‘ৰেন মৌ’ত আইচেংফাৰ স’তে সুৰীয়া কণ্ঠৰ শিল্পী নীলাক্ষি নেওগ

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ม.ค. 2025

ความคิดเห็น • 523

  • @neelsaikia1238
    @neelsaikia1238 6 หลายเดือนก่อน +94

    গায়িকা হিচাপে নিলাক্ষী নেওঁগ আৰু সুবাসনা বাৰ দৰে ইমান শুৱলা গায়িকা চাগে আৰু নোলাবই যেন লাগে, ইমান ধুনীয়াকৈ গায় যেন সৰস্বতী বিৰাজমান কৰে তেওঁলোকৰ কণ্ঠত ❤ ভালে ৰাখক দুয়োকে 🙏🌼 আৰু আপোনাৰ দৰে গায়িকা হোৱাটো খুবেই প্ৰয়োজন সামাজিক দায়বদ্ধতা ৰাখি গীতৰ সমাজ খনক আগবঢ়াই নিয়া কাৰণ পিছৰ প্ৰজন্মই আপোনালোকক হে অনুকৰণ কৰিব, এই অউট টিউন লগাই ছাগলীৰ দৰে মাত লৈ চিঞৰি ফুৰাবোৰ দুদিনা এই জগতত কিন্তু আপোনালোক চিৰসেউজ আমাৰ বাবে আজীৱন 🌼❤️❤️

    • @janmoni-moni604
      @janmoni-moni604 6 หลายเดือนก่อน +3

      মোৰ ও প্ৰিয় দুয়োগৰাকী ❤

    • @SumitraGogoi-qf3qu
      @SumitraGogoi-qf3qu 6 หลายเดือนก่อน +2

      Mur ❤❤singar nilakhii ba.

    • @ankurhazarika08762
      @ankurhazarika08762 6 หลายเดือนก่อน

      ❤nilakshi baa🔥

    • @munusunu6486
      @munusunu6486 6 หลายเดือนก่อน

      মোৰো একে অনুভৱ ❤

    • @pradipgogoi8785
      @pradipgogoi8785 5 หลายเดือนก่อน +2

      তৰালী শৰ্মাৰ নামটো উল্লেখনীয়৷

  • @tonmoybarua5339
    @tonmoybarua5339 6 หลายเดือนก่อน +18

    বহুত প্ৰিয় নীলাক্ষী বা❤
    এতিয়া সুবাসনা বালৈ অপেক্ষা❤

  • @pc5373
    @pc5373 6 หลายเดือนก่อน +13

    TH-cam টো খুলিয়েই প্ৰথম নিলাক্ষী বাৰ podcast টো দেখি এক ছেকেণ্ড দেৰি কৰা নাই। নিলাক্ষী বা খুব প্রিয় গায়িকা । অকল তেওঁৰ গীতেই নহয় ব্যক্তিত্বও খুব ভাল লগা।❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 หลายเดือนก่อน +16

    অতি জনপ্ৰিয় আৰু সুন্দৰ, সুৰীয়া কন্ঠৰ অধিকাৰী নীলাক্ষী। এগৰাকী সুদক্ষ, প্ৰতিভাসম্পন্ন কন্ঠশিল্পী ❤❤❤

  • @pranjitnath6285
    @pranjitnath6285 5 หลายเดือนก่อน +5

    31:38 উফ্ কি সুন্দৰ কণ্ঠ , প্ৰায়েই গীতটো শুনি থাকো, কিন্তু আজি এনেদৰে শুনি বহুত ভাল লাগিল , ঈশ্বৰে ভালে ৰাখক আপোনাক আৰু এনেদৰে আমাক ভাল ভাল গীতৰ উপহাৰ দি যাব বুলি আশা ৰাখিলোঁ ।

  • @dhanjitrajbongshi8209
    @dhanjitrajbongshi8209 6 หลายเดือนก่อน +9

    ভৱিষ্যত প্ৰজন্মলৈ যি দায়বদ্ধ, দায়িত্ব পালন কৰি যি আদৰ্শ দেখুৱাব বিচাৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ।

  • @GulosiMoran
    @GulosiMoran 2 หลายเดือนก่อน

    নিলাক্ষী বা তুমি সদায় প্ৰিয় ❤❤❤

  • @Astrologer-Pranab-Kr-Sarmah67
    @Astrologer-Pranab-Kr-Sarmah67 6 หลายเดือนก่อน +4

