অ' হুচিয়াৰ হুচিয়াৰ, হেৰ' ৰজা হুচিয়াৰ | নকৰিবি দেশতে, দেশৰে বেপাৰ|

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 1.2K

  • @deepjyotidas2397
    @deepjyotidas2397 9 หลายเดือนก่อน +6

    জয় আই অসম, কা আমি নামানো, ৰঙালী বিহুৰ হিয়াভোৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏

  • @KakuKBofficial
    @KakuKBofficial 9 หลายเดือนก่อน +2

    Babu da🔥🔥🔥🔥i love you babu da. Sobei pahore goise kio ❤❤❤❤🌚🤞🌸🌼💓🧡💛❣️💕🖤💚🥰💞😍🌹🌹🌷💐

  • @smile5432
    @smile5432 5 ปีที่แล้ว +32

    সময়ৰ পৰিষ্ঠিতিক লৈ সুন্দৰ গান,,,,,,

  • @RiyazKhan-rn6gb
    @RiyazKhan-rn6gb 4 ปีที่แล้ว +24

    বাবু দাদা আপুনি ইমান সুন্দর গান গালে সচায বহুত ভাল লাগিল।
    কা আমি নামানো।
    বিজেপিক খেদ।

    • @ThuI-y8r
      @ThuI-y8r 9 หลายเดือนก่อน +2

      Right

    • @JayantaPhukon
      @JayantaPhukon 3 หลายเดือนก่อน

      ​@@ThuI-y8r⁹999⁹9999⁹⁹9⁹⁹⁹9⁹⁹⁹😅⁹⁹⁹9⁹9⁹⁹⁹⁹

  • @RealFact0.1
    @RealFact0.1 5 ปีที่แล้ว +9

    বহুত ধুনীয়া হৈছে। ।। জয় আই অসম।।

  • @simantabhatta7940
    @simantabhatta7940 7 หลายเดือนก่อน +2

    কাক ভোট দিম নিজৰ কথা চৰকাৰ যাৰ নাথাকক সকলো একেই

  • @mridulbarman967
    @mridulbarman967 5 ปีที่แล้ว +18

    বাবু দা গীতটি শুনী ভাল লাগিল। জয় আই অসম

  • @padmosharma3034
    @padmosharma3034 5 ปีที่แล้ว +11

    ধুনীয়া লাগিল গানটো ।👍👍

  • @anupvlogs431
    @anupvlogs431 5 ปีที่แล้ว +71

    I m from dima hasao. No CAA we oppose CAB. JAI AI ASSOM

  • @jesminsultana5895
    @jesminsultana5895 5 ปีที่แล้ว +2

    Rekibul da aru Babu da bohut vl lagise gan2... mojja

  • @monujgogoi6919
    @monujgogoi6919 5 ปีที่แล้ว +173

    শিল্পী সকলে নিৰবিচিন্ন প্ৰতি খন মঞ্চৰপৰা CAA ৰ বিৰোধিতা ৰে সকলো ৰাইজক সজাগ কৰি ৰাখক.....
    মই ও আগৰবাৰ ভোট দিছিলোঁ কিন্তু এইবাৰ এক টোপাল তেজ থকালৈকে BJP ক ভোট নিদিও।
    বৰ ধুনীয়া গীত আৰু কথা কলে।
    ভাৰতীয় জাবৰ পাৰ্টি ................
    অসম গোবৰ পাৰ্টী...................

