Hoi dai mai BJP supporter kintu maniba lagiba... And amr ujjoni axom aji neta naikia hol... BJP sob salaka kaita asa and lurin aru gourav ahila ha axom politics bhl hba
@@rkn7450Hindu Bangladeshi ani bharai diya gutei Asom . West bangalat noloy . Tumalukar he iman tan . Asolote West Bengal dakhal Kariba parim buli vabisile BJP e Tripura r dare . Piche para nai .Asomiyar jati satwa dhongsha karibo bisare BJP e .
Khosake mur soku Pani ulai jetiya Tarun gogoi sir r kotha monot pore anekuwa simple politisian moi kotu dekha nasilu atiyaloi mur life t, gutei family tuwe ata val udahoron r gugya , hat's off you sir,
Gaurav Gogoi is an amiable youth hailed from a cultured family and so his speeches are polite, gentle and full of enthusiasm...He is pride to the innocent Assamese People...🙏🙏🙏🙏🙏🙏🙏
Best leader of India/Assam..Best speaker Best parliamentarian .so hope people of Jorhat will vote for Gaurav Gogoi..Gaurav will be Future of Assam.next CM of Assam❤🙏🙏❤
তেওঁৰ দেউতাক তিনিবাৰ ৰ মুখ্য মন্ত্ৰী।নাই তেওঁৰ টিভি চেনেল নাই কোনো কোম্পানী নাই নিজৰ বিলাসী school.তেও এজন নিকা ৰাজনীতিবিদ।❤
Hoi dai mai BJP supporter kintu maniba lagiba... And amr ujjoni axom aji neta naikia hol... BJP sob salaka kaita asa and lurin aru gourav ahila ha axom politics bhl hba
অতি সুন্দৰ
গৌৰৱ গগৈ ডাঙৰীয়াৰ যুৱ প্ৰজন্মৰ সাহস আৰু প্ৰেৰণা এনে এজন ব্যক্তিক যোৰহাট লোকসভাৰ প্ৰাৰ্থী হিচাপে পাই আমি অতিকৈ সূখী অনুভৱ কৰিছো। আৰু তেখেতক জিকাই অনাতো আমাৰ সকলোৰে দায়িত্ব। আমি যুজিম আৰু জিকিম এয়াই আমাৰ মূল উদ্দেশ্য।
গৌৰৱ গগৈ জিন্দাবাদ
যোৰহাট বাসী বাবে গৌৰৱ গগৈক সাংসদ হিচাপে পোৱাটো বহুত সুভাগ্য কথা গতিকে সকলো যোৰহাট সমষ্টি ৰাইজে গৌৰৱ গগৈ জয়ী কৰাব লাগে। গৌৰৱ গগৈ অসমৰ গৌৰৱ। ❤❤❤❤
Upper Assam'ot illegal Bangladeshi kom ase sage Gaurav Gogoi MP hisabe lage ? Ne development besi hua karone problem hoise ?
@@rkn7450bjp r kam nai. অহংকাৰী dal.
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
@@rkn7450Hindu Bangladeshi ani bharai diya gutei Asom . West bangalat noloy . Tumalukar he iman tan . Asolote West Bengal dakhal Kariba parim buli vabisile BJP e Tripura r dare . Piche para nai .Asomiyar jati satwa dhongsha karibo bisare BJP e .
