1st tym seen her interview. I have feel that it's not an interview, it's a conversation with two young lady who is talk with honest and gently. Really love this .By the way "যাত্ৰা" long live.
Srijani is exceptionally clear with thoughts and strong but one of the reason behind it cause She is a daughter of an IPS plus she belongs from a societal hierarchy which has enjoyed privileges. If similar thing has been done or spoken by someone underprivileged or surpassed. There would have been trolling abuses etc.
Episode tu sai khub val lagil Aisengfa..Srijani ru moi JNU r ek eketa department r( Centre for International Politics, Organisation and Disarmament). Srijanir supervisor Dr. Santana Khanikar mur khub val bandhobi. Kintu Srijanik moi personally last month he log puar hubidha palu Dilli Hut t ek Bihur onusthanot.. eta oti horbangohundar byoktitvar goraki teu. Hei ekei byoktitvar protifolon ajir ei interview tu dekhilu. Aag barhi jua Srijani.. xubhessa thakil.. dhanyabad Aisengfa ei hundar jatrar hohojatri huar hubidha khini kori diya babe🙏
Such a wonderful conversation between two ladies and a lady who is speaking her heart out.. In a way she is representing my life . Thank you and God bless you . And thank you to Jatra too ❤
It takes courage to publicly reveal about one's own sexuality. The host became hesitant but you didn't stop. Asserting one's own identity with little fear is something I liked about you Srijani ba!
A brilliant interview with a wonderful young lady who not only is beautiful both inside out, but one who has grace, guts and tenacity to put forward her thoughts and views with clarity and poise. Listening to her made me belive that all is not lost. Blessings 🙌
Really enjoyed the interview.Such a principled and talented young lady. Viewing the interview feels like there hope and positivity amongst the new generation.
Such a well spoken lady she is Her words beautifully defines her beauty of knowledge and art And also her way of justifying is really nice Thank you Jaatra for such a beautiful episode❤❤
Bht vl lagil,anekua mnr jdi amr gutei generation hlhtn tente atia g bur hoi ase ,xeibur ketia o nhlhtn.bht dangor ktha ata koise srijoniye j amr future k loi moi xongkito.xosa ktha aikhar.❤❤❤ srijoni
এই খণ্ডটি মোৰ বাবে 'বিশেষ' আছিল...! মৰমৰ সৃজনীজনীক ইমান মৰম দিয়াৰ বাবে আপোনালোক প্রতিগৰাকী শ্রদ্ধেয় সহযাত্রীলৈ অশেষ অন্যবাদ জ্ঞাপন কৰিছোঁ...লগতে আমাৰ 'যাত্রা'ৰ প্রতি থকা মৰম আৰু উছাহখিনি দেখিও অভিভূত হৈ পৰিছোঁ... এই মৰম সদায়েই কাম্য, আপোনাসৱো সদায় কুশলে থাকক দেই ! ✨💚🙏
Hei , pagol huwa episode diyak . mentally problem r manuh ajoni r interview...
Pagol hiwa episode
😊
OMG! What an unfiltered interview! বুজি পোৱা নাই ছোৱালী জনী সচাঁকৈয়ে ইমান সাহসী নে আচলতে তাই আজঁলী!
এনে ধৰণৰ sensitive ল'ৰা ছোৱালী বোৰ দেখিলে মনটো সেমেকি উঠে ভাৱি যে তেওঁলোকৰ বাবে আগন্তুক জীৱনে আতাইতকৈ বেছি আঘাত সাজু কৰি ৰাখিছে। মানুহ,সমাজ, কিম্বা জীৱনে তেওঁলোকক এতিয়া লৈকে যিমান আঘাত কৰিছে, আচলতে জীৱন যে তাতোকৈ বেছি ভয়ানক!
