Assamese Culture Nagara Naam
Assamese Culture Nagara Naam
  • 30
  • 815 246
"দস্যু ৰত্নাকৰ" ৫৩ বছৰ পুৰণি ( Ratnakar )nagara naam
আমাৰ ভাল লগা নাগাৰা নাম বোৰৰ ভিতৰত অন্যতম এটা নাম "দস্যু ৰত্নাকৰ"। আনুমানিক ১৯৭০ -৭২ চন মানত বিৰচিত।নামটো কিতাপ আকাৰে প্ৰকাশিত কৰিছিল পাঠক প্ৰয়াত মহেন্দ্ৰ দাস দেৱে। ১৯৭৫ চনত নাম টো এবাৰ হে চাইছিলো ডুবি মালিপাৰা দলৰ। আজিও চকু-মনত ৰিণিকি ৰিণিকি বাজি উঠে।
নামৰ পদবোৰ হুবাহু বাংলা ৰামায়ণৰ পৰা অসমীয়া ৰূপান্তৰ।মন কৰক কোনো সংযোজন বা অতিৰঞ্জত নকৰাকৈ ও এটি সুন্দৰ নাম হ'ব পাৰে। নামবোৰ এনে হলেহে নতুন নামৰ ভকত সৃষ্টি হ'ব বুলি ধাৰণা।
নাম টো ৫০ বছৰ পিছত পুনৰ ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ চেষ্টা কৰা হ'ল। কিছু তাৰতম্য পুৰণি শ্ৰোতাৰ হৃদয়ত ধৰা পৰিলে ও বহু কষ্ট ৰে প্ৰয়াস কৰা হ'ল।
มุมมอง: 138

