Mohan Pathakar কণ্ঠত " মালিতা "

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ธ.ค. 2024

ความคิดเห็น • 5

  • @subhashnathentertainment4595
    @subhashnathentertainment4595 4 ปีที่แล้ว +1

    সুন্দৰ প্ৰদক্ষেপ

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @dipankartalukdar2843
    @dipankartalukdar2843 4 ปีที่แล้ว +1

    বহুত ধন্যবাদ , ভাল লাগিল জুনা নামৰ সকলো দিশ ৰাইজক জনোৱা বাবে | ৰাগ কিন্তু নাগাৰা পাঠকে গাব নোৱাৰে

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว +1

      আগতে নাগাৰা নাম ৰাগেৰে আৰম্ভণি কৰিছিল।আজিৰ পাঠকে ৰাগ বুজি পায়নে সন্দেহ আছে।

  • @hiranyatalukdar8084
    @hiranyatalukdar8084 4 ปีที่แล้ว +1

    Khub bhaal