'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় ৰসিক অভিনেতা সিদ্ধাৰ্থ শর্মা || EP 19 ft.

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ม.ค. 2024
  • ** EP 19 features renowned actor Siddhartha Sharma. Enjoy! **
    Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credit -
    Host and Concept - Aichengfa Boruah
    Direction, Music & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Cinematography - Ravi Sankar, Josy Saikia, Jintu Kumar
    Make-Up - Binita Das

ความคิดเห็น • 407

  • @aichengfaboruah
    @aichengfaboruah  6 หลายเดือนก่อน +55

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏

    • @SnehalataGoswami
      @SnehalataGoswami 5 หลายเดือนก่อน +2

      ❤l❤❤❤❤❤p0

    • @saratray6448
      @saratray6448 5 หลายเดือนก่อน

      Qqq mm

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 4 หลายเดือนก่อน +1

      খুব ভাল লাগিল অনুষ্ঠানটো সঁচাকৈয়ে ❤ দুয়ো ভাল থাকক আপোনালোক তাৰে কামনা
      🥰🤗💞💐

    • @HappyMacawBird-rd7uu
      @HappyMacawBird-rd7uu หลายเดือนก่อน

      Apunar flim ekhon xorute saisilu...etiya bisari furisu saboloi naipuwa....rabi sharma logot plz play koribo neki

  • @boraananta830
    @boraananta830 5 หลายเดือนก่อน +10

    আও ইমান সুন্দৰ কথা কয় বা জনী 😍 সহজ সৰল দুইগৰাকী ভালে থাকক।।

  • @jahnumoran4127
    @jahnumoran4127 6 หลายเดือนก่อน +7

    আইচেংফা বাইদেউৰ প্ৰেমত পৰিযাম যেন লাগিছে,,,ইমান ধুনীয়া কণ্ঠ,ইমান ধুনি চেহেৰা ।

  • @dipankarborah1546
    @dipankarborah1546 5 หลายเดือนก่อน +4

    কে কে দা আৰু মোহনৰ অবিহনে বেহাৰবাৰী অলপমান আধৰুৱা যেন লাগে। তথাপিও নিজশ্বতা বুলিও তু কিবা এটা মন যায় কৰিবলৈ। বাৰু যি কি নহওক,আপোনালোকৰ দীৰ্ঘায়ো কামনা কৰিলো। লগতে বিভিন্ন ধৰনৰ সুন্দৰ অভিনয়ৰে ৰাইজক মনোৰঞ্জন দিব বুলি আশা ৰাশিলো🙏🙏আৰু আইচেংফা বা❤ তোমাৰ ইণ্টাৰভিউ চাই খুউব ভাল লাগে লগতে তোমাকো,তোমাৰ ব্যক্তিত্ত্ব ❤❤

    • @dipankarborah1546
      @dipankarborah1546 5 หลายเดือนก่อน +2

      কে কে দাৰ আপোনাৰ ইণ্টাৰভিউৰ episode ১৯ 😊😊

  • @bontibora5562
    @bontibora5562 4 หลายเดือนก่อน +4

    অতি সুন্দৰ। সিদ্ধাৰ্থ শৰ্মা প্ৰিয় অভিনেতা। অভিনেতা গৰাকীৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @debahandique8522
    @debahandique8522 6 หลายเดือนก่อน +9

    আইচেংফা বাৰ দৰে অনুষ্ঠান এটা আঁত ধৰা মানুহ দ্বিতীয় গৰাকী মই পোৱা নাই, কি সুন্দৰ প্ৰশ্ন শোধে আপুনি, যাত্ৰা অনুষ্ঠানটোত এবাৰ সোমাই গলে উলাই আহিব নোৱাৰি, love from Kashmir

  • @joonhazarika3941
    @joonhazarika3941 4 หลายเดือนก่อน +2

    সুন্দৰ অনুষ্ঠান, ধন্যবাদ।

  • @gautamdutta340
    @gautamdutta340 6 หลายเดือนก่อน +13

    আইচেংফাক ইমান ভাল লাগে ৰিমপি বাৰ নিচিনা একে দেখিবলৈ ❤

  • @apurbakrkalita3234
    @apurbakrkalita3234 5 หลายเดือนก่อน +4

    Sidhartha Sarma - worth of Assam.
    Ren Mou & Ishengfa.
    Good Luck to both.