วีดีโอ

খেহেনীপাৰাত পালনাম 19 May 2024
มุมมอง 1866 หลายเดือนก่อน
কামৰূপ জিলাৰ বেজেৰা ডাকঘৰৰ অন্তৰ্গত খেহেনীপাৰা গাঁৱৰ শ্ৰীশ্ৰী অনন্ত সৎ সংগী সত্ৰত আন বাৰৰ নিচিনাকৈ এইবাৰো তিনি দিনিয়াকৈ পালনাম অনুষ্ঠিত হয় যোৱা ২০২৪ চনৰ ১৭,১৮আৰু ১৯ মে' ত। সোভাগ্য যে মোক নিমন্ত্ৰণ কৰে থিয় নাম উদ্বোধন কৰাৰ বাবে। নিমন্ত্ৰণ মতে সন্ধিয়া ৫ বাজিবলৈ ১০ মিনিট থাকোঁতে মই উপস্থিত হও। মোৰ লগত শ্ৰীমতী আৰু GPRA COLONY গুৱাহাটী ৰ বাসিন্দা তথা খেহেনীপাৰাৰ সন্তান অখিল কুমাৰ দাদাৰ বৌ আৰু ডা...
দুই মহাৰথী অচ্যুত ডেকা আৰু ৰামচৰণ ভড়ালীৰ একেলগে নাম পৰিবেশন। কেতিয়াও নেদেখা দৃশ্য।।
มุมมอง 80210 หลายเดือนก่อน
Achyut Deka Ramcharan Bharali Nagara Naamsubhash nath nagara naammarami saikia nagara naamnew nagara naamNagara naamramcharan bharali nagara naamramcharan bharali nagara naam videoAchyut deka nagara naamassamese full movievee gee audioKailash talukdar nagara naam
#nagaranaam নাগাৰা নাম বিপ্ৰ দামোদৰ। ৰূপেন্দ্ৰ নাথ ডেকা।
มุมมอง 660ปีที่แล้ว
এটি সুন্দৰ পৌৰাণিক নাম উপভোগ কৰক | যোৱা দুৰ্গাপূজাৰ নৱমীত (২৩/১০/২০২৩) এই নামটো বানীবদ্ধ কৰা হৈছে। মন কৰিব লগীয়া, অতি পুৰণি নাম হ'লেও দৰ্শকে নিৰৱ নিস্তব্ধ হৈ উপভোগ কৰিছিল। আমি ইয়াকে ভাবিব পাৰো যে পুৰণি নামৰ আদৰ এতিয়াও আছে।
" পাৰ্বতীৰ স্বৰ্ণগৃহ " নতুন নাগাৰা নাম। Ramcharan Bharali.
มุมมอง 123K2 ปีที่แล้ว
জগদ্ধাত্ৰী পূজা উপলক্ষ্যে অসম ইঞ্জিনিয়াৰিং কলেজত পৰিবেশন কৰোঁতে নামটো বাণীবদ্ধ কৰা হৈছে যোৱা ২/১১/২২ তাৰিখে। শ্ৰদ্ধাৰ ভৰালী দেৱে সম্পূৰ্ণ ভাবে নামৰ আধ্যাত্মিকতা বোজাই নামটো পৰিবেশন কৰিছে। তেখেতৰ ধাৰণা নামটোৰ কাহিনীৰ পৰাই স্বৰ্ণ লংকাৰ উৎপত্তি হৈছিল।
Nagara Naam পাঠক ভবানী কান্ত বৰ্মন( শিক্ষক) 9126024106
มุมมอง 9472 ปีที่แล้ว
Nagara Naam পাঠক ভবানী কান্ত বৰ্মন( শিক্ষক) 9126024106
Nagara Naam, "Pushpawatir Bhagya Pariksha" Pathak:- Arabinda Kumar 6001626904
มุมมอง 3.2K2 ปีที่แล้ว
Nagara Naam, "Pushpawatir Bhagya Pariksha" Pathak:- Arabinda Kumar 6001626904
" নামৰত্ন " পাঠক অচ্যুত ডেকা । ডিমু দূৰ্গা মন্দিৰত পাঠক সকলৰ নাগাৰা নাম।
มุมมอง 3.1K2 ปีที่แล้ว
দক্ষিন ৰঙিয়া প্রেছ ক্লাৱে বিশিষ্ট পাঠক, নাম ৰচক, সুৰকাৰ অচ্যুত ডেকাক নামৰত্ন উপাধি প্রদান কৰে। কামৰূপ জিলাৰ ডিমুৰ ৰাজহুৱা দূৰ্গা মন্দিৰ প্রাঙ্গনত অনুস্থিত সভাখনত বিভিন্ন জন গণ্য মান্য ব্যক্তি উপস্তিত থাকে। সভাখনৰ আতধৰে সমাজকৰ্মী, দক্ষিন ৰঙিয়া প্রেছ ক্লাৱৰ সম্পাদক তৰণী চৰণ কলিতাই।
Nagara naam "দূৰ্বাসাৰ দৰ্পচূৰ্ণ" Durvasar Darpasurna ৰামচৰণ ভৰালী।
มุมมอง 3.8K3 ปีที่แล้ว
বৰ্তমান নামৰ বিপন্ন সময়। যিটো ধাৰাত নামক লৈ যোৱা হ'ল এনে লাগে যেন ভবিষ্যতে সচেতন ব্যক্তিয়ে নাম চাবলৈ বাদ দিব। সেয়ে এজন নামৰ সেৱক হিচাপে পুৰণি নাম সংৰক্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। এইক্ষেত্ৰত জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীদেৱৰ সহযোগীতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দূৰ্বাসাৰ দৰ্পচূৰ্ণ নামটোৰ অকল দিহা কেইটাৰ সুৰখিনিহে সংৰক্ষণ কৰিলো যাতে উত্তৰ পুৰুষে ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। আশাকৰোঁ শ্ৰোতা বন্...
