Achyut Dekar Nagara Naam

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ม.ค. 2025

ความคิดเห็น • 51

  • @bipullahkar1380
    @bipullahkar1380 ปีที่แล้ว +2

    গুৰু জনাক শ্ৰদ্ধা জনাইছো

  • @gagankalita5563
    @gagankalita5563 2 หลายเดือนก่อน +1

    আপোনাৰ নাম শুনিয়েই নাগাৰা নামৰ প্ৰতি আকৃষ্ট হৈছিলোঁ শৈশৱতে ৷ আপুনি কুশলে থাকক !

  • @sabindrakalita1060
    @sabindrakalita1060 4 หลายเดือนก่อน +1

    Very good

  • @dwijensaud3438
    @dwijensaud3438 5 ปีที่แล้ว +3

    Thanks,Asomor raije aponak saday manot rakhibo,,You are my favourite Pathak,,From Rangia,,

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে। সেয়ে তাহানিৰ জনপ্ৰিয় নাম জড় ভৰত(ৰামচৰণ ভৰালী),বিপ্লৱৰ পুত্ৰ আনয়ন(বিষয় ডেকা),ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা),দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। হুবাহু পুৰণি সুৰত। চাবলৈ নেপাহৰিব। পাৰিলে আনকো share কৰিব। ধন্যবাদ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @voiceofjitumaniculturalxap6751
    @voiceofjitumaniculturalxap6751 4 ปีที่แล้ว +8

    নাগাৰা নামৰ পিতামহ অচ্যুত ডেকা ছাৰৰ নামটো social mediat পাই মোৰ বহুত ভাল লাগিল ।এয়াই হ'ল আচল নাগাৰা নামৰ অমৃত

  • @sibanikalita6575
    @sibanikalita6575 4 ปีที่แล้ว +2

    সুন্দৰ নাম👏

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      ধন্যবাদ

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @kandarpadeka2473
    @kandarpadeka2473 3 ปีที่แล้ว +1

    Sir Sari pakshir nagara naam tu you tube t parile diba sun

  • @jatindeka6978
    @jatindeka6978 3 ปีที่แล้ว

    বৰ দুৰ্বল কণ্ঠ । পাঠকতকৈ তাল নাগাৰা হে ভাল বজায় যেন লাগিল ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  3 ปีที่แล้ว +1

      এও হৈছে একাধাৰে নাম ৰচক, সুৰকাৰ,নাগাৰা বাদ্য যন্ত্ৰী, আৰু পাঠক। কালিদাস, চিত্ৰকেতু, গোকৰ্ণ আখ্যান, ব্ৰহ্মপুত্ৰৰ জন্ম, নাৰদৰ কৃষ্ণ দৰ্শন, কলিৰ আইন, জড়ভৰত আখ্যান এওৰেই সৃষ্টি আৰু সুৰ। মাতৰ দুৰ্বলতা নথকা নহয়। কিন্তু পৰিবেশন শৈলী অনন্য।

  • @achyutbarman2729
    @achyutbarman2729 2 ปีที่แล้ว +1

    সুন্দৰ

  • @sukleswarmedhi169
    @sukleswarmedhi169 ปีที่แล้ว +1

    Nice 👍

  • @hirendranathsarmah1144
    @hirendranathsarmah1144 4 ปีที่แล้ว +4

    Achyot Deka Deva is a famouse artist.His voice acting mood tone all are beautiful.He described briefly about the Sakuni who was the main villain.That is why Kaurava as Drojudhana Dushasion killed his 99 brother in furiously then he curse and attempt to killed them .The story is most exchallen and emotional.At last Sakuni would successful by the battle of Kurukshetra.So I like the naam.His companions sufficient help in the nagara naam.

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @pranabdas8958
    @pranabdas8958 3 ปีที่แล้ว +1

    বৰ ভাল লাগিল

  • @satishkalita8516
    @satishkalita8516 5 ปีที่แล้ว +3

    নাগৰা নামৰ অপৰাজেয় শক্তিৰ প্ৰতীক অঢ্যুত ডেকা ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @kandarpadeka2473
    @kandarpadeka2473 2 ปีที่แล้ว +2

    Sir, Sari pokshir naam tu you tube dibo sun please

  • @ajitbarman6606
    @ajitbarman6606 5 ปีที่แล้ว +3

    Val lagil naam2 sai

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  5 ปีที่แล้ว +1

      pl subcribe

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @kanakthakuria853
    @kanakthakuria853 5 ปีที่แล้ว +2

    Bhut dinloi je apuni jiya thake........