  • @jitenrabha9674
    @jitenrabha9674 5 หลายเดือนก่อน +8

    মই সহযাত্ৰী য়ে কৈছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ lucky number 19 আৰু আপোনাৰ podcast episode টোও দেখুন 19, মিলাই লৈছিল নে মিল খাই গ'ল। বহুত ভাল লাগিল ♥️

  • @user-wt8cf5pq3x
    @user-wt8cf5pq3x 5 หลายเดือนก่อน +4

    Eman morom lage Nang Aisengpha eman cute expression apunar hostor karone program Tu val lage so cute

  • @lsd4889
    @lsd4889 6 หลายเดือนก่อน +6

    Bow r kotha khinit moro saku pani olai goise ..... kob nowarakoie...siddhartha da bhhttttt besi vlpao ... episode 2 bht dhunia lgise...love frm sipajhar

  • @worldfact6084
    @worldfact6084 6 หลายเดือนก่อน +22

    নতুন বছৰত ভাল মানুহ এজনৰ কথাবোৰ শুনিবলৈ পায় ভাল লাগিল , ধন্যবাদ বা সিদ্ধাৰ্থদাক অতিথি কৰি অনাৰ বাবে আৰু ইংৰাজীৰ নতুন বৰ্ষৰ শুভ কামনা জাছিলোঁ।

  • @tulumonigogoi8385
    @tulumonigogoi8385 6 หลายเดือนก่อน +10

    বৌৰ কথা শুনি আৱেগিক হৈ পৰিলোঁ❤।অসমৰ মানুহৰ কলিজাত আছে কে কে দা আৰু মোহন।❤❤আপোনাৰ anchoring টো আৰু ক'বই নালাগে বা❤😘

  • @nijorapatangia7797
    @nijorapatangia7797 5 หลายเดือนก่อน +7

    বহুত ভাল লাগিল । সিদ্ধাৰ্থ শৰ্মাই ( বাসু ) সততাৰে কোৱা কথাখিনি আৰু তোমাৰ উপস্থাপন শৈলী লগতে সিদ্ধাৰ্থৰ পত্নীৰ ভাষ্যই আমাক আপ্লুত কৰিলে । শুভেচ্ছা যাচিলো আগুৱাই যাওঁক 'ৰেন মৌ ' ।

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 4 หลายเดือนก่อน +4

    খুউব ভাল লাগিল। কেতিয়াবা কমেণ্ট লিখিবলৈ থাকি যায়।

  • @SarangarayMedhi
    @SarangarayMedhi 6 หลายเดือนก่อน +4

    Siddharth sir r kotha khini bohut vl lagise .1 hours 9min r 1sec o miss kora nai.

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 5 หลายเดือนก่อน +4

    খুব ভাল লাগিল কথোপকথন টো শুনি। সিদ্ধাৰ্থ দাৰ অভিনয় চাই সঁচাকৈ খুব ভাল লাগে 💕💕

  • @sawneelphukan6568
    @sawneelphukan6568 6 หลายเดือนก่อน +6

    আইচেংফা আৰু ৰেন মৌ দুয়োটা শব্দই মোৰ বৰ প্ৰিয় ❤
    নতুন বছৰৰ শুভকামনা থাকিল বা

  • @digantaborah8274
    @digantaborah8274 6 หลายเดือนก่อน +6

    1:09:06 আজি প্ৰথমবাৰ চালো, মই ভাবোঁ মই আজিলৈকে অসমীয়া ইমান সুন্দৰ অনুষ্ঠান খুব কমকৈ চাইছো। অতি বেচিকৈ ভাল লাগিল, আইচেং বা আপোনাৰ hosting কিন্তু salute জনাইছোঁ মোৰ শুদ্ধ অন্তকৰণে। এই যাত্ৰা আগুৱাই লৈ যাওঁক আৰু আগলৈ তাকে কামনা কৰিলোঁ।

  • @user-mc6in2sn4e
    @user-mc6in2sn4e 5 หลายเดือนก่อน +3

    Dadai kua mute 19 no2 hosai bohut laky........bar Rain Mou Episode no 19 aru 19 nor otethe jon hoise siddhartha sharma (KK Da) ❤❤❤