Bhakta Udaysen ভক্ত উদয়সেন ( নাগাৰা নাম) পাঠক বিষয় ডেকা
มุมมอง 8K4 ปีที่แล้ว
বিষয় ডেকাৰ নাম প্ৰথম চাইছিলো ১৯৭৮ চনত টিহুৰ মাখিবাহা গাঁৱত। তেতিয়া হয়তো তেখেতৰ বয়স ২২ বছৰ মান হ'ব। লগত আন এজন পাঠক আছিল শ্ৰদ্ধাৰ কুশল মালাকৰ।প্ৰাণধালি ডেকাদেৱে গাইছিল "বিপ্ল পুত্ৰ আনয়ণ" নামটো। নামটো পুনৰাই গাবলৈ মই বহুবাৰ অনুৰোধ এতিয়াও জনাই আছো। বিষয় পাঠকৰ আন এটা কালজয়ী নাম হ'ল "দস্যু ৰত্নাকৰ"।তেখেতৰ সুস্বাস্থ কামনা কৰিলো।
#nagaranaam Jor bharat, (full) " জড় ভৰত" Nagara Naam | Ramcharan Bharali ৰামচৰণ ভৰালী | অচ্যুত ডেকা
มุมมอง 88K4 ปีที่แล้ว
৯০ দশকৰ নাগাৰা নাম জগতত আলোড়ন সৃষ্টি কৰা এটি নাম "জড় ভৰত"।নামটো চাবলৈ দৰ্শনৰ যেনে হাবিয়াস আছিল , দলবোৰৰ মাজতো নামটো গাবলৈ তেনে প্ৰতিযোগিতা আছিল। বিশিষ্ট পাঠক অচ্যুত ডেকাৰ সৃষ্টি জড় ভৰত বিনাদ্বিধাই সফল হৈছে সমানে সমানে যিসকল নামপ্ৰেমীয়ে পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত নামটি শুনিবলৈ পোৱা নাই, তেখেত সকলৰ বাবে এটি অপূৰ্ণ আশা হৈ থাকিব ।এজন নামৰ অহৈতুক দৰ্শক হিচাবে নামটোৰ প্ৰতি দুৰ্ঘোৰ দুৰ্বলতা আছিল বা...
''Jor Bharat'' (Trailer video) nagara naam | Ramcharan Bharali |
มุมมอง 14K4 ปีที่แล้ว
৯০ দশকৰ নাগাৰা নাম জগতত আলোড়ন সৃষ্টি কৰা এটি নাম "জড় ভৰত"।নামটো চাবলৈ দৰ্শনৰ যেনে হাবিয়াস আছিল , দলবোৰৰ মাজতো নামটো গাবলৈ তেনে প্ৰতিযোগিতা আছিল। বিশিষ্ট পাঠক অচ্যুত ডেকাৰ সৃষ্টি জড় ভৰত বিনাদ্বিধাই সফল বুলি স্বীকৃতি দিয়াৰ সমানে সমানে যিসকল নামপ্ৰেমীয়ে পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত নামটি শুনিবলৈ পোৱা নাই, তেখেত সকলৰ বাবে এটি অপূৰ্ণ আশা হৈ থাকিব ।এজন নামৰ অহৈতুক দৰ্শক হিচাবে নামটোৰ প্ৰতি দুৰ্ঘোৰ ...
মিতুল শৰ্মাৰ কথক নৃত্য
มุมมอง 5404 ปีที่แล้ว
মিতুল শৰ্মাৰ কথক নৃত্য
"ভক্তৰ পৰীক্ষা" নাগাৰা নাম।
มุมมอง 26K4 ปีที่แล้ว
"ভক্তৰ পৰীক্ষা" নাগাৰা নাম।
পদ্মাৰ মহামন্ত্ৰ হৰণ nagara naam
มุมมอง 18K4 ปีที่แล้ว
পদ্মাৰ মহামন্ত্ৰ হৰণ nagara naam
৪৫ বছৰৰ নাগাৰা নামত কি কি দেখিলোঁ।
มุมมอง 2.7K4 ปีที่แล้ว
৪৫ বছৰৰ নাগাৰা নামত কি কি দেখিলোঁ।
বিহুত নেউল নৃত্য চাওক। নলবাৰী দৰংগিপাৰাত।
มุมมอง 3334 ปีที่แล้ว
বিহুত নেউল নৃত্য চাওক। নলবাৰী দৰংগিপাৰাত।
Ramcharan Bharalir ভক্তিৰসৰ নতুন নাম
มุมมอง 6K4 ปีที่แล้ว
Ramcharan Bharalir ভক্তিৰসৰ নতুন নাম
Mohan Pathakar দেহ বিচাৰ ঝুণা naam
มุมมอง 9K4 ปีที่แล้ว
Mohan Pathakar দেহ বিচাৰ ঝুণা naam
Mohan Pathakar কণ্ঠত " মালিতা "
มุมมอง 1K4 ปีที่แล้ว
Mohan Pathakar কণ্ঠত " মালিতা "
Mohan Pathakar juna naam
มุมมอง 15K4 ปีที่แล้ว
Mohan Pathakar juna naam
Mohan Pathakr Juna naam।
มุมมอง 1.6K4 ปีที่แล้ว
Mohan Pathakr Juna naam।
Ramcharan Bharalir VCD কলিৰ আগমন || Part 2 ||
มุมมอง 299K5 ปีที่แล้ว
Ramcharan Bharalir VCD কলিৰ আগমন || Part 2 ||
Ramcharan Bharalir VCD"কলিৰ আগমন"
มุมมอง 40K5 ปีที่แล้ว
Ramcharan Bharalir VCD"কলিৰ আগমন"
Tini Moharothir Vortaal Nritya
มุมมอง 46K5 ปีที่แล้ว
Tini Moharothir Vortaal Nritya
Achyut Dekar Nagara Naam
มุมมอง 46K5 ปีที่แล้ว
Achyut Dekar Nagara Naam
Mahendra Das Nagara Naam মহেন্দ্ৰ দাসৰ নাগাৰা নাম
มุมมอง 58K5 ปีที่แล้ว
Mahendra Das Nagara Naam মহেন্দ্ৰ দাসৰ নাগাৰা নাম