এইযে সমাজৰ শোষিত নিষ্পেষিত মানুহ খিনিৰ কথা তেওঁ লোকে চিন্তা কৰে, তেওঁলোকক সহায় কৰিব বিচাৰে; কিন্তু তেওঁ লোকে যেতিয়া উপলব্ধি কৰে যে এই শোষিত মানুহ বোৰৰ মাজতো আছে অজস্ৰ ভয়ানক তেজপীয়া তেতিয়া তেওঁলোক ভাঙি পৰে। বৰ আঘাত পায়। সেই সময়ত তেওঁ লোকৰ হৃদয় থান বান হৈ পৰে।
যাহʼক, তাৰ বাবেও এনে সুন্দৰ মনৰ মানুহবোৰে নিজকে প্ৰস্তুত হৈ থাকক।
তেওঁৰ ভাষাৰেই "আমাৰ ভাল হ'ব....." বুলি এটা আশাৰে তেওঁক অলেখ মৰম ও শুভেচ্ছা যাচিছোঁ।
ইমান simplicity,iman talent থাকিও simple,iman খোলা মনৰ, বহুত ভাল লাগিল
মোৰ বুকুৰ আপোন হৈ পৰিল সৃজনী,,,, এই স্পষ্টতাই,, এই সাহস,,, এই অকপটে,, ইমানখিনি মানুহ বুজি পাব খোজা আৰু সচা কৰ্ম কৰাৰ হেপাহ থকা এইজনীয়েই মোৰ দৰে এগৰাকী মা'কৰ বাবে গৌৰব কৰিব পৰা জী। ❤❤❤ ভগৱানক প্ৰাৰ্থনা কৰিছো গোসানীজনী যাতে কেতিয়াওঁ থমকি ৰব লগা নহওঁক কেতিয়াওঁ।।
লগতে আইচেংফা লৈকো অশেষ ধন্যবাদ জনালো এনে এটা অনুষ্ঠান আমালৈ আগবঢ়োৱা বাবে।। ভালে কুশলে থাকিবা❤❤❤😊😊
ব্যতিক্ৰমী অনুষ্ঠান "যাত্ৰা"ত আজি এগাৰাকী ব্যতিক্ৰমী সত্বা-সৃজনী ভাস্ব মহন্ত ...ভাল লাগিছে বা আজিৰ অনুষ্ঠানটো।সৎ সাহসী, এগৰাকী নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰা শক্তিশালী ব্যক্তিত্ব সৃজনী ভাস্ব মহন্ত।
আজিৰ খণ্ডটো যেন 'দুই স্বতন্ত্ৰ সত্বাৰ অনন্য গোলক' ! সৃজনীৰ প্ৰতিটো চিন্তা,প্ৰতিটো দৃষ্টিভংগী আলোচনাৰ অৱকাশেৰে ভৰা। অতি উচ্চ মানদণ্ডৰ । এদিন এই কথাবোৰ উপলব্ধি কৰিব পৰাকৈ এখন সমাজ হ'ব।বৰ ভাল লাগিল। বৰ ভাল লাগিল। একেলগে গাম যেন "আমাৰ ভাল হ'ব.."♥️
ভাল লাগিল। সৃজনীৰ প্ৰেমত পৰিলোঁ। আইচেংফাৰো telent আজি প্ৰকাশ হ'ল। ভাল লাগিল। এনেকুৱা episode আৰু লাগে।
দুয়ো জনীলৈকে বহুত মৰম শুভাশিষ থাকিল।
এক ৰ্নিভীক কণ্ঠ ।প্ৰথমে আইচেংফাক ধন্যবাদ ইমান সুন্দৰকৈ কথাবোৰ কৈছা ।সৃজনী সদাই সৃষ্টিশীল ।মৰম দিছো ধুনীয়া সৃজনীজনীক ।
1st tym seen her interview. I have feel that it's not an interview, it's a conversation with two young lady who is talk with honest and gently. Really love this .By the way "যাত্ৰা" long live.