    নীলাক্ষী নেওগৰ অতি সহজ সৰল কথাবোৰ বৰ ভাল লাগিল। এগৰাকী কণ্ঠশিল্পী (সাংস্কৃতিক কৰ্মী) হিচাপে তেওঁৰ যি বেশভূষা আৰু কথনশৈলী সেয়া বৰ্তমান কমেই দেখা যায়। সৰলতা যেন তেওঁৰ সঁচা আভূষণ।‌ তেওঁ নিজকে সৌভাগ্যবতী বুলি ভবাটোও অতি সুন্দৰ উপলব্ধি যেন। তেওঁৰ অনাগত দিনবোৰ শান্তিময় হোৱাৰ কামণা কৰিছোঁ। লঘতে যাত্ৰাৰ সহযাত্ৰী হিচাপে যাত্ৰাৰ যাত্ৰাপথ মসৃণ আৰু দীৰ্ঘকালিন হোৱাৰ কামণাৰে যাচিলোঁ আন্তৰিক শুভেচ্ছা।

  • @nayanthakuria4141
    @nayanthakuria4141 6 หลายเดือนก่อน +9

    বা সঁচাকৈয়ে প্ৰটিটো খণ্ড অপূৰ্ব সোৱাদ ভৰা...... তাতোকৈ বেছি মিঠা আপোনাৰ কন্ঠ....ইমান সাৱলীল ইমান মিঠা.....কথাৰ উপস্থাপন উস্......ভালে থাকক আইচেংফা বা....আগলৈ যাতে আৰু ভাল ভাল অনুষ্ঠান পাওঁ আপোনাৰ কন্ঠ ত🎉🎉🎉 যাত্ৰা (ৰেন্ মৌ ) ❤❤❤

  • @rinkuragini615
    @rinkuragini615 5 หลายเดือนก่อน +8

    নিলাক্ষী বাৰ কণ্ঠই সকলোকে প্ৰেমত পেলায়। মইয়ো পৰিছিলো। কিন্তু বাক যেতিয়া সন্মুখৰ পৰা লগ পালোঁ তেওঁৰ ব্যক্তিত্ব আৰু সৰলতা খিনিয়ে মোক আৱেগিক কৰি তুলিছিল 😊
    তেতিয়াৰ পৰা তেওঁৰ প্ৰতি মৰম, শ্ৰদ্ধা দুগুণে বাঢ়িল।
    বহুত বহুত ধন্যবাদ আপোনালৈও আইচেংফা বা আপুনি প্ৰিয় ব্যক্তি গৰাকীক আকৌ এবাৰ নতুন কথা বাৰ্তাৰে ওচৰ চপাই দিয়াৰ বাবে।
    বহুত কেইটা খণ্ড চাইছো যদিও আজি কমেণ্ট এটা দিছোঁ দুয়োগৰাকীৰ বাবে😘
    অলেখ অযুত শুভেচ্ছা যাত্ৰাৰ পৰিয়াল বৰ্গলৈ❤

  • @manishadeka6600
    @manishadeka6600 5 หลายเดือนก่อน +1

    বহুত দেৰিকৈ চালো বা নীলাক্ষি নেওগৰ এই খণ্ডটি।জানেই নহয়,"যাত্ৰা"ৰ episode চাবলৈ এটা সুকীয়া পৰিবেশ লাগে,যাতে অনুষ্ঠানটি চায় থকাৰ মাজত একো বাধা নাহে😊।সেইবাবে গৰমৰ বন্ধত ঘূৰি-ফুৰি একদম আজৰি হৈ চালো।বৰ ধুনীয়া লাগিছে বা।আপোনাক কওঁ‌-"যাত্ৰা" ৰ সফলতা অব্যাহত থাকিব,কেতিয়াও ম্লান নপৰে।

  • @JintuSaikia-ec8be
    @JintuSaikia-ec8be 6 หลายเดือนก่อน +3

    প্ৰকৃত সংগীত শিল্পী নিলক্ষী বা। বৰ্তমান আপোনাৰ স্থান সুকীয়া গতিকে এনেকৈয়ে সদায় আগুৱাই যাওঁক আৰু সকলোৰে মৰমৰ হৈ থাকক।

