JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 เม.ย. 2024
  • JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024.
    Song : JUJ EAKHON HOBO
    Singer : Manas Robin & Group
    Lyrics : Manas Robin
    Composer : Manas Robin
    Music Label : Manas Robin’s Production
    Manas Robin,Manasrobin,Assam,Assamese,Zubeen Garg,Bhupen Hazarika,Junbai,Bihu,Mausami Sahariya,Krishnamoni Das,Joj ekhon hobo,JUJ EAKHON HOBO,যুঁজ এখন হ'ব,MANAS ROBIN,NEW ASSAMESE SONG 2024,juj eakhon hobo song,new assamese song 2024,new assamese song 2024 all,new assamese song 2024 bihu,new assamese song 2024 neel akash,new assamese song 2024 video,new assamese song 2024 hit song,new assamese song 2024 achurjya borpatra,new assamese song 2024 nilakshi neog,new assamese song 2024 album,new assamese song 2024 all bihu,assamese new song 2024 all hit,all new assamese song 2024,assamese new audio song 2024,bihu,bihu hits,zubeen garg,utpal das,vitali das,shyamantika
    My Social Links :-
    wikipedia : en.wikipedia.org/wiki/Manas_R...
    Website : www.manasrobin.com/
    Facebook : / manasrobinofficial
    Twitter : / manasrobin
    Instagram : / manas_robin
    TH-cam Music : / manas robin - topic
    Gaana : gaana.com/artist/manas-robin?...
    Hungama : www.hungama.com/artist/manas-...
    Music.Apple : / manas-robin
    Wynk : wynk.in/music/artist/manas-ro...
    JioSaavn : www.jiosaavn.com/artist/manas...
    Raaga : www.raaga.com/assamese/music/...
    Spotify : open.spotify.com/artist/0s3zy...
    Play.Google : play.google.com/music/m/Acncu...
    JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024.
    JUJ EAKHON HOBO (যুঁজ এখন হ'ব) | MANAS ROBIN | NEW ASSAMESE SONG 2024.
  • เพลง

ความคิดเห็น • 2.1K

  • @jimidas7050
    @jimidas7050 3 หลายเดือนก่อน +53

    জীয়া বাস্তৱ👍, সাহস দেখি ধন্য। বাকী গীতটি ধুনীয়া ❤️

  • @bikalpagogoigogoi7246
    @bikalpagogoigogoi7246 4 หลายเดือนก่อน +227

    শিক্ষিত যুৱ প্ৰজন্মই এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিব , জয় আই অসম ✊✊

  • @bhabeshbora5193
    @bhabeshbora5193 3 หลายเดือนก่อน +74

    এনেকৈয়ে সঁচা অৰ্থত শিল্পী হৈ ৰাইজৰ মাজত থাকক। চৰকাৰী প্ৰলোভনত ভোল গৈ ৰাইজৰ পৰা আতঁৰি নেযায় যেন। শুভেচ্ছা জনালোঁ।

  • @biswajyotibora5639
    @biswajyotibora5639 3 หลายเดือนก่อน +55

    সুন্দৰ ককাইদেউ .সুন্দৰ উপস্থাপন

  • @krishnadoley84
    @krishnadoley84 4 หลายเดือนก่อน +65

    সুন্দৰকৈ জনগণৰ সমস্যাবোৰ প্ৰকাশ কৰা হৈছে।

  • @ramdhenu578
    @ramdhenu578 4 หลายเดือนก่อน +131

    Ravi Sharma আৰু Manash Robin, এইদুজনক হে কোনেও কিনিব নোৱাৰিলে আৰু কিনিবলৈ সাহসো ন'হৱ কিজানি। বিশ্বাসযোগ্য দুজন শিল্পী