শক্তিশালী ব্যক্তিত্ব
বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত থকা বিশেষ ব্যক্তিজন। কেইদিনমানৰ পৰা তেওঁৰ সাক্ষাৎকাৰ বিচাৰি আছোঁ।
❤
গৌৰৱ গগৈ অসমৰ এজন সম্পদ, যোৰহাট জিলাৰ প্ৰতিজন মানুহৰ দায়িত্ব তেখেতক লোকসভা নিৰ্বাচনত জিকাই আনটো, যুৱ প্ৰজন্মৰ এজন সাৰ্থক পালিতিচিয়ান, মোৰ অতি প্রিয় মানুহজন I love গৌৰৱ
ব্যক্তিগত জীৱনৰ বহু কথা জানিব পাৰি হিমাশ্ৰী লৈ বহুতো ধন্যবাদ গৌৰৱ গগৈ ডাঙৰীয়াৰ লৈ বহুতো শুভেচ্ছা থাকিল
Best educated person ☺️❤
অসমৰ এজন দক্ষ আৰু জ্ঞানী ৰাজনীতিক । কংগ্ৰেছ দলটো মোৰ মুঠেই পছন্দ নহয় কিন্তু এখেত মোৰ আটাইতকৈ প্ৰিয় । এসময়ত তৰুণ গগৈদেৱ মোৰ প্ৰিয় ৰাজনীতিক আছিল । আপোনাৰ জয় হওক তাৰে কামনা কৰিলো । আপোনাৰ দৰে জনপ্ৰতিনিধিৰ আমাক প্ৰয়োজন আছে যাতে অসমৰ সমস্যাবোৰ আপুনি সংসদত উত্থাপন কৰিব পাৰে । আপুনি মাত্ৰ অখিল গগৈৰ পৰা আতৰি থাকিব । কাৰণ তেও বৰ দুতলীয়া । আপোনাৰ বিয়াত তেঁও আপোনাক নিকম্মা নালায়ক এজনে ইমান ডাঙৰকৈ কেনেকৈ বিয়া পাতিব পাৰে বুলি গালি পাৰি থৈছিল ।
দল বাগৰা সম্পৰ্কীয় কথাখিনি সুন্দৰ বাখ্যা দিছে । গগৈ দেৱলৈ ধন্যবাদ আৰু আৰ্শীষ থাকিল ।
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
যোৰহাটৰ বাবে সৌভাগ্যৰ কথা আপোনাক পোৱাৰ বাবে 🙏 .এখেত p. m. ৰ যোগ্য । মানুহ হিচাপে বহুতেই প্রিয় এইগৰাকী ব্যক্তি ।
Chamsa of Rahul gandhi
@@pinkukalita77 what's about Sarbananda, Piyush and Jayantamalla???
@@pinkukalita77you are very cheap
Good personality
বহুতো ভাল লগা ব্যক্তি, যুগ্য প্ৰাৰ্থী,যোৰহাট ৰ গৌৰৱ,,, অসমৰ গৌৰৱ,,,,🤗😊🙏🏻
Jorhat ❤️
যোৰহাট বাসীয়ে এইবাৰ এজন ভাল নেতাক ভোট দিৱলৈ পাইছে , ৰাইজে ভোটদি জিকাই পঠোৱাতো উচিত হৱ ৷
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
right ❤❤
এইবাৰ Jorhat বাসী য়ে এওঁক ভোট দি জিকালে যোৰহাট বাসী ৰ বাবে ভাল হব...👍
Mithatel 50 toka litar hobo aibar
গৌৰৱ গগৈ আমাৰ বাবে😢 উজ্জল
নক্ষত্ৰ হৈ জিলিকি থাকিব ।
ভাল লাগিল 👍, নিৰ্বাচন ত জয়লাভ কৰক❤❤❤
Most Talent Person...Love ❤from Arunachal😊
Gaurav gogoi jinda bad....
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
ভাল লাগিল। ভাল লগা মানুহ জন।
Apun manuh jan ❤ami jorhat t jikabo lagibo Gogoi dak
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
ৰাইজে ভূল নকৰিব বুলি ভাবিছো কাৰণ এইজন এজন সম্পূৰ্ণ বিশ্বাসযোগ্য ব্যক্তি আমাৰ আধৰুৱা কাম বোৰ এইজনৰ পৰা সফল হোৱাতো খাতাং, গতিকে ৰাইজে এইজনক নিৰাশ নকৰিলে বহুত পূণ্য হব ৰাইজৰ৷ তৰুণ গগৈ চাৰ লৈ মনত পেলাই এওঁক ৰাইজে আগবঢ়াই নিয়ক 🙏🏻 জয় আই অসম✊🏻
Moi jorhat r ami Gaurav gogoi k jikabo a lagibo....❤❤❤ আমাক ভাল কথা কোৱা লীডাৰ লাগে।
Val ktha kua leader lge.. Vl kam kora leader nalage
Teur personality iman vaal. educated. Knowledgeable. Amak enekuwa MP lage🎉
Assam Gaurav ❤ "Gaurav GoGoi" ❤Jindabaad ..