  • @boruahmohendra4349
    @boruahmohendra4349 5 หลายเดือนก่อน +2

    দুয়োগৰাকীয়ে প্ৰকৃতাৰ্থত শিল্পী,মনেৰেও ধুনীয়া আৰু সুন্দৰ।অপূৰ্ব আৰু অনন্য অনুষ্ঠান এটা উপভোগ কৰিলোঁ।'যাত্ৰা'ৰ যাত্ৰা অবিৰত আৰু সেউজ সুন্দৰ হওক।

  • @pallabihazarikaofficial7903
    @pallabihazarikaofficial7903 6 หลายเดือนก่อน +14

    প্ৰিয় তেওঁ 😩❤️...মোৰো অনুৰোধ আছিল 😩 অৱশেষত আজি চাবলৈ পালো 😢.. বহুত বহুত ধন্যবাদ যাত্ৰাৰ পৰিয়াললৈ 🙏🏻..

  • @plabanportrait759
    @plabanportrait759 6 หลายเดือนก่อน +7

    কি যে এক সুমধুৰ কন্ঠৰ আধিকাৰী❤❤

  • @surajitgogoi6346
    @surajitgogoi6346 27 วันที่ผ่านมา

    বৰ মৰম লগা নিলাক্ষী বাৰ ঐ ❤

  • @geetimoniborah5442
    @geetimoniborah5442 6 หลายเดือนก่อน +4

    সৰলমনা , সুগায়িকা নীলাক্ষী নেওগৰ লগতে মিঠা মাতৰ অধিকাৰী চাবুৱাৰ গৌৰৱ আইচেংফা... দুয়োগৰাকীৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ। ৰেইন মৌ ৰ দীৰ্ঘায়ু কামনাৰে ❤

  • @themorningstrar
    @themorningstrar 6 หลายเดือนก่อน +31

    বিহুৰ মঞ্চত নিলাক্ষী নেওগৰ দৰে দ্বিতীয় গৰাকী নাই বৰ্তমান। তেওঁৰ গীতবোৰত মৰাণ বিহুৰ নিভাজ সুৰ এটা আছে সেয়ে খাচ লাগে তেওঁৰ গীতবোৰ।। ভাল লাগিল অনুষ্ঠানটো।।❤

    • @bihuwan47
      @bihuwan47 6 หลายเดือนก่อน +1

      @@themorningstrar priyanka bharali k pahori najabo

    • @themorningstrar
      @themorningstrar 6 หลายเดือนก่อน

      @@bihuwan47 Teu u vleii Jrht r a . Teo u Gamvijyota ase , khas lge holeu Neog r moran thas r babe vl lge

  • @kabitabaruah-yt4wz
    @kabitabaruah-yt4wz 5 หลายเดือนก่อน +1

    বহুত ভালপোৱা কণ্ঠশিল্পী গৰাকী লৈ বহুত মৰম , সদাই এনেকৈয়ে মৰম লগা জনি য়ে হৈ থাকা।

  • @ronjsworld5663
    @ronjsworld5663 6 หลายเดือนก่อน +7

    প্ৰথম বাৰ আৰম্ভণীৰ পৰা শেষলৈ চাইছো podcast টো । মোৰ প্ৰিয় কণ্ঠশিল্পী গৰাকী । কথাবোৰ ভাল লাগিল শুনি । বাৰ কণ্ঠত গানবোৰ অনন্য হৈ পৰে। ❤❤

  • @pronabjyotibora4054
    @pronabjyotibora4054 6 หลายเดือนก่อน +3

    মোৰ প্ৰীয় গায়িকা বা নিলাক্ষী নেওঁগলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা বাৰ সহজ সৰল গুনতোৰ বাবে বা মোৰ সাদায় প্ৰীয় ❤ বাক ভগৱানে সদায় সু-স্বাথ্য প্ৰদান কৰক তাকে কামনা কৰিছো শেষত আকৌ এবাৰ প্ৰীয় গায়িকা গাৰাকিলৈ বহুত বহুত মৰম ❤ love from jorhat 🥰❤