  • @darondhora1236
    @darondhora1236 5 หลายเดือนก่อน +2

    Bohut val lagile ... বাইদৈউ

  • @KashmirizHandique
    @KashmirizHandique 5 หลายเดือนก่อน +4

    Kk da lacky nmbr 19 krne episode tu 19 poril ❤ kk da bhut vl lge teuk

  • @minotichetia9972
    @minotichetia9972 5 หลายเดือนก่อน +7

    প্ৰথম চালো যাত্ৰাৰ ৰেন মৌ এই অনুষ্ঠানটো। ইমান ভাল লাগিল প্ৰশ্ন সুধাৰ ধৰণ টো। দুয়ো জনলৈ নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।❤❤

  • @sanjibpegu5834
    @sanjibpegu5834 5 หลายเดือนก่อน +3

    ভাল লাগিছে যেন মৌ আন্তৰিক শুভেচ্ছা জনালোঁ

  • @kamanahazarika173
    @kamanahazarika173 5 หลายเดือนก่อน +2

    Bohut, bohut ,bohut bhal lagil

  • @user-om1qz1cj5l
    @user-om1qz1cj5l 6 หลายเดือนก่อน +7

    সুপ্ৰভাত বাইদেউ।
    এটা কথা মন কৰিছেনে?তেখেত পুনৰ ১৯ খণ্ডতে আপোনাৰ "ৰেন মৌ" অতিথি হৈছে।কি আচৰিত সংযোগ।ভালে থাকক দুয়ো।নতুন বছৰৰ বহুতো শুভকামনা জনাইছোঁ।ধন্যবাদ।

  • @anantamoran6611
    @anantamoran6611 4 หลายเดือนก่อน +3

    সুন্দৰ অনুস্থান তোমাৰ অনুস্থান সদাই ভাল হওক

  • @pallaviborah1012
    @pallaviborah1012 6 หลายเดือนก่อน +3

    আইচেংফা "ৰেন মৌ"ৰ অনুস্থান আজি প্ৰথম চাঁলো,,,,সঁচাকৈ খুব সুন্দৰ অনুস্থান,,,, সিদ্ধাৰ্থদা সঁচাকৈ খুব সহজ-সৰল।

  • @gorumorardeka
    @gorumorardeka 6 หลายเดือนก่อน +12

    একেবাৰেই মাটিৰ মানুহ সিদ্ধাৰ্থ শৰ্মা(বাচু দা)❤❤ বৌৰ কথা খিনিও বৰ ভাল লাগিল,আমাৰ বৌ জনীও বৰ মৰমিয়াল❤️সচাই এক সুন্দৰ অনুষ্ঠান👍🏼

  • @suklachetia3813
    @suklachetia3813 4 หลายเดือนก่อน +1

    আপোনাৰ মঞ্চত প্ৰতিভাধৰ সকলক আমন্ত্ৰণ জনাই তেখেতলোকৰ প্ৰতিভা আৰু অভিজ্ঞতাসমূহ শ্ৰোতা- দৰ্শকৰ মাজত ভগাই দি আনন্দ দিয়াৰ বাবে অশেষ ধন্যবাদ ।

  • @nayanmanisaharia4616
    @nayanmanisaharia4616 5 หลายเดือนก่อน +2

    বহুত বেছি ভাল লাগিল অনুস্থানটি উপভোগ কৰি।তাতে আকৌ মোৰ প্ৰিয়জনৰ সাক্ষাৎকাৰ।যিখিনি কথা পটাহৈছে খুবেই ধুনীয়া আৰু দৰকাৰী।শোধাৰ ধৰন আৰু প্ৰশ্ন শৈলী ধুনীয়া।শেষত "ৰেন মৌ" আৰু আইচেংফা বালৈ মৰম জাচিলোঁ।

  • @khiruddaflari3083
    @khiruddaflari3083 6 หลายเดือนก่อน +6

    বহুত সুন্দৰ অনুষ্ঠান।অনুষ্ঠানটো চাই কেইটামান কথাই মনটো বহুত আবেগিক হৈ পৰিল।জীৱনত আগবাহি যাবলৈ সঁচাকৈ বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আগুৱাই যাব লগা হয়।সিদ্ধাৰ্থ দাৰ কথা বোৰে যেন নৱ প্ৰজন্মক আগুৱাই নিয়াত সহায় হব বুলি মই ভাৱো।