  • @samsulhoque7122
    @samsulhoque7122 5 ปีที่แล้ว +23

    অতি সুন্দৰ গীট জয় আই অসম আমি কা নামানো

  • @paragkalita8649
    @paragkalita8649 5 ปีที่แล้ว +42

    NO CAA, no BJP , joi aai axom ✊

  • @islamicknowledge6665
    @islamicknowledge6665 5 ปีที่แล้ว +75

    ধন্যবাদ ৰেকিবুল দা, আপোনাৰ প্ৰতিবাদি কন্ঠ সচাকৈ সলাগ লবলগীয়া,,,,,,,,

  • @bhaskarxetry608
    @bhaskarxetry608 4 ปีที่แล้ว +3

    Excellent অতি সুন্দৰ 👌 Love you Babu da
    জয় আই অসম

  • @aakroy3864
    @aakroy3864 8 หลายเดือนก่อน +1

    ধন্যবাদ জুবিনী ধন্যবাদ ভাষান ভাল লাগিছে।

  • @SanowarHussainOfficial
    @SanowarHussainOfficial 5 ปีที่แล้ว +5

    Very very very nice song 👌👌👌👌👌👌👌👌👌👌👌👌 Thanks for Babur Da

  • @rekabulhaque507
    @rekabulhaque507 5 ปีที่แล้ว +74

    বাবু দা আৰু ৰেকিব দা গানটো বৰ ভাল হৈছে।এই বাৰ২০২১চনত বিজেপি চৰকাৰক গাদীৰ পৰা নমাবা লাগিব নমাবনে ৰাইজ নমোৱা সকলে লাইক কৰক।
    বিজেপি চৰকাৰ খুচিয়াৰ,গো বেক, বিজেপি চৰকাৰ লৈ ই লৈ ই চৈ চৈ।। জয় আই অসম।।।

    • @boy1.568
      @boy1.568 4 ปีที่แล้ว

      Kuta

  • @Villagekingin
    @Villagekingin 4 ปีที่แล้ว +10

    ধন্যবাদ জনাইছো ছাত্ৰ সন্থা আৰু শিল্পী সমাজ আমি মৰি গলেও কাহ নামানো

  • @arjumasultana9105
    @arjumasultana9105 5 ปีที่แล้ว +8

    আজিলৈ মূৰ দাঙি থিয় হৈছো.. মৃত্যুৰ পাছত এনেকৈ থিয় হম..... মৃত্যু অনিবাৰ্য এদিন আহিব... যেতিয়ালৈ নাহে কাৰো ইমান ক্ষমতা নাই যে মাৰিব পাৰিব... আৰু না আহিলে কোনোবাই ৰখাব পাৰিব.... গতিকে যি কৰে কৰক আমি CAA নামানো আৰু দেখা পাম অহংকাৰী দলৰ ধংসলীলা... জয় আই অসম জয় আই অসম জয় আই অসম

  • @jggshhsjhsbbsbb5150
    @jggshhsjhsbbsbb5150 5 ปีที่แล้ว +9

    Rekibul da kotha bore bohut mojja lagisay

  • @nirathengal1872
    @nirathengal1872 4 ปีที่แล้ว +23

    ধন্যবাদ ৰেকিবুল দা আপোনাৰ প্ৰতিবাদী গানৰ বাবে

    • @Ajmer-hm2or
      @Ajmer-hm2or ปีที่แล้ว

      Ssss♥️♥️🍒🍒🥰

    • @AmiyaSaikia-em7cd
      @AmiyaSaikia-em7cd 8 หลายเดือนก่อน

      Asadkia❤ 5:23 😅

  • @dimpusvolgs
    @dimpusvolgs 5 ปีที่แล้ว +12

    dhuniya lagise potibadi gaan bur huni
    জয় আই অসম

  • @nityagogoi478
    @nityagogoi478 8 หลายเดือนก่อน +1

    সুন্দৰ , NO CAA .

  • @MofidulIslam-dj4gz
    @MofidulIslam-dj4gz 5 ปีที่แล้ว +7

    Nice song 👌👌জয় আই অসম

  • @juntiduwarah
    @juntiduwarah 10 หลายเดือนก่อน +1

    বহুত ধুনীয়া লাগিছে দেই গানটো ❤❤❤❤❤

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 ปีที่แล้ว +5

    গায়ক জনক অশেষ ধন্যবাদ ও দীৰ্ঘায়ু কামনা কৰিলো।

  • @manashmotivation5573
    @manashmotivation5573 5 ปีที่แล้ว +39

    বাবু দাৰ গান বঢ়িয়া হৈছে জয় আই অসম CAB আমি নামানু

  • @rajibali946
    @rajibali946 5 ปีที่แล้ว +89

    ৰেকিবুল দা আপোনী গানটো ৰচুতে ভাবিচিলে নে...অসমত এনে প্রতিবাদ হব বুলি গানটো kintu কামত দিলে....জয় আই অসম.....