  • @gyandeepnath3600
    @gyandeepnath3600 6 หลายเดือนก่อน +3

    অতি মৰমৰ, শ্ৰদ্ধাৰ , সমাজৰ প্ৰতি দায়বদ্ধ আৰু সঁচা অৰ্থত এগৰাকী ভাল কণ্ঠশিল্পী ❤

  • @bastobkalita6328
    @bastobkalita6328 4 หลายเดือนก่อน

    সুবাসনা বাৰ পিছতে প্ৰিয় কণ্ঠৰ শিল্পী নীলাক্ষী বা❤

  • @babuljonak3828
    @babuljonak3828 5 หลายเดือนก่อน +4

    নীলাক্ষী বাই মুখত বিহু বুলি কলে মৰান বিহু মেইন❤

  • @bituponhandique7338
    @bituponhandique7338 6 หลายเดือนก่อน +6

    উজনিৰ পৰা দুইয়ো গৰাকীলৈ বহুত মৰম❤

  • @dipakkamanofficial3043
    @dipakkamanofficial3043 5 หลายเดือนก่อน +1

    সচাকৈয়ে নীলাক্ষী বাইদেউ আপুনি সুমধুৰ কণ্ঠৰ গৰাকী আৰু বহুত বহুত মিঠা লাগিছে আৰু মোৰ অন্তৰখন চুহি গৈছে🥰🥰🥰🔥🔥।

  • @nishaaxom
    @nishaaxom 6 หลายเดือนก่อน +5

    জ্বৰত যেন পেৰাচিতামোলৰ কাম কৰে আপোনাৰ কণ্ঠটিয়ে নিলাক্ষী বা ❤ আপোনাক লগ পোৱাৰ মূহুৰ্তখিনিয়ে এতিয়াও আপুনা আপুনি সন্তুষ্টি দিয়ে মনটোক । সদাই প্ৰিয় হৈ থাকিব ❤️

  • @mahi84732
    @mahi84732 6 หลายเดือนก่อน +2

    সঁচাকে তেওঁ এগৰাকী ভাল গায়িকা, লগতে বহুত ভাল কলিগ হৈ মোৰ দেউতাৰ পৰা বহুত বাৰে শুনিছোঁ তেওঁ যে বহুত ভাল, down to earth তেওঁ জেষ্ঠ জনক কেনে কে ব্যৱহাৰ কৰিব লাগে কেনে সন্মান দিব লাগে ভালকৈ জনে !
    বহুত বহুত মৰম ❤
    এনেকৈয়ে আৰু আগবাঢ়ি যোৱা❤
    নতুন নতুন আৰু ধুনীয়া সংগীত আমাৰ অসমীয়া সমাজক উপহাৰ দিয়া ❤❤❤

  • @deepshikhadutta7102
    @deepshikhadutta7102 6 หลายเดือนก่อน +8

    মৰমৰ, হেঁপাহৰ আৰু শ্ৰদ্ধাৰ শিল্পী নীলাক্ষী 🧿⭐🌻✨✨

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 6 หลายเดือนก่อน +8

    ভাল লাগিল। সৃজনীৰ পিছতে নীলাক্ষী আপোনাৰ সাংস্কৃতিক অতিথি সকলৰ ভিতৰত। সৃজনী সাহসী বাবে প্ৰথম। নীলাক্ষী ভৱিষ্যত প্ৰজন্মৰ প্ৰতি থকা দায়বদ্ধ। নীলাক্ষীৰ কণ্ঠ সুমধুৰ।

  • @rantusonowalofficial
    @rantusonowalofficial 6 หลายเดือนก่อน +4

    সদায় প্ৰিয় নীলাক্ষি বা❤❤

  • @nipasakiasaikia
    @nipasakiasaikia 6 หลายเดือนก่อน +4

    এগাল মান মৰম দুয়ো গৰাকী লৈ ♥️♥️।। তিনিচুকীয়াৰ পৰা।।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 หลายเดือนก่อน +10

    সদায় সুখী হৈ থাকা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা নীলাক্ষী। নীলাক্ষীৰ অতি মাৰ্জিত ব্যৱহাৰেৰে সহজেই সকলোৰে অন্তৰ জয় কৰিব পাৰে।❤❤❤

  • @chamenkumarsarania
    @chamenkumarsarania 5 หลายเดือนก่อน +4

    Moromor singer Nilakshi Neogor onustantu sai bhal lagile, bhut kotha janibo parilu,, aru agoloi. Wishing bright future. Thanks.