    • @Youthindia876
      @Youthindia876 3 หลายเดือนก่อน

      Zubeen da thakil

    • @imagenixproduction4079
      @imagenixproduction4079 3 หลายเดือนก่อน

      Teu etiya BJP bhakta​@@Youthindia876

    • @user-oi5sn6eu3m
      @user-oi5sn6eu3m 3 หลายเดือนก่อน

      ​@entertai😊😊😊😊😊nlifeevent7829

    • @user-oi5sn6eu3m
      @user-oi5sn6eu3m 3 หลายเดือนก่อน

      ​@@Youthindia876😊😊😊😊😊

    • @sanidulislam4007
      @sanidulislam4007 3 หลายเดือนก่อน

      Right

  • @birinchikr.hazarika347
    @birinchikr.hazarika347 3 หลายเดือนก่อน +38

    গা গৰম হৈ গল

  • @digantababuvlogs3583
    @digantababuvlogs3583 3 หลายเดือนก่อน +28

    সুন্দৰ উপস্থাপন ককাইদেউ❤❤ যুজঁ হব

  • @pintugogoi7746
    @pintugogoi7746 4 หลายเดือนก่อน +245

    সমসাময়িক আৰু অতি প্ৰাসংগিক গীত।
    চেল্যুট মানস ককাইদেউলৈ।

    • @bhabajitbarman4798
      @bhabajitbarman4798 4 หลายเดือนก่อน +20

      নিৰ্বাচনৰ আগত খুউব প্ৰয়োজন আছিল এনে গান এটাৰ ॥❤

    • @BipulGogoi-sx6ig
      @BipulGogoi-sx6ig 4 หลายเดือนก่อน

      ❤❤❤❤❤❤❤❤❤😢😮😮😅😊😊😢😢​@@bhabajitbarman4798

    • @user-oi5sn6eu3m
      @user-oi5sn6eu3m 3 หลายเดือนก่อน

      ​@@bhabajitbarman4798😅😅😅😅😅😅

  • @parthajyotisingha244
    @parthajyotisingha244 4 หลายเดือนก่อน +152

    এয়া হে এজন প্ৰকৃত শিল্পী যি নিজৰ শিল্প কলাৰে প্ৰতিবাদ কৰে ৰাজপথত নহয়। নহলে আজিকালি এজন শিল্পী হবলৈও কিছুমান সংগঠনৰ নেতা কিছুমান সাংবাদিক পৰা চাৰ্টিফিকেট ল'ব লগা হয়। ধন্যবাদ মানস দা।

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 3 หลายเดือนก่อน

      সুন্দৰ আৰু সময়োপযোগী গীত ।‌🎉🎉🎉

  • @pranamiofficial3472
    @pranamiofficial3472 3 หลายเดือนก่อน +95

    বৰ সুন্দৰ হৈছে, আজিৰ জনতাক সজাগ কৰাৰ বাবে শ্ৰদ্ধাৰ মানস ৰবীন দেৱক অভিনন্দন জনালো। জয় শ্ৰীকৃষ্ণ।

    • @jyotiprovachangmai6385
      @jyotiprovachangmai6385 3 หลายเดือนก่อน +1

      Egood googd

    • @beautifullifejourney28liza
      @beautifullifejourney28liza 3 หลายเดือนก่อน +2

      Jonatai Buji palei hol...

    • @paparidevi720
      @paparidevi720 3 หลายเดือนก่อน

      ​@@jyotiprovachangmai6385dyuhiifg😮😅😊😊😊😊😊😊😊

    • @paparidevi720
      @paparidevi720 3 หลายเดือนก่อน

      Dtujh😢😢😮😅😅😊 jocjl

    • @paparidevi720
      @paparidevi720 3 หลายเดือนก่อน

      Fuorritfhjddhl❤😂😂🎉😮😅😊😊😊😊😊😊😅fujg

  • @dipakdas4875
    @dipakdas4875 3 หลายเดือนก่อน +32

    যিকিনহওক ভাল লাগিল গানৰ সুৰেৰে কথাখিনি শুনি

  • @gogoideepak2
    @gogoideepak2 4 หลายเดือนก่อน +22

    সুন্দৰ, ৰাইজে উপলব্ধি কৰক!

