9 หลายเดือนก่อน +3

    খুব ভাল লাগিল এই সাক্ষাৎকাৰটো, আৰু যেন জাতীয়তাবাদী প্ৰকৃত নেতাৰ সাক্ষাৎকাৰ দেখিবলৈ পাও অনাগত দিনত।

  • @BiswajitNeog-f6x
    @BiswajitNeog-f6x 9 หลายเดือนก่อน +58

    শৃংখল মোতকৈ ২০বছৰ সৰু।কিন্তু তেওঁৰ নিৰ্ভিকতাক মই চেলুট জনাওঁ।ডিব্ৰুগড়ত এই সংগঠন শক্তিশালী হব লাগে ।ইয়াত বহুত কৰিব লগা আছে।

  • @NKMedia-d6k
    @NKMedia-d6k 9 หลายเดือนก่อน +7

    আজিৰ সময়ৰ দুজন অসমীয়া লুৰিণজ্যোতি আৰু শৃংখল চলিহা যেন লাগে,
    অনাগত দিনতো যেন এনেকৈ থাকে দুয়োৰে জাতীসত্বা৷

  • @mrinalkumarbaruah6138
    @mrinalkumarbaruah6138 9 หลายเดือนก่อน +12

    ভাল লাগিল আজি খণ্ডটো। আগলৈও এনে জাতীয়তাবাদী লোকক আমন্ত্ৰণ জনাব চোন।

  • @kalpanahazarika311
    @kalpanahazarika311 หลายเดือนก่อน

    আমি পুজি আৰু শিক্ষা আনক চেৰ পেলোৱাকে আয়ত্ব কৰি আপুনি ভবাৰ দৰে আগ বাঢ়ি যাব পাৰিম বুলি হৃদয়ত সাসখ আহি গৈছে ৷বহুত ধন্যবাদ জনালো ৷

  • @bhaskarsarma8829
    @bhaskarsarma8829 9 หลายเดือนก่อน +40

    ৰবি শৰ্মা, নমিতা ভট্টাচাৰ্য্যৰ পিছত এইটো খণ্ড চাই বৰ ভাল পালোঁ। শৃংখলদাৰ কথা শুনি বহু কথা জানিব পাৰিলোঁ।
    জয় আই অসম। ✊

    • @userunavailable__
      @userunavailable__ 9 หลายเดือนก่อน +4

      হয় কাৰণ অসমীয়া অনা অসমীয়া কৰি থাকে 😂

  • @manashchetia4558
    @manashchetia4558 9 หลายเดือนก่อน +4

    এনেকোৱা Episode আৰু কেইটামান আমি বিচাৰোঁ দেই ককাইকেইটা..খুউব ধুনীয়া.

  • @moran8420
    @moran8420 9 หลายเดือนก่อน +39

    বহুত আগৰ পৰাই চিনাকি Ojantric Chenal টো, কিন্তু কোনো দিন এটা Comments বা এটা like দিয়া নাই, আৰু কোনো দিন full episode চোৱা নাই, অলপ চাই বাদ দিও। কিন্তু আজি 1hrs 2minit 51 scnd.. বহা ঠাইৰ পৰা একে ৰাহে চাই দিলোঁ।। only For lion,,, জাতিৰ বিপদ হলে আন কোনো নেথাকিলে ও এজন আছে আমাৰ বাবে বুকু ডাঠ কৰি কব পাৰোঁ।।। সেই জনেই 🙏Srinkhol Saliha ❤ ..

    • @mridugogoi6123
      @mridugogoi6123 9 หลายเดือนก่อน +1

      একদম মনৰ কখাষাৰ কলে

    • @user-ko9ie1gk9s
      @user-ko9ie1gk9s 4 หลายเดือนก่อน

      মৰিয়নি সমষ্টি সম্পৰ্কত সচাঁ কথা ক'লে।

  • @trishnajyotisaikia6238
    @trishnajyotisaikia6238 9 หลายเดือนก่อน +8

    Aji comment eta korilu...❤ Aibur kothai ketiaba muku gujori gumori thky

  • @padumdutta2142
    @padumdutta2142 9 หลายเดือนก่อน +48

    সূর্য হোৱা...সূৰ্য হোৱা... জাতীৰ নতুন সূৰ্য হোৱা...!