  • @arabindanath3582
    @arabindanath3582 6 หลายเดือนก่อน +8

    নতুন প্ৰজন্মৰ আটাইতকৈ সুৰীয়া কন্ঠৰ অধিকাৰী কন্ঠশিল্পী গৰাকী৷

  • @mouchumidas9373
    @mouchumidas9373 5 หลายเดือนก่อน +1

    "যাত্ৰা"আমাক সদায় লাগে ❤❤আইছেংফা বা লে বহুত মৰম দিলোঁ ❤❤ নিলাক্ষী বা সদায় প্ৰিয় গায়িকা ❤❤

  • @manjittalukdar21
    @manjittalukdar21 5 หลายเดือนก่อน +3

    সদায় ভালপোৱা বা জনী ❤😊

  • @jusnakalita7610
    @jusnakalita7610 6 หลายเดือนก่อน +5

    ইমান ধুনীয়া❤️❤️দুয়োগৰাকীলৈ বা'লৈ বহুত বহুত মৰম

  • @jitumanidas9483
    @jitumanidas9483 6 หลายเดือนก่อน +107

    Assamt nilakshi baa and subasana ba best singer...blg aru nolabo ai duijonir nisina

    • @bihuwan47
      @bihuwan47 6 หลายเดือนก่อน +11

      Torali sarma, priyanka bharali, vitali das aru bohut ase

    • @Youtubefanpage7
      @Youtubefanpage7 6 หลายเดือนก่อน

      Dujoni nhoi burbak 😂
      Duigoraki ❤

    • @alokhajong5436
      @alokhajong5436 6 หลายเดือนก่อน +3

      Jiman kosto koribo ximan vak artist olaiye thakibo .

    • @ArindamsWorld
      @ArindamsWorld 6 หลายเดือนก่อน +5

      ওলাব কিয় নোলাব, নতুন নতুন গায়িকা ওলাব যদিহে খুব কষ্ট আৰু সাধনা কৰে। অৱশ্যে নিলাক্ষী আৰু সুবাসনা উপৰিও তৰালী শৰ্মা বাইদেউ আৰু অনিন্দতা পলৰ দৰে সুকণ্ঠি আৰু অতি প্ৰতিভাশালী আৰু স্বনামধন্য গায়িকাক পাহৰি নাযাবা !!

    • @bikashbaishya-bl5fr
      @bikashbaishya-bl5fr 6 หลายเดือนก่อน +3

      Also papori gogoi

  • @biswaslife7917
    @biswaslife7917 5 หลายเดือนก่อน +5

    Nilakshi Neog always favourite... Teur voicer lgt manuhjni o bht Dhunia aru moromiyal ❤❤

  • @dipankorgohain351
    @dipankorgohain351 6 หลายเดือนก่อน +6

    Hubakhona dutta বা পাছতে আপোনাৰ গান শুনি বহুত ভাল লাগে বিশেষকৈ আপোনাৰ stage program বোৰত বহুত বেছি a ভাল লাগে
    অতি সোনকলেই hubakhona বাক দেখিবলৈ pam buli আশা থাকিল আইছেংফা বা।

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 6 หลายเดือนก่อน +3

    🙏💐 অসমীয়া সংগীত জগতত দুগৰাকী গায়িকা অতি সহজ সৰল আৰু মধুময় , শুৱলা কণ্ঠ ...নীলাক্ষি নেওগ আৰু বৰ্ণালী কলিতা 💎👑🎖️

  • @niyorbikashgogoi2500
    @niyorbikashgogoi2500 5 หลายเดือนก่อน +2

    অতি কৈ প্ৰিয় মোৰ মৰমৰ নিলাক্ষী বা জনী লগতে আইচেংফা বা জনী 🥰❤️‍🩹

  • @Ss123-h9p
    @Ss123-h9p 6 หลายเดือนก่อน +5

    সদায় প্ৰিয় মৰমৰ নিলাক্ষী বা ।❤

  • @bandanabora6499
    @bandanabora6499 6 หลายเดือนก่อน +2

    আমাৰ মৰমৰ ভন্টি নিলাক্ষী ❤বহুত মৰম শুভকামনা সদায় আছে Love from Bandana Ba (SVVan )Tinsukia খুব ভাল লাগিল চাই🎉❤

