Borah's Kitchen Garden
Borah's Kitchen Garden
  • 159
  • 903 430

วีดีโอ

অত্যধিক উপকাৰী থলুৱা কচু (More useful scented local arum)
มุมมอง 21921 วันที่ผ่านมา
অত্যধিক উপকাৰী থলুৱা কচু (More useful scented local arum)
আদাৰ অধিক উৎপাদন কেনেকৈ পাব পাৰি( HOW TO GET BUMPER PRODUCTION OF GINGER)
มุมมอง 52228 วันที่ผ่านมา
আদাৰ অধিক উৎপাদন কেনেকৈ পাব পাৰি( HOW TO GET BUMPER PRODUCTION OF GINGER)
বস্তা বা টাবত কুঁহিয়াৰ কেনেকৈ কৰে (How to grow sugercan in Polly bag or tub)
มุมมอง 730หลายเดือนก่อน
বস্তা বা টাবত কুঁহিয়াৰ কেনেকৈ কৰে (How to grow sugercan in Polly bag or tub)
জৈৱিক পদ্ধতিত নাইট্ৰজেন (ইউৰিয়া) উৎপাদন(How to produce urea from dry leaves)
มุมมอง 666หลายเดือนก่อน
জৈৱিক পদ্ধতিত নাইট্ৰজেন (ইউৰিয়া) উৎপাদন(How to produce urea from dry leaves)
সহজ পদ্ধতিৰে নৰসিংহৰ খেতি
มุมมอง 286หลายเดือนก่อน
সহজ পদ্ধতিৰে নৰসিংহৰ খেতি
কিডনীৰ মহৌষধ পনৌনোৱা টাব বা Polly bag ত কৰো আহক (Grow tarvine/hogweed in Polly bag or tub)
มุมมอง 550หลายเดือนก่อน
কিডনীৰ মহৌষধ পনৌনোৱা টাব বা Polly bag ত কৰো আহক (Grow tarvine/hogweed in Polly bag or tub)
খেতিৰ প্ৰয়োজনীয় টনিক প্ৰস্তুত কৰো আহক।(Produced an useful tonic /vitamin for plants)
มุมมอง 2.6Kหลายเดือนก่อน
খেতিৰ প্ৰয়োজনীয় টনিক প্ৰস্তুত কৰো আহক।(Produced an useful tonic /vitamin for plants)
মধু সোলেং কেনেকৈ টাব বা Poly bagত কৰিব পাৰি
มุมมอง 417หลายเดือนก่อน
মধু সোলেং কেনেকৈ টাব বা Poly bagত কৰিব পাৰি
সহজ পদ্ধতিৰে কোমোৰা খেতি কেনেকৈ কৰে।(How to cultivate Ash gourd cultivation with easy method?)
มุมมอง 573หลายเดือนก่อน
সহজ পদ্ধতিৰে কোমোৰা খেতি কেনেকৈ কৰে।(How to cultivate Ash gourd cultivation with easy method?)
Poly bag বা বস্তাত আদা খেতি কেনেকৈ কৰে।(How to cultivate ginger in poly bag)
มุมมอง 4.1Kหลายเดือนก่อน
Poly bag বা বস্তাত আদা খেতি কেনেকৈ কৰে।(How to cultivate ginger in poly bag)
আনাৰস সহজতে কেনেকৈ টাব বা বস্তাত উৎপাদন কৰিব পাৰি। (How to produce pineapple in Polly bag)
มุมมอง 7242 หลายเดือนก่อน
আনাৰস সহজতে কেনেকৈ টাব বা বস্তাত উৎপাদন কৰিব পাৰি। (How to produce pineapple in Polly bag)
কেনেকৈ অধিক লেচেৰা উৎপাদন কৰিব পাৰি। (How to get more production of snake beans)
มุมมอง 1K2 หลายเดือนก่อน
কেনেকৈ অধিক লেচেৰা উৎপাদন কৰিব পাৰি। (How to get more production of snake beans)
তিয়হত বৰল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?(How to Control Wasps)
มุมมอง 9K2 หลายเดือนก่อน
তিয়হত বৰল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?(How to Control Wasps)
লেচেৰাৰ উপযুক্ত যত্ন কেনেকৈ ল'ব? (How To Properly Nurture Snake beans/ Yardlong Beans)
มุมมอง 3.7K2 หลายเดือนก่อน
লেচেৰাৰ উপযুক্ত যত্ন কেনেকৈ ল'ব? (How To Properly Nurture Snake beans/ Yardlong Beans)
তিয়হৰ উপযুক্ত প্ৰতিপালন কেনেকৈ কৰা হয়?(How To Properly Nurture Cucumber Plant)
มุมมอง 2.2K3 หลายเดือนก่อน