  • @bijuburhagohain
    @bijuburhagohain 6 หลายเดือนก่อน

    ধন্যবাদ অযান্ত্ৰিক❤ . . বিৰাট ভাল লাগিল . . শৃংখলদাৰ স্পষ্টবাদিতাক হৃদয়ৰপৰা চেল্যুট কৰিছোঁ‌ . .
    জয় আই অসম🙏

  • @jaydeepkalita5717
    @jaydeepkalita5717 9 หลายเดือนก่อน +28

    Powerful Episode🔥 বৰ্তমান অসমৰ জাতীয় সত্বাৰ ওপৰত হোৱা এটা সুন্দৰ সামগ্ৰিক আলোচনা।

  • @himadrisonowal4017
    @himadrisonowal4017 9 หลายเดือนก่อน +7

    মজা এনেকুৱা মানুহ আনিব লোকেআপোনালোকে, যাৰ তেজত সছা জাতীয়তাবাদ আছে,এনেকুৱা মানুহৰে আমাৰ অসমত প্ৰয়োজন,জয় আই অসম

  • @Hirakzeet567
    @Hirakzeet567 9 หลายเดือนก่อน +43

    one of the powerfull episode of ojantric till date❤️🔥 জয় আই অসম❤️✊

  • @walesh00
    @walesh00 9 หลายเดือนก่อน +3

    অজন্ত্ৰিকলৈ এটি আহ্বান। আমি যুৱ প্ৰজন্ম বিশেষকৈ চছিয়েল মেডায়ত যদেষ্ট এক্টিভ। আজিহে গম পাইছে কি কি যে হৈ আছে চৌদিশে ।।আমাক আৰু এনেকুৱা episode লাগে এনে এনে লোকৰ যিয়ে আমাক পথ দেখুৱাই ।।

  • @smritisikhabora8187
    @smritisikhabora8187 9 หลายเดือนก่อน +26

    অসম বুলিবলৈ এতিয়া অকল উজনি অসমত হে আছে। হয় হাৰিছো সঁচা। এদিন জিকিম আমি অসমীয়া।

  • @TMN-y2h
    @TMN-y2h 9 หลายเดือนก่อน +8

    Very nice episode.
    জাতিৰ বাবে মাত মতা মানুহ বহুত কম আজি কালি। আপুনি এনেদৰেই জাতিৰ বাবে যুঁজ দি আমাকো অনুপ্ৰাণিত কৰক ।

  • @Bhabensaikia26
    @Bhabensaikia26 9 หลายเดือนก่อน +21

    তেওঁ সদায় শক্তিশালি হৈ থাকক জাতিটোৰ কাৰণে ❤️
    জয় আই অসম ✊️

    • @mriduldas8887
      @mriduldas8887 9 หลายเดือนก่อน +2

      কিয় আপোনাৰ নিজৰ শক্তি নাই নেকি? পৰৰ ওপৰত কিয় ইমান নিৰ্ভৰশীল অসমীয়া জাতি?

    • @userunavailable__
      @userunavailable__ 9 หลายเดือนก่อน +1

      অসমীয়া অনা অসমীয়াৰ নামত ৰাজনীতি 😂

  • @krishnasaikia9122
    @krishnasaikia9122 8 หลายเดือนก่อน +2

    শৃংখল দা আপুনি সঁচাকৈয়ে স্পষ্ট বাদী, বহুত ভাল লাগিল।

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 9 หลายเดือนก่อน +43

    I don't know whats going to be his neat future , but his motto towards our Assamese people is top notch. Such graceful personality with a clear vision. Hope his dreams towards Assamese community fulfills