  • @shurabhichetia7307
    @shurabhichetia7307 4 หลายเดือนก่อน +41

    একদম জোখৰ সময়তে উলিয়াইছে গানটো😊😊

  • @ljk6618
    @ljk6618 3 หลายเดือนก่อน +92

    সাহসী আৰু শক্তিশালি শিল্পীৰ কণ্ঠ 🎊🎉👍।

  • @bonjyotirabha4294
    @bonjyotirabha4294 3 หลายเดือนก่อน +25

    বহুত বহুত ভাল লাগিল গানটো শুনি

  • @Ajduflelem
    @Ajduflelem 4 หลายเดือนก่อน +68

    চৰকাৰী গায়ক, অভিনেতা আৰু শিল্পীৰ মাজত থকা পাৰ্থক্য।
    মানস দা 🔥

  • @KhyatirajGogoi-fp4rg
    @KhyatirajGogoi-fp4rg 4 หลายเดือนก่อน +25

    সাংঘাটিক ধুনীয়া হৈছে দাদা গানটো,,,,, সুন্দৰ ✊🙏🙏🙏✊✊✊

  • @xupnorrong6523
    @xupnorrong6523 3 หลายเดือนก่อน +12

    সুন্দৰ মানস দাদা👌👌সাহসীকতাৰে গীতৰ মাজৰে ৰাইজৰ মাজলৈ দাঙি ধৰিলে সত্যতা 👌👌সজাগ কৰিলে জনতাক ♥️♥️

  • @user-du8jd9mt4q
    @user-du8jd9mt4q 3 หลายเดือนก่อน +14

    এইয়া হে সঁচা অৰ্থত প্ৰকৃত শিল্পী। জনতাৰ এই সাহসী কন্ঠক ভগৱানে কুশলে ৰাখক।

  • @abhaydas554
    @abhaydas554 4 หลายเดือนก่อน +83

    আপোনালোকৰ পৰা এনেধৰণৰ গীত আশা কৰোঁ৷ তেতিয়াহে সাধাৰণ জনতাৰ মাজত সচেতনতা আহিব ! আপোনাৰ এইগীতটো বহুত ভাল লাগিছে দিয়ক৷ আকৌ সমাজমুখী সংগীত পাম বুলি আশা কৰিম দাদা৷ এতিয়া সামাজিক গীতৰ প্ৰয়োজনবোধ কৰিছো ৷

  • @abdurrohman6442
    @abdurrohman6442 4 หลายเดือนก่อน +138

    মানস ৰবিন দাৰ কাৰণে like এটা👍❤️❤️

    • @user-sm6qb5nf4c
      @user-sm6qb5nf4c 4 หลายเดือนก่อน +4

      Aitu dislike or emoji hey hoi burbok😶

    • @abdurrohman6442
      @abdurrohman6442 4 หลายเดือนก่อน +1

      @@user-sm6qb5nf4c gusigol

    • @variableplay9467
      @variableplay9467 4 หลายเดือนก่อน

      Dislike দিছোঁ ।😂😂

    • @user-sm6qb5nf4c
      @user-sm6qb5nf4c 4 หลายเดือนก่อน

      @@variableplay9467 Andbhakt hoy chagey apuni no ?😂

  • @purnakantagoswami1836
    @purnakantagoswami1836 4 หลายเดือนก่อน +82

    বহুত ভাল লাগিছে। মানস ৰবীন লৈ আন্তৰিক শুভেচ্ছা জনালোঁ লগতে সকলোৱেই যুজখনত অংশগ্ৰহণ কৰি ভক্ত বাহিনীৰ বিৰুদ্ধে ভোট দিয়ক।

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 3 หลายเดือนก่อน +19

    ধন্যবাদ মানস দা বহুত বহুত ধন্যবাদ্এয়েই আচল শিল্পী

  • @creativethoughts1091
    @creativethoughts1091 4 หลายเดือนก่อน +72

    সুন্দৰ , সচাঁকৈয়ে এইবাৰ যুঁজ এখন হব ৷

  • @sajidzamal3206
    @sajidzamal3206 3 หลายเดือนก่อน +18

    সুন্দৰ হৈছে

  • @amitdas5302
    @amitdas5302 3 หลายเดือนก่อน +19

    সুন্দৰ গান

  • @bandipagogoi6668
    @bandipagogoi6668 4 หลายเดือนก่อน +76

    ককাইদেউ এইবাৰহে এইবাৰ ✊✊ যুঁজ এখনৰ অত্যন্ত প্ৰয়োজন এতিয়া.. ৰাইজে ৰজা, কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় নতুবা একতাই পৰম বল.. ৰাইজক মজা দিয়া সকল এইবাৰ হুচিয়াৰ 🫵