তিয়হৰ উপযুক্ত প্ৰতিপালন কেনেকৈ কৰা হয়?(How To Properly Nurture Cucumber Plant)
ড্ৰেগন ফলৰ March/April ত কেনেকৈ যতন ল'ব?(How To Nurture Dragon Fruit)
มุมมอง 5903 หลายเดือนก่อน
ড্ৰেগন ফলৰ March/April ত কেনেকৈ যতন ল'ব?(How To Nurture Dragon Fruit)
ভেণ্ডি কাৰ্টন বা Poly bagত কেনেকৈ কৰিব পাৰি (How To Make Lady's Fingers In Cartons/Poly Bags)
มุมมอง 2.5K3 หลายเดือนก่อน
ভেণ্ডি কাৰ্টন বা Poly bagত কেনেকৈ কৰিব পাৰি (How To Make Lady's Fingers In Cartons/Poly Bags)
তিয়হৰ খেতি উন্নত পদ্ধতিত কেনেকৈ কৰে (How to Properly Plant Cucumber)
มุมมอง 2K3 หลายเดือนก่อน
তিয়হৰ খেতি উন্নত পদ্ধতিত কেনেকৈ কৰে (How to Properly Plant Cucumber)
লেচেৰা উন্নত পদ্ধতিত কেনেকৈ কৰে? (How to Grow Long Beans | Proper Method)
มุมมอง 2.7K3 หลายเดือนก่อน
লেচেৰা উন্নত পদ্ধতিত কেনেকৈ কৰে? (How to Grow Long Beans | Proper Method)
অধিক উৎপাদনৰ বাবে মধুৰীৰ টাব কেনেকৈ সলনি কৰে? (How To Change Guava tubs for higher yields)
มุมมอง 9063 หลายเดือนก่อน
অধিক উৎপাদনৰ বাবে মধুৰীৰ টাব কেনেকৈ সলনি কৰে? (How To Change Guava tubs for higher yields)
জলকীয়াৰ অধিক উৎপাদনৰ ব্যৱস্থা কেনেকৈ ল'ব (How to Get Maximum Chilli Production)
มุมมอง 2.6K4 หลายเดือนก่อน
জলকীয়াৰ অধিক উৎপাদনৰ ব্যৱস্থা কেনেকৈ ল'ব (How to Get Maximum Chilli Production)
আপেল বগৰীৰ কলম( pruning) কেনেকৈ কৰিব? (How to Prune Indian Jujube)
มุมมอง 1K4 หลายเดือนก่อน
আপেল বগৰীৰ কলম( pruning) কেনেকৈ কৰিব? (How to Prune Indian Jujube)
Lettuce সহজতে কেনেকৈ কৰিব পাৰি (How to Easily Grow Lettuce)
มุมมอง 4634 หลายเดือนก่อน
Lettuce সহজতে কেনেকৈ কৰিব পাৰি (How to Easily Grow Lettuce)
গোটেই বছৰ ধনীয়া কেনেকৈ পাব পাৰি (Techniques To Get Coriander Production All Year)
มุมมอง 2.9K4 หลายเดือนก่อน
গোটেই বছৰ ধনীয়া কেনেকৈ পাব পাৰি (Techniques To Get Coriander Production All Year)
বিলাহীৰ কেনেদৰে অধিক উৎপাদন পাব পাৰি (How to Get Maximum Tomato Production)
มุมมอง 1.1K4 หลายเดือนก่อน
বিলাহীৰ কেনেদৰে অধিক উৎপাদন পাব পাৰি (How to Get Maximum Tomato Production)
বেঙনা ডাল ভৰাই কেনেকৈ লগাব পাৰি (How to Get Massive Eggplant/Brinjal Production)
มุมมอง 8K4 หลายเดือนก่อน
বেঙনা ডাল ভৰাই কেনেকৈ লগাব পাৰি (How to Get Massive Eggplant/Brinjal Production)
Marigold ৰ উপযুক্ত যত্ন কেনেকৈ ল'ব (How to Properly Nurture Marigold) (নাৰ্জী ফুল)
มุมมอง 7325 หลายเดือนก่อน
Marigold ৰ উপযুক্ত যত্ন কেনেকৈ ল'ব (How to Properly Nurture Marigold) (নাৰ্জী ফুল)
লাগিবলৈ ধৰা বেঙেনাৰ কেনেকৈ যত্ন লয় (How To Do Proper Nurturing of Brinjal)
มุมมอง 2.8K5 หลายเดือนก่อน
লাগিবলৈ ধৰা বেঙেনাৰ কেনেকৈ যত্ন লয় (How To Do Proper Nurturing of Brinjal)
কবি খেতি জৈৱিক পদ্ধতিত কেনেকৈ কৰে (How to Do Organic Farming of Cabbage, Brocolli etc)
มุมมอง 6235 หลายเดือนก่อน
কবি খেতি জৈৱিক পদ্ধতিত কেনেকৈ কৰে (How to Do Organic Farming of Cabbage, Brocolli etc)