  • @nabanitasaikia8749
    @nabanitasaikia8749 6 หลายเดือนก่อน +7

    প্ৰথমে তোমাক আৰু তোমাৰ যাত্ৰাৰ পৰিয়াললৈ নতুন বছৰৰ আন্তৰিক মৰম আৰু শুভ কামনা জনালো ❤❤ আগৰ পৰাই চাই আহিছো যদিও লিখা হোৱা নাছিল... তোমাৰ সকলো অতিথিকে চাই বহুত ভাল লাগে যদিও তোমাৰ কথা খিনি শুনিবৰ বাবেই চাও❤❤ ইমান সুন্দৰ কৈ কথা বোৰ কোৱা কিবা এটা ভাল লাগে জানা.. যিটো যে বুজাব নোৱাৰি ❤❤❤যাত্ৰা আৰু আগুৱাই যাওক

  • @sewalikalitaaxomiyasowali5001
    @sewalikalitaaxomiyasowali5001 6 หลายเดือนก่อน +7

    প্ৰিয় ব্যক্তি দুয়োগৰাকী ।কুশলে থাকক দুয়োগৰাকী❤❤

  • @dimbeswarsaikia3917
    @dimbeswarsaikia3917 5 หลายเดือนก่อน +2

    বৰ ধুনীয়া লাগিল দেই ।

  • @krishnagogoi301
    @krishnagogoi301 6 หลายเดือนก่อน +8

    উফঃ কবলৈ মই ভাষাহীন,কি অপূৰ্ব আপোনাৰ অসমীয়া শব্দৰ গাঁঠনি বা। অশেষ ধন্যবাদ দুয়ো জনকে জনালোঁ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ❤

  • @dimpinath3467
    @dimpinath3467 2 หลายเดือนก่อน +1

    এই অতিথি জন সদায় প্ৰিয়❤

  • @babuphukan8920
    @babuphukan8920 6 หลายเดือนก่อน +36

    Very limited Quality Host we have in Assamese entertainment industry, you are One of the perfect host so far I have seen. Positive Attitude, welcoming and pleasing expression, allowing space to the guest to finish his or her answer, no cross questions and list goes on......... All things are perfect in its place. I guess This talk show is setting a benchmark and i strongly wish it to be maintained.

  • @swarnabhajani6884
    @swarnabhajani6884 6 หลายเดือนก่อน +3

    যেন এজন অচিনাকি মানুহ ...
    ১০বছৰে লগ পোৱা কে কে জনৰ আঁ‌ৰৰ আচল মানুহজন লগ পাই আচৰিতেই নহয় আনন্দিতও হ'লোঁ‌। তেওঁ‌ৰ সামাজিক দৃষ্টিৰ লগতে মানসিক
    আৱেগ কোমল মনৰ প্ৰকাশে মুগ্ধ কৰিলে।
    তেওঁ‌ৰ ভাল হওক সৰ্বতোপ্ৰকাৰে । অলেখ শুভেচ্ছা ....।

  • @anujprotimbarkatokey3864
    @anujprotimbarkatokey3864 5 หลายเดือนก่อน +2

    যাত্ৰাৰ সহযাত্ৰী হোৱা মোৰ বেছি দিন হোৱা নাই। কিন্তু যাত্ৰা যি কেইদিন কৰিছো অতি আপ্লুত হৈছো। আইচেংফাৰ যাত্ৰা আৰু সুন্দৰ হওক আৰু ৰেন মৌ ৰসেৰে সমৃদ্ধ হওক।

  • @pranamikadas6059
    @pranamikadas6059 6 หลายเดือนก่อน +2

    Eman dhuniyake j kothabur koi apuni baa.. hunile huniye thakibo mon jai... notun bosoror bohut hubhessa jaatra party loi❤❤

  • @pallabisaikia1036
    @pallabisaikia1036 5 หลายเดือนก่อน +3

    বহুত ভাল লাগিল, অনুস্থান টো শেষ কৰি চালো😊😊😊

  • @neelimdas7746
    @neelimdas7746 5 หลายเดือนก่อน +4

    সঁচাকৈ আচলতে সিৰথ শৰ্মা এজন সাধাৰণ মানুহ 😊

  • @user-hk3lq2vl3r
    @user-hk3lq2vl3r 5 หลายเดือนก่อน +3

    বৰ্তমানলৈ দুটা খণ্ড চাইছো বহুত ভাল লাগিছে।

  • @mrinalitamuli1502
    @mrinalitamuli1502 5 หลายเดือนก่อน +3

    বহুত ভাল লাগিছে 🥰 কথোপকথন, আগবাঢ়ি যোৱা শুভ কামনা জনালোঁ।

  • @lookeastrajibdowari
    @lookeastrajibdowari 5 หลายเดือนก่อน +1

    লাজটো বৈদ্য মজা লাগিল বাসু দা😅😂

  • @gaurabsaikia4309
    @gaurabsaikia4309 6 หลายเดือนก่อน +8

    প্ৰেম বুলিলে কি মনলৈ আহেনো❤️❤️ ইমান মৰম লগাকৈ সুধিছে অ' , দাদা অসমবাসীৰ প্রিয়❤️ বা জনী আৰু নামটো বৰ মৰম লগা❤🎉