❤❤❤ সৃজনীমূলক, সৃজনীশীল আৰু সৃষ্টিশীলতাৰ সুন্দৰ সমাহাৰ মৰমলগা ভতিজী সৃজনী ভাস্ব মহন্ত। আগুৱাই যোৱা মনৰ হেঁপাহেৰে। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। তোমাৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ধন্যবাদ।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ। মাৰ্জিত ব্যৱহাৰেৰে সহজেই আনক আপোন কৰি লব পৰা এগৰাকী মৰমলগা ছোৱালী। বহুমুখী প্ৰতিভাসম্পন্ন সৃজনী ভাস্ব মহন্ত। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। সৃজনী তুমি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ থাকা। তাকেই আন্তৰিক শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।❤❤❤❤❤
অপলক নেত্ৰে সৃজনীক চালো আৰু একে বহাতে গোটেই কথাবোৰ গোগ্ৰাসে গিলিলো । ইমান অভিজ্ঞ আৰু চিন্তাশীল কথাবোৰ ! ভালে থাকা মাাজনী । যাত্ৰাৰ ৰেংমৌলৈ অফুৰন্ত শুভকামনা
সৃজনী..বৰ সহজ সৰল সাধাৰণ মৰম লগা ছোৱালী ।অনুষ্ঠান টো চাই বৰ ভাল লাগিল।।
সৃজনীৰ কথাবোৰ গুৰুত্বপূৰ্ণ। চিন্তাৰ অৱকাশ আছে ।
ভাল লাগিল সৃজনী। কুশল হওক।
মানুহৰ চিন্তা চেতনাক জাগ্ৰত কৰিব পৰা এই অনুষ্ঠানটো বৰ ভাল লাগিল। আইচেংফা আৰু সৃজনী দুয়োলৈ মৰম জনালোঁ।
Bold Brave girl.....Kiba ata val lagil...Amar projonmoi prerona puwa kotha...❤ MAA Kamakhya Devi bless you #Srijani..
সৃযনিৰ মন্তব্য বোৰ শুনি নঠৈ সুখি হলোঁ ৷ বশুত দিন আছে জীৱনত , এতিয়াই ইমান সুদ্ধ চিন্তা ভাৱনাৰে আগুৱাইছা৷ শুভেচ্ছা থাকিল অসমিয়াৰ উদ্দীপক ৰ তালিকাত ৷
খুব ভাল লাগিল ৷ সৎ সাহসী মৰম লগা দুয়োগৰাকী ৷ অনাগত দিনবোৰ সদায় ভাল হ'ব ৷
সৃজনীক বাৰে বাৰে চাবলৈ মন যায় । বৰ মৰম লগা আৰু সচাঁ কোৱা এজনী ছোৱালী । ভাল পাওঁ তোমাক সৃজনী , ভালে থাকা ।
Srijani is exceptionally clear with thoughts and strong but one of the reason behind
it cause She is a daughter of an IPS plus she belongs from a societal hierarchy which has enjoyed privileges. If similar thing has been done or spoken by someone underprivileged or surpassed. There would have been trolling abuses etc.
অনুষ্ঠানটি বৰ ভাল লাগিলে....
সৎ সাহসী এগৰাকী নৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা শক্তিশালী ব্যক্তিৰ সৃজনী ভাস্ব
মহন্ত । আগন্তুক দিনবোৰ লৈ শুভেচ্ছা যাঁচিলোঁ।
এজন IPS ৰ জীয়ৰী হৈয়ো ইমান বেছি সাধাৰণ.. একদম মাটিৰ মানুহ.. অহংকাৰ বোলা বস্তুটো একেবাৰেই নাই.. বহুত ভাল লাগিল ❤️
সৃজনী বা লৈ শুভেচ্ছা.. বহুতৰ বাবে প্ৰেৰণা হওঁক।
বৰ ভাল লাগিল,, সৃজনীৰ কথাখিনি, নামটো ৰ সৈতেও কামখিনি মিল আছে,, বহুত স্পষ্টবাদী,, এনেকৈ মন থাকিলেও কথা ক'ব নোৱাৰে
বহুত ভাল লাগিল কথা-বতৰা খিনি। তেওঁ সকলো কথা বৰ নৰমলগাকৈ কৈছে, শুনিয়ে থাকিব মন আছিল। সৃজনী ভাস্ব মহন্তৰ লগত আৰু এটা episode পাম বুলি আশা থাকিল। ❤
I love her transperancy..... স্বচ্ছতাই মানুহক বুজাত সহায় কৰে....👌
Need a continuation... Part 2❤❤
It's a knowledgeable, honest and sincere podcast. Guest is very much knowledgeable,tallented and simple. Bhal lagil.
