'যাত্রা'ৰ 'ৰেন্‌ মৌ'ত আইচেংফাৰ স'তে অসমৰ গৌৰব আৰু সৌৰভ জুবিন গাৰ্গ | EP05 feat. Zubeen Garg

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024

ความคิดเห็น • 1.5K

  • @aichengfaboruah
    @aichengfaboruah  ปีที่แล้ว +218

    আমাৰ 'যাত্রা' চেনেলটিক আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ইমান বেছি মৰমেৰে উপচাই দিয়াৰ বাবে প্রতিগৰাকী শ্ৰদ্ধাৰ 'যাত্রা'ৰ সহযাত্রীলৈ অন্তৰৰ পৰা আমি 'ৰেন্ মৌ'বাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ প্রতিটো মন্তব্যৰ প্রতি সঁহাৰি জনাব পৰা নাই যদিও ব্যক্তিগতভাবে প্রতিটো মন্তব্যই আমি পঢ়িছোঁ আৰু প্রতিটো পৰামৰ্শক আদৰেৰে গ্রহণ কৰিছোঁ... আমি/ মই অজানিতে কৰা ভুলবোৰৰ বাবে ক্ষমাপ্রার্থী...অনাগত দিনত প্রয়াস কৰিম অধিক সুন্দৰ ৰূপত 'যাত্রা'ক সজাই তুলিবলৈ... আপোনাসৱৰ কুশল কামনা কৰিছোঁ... লগতে জুবিন ককাইদেউলৈ হিয়াজুৰি মৰম আৰু শ্রদ্ধা নিগৰালোঁ... আপুনি আহিল, আমি ধন্য হলোঁ...সুখী হ'লোঁ ... সদায় ধুনীয়া হৈ থাকক ... শেষত কওঁ, আপুনি আৰু আপোনাৰ গান আমাৰ বাবে বহু অপেক্ষিত এজাক বৰষুণৰ দৰেই...!♥️♥️🙏🙏
    We are incredibly grateful to all of you viewers for the fantastic response in such a short span. Your valuable comments motivate us to improve our content further. Keep the love and support coming! 🙌🎉 Thanks once again. Stay tuned, Jaatra, with Aichengfa.

    • @jenifaiyesmin2450
      @jenifaiyesmin2450 ปีที่แล้ว +5

      আপোনাৰ কথা শৈলী আৰু উপস্থাপন কৌশল খুব সুন্দৰ । Ultimate...❤❤❤❤❤ আগুৱাই যাওক ..

    • @aichengfaboruahofficial2100
      @aichengfaboruahofficial2100 ปีที่แล้ว +3

    • @RoselinSultana-j4m
      @RoselinSultana-j4m ปีที่แล้ว +2

      ​@@jenifaiyesmin2450❤❤

    • @ManashJyotiGogoiOfficial
      @ManashJyotiGogoiOfficial ปีที่แล้ว +5

      ভাল লাগিল, আইচেংফাৰ অৰ্থ কিনো ?

    • @chitrapegu2273
      @chitrapegu2273 ปีที่แล้ว +1

      P

  • @মইঅসমীয়া-ম৪স
    @মইঅসমীয়া-ম৪স ปีที่แล้ว +376

    (কবিতাৰ শিৰোনাম)
    "তুমি মহান জুবিন দা"
    ✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া
    'জু' আখৰেৰে হৃদয়ত জুৰ‌ পেলাই যোৱা,
    'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা।
    'ন' আখৰেৰে নতুন আশা জগাই তোলা,
    তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা।
    তোমাৰ কণ্ঠত আছে অসীম যাদু,
    ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু।
    গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে
    তুমি এজন সমাজসেৱক,
    হেজাৰ-হেজাৰ সুৰেৰে
    তুমি হোৱা মহান গায়ক ।
    টোপনি নাহিলেও আহি যায় টোপনি,
    কেৱল তোমাৰ গীত শুনি।
    জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা,
    চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      xonmaniy and xon maniya sir and baideyu nomoste nomoste nomoste WITH DR and Xonmaniy zubeen gargwith MY kobita : CHILDOR Mukhot kumol hahi kumol kumol kumol kumol hahi kumol hahi with LWNU WITH LOWNU with Lownu