ความคิดเห็น

  • @binaykurmi3792
    @binaykurmi3792 3 วันที่ผ่านมา

    Thanks .আপুনাৰ তাত কি কি পান আাচে আৰু পুলি কিনিবলৈ পামনে গান পানৰ পুলি পামনে পুলিৰ দাম কিমান ।

    • @borahskitchengarden2487
      @borahskitchengarden2487 วันที่ผ่านมา

      @@binaykurmi3792 মই নিজৰ বাবে আৰু পদ্ধতিটো দেখুওৱাৰ বাবে কিছু কৰো। বিক্ৰীৰ বাবে এতিয়ালৈকে কৰা নাই। পাছলৈ কৰিব পাৰোঁ। ধন্যবাদ।

  • @niranjandas4143
    @niranjandas4143 4 วันที่ผ่านมา

    Moi bohut vl paw mosndori....besikoi khaw karone kijani mor ghartot eiman rupon koru kintu bohrabo nowaru....jarkarone belegor pora aani khaw moi

    • @borahskitchengarden2487
      @borahskitchengarden2487 4 วันที่ผ่านมา

      @@niranjandas4143 ভাল কথা, বহুত উপকাৰী।যত্ন কৰি ৰুলে নিশ্চয় হ'ব। ধন্যবাদ।

  • @gourabasmr6338
    @gourabasmr6338 5 วันที่ผ่านมา

    পটল তাপত কৰিব পাৰি নেকি কব

    • @borahskitchengarden2487
      @borahskitchengarden2487 5 วันที่ผ่านมา

      @@gourabasmr6338 পটল বস্তা বা টাবত কৰিব পাৰি। কিন্তু আকাৰ ডাঙৰ হ'ব লাগিব। কাৰণ ই স্থায়ী খেতি। ধন্যবাদ।

  • @gourabasmr6338
    @gourabasmr6338 5 วันที่ผ่านมา

    দাদা তিতাকেৰেলা জাত টো না ম কি হয়

    • @borahskitchengarden2487
      @borahskitchengarden2487 5 วันที่ผ่านมา

      @@gourabasmr6338 হাইব্ৰিড জাত আছিল।Kalash company ৰ। ধন্যবাদ।

  • @SankarNath-dt9qc
    @SankarNath-dt9qc 5 วันที่ผ่านมา

    সছটো দিব নেকি যদি দিয়ে কত কেনেকৈ যোগাযোগ কৰিম দাম কেনেকুৱা জনাব।

  • @MunindraKalita-o9i
    @MunindraKalita-o9i 7 วันที่ผ่านมา

    Guti kot powa jabo

    • @borahskitchengarden2487
      @borahskitchengarden2487 7 วันที่ผ่านมา

      @@MunindraKalita-o9i ইয়াৰ ডাল সংগ্ৰহ কৰি ৰুলেই হয়। অতি সহজে পোখা মেলে। ধন্যবাদ।