    • @variableplay9467
      @variableplay9467 4 หลายเดือนก่อน

      হা হা হা 😂😂😂

    • @user-oi5sn6eu3m
      @user-oi5sn6eu3m 3 หลายเดือนก่อน

      ​@@variableplay9467😊😊😊😊😊😊

  • @pameydoley1542
    @pameydoley1542 4 หลายเดือนก่อน +22

    যি পৰিস্তিতি চলি আছে সেইটো গায় দিলে | চেলুট দাদা ❤❤❤🎉🎉

  • @nityanandamahanta1849
    @nityanandamahanta1849 3 หลายเดือนก่อน +13

    মানস দা অতি সুন্দৰ সময় উপযোগী সছা কথা কৈছে

  • @digantaburagohain5769
    @digantaburagohain5769 4 หลายเดือนก่อน +18

    সুন্দৰ অপ্ৰিয় হলেও সত্য। এতিয়া ৰাইজে বুজিলেই হ'ল!!!😢😢😢

  • @kingofwar4559
    @kingofwar4559 4 หลายเดือนก่อน +24

    সুন্দৰ ককাইদেউ

  • @TankeswargohainTankeswar
    @TankeswargohainTankeswar 4 หลายเดือนก่อน +20

    সুন্দৰ ককাইদেউ এনেকৈ নিৰপেক্ষ হৈ কাম কৰক

  • @gitamoniboruah7260
    @gitamoniboruah7260 3 หลายเดือนก่อน +21

    ককাই আপোনালৈ আন্তুৰিক শ্ৰদ্বা থাকিল ।

  • @hirondutta4331
    @hirondutta4331 4 หลายเดือนก่อน +14

    সুন্দৰ হৈছে ককাইদেউ ❤

  • @BijitDutta
    @BijitDutta 4 หลายเดือนก่อน +81

    চৰকাৰ যাৰেই নহওঁক আমি যুজঁ দি যাম
    মানস ৰবীনৰ লগত জাতি- মাটি-ভেটিৰ গীত গাম।
    যুজঁ এখন হব বান্ধৈ যুজঁ এখন হব।
    এই যুঁজৰ আদিও নাই অন্তও নাই।
    এই যুঁজ চিৰন্তন, এই যুঁজ অনন্ত।

  • @manabborah7872
    @manabborah7872 4 หลายเดือนก่อน +18

    সুন্দৰ, সময় উপযোগী উপস্থাপন

  • @user-vb6kd7pq6v
    @user-vb6kd7pq6v 3 หลายเดือนก่อน +20

    আমি অসমীয়া হয় জাতি মাতি কাৰনে আমি যুজিব লাগিব জয় আই অসম✊✊

  • @binoykalita7597
    @binoykalita7597 3 หลายเดือนก่อน +10

    ৰবীন সময় উপযোগী গীত পৰিৱেশন কৰিছা। জনতাই এই গীতটো শুনিলৈ নিজকে এবাৰ শুধি ছাওক ,।

  • @julekhabegum768
    @julekhabegum768 4 หลายเดือนก่อน +27

    সময়ৰ সঁচা গান। এয়া সময়ৰ আহ্বান। চেল‍্যুট জনাইছোঁ মানস দা

  • @rajibsaud3757
    @rajibsaud3757 4 หลายเดือนก่อน +42

    বিৰাট ভাল লাগিল গীতটি শুনি। বৰ্তমান দেশৰ পৰিস্থিতিটো সম্পূৰ্ণ ফুটাই তুলিছে গীতটিত।।👍👍👍

  • @purnaboro4944
    @purnaboro4944 4 หลายเดือนก่อน +14

    বঢ়িয়া হৈছে ।

  • @hndekari8011
    @hndekari8011 3 หลายเดือนก่อน +8

    সুন্দৰ । বৰ ভাল লাগিল । সাম্প্ৰতিক সময়ৰ বাস্তৱ সত্য । তেজাল গান । অসমৰ ৰাইজলৈ সকীয়নি ।।

