Sosa kotha koisa apuni ajer pathok a bahulami base kora agor naam bilak ok nowara aje gali so pradip kalita k sine pina apuni mahandra das or sisa hoi pradip kalita takhata o bahut vl pathok agor surot naam gisel .... th-cam.com/video/srTfs31SXSo/w-d-xo.html
Nice video 👍🏻
ভাল লাগিল
জাগাত দিছেহে শৰ্মাদা বহুত শান্তি পালো কথাখিনি শুনি !
আপোনাক ধন্যবাদ।
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
বিদেও টো চাই খুবেই আনন্দিত হলোঁ.....
ধন্যবাদ পেহা🙏
Vl lagil chitraketur numto kailas talukder gowa xunar issa diboson
ভাল কথা কৈছে ধন্যবাদ
ভাল লাগিল।
Go ahead.
সুনি ভাল লাগিল আপোনাৰ কথা কেইশাৰ পুৰনি নাম আপলোদ কোৰিবচুন
Dhuniya sir
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Xundar katha koisy apuni 🙏🙏🙏
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
আপোনাৰ প্ৰচেষ্টা শলাগ লবলগীয়া।মই প্ৰথম নাম চাইছিলোঁ নলবাৰী বলোৱাৰ দেবে ন তালুকদাৰৰ মনসা আৰু নেতা ৰ কা জীয়া নাম টো শুনিছিলোঁ, তাৰ পিছত ৰামচৰণ ভৰালী ৰ নাম। আপুনি জানিব বেলশৰত জেঠ মাহৰ প্ৰতি সোমবাৰে হোৱা নাম স্কুল খতি কৰি হলেও চাব গৈছিলোঁ।
প্ৰণাম জনাইছো
🙏 🙏 🙏
Dada aponar phone noto dibo
Sosa kotha koisa apuni ajer pathok a bahulami base kora agor naam bilak ok nowara aje gali so pradip kalita k sine pina apuni mahandra das or sisa hoi pradip kalita takhata o bahut vl pathok agor surot naam gisel ....
th-cam.com/video/srTfs31SXSo/w-d-xo.html
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
Litamcharanbharalinagranam