  • @manabsaikia1057
    @manabsaikia1057 10 วันที่ผ่านมา

    Barikha rule kiba habo neki

    • @borahskitchengarden2487
      @borahskitchengarden2487 9 วันที่ผ่านมา

      ৰুব পাৰি।

    • @borahskitchengarden2487
      @borahskitchengarden2487 9 วันที่ผ่านมา

      ৰুব পাৰি। ধন্যবাদ।

    • @manabsaikia1057
      @manabsaikia1057 8 วันที่ผ่านมา

      Rubo bisora thai dukhor bam hoi kene dhorone rule val habo

  • @GaneshNarah-zo7uc
    @GaneshNarah-zo7uc 11 วันที่ผ่านมา

    Thank you sir

    • @borahskitchengarden2487
      @borahskitchengarden2487 11 วันที่ผ่านมา

      @@GaneshNarah-zo7uc মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @piogogoi2316
    @piogogoi2316 13 วันที่ผ่านมา

    Dada sagoli gubor dile val hobone baru kobasun

    • @borahskitchengarden2487
      @borahskitchengarden2487 13 วันที่ผ่านมา

      ছাগলীৰ গোবৰো ভাল সাৰ। কিন্তু গুৰি কৰি দিব পাৰিলে ভাল। ধন্যবাদ।

    • @piogogoi2316
      @piogogoi2316 13 วันที่ผ่านมา

      @@borahskitchengarden2487 thanks 😊

  • @manikchandradadhara1682
    @manikchandradadhara1682 13 วันที่ผ่านมา

    অত্যন্ত সুন্দৰ

    • @borahskitchengarden2487
      @borahskitchengarden2487 13 วันที่ผ่านมา

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 13 วันที่ผ่านมา

    Dhuniya

    • @borahskitchengarden2487
      @borahskitchengarden2487 13 วันที่ผ่านมา

      ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @user-kp1je6vm1t
    @user-kp1je6vm1t 13 วันที่ผ่านมา

    মোৰ তিয়হ জোপা বেছি ফল ধৰা নাই কি দিব লাগিব জনাব চোন

    • @borahskitchengarden2487
      @borahskitchengarden2487 13 วันที่ผ่านมา

      মৰা গোবৰ , কণীৰ বাকলিৰ গুৰি,কলৰ বাকলিৰ গুৰি,পচন সাৰ বা কেঁচু সাৰ দিয়কচোন।প্ৰথম কথা জাতটো ভাল হ'ব লাগে। কথাতে কয় জাত ভালেই কৃষি ভাল। ধন্যবাদ।

    • @user-kp1je6vm1t
      @user-kp1je6vm1t 12 วันที่ผ่านมา

      সেই খিনি সাৰ আপোনাৰ ভিডিও চাই দিছিলোঁ হয়তো জাত টো এ বেয়া । ভাল জাতৰ গুটি এ নাপাওঁ চো ন

    • @borahskitchengarden2487
      @borahskitchengarden2487 12 วันที่ผ่านมา

      @@user-kp1je6vm1t হয় ভাল জাত নহ'লে ভালদৰে নালাগে। বিশ্বাসযোগ্য নাৰ্চাৰীত বিচাৰিলে ভাল জাত পোৱা যায়। সেই বাবে প্ৰথমে ভাল জাত সংগ্ৰহ কৰি ল'ব। মন্তব্যৰ বাবে ধন্যবাদ।

  • @Poranboroshortvlogs
    @Poranboroshortvlogs 16 วันที่ผ่านมา

    Kura eyar bij tu kot powa jai

    • @borahskitchengarden2487
      @borahskitchengarden2487 15 วันที่ผ่านมา

      @@Poranboroshortvlogs নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।

  • @barnalikalita1641
    @barnalikalita1641 16 วันที่ผ่านมา

    আপোনাক ধন্যবাদ জনালোঁ

    • @borahskitchengarden2487
      @borahskitchengarden2487 16 วันที่ผ่านมา

      @@barnalikalita1641 মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @usmanali-ek2cn
    @usmanali-ek2cn 17 วันที่ผ่านมา

    dada please send me your contact number

  • @dhanajoydas4516
    @dhanajoydas4516 19 วันที่ผ่านมา

    Dam kiman

    • @borahskitchengarden2487
      @borahskitchengarden2487 18 วันที่ผ่านมา

      মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ

  • @dhanajoydas4516
    @dhanajoydas4516 19 วันที่ผ่านมา

    Ata bonmilk dibo mok

    • @borahskitchengarden2487
      @borahskitchengarden2487 18 วันที่ผ่านมา

      Bone meal(হাড়ৰ গুৰি) ডাঙৰ নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।