    • @ratnakalita3020
      @ratnakalita3020 6 หลายเดือนก่อน

      বহুত ভাল লগা অভিনেতা

  • @MrinaliDutta-oe1mk
    @MrinaliDutta-oe1mk 6 หลายเดือนก่อน +2

    Khub hundor lgil anusthan tu sai

  • @bhaskarsonowal2271
    @bhaskarsonowal2271 6 หลายเดือนก่อน +2

    Khub priyo anusthan, baa apnaunak sale dekhile imn positive Lage , Tate ako priyo ovineta #sidhatho_sharma love from #Duliajan❤

  • @prosantasarmah2460
    @prosantasarmah2460 4 หลายเดือนก่อน +2

    Moi TH-cam r video skip kori saw. Bt rain mow channel tur video 1 sec skip kora nii . Emn vl lage apunar video Sai . Moja❤ keep it up 🤗🥰

  • @papughatowar7453
    @papughatowar7453 5 หลายเดือนก่อน +2

    Amar mormr hilpi Sidhartha dar lucky nmbr 19. Logote ai episode u 19. Kiman lucky tekhet❤

  • @tapas.pratim9599
    @tapas.pratim9599 6 หลายเดือนก่อน +7

    “যাত্ৰা” ৰ এই যাত্ৰা মধুময় হওঁক, অবিৰতভাৱে চলি থাকক এই প্ৰচেষ্টা।

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx 6 หลายเดือนก่อน +8

    বহুত ভাল লাগিল আজিৰ অনুষ্ঠানটো চাই ❤

  • @olagautam
    @olagautam 6 หลายเดือนก่อน +9

    He has enormous talent
    And the flow of the delivery of dialogue is his forte
    Good show

  • @DeepGogoi-zh5pn
    @DeepGogoi-zh5pn 6 หลายเดือนก่อน +5

    প্ৰিয় মানুহজন, সালিয়া বেজৰ পৰা এতিয়ালৈ হাঁহি বিৰিঙীয়া মানুহ জন।

  • @rupamdihingia9308
    @rupamdihingia9308 6 หลายเดือนก่อน +2

    বঢ়িয়া,,, বহুত ভাল লাগিল দেই।

  • @prasiddagoswami2642
    @prasiddagoswami2642 5 หลายเดือนก่อน +2

    Oti sundar sakhyatkar. Sakhyat lauta aru diuta duiujanake ovinandan janaisu ....

  • @debajitgogoi9333
    @debajitgogoi9333 6 หลายเดือนก่อน +2

    Kk da kotha khini huni bohut val lagill

  • @MoupiyaProduction
    @MoupiyaProduction 6 หลายเดือนก่อน +2

    আপোনাৰ অসমীয়া ভাষাৰ ওপৰত ভাল দখল আছে । বহুত ধুনীয়া

  • @kailashgogoi3484
    @kailashgogoi3484 5 หลายเดือนก่อน +1

    দুয়োৰে কথোপকথন বৰ সুন্দৰ আৰু মিঠা মিঠা লাগিল ।❤

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 5 หลายเดือนก่อน +3

    সাক্ষাৎকাৰটো চাই বৰ ভাল লাগিল ৷ আশা কৰিছো আপোনাৰ ৰেংমৌ ৰ জৰিয়তে এনে বহু শিল্পীৰ সানিধ্য পাম ৷

  • @KishalayBaruah-tg2gk
    @KishalayBaruah-tg2gk 5 หลายเดือนก่อน +3

    Dhunia

  • @MusicOfAsssam
    @MusicOfAsssam 5 หลายเดือนก่อน +2

    Vl Lagil Nojona Kotha Kisuman Jani❤️❤️❤️

  • @deepshikhadutta7102
    @deepshikhadutta7102 6 หลายเดือนก่อน +14

    আইচেংফা তোমাৰ এই সুন্দৰ যাত্ৰাৰ সফলতাৰ বাবে অভিনন্দন আৰু বহুতো আশা তথা শুভেচ্ছা থাকিল 🧿🌻✨