    • @focusassamne8321
      @focusassamne8321 10 หลายเดือนก่อน +2

      বৰ ভাল লাগিল দেই

    • @monjitboloks5017
      @monjitboloks5017 9 หลายเดือนก่อน +1

    • @dimpalkhatoniar7806
      @dimpalkhatoniar7806 9 หลายเดือนก่อน +1

      জয় জুবিন দা।।

    • @nirusaikia7631
      @nirusaikia7631 8 หลายเดือนก่อน +1

      জুবিন গাৰ্গ ❤

  • @PDVlogs77
    @PDVlogs77 ปีที่แล้ว +31

    জুবিন দাৰ গান বিলাক শুনিলে আবেগিক হোৱা যায়❣️.... love you zubeen daa❤

  • @swarnabhajani6884
    @swarnabhajani6884 ปีที่แล้ว +69

    জুবিন গাৰ্গে কেতিয়াও ইমান শান্তভাৱে জীৱনৰ কথাবোৰ কৈ যোৱা শুনা নাই । এয়া ব্যতিক্ৰম । তেওঁ‌ৰ শেষৰ মন্তব্যটি সুন্দৰ, প্ৰেৰণাদায়ক।

  • @Bidbeast
    @Bidbeast 5 หลายเดือนก่อน +10

    আকৌ এবাৰ লিখিলোঁ ।সকলো সম্পৰ্ক বিৰল কিন্তু ভাতৃৰ মৰম জীৱন সুন্দৰ কৰা আন এক গৌৰৱ ।ভাতৃ এজন আন এজন ভাতৃৰ সমল জুবিন গাৰ্গে কোৱাৰ দৰে । কুখলে থাকক সকলো।

  • @RP-ix5fj
    @RP-ix5fj 7 หลายเดือนก่อน +32

    গীতৰ অৰ্থ নুবুজাকৈয়ে যাৰ সংগীত শুনি শুনি পাৰ কৰিলোঁ জীৱনৰ মধুৰ সময়বোৰ !

  • @dilipborah2849
    @dilipborah2849 ปีที่แล้ว +121

    বাৰ্তালাপ লৈ ইমান দিনে আনিব নোৱাৰিলে কিন্তু যাত্ৰাই জুবিন দাক আনিব পাৰিলে ভাল লাগিল জয় জুবিন দা ❤

  • @bhaskarkalita8002
    @bhaskarkalita8002 ปีที่แล้ว +110

    এই মানুহজনক যদি হেৰুৱাই অসমত বা পৃথিৱীত আৰু দ্বিতীয় এনেকুৱা মানুহ জন্ম নহব ❤️ কিবা মন আবেগিক আৰু উৎফুল্লিত হৈ গৈছে।

  • @moonkumardas6611
    @moonkumardas6611 7 หลายเดือนก่อน +22

    জুবিন দা মানেই মাথো সুৰ আৰু সমলয়। তেখেতৰ কথাবোৰেই একো একোটা সংগীত।
    যাত্ৰা বহূ দূৰ আগুৱাব। Host গৰাকীৰ প্ৰশ্নবোৰ অতি সুন্দৰ লগতে তেখেতৰ প্ৰশ্নৰ উপস্থাপন আৰু আবেগিক মনৰে বৈ অহা ভংগীবোৰ অসমৰ ভিতৰতে অদ্বিতীয়।
    যাত্ৰাই মাইলৰখুটি চুব। বহূত শুভকামনাৰে। 🎉🎉

  • @jayantabora687
    @jayantabora687 4 หลายเดือนก่อน +32

    এনেকুৱা এটা platform ত জুবিনদাক প্ৰথন দেখিছো। অশেষ ধন্যবাদ ‘যাত্ৰা’লৈ।

  • @hirudeka6704
    @hirudeka6704 3 หลายเดือนก่อน +2

    Zubeen dar bohu nojona katha "jatra" r ei anusthantur joriyote aji gom palu jitu ajiloike kunu news channel ba anusthan t xuna ny ba gom pua nasilu .... dhonyobad jatra......

  • @Frustratedmitu
    @Frustratedmitu ปีที่แล้ว +97

    তেওঁ শৈশৱৰ পৰাই প্ৰিয় আছিল, তেওঁ এতিয়াও প্ৰিয় আৰু তেওঁ আগলৈও প্ৰিয় হৈ থাকিব । কাৰণ তেওঁ জুবিন গাৰ্গ ❤️

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr ปีที่แล้ว +31

    জুবিন গাৰ্গ আমাত কৈ সৰু যদিও সন্মান সহকাৰে এটা অনুৰোধ জনাবলৈ পালে ভাল পাম, মনত আক্ষেপ ব্যক্ত নকৰে যেন, মদ নেখালে ভাল হয়, এই বিষয়ে জুবিন লৈ বহুতো বাৰ লিখিত অনুৰোধ জনাই আহিছো।। ভবিষ্যতে জুবিন সুন্দৰতাৰে নকৈ আৱিষ্কৃত তেজস্ক্ৰিয় সম্ভাৰে ওলাই অহাৰ কামনা কৰো।।❤❤।। সুপ্ৰভাত বন্ধু।।