ความคิดเห็น

  • @jadabdas7518
    @jadabdas7518 วันที่ผ่านมา

    সঁচা নাম । সকলোৱে বুজি পোৱাকৈ গোৱা কথা আৰু সুৰ ।

  • @mukundasarma1418
    @mukundasarma1418 วันที่ผ่านมา

    So sweet

  • @paparitalukdar6387
    @paparitalukdar6387 2 วันที่ผ่านมา

    🙏🏻

  • @PriyankKakati
    @PriyankKakati 2 วันที่ผ่านมา

    কৃষ্ণ

  • @sanatansaloi1998
    @sanatansaloi1998 3 วันที่ผ่านมา

    🙏🙏🙏❤❤❤

  • @ManojKalita-wd3ef
    @ManojKalita-wd3ef 5 วันที่ผ่านมา

    😊।্

  • @pranjitdeka3059
    @pranjitdeka3059 21 วันที่ผ่านมา

    Vl lagil

  • @amalkalita3542
    @amalkalita3542 หลายเดือนก่อน

    ❤❤❤🙏🙏🙏

  • @apurbathakuria6457
    @apurbathakuria6457 หลายเดือนก่อน

    Om namah Bhagabata Bashudevai namah. Jai Guru "Ramsaran Bharali".

  • @gagankalita5563
    @gagankalita5563 หลายเดือนก่อน

    আপোনাৰ নাম শুনিয়েই নাগাৰা নামৰ প্ৰতি আকৃষ্ট হৈছিলোঁ শৈশৱতে ৷ আপুনি কুশলে থাকক !

