@@dhritirajkashyapsunu4211 jodi alop parliament r kotha jana tente aibur nkoba BJP moi nije support koru kintu gaurav gogoi r dore kontho parliament t lage axomor problem but t mat dibole karon bakibure he2 nuare .... Val Tu cal koba nhole neutral thaka... Blg r chate t ahi spam koribo nalage
Sir we are proud of you as a assamese. Sir you are most well come to Jorhat. I hope you are definitely win our parliamentary constituency and God bless you .
Next C.M of Assam 💪 sir ata kotha aponi aru sherman Ali Ahmed actually geniune person 👍 ai doijnei hahkhio neta ❤❤ the both are greatest leader of Assam 💪💯
Vote for gorav and lurin.... As a BJP supporter I support these two leader for future of assam.... Basically for upper assam because we have one leader from BJP sarbananda but tau akw voice nai... Tau cm seat to bosaba nuarila.... Polala Assam pora
যোৰহাটৰ প্ৰত্যেক জন সচেতন নাগৰিকৰ প্ৰথম পছন্দ গৌৰৱ গগৈ। আমাৰ গৌৰৱ; অসমৰ গৌৰৱ❤️❤️
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
জয়ী হ'ব গৌৰৱ জয়ী হ'ব শিৱসাগৰ বাসী , যোৰহাট বাসীৰ, জিলিকিব অসম এইবাৰ পৰিৱৰ্তন নহয় ৰূপান্তৰ হ'ব জনসাধাৰণে আবেগেৰে নহয় বিবেকৰে দিব ভোট সোণালী দিন উদযাপন কৰিব ৰাইজে সমগ্ৰ অসমবাসীয়ে কৰযোৰে প্ৰথনা কৰিছোঁ সঁচাই ভাল হ'ব ❤
Jorhat , sibsagar nohoi gutey okhomot joy hok moi kamrup or pora teur supporter hisabe asu
@@sanjudas8854 nisoy🙏🏼🤍
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
মোৰ সৌভাগ্য যে মই তেওঁক ভোট দিৱ পাম ❤️জয় গৌৰৱ গগৈ ❤️
প্ৰকৃত গণতন্ত্ৰ ৰক্ষক গৌৰৱ গগৈ জয়েই গণতন্ত্ৰৰ জয়। আমাৰ আশা, সুখ, শান্তি ৰক্ষা আৰু মূৰ দাঙি জীয়াই থাকিব পৰা ব্যৱস্থাই গণতন্ত্ৰ। বৰ্তমান শাসন ব্যৱস্থা ক'ৰ্পৰেট গোষ্ঠীৰ কবলত পৰি চৰকাৰী সম্পদ লোণ্ঠনৰ যজ্ঞ চলিছে।
বৃহৎ পুঁজিপতি হাতলৈ দেশৰ সম্পদ গুচি গৈছে ।
ৰাইজে নিজৰ বহু মূল্যবান ভোট হাতৰ চিনত দি গণতন্ত্ৰক ৰক্ষা কৰাৰ বিনম্ৰতাই প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏🙏।
Gaurab
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
যোৰহাটত গৌৰৱ দাই হব, সংসদ, নে কি কয় ৰাইজ, কংগেছ বুলি নহয়, এজন ভাল মানুহ হিচাপে জয় হব❤
Hosa kotha koise dada
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
Xosai val manuh hoi teu xei karone sobe jikabo 🙏🙏 moi nagaon hoi teuk moi bohut val pau teu nisina kotha kunu ye kobo nuware
Tarun gogoi ajon vl manuh asil ...