  • @usmanali-ek2cn
    @usmanali-ek2cn 20 วันที่ผ่านมา

    dada please aponar contact number dibo kindly

    • @borahskitchengarden2487
      @borahskitchengarden2487 20 วันที่ผ่านมา

      You tube ত phone no.দিয়াত অলপ অসুবিধা আছে। মৰ face book ত Benudhar Borah ত message কৰিব । তেতিয়া দিব পাৰিম। ধন্যবাদ।

  • @usmanali-ek2cn
    @usmanali-ek2cn 20 วันที่ผ่านมา

    please aponar namberto send koribo dada

  • @lalitas1989
    @lalitas1989 22 วันที่ผ่านมา

    nice sharing

  • @ranjitaengti8947
    @ranjitaengti8947 22 วันที่ผ่านมา

    Dada Mur mar ghirotu ase mur husbandor ghorotu llogaisu

    • @borahskitchengarden2487
      @borahskitchengarden2487 22 วันที่ผ่านมา

      খুব ভাল কথা। এই বিধ বহুত উপকাৰী কচু। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @gaurangasaikia2584
    @gaurangasaikia2584 24 วันที่ผ่านมา

    Borah daa borokhun paale khaar uthi mori jaai niki?

    • @borahskitchengarden2487
      @borahskitchengarden2487 24 วันที่ผ่านมา

      টাব বা পাত্ৰত কৰিলে,একাৰাহে বৰষুণ দি থাকিলে আতৰাই থব লাগিব। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @Marak316
    @Marak316 26 วันที่ผ่านมา

    Xundar video. Dhanyawad

    • @borahskitchengarden2487
      @borahskitchengarden2487 25 วันที่ผ่านมา

      মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ

  • @interviewknowledge701
    @interviewknowledge701 26 วันที่ผ่านมา

    ঘৰতে খাবলৈ হলে এনেকৈ কৰিলেও কোনো কথা নাই মই যিহেতু প্ৰায় ৪ বছৰ ধৰি ব্যবসায়ীক ভাৱে পদিনা খতি কৰি আহিছো কিন্তু চাৰে কৰাতকৈ কিছু পৃথক পদ্ধতিৰে কৰি অাহিছো ।

    • @borahskitchengarden2487
      @borahskitchengarden2487 25 วันที่ผ่านมา

      ভাল কথা। বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ

  • @hamidakhatun2244
    @hamidakhatun2244 27 วันที่ผ่านมา

    Bone meal dibo parine?

    • @borahskitchengarden2487
      @borahskitchengarden2487 26 วันที่ผ่านมา

      এয়া স্বায়ী ফলৰ গছ নহয় যিহেতু bonemil দিব নালাগে। গোবৰ/পচন সাৰ/কেঁচু সাৰ দিলেই হয়। ধন্যবাদ।

  • @lipikaborah147
    @lipikaborah147 27 วันที่ผ่านมา

    Atia ada logale hobo n

    • @borahskitchengarden2487
      @borahskitchengarden2487 27 วันที่ผ่านมา

      এতিয়াও ৰুব পাৰি।গোবৰ আদি বেছিকৈ দিব লাগে। গোবৰ নহ'লে পচন সাৰ কেচু সাৰ দিলেও হয়। ধন্যবাদ।

  • @deepabordoloi5476
    @deepabordoloi5476 28 วันที่ผ่านมา

    বৰ ভাল লাগিল

    • @borahskitchengarden2487
      @borahskitchengarden2487 27 วันที่ผ่านมา

      মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh 28 วันที่ผ่านมา

    আপোনাৰ পদ্ধতি ব্যৱহাৰ কৰি বস্তা দুটাত দিলো ।চাঙত সুন্দৰকৈ বগাইছে,ফুল এতিয়ালৈ অহা নাই ।সোনকালে ফল ধৰাৰ পৰিচৰ্যা বিষয়ে জনাব ।