  • @jayantakalita7765
    @jayantakalita7765 หลายเดือนก่อน

    Excellent

  • @dhrubajyotisarma9717
    @dhrubajyotisarma9717 2 หลายเดือนก่อน

    I used to remember this cassette by word to word when I was a kid.

  • @prankrishnadeka9140
    @prankrishnadeka9140 2 หลายเดือนก่อน

    Ashyut deka sir nmbr ase nko

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555 2 หลายเดือนก่อน

      তেখেতৰ বিশেষ নামৰ ৰেকৰ্ডিং নাই । এটা আছিল, তাকে দিছো। "শকুনিৰ প্ৰতিজ্ঞা "

  • @prankrishnadeka9140
    @prankrishnadeka9140 2 หลายเดือนก่อน

    Deka sir nmbr ase nki krbt

  • @moshmibarman7661
    @moshmibarman7661 3 หลายเดือนก่อน

    সেৱা জনাইছোঁ। ৰামচৰণ ভৰালী দেৱৰ এই অৱদান অসমৰ বাবে এক চিৰ যুগমীয়া সম্পদ।।

  • @moshmibarman7661
    @moshmibarman7661 3 หลายเดือนก่อน

    প্ৰনাম। আপোনাৰ সৃষ্টি সদায় ‌ বিশেষ। অসাধাৰণ। অসমৰ সম্পদ মাননীয় ৰামচৰণ ভৰালী দেৱ।।

  • @BanamaliKumar-l7s
    @BanamaliKumar-l7s 4 หลายเดือนก่อน

    Nice

  • @sabindrakalita1060
    @sabindrakalita1060 4 หลายเดือนก่อน

    Very good

  • @JaduKalita-m2k
    @JaduKalita-m2k 4 หลายเดือนก่อน

    তেখেতক সেৱা জনাইছো ।

  • @snigdhaparasar9001
    @snigdhaparasar9001 4 หลายเดือนก่อน

    নাগাৰা নামৰ পিতামহ জনালৈ প্ৰণাম।

  • @debendas1413
    @debendas1413 5 หลายเดือนก่อน

    Krishña.o.hàri.o.ram0

  • @debendas1413
    @debendas1413 5 หลายเดือนก่อน

    22:18 22:18 22:18

  • @debendas1413
    @debendas1413 5 หลายเดือนก่อน

    M.das.and.k.malakar.dukhani.avai,saranat.prAnam.karilu.krishna.agin.come.at.assam.janmavumit

  • @debendas1413
    @debendas1413 5 หลายเดือนก่อน

    He.krishna.kiba.punayan.r.bhagat Prabhú Ganak.dekhA.palú.vul Hoba.paré.aparadh Bina,son.tuj.nam............

  • @sanjibjyotimalakar3116
    @sanjibjyotimalakar3116 6 หลายเดือนก่อน

    জয় শ্ৰী ৰাম🙏🙏🙏

  • @sanjibjyotimalakar3116
    @sanjibjyotimalakar3116 6 หลายเดือนก่อน

    সাতদলা দধিয়াল চুপাৰ হয় কুশল পাঠক ডাঙৰীয়া

  • @sanjibjyotimalakar3116
    @sanjibjyotimalakar3116 6 หลายเดือนก่อน

    ধুনীয়া

  • @DulumaniDeka-t5i
    @DulumaniDeka-t5i 6 หลายเดือนก่อน

    Val lagica

  • @KrishnaDas-rw3ow
    @KrishnaDas-rw3ow 8 หลายเดือนก่อน

    হাজো বাগটাৰ হয় ভিডিউতো বহুত পুৰণি কুশল পাঠক আৰু ৰামচৰণ ভৰালি দেৱ

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555 7 หลายเดือนก่อน

      হৰগৌৰী মন্দিৰ ত ৰেকৰ্ড কৰা হৈছিল।

  • @KhanindraKhanin-ce7sl
    @KhanindraKhanin-ce7sl 8 หลายเดือนก่อน

    Sweet song,(ㆁωㆁ)(✷‿✷)

  • @manojdeka2948
    @manojdeka2948 9 หลายเดือนก่อน

    সেৱা জনাই ছো চাৰ

  • @NiruDevi-td3hn
    @NiruDevi-td3hn 10 หลายเดือนก่อน

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏

  • @mintubaishya4144
    @mintubaishya4144 10 หลายเดือนก่อน

    ❤He said he😢kre😂😢🎉😅😊.

