" নামৰত্ন " পাঠক অচ্যুত ডেকা । ডিমু দূৰ্গা মন্দিৰত পাঠক সকলৰ নাগাৰা নাম।
ฝัง
- เผยแพร่เมื่อ 11 ม.ค. 2025
- দক্ষিন ৰঙিয়া প্রেছ ক্লাৱে বিশিষ্ট পাঠক, নাম ৰচক, সুৰকাৰ অচ্যুত ডেকাক নামৰত্ন উপাধি প্রদান কৰে। কামৰূপ জিলাৰ ডিমুৰ ৰাজহুৱা দূৰ্গা মন্দিৰ প্রাঙ্গনত অনুস্থিত সভাখনত বিভিন্ন জন গণ্য মান্য ব্যক্তি উপস্তিত থাকে। সভাখনৰ আতধৰে সমাজকৰ্মী, দক্ষিন ৰঙিয়া প্রেছ ক্লাৱৰ সম্পাদক তৰণী চৰণ কলিতাই।
হৰি নামৰ ৰস পাইছো ভগৱানে আপোনাকভালে ৰাখক পছৰীয়া উততম কলিতা
ধন্যবাদ
বৰ ভাল লাগিছে ।