  • @HNath-nn9ry
    @HNath-nn9ry ปีที่แล้ว +30

    জীৱনৰ 34 বছৰ বয়সত প্ৰথমবাৰ এক ছেকেণ্ড স্কিপ নকৰাকৈ সম্পূৰ্ণ ইন্টাৰভিউ চাইছো।।

  • @N.Kashyap-r6u
    @N.Kashyap-r6u 7 หลายเดือนก่อน +2

    Great anchor great talk great show...love it...keep it up❤

  • @sasankasarmah6465
    @sasankasarmah6465 ปีที่แล้ว +19

    One of the best interview of Zubeen Da❤

  • @youngstersteam2972
    @youngstersteam2972 4 หลายเดือนก่อน +1

    Zubeen Da's All thing is Very good. Example:- Song, Acting, Voice, Shirt, Glass, Cap , etc............

  • @harshitakashyap5145
    @harshitakashyap5145 ปีที่แล้ว +8

    খুব ভাল লাগিল অনুষ্ঠানটি। জুবিন গাৰ্গ সদায় প্ৰিয় ❤

  • @BimalPatar-ev3rw
    @BimalPatar-ev3rw 5 หลายเดือนก่อน +4

    Heartthrob zubeen da

  • @PaporiDuarah-o5q
    @PaporiDuarah-o5q หลายเดือนก่อน +4

    আইচেংফা তুমি আনতকৈ বেলেগ ধৰণে ভাল লগাকৈ কথাবোৰ পাতা শুনি ভাল লাগে

  • @sushildeka4532
    @sushildeka4532 หลายเดือนก่อน +1

    সুন্দৰ অনুষ্ঠান...।। Quality time
    Thank you

  • @samudradas4932
    @samudradas4932 ปีที่แล้ว +4

    Aji a emn dighl interview dekhilu zubeen r🥰😘😘joy zubeen da

  • @rizwanrehman7162
    @rizwanrehman7162 ปีที่แล้ว +50

    অনুষ্ঠানটো বৰ সুন্দৰ হৈছে, বহু দিনৰ পিছত শুদ্ধ অসমীয়া মাত শুনিবলৈ পালো। আল্লাহয়ে অনুষ্ঠানটো আৰু আপোনাক দীৰ্ঘায়ু কৰক তাৰ কামনা কৰিলো।

  • @tekintoke5895
    @tekintoke5895 ปีที่แล้ว +31

    এটা নাম হেজাৰটা আৱেগ (জুবিনদা) )
    জীয়াই থকাৰ আৱেগ জীয়াই থকাৰ প্ৰেৰণা জীয়াই থকাৰ ঔষধ তেওঁ জুবিন দা তেওঁক কিমান ভাল পাও এইষাৰ কথা বুজাব গ'লে শব্দৰ যেন অভাৱ হ'ব তেও অনন্য, তেওঁ ভগৱান তেওঁক যিকলে বুজি পায় বহুত ভালকে বুজি পায় আৰু যিসকলে বুজি পোৱা নাই গোটেই জীৱন বুজি নেপায়... তেওঁ অসাধাৰণ হৈও সাধাৰণভাৱে জীৱন-যাপন কৰি ভাল পাই তেওঁ স্পষ্টবাদী চিধা কথা কয় সেইকাৰণেই হয়তো তেওঁক বহুতেই বেয়া পাই.. বহুতে তেওঁৰ মনটোক বুজিও নেপায়.. তেওঁৰ মনটো এটি সৰু শিশুৰ নিচিনা যেতিয়া যি মন যায় তাকে কৈ দিয়ে..
    কিন্তু যি কয় সচা কয় বেছি নিলিখো ইয়াত আৰু নোকোলাবগৈ দাদা আপোনাৰো তো এখনেই হিদয় আছে আৰু নো কিমানক বিলাই থাকিব হা আমাৰো তো এখনেই হিদয় আছে, শেষত আপোনাৰ শৰীৰটো যাতে সদায় সুষ্ট হৈ থাকে তাৰেই কামনা কৰিলো শেষত এটাই কম joi Zubeen da ❤🙏
    Love you jattra family ❤😊📌