  • @bipullahkar1380
    @bipullahkar1380 10 หลายเดือนก่อน

    সেৱা জনাইছো

  • @bipullahkar1380
    @bipullahkar1380 10 หลายเดือนก่อน

    চালে চাই থাকিবৰ মন যায়

  • @nitulsharma7061
    @nitulsharma7061 10 หลายเดือนก่อน

    Ramchandra bharali debar Roja chitraketu nagara naam to prasar Kariba son

  • @pranabdeka7601
    @pranabdeka7601 10 หลายเดือนก่อน

    অতি সুন্দৰ হৈছে বাপ

  • @sanjibdutta9862
    @sanjibdutta9862 11 หลายเดือนก่อน

    ডেকা চাৰক বহুত দিনৰ মূৰত দেখি সচাকৈ আপ্লুত হলো। বহুত চাইছো তেখেতৰ নাম হেপাহ নপলাই চায় থাকিলেও। দুয়োজনা পাঠক গুৰুৰ দিৰ্ঘায়ু কামনা কৰিলো🙏🙏🙏

  • @dharmendrabaishya636
    @dharmendrabaishya636 11 หลายเดือนก่อน

    🙏🙏🙏🙏🙏🙏

  • @mkmk9949
    @mkmk9949 11 หลายเดือนก่อน

    প্ৰকৃত শিল্পী । অসম চৰকাৰে শিল্পীৰ সৰ্বোচ্চ সন্মান ৰামচৰণ ভৰালী দেৱক দিব লাগে ।

  • @kumudchandratalukdar3445
    @kumudchandratalukdar3445 11 หลายเดือนก่อน

    Legend of nagara nam First president of Assam Nagara nam Sangha It provides bhakti and enterprising Lost a legend But New generation Pathaks?

  • @upalkumarmazumdar3388
    @upalkumarmazumdar3388 ปีที่แล้ว

    Jay Gobinda.

  • @pradipgoswami1266
    @pradipgoswami1266 ปีที่แล้ว

    Dhuniya

  • @sanatankalita4049
    @sanatankalita4049 ปีที่แล้ว

    Namaskar

  • @BimalMalakar-p4d
    @BimalMalakar-p4d ปีที่แล้ว

    Bohut vaal lagil.please collect another pathak.and give us scope to view

  • @gajendranathkalita6228
    @gajendranathkalita6228 ปีที่แล้ว

    dIRGHA JIBAN KAMANA KARILO

  • @Kaustav_rava
    @Kaustav_rava ปีที่แล้ว

    কৃষ্ণ এয়াই হৈছে নাগাৰা নাম য'ত ভগৱন্তৰ গুনানুকীৰ্তন কৰা হৈছে আৰু চাপৰী শুদ্ধ হিচাৱত অৰ্থাৎ হৃদীপদ্মত ধৰা হৈছে।কৃষ্ণ বাপ প্ৰভু সুন্দৰ হৈছে নাম 🙏🙏🙏

  • @mrigensarma5987
    @mrigensarma5987 ปีที่แล้ว

    Br val lagil. vgbane aponak bhu din jiyai rakhok.

  • @dilipkalita8067
    @dilipkalita8067 ปีที่แล้ว

    I love this nagar nam and like it

  • @jyotirmoynath8012
    @jyotirmoynath8012 ปีที่แล้ว

    Bohut vl lagisil 🙏🙏🙏