    • @jyotishbora5165
      @jyotishbora5165 3 ปีที่แล้ว +4

      মাঠা টো

    • @RM-rf7fl
      @RM-rf7fl 3 ปีที่แล้ว +1

      Nalge

    • @raktim9489
      @raktim9489 2 ปีที่แล้ว

      @@jyotishbora5165 0

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว

      @@jyotishbora5165 তোৰ মাথাটো গোবৰ ।

    • @LatifaBegumPradhani
      @LatifaBegumPradhani 10 หลายเดือนก่อน +2

      Bu ye​

  • @rimpidas584
    @rimpidas584 9 หลายเดือนก่อน +2

    বহুত ভাল লাগিছে আপোনাৰ গান বাবু দাদা

  • @farhanaofficial9155
    @farhanaofficial9155 4 ปีที่แล้ว +6

    Very nice song 👌👌♥️♥️

  • @nipuahmed245
    @nipuahmed245 8 หลายเดือนก่อน +1

    ভাল লাগিল গান টো শুনি ❤

  • @লোহিত
    @লোহিত 3 ปีที่แล้ว +12

    বৰ সুন্দৰ গীত।

  • @shortlovestorysong775
    @shortlovestorysong775 5 ปีที่แล้ว +4

    Babu da CAB/CAA Ami Namano
    Joy I axom ..... Thanks BABU

  • @sahidurahmed9055
    @sahidurahmed9055 5 ปีที่แล้ว +73

    No CAA
    We Oppose CAA
    North East Oppose CAA
    জয় আই অসম

  • @moshmibarman7661
    @moshmibarman7661 5 หลายเดือนก่อน +1

    বাবু অসমৰ এগৰাকী সন্মানীয় স্থিৰ শিল্পী গায়কৰ লগতে এজন দৃঢ় নিৰভীক মানুহ।

  • @kiritideka1080
    @kiritideka1080 5 ปีที่แล้ว +42

    সুৰতো ভাল লাগিল । গানে পৰিবৰ্তন আনিব পাৰিবনে? ৰাজনৈতিক দল খোলক আকৌ । নিৰ্বাচনত জিকি ৰজা (গণতন্ত্ৰত ৰজা নাই) হ‌ওঁক আৰু পৰিৱৰ্তন আনক !

  • @alokdutta5907
    @alokdutta5907 ปีที่แล้ว +4

    বৰ্তমান সময়ৰ পৰিস্থিতিক লৈ অতি সুন্দৰ গান ৰচনা কৰিছে । আমি অসমৰ ৰাইজে কেতিয়াও কোনোপধ্যে আগতেও কা' মনা নাছিলো,বৰ্তমানো নামানো আৰু ভৱিষ্যতেও কা' নামানো । আমি নিজৰ স্থিতিত সদায় অটল আছো আৰু সদায় নিজৰ স্থিতিত অটল থাকিম আৰু বিজেপি চৰকাৰে আমাৰ অসমীয়া জাতিক লৈ বেপাৰ কৰা তহঁতি বন্ধ কৰিবই লাগিব । ঐ দিল্লী শুনি ল আমি কা' নামানো,দিছপুৰ শুনি ল আমি কা' নামানো,গুলিয়াই মাৰিলেও কা' নামানো,মৰিয়াই মাৰিলেও কা' নামানো । জয় আই অসম ।

  • @welcometomychannel8624
    @welcometomychannel8624 5 ปีที่แล้ว +3

    ভাল লাগিল বাবু দা
    জয় আই অসম
    We are Assamese
    We are indian
    Hit like this supported people ??

  • @johnyengti7384
    @johnyengti7384 5 ปีที่แล้ว +8

    Love you Babur da, C(A)A go back, bjp go back (Bangladeshi Janata Party)