  • @rahulsonowal6201
    @rahulsonowal6201 6 หลายเดือนก่อน +2

    ভাল লাগিল।।
    আজি ""যাত্ৰা""ৰ Episode=19
    আৰু,, কেকে দা''"'ৰো 19 সংখ্যা টো চিৰস্মৰণীয়।।।
    সচাকৈ সময়েই,, সকলো মিলাই।।

  • @dilipphangsho47
    @dilipphangsho47 6 หลายเดือนก่อน +5

    বঢ়িয়া হৈছে অনুষ্ঠান টি । অভিনেতা উৎপল দাস দাক মাতিবছোন ।

  • @Abrajitsarma21
    @Abrajitsarma21 6 หลายเดือนก่อน +3

    Episode u 19 hoi.....xosai lucky number kk dar karone😊❤️

  • @lachitgogoi5082
    @lachitgogoi5082 5 หลายเดือนก่อน +2

    Way you take the interview, speek is excellent, God bless you Aisengfa.

  • @chutiakrishnaaxom
    @chutiakrishnaaxom 6 หลายเดือนก่อน +8

    সুন্দৰ,, দুয়ুগৰাকীলৈ ইংৰাজী নববৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো ❤

  • @__visible
    @__visible 6 หลายเดือนก่อน +3

    Basu da A mojaaah

  • @neelimdas7746
    @neelimdas7746 5 หลายเดือนก่อน +2

    55:00 কথা খিনি লগত আচলতে প্ৰতিদিনে মনলে আহি থকা যায় কিছুমান ক্ষেত্ৰত, কিন্তু সহজ ভাবে ভাবিলে সকলো সুখ বুলি kk দাৰ পৰা বুজি পোৱা গল ।

  • @priyojonorbandhun
    @priyojonorbandhun 6 หลายเดือนก่อน +4

    ভাল লাগিল।প্ৰথমে তোমালৈ নৱ বৰ্ষৰ শুভেচ্ছা যাঁচিলো।আজিৰ খণ্ডত ভাল লগা মুহুত্বটো নকৈ থাকিব নোঁৱাৰিলো।পত্নীৰ মনৰ কথাত স্বামীৰ আবেগৰ চকুলো।মোৰো কথাখিনিয়ে কন্দুৱালে।তুমি বৰ সুন্দৰ প্ৰচেষ্টাৰে আনক আনন্দ দিয়া ।শুভৰাত্ৰি।🙏

  • @cuties3542
    @cuties3542 5 หลายเดือนก่อน +4

    বৰ ভাল লাগিল। অতি সুন্দৰকৈ প্ৰশ্নবোৰ উপস্থাপন কৰিছে। ধন্যবাদ জনাইছো দুয়োজনলৈ।

  • @arindamchakravartty6308
    @arindamchakravartty6308 6 หลายเดือนก่อน +1

    হয় দাদা পইচা মাজে মাজে হে লাগে ❤
    আৰু মাজে মাজে লগায় ভাল,❤
    ৰিম্পি বা 👌

  • @BiplobSaikia-rp9ne
    @BiplobSaikia-rp9ne 6 หลายเดือนก่อน +3

    নতুন বছৰত ৰেন‌ মৌৰ‌ আজি অনুষ্ঠানটো চাই সচাঁই বহুত ভাল লাগিল।‌ বহুত কথা শিকিবলৈ পালোঁ ❤❤

  • @user-bi4ng6py5c
    @user-bi4ng6py5c 4 หลายเดือนก่อน +2

    সুন্দৰ

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 5 หลายเดือนก่อน +2

    Bohut val lagil

  • @parashar123abc
    @parashar123abc 6 หลายเดือนก่อน +2

    সঁচাকৈয়ে আমি বহুত গৌৰৱ বোধ কৰোঁ আমাৰ বাসুক লৈ.. সৰলতাই যাৰ প্ৰধান অলংকাৰ ❤❤ .. আইছেংফালৈও মৰম দিলোঁ..