  • @RanjitDas-lc1ur
    @RanjitDas-lc1ur 4 หลายเดือนก่อน +51

    প্ৰেমৰ গান গোৱা দলাৰ বগৰী ৰাজনৈতিক শিল্পী অনেক হ'ল। পিচে, জাতিক জগাব পৰা গান গোৱা মানুহ তেনেই সীমিত। এই সীমিত সংখ্যকৰ ভিতৰত "পগলা মানস" অন্যতম। "যুঁজ"ৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ যাচিছো।
    গীতটোত টোল গেট আৰু যধে-মধে কটা যান-বাহনৰ ফাইনে ৰাইজৰ মাজত কৰা সন্ত্ৰাসৰ কথাটোৱেও ঠাই পোৱাটো উচিত আছিল।

  • @mrigaleeborah.6639
    @mrigaleeborah.6639 4 หลายเดือนก่อน +17

    সময়োপযোগী গান,সুন্দৰ।

  • @sanjeevdutta8809
    @sanjeevdutta8809 3 หลายเดือนก่อน +8

    সঁচা শিল্পীৰ প্ৰতিবাদ। সুন্দৰ উপস্থাপন।

  • @bibliophile-xj2ri
    @bibliophile-xj2ri 3 หลายเดือนก่อน +6

    জয় আই অসম✊ জাতীয়তাবাদ অবিহনে অসমীয়া জাতি নিঃশেষ। যুঁজ এখন হোৱাটো বাঞ্চনীয়।

  • @Anamikashine17
    @Anamikashine17 4 หลายเดือนก่อน +14

    ভাল লাগিল। গানৰ মাজেৰে সকলোকে বুজাই দিছে।

  • @BontiKumari-kb8tj
    @BontiKumari-kb8tj 4 หลายเดือนก่อน +17

    ধুনীয়া

  • @pankajhazarika18
    @pankajhazarika18 3 หลายเดือนก่อน +8

    ধুনীয়া এৰি নিদিব, মাজে মাজে উলিয়াই থাকিব গান

  • @harekrishnabora6743
    @harekrishnabora6743 3 หลายเดือนก่อน +7

    সঁচা কথা এইবাৰ জুজ এখন সচাই হব। মানসৰবীন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো

  • @utpalbora4383
    @utpalbora4383 4 หลายเดือนก่อน +14

    Mojaa dada juj eakhon hobo eaibar

  • @pinkubaruah908
    @pinkubaruah908 4 หลายเดือนก่อน +14

    সুন্দৰ দাদা,,, এই বাৰ যুজ এখন হব

  • @MamuBorah-nf8so
    @MamuBorah-nf8so 3 หลายเดือนก่อน +7

    অসমৰ ‌সাহসী আৰু শক্তিশালী শিল্পী

  • @bimanbrahmaputra2898
    @bimanbrahmaputra2898 3 หลายเดือนก่อน +10

    সুন্দৰ ককাইদেউ ,,, যুজঁ হব

  • @kushalkumar5715
    @kushalkumar5715 4 หลายเดือนก่อน +85

    ইয়াকেই কয় ৰাইজৰ কণ্ঠ। মানস ৰবীন এদিন সচা অৰ্থত গণশিল্পী হব। আমি আশাবাদী 💐💐💐👍👍

    • @BipulGogoi-sx6ig
      @BipulGogoi-sx6ig 4 หลายเดือนก่อน

      🎉🎉🎉😊😊😊😅😮😢❤❤❤❤😂😂❤❤❤

  • @danujvlog
    @danujvlog 4 หลายเดือนก่อน +17

    ধুনীয়া দাদা। সময় উপযোগী

  • @nityanandamahanta1849
    @nityanandamahanta1849 3 หลายเดือนก่อน +5

    মানস দা গানটো সময় উপযোগী হৈছে, ধন্যবাদ

  • @prasantamedhi5167
    @prasantamedhi5167 3 หลายเดือนก่อน +10

    xundor hoise

  • @user-yr2qm7rn7n
    @user-yr2qm7rn7n 4 หลายเดือนก่อน +14

    Dhuniya kokaidew . Respect from Mangaldai

  • @biswajitboruah7740
    @biswajitboruah7740 4 หลายเดือนก่อน +18

    সময়োপযোগী সুন্দৰ গীত

  • @bidyutbora4034
    @bidyutbora4034 2 หลายเดือนก่อน +5

    Nice 👌👌🙏🙏

  • @bitumonisaikia5498
    @bitumonisaikia5498 4 หลายเดือนก่อน +11

    সুন্দৰ ককাই

  • @djcreation580
    @djcreation580 4 หลายเดือนก่อน +14

    সুন্দৰ উপস্থাপন

  • @dadugogoi5548
    @dadugogoi5548 4 หลายเดือนก่อน +16

    মানস ৰবীন এজন প্ৰকৃত জনতাৰ শিল্পী । 🙏👍👍👍👍

  • @jyotirmoyborah7197
    @jyotirmoyborah7197 3 หลายเดือนก่อน +8

    Mojja 🎉 ❤ joy ai axom ❤

  • @user-di2be3up5g
    @user-di2be3up5g 3 หลายเดือนก่อน +11

    সুন্দৰ উপস্থাপন।

  • @lachitdas7038
    @lachitdas7038 4 หลายเดือนก่อน +13

    সুন্দৰ ___

  • @lakhyajeetregon6256
    @lakhyajeetregon6256 4 หลายเดือนก่อน +15

    সুন্দৰ ককাই,👍

  • @ankurdas2702
    @ankurdas2702 4 หลายเดือนก่อน +6

    Dhuniya de

  • @amarbaruah5860
    @amarbaruah5860 3 หลายเดือนก่อน +9

    very good Manash daa❤❤❤❤

  • @user-xg9ug5pn7x
    @user-xg9ug5pn7x 4 หลายเดือนก่อน +13

    সুন্দৰ মজা দিছে

  • @HirakjyotiDeka-sr4cx
    @HirakjyotiDeka-sr4cx 4 หลายเดือนก่อน +10

    সুন্দৰ ককাইদেউ।

  • @boloramrabha8546
    @boloramrabha8546 3 หลายเดือนก่อน +14

    ভাল লাগিল গানটো

  • @user-gw8dr4nz7x
    @user-gw8dr4nz7x 3 หลายเดือนก่อน +7

    Good 👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽

  • @ourassam2022
    @ourassam2022 4 หลายเดือนก่อน +14

    Maja ❤❤
    যুজ এখন হ'ব কিন্তু ৰাইজে যানো মজা দিব❤️❤️❤️
    জয় আই অসম ❤❤❤❤

  • @bishwajitkalita2435
    @bishwajitkalita2435 4 หลายเดือนก่อน +110

    আপোনাৰ সাহসিকতাক অসমৰ সাংস্কৃতিক ইতিহাসে মনত ৰাখিব ।

    • @nuralomhoque6629
      @nuralomhoque6629 4 หลายเดือนก่อน +1

      মজা

    • @DJ12171
      @DJ12171 4 หลายเดือนก่อน

    • @variableplay9467
      @variableplay9467 4 หลายเดือนก่อน

      আইঐ দেহী 😂😂

  • @user-Kosturi
    @user-Kosturi 3 หลายเดือนก่อน +9

    সুন্দৰ মজ্জা

  • @hemantaneog2252
    @hemantaneog2252 3 หลายเดือนก่อน +6

    Mojaa juuuuiiii Val disee

  • @Testyfoodfactory
    @Testyfoodfactory 4 หลายเดือนก่อน +16

    চেল্যুত মানস দা। সাহস মানিছো আপোনাৰ।

  • @PDR_Creations
    @PDR_Creations 4 หลายเดือนก่อน +83

    মজ্জা দাদা। Share কৰিব পাৰিনে?

  • @protapsingmaslai9675
    @protapsingmaslai9675 3 หลายเดือนก่อน +5

    Very very very nice song manas dada.❤❤❤❤❤

  • @user-pr3kx7wd3r
    @user-pr3kx7wd3r 3 หลายเดือนก่อน +5

    Moja lagise manash dada

  • @suvonkar1985
    @suvonkar1985 4 หลายเดือนก่อน +11

    বৰ সুন্দৰ

  • @palashbora5678
    @palashbora5678 4 หลายเดือนก่อน +11

    সুন্দৰ ।

  • @krishnabhuyan2012
    @krishnabhuyan2012 3 หลายเดือนก่อน +3

    Good 👍

  • @mohannath6515
    @mohannath6515 3 หลายเดือนก่อน +5

    ধুনীয়া ,যুঁজ যুগে-যুগেই হৈ আহিছে আৰু হৈয়ে থাকিব

  • @binudbaruah142
    @binudbaruah142 4 หลายเดือนก่อน +34

    Right dada ✊🏻✊🏻🔥🔥

  • @budheswarnath6516
    @budheswarnath6516 4 หลายเดือนก่อน +91

    পিছে আমাৰ ৰাইজ খনে কথাবোৰ পাহৰে অতি সোনকালে... জাতি, মাতি, ভেটি ৰসাতলে যাওঁক , কেৱল নিজৰ স্বাৰ্থ সুৰক্ষিত থাকক. ; আজিৰ অসমীয়া ৰাইজ খন এনেকুৱা হল , গতিকে....

