ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Bhal naam huni bhal lagil
Naam to xuni bahut bahut val palo.logate doltir dirghayu kamona korilo.
ধন্যবাদ পাঠক দাদা।বৰ ভাল নাম এটি শুনালে ।বহুত বহুত ধন্যবাদ আপোনাক ।আপোনালৈ অনুৰোধ থাকিল আগলৈও যেন এনেকুৱা নামৰ গীত শুনাই ।
নামতো শুনি বৰ ভাল লাগিল
Assamese cultural nagara Nam , thank you.
আপুনি নামৰ এজন ভাল শ্ৰোতা, আগতেও পাইছোঁ। ধন্যবাদ।
@@assameseculturenagaranaam5555 নাম শুনি ভাল লাগে।ভৰালী দেৱৰ নাম প্ৰায়১৯৭৩ চনৰ পৰা চাইছো,শুনিছোঁ।এতিয়া মোবাইল ত বহুত পাঠকৰ নাম শুনিলোঁ, মজা নাই ।
মজা নাপাওঁ বাবেই পুৰণি নাম সংগ্ৰহ কৰিবলৈ নিজাকৈ চেষ্টা কৰিছোঁ। পিছে আজিৰ পাঠকৰ অনিহা। পৰবৰ্তী নাম বিষয় পঠকৰ কণ্ঠৰ সংগ্ৰহৰ ইচ্ছা আছে। আপুনি শুনিছিল নিশ্চয় বিষয় পাঠকৰ নাম।
বহুত ভাল লাগিল বন্ধুবৰ।আগলৈ এনে নাম শুনাৰ আশা কৰিলোঁ। লগতে বন্ধুবৰৰ সু-স্বাস্থ কামনা কৰিলঁ।
Aru agoloi nam di thakibo sunijam Ami....val lagil suni.
কৃষ্ণ🙏কৃষ্ণ
বৰ ভাল লাগিল,সুন্দৰ মাটিৰ গোন্ধ থকা সুৰ
Vall lagel namati xuni
বহুত ভাল লাগিছে নামতো শুণি
ধন্যবাদ
Sundar sur.
Dhuniya hoise
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Borhia Lgise
আপ্লুত হলো | বহুত ধন্যবাদ আপোনালোকৰ চেনেলটোক পুৰনি সুৰৰ নাগাৰা নাম বিলাক সংৰক্ষনৰ ব্যৱস্থা কৰা কাৰনে | আজিৰ পৰা ১৫ বছৰ মান আগতে লক্ষ্মীপূজাৰ এখন নামত অচ্যুত ডেকা চাৰে পৰিবেশন কৰা এই নামটো চোৱাৰ সৌভাগ্য এই অধমৰ হৈছিল | সেই নাম খনত ডেকা চাৰ আৰু লগত আছিল ৰামচৰন ভড়ালী দেব | নাগাৰা নাম বহুত চাইছো সৰুৰ পৰা এতিয়া লৈ, কিন্ত সেই নাম খনৰ দৰে দৰ্শক মই দেখানাই | পকী দেৱালৰ ওপৰত উঠি ও মানুহে নাম চাইছিল কিন্ত কোনো ধৰনৰ হাই উৰুমি নাছিল | বহুত ভাল লাগিছিল নাম চায় | আৰু ডেকা চাৰ মোৰ আটাইতকৈ প্ৰিয় পাঠক | তেখতৰ নাম বহুত চাইছো | অসমৰ আগশাৰীৰ প্ৰায়খিনি পাঠকৰে নাম চাইছো, কাৰন নাগাৰা নাম বহুত ভালপাও | কিন্ত ডেকা চাৰক অলপ সুকিয়া স্থান দিয়ো | শেষত ডেকা চাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো আৰু লগতে নামটো পৰিবেশন কৰা পাঠক দেবৰ উজ্বল ভবিষ্যত কামনা কৰিলো |
বহুত ধন্যবাদ। ডেকা ছাৰে গোৱা এটি নাম 'শকুনিৰ পাখাখেল' এই চেনেলত আছে।চাইছেনে!
@@assameseculturenagaranaam5555 হয় সেই ভিডিঅটোও চাইছো | ডেকা চাৰ আৰু নাগাৰা নামৰ পিতামহ ঁমহেন্দ্ৰ দাস দেবৰ যে একেলগে দিছিল এটা ভিডিঅ সেইটোৰ কথা কোৱানাই জানো ? তাত মই মন্তব্য ও দিছো |
Goid
সুন্দৰ
Dhuniya hoise mama
পাঠকক নমস্কাৰ জনালোঁ।আগলৈ এনে শুদ্ধ নাম শুনিব পামবুলি আশা কৰিলো।কিছুমান নতুন পাঠকে এখেত সকলৰ পৰা নাম শিকিব লাগে।ধন্যবাদ।
Nam khdai anekuba hb lage bhut val hyse dada
ধন্যবাদ।
বৰ.ভাল.লাগিল
Xundar haise.
👌👌👍
Ashyut deka sir nmbr ase nko
তেখেতৰ বিশেষ নামৰ ৰেকৰ্ডিং নাই । এটা আছিল, তাকে দিছো। "শকুনিৰ প্ৰতিজ্ঞা "
Bahu Pathak kathfular dare gojise,Harir naam bine goti naaaaaai
namasker
Most lo 5G æn Zee mo thuZee vu
Bhal naam huni bhal lagil
Naam to xuni bahut bahut val palo.logate doltir dirghayu kamona korilo.