    • @borahskitchengarden2487
      @borahskitchengarden2487 27 วันที่ผ่านมา

      পটাচ সাৰ দিলে লাগে। তথাপিও ছাই গোবৰ আদি দিব। খাদ্যৰ পৰিমাণৰ ওপৰতো লগা নলগাটো নিৰ্ভৰ কৰে। চেহেৰা ভাল যদি পলমকৈ হ'লেও লাগিব পাৰে। ধন্যবাদ।

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh 28 วันที่ผ่านมา

    আপোনাৰ ভিডিঅ' চাই ময়ো ১০ টা বস্তাত আদা দিলো ।আদাৰ চেহেৰা সুন্দৰ হৈছে,আপোনাৰ ভিডিঅ'টো চাই পৰিচৰ্যা কৰিব লাগিব ।পিছে পেকেটৰ দানা ঔষধহে নাই ,বাকীবোৰ আছে ।ইয়াৰ বিকল্প থাকিলে জনাব ।

    • @borahskitchengarden2487
      @borahskitchengarden2487 28 วันที่ผ่านมา

      দানাসাৰ নহ'লেও হ'ব। শুকান গোবৰ বা পচন সাৰ বেছিকৈ দিব।ভাদ আহিনত 2/3বাৰ খলিহৈৰ পানী দিলে হৈ যাব। কেৱল পানী বন্ধ হ'বলৈ নিদিব।আকৌ বেছি শুকান হৈ গ'লে পানীও দিব লাগিব। ধন্যবাদ।

  • @gaurangasaikia2584
    @gaurangasaikia2584 28 วันที่ผ่านมา

    Borah daa atia koribo homoi aase ne aaru aada puli tu keneke paam?

    • @borahskitchengarden2487
      @borahskitchengarden2487 28 วันที่ผ่านมา

      এতিয়াও সময় আছে। বজাৰত অকন অকন গজালি মেলা আদা আনি ৰুলেই হ'ব। কেবল গোবৰ/পচন সাৰ/কেচুসাৰ বেছিকৈ দিলে ভাল হব। ধন্যবাদ।

  • @RobenMedhi
    @RobenMedhi 28 วันที่ผ่านมา

    😅

  • @RobenMedhi
    @RobenMedhi 28 วันที่ผ่านมา

    😢

  • @user-kp1je6vm1t
    @user-kp1je6vm1t หลายเดือนก่อน

    ভোট জলকীয়া কোন মাহত ৰুব লাগে

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      October ৰ প্ৰথম সপ্তাহৰ পৰাই ৰুৱা আৰম্ভ কৰিব পাৰি। ধন্যবাদ।

  • @Robert-lo1ye
    @Robert-lo1ye หลายเดือนก่อน

    Gosjuppa kenekua thaet thobo lagey Tar bihoye olop jonabo Karon besi panit e more Deha poramorho olop dibo Apunak bohut bohut morom jasisu💐🌷🌺💐🥀🍁💐💐

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      গছজোপা পানী বন্ধ নোহোৱা ৰ'দ পৰা ঠাইত ৰাখিব লাগে। ধন্যবাদ।

    • @Robert-lo1ye
      @Robert-lo1ye หลายเดือนก่อน

      @@borahskitchengarden2487 thank u dada

  • @Robert-lo1ye
    @Robert-lo1ye หลายเดือนก่อน

    Bohut moja dada Apunar video saley mur bohut val lagey Utsa pau Mur cultivation bohut agroh💐🌺💐🍁🌹🌷💐🌺 Thanks🙏❤🙏❤

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      আগ্ৰহ থকাটো ভাল কথা। আগ্ৰহ থাকিলেহে কাম ভাল হয়। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @shristinursery212
    @shristinursery212 หลายเดือนก่อน

    gree tea oxidation nokore

  • @dipalinath3202
    @dipalinath3202 หลายเดือนก่อน

    দাদা গজালি মেলিব ধৰা আদাত বোন পাত জ্বলাই দিয়া চাই দিলে আদা খিনি বেয়া হব নেকি।

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      নহয়, দিব পাৰি। ধন্যবাদ

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      নহয় দিব পাৰি। ধন্যবাদ।

  • @KumudDas-je7cb
    @KumudDas-je7cb หลายเดือนก่อน

    চাব আমাৰ ঘৰতো এজোপা আছে, কিন্তু কব বিলাক রঙা রঙা পৰে, কাৰণ টো জনাব নেকি চাই। thanks