  • @hemantaneog7852
    @hemantaneog7852 5 หลายเดือนก่อน +2

    Aichengfa kotha bur huni bor vl lage.hundar anusthan.❤

  • @porisaikia3919
    @porisaikia3919 6 หลายเดือนก่อน +2

    Tomar program bor sai khubi Val lage.aru val val kam kori jowa

  • @KhirudSaikia-ry3ks
    @KhirudSaikia-ry3ks 6 หลายเดือนก่อน +2

    Kk da🔥🔥🔥🔥

  • @mintubora8460
    @mintubora8460 5 หลายเดือนก่อน +2

    বৰ ভাল লাগিল দেই👌👍

  • @gargisarma8840
    @gargisarma8840 6 หลายเดือนก่อน +4

    ভাল লাগিল আইচেংফা....সুন্দৰ অনুষ্ঠান

  • @cobramen8679
    @cobramen8679 6 หลายเดือนก่อน +3

    Kk da manuh jon real life ot bohut hohoj horol ❤

  • @mrinalmedhi8346
    @mrinalmedhi8346 5 หลายเดือนก่อน +3

    আপোনাৰ অভিনয় চালে মনটো হাঁহিৰ খোৰাক পাওঁ

  • @rishirajbongshi7317
    @rishirajbongshi7317 6 หลายเดือนก่อน +2

    Xopun bur lokhyo a hoi was ultimate 🫡

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 3 หลายเดือนก่อน

    ভাওনা আৰু ভাৱৰীয়া আৰু এটা বহিৰ্জগৎতৰ‌ জীৱন্ত মানুহৰ কথা। জীয়া জীয়া মানুহৰ জীয়া জীয়া কাহিনী। পুতলা নাচত উৰি যোৱা অমূল্য সময়। ভাল লগা বেয়া লগা বহুতো অসংখ্য বেথ্যা। সকলো সামৰি লুকা ভাকু নেখেলি জীৱন যৌৱন মুহাৰি সামৰি সকলোকে পাহৰি অচিন্ত অব্যক্ত অলিপ্ত নিগূন অব্যয় অক্ষয় এক সত্য পৰম ব্ৰহ্ম কৃষ্ণক হ্নদয়ত চেতনা consiousness হিচাপে প্ৰতিবিম্ব প্ৰক্ষেপিত কৰি আধ্যাত্মিকতাবাদৰ দৰ্শন হ্নদয়ঙ্গম কৰি জীৱনক জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হ'ব পাৰা জাতি ধৰ্ম বৰ্ণ লিঙ্গ ভেদে প্ৰচেষ্টা কৰা তোলে প্ৰথম আৰু প্ৰধান চিন্তা চৰ্চা উদ্দেশ্য হোৱা উচিত। বাকী সকলো কাম চিন্তা চৰ্চা ভাৱনা জীৱন অভিনয় মাএ। বিভিন্ন মানুহৰ বিভিন্ন জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য বিভিন্ন অভ্যাস বিভিন্ন ৰুচিৰ বিভিন্ন সমাজ বিভিন্ন ধৰণৰ শিক্ষা আহৰণ সকলো প্ৰাকৃতিক ভৌতিক বা দৈহিক। এই জগত খনেই মিছা আৰু সামাজিক সকলো লোকেই বিভিন্ন অযথা কামত সময় খৰছ কৰি আছে। বিনাশ শীল প্ৰকৃতি কাম বোৰ বিনাশ শীল। আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ নোহোৱা মানুহ কোনো ৱেই প্ৰকৃত মানুহ নহয়। সাম্প্ৰতিক কালত যিবোৰ চলি আছে দেহ মন আনন্দৰ কাৰণে। জীৱ শ্ৰেষ্ঠ মানৱৰ প্ৰকৃত মানুহ হ'বলৈ এতিয়াও বাকী অনন্ত সময়ৰ। সুন্দৰ সুন্দৰ দেহ বিলাক আৰু সিহঁতৰ কৰ্ম বিলাক আচলতে আত্মা বা আত্ম বোধ আৰু আত্ম উপলব্ধি নহয়। জগত মানে সৌন্দৰ্য মাধুৰ্য ৰূপ ৰস গন্ধ বিলাস নহয়। জগতৰ সৰ্বকালৰ সুমঙ্গলৰ বাবে আৰু মানৱ কল্যাণৰ হকে চিন্তা চৰ্চা ভাৱনা হ্নদয়েৰে কৰিব লগা কাম বহুতো আছে। যিবোৰ হৈছে সেই বোৰ জগত মঙ্গলৰ বাবে নে। কেতিয়াও নহয়। অৰ্থহীন জগত এখনত অৰ্থহীন কৰ্ম পন্থাত লাগি আছে মানুহ বোৰ। সব কথা বাদ দিয়ক আমি অমৰ নহয়। অমৰ হ'লে কিমান কি লাগিব পাট্টা নাই। প্ৰাচীন ভাৰতীয় সভ্যতা সংস্কৃতি সমাজ সংস্কাৰ মানৱতা আৰু নৈতিকতা দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল। মানুহৰ পৰা মহামানুহ মহাপুৰুষ অতি মানৱ দেৱী দেৱতা ঈশ্বৰ ঈশ্বৰী দৈত্য দানৱ সকলো বিলাক নিজৰ নিজৰ গুন কৰ্ম অনুযায়ী অগ্ৰগতি লাভ কৰিছিল। আজিৰ মানুহ মানৱতা হীন হ'বলৈ আৰম্ভ কৰিছে। যিমান ৰামায়ণ মহাভাৰত সঙ্গীত নাছ গান ধৰ্ম প্ৰাণ সব স্বাৰ্থ জনিত জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় লীলা। হাহাকাৰ মানৱ সমাজত। অৰণ্যৰ মাজত মহিষী সকলৰ নিজন আশ্ৰমত আধ্যাত্মিক বেদান্ত দৰ্শনৰ আত্ম বোধ আৰু আধ্যাত্মিক জ্ঞান প্ৰদান কৰা দেখা পোৱা নাযায়। মানুহৰ হ্নদয়ত আসুৰিক ভাৱনাৰে ভৰপূৰ। জীৱন যৌৱন কামনা বাসনাৰ দপদপনি প্ৰৱল অগ্নিৰ। লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক গুণ সম্পন্ন ব্যক্তি ৰ অবিচাৰ বেভ্যিচাৰ শোষণ নিস্পেষন অত্যাচাৰ অমানুষিক কাৰ্যকলাপ বেভ্যিচাৰ অণ্যায় অধম কিছুমান তামসিকগুন অন্ধ বিশ্বাসৰ হেঁচাত জগত শেষ হৈ যাব। সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস কৰুণা ৰ অভা কাম হৈছে। মিছা ব্যেশা অভিনয় অকম