What a real personality...really overwhelmed...Thank you Aiisengpha for inviting her.
Bhal lagil interview tu sai..ketiaba kisuman kotha kuatkoi anubhov kori bhal lage .ei interview tu thik tenekua asil.much love Aichengfa ba❤️
আপোনালোক দুয়োজনীৰ কথা বাৰ্তাই বহুত দিশ উন্মোচন কৰি গ’ল ৷ মননশীল এটা অনুষ্ঠান ৷
সৃজনীৰ পৰা অনাগত দিনতো আৰু বহুত ধূনীয়া ধূনীয়া গান উপহাৰ পাম বুলি আশা কৰিলো। সৃজনী তুমি তোমাৰ সৃজনীশীল প্ৰতিভাৰে উজলি উঠক তাকেই কামনা কৰিলো। সৃজনীৰ মনৰ মানুহ জ্যোতিৰ্ময়ৰ লগত প্ৰেমৰ সম্পকে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিলে ভাল হয়।
Episode tu sai khub val lagil Aisengfa..Srijani ru moi JNU r ek eketa department r( Centre for International Politics, Organisation and Disarmament). Srijanir supervisor Dr. Santana Khanikar mur khub val bandhobi. Kintu Srijanik moi personally last month he log puar hubidha palu Dilli Hut t ek Bihur onusthanot.. eta oti horbangohundar byoktitvar goraki teu. Hei ekei byoktitvar protifolon ajir ei interview tu dekhilu. Aag barhi jua Srijani.. xubhessa thakil.. dhanyabad Aisengfa ei hundar jatrar hohojatri huar hubidha khini kori diya babe🙏
খুব সুন্দৰ অনুষ্ঠান... সৃজনি আৰু আইছেংফালৈ শুভেচ্ছা আৰু অভিনন্দন।
অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হৈছে। শৈক্ষিক দিশতো যথেষ্ট পৰিমাণে অধ্যয়ন আছে।
সঁচাকৈয়ে এক অপূৰ্ব সুন্দৰ সময় কটালোঁ। ৰেন মৌৰ সহযাত্ৰী হোৱাৰ সাৰ্থকতা অনুভৱ কৰিলোঁ।
এক নিৰ্ভীক কন্ঠ। নিজৰ পৰিচয়, নিজে থিয় দিব পৰাকৈ পৰিস্ফূতঃ কৰি তুলিব পৰা ব্যক্তিত্ব। মানুহ আছে এই ধৰাত, সেয়ে মানুহৰ জন্ম হ'ব আহি থকা দিনত। নামটোৰ অৰ্থবহ হওঁক, শুভকামনা সৃজনী।
❤❤ অভিনৱ ব্যতিক্রমী অনুষ্ঠান। আইচেংফা আগৰেপৰাই খুবেই প্ৰিয। আজিৰ অনুষ্ঠান টোৱে বেলেগ এটা মাত্রা দিলে। সৃজনীৰ স্পষ্ট সাবলীল আৰু যোগাত্মক দৃষ্টি ভংগীয়ে বহু নতুন দিশ উন্মোচন কৰিলে। সকলোকে শুভেচ্ছা জনালো
ইমান মৰমলগা ছোৱালী । বহুত ভাল লাগিল । প্ৰকৃত মানুহ হোৱাৰ দিশে... বহুত বহুত শুভেচ্ছা ।🎉❤💐
Bahut val lagil
সৃজনীক আজি নতুন ৰূপত আৱিস্কাৰ কৰিলো।আজি বেছি মৰম বাঢ়িল সৃজনীলৈ
বহুতো শুভকামনা আগুৱাই যোৱা❤❤
Such a wonderful conversation between two ladies and a lady who is speaking her heart out.. In a way she is representing my life . Thank you and God bless you . And thank you to Jatra too ❤
It takes courage to publicly reveal about one's own sexuality. The host became hesitant but you didn't stop. Asserting one's own identity with little fear is something I liked about you Srijani ba!