    • @user-ed5sw6hk4s
      @user-ed5sw6hk4s 4 หลายเดือนก่อน

      গতিকে, শেষত গৈ বিজেপিয়েই শেষ হাঁহি মাৰিব . . .

    • @Srikaushikdas
      @Srikaushikdas 4 หลายเดือนก่อน

      ​@@user-ed5sw6hk4sআকৌ এবাৰ বিজেপি চৰকাৰ দূৰহৰ পৰা নমস্কাৰ ।। হিমন্ত টো ভাল মানুহ চিনা নাপাই সি আনন্দ মিশ্ৰ চাৰক চিনি নাপাই বোলে এটা সৰু চলিক সোধিলেও কৈ দিব ips আনন্দ মিশ্ৰ চাৰ বুলি আৰু সি চিনি নাপাই !! কিয় চিনি পাব দুৰ্নীতি বিৰুদ্ধে সষ্টম যে আৰু মিশ্ৰ চাৰ থাকিলে হিমন্ত নামৰ ৰজা ৰূপি দানৱ টো গ্ৰেপ্টাৰ হোৱা গেৰান্টি আছিল বেলেগ চৰকাৰ আহিলে টো ই গ্ৰেপ্তাৰ হোৱা টো 100 / 100 % গেৰান্টি কিন্তু মিশ্ৰ চাৰ থাকিলে শাসনতে গেপ্টাৰ হল হৈ 😂😂😂

  • @regonitvshow5798
    @regonitvshow5798 3 หลายเดือนก่อน +5

    Mja aru lage

  • @DimbeswarRajbongshi-hm7hl
    @DimbeswarRajbongshi-hm7hl 4 หลายเดือนก่อน +6

    অতি সুন্দৰ দাদা , বৰ্তমান সময়ত সুন্দৰ উপস্থাপন কৰিলে বহু ধন্যবাদ

  • @papuborah6257
    @papuborah6257 4 หลายเดือนก่อน +14

    সুন্দৰ ককাইদেউ❤️❤️❤️👍👍👍

  • @hiruscreation2315
    @hiruscreation2315 4 หลายเดือนก่อน +76

    ককাইদেউ আপুনি প্ৰথমবাৰৰ বাবে এটি গীতত উজনি নামনিক একত্ৰিত কৰাৰ চেষ্টা কৰিছে ধন্যবাদ ।

    • @variableplay9467
      @variableplay9467 4 หลายเดือนก่อน

      😂😂😂😂😂 ভাল জমনি কৰিলে। 😂😂

  • @kukildutta5102
    @kukildutta5102 3 หลายเดือนก่อน +4

    অসমীয়াৰ তেজ উতলা গীত ককাইদেউ 👌বহুত বহুত ধন্যবাদ মানসদা

  • @goutomborah2280
    @goutomborah2280 3 หลายเดือนก่อน +7

    Heavy jujh hobo

  • @bankimchandragogoi4333
    @bankimchandragogoi4333 4 หลายเดือนก่อน +45

    এটি সময়োপযোগী সুন্দৰ সাংস্কৃতিক প্ৰয়াস৷শুভেচ্ছা থাকিল অগণিত ৰাইজৰ এজন হিচাবে৷

  • @dipakhazarika512
    @dipakhazarika512 4 หลายเดือนก่อน +9

    সুন্দৰ

  • @arundhatidas7881
    @arundhatidas7881 3 หลายเดือนก่อน +7

    বঢ়িয়া দাদা

  • @gobinborpatragohain8570
    @gobinborpatragohain8570 4 หลายเดือนก่อน +6

    অতি সুন্দৰ

  • @jyotinathpathori3893
    @jyotinathpathori3893 4 หลายเดือนก่อน +10

    Ati hundhor Manosh daa...