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 8 หลายเดือนก่อน +6

    অসমৰ সিঙহ পুৰুষ। অৰণ্যৰ ৰজা সিঙহ।শিয়াল নহয়। তুমি শৃংখল। সদায় শৃংখল। বিশৃঙ্খল তুমি কেতিয়াও নহয়। ধন্য তুমাৰ পিতৃ মাতৃ। তুমাৰ দৰে সন্তান ক জন্ম দি ধন্য তেওঁ লোক। ভগৱান সদায় তুমাৰ সহায় হ ওক।

  • @ranipriyaentertainment8694
    @ranipriyaentertainment8694 9 หลายเดือนก่อน +18

    খোলা মনৰ মানুহ ,,, যি কয় চিধা কই। বহুত ভাল লাগিল episide2 l

  • @krishnamenontamuli9578
    @krishnamenontamuli9578 8 หลายเดือนก่อน +1

    আলোচনাখিনি যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবেই সুন্দৰতা দাবী কৰাৰ থল আছে ।

  • @uddipnath753
    @uddipnath753 9 หลายเดือนก่อน +82

    One of the finest episode of Ojantric till date ❤🔥💯

  • @jyotimonisaikia1195
    @jyotimonisaikia1195 8 หลายเดือนก่อน +4

    অসমত এতিয়া এনেকুৱা মানুহৰ বহুত প্ৰয়োজন

  • @udeshnahazarika1884
    @udeshnahazarika1884 9 หลายเดือนก่อน +16

    ভাল লাগিল ❤ অতিথি আমন্ত্ৰনত ভালকৈ চালি জাৰি চালে অনুষ্ঠানটি এনেদৰে আগবাঢ়ি যাব। শুভকামনা 🎉

  • @mousumidas989
    @mousumidas989 8 หลายเดือนก่อน +2

    One of the best episode of ojaantric❤....xosakoi bohut besi val lagil.... next akou enekua episode amak lge ...❤️

  • @nilakshidevipuja
    @nilakshidevipuja 9 หลายเดือนก่อน +12

    প্ৰয়োজন আছিল এই খণ্ড টোৰ, বিৰাট ভাল লাগিল সঁচাকৈ ❤️

  • @nityagogoi478
    @nityagogoi478 6 หลายเดือนก่อน +1

    “ অসমীয়া মানুহৰ সৰলতা
    শাওঁপাত “ সত্য , শৃংখল খিলজীয়াৰ গৰ্জন , আগোৱাই যোৱা ,

  • @dipubora5237
    @dipubora5237 9 หลายเดือนก่อน +8

    ভাল লাগিল খণ্ডটো❤
    জাতীয়তাবাদী সকল সদায় প্ৰিয়❤

  • @kaushikgohain8941
    @kaushikgohain8941 9 หลายเดือนก่อน +8

    The iron man of Assamese people. Genuinely the legacy of Assamese identity is defined through the words of Srinkhal Chaliha. May god bless you to serve this land 🙏 ✨️ ❤❤

  • @anuraagpanging3597
    @anuraagpanging3597 9 หลายเดือนก่อน +17

    Tyag ase karone khong ase....shrinkhal lived it ❤

  • @prantik2121
    @prantik2121 9 หลายเดือนก่อน +10

    Best episode..
    শৃংখল দাদা লৈ বহুত বহুত মৰম ❤️ নতুন প্ৰজন্মৰ বাবে তেওঁ প্ৰেৰণা আৰু সাহস।।
    জয় আই অসম ✊

  • @arunjyotihazarika1641
    @arunjyotihazarika1641 9 หลายเดือนก่อน +8

    ধন্যবাদ অযান্ত্ৰিক শৃংখল দাক episode তো কৰাৰ বাবে।
    জাতীয়তাবাদ সদায় প্ৰথম ❤

  • @papukalita1164
    @papukalita1164 9 หลายเดือนก่อน +1

    সুন্দৰ🙏... ধন্যবাদ অযান্ত্রিক এনেকুৱা এজন সচাঁ মানুহক আপোনালোকে নিমন্ত্রণ জনোৱা বাবে। জয় আই অসম🙏