সহজ,সৰল,ভদ্ৰ আৰু যোগ্য সাংসদ, parliament tiger 🐅
Gourav gogoik kune kune assamor CM huwatu bisare like kora❤
Khosake mur soku Pani ulai jetiya Tarun gogoi sir r kotha monot pore anekuwa simple politisian moi kotu dekha nasilu atiyaloi mur life t, gutei family tuwe ata val udahoron r gugya , hat's off you sir,
আমাৰ বহুত দুখ যে কলিয়াবৰ পৰা এজন ভাল, সুদক্ষ ব্যক্তি গুছি গ'ল। যোৰহাট বাসীয়ে যাতে বিপুল ভোটত নিৰ্বাচিত কৰে।
Congratulations
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
মই তেজপুৰৰ ভোটাৰ,তথাপি কৈছোঁ, যোৰহাট বাসিৰ সৌভাগ্য যে গৌৰৱৰ নিছিনা এই জন প্ৰতিনিধিক ভোট দিবলৈ পাইছে, গৌৰব অসমৰ সম্পদ, অসমৰ ভবিষ্যত। ভবিষ্যত অসমৰ মূখ্যমন্ত্ৰী,,🎉🎉🎉🎉
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
Mmm আমি তেওঁ ke দিম,, বিবৃক বুদ্ধি জ্ঞান থকা সকলে তেওঁ ke দিব,, জিকাব চাব,,,😊 গৌৰৱ গগৈ আমাৰ গৌৰৱ,,, যোৰহাট বাসি হিচাপে গৌৰৱ ৰে কৈছোঁ তেওঁকে দিম vote
হয় ৷ একেবাৰেই সচা কথা কৈছে ৷
Gaurav Gogoi Jindabad
সাক্ষাৎকাৰটো বৰ ভাল লাগিল । গৌৰৱ গগৈ আমাৰ গৌৰৱ । গৌৰৱ গগৈ জিন্দাৱাদ ।
জাতীয় কংগ্ৰেছক অসমত আগুৱাই লৈ যোৱা তুমি
খুব সুন্দৰ অনুষ্ঠান, ইমান সহজ ভাবে উত্তৰ বোৰ দিলে ভাল লাগিল।
যোৰহাটৰ সূভাগ্যৱান ৰাইজে নতুন লাছিত এজন পাইছে
বেয়া নাপায় যদি লাছিত শব্দটো শুদ্ধকৈ লাচিত লিখিবচোন।
Kiba besikoi khale neki ? 😂😂
@@NirmolRay118 aibilak paid troll, fake account .. nohole sage bot .. enekua aru comments dekhisu ..
মানুহ মাত্ৰেই ভুল 😊
স্বাভাৱিক কথা
গৌৰৱ গগৈ জয় হওক
@@rkn7450 Tumi ba ki . Nam Sam nai neki
ভগবানে আশীৰ্বাদ কৰিলে
P M ৰ যুগ্য
❤
Yes bro
Development besi hua karone beya lagise neki je Congress aha tu bisarise ! Ami kiman asomiya manuh baki asu , Congress ahile axom thakibo ne ?
❤
@@rkn7450 জ্ঞান তুমি বেলেগক দিয়া এইবোৰ ইয়াত নহয় ।
Gaurav gogoi zindabad ❤❤❤❤
Gaurav Sir❤️🔥Himashi Nice Video ❤
এজন বহুত সহজ সৰল, সুদক্ষ ব্যক্তি 🙏🙏🙏
Best best ...You are diamond of Assam India ..Next cm go ahead
Bhal lge manuhjanok.... Jorhat raije jikabo lgibo deii ❤
Very good person. God bless him all the side
খুউব ভাল লাগিল, গৌৰৱ গগৈলৈ শুভেচ্ছা জনালোঁ।
Gaurav Gogoi is an amiable youth hailed from a cultured family and so his speeches are polite, gentle and full of enthusiasm...He is pride to the innocent Assamese People...🙏🙏🙏🙏🙏🙏🙏
যোৰহাট বাসীৰ বাবে এজন সুদক্ষ ,,ভদ্ৰ সহজ সৰল ৰাজনীতি বিদ।।। obviously jourov gogoi jikib❤❤
Best leader of India/Assam..Best speaker Best parliamentarian .so hope people of Jorhat will vote for Gaurav Gogoi..Gaurav will be Future of Assam.next CM of Assam❤🙏🙏❤
Gaurab Gogoi sir is as simple as his father. May God bless you with a bright n smooth political career❤❤❤
অসম ৰত্ন গৌৰৱ গগৈক আমি আশীৰ্বাদ দিছোঁ যাতে বিপুল ভোটত জয় লাভ কৰি পুনৰ দিল্লীৰ সংসদলৈ যাব পাৰে ৷
ভাল লাগিল ❤
Best educated person..we like the family.