  • @pragyasaikia5261
    @pragyasaikia5261 6 หลายเดือนก่อน +15

    🙏🙏👌👌 অতিকৈ প্ৰিয় অতিকৈ শ্ৰদ্ধাৰ শিল্পীজনৰ অনন্য অনুষ্ঠান উপহাৰ দিলে। দুয়োলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ।

  • @binabhajani6083
    @binabhajani6083 ปีที่แล้ว +13

    ৰেন-মৌ ৰ আটাইকেইজন অতিথিৰ সতে সহযাত্ৰী হৈ আপ্লুত হলো। "যাত্ৰা"ৰ সতে আগুৱাই গৈ থাক মামুন।

  • @richabaruah1358
    @richabaruah1358 ปีที่แล้ว +11

    He's such an down to earth person❤ i remembered i met him on my birthday and ofc that was the best day of my life, i met him on the railway station he had an inauguration ceremony in lakhimpur he step out from the train and it was every early in the morning and usually we don't feel like talking to others in the morning but he stopped gave me an autograph and also wished me b'day like he's so gentle 🤧 I'll always cherished that moment ❤

  • @Dhrubaoxom
    @Dhrubaoxom ปีที่แล้ว +28

    Legend 🛐
    " Roi Roi Binale " চিনেমা খনৰ বাবে আশাৰে বাটচাই আছোঁ ❤

  • @asindomir7011
    @asindomir7011 ปีที่แล้ว +6

    Videoটোৰ শেষত হে গম পায়ছো ম‌ই যে ১ঘন্টা ২২ মিনিট নজনকৈয়ো চালোঁ । মোৰ আৰু এটাই আশা আপোনাৰ সহায়ত যেন জুবিন দাৰ মনৰ কথা আৰু এবাৰ শুনিবলৈ পাম।❤️💞 শেষত জয় জুবিন দা।❤ আপুনি সদায় জিলিকি থাকক অসম‌ বাসিৰ মনত, ধন্যবাদ। 💓💞💗💕

  • @hariprasadexplore810
    @hariprasadexplore810 ปีที่แล้ว +24

    মানস ৰবিন দাক লাগে।শিৱসাগৰ পৰা কলো। H.p.d Duarah.

  • @papuentertainment......3529
    @papuentertainment......3529 4 หลายเดือนก่อน +2

    Uffff zubeen daaa❤❤❤❤

  • @johny40axom28
    @johny40axom28 ปีที่แล้ว +5

    Background music tur logote kothupokon khon huni khwb val lagil...
    Background music tu pabo parim nki

  • @BiswajitDas-oe4ht
    @BiswajitDas-oe4ht 5 หลายเดือนก่อน +3

    Zubeen daai aitu best interview dse ...

  • @rupsarma619
    @rupsarma619 11 หลายเดือนก่อน +6

    Best podcast birt val lagile heart throb of assam.long live zubeen da.

  • @rajibbora-hq3wg
    @rajibbora-hq3wg 6 หลายเดือนก่อน +18

    জুবিন দাক একেবাৰে ওচৰত পোৱা যেন লাগিল , বহুত ভাল লাগিলে, Jaatra👍👍

  • @ranjeetsaikiamusical
    @ranjeetsaikiamusical ปีที่แล้ว +6

    ভাল লাগিলে চাই...কিন্তু তেখেতৰ সন্তানক লৈ কৰা প্ৰশ্নটো বৰ ঠিক নাছিলে মই ভাবো...তেখেতৰ একান্ত ব্যক্তিগত কথা ৰাজহুৱাকৈ উলিয়াই দিয়াত তেখেতে কষ্ট পাবও পাৰে.. আশা কৰো আপুনি ইতিবাচক হিচাবে লব..

  • @bhagyajyotigogoi9336
    @bhagyajyotigogoi9336 8 หลายเดือนก่อน +30

    জুবিন দাই ইমান শান্ত হৈ কথা কৈছে উফ❤❤❤❤❤

  • @khaninhazarika6585
    @khaninhazarika6585 ปีที่แล้ว +16

    জুবিন গাৰ্গ পলিটিকেল নহ’লেও পলিটিক্সৰ স্বৰবৰ্ণৰ পৰা ব্যঞ্জনবৰ্ণৰ চন্দ্ৰবিন্দু পৰ্যন্ত হজম কৰি থোৱাজনেই হ’ল - জুবিন গাৰ্গ ৷ কোনো পলিটিক্সে জুবিন গাৰ্গক ঠগি খাব নোৱাৰে যেতিয়ালৈ জুবিন গাৰ্গে নিজক ঠগিবলৈ সুৰুঙা নিদিয়ে ৷