  • @deeppritamkashyap1706
    @deeppritamkashyap1706 9 หลายเดือนก่อน +8

    অযান্ত্ৰিক মই বহুত দিনৰে পৰা চাই আহিছোঁ কিন্তু কেতিয়াও comment দিয়া নাছিলোঁ কিন্তু আজিৰ episode তো চাই বহুত বেছি ভাল লাগিল ।

  • @debasishbhuyan3217
    @debasishbhuyan3217 8 หลายเดือนก่อน

    One of the best episode of Ojaantrick.. অসম আৰু অসমীয়াৰ কাৰণে যিখিনি কথা শৃংখলদা এ‌‌ খোলাকৈ‌ কৈ থৈ গ'ল অতি গুৰুত্বপূৰ্ণ ...জয় আই অসম

  • @raktimdeka2045
    @raktimdeka2045 9 หลายเดือนก่อน +8

    Ojantric এইবাবেই একক আৰু অনন্য, আশা কৰিছো যাত্ৰা অব্যাহত থাকিব

  • @krishnankumarbora5288
    @krishnankumarbora5288 8 หลายเดือนก่อน

    শৃংখল চলিহাক অলপ ভাল কৈ জানিবলৈ সুবিধা পালো। অযান্ত্ৰিকৰ উপস্থাপন ভাল লাগিল।

  • @ayeshakhatoon8885
    @ayeshakhatoon8885 9 หลายเดือนก่อน +15

    Best episode till date❤ ajir dinot i think bohut kom manuh ase enekoi bhoi nokori kotha kobo pora,heikaronei manuhjonok bhal lage..i feel so proud as a sivsagarian🎉

  • @jollybhuyan8354
    @jollybhuyan8354 9 หลายเดือนก่อน +3

    আজিলৈকে কমেন্ত দিয়া নাই,আজি বহুত ভাল লাগিল চাই ।প্ৰকৃত সাহসী অসমীয়া।❤️

  • @bhargavbora388
    @bhargavbora388 9 หลายเดือนก่อน +8

    এটি সুন্দৰ অধ্যায়।আৰু এজন আছে তেখেতৰ লগৰ বিকাশ অসম বুলি।তেখেতক ও মাতিব যদি পাৰে।

  • @Assamkaanupam
    @Assamkaanupam 9 หลายเดือนก่อน +9

    জয় বীৰ লাচিত সেনা,সচাকৈয়ে চকুৰ টিপ নমৰাকৈ Episode তো চালো। ধন্যবাদ OJANTRIC

  • @radaliassame3397
    @radaliassame3397 9 หลายเดือนก่อน +10

    আজিহে জেগাত পৰিছে । অসমৰ কাৰনে এনেকুৱা মানুহৰ প্ৰয়োজন আছে ভবিষ্যতে অসমৰ ৰাজনিতিত পদাৰ্পন কৰিব আৰু অসমীয়া জাতি, মাতি, সংস্কৃতি, ভাষা ৰক্ষা কৰিব বুলি আশা থাকিল

  • @mousumgogoi3904
    @mousumgogoi3904 9 หลายเดือนก่อน +2

    Ojaantric r aitu best episode.... As a axomiya moi aji bht nojona kisuman ktha huni Shringkhal Chaliha dada r lgt adin holeu ktha patibole mon thakil aru kisuman bikhoi loi..❤❤❤❤❤

  • @rupamsvlog6194
    @rupamsvlog6194 9 หลายเดือนก่อน +8

    Dekhe Maatise bir'or bekh, Morile Sworgo Torile Dekh. Love you Ojaantric ❤✊️✊️✊️
    Jai Aai Axom ✊️✊️✊️

  • @puranibihugita
    @puranibihugita 9 หลายเดือนก่อน +5

    ভাল লাগিল । এই episode টোৱে সৰ্বশ্ৰেষ্ঠ episode ।

  • @rubuldas6688
    @rubuldas6688 9 หลายเดือนก่อน +8

    Need these type of podcasts...so that our new generation can learn and know about their roots and sacrifices of our people...