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      গুৰিত পানী জমা হ'লে বা খাদ্যৰ অভাৱতো ৰঙা পৰে। ইয়াৰ লগত জাতৰ কথাও আহি পৰে। ভাল জাত লগাব লাগে। বৰলে বিন্ধিলেও ৰঙা পৰে। গুৰিৰ পৰা 2ফুট মান আঁতৰত ঘুৰণীয়া কৈ লোৰ খান্দি গোবৰ বা পচন সাৰ, অলপ খলিহৈ খৰাং বতৰত দিব।নিমতেল 5ml 1লিটাৰ পানীত মিলাই পাতত ছটিয়াই দিব। ধন্যবাদ।

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 หลายเดือนก่อน

    Sundar haise

  • @lipikaborah147
    @lipikaborah147 หลายเดือนก่อน

    Apunar vdo bur sai vl lge apuni bht vl k dakhai ru koi die

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @rupgogoi4154
    @rupgogoi4154 หลายเดือนก่อน

    ভাল লাগিল আগলৈও আশা থাকিল gsrden soil প্ৰস্ত্তত প্ৰণালীৰ বিষয়ে video বনাবচোন 🙏

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      গগৈ ডাঙৰীয়া, আপোনাৰ পৰামৰ্শৰ বাবে ধন্যবাদ। এই বিষয়ত video দিম বুলি ভাবিছো। বৰষুণৰ বতৰ যোৱাৰ পাছত দিব লাগিব। ধন্যবাদ।

  • @NayanjyotiNath-tr5by
    @NayanjyotiNath-tr5by หลายเดือนก่อน

    কল পুলি ৰোপন কৰাৰ সঠিক সময় কোনটো জনাবচোন । জুন জুলাইত ৰোপন কৰিব পাৰিম নে ?

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      June, July,augstত বৰষুণ বেছি হৈ থাকে বাবে ৰুব নালাগে। বাকীবোৰ মাহত ৰুব পাৰি। ধন্যবাদ।

  • @armusicassam375
    @armusicassam375 หลายเดือนก่อน

    দাদা ভাত কেৰালা কৰ ধৰা পিছত কৰ টো পকাৰ দৰে হৈ যায় ডাঙৰ নহৈ এইটো ভাল কৰিব বাবে কি কৰিব লাগিব জনাব চোন

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      জাতটো ভাল হ'ব লাগে। গছজোপাৰ খাদ্যৰ অভাৱতো হয়। আনহাতে গুৰিত পানী জমা হৈ জেকনি লাগিলেও তেনেকুৱা হয়।ফৰকাল বতৰত গুৰিৰ পৰা 2ফুট মান আঁতৰত ঘুৰণীয়া কৈ লোৰ খান্দি গোবৰ বা পচন সাৰ অলপ দিব।jivrasনামৰ organic micro neutreant 1ml 1লিটাৰ পানীত মিলাই গছত ছটিয়াই দিব পাৰে। ধন্যবাদ।

    • @armusicassam375
      @armusicassam375 หลายเดือนก่อน

      ধন্যবাদ দাদা জনোৱাৰ বাবে

  • @itositobahuto5348
    @itositobahuto5348 หลายเดือนก่อน

    সুন্দৰ! ময়ো ৰুইছো যোৱা সৰস্বতী পুজাত অনা কুঁহিয়াৰ এটাৰ আগ।

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      খুবেই ভাল কথা। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @user-kl6dq8vu3o
    @user-kl6dq8vu3o หลายเดือนก่อน

    Bhal lagil dada

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @user-ed5sw6hk4s
    @user-ed5sw6hk4s หลายเดือนก่อน

    ভাল লাগিল

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @ranjitaengti8947
    @ranjitaengti8947 หลายเดือนก่อน

    dada bah gosor patbur hobone .reply dibo buli akha korilu

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      হয়,বাহ গছৰ পাতো হ'ব। কেৱল বাঁহৰ জেং থাকিব নালাগে। ধন্যবাদ।

    • @ranjitaengti8947
      @ranjitaengti8947 หลายเดือนก่อน

      @@borahskitchengarden2487 dhanybad dada.apunar