  • @Dekabibhan
    @Dekabibhan 5 ปีที่แล้ว +3

    Vedio2 sai bahut vl lagil Babu da

  • @tridib-nagaon
    @tridib-nagaon 5 ปีที่แล้ว +23

    Nice song indeed. God bless Assamese people. Jai Aai Asom❤❤❤❤

  • @jitashrisaikia8754
    @jitashrisaikia8754 5 ปีที่แล้ว +4

    Babu daa mojja lgil....CAA aami namanu..জয় আই অসম ।

  • @deepjyotidas2397
    @deepjyotidas2397 9 หลายเดือนก่อน +1

    বাংলাদেশী হুছিয়াৰ, জয় আই অসম ✊✊✊

  • @AsadShortClip
    @AsadShortClip 5 ปีที่แล้ว +210

    NO CAA
    WE OPPOSE CAB
    কেব আমি নামানো।
    জয় আই অসম।

    • @nabatalukdar7143
      @nabatalukdar7143 5 ปีที่แล้ว +8

      বাবু,দা,ভাল,লাগিছে

    • @lisandeka4627
      @lisandeka4627 5 ปีที่แล้ว +4

      Right

    • @imds8134
      @imds8134 5 ปีที่แล้ว +2

      C(A)A ami namanu C(A)A amak nalage Joy ai okhom.... Bondhu khokol

    • @AbdurRahman-gx1kb
      @AbdurRahman-gx1kb 5 ปีที่แล้ว +2

      No caa

    • @AbdurRahman-gx1kb
      @AbdurRahman-gx1kb 5 ปีที่แล้ว +1

      Joi ai assom

  • @rakhimonikalitanew8386
    @rakhimonikalitanew8386 5 ปีที่แล้ว +2

    Bohut val lagise song tu

  • @anilbora2237
    @anilbora2237 4 ปีที่แล้ว +6

    বিটিচিত হেলিকপ্টাৰ ৰ 🚁🚁 হাৱা গ'ল (Zero হল), গড় বোৰ কাজিৰঙাত মৰা গ'ল, গৃহ কন্দলত 🥊🥊কমপমান অসম ( Boxing), Corruption ৰ সৌদাগৰ দ'ল, কামত সক্ষম নোহোৱা দ'ল ।😀😁😀😁 গানেৰে পেট নভৰে লাগে উন্নয়ন, প্ৰগতি । জয় আই অসম, জয় হিন্দ, জয় বিজেপি 🌺🥀🌹👍

  • @ratulratul3149
    @ratulratul3149 5 ปีที่แล้ว +2

    Nice song RekibuL Da with Babu Da....

  • @nazmulahmed1103
    @nazmulahmed1103 5 ปีที่แล้ว +8

    Babu da always love your these kind of masterpiece... love you

  • @pranabhazarika4985
    @pranabhazarika4985 5 ปีที่แล้ว +13

    জয় আই অসম।। কা আমি নামানো।।। সুন্দৰ গীত।।

  • @PranabDas-em4un
    @PranabDas-em4un 5 ปีที่แล้ว +206

    জয় আই অসম।
    তেজেৰ ৰাঙলী হৈ যাবঅসম যদি বাংলাদেশী আনে।

    • @Sangishahmedmusical
      @Sangishahmedmusical 5 ปีที่แล้ว +3

      জয় আই অসম 👍💪💪

    • @imds8134
      @imds8134 5 ปีที่แล้ว +1

      Joy ai okhom.... Khokolu A ack gut hou aha...

    • @Sabitra__Moran
      @Sabitra__Moran 5 ปีที่แล้ว +1

      জয় অাই অসম..
      Babu Da apunaluke gamusa akhon akhon loi lobo.....
      We oppose ČAB /CA

    • @krajkhowa4397
      @krajkhowa4397 5 ปีที่แล้ว +1

      Assamese song

    • @dhrubosarma6256
      @dhrubosarma6256 5 ปีที่แล้ว +1

      Bangladesi...asei.miabor.dekha...nai

  • @pulinchandraboruah5976
    @pulinchandraboruah5976 4 ปีที่แล้ว +1

    CAA aami kunu poidhei nemanu . BJP go back . Akhil Gogoi Zindabad .

  • @paragkakati6165
    @paragkakati6165 5 ปีที่แล้ว +106

    Mosti , no CAA .go back bjp

  • @tututaid6515
    @tututaid6515 2 ปีที่แล้ว +3

    Very good song. Number 1 song.

  • @b.kalita1381
    @b.kalita1381 5 ปีที่แล้ว +7

    Moja babu da,gaan tu perfect

  • @d.k.rabhavlogs7153
    @d.k.rabhavlogs7153 4 ปีที่แล้ว +1

    আপুনি এটা কথা জনা উচিত বাবু দা... আপুনি BGP তকৈ বেচি মুৰত হাটোৰা মৰা পাৰতিৰ হৈ কাম কৰি আচে | আপুনাৰ ইমেজ আপুনি নিজে কিয় বেয়া কৰি লৈ আছে | আপুনাক আমি গায়ক বাবু দা বোলি জানু, দাগ লোগা ৰাজনীতিবিদ বোলি নাজানু...