  • @geetimoniborah5442
    @geetimoniborah5442 8 หลายเดือนก่อน +1

    যথেষ্ট ভাল লাগিল অনুষ্ঠানটি। ধন্যবাদ অযান্ত্ৰিক

  • @guwalijaneastgolaghaticds4740
    @guwalijaneastgolaghaticds4740 9 หลายเดือนก่อน +7

    Aji r episode tu really most important ntunprojnmor babe ....val lagil ...aji OjANTRIC a ata most important step hatot lole thank to all of you...❤

  • @sonvitocorleonedon2145
    @sonvitocorleonedon2145 8 หลายเดือนก่อน +1

    Dada Allah he apunaluk hokoluke bhal korok, khub bhal lagil podcast Tu sai ekebare genuine asil. JOI AAI AXOM 💪🏻💪🏻 Srinkhal Chaliha da we are proud of people like you. Xubaisha rakhilu jate hokolu aru aagbarhi jai aamr Axomiya jati Tu aag borhai niye logot... 🥰

  • @lianbaruah4771
    @lianbaruah4771 9 หลายเดือนก่อน +17

    I thought your show was going down the drain with the previous jabor sumi bikash episodes but today you have revived it . Top notch episode kudos to thinking #Joi Aai Axom .. Assam First and Always 🙏

  • @dulugogoi5512
    @dulugogoi5512 9 หลายเดือนก่อน +1

    প্ৰথম মই অজন্তিক ধন্যবাদ দিছো। চলিহাদেৱক শুভকামনা জনালো।

  • @xurordeolkalabithika1129
    @xurordeolkalabithika1129 9 หลายเดือนก่อน +4

    অনুষ্ঠানটো ভাল হৈছে।বীৰ লাচিত সেনালৈ শুভেচ্ছা থাকিল।

  • @dipikahandique843
    @dipikahandique843 8 หลายเดือนก่อน +1

    লাচিত সেনা বীৰ আপোনাৰ কথাবোৰে আমাক বহুত সাহস দিয়ে । ধন্যবাদ

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 9 หลายเดือนก่อน +27

    Amar syllabus bilakot Assam Movement.r kotha included naasil. Honestly, civil service exam prep.t he porhibo paisu. It's good that recently HS syllabus covered it....History should be read, discussed and preserved without concealing.

  • @putulnath1715
    @putulnath1715 8 หลายเดือนก่อน +2

    Good interview, মন চুই গল, জয় আই অসম,

  • @bastabboruah9260
    @bastabboruah9260 9 หลายเดือนก่อน +7

    ধন্যবাদ অযান্ত্ৰিক ।জয় আই অসম

  • @nayanborthakur6594
    @nayanborthakur6594 หลายเดือนก่อน

    One of the finest episode so far....salute shrinkhal....

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 9 หลายเดือนก่อน +4

    JAI AII AXOM ❤️🥹....
    আগন্তুক generation or বাবে আমি ত্যাগ কৰিবই লাগিব, তেতিয়াহে তেওঁলোকে শান্তিপূৰ্ণ ভাৱে নিজৰ মাতৃভূমিত জীয়াই থাকিব পাৰিব।✊🏼

  • @bhaskarkalita8002
    @bhaskarkalita8002 9 หลายเดือนก่อน +2

    কিদৰে তোমালোকক ধন্যবাদ জনাও বুজি পোৱা নাই। Seriously Thankyou❤ Thankyou for inviting this man ❤️ এজন প্রকিত অসমীয়া বুলি কব পাৰি

  • @archanagogoi7090
    @archanagogoi7090 9 หลายเดือนก่อน +5

    ঠিক কৈছে শৃংখলে । মোকো কয় অসভ্য মহিলা মই কিন্তু কেৰেপ নকৰোঁ মই অসম মাতৃৰ জীয়ৰী কাকো ভয় নকৰোঁ অসভ্য সহ্য নকৰোঁ কাৰণ বীৰ লাচিতৰ উত্তৰসূৰী