  • @ritupondowarah3309
    @ritupondowarah3309 6 หลายเดือนก่อน +1

    ইমান সহজ সৰল শিল্পী গৰাকী ❤ বহুত ভাল পাওঁ নীলাক্ষি বাক

  • @nabagogoidrum6998
    @nabagogoidrum6998 5 หลายเดือนก่อน +3

    ইমান ধুনীয়াকৈ প্ৰথমটো গীত গালে ,মন ভাল লাগি গল ❤

  • @manash1999
    @manash1999 6 หลายเดือนก่อน +1

    ভাল লাগিল সাক্ষাৎকাৰটো চাই। নীলাক্ষি বাৰ গান সদায় প্ৰীয়। এতিয়াও তেওঁৰে গান hello tune আছে। আগুৱাই যাওঁক, ভাল ভাল গান দি যাওঁক। যাত্ৰাৰ আৰু সফল হওঁক।

  • @অভিজিতচাউদাঙবৰুৱা
    @অভিজিতচাউদাঙবৰুৱা 5 หลายเดือนก่อน +1

    বাই দুজনিলে ধেই মৰম থাকিলে।#moran_langua....!
    ❤❤❤❤❤❤❤❤❤❤❤
    #nilakshi_neog
    Love from Tsk

  • @jodujunakakashmusical266
    @jodujunakakashmusical266 6 หลายเดือนก่อน +5

    সকলো নিজৰ জাগাত জাগাত আছে । নিলাক্ষী বা ❤❤❤❤

  • @swarnabhajani6884
    @swarnabhajani6884 6 หลายเดือนก่อน +5

    প্ৰতি মুহূৰ্ততে কণ্ঠক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ কথাই সুখ দিলে অন্তৰত ।
    বাকী তোমাৰ কথাৰ স্পষ্টতা, সৰলতা , নম্ৰতা আৰু আনৰ প্ৰতি সন্মান --- ভাল লাগিল ।
    ভাল হওক তোমাৰ ।

  • @axomoraxomiyamusic8377
    @axomoraxomiyamusic8377 5 หลายเดือนก่อน +2

    Ufff তেওঁৰ কণ্ঠ 😢 মোৰ সকলোতকৈ ভাল লগা অসমীয়া গায়িকা নীলাক্ষি বা.. ❤❤❤❤ Love from Tamulpur ❤

  • @pulinmoran
    @pulinmoran หลายเดือนก่อน

    নীলাক্ষি বা আপুনি আমাৰ মৰাণ বিহুতো আৰু অলপ আগুৱাই নিয়া যাতে সকলোৱে চিনি পাই ।

  • @missanamikahandiqueanamika9067
    @missanamikahandiqueanamika9067 6 หลายเดือนก่อน +4

    অপেক্ষা অন্ত পৰিল ❤❤❤

  • @himakshidas1949
    @himakshidas1949 5 หลายเดือนก่อน +1

    প্ৰিয় শিল্পীগৰাকী❤

  • @Surajt1111
    @Surajt1111 6 หลายเดือนก่อน +8

    প্ৰিয় গায়িকা গৰাকী ❤

  • @rumidutta146
    @rumidutta146 6 หลายเดือนก่อน +3

    বৰ ভাল লাগিল নিলাক্ষী । তুমি সদায় আগবাঢ়ি যোৱা

  • @DgGogoi-i8r
    @DgGogoi-i8r 5 หลายเดือนก่อน +1

    ভাল লাগে ধুনীয়া

  • @rupjyotiadutta7312
    @rupjyotiadutta7312 5 หลายเดือนก่อน

    সাৰ পাম মই গীতটি খুবেই প্ৰিয়। ভাল লাগিল শুনি বহুত কিন্তু গীতটিৰ কথা অলপমান খেলিমেলি হ'ল। অলপমান মন কৰিব ❤ বহুত ভাল কণ্ঠশিল্পী আপুনি।

  • @kirongogoi2562
    @kirongogoi2562 6 หลายเดือนก่อน +2

    বৰ ভাল লাগিল। দুয়ো গৰাকীৰ ব্যক্তিত্ব খুউবেই ভাল লাগে । ❤❤

  • @UreshchBoro
    @UreshchBoro 6 หลายเดือนก่อน +2

    ভাল লাগিল দুয়োজনী বাক❤❤।ধন্যবাদ

  • @DolishaTalukdar142
    @DolishaTalukdar142 5 หลายเดือนก่อน +3

    Nilakhi baa r xosai iman dhunia kontho xunile xuniei thakim jen😍🥰❤

  • @asthajyotiphukan457
    @asthajyotiphukan457 5 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিল।নীলাক্ষী বা মোৰ প্ৰিয় হয়।