  • @manashprotimborgohain5200
    @manashprotimborgohain5200 5 ปีที่แล้ว +12

    বাবু দা ৰেকিবুল দা মজা জয় আই অসম

  • @pranabdas7121
    @pranabdas7121 5 ปีที่แล้ว +4

    বি.জে.পি.ক ভোট নিদি কাক ভোট দিম..NRC হৈ 50 লাখ বিদেশী স্বদেশী হল তেতিয়া শুই থাকি এতিয়া সাৰ পালে কি হৱ ? কংগেছৰ ,,চি পি এম ৰ মুছলিম মিঞা কেইজন স্বদেশী হৈ পৰিল...আমিও কা মানিম,,,,A.G.P. long live

    • @parimalmandal2916
      @parimalmandal2916 5 ปีที่แล้ว +1

      Absolutly ri8

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว +1

      অবৈধ হিন্দু বাংলাদেশী আৰু বিজেপিৰ দালালবোৰে কা' মানিলেও আমি কেতিয়াও কা' নামানো আৰু বিজেপিক ভোট নিদিও । খিলঞ্জীয়া হিন্দু-মুছলমান বুলি কোনো কথা নাই সকলোৱেই স্বদেশী । জয় আই অসম ।

  • @Piper96t8
    @Piper96t8 5 ปีที่แล้ว +132

    বাবু দা ভাল লাগিল জয় আই অসম

  • @BILAT_MANDAL
    @BILAT_MANDAL 5 ปีที่แล้ว

    CAA ami namanu.....relly babu da Nice song ..Joi ai axom

  • @RanjitKumar-dk1tq
    @RanjitKumar-dk1tq 5 ปีที่แล้ว +17

    কা আমি নেমানো । জয় আই অসম

  • @NavaPegu-g3h
    @NavaPegu-g3h ปีที่แล้ว +3

    ধুনীয়া গীত

  • @roman592
    @roman592 5 ปีที่แล้ว +10

    Wha gaantu dhuniya hoise

  • @lukuborah7388
    @lukuborah7388 10 หลายเดือนก่อน +1

    দেশৰ হকে পান দিম আপোনালোকলৈ ধন্যবাদ আগবাহি যাৱক

  • @risingsunabhijit5407
    @risingsunabhijit5407 5 ปีที่แล้ว +67

    জয় আই অসম । ২০২১ ত ইয়াৰ প্ৰত্যুত্তৰ দিম ।

    • @GBEntertainment15
      @GBEntertainment15 5 ปีที่แล้ว

      Aami caa namanu

    • @kobatali5768
      @kobatali5768 4 ปีที่แล้ว

      I

    • @AbdurRahaman-so3kh
      @AbdurRahaman-so3kh 4 ปีที่แล้ว

      @@kobatali5768 might by

    • @shankarjyoti5920
      @shankarjyoti5920 3 ปีที่แล้ว

      এইয়া সময়।

    • @kamrup133
      @kamrup133 2 ปีที่แล้ว

      কি হল আপোনাৰ লেবেল উত্তৰ নিদিয়ে নেকি

  • @moramedas2080
    @moramedas2080 3 ปีที่แล้ว

    Super hit video song dada very very nice video

  • @mangalapanging7210
    @mangalapanging7210 5 ปีที่แล้ว +4

    Thank you babu da moyu CAA pratibadi

  • @trinayannath4799
    @trinayannath4799 5 ปีที่แล้ว

    Bhut dhunia babu daa..joi ai axom..aso

  • @jggshhsjhsbbsbb5150
    @jggshhsjhsbbsbb5150 5 ปีที่แล้ว +7

    Babu da ca Ami namanu...joy ai oxom...💖💖💖💞. Mojja song

  • @tamizalam2933
    @tamizalam2933 3 ปีที่แล้ว

    Mojjah hoise de song to

  • @rhinopleasure2416
    @rhinopleasure2416 5 ปีที่แล้ว +26

    Yessss no CAA BJP go back

    • @mukulali8739
      @mukulali8739 5 ปีที่แล้ว

      rhino pleasure no caa

    • @Papulugogoi
      @Papulugogoi 5 ปีที่แล้ว

      Yes good socice

  • @rumabegumbegum4084
    @rumabegumbegum4084 5 ปีที่แล้ว +4

    জই আই অসম

  • @abhijitboruah7446
    @abhijitboruah7446 5 ปีที่แล้ว +6

    Mojahhhh babu daa

    • @rajkr7773
      @rajkr7773 5 ปีที่แล้ว

      Mozza lagil

  • @ziadurrahman3966
    @ziadurrahman3966 4 ปีที่แล้ว +2

    Very beautiful song 💞

  • @rgedited8701
    @rgedited8701 5 ปีที่แล้ว +3

    বাবু দা !মজা 👍👍👍

  • @pkcreation8221
    @pkcreation8221 2 ปีที่แล้ว

    Good function...ganor mje mje kotha...

