আনাৰস সহজতে কেনেকৈ টাব বা বস্তাত উৎপাদন কৰিব পাৰি। (How to produce pineapple in Polly bag)

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024

ความคิดเห็น • 12

  • @nonআমিষveg5348
    @nonআমিষveg5348 3 หลายเดือนก่อน

    সুন্দৰ হৈছে। ময়ো ৰুইছিলো খাবলৈ অনা আনাৰসৰ তিনিটা আগ তাৰে দুটা ফুলিছে যত্ন নাই লোৱা বুলিয়ে কব পাৰি ভগা বাকেটত মাটি পুৰাই আগ কেইটা পুতি দিছোঁ ইমানেই!

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน

      ভাল কথা। আগ্ৰহ থাকিলে সকলো কৰিব পাৰি। ধন্যবাদ।

  • @samarjitdas1166
    @samarjitdas1166 3 หลายเดือนก่อน

    এডাল গছত এটা লগাৰ পিছত গছদাল কাটি দিম নে পিছত আৰু লাগিব।আৰু বস্তাটোত কি কি দিব লাগিব জনাবচোন দাদা

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน

      পকাৰ পাছত লগা গছডালৰ গুৰিৰে পোখা ওলালে লগা গছডাল কাটি পেলাব লাগে। ধন্যবাদ।

  • @lipikaborah147
    @lipikaborah147 3 หลายเดือนก่อน

    Moi apunar vdo sai dhania guti thoisilu aji 4 dnt k basi hol gojali ulua ni xun. rod paribo nalage nki bru olopo topula kaitat

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน

      গুটিৰ টোপোলাটো মাটিৰ 1ইন্সি মান তলত সোমাই থব লাগিব। সদায় এবাৰকৈ পানী দিব লাগিব। যদি গুটি বোৰ ভাল, তেতিয়া গজালি ওলাবই। ৰ'দত ৰাখিলেও কথা নাই। ধন্যবাদ।

    • @lipikaborah147
      @lipikaborah147 3 หลายเดือนก่อน +1

      @@borahskitchengarden2487 Dhainya bad kotha khini janai dia babe 🙏🙏

  • @DineshChandraDas-uc7xy
    @DineshChandraDas-uc7xy 10 วันที่ผ่านมา

    কোন মাহত ৰুব লাগে দয়া কৰি সেয়া প্ৰথমে জনাব।

    • @borahskitchengarden2487
      @borahskitchengarden2487  9 วันที่ผ่านมา

      @@DineshChandraDas-uc7xy দাস ডাঙৰীয়া, February, March আৰু September ত ৰুলে ভাল হয়। ধন্যবাদ।

  • @bishwajitdeka8778
    @bishwajitdeka8778 3 หลายเดือนก่อน +1

    Madhuriam or kolom bimonabo Pari ni

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน +1

      মাধুৰী আমৰ কলমৰ পদ্ধতি মোৰ (Borah's kitchen garden)channel ত দিয়া আছে।চাই ল'ব পাৰে। ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน +1

      মোৰ এই channel টোতে আছে।চাই ল'ব পাৰে। ধন্যবাদ