Heibuli gourav gogoi u j ajon vl manuh hbo tar ki mane ase
মই যোৰহাট জিলাৰ নহ'লেও মই গৌৰৱ গগৈ দাঙৰীয়া লগত সদায় থাকিম । কংগ্ৰেছ দলৰ বুলি নহয়। গৌৰৱ গগৈ জিন্দাবাদ জয় আই অসম 🎉
হাজাৰ শিয়ালৰ মাজত এটা সিংহই যথেষ্ট, গৌৰৱ গগৈ জিন্দাবাদ। 💪
বাকিবোৰ নকওঁ,তিনি গগৈ জিন্দাবাদ
3 Gogoi jindabad
3 Gogoi zindabad
Gogoi 🔥
Sabodhan, miyar utpat jate Nabare, sorkari Madrasa jate akou salu nohoy, Bal- bibah jate akou arambho nohoy, bohubibah jate aru akou legalized nohoy😂
3 gagaiar logote mira baidew jindabad
আমাৰ গৌৰৱ, অসমৰ গৌৰৱ।
গৌৰৱ গগৈ আহিছে, আহিছে আহিবই।
গৌৰৱ গগৈ জিকিছে, জিকিছে জিকিবই।
জয় আই অসম।।
গৌৰৱ গগৈ অসম ভাৰতৰ লগতে বিশ্বতে উজ্জ্বলি উঠক ❤❤❤❤
❤❤❤👍👍👍
কি হব অসমৰ কিছুমান মানুহে কেইটকা মান টকা পালেই বিবেক বিক্ৰি কৰে ।
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
Future CM OF ASSAM
Nohoi....... future PM
BJP nlage,
Yess
গৌৰৱ গগৈ আমাৰ সকলোবে হৃদয়ত থাকি বা ৷ তোমাক ঈশ্বৰে সহায কৰক। আশীবাদ কৰিছো কৃষ্ কৃষ্ণ কৃষ্ কৃষ্ণ ৷
গৌৰৱ গগৈ যোৰহাট ত বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে, আৰু জিকিবলৈ সক্ষম হ'ল,, কোনে গৌৰৱ গগৈ জিকাৰ পিছত চাবলৈ আহিছে,,like kori juwa👍
একালত অসমৰ মুখ্যমন্ত্ৰী হ'ব জয় আই অসম ১০০%
😂😂😂😂😂😂
😂😂bhl ko da kin 2 miya r vot loi mp hoi khi😂😂😂😂
@@dhritirajkashyapsunu4211 jodi alop parliament r kotha jana tente aibur nkoba BJP moi nije support koru kintu gaurav gogoi r dore kontho parliament t lage axomor problem but t mat dibole karon bakibure he2 nuare .... Val Tu cal koba nhole neutral thaka... Blg r chate t ahi spam koribo nalage
😂😂
Gaurav gogoi jindabad❤
অসমৰ উজ্জ্বল নক্ষত্ৰ গৌৰব গগৈ।
আপোনাৰ জয় মানেই অসমৰ জয়।
মনে প্ৰাণে আপোনি জয় হোৱাটো কামনা কৰিছোঁ। জয় আই অসম।
অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। সূৰ্যৰ নদী হৈ বৈ ৰোৱা অনন্ত কাললৈ প্ৰতিজন অসমীয়াৰ মানসপটত। সাম্প্ৰতিক সময়ৰ আটাইতকৈ শক্তিশালী আৰু দক্ষ তথা গুণগত মান বিশিষ্ট ৰাজনৈতিক কৰ্মী,সমাজসেৱক। সন্মানীয় সাংসদ গৌৰৱ গগৈৰ মহীয়ান কৰ্মৰাজিৰে আমি গৌৰৱান্বিত। এই হিতৈষী যাত্ৰা বিশ্বমুখী হোৱাৰ শুভ কামনাৰে। বিজয়ী ভৱ:🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️
গৌৰৱ গগৈ দাক আপোনালোকৰ বহুমূলীয়া ভোট দি জয় যুক্ত কৰে যেন সকলোৰে।
Bjp
Bjp k vote dim bea napabo.