মাননীয় শ্ৰীযুত গৌৰৱ গগৈ যোৰহাট লক সভা সমষ্টিৰ পৰা বিপুল ভোটত জয় লাভ কৰিব ,ছয় জনগোষ্ঠী জনজাতি তালিকাত অন্তৰ্ভূক্ত কৰাটো আপোনাৰ দায়িত্ব ।।
Dada pora bohut kotha hikibo pari .. bohute vl lge dada Jon.. Assam r Gaurav,..India Gaurav... Jorhat r Gaurav ❤❤❤
সুন্দৰ মনৰ ৰাজনৈতিক নেতা ৷ গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ৷
❤❤❤❤❤❤lot of love from Morigaon ,Jagiroad constituency. My favorite leader.Jorhat people really lucky. ❤❤❤
গৌৰব। গগৈ। ক। বহু ত। ভাল। পাও❤ Love. You. ❤❤❤
Vote only Gaurav Da 😊😊😊
Best man , best thinking.Best wishes to you Vagaban vala kare
Great person ❤❤❤ my favourite politician ❤❤
"সোণৰ অসম " আশা কৰিব পাৰিম নেকি বাৰু ? শুভেচ্ছা থাকিল ।
Gaurav da hosai apuni bohut val hoi❤❤❤❤❤❤❤
বহুত ভাল পাওঁ এই লৰা জনক।
He have a great personality....future of assam politics
The priority of Gogoi dev is excellent that is development of roads and hospitals . I m really agree with this .
গৌৰৱ গগৈ ডাঙৰিয়া আপোনাক অভিনন্দন জনালো🙏🙏🙏🙏
Love from DIBRUGARH(NAHARKATIYA)
যোৰহাটবাসী বিৰাট ভাগ্যবান এনেকুৱা এজন নেতাক ভোট দিবলৈ পাই...
যিদিনা তিনি গগৈ একে খন মঞ্চত দেখা পাম সেইদিনা বেছি ভাল লাগিব যোৰহাট বাসীৰ🎉🎉🎉
Gaurav gogoi zindabad 🎉🎉🎉
মোৰ ভালপোৱা ৰাজনীতিবিদ
th-cam.com/video/r-BJ83VDO6o/w-d-xo.htmlsi=Kzf_OqXV-hBG4VUl
কথাখিনি বহুত ভাল লাগিছে ❤
একেবাৰে সঁচা , সহজ সৰল কথা বাৰ্তা।
Gaurav gogoi zindabad. Love from guwahati
Bohut val lagil aji
যোৰহাটবাসী সৌভাগ্যবান।
All time favourite..we support gaurav daa love u❤❤
নেতিবাচক ৰাজনীতিৰ পৰা অসম খনক ইতিবাচক ভাবে গতি দিব পাৰিব বুলি গৌৰৱ গগৈ দাৰ ওপৰত বিশ্বাস আছে। শুভেচ্ছা জনালোঁ। ৰঙিয়াৰ পৰা লিখিছোঁ।
Gourav Gogoi ❤ ❤
Upcoming CM
Gaurav gogoi 💓❤
Best educated person, Assam lion.
Great talk! I like it.stay blessed always, Gaurav.
Gaurav Gogoi ❤ zindabad
Fvrt politicians ❤
Mor o mon phal lagise gaurav gogoi aru Tarun Gogoi
Educated person.....perfect for PM
ৰাজনীতিৰ প্ৰিয় মানুহজন। ভগৱানে ভাল কৰক সকলো
বহুত ভাল লাগিল গৌৰৱ গৈগৈ ডাঙৰীয়াৰ কথাখিনি শুনি। যোৰহাট বাসিন্দা হিছাপে আমি তেওঁ ক বিচাৰো।
Young energetic dynamic leader i have ever seen.
Party wise I will not comment anything, but as a Sign of MP... I must say he is good for the region... And assam
Gourov gogoi jindabaad ❤ love from dhemaji machkowa sissimukh ❤
এজন খুব ভাল লগা ব্যক্তি ও ৰাজনীবিদ, বিচাৰো তেওঁ দৰে এজন ব্যক্তি আমাৰ মূৰব্বী হওঁক।
Gogoi jidabad
গৌৰৱ গগৈ মোৰ পুত্ৰ সম তেওঁৰ প্ৰতি অশেষ আশীৰ্বাদ তিতাবৰ বাসীৰ উজ্বল নক্ষত্ৰ হৈ থাকক গৌৰৱ গগৈ জিন্দাবাদ
P m যোগ বুলি ভাবিছোঁ বহুতো ভুতত জয়ী হুৱা কামনা কৰিছো
Momo r pora Romantic (ko loi) khokolu question or answer eman khuunndor koi dise ,khub bhal lagil sai, Gaurav Gogoi Zindabaad , next CM of ASSAM
আশাবাদী... গৌৰব গগৈ ক আমাৰ প্ৰতিনিধি বুলি গৌৰব কৰিবলৈ।
Val lage tuer personality ❤❤, vogobane kushale rakhok apunak. Apuni joyee hoboi.
Good person...
Joy gourav gogoi .
Nice interview...
Very good person god bless you❤❤❤
ইমান ভাল লাগিল কথা বোৰ এজন ভদ্র লোক 🙏
Thank you tumi Gaorovk aner babe
আশীর্বাদ কৰিছো যোৰহাটৰ গৌরব গৌৰব