  • @namratakonwar8985
    @namratakonwar8985 5 หลายเดือนก่อน +2

    Protitu gaan xunutei sokupani ulaise aji... Biraaat dhunia!!! ❤️❤️
    Aru, protitu prosno bor dhunia আইচেংফা বাৰ, jiman digholia holew amoni nologa ata dhunia anusthan👏😍

  • @jyotishdas2444
    @jyotishdas2444 5 หลายเดือนก่อน +1

    বহুত মৰম আপোনালৈ নীলাক্ষী বা❤

  • @debajitsaikia8709
    @debajitsaikia8709 6 หลายเดือนก่อน +3

    দুয়োগৰাকীয়েই অতিকৈ প্ৰিয়❤️

  • @babulchutia8716
    @babulchutia8716 5 หลายเดือนก่อน +1

    ভাল লাগে বহুত🌻...
    নীল দাক মাতিবচোন বা

  • @AnnapurnaDeka
    @AnnapurnaDeka 5 หลายเดือนก่อน +1

    মোৰ বহুত মৰমৰ বা জনী। ৰাতি শুব সময়তো নিলাক্ষী বাৰ গান শুনিয়েই টোপনি যাওঁ ।

  • @munilkonwar6830
    @munilkonwar6830 6 หลายเดือนก่อน +1

    বহুত বেছি ভাল লাগিল আইচেংফা বা আৰু নীলাক্ষী বা❤️❤️❤️

  • @HempadDas
    @HempadDas 5 หลายเดือนก่อน +4

    Mur fvrt singar hoi,,subaxona baa aru nilakshi neog baa❤❤❤

  • @sunudeori5242
    @sunudeori5242 5 หลายเดือนก่อน

    বহুত ভাল লাগিল বা সদায় ভাল পাও তোমাক ❤❤

  • @Misha_driving05
    @Misha_driving05 5 หลายเดือนก่อน +2

    1:00:23 👍👍same condition.
    Asolote yat bahut kotha ase muru hoi enekua . mine ot bahut kotha khelai jai pota pot jodi kaba lau hekh korugoi mane sage nijore kheli meli haba nai ba bujai bujike napaba sage. mur logor , gharar manuh sobe mur kotha huni jai huni jai tar past koi bule toi ki koi aku buji k napalu😅. Mane sob kotha t nohoi tat hoi jot kiba alp belg dangor kotha bujua jai ..
    Nilakhi ba practical hoi , straight forward hoi , jiman pare natun kotha hiki val pai bikhekh koi ganor khettrat ...
    Ba I like your personality 👍 aji he apunar iman digholiya interview salu.. Mur kotha khinit jodi alp holeu nijoke relate korile jonaba . akha aku aru bahut val val kam koriba ....amar hakalure babe ❤❤❤

  • @dibakarphukan8536
    @dibakarphukan8536 5 หลายเดือนก่อน +1

    বৰ সুন্দৰ কন্ঠ ❤❤ বা

  • @bjseverything5889
    @bjseverything5889 6 หลายเดือนก่อน +5

    ইমান ভাল পাওঁ নিলা বাক। এবাৰ লগ পাবলৈ বহুত হেপাহ এটা আছে। বা ❤ You

  • @ucreation8911
    @ucreation8911 5 หลายเดือนก่อน +3

    Nilakshi neog aru Subashana dutta❤

  • @simashreeneog4116
    @simashreeneog4116 6 หลายเดือนก่อน +4

    মৰমৰ শিল্পী গৰাকী, নিলা বা বহুত মৰম❤

  • @pranamibaishya6521
    @pranamibaishya6521 6 หลายเดือนก่อน +3

    Bht bht morom aru valpuwa ba tumaloi...anekoi amar priyo biykti bur k loi ana babe dhoyanbad

  • @pallabmaut7280
    @pallabmaut7280 5 หลายเดือนก่อน +2

    Amezing gaan r logote kotha bur u eman dhunia nilakhsi baa❤❤❤❤❤❤❤

  • @JaanSonowal-c9i
    @JaanSonowal-c9i 5 หลายเดือนก่อน +4

    তিনিচুকীয়াৰ গৌৰৱ।
    বহুত বহুত মৰম পঠিয়ালোঁ দুয়োগৰাকী লৈ।❤️❤️❤️

  • @J.803
    @J.803 6 หลายเดือนก่อน +4

    Nilakshi baa muru fav hoi lg pabole mon ase bhut besi vl lage baa jni

  • @kashmiribori
    @kashmiribori 6 หลายเดือนก่อน +4

    মোৰ অতিকে প্ৰিয় শিল্পী গৰাকী❤। ঘনে ঘনে মনলে আহাঁ এই গীতটো মোৰ আটাইতকৈ ভাল লগা গীত।