  • @rinabora9293
    @rinabora9293 หลายเดือนก่อน

    ❤অযান্তিক সেই কাৰনেই চাওঁ।সিংহৰ আগমন।বৰ ভাল লাগিল।❤️

  • @dhandeka3747
    @dhandeka3747 9 หลายเดือนก่อน +21

    I was totally wrong about this man before watching this episode.. What a 💎 he is...Joi Aai Axom🌹🧡

  • @arifrehman8260
    @arifrehman8260 9 หลายเดือนก่อน +2

    Ultimate episode...lst part t ata hahi ulai ahea Monr pora...aru ata josh puwa jai...ktha khini hsa kronea sui gol ....

  • @sarumaiburagohain188
    @sarumaiburagohain188 9 หลายเดือนก่อน +16

    One for tha best episode.....Thank you Ojaantrik❤ জয় আই অসম🔥✊

  • @Mithu_bargohain
    @Mithu_bargohain 9 หลายเดือนก่อน +1

    অযান্ত্ৰিকত আজি সাহসী এখন মূখ দেখিলোঁ। ভাল লাগিল। গান বাজানায়েও কেতিয়াবা যন্ত্ৰণা কৰি তোলে। আজি ভাল লাগিল।

  • @wazibur1
    @wazibur1 9 หลายเดือนก่อน +3

    Srinkhal Chaliha is a gem of a person. Good to see his valuable contribution towards Assamese society. Immense Respect for him.

  • @saratbora9260
    @saratbora9260 8 หลายเดือนก่อน +2

    ধন্যবাদ,, ভাল লাগিল🎉🎉

  • @alexadityaofficial8248
    @alexadityaofficial8248 9 หลายเดือนก่อน +9

    অজান্ত্ৰিক চেনেলট প্ৰথম ভিদিওটো ৰ পৰা চাই আহিছোঁ কিন্তু আজিলৈকে কমেণ্ট এটা কৰি পোৱা নাই , আজি সিংহৰ গুজৰণি শুনি কমেন্ত এটা কৰিবলৈ মন গল ।
    ❤ ✊ জয় আই অসম ✊❤

  • @binudas8708
    @binudas8708 8 หลายเดือนก่อน +1

    তোমাৰ সকলো কথা মোৰ মনৰ কথা। সকলোকে এখন জালত ভৰাই পেলালে গতিকে সকলোৰে মাত বন্ধ। চলিহাক অনাৰ বাবে বহুত বহুত ধন্যবাদ জনালো।আমি সকলোয়ে এটা কথা ভবা উচিত যে আমি আমাৰ সন্তানক কত এৰি যাম। আমি বিহুৰ বন্ধ আনৰ ৰাজ্যত বিহুৰ বন্ধ পামনে ?

  • @sidharthaburagohain8999
    @sidharthaburagohain8999 9 หลายเดือนก่อน +6

    Phukan.
    He needs exposure and there can be no better platform than this.
    Don't want this legend to fade away.

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD 7 หลายเดือนก่อน +1

    শৃংখল চলিহা দৰে জাতীয়তাবাদী নেতা থাকিলে অসমে কেতিয়াও বহিৰাগত আগত মূৰ তলমুৱাকৈ চলিব লগা নহয় সদায় বুকু উপৰমোৱাকৈ চলিব পাৰিব.. আমি আছো সদায় শৃংখল চলিহা দা লগত।। জয় আই অসম ✊

  • @hdworld85
    @hdworld85 9 หลายเดือนก่อน +17

    Best episode till date...you light up the room, shrinkhal..

  • @binapanichetia582
    @binapanichetia582 6 หลายเดือนก่อน

    বহুত ভাল লাগিল , চলিহা ৰ কথা খিনি, ধন্যবাদ অজানতিকলৈ❤❤❤