এয়াহে Smart girl.... .... Bht vl lgl ajir interview to
Talented , excellent and honest. I like the interview.
ভাল লাগিল সৃজনীজনীক ৷ ইমান নিৰ্ভীক সাহসী ৷ তুমি আগুৱাই যোৱা। ❤❤
A brilliant interview with a wonderful young lady who not only is beautiful both inside out, but one who has grace, guts and tenacity to put forward her thoughts and views with clarity and poise. Listening to her made me belive that all is not lost. Blessings 🙌
Such a kind hearted and at the same time very bold and straightforward young lady.......God bless her
Ajir onusthan ti sai xosai khub val lagil .
Sklu ktha eman xundorkoi koise .Manuhe bhut xikib logia ktha koise
ইমান ভাল লাগিল স্ৰিজনী তোমাৰ অন্তৰৰ পৰা ওলোৱা কথাবোৰ শুনি । বহুত আৰ্শীবাদ থাকিল তোমালৈ। আগবাঢ়ি যোৱা তোমাৰ নিজৰ চিন্তাৰে। তুমি যে কলা ভয় লাগে ভৱিষ্যতৰ কথা ভাবি।মন চুই গ'ল ❤।
বৰ ভাল লাগিল আলোচনা খিনি। সুন্দৰ অনুষ্ঠান
মই ইমান শিক্ষিত নহয়, এই podcast টোৰ পৰা বহুত নজনা কথা শিকিলো। আৰু লগতেই সৃজনী বা লৈ বহুত বহুত মৰম ( সদায়েই থাকিব), তোমাৰ ব্যক্তিত্ব লগতেই কাম বোৰ বহুত প্ৰিয়❤️❤️❤️
যাত্ৰালৈও বহুত মৰম আৰু সাহস❤❤ ।
A pure interview .
কথা বোৰ, অনুভৱ বোৰ মোৰ জীৱনৰ লগত যথেষ্ট মিলিছে। ❤❤ বহুত ভাল লাগিল চাই
Most relatable podcast I can relate... thank you srijani for giving us such a beautiful time and such your creative work...
Hundor
Really enjoyed the interview.Such a principled and talented young lady. Viewing the interview feels like there hope and positivity amongst the new generation.
বহুত ভাল লগা খণ্ড।
Most honest and pure soul.I wish her success in life.
I like the young lady for her out spoken views. May God bless her 🙏.
ইমান সৰৱ কিয় -- ইমান নতুনত্ব -- তোমাক লাগে কিয় -- ভাবি লৈ অসন্তুষ্টি কিয় --- তোমাক সন্তুষ্টি -- দিয়ে কোনে -- অতীত ক পাহৰি যাবলৈ --- চেষ্টা কৰিবা -- জীৱন যুদ্ধত -- জয়ী হবলৈ -- কাক মনত পেলাবা --- মা দেদিক ----
Fantastic . Inerview for ages .
বহুত ভাল লাগিল অনুষ্ঠানটি❤❤। দুয়োগৰাকীলৈ মৰম যাচিলো ❤️❤️।
Aji bohut val lagil episode to sai
বৰ সুন্দৰ!
নিৰ্ভীক আৰু স্পষ্টবাদী সৃজনীজনীক ভাল লাগিল
Such a well spoken lady she is
Her words beautifully defines her beauty of knowledge and art
And also her way of justifying is really nice
Thank you Jaatra for such a beautiful episode❤❤
One of the best podcast I hve ever seen.👌🏻
Outstanding srijanee.Feel proud of you
অ বা আমাৰ উজনিৰ কণ্ঠশিল্পী ৰমেন দানহ আৰু ৰিদিপ ৰংকিত এওঁলোকক মাতিব দেই, তেওঁলোকৰ গীত বিলাকত আহোমৰ নিভাজ সুগন্ধি বিয়পি পৰে যেন অনুভৱ হয় ❤ আশাৰে ৰৈ আছোঁ।
খুব ভাল লাগিল , সৃজনীলৈ বহুত মৰম দিলোঁ
খূব ভাল লাগিল সাক্ষাৎকাৰটি ৷
সমাজখনৰ ওপৰত যেন আপুনি গৱেষণা কৰি আছে এনে লাগিছে
বৰ ভাল লাগিল
শুনি থাকিবলৈ মন যায়
আইচেংফা ৰেইন মৌ ৰ এই খণ্ডটি খুব ভাল লাগিল ।
ভাল লাগিল ।
খুব ভাল লাগিল এই খণ্ড টি চাই।❤
ভাল লাগিল।
বহুত ভাল লাগিল
বহুত ভাল লাগিল
It's a beautiful interview...