ধন্যবাদ পাঠক দাদা।বৰ ভাল নাম এটি শুনালে ।বহুত বহুত ধন্যবাদ আপোনাক ।আপোনালৈ অনুৰোধ থাকিল আগলৈও যেন এনেকুৱা নামৰ গীত শুনাই ।
নামতো শুনি বৰ ভাল লাগিল
Assamese cultural nagara Nam , thank you.
আপুনি নামৰ এজন ভাল শ্ৰোতা, আগতেও পাইছোঁ। ধন্যবাদ।
@@assameseculturenagaranaam5555 নাম শুনি ভাল লাগে।ভৰালী দেৱৰ নাম প্ৰায়১৯৭৩ চনৰ পৰা চাইছো,শুনিছোঁ।এতিয়া মোবাইল ত বহুত পাঠকৰ নাম শুনিলোঁ, মজা নাই ।
মজা নাপাওঁ বাবেই পুৰণি নাম সংগ্ৰহ কৰিবলৈ নিজাকৈ চেষ্টা কৰিছোঁ। পিছে আজিৰ পাঠকৰ অনিহা। পৰবৰ্তী নাম বিষয় পঠকৰ কণ্ঠৰ সংগ্ৰহৰ ইচ্ছা আছে। আপুনি শুনিছিল নিশ্চয় বিষয় পাঠকৰ নাম।
বহুত ভাল লাগিল বন্ধুবৰ।আগলৈ এনে নাম শুনাৰ আশা কৰিলোঁ। লগতে বন্ধুবৰৰ সু-স্বাস্থ কামনা কৰিলঁ।
Aru agoloi nam di thakibo sunijam Ami....val lagil suni.
কৃষ্ণ🙏কৃষ্ণ
বৰ ভাল লাগিল,সুন্দৰ মাটিৰ গোন্ধ থকা সুৰ
Vall lagel namati xuni
বহুত ভাল লাগিছে নামতো শুণি
ধন্যবাদ
Sundar sur.
Dhuniya hoise
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Borhia Lgise
আপ্লুত হলো | বহুত ধন্যবাদ আপোনালোকৰ চেনেলটোক পুৰনি সুৰৰ নাগাৰা নাম বিলাক সংৰক্ষনৰ ব্যৱস্থা কৰা কাৰনে | আজিৰ পৰা ১৫ বছৰ মান আগতে লক্ষ্মীপূজাৰ এখন নামত অচ্যুত ডেকা চাৰে পৰিবেশন কৰা এই নামটো চোৱাৰ সৌভাগ্য এই অধমৰ হৈছিল | সেই নাম খনত ডেকা চাৰ আৰু লগত আছিল ৰামচৰন ভড়ালী দেব | নাগাৰা নাম বহুত চাইছো সৰুৰ পৰা এতিয়া লৈ, কিন্ত সেই নাম খনৰ দৰে দৰ্শক মই দেখানাই | পকী দেৱালৰ ওপৰত উঠি ও মানুহে নাম চাইছিল কিন্ত কোনো ধৰনৰ হাই উৰুমি নাছিল | বহুত ভাল লাগিছিল নাম চায় | আৰু ডেকা চাৰ মোৰ আটাইতকৈ প্ৰিয় পাঠক | তেখতৰ নাম বহুত চাইছো | অসমৰ আগশাৰীৰ প্ৰায়খিনি পাঠকৰে নাম চাইছো, কাৰন নাগাৰা নাম বহুত ভালপাও | কিন্ত ডেকা চাৰক অলপ সুকিয়া স্থান দিয়ো | শেষত ডেকা চাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো আৰু লগতে নামটো পৰিবেশন কৰা পাঠক দেবৰ উজ্বল ভবিষ্যত কামনা কৰিলো |
বহুত ধন্যবাদ। ডেকা ছাৰে গোৱা এটি নাম 'শকুনিৰ পাখাখেল' এই চেনেলত আছে।চাইছেনে!
@@assameseculturenagaranaam5555 হয় সেই ভিডিঅটোও চাইছো | ডেকা চাৰ আৰু নাগাৰা নামৰ পিতামহ ঁমহেন্দ্ৰ দাস দেবৰ যে একেলগে দিছিল এটা ভিডিঅ সেইটোৰ কথা কোৱানাই জানো ? তাত মই মন্তব্য ও দিছো |
Goid
সুন্দৰ
Dhuniya hoise mama
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
পাঠকক নমস্কাৰ জনালোঁ।আগলৈ এনে শুদ্ধ নাম শুনিব পামবুলি আশা কৰিলো।কিছুমান নতুন পাঠকে এখেত সকলৰ পৰা নাম শিকিব লাগে।ধন্যবাদ।
Nam khdai anekuba hb lage bhut val hyse dada
ধন্যবাদ।
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
বৰ.ভাল.লাগিল
Xundar haise.
👌👌👍
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Ashyut deka sir nmbr ase nko
তেখেতৰ বিশেষ নামৰ ৰেকৰ্ডিং নাই । এটা আছিল, তাকে দিছো। "শকুনিৰ প্ৰতিজ্ঞা "
Bahu Pathak kathfular dare gojise,Harir naam bine goti naaaaaai
namasker
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Most lo 5G æn Zee mo thu
Zee vu