  • @mandirabordoloi5708
    @mandirabordoloi5708 3 หลายเดือนก่อน +8

    জুবিন গাৰ্গ সুযোগ সু সম্পন্ন গুনগাহীসমৃদধ সাধনাদায়কপৰভাৱশালি সকলো মানুহৰ হিয়াৰ হৃদয় ৰ বুকুৰ মৰমৰ জুবিন গাৰ্গ আমি কিমান যে ভাল পাও বুজাব বৰ্ননা দিব নোৱাৰি স দায়ে আশীৰ্বাদ কৰি থাকো ভগৱানে কুশলে ৰাখক দীঘায়ু হক

  • @pankajgogoi5395
    @pankajgogoi5395 ปีที่แล้ว +4

    Hundor❤ very good very very nice zubeen daa❤❤

  • @susantagogoi7317
    @susantagogoi7317 8 หลายเดือนก่อน +13

    Borhat আমাৰ ঠাই ভাল লাগিল আপোনালোকৰ মুখত আমাৰ থাই খনৰ নামটো শুনি ❤ form borhat

  • @niloysaharia9028
    @niloysaharia9028 ปีที่แล้ว +8

    1.22.49 Sec keneke gol gomokei npalo... Alop o skip nkorake 1st time intrvw eta slo ...

  • @bastobkalita6328
    @bastobkalita6328 ปีที่แล้ว +25

    সাংঘাটিক show এটা হ'ল দেই।সেই কাৰণে ভাল লাগে মানুহ জনক।

  • @nishancreation3614
    @nishancreation3614 ปีที่แล้ว +80

    মই নিজে বহুত আগতে অনুভৱ কৰিছো জুবিন দাৰ নিজৰ গান কেতিয়া ও বেয়া নহয় অন্তত হেজাৰ বাৰ শুনাৰ ক্ষমতা, ইচ্ছা, অনুৰাধা থাকে অনুৰাগী হিচাপে মই অনুভৱ কৰোঁ ❤❤❤

  • @bijanjyotikalita8966
    @bijanjyotikalita8966 8 หลายเดือนก่อน +1

    Xesolooii nosowakloi nuwarilo.....love you zubeen daa

  • @risingnortheastindia2370
    @risingnortheastindia2370 ปีที่แล้ว +7

    Quality question quality show...far better than other interview show. Best wishes to you 🤞🙏

  • @RipdeepkalitaKalita
    @RipdeepkalitaKalita 4 หลายเดือนก่อน +2

    জুবিন দা ❤❤❤

  • @susangkarsangma9162
    @susangkarsangma9162 ปีที่แล้ว +6

    Zubeenda apunar jonmo Turat naki? moio huni bohut val lagise karon moi itiya Turar pora koi ase

  • @pranjaljyotigayan2952
    @pranjaljyotigayan2952 4 หลายเดือนก่อน +1

    Love you Zubeen daa 💖💕💕💕❤️

  • @debajyotiboruah9752
    @debajyotiboruah9752 ปีที่แล้ว +27

    আহ ইমান ধুনীয়াকৈ আত ধৰিছে ,আইছেংফা বা মন জুৰ পৰি যোৱা অনুষ্ঠান এটা দিলে , অশেষ ধন্যবাদ আপোনাক❤❤

  • @JintuSaikia-y3t
    @JintuSaikia-y3t 7 หลายเดือนก่อน +11

    খুটাত বগাই যোৱাটো গুৱাহাটীত নিজ চকুৰে দেখা পাইছিলো। ছাউণ্ড চিষ্টেম বন্ধ কৰি দি প্ৰগ্ৰেম বন্ধ কৰি দিছিল। ইমান দিনৰ পাছত আজিহে গম পালোঁ। অনুষ্ঠান চাই বহুত ভাল লাগিল।

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dn ปีที่แล้ว +64

    rati ghum nohaloi ke moi zubeen dar interview tu sai bohut vl lagil aru fast time TH-cam channelot gan Goya dekhilu anekoi kinu likhim zubeen dar koth bhakhare ba kothare bujab noyaru joi zubeen da i❤you ba