Bohut val lgil episode tu. ru ata episode lge ...emn khula monor...❤❤
Bohut bhal lagil ❤
What an excellent jaatra. Such a lovely girl. Best wishes
Bhal lagil sai huni
সঁচা কৈ ভাল লাগিল তোমাৰ এই সাক্ষাৎকাৰ টো ।
The unfilterd interview.really no word to express my feelings.tq jatra
বহুত podcast চালোঁ বহুত বহুত interview চালোঁ কিন্তু তুমি আইচেংফা বা তুমি সচাই বহুত বেলেগ ।।।💐 যাত্ৰা ৰ খগেন দাৰ interview ৰ পৰা সহযাত্ৰী হয় ৰলু আজি ৰ লৈকে আৰু আগৰলৈকে সহযাত্ৰী হয় ৰম ।।।আগুৱাই যাওক এই যাত্ৰা❤❤
লগতে আজিৰ interview বুজি পোৱাটো সচাকৈ কৈছোঁ এবাৰত ভালকৈ বুজি পোৱাটো বহুত টান ।তিনিবাৰ মান ঋপিত চাই বুজিলোঁ ।।। কোন হয় আমি কি হয় আছে আজিৰ অসম কি ।। বা আজিৰ generation কি চিন্তা ধাৰা কি ???
অদ্ভুত অদ্ভুত অদ্ভুত তোমাৰ interview ভাল লাগিল
Bht vl lagil,anekua mnr jdi amr gutei generation hlhtn tente atia g bur hoi ase ,xeibur ketia o nhlhtn.bht dangor ktha ata koise srijoniye j amr future k loi moi xongkito.xosa ktha aikhar.❤❤❤ srijoni
খুব ভাল লাগিল❤
Morom lagil bor srijoniloi
Bhal lagil. Best wishes to her ❤❤
বহুত বেছি ভাল লাগিল সৃজনীৰ সাহসী মনতো ❤❤❤❤❤
Lovely Srijani! So proud of you.
আইচেংফা ভা আপোনলৈ মোৰ এটাই অনৰুধ কৰিব বিচাৰিছো যে অসমীয়া প্ৰতিদিন টাইমৰ মোকক্ষ সম্পাদক নিতুমনি শইকীয়া । আপোনাৰ যাত্ৰা চেনেলটোৰ যোগেদি আমাৰ নতুন প্ৰজন্মৰ বিষয়ে জানিব বিছাৰিছো । আমি আশাকৰো নিশ্চয় আমাৰ অনৰুধটো আপুনি গ্ৰহন কৰে। লগতে অতী আমাৰ প্ৰিয় সৃজনী ভাস্ব মহন্ত বালৈ মোৰ মৰম জাচিছো।
সম্পূৰ্ণকৈ চালোঁ৷কি পালোঁ অকণমান বেলেগ ধৰণেৰে জনাম৷ভালে থাকক৷ব্যতিক্ৰমী ব্যক্তিত্ব৷
You have really touched somewhere a deep core of my heart.....
মোৰ এনেকোৱা লাগিল সৃজনীয়ে যেন ইমান দিনে ক'ব খুজিও ক'ব নোৱাৰা কথাবোৰ এইখন মঞ্চত খুলি ক'লে ।
Best interview till now
We want jintu gitartha in forthcoming podcast. Please ba
Khub bhal lagil ❤
Beautiful ❤️
Bahut bhal lagil