  • @aniruddhabarman7780
    @aniruddhabarman7780 5 ปีที่แล้ว +7

    এয়াই হল নাগাৰা ।আৰু ইয়াতে আছে অমৃত । নাগাৰা নামৰ পিতামহ দেৱলৈ আৰু সহযোগিত সকলোলৈ সেৱা আগবঢ়ালো

  • @tkaxom1889
    @tkaxom1889 5 ปีที่แล้ว +3

    ডেকা ছাৰৰ নাম চাই বহুত ভাল লাগিল

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।

  • @advanceassam6285
    @advanceassam6285 5 ปีที่แล้ว +2

    Bohriya hoise koka e moja lagise

  • @nishantavgt528
    @nishantavgt528 5 ปีที่แล้ว +4

    নামৰ ৰজা ডেকা চাৰ বহুত ভাল লাগিছে

  • @purobidevi4734
    @purobidevi4734 4 ปีที่แล้ว +2

    সচাকে এয়া আচল নাম

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      আপোনাৰ অনুভৱ জানি সুখী হ'লো। পুৰণি নাম জঢ়ভৰত(ৰামচৰণ ভৰালী), বিপ্লৱৰ পুত্ৰ আনয়ন(বিষয় ডেকা), প্ৰহ্লাদ চৰিত (অচ্যুত ডেকা),দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি চলি আছে। পাৰিলে আনকো চেনেলটো share কৰিব। নতুন পাঠকসকলৰ কন্ঠত এই নামৰ পুৰণি সুৰবোৰ শুনিবলৈ নাপাওঁ বাবে সংৰক্ষিত কৰিব বিচাৰিছো।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @diliplahkar3165
    @diliplahkar3165 5 ปีที่แล้ว +5

    Respected pathak Achyut Deka is father of modern nagara naam and he is famous for it .

  • @naammehkyarakhahe5448
    @naammehkyarakhahe5448 3 ปีที่แล้ว +1

    Excellent

  • @rituparnasarma3035
    @rituparnasarma3035 5 ปีที่แล้ว +2

    বহুত ভাল লাগিল

  • @pallabjyotisarma1310
    @pallabjyotisarma1310 5 ปีที่แล้ว +3

    আপুৰুগীয়া ভিডিঅ।

    • @assameseculturenagaranaam5555
      @assameseculturenagaranaam5555  4 ปีที่แล้ว +1

      বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
      নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍

  • @ManjuDevi-mv4wg
    @ManjuDevi-mv4wg 5 ปีที่แล้ว +3

    অচ্যুত ডেকা আপুনি পাঠক হোৱাৰ আগতে ধুলীয়া আছিল নেকি

  • @guwahatielectricalsubdivis5183
    @guwahatielectricalsubdivis5183 4 ปีที่แล้ว +1

    very good performance

  • @chandankalita8860
    @chandankalita8860 4 ปีที่แล้ว +1

    Peha bhut xundar haise

  • @bimalsarma7605
    @bimalsarma7605 4 ปีที่แล้ว

    Very good.

  • @hargobindasarma100
    @hargobindasarma100 5 ปีที่แล้ว +2

    Paliborar kisu asaran dristikatu hoise .Dekadebak namat aibor asha nakaro.

  • @pallkashyap7649
    @pallkashyap7649 5 ปีที่แล้ว +2

    Vl hoisa so pradip kalita r tol sob pathok aru ola o tan pathok aru noloi o

  • @ManjuDevi-mv4wg
    @ManjuDevi-mv4wg 5 ปีที่แล้ว +1

    A chyut. dekar namor nagarato mat bar beya zuna goise

  • @chandankalita8860
    @chandankalita8860 4 ปีที่แล้ว +2

    Peha bhut xundar haise