Ki genta tu koribo congrass ye 😂
গৌৰৱ গগৈ পাগল কাম নাই মানুহে মাৰিব তাক
Gorob gogoijikila atiya ki ko maribin tak sudur vai kam nai@@Indrajit-sy5ze
যিমানেই যি হওক যোৰহাট লোক সভা সমষ্টি ত গৌৰৱ গগৈ ।
Gu hara dibo nam sur geda i vot dibo tak blg a nede😂😂😂
kela buleye kolu tuk
@@dhritirajkashyapsunu4211 dekha jabooo
Tur nisina himanta, modir gu kuha ketai nidileu Gaurav jikibo@@dhritirajkashyapsunu4211
BJP r somsa bure tenekuwai mat matib jane...vdrota nai@@dhritirajkashyapsunu4211
গৌৰৱ দা মই মনৰ পৰা আশীৰ্বাদ কৰিছো যাতে আপুনি জয় লাভ কৰে।
আমাৰ গৌৰৱ
🇮🇳
গৌৰৱ গগৈ চিৰঞ্জীৱ হওক।
সকলো শিৱসাগৰ, যোৰহাট ৰ হৈ যোৰহাট সমষ্টিৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দিয়ে যেন 🙏অসমৰ এগৰাকী দক্ষ সাংসদ অসমৰ হৈ মাত মতা নেতা অসমৰ গৌৰৱ❤
আন্তৰিক অভিনন্দন গৌৰৱ।
প্ৰভু ভগৱন্তই সকলো মনোবাঞ্ছা পৰিপূৰ্ণ কৰক। বিজয়ী ভৱ:❤❤❤❤❤❤❤❤❤❤
এতিয়াৰ দৰে সদায় সাহসী হলে আপুনি এদিন জয়ী হবয়ে।
৩ গগৈ জিন্দাবাদ🙏🙏🙏
😂😂😂
আগুৱাই যাওঁক ভগবানৰ ওচৰত এয়ে প্ৰাৰ্থনা।
ভগবানৰ ওচৰত শতকৌটি প্ৰাৰ্থনা সমগ্ৰ বিশ্বৰে গৌৰৱ হৈ ৰওঁক।
গৌৰৱ দা তোমাক লৈ গোটেই অসমবাসীয়ে সপোন দেখিছে, আৰু তোমাক সকলোৱে আশিবাদ কৰিছে। মই যোৰহাট সমষ্টিৰ নহ'লেও মই আপোনাৰ লগত আছোঁ। মোৰ যিমান চিনাকি আছে আৰু ঘৰৰ মানুহ আছে সকলোকে অনুৰোধ কৰিছোঁ,যে তোমাৰ লগত থাকিবলৈ। গৌৰৱ গগৈ জিন্দাবাদ। কিন্তু মই কোনো পাৰ্টিৰ নহয়।
Same moiu I am from majuli 💐
অসমৰ হৈ বলিষ্ঠ কণ্ঠেৰে মাত মাতিবলৈ যোৰহাট লোকসভা সমষ্টিবাসী সকলো ভোটাৰ ৰাইজৰ
এইবাৰ দ্বায়িত্ব আহি পৰিছে গৌৰৱ
গগৈক বিপুল ভোটত জয়লাভ কৰাই সংসদলৈ পঠোৱা।সমষ্টিবাসী ৰাইজে কথাটো
অতি সচেতনাৰে আৰু গুৰুত্ব সহকাৰে লোৱা একান্ত কৰ্তব্য বুলি
বিবেচনা কৰিলে অসমবাসীয়ে অতি আনন্দিত তথা চিৰকৃতজ্ঞ হৈ থাকিব
বুলি অসমৰ চোকেকোণে প্ৰচাৰ চলিছে।
জয় আই অসম❤❤❤গৌৰৱ গগৈ জিন্দাবাদ💪💪
অসমৰ সিঙহ পুৰুষ গৌৰৱ গগৈ।সততাৰে ৰাজনীতিকৰক ৰাইজ সদাই লগত থাকিব।
আমাৰ গৌৰৱ, পৃ থিৱীৰ গৌৰৱ হ ওঁক এইয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা
এটা সময় আহিব যিদিনা "গৌৰৱ গগৈ" অসমৰ মুখ্যমন্ত্ৰী হ'ব সেইদিনা আৰু ভাল লাগিব.. Best wishes to you Sir.