  • @rivanjoligogoi6826
    @rivanjoligogoi6826 6 หลายเดือนก่อน +2

    Moiu kk sir ok vl Pau logote mur husbend aru suwalie joniu bhout vl pai❤❤ arunachal namsai pora Sai aasu moi

  • @pankhitabaruah794
    @pankhitabaruah794 6 หลายเดือนก่อน +2

    Episode u 19 hoi ... Lucky number hoi hoxai

  • @bobitagogoi4985
    @bobitagogoi4985 4 หลายเดือนก่อน +2

    Beautiful❤

  • @junmoniborah3330
    @junmoniborah3330 6 หลายเดือนก่อน +2

    Bor dhunia ba joni. Kothabur emn morom loga. Baa karone sau

  • @purnimagogoi6954
    @purnimagogoi6954 4 หลายเดือนก่อน +2

    ভাল লাগিল

  • @user-th5nc4lt5l
    @user-th5nc4lt5l 5 หลายเดือนก่อน +4

    19 tu lucky babe ei episode tu u 19 number episode wahh

  • @sunitagoswami2080
    @sunitagoswami2080 4 หลายเดือนก่อน +2

    Bohut bhal lagil👍

  • @manishadeka6600
    @manishadeka6600 6 หลายเดือนก่อน +7

    Scrol কৰি চায়েই থাকো "যাত্ৰা"ৰ অতিথি কেতিয়া আহে,কেতিয়া আহে🥰।ধুনীয়া হৈছে বা❤️❤️❤️ ।"অনুভৱ মোৰ" গাব দেই এদিন,মই অনুৰোধ কৰিছিলো🙏

  • @SKumar-ne4sz
    @SKumar-ne4sz 6 หลายเดือนก่อน +2

    19 number lucky sage, episode number o 19.

  • @kabitasaikia8051
    @kabitasaikia8051 6 หลายเดือนก่อน +2

    অনুষ্ঠানটি চাই সচাই ভাল লাগিল।

  • @jibanbora6004
    @jibanbora6004 5 หลายเดือนก่อน +2

    Kk da beharbari ahokna plz . I miss you.❤

  • @ajitdeka1219
    @ajitdeka1219 5 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিল অনুষ্ঠানটি