  • @dipgogoiall.2435
    @dipgogoiall.2435 7 หลายเดือนก่อน +16

    আমাৰ শিৱসাগৰৰ ছোৱালী জনী বৰ মৰম লগা।ঠিক আমাৰ দৰেই সকলোবোৰ অমায়িক।সুন্দৰ

  • @user-xp7jl5yf9vMunukeudjje
    @user-xp7jl5yf9vMunukeudjje 9 หลายเดือนก่อน +8

    বা তোমাৰ পগেম চাই ভাল পাও দেই

  • @navarunvlog
    @navarunvlog 11 หลายเดือนก่อน +31

    জুবিন গাৰ্গৰ ভিতৰৰ অনুভৱ আৰু অভিজ্ঞতাক আপুনি পদ্ধতিগতভাৱে প্ৰশ্নৰ দ্বাৰা উলিয়াই আনিব পাৰিছে। অশেষ ধন্যবাদ।। ❤

  • @sumimedhi3943
    @sumimedhi3943 ปีที่แล้ว +11

    Zubeen da...apunak bahhuttt bhal pau.last tumi aru moi gaan tu...uff...heart touching.please dada mod nakhabo besikoi.bhale thakok hodai

  • @globalvillage6416
    @globalvillage6416 ปีที่แล้ว +3

    Anushthan tu hundor hoise...... abhinondon jonalo..... manuh jon eman addictive hubo laote video tu palu aru huwaye nohol. Rati 3 am loike saiye thakilu Doha Qatar t. Morning duty ki hoy etia 😆🤩

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 ปีที่แล้ว +12

    জুবিন দাৰ বিষয়ে শব্দৰ সাগৰেৰে কৈ শেষ কৰিব নোৱাৰি.... কওঁ বুলিও একো নকওঁ তেওঁৰ বিষয়ে......আইচেংফা...তুমি বৰ সুন্দৰকৈ সজাইছা সাক্ষাৎকাৰটি....আগুৱাই যোৱা ❤️

  • @chintukumariti851
    @chintukumariti851 11 หลายเดือนก่อน +18

    ইমান মৰমিয়াল বাইদেউ জনী ❤কথা বোৰ ইমান শুৱলা আৰু পৰিপক্ক , জুবিন দা ৰ কথাবোৰ নতুনকৈ জানিব পাই বহুত ভাল লাগিল। Thank you ❤

  • @lifeforzg3225
    @lifeforzg3225 ปีที่แล้ว +16

    বাৰ্তালাপটো 🙂
    দাদাৰ কৰবাত এটা দুটা কথাত বৰ আবেগিক হৈ গৈছিলো,
    সঁচাই বহুতেই ভাল লাগিল video টো 💌
    ঈশ্বৰে যাতে আমাৰ জুবিন দাক কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা 🙏🏼

  • @Tekumpangtha
    @Tekumpangtha ปีที่แล้ว +3

    Good anchor lots of ❤❤❤

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 7 หลายเดือนก่อน +8

    Zubeen Da____ mod khabole eri diyok 🙏 Apunak hodai healthy hoi thoka tu bisaru. Sending love and prayers on your way. Hodaai vaale thakok.

  • @bastabdas8344
    @bastabdas8344 6 หลายเดือนก่อน +3

    বহুত বহুত ধন্যবাদ ভাল লাগিল

  • @Tanvirrahman123
    @Tanvirrahman123 ปีที่แล้ว +7

    Zubeen dak gaan gale vl lgei acting krile emn vl nlgei btw i am a die hard fan of ZG❤

  • @MrSharma22
    @MrSharma22 3 หลายเดือนก่อน +6

    নিশ্চয় এজন মহান শিল্পীৰ interview লওঁতে বা প্ৰশ্ন কৰোঁতে আইচেংফা আপোনাৰ মাতটো কঁপি উঠিছে, এইটো স্বাভাৱিক.... বহুতেই ভাল লাগিল আমাৰ সকলোৰেই প্ৰিয় শিল্পীগৰাকীৰ সৈতে আপোনাৰ অনুষ্ঠানটি ধন্যবাদ 🙏

  • @KhargeswarnathKhargeswarnath
    @KhargeswarnathKhargeswarnath 9 หลายเดือนก่อน +2

    I love you 😍 dada

  • @chandonchutiachandan-km3co
    @chandonchutiachandan-km3co ปีที่แล้ว +11

    জুবিন দাই ছোৱালী জনি কোৱালটি দেখি একেবৰটে আহিছে ভাল লাগিল।

  • @hc2.0
    @hc2.0 ปีที่แล้ว +3

    Proud to be a sivsagarian Goldy da❣️❣️💕💕💕

  • @NeelnayanBordoloi
    @NeelnayanBordoloi ปีที่แล้ว +6

    Zubeen daa apun jiman gan amak dile xeii gan bure jothestho iman besi gan nagabo aru olp jironi loi ganbur gaba jate apuni amar majot aru 1000000000000 years jiyai thake aru thakibou apuni nathakileu apunar saiya xodai thakibo tthapiu apunar program bur sai thakibo paru jate love you my heart apunak ebar usort log pabo mon goise bhut axa ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @diteshdeka9640
    @diteshdeka9640 9 หลายเดือนก่อน +3