  • @gogoisatyajx9043
    @gogoisatyajx9043 5 หลายเดือนก่อน +2

    বহুত ভাল লাগিল নিলাক্ষী বা।

  • @trishnasonowal5586
    @trishnasonowal5586 6 หลายเดือนก่อน +5

    Nilakhi baa mur bor priyo...bht bht dhoinyobad apunak aichengfa baa nilakhi baa k amontron kri ana babe

  • @rubulsaikia4443
    @rubulsaikia4443 6 หลายเดือนก่อน +1

    অতি সুন্দৰ অনুস্থান❤

  • @paragdeka9602
    @paragdeka9602 5 หลายเดือนก่อน +1

    Bohut priyo.....neelakshi baa aru subasana baa❤

  • @dibakarphukan8536
    @dibakarphukan8536 6 หลายเดือนก่อน +1

    নীলাক্ষী বা ❤ বৰ সুন্দৰ কন্ঠ ❤❤

  • @ritadutta1754
    @ritadutta1754 5 หลายเดือนก่อน +1

    Iman mitha .thanks aisangfa apunar joriyote dekhuar babe .duyou loi suvasha thakil

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 หลายเดือนก่อน +6

    ❤❤❤❤❤ অতি সুন্দৰ অনুষ্ঠান। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ভগ্নী স্বৰপ অসমীয়া গীতৰ এগৰাকী সফল আৰু সুকন্থী ব্যতিক্ৰমী উদীয়মান গায়িকা। নীলাক্ষীৰ কথন শৈলী আৰু সঙ্গীত গায়কী শৈলীও সুৱদী কন্ঠৰ অধিকাৰী অন্যতম গায়িকা। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤❤❤

  • @Anuz27
    @Anuz27 5 หลายเดือนก่อน +1

    প্রিয় গায়িকা গৰাকী ❣️

  • @pallabichetia9419
    @pallabichetia9419 5 หลายเดือนก่อน +1

    bohut val lagil..Nilakshi bohut priyo

  • @heujmoran9686
    @heujmoran9686 6 หลายเดือนก่อน +4

    মোৰ বহুত ভাল লগা কন্ঠশিল্পী নীলাক্ষি বা ❤❤

  • @abinashtaye2690
    @abinashtaye2690 3 หลายเดือนก่อน

    অতি সুন্দৰ 🙏🙏

  • @susmitagogoi9557
    @susmitagogoi9557 5 หลายเดือนก่อน +1

    চাবুৱাৰ পৰা মৰম ❤

  • @GogoisVloG
    @GogoisVloG 6 หลายเดือนก่อน +6

    সুবাসনা বাৰ পাছত নীলাক্ষী নেওগৰ কণ্ঠ মোৰ প্ৰিয় ❤❤❤

  • @anidas5500
    @anidas5500 6 หลายเดือนก่อน +3

    Aioo Mur moromor baa jonik mata karone Thnq

  • @ranjangogoi8268
    @ranjangogoi8268 6 หลายเดือนก่อน +2

    কি সুন্দৰ কণ্ঠ 🤯

  • @anniehandique6238
    @anniehandique6238 6 หลายเดือนก่อน +3

    Podcast বুলি কবলৈ গলে আপোনাৰ হে ভাল লাগে। আপোনাৰ যি কথাৰ শৈলী সঁচাকৈয়ে শুনিলে শুনি থাকিব মন যোৱা

  • @Manash-protim-borah
    @Manash-protim-borah 5 หลายเดือนก่อน +1

    Nilakhi বা মোৰ বহুত প্ৰিয় ❤

  • @sunitathakuria3427
    @sunitathakuria3427 5 หลายเดือนก่อน +3

    বহুত ভাল লাগিল বা। পাৰিলে সনযুক্তা পৰাশৰ বাইদেউক মাতিবছোন।

  • @sanjibsaikia6978
    @sanjibsaikia6978 6 หลายเดือนก่อน +4

    Nilakshi ba mur hakolut koi favourite singer ❤❤❤❤