😅
Bad dia he
গানটো আৰু videography মজা হৈছে । জুই ।
ভগৱানে আপোনাক জয়যুক্ত কৰক, কৃষ্ণ 🙏
কলি যুগৰ সুন্দৰ মনৰ অৱতাৰি পুৰুষ হোৱা তাকেই কামনাৰে আশীৰ্বাদ যাচিলো।🎉🎉🎉
জোৰহাট ৰাইজৰ বাবে পৰম ভাগ্য গৌৰৱ গগৈ আহি আছে
ঈশ্বৰে সহায় কৰক।গৌৰৱ গগৈ জিন্দা বাদ ।
অসমৰ গৌৰৱ গৌৰব গগৈ
যোৰহাটৰ গৌৰৱ গগৈ
বলিষ্ঠ কন্ঠ গৌৰৱ গগৈ
আমাৰ ভবিষ্যত গৌৰৱ গগৈ 👍👍
গণতন্ত্ৰ ৰক্ষাৰ বাবে গৌৰৱ গগৈক ভোট দিম।
চেলি্বেট হৈ আহিছে ৰাজ নিতিলৈ গৌৰৱ গগৈ সঁচাকৈ বহু ত ভাল লগা ব্যক্তি❤❤❤❤👍💯🌹🌹🌹
Assam proud. Indian Proud. Gaurav Gogoi zindabad.
Gaurav Daa CM hobo lgibo Assam r...✌✌✌
আমাৰ সকলোৰে অতিকৈ মৰমৰ হিয়াৰ আমঠু জনেই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ। এজন সহজ সৰল শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। কংগ্ৰেছৰ জয় ৰাইজৰ জয়।আমি ভোট দিম কাক কংগ্ৰেছক গৌৰৱ গগৈ ডাঙৰীয়াক।❤❤
বৰ্তমান অসমৰ এজন খুব ভাল নেতা ।❤
আমাৰ ভবিষ্যত গৌৰৱ গগৈ ❤🎉
গৌৰৱ গগৈ আৰু গৌৰৱ হওঁক তাৰে কামনা কৰিলোঁ ঈশ্বৰৰ চৰণত বাৰম্বাৰ অনুৰোধ জনোৱা হল 🙏🙏👍
জয় আই অসম।
গৌৰৱ গগৈ জিন্দাবাদ। আমি সকলোৱে আছো ভগৱান ৰ ওচৰত প্ৰাৰ্থনা কৰি ছো ।
One of the few people from Axom who can actually speak in the Parliament 😊
Gourov gogoi zindabad teor uporot amar bohut axirbad ase
Face of Assam & Voice of Northeast. Gaurav Goigoi Zindabad. ..
Sir apuni jikibo. God bless you ❤❤❤
💚GG zindabad.Gogoi jati zindabad.💚
Sir we are proud of you as a assamese. Sir you are most well come to Jorhat. I hope you are definitely win our parliamentary constituency and God bless you .
গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ ❤❤❤❤❤❤❤
সংবিধান ৰক্ষাৰ যুঁজ এইবাৰ। গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। গৌৰৱ গগৈক ভোট দিয়ক।
26 OT Assam OR CM Gourav Gogoi ❤
গৌৰৱ গগৈ জিন্দাবাদ
❤জয় আই অসম ❤ গৌৰৱ গগৈ জিন্দাবাদ। অসমৰ গৈৰৱ ❤
গাৰ নোম হিয়ৰি উঠে ও দাদা @gaurav gogoi 😔😔❤️❤️। অসম খন বচাওক আপুনি ❤️❤️
অসমৰ গৌৰব তথা জাতিৰ গৌৰৱ ককাইদেউ পূৰ্বতে আমাৰ সমষ্টিৰ সাংসদ আছিল। প্ৰথমতে বেয়া লাগিছিল। কিন্তু বৰ্তমান যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ দাদাৰ প্ৰতি থকা মৰম দেখি আমি অত্যন্ত সুখী।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো যে শাসক দলৰ এইজন ব্যক্তিৰ প্ৰতি ইমান ভয়, যাৰ বাবে বাৰে বাৰে ষড়যন্ত্র কৰিও বিফল হোৱা দেখা গৈছে।
ভৱিষ্যতৰ মূখ্যমন্ত্ৰী ❤✨
,❤❤❤❤❤
Asom Gaurav , Gaurav Gogoi, Zindabad, Jorhat Zindabad,
আজি বহু ত সুখি গৌৰৱ গগৈৰ জয় লাভ কৰা বাবে
Maa kamakhya r আশীৰ্বাদ আছে গৌৰৱ গগৈ লগত
আপোনাকৰ বহুমূলীয়া ভোট তো গৌৰৱ গগৈ দি যাতে জয় কৰে 🙏🙏 গৌৰৱ গগৈ ৰ প্ৰয়োজন আছে অসমৰ বাবে
New jenneration perfect candidate ❤❤❤❤
মই যদি যোৰহাটৰ হলো হয় তেনেহলে নিজকে বৰ সুখী বুলি অনুভৱ কৰিলোঁ হৈ।যিকিনহওক অসমৰ গৌৰৱ দা জিন্দাবাদ।
Excellent..We want a lion like u in politics. Ppl need an educated and dynamic person. Congratulations 🎉🎉
Now Every educated Assamese wants Gaurav Gogoi to win❤❤🎉 New generation wants a responsible CM..!