    Zubeen da

  • @jintikandali5921
    @jintikandali5921 5 หลายเดือนก่อน +5

    জুবিন হিয়াৰ আমঠু।

  • @ebarlolo1604
    @ebarlolo1604 ปีที่แล้ว +3

    Badeu aponar mat to kn2 ttmm mitha dei

  • @অশোককুমাৰগগৈ
    @অশোককুমাৰগগৈ 8 หลายเดือนก่อน +12

    অনুষ্ঠানটি চাই বৰ ভাল পালো।
    খগেন ককাইদেউলৈ আন্তৰিক নমস্কাৰ জনালো। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
    আইচেংফা আইদেউ, তোমাৰ উপস্থাপন ভাল হৈছে।

  • @kabitakalita4257
    @kabitakalita4257 16 วันที่ผ่านมา +1

    Love you zubeen dada ❤❤❤❤❤❤❤❤❤

  • @DipankarBarmanmusic
    @DipankarBarmanmusic ปีที่แล้ว +18

    😂😂 Bor utpotiya and bold interview de start up tu vhal hoise jatra r Zubeen daa k matiley ..Xundor 👍🏻👍🏻

  • @assameseorganisation
    @assameseorganisation ปีที่แล้ว +3

    OLLaCrazy ll african BHALUK r Nipu da aru Betal dar podcust laga

  • @jyotishrajbongshi3271
    @jyotishrajbongshi3271 ปีที่แล้ว +14

    আইচেংফা বৰ ভাল লাগিছে তোমাৰ এই অনুষ্ঠানটো.....লগতে জুবিন গাৰ্গৰ লগত হোৱা তোমাৰ এই সাক্ষাতকাৰটো...

  • @upashonahazarika3522
    @upashonahazarika3522 ปีที่แล้ว +3

    Background music tu parile nidibo PODCAST ata sai thakute ekdm silent hole val lage sai audio quality high nohole Bea lage sai.

  • @dhrubajyotisarma229
    @dhrubajyotisarma229 ปีที่แล้ว +6

    Jubin Garg ajon universe hoi, jak kuneo subo nuware mathu feel koribo pare taour ganor , taour kothar majere ...xosakoi ajon bixal monor mahnu ...

  • @Hrishi2231
    @Hrishi2231 4 หลายเดือนก่อน +3

    The 1st interview episode that i have completely enjoyed ...love you জুবিন দা ❤...and thank you ৰেন্ মৌ 😊

  • @PrajenDewri-du9nt
    @PrajenDewri-du9nt 5 หลายเดือนก่อน +17

    জুবিন দা মৰমৰ ......দীঘায়ু কামনা কৰিছো ❤❤❤🙏

  • @purnanathborah2729
    @purnanathborah2729 6 หลายเดือนก่อน +3

    বৰ ভাল পালোঁ ৷

  • @neelimdas7746
    @neelimdas7746 ปีที่แล้ว +5

    আজি কালি আমাৰ প্ৰজন্মৰ বোৰ মানে কৰ্ম প্ৰতি গুৰুত্ব টো বহুত কৰিম গৈছে দাদা এই epixode টো পৰা বহুত বোৰ কথা জানিবলৈ পালোঁ । আচলতে জীৱন টো কি ❤

  • @Gulnemu30986
    @Gulnemu30986 8 หลายเดือนก่อน +3

    Love from borhat ❤

  • @ananyasaikia918
    @ananyasaikia918 ปีที่แล้ว +32

    খুবেই সুন্দৰ এটি অনুষ্ঠান বা...❤ & Zubeen da always our legend..আগলৈও এইদৰে সুন্দৰ সুন্দৰ অনুষ্ঠান চাবলৈ পোৱাৰ আশাৰে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ..