  • @nituregonichandmarichadini7334
    @nituregonichandmarichadini7334 5 ปีที่แล้ว +130

    কা নামানো। নামানো নামানো নামানো। জয় আই অসম।

    • @lisandeka4627
      @lisandeka4627 5 ปีที่แล้ว +5

      Caa nemaanu.....tez dim mati nidiu✊✊✊✊✊✊✊✊✊

    • @yajuddinali2980
      @yajuddinali2980 4 ปีที่แล้ว +4

      Nice

    • @mishalahmed6610
      @mishalahmed6610 4 ปีที่แล้ว

      Fjjjj@@lisandeka4627 hejjŕhellllllml

    • @raihanuddin8711
      @raihanuddin8711 3 ปีที่แล้ว

      Vall lagise babu daa gan to

    • @raihanuddin8711
      @raihanuddin8711 3 ปีที่แล้ว

      Ami Aponar logot asu

  • @pulokbaidya
    @pulokbaidya 4 หลายเดือนก่อน

    গীততু শুনি ভাল‌ লাগিছে।

  • @Pokemon8812-c1q
    @Pokemon8812-c1q 5 ปีที่แล้ว +58

    Val lagise babu da aru rekibul da

  • @mukhtarhussain6246
    @mukhtarhussain6246 5 ปีที่แล้ว +1

    Bohut val lagise Babu Da....Ami aponar logot asu....aru xodai thakim...

  • @bijusinha1826
    @bijusinha1826 5 ปีที่แล้ว +6

    I am from cachar ..no. caa we oppose caa

  • @jyotishmansarmaassamkamrup1840
    @jyotishmansarmaassamkamrup1840 5 ปีที่แล้ว +3

    জয় আই অসম
    বাবু দা জিন্দাবাদ

  • @pranabdas5142
    @pranabdas5142 5 ปีที่แล้ว +34

    I love the lyrics very well composed. Assam Strong.

  • @JoyprakashHazarika-z1p
    @JoyprakashHazarika-z1p 5 ปีที่แล้ว +21

    CAA আমি কেতিয়াও নামানো, জয় আই অসম

  • @samirgaming4030
    @samirgaming4030 5 ปีที่แล้ว +2

    Nice babu da.jai aai axom.

  • @anowarhussen4693
    @anowarhussen4693 5 ปีที่แล้ว +14

    Babu Dada caa nalage jo ai Axom

  • @pulinchandraboruah5976
    @pulinchandraboruah5976 4 ปีที่แล้ว

    Bohut bohut borhia lagise .Jobab nai Excellent geet .

  • @saminurislam3412
    @saminurislam3412 5 ปีที่แล้ว +4

    Mojjaaah

  • @mbillal634
    @mbillal634 5 ปีที่แล้ว

    বাপু দা আপোনাক অশেষ ধন্যবাদ। কা আমি মানি নলও।

  • @muqtasvlogs7346
    @muqtasvlogs7346 5 ปีที่แล้ว +4

    Rekibul is unique lyricist

  • @hafijunesa3272
    @hafijunesa3272 4 ปีที่แล้ว +1

    Babu bhot Val lagil 😍👍🌺

  • @jkworks3411
    @jkworks3411 5 ปีที่แล้ว +4

    i love babu da 💝💝💝 জয় আই অসম...

  • @basantarabha7791
    @basantarabha7791 4 ปีที่แล้ว +1

    ধন্য বাদ জয় আই অসম ।

  • @matiurali4497
    @matiurali4497 5 ปีที่แล้ว +19

    জয় আই অসম

  • @munnafali5076
    @munnafali5076 4 ปีที่แล้ว +2

    No caa no cab
    জয় আই অসম

  • @safiqulislam5631
    @safiqulislam5631 4 ปีที่แล้ว +3

    কা আমা নামানো জয় আই অসম

  • @habijulrahman2368
    @habijulrahman2368 3 ปีที่แล้ว

    Like brother nice song

  • @karabidas2815
    @karabidas2815 5 ปีที่แล้ว +40

    Ami CAA namanu...joi aai axom

  • @dulnath7629
    @dulnath7629 5 ปีที่แล้ว +1

    Babu da aetu mja lagil

  • @anupamborah4844
    @anupamborah4844 5 ปีที่แล้ว +11

    জয় আই অসম
    কা অমি নেমানো