Gourav da Assam Gourav ❤❤❤
Love you Gourav Gogoi daa❤️...........we are always with you👍
অসমৰ গৌৰৱ, গৌৰৱ গগৈ ❤️❤️❤️✌️✌️✌️✌️✌️
God bless u sir. N best of luck..❤❤❤ jikiboi apuni sir vogoban ase apunar logot.
Roja hodai Roja, harileu jilileu apuniye roja❤
হয় , গৌৰৱ গগৈ দেৱ জিকিব! ৰাইজৰ হকে মাত দিবলৈ গৌৰৱ গগৈ দেৱ ক জিকিব লাগিব ❤🎉 for the people,by the people ❤...
Gourab gogoi joy houk vogobanor usrt parthona jonalu❤❤❤❤❤
Iam very happy to see simple and humbly, gentle and kind-hearted person...I Feel of proud...
গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ 🥰
Gourav Gogoi ji really icon of Assam and honest politician and educated person
Jai Ho 👍 Future CM
দচুক দমন শান্ত পালন ঔম নমস্কাৰ শিবায জয গৌৰব গগৈৰ জয
গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ ❤❤❤
অসমৰ মুখ্যমন্ত্ৰী হৱ গৌৰৱ গগৈ জয় আই অসম 😊❤
গৌৰৱ গগৈ অসমৰ সিংহ।
গৌৰব গগৈ জিন্দাবাদ ❤
My favourite politician ❤
যোৰহাটত এইবাৰ গৌৰৱ গগৈ।
Next CM of ASSAM 🤞🏻✊🏻❤️
সমুহ শিৱসাগৰ, যোৰহাট বাসীলৈ মোৰ আবেদন দল-মত নিৰ্বিশেষে অসমৰ গৌৰৱ ,গৌৰৱ গগৈৰ জয় নিশ্চিত কৰক যাতে অসমীয়াৰ বলিষ্ঠ কন্ঠ দিল্লীৰ পৰা সংসদৰ পৰা আকৌ শুনিবলৈ পাও। নিমাতী কইনা যাতে নপঠিয়ায় তাৰো আহ্বান।
gaurov gogoi jinda bad ✊✊congress jinda bad ✊jai hai axom
Future of Assam❤
Raijor arshibaad ase apunar logot.Apuni jikiboi.
Sonari Gaurav..... Gaurav Gogoi❤
Dada Best Of Luck 🎉🎉🎉
Jeet Fix Axom r Gourav Gaurav Gogoi .
Aji teokot log pai vall lgila sir ❤❤❤
Joi gouruv gogoi
Next CM of Assam
Our pride Gaurav Gogai❤❤❤God bless him
Next C.M of Assam 💪 sir ata kotha aponi aru sherman Ali Ahmed actually geniune person 👍 ai doijnei hahkhio neta ❤❤ the both are greatest leader of Assam 💪💯
Vote for Gaurav gogoi. Congress zindabad.
Mojaa garuav gogoi
Vote for gorav and lurin.... As a BJP supporter I support these two leader for future of assam.... Basically for upper assam because we have one leader from BJP sarbananda but tau akw voice nai... Tau cm seat to bosaba nuarila.... Polala Assam pora
Strongly agree with you 💯❤
Axmia j jasise apunar porai bujb pora goise
Thank u brother for ur fearless attitude
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb
th-cam.com/video/5ZHTFkZ88hU/w-d-xo.htmlsi=8LNTsZ043kfpupzb