  • @dimpalkhatoniar7806
    @dimpalkhatoniar7806 9 หลายเดือนก่อน +7

    জুবিন দাৰ গান শুনি টোপনি যাওঁ, পঢ়াত বিবেকে কাম নকৰিলে জুবিন দাৰ গান শুনিলে ভাল লাগি যায়। আপুনি মোৰ আদৰ্শ, অনুপ্ৰেৰণা, সাহস আৰু মোৰ বাবে আত্মবিশ্বাসৰ এটা প্ৰতীক। আপুনি ভালে থাকক, সুস্থ থাকক, দীৰ্ঘায়ু হওঁক। নেদেখাজনৰ ওচৰত তাৰে কামনা 🙏🙏🙏✨✨
    জয় জুবিন দা 💕💕💖💖❣️❣️♥️♥️

  • @lakhyajeetphukan2379
    @lakhyajeetphukan2379 ปีที่แล้ว +5

    খুৱ ধুনীয়া অনুষ্ঠান ❤️❤️❤️❤️

  • @tenmoon7475
    @tenmoon7475 ปีที่แล้ว +4

    Wow eman dhunia suwalijoni

  • @aftabzamanvlogs1390
    @aftabzamanvlogs1390 ปีที่แล้ว +4

    Exactly ata kotha Zubeen da bhal koise j IT sector lage, because even moi nijei Bangalore IT US company corporate sector kam kori asu. Bohut akhomor bhal educated lora-suwali hokol axomor bekar bohi lav nai, because amar nisina buror upojugi hisape jobs nai Assam't. Guwahatit aku a nai, sales jobs or tele-communication jobs bahire.
    So MNC's international BPO's IT or Non-IT US & UK process thoka jobs hobo lage. So, hey tenekuwa ata podekhep sorkar falor pora sinta kora usit buli moi bhabu. Tetiya amar axomor lora-suwali bure govt jobs karone okol akha kori nathake.
    Aji Bangalore't moi dekhibo pao kiman hundor porivek, sob educated aru bohut opportunities ase. Private sector jobs't sobei kori ase bhal bhal kam.
    So, think about it. We want an IT park in Assam, where US & UK process job opportunities will be there for all of us🙂🙏🏻

  • @kharekhuwa5786
    @kharekhuwa5786 5 หลายเดือนก่อน +2

    Ebar akhil Gogoi k matok sun

  • @khaninhazarika6585
    @khaninhazarika6585 ปีที่แล้ว +4

    Best question -
    আপোনাৰ সম্পত্তি কোনে চায় ?

  • @Pritsworld04
    @Pritsworld04 ปีที่แล้ว +12

    এটা শব্দত কবলৈ গলে জুবিন দা আপোনাৰ গানত উশাহ পোৱাৰ মাদকতা খিনি অনুভৱ কৰিব লৈ পাওঁ।from #sivasagar

  • @pranjitdeka1255
    @pranjitdeka1255 ปีที่แล้ว +22

    জুবিন মাথো এটি নাম নহয় আমাৰ আবেগ তেওঁ❣️🌼

  • @clashwidl3470
    @clashwidl3470 7 หลายเดือนก่อน +2

    The one and only ZG the great!

  • @fermion4945
    @fermion4945 ปีที่แล้ว +7

    Uff bohut dinor murot eta khub xundor interview salu dei bor bhal lagil❤Aru interview lua gorakieu Iman dhuniakoi xudhise kotha bur .Agoloiu enekua interview sabo pam buli Axa thakil dei❤

  • @TanujDeka-x5q
    @TanujDeka-x5q 3 หลายเดือนก่อน +4

    হিয়াৰ আমঠো জুবিন দাৰ show টো চাই বহুত ভাল লাগিল । লগতে পাপন দাৰো এনে এটা show পাম বুলি আশা থাকিল ।। ❤️

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +31

    কিবা কোৱাৰ কাৰনে মোৰ একো নাই কিন্তু অহা জনমত মই জুবিনৰ মাক হম ভগৱানে তেওক কুশলে ৰাখিব মোৰ মুৰৰ চুলিৰ সমান আয়ুস হব❤❤❤❤❤❤❤❤❤❤❤

    • @jalildewan3696
      @jalildewan3696 5 หลายเดือนก่อน

      Anekua Character less Nonsense Uncivilizedor Maak huar kamana nakaribo

    • @MayabiniMou
      @MayabiniMou 3 หลายเดือนก่อน

      Zubeenr maak characterless pagl ne ki toi?😂​@@jalildewan3696

  • @debajitdihingia2825
    @debajitdihingia2825 7 หลายเดือนก่อน +2

    All is love ❤

  • @pobitrogogoi3077
    @pobitrogogoi3077 ปีที่แล้ว +6

    কবলৈ ভাষা নাই দাদাৰ জোতাযোৰো ভাল লাগে দাদাক দেখিয়ে কমেণ্ট কৰোঁ তাৰ পিছতহে so টু চাওঁ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Pomudediting42
    @Pomudediting42 ปีที่แล้ว +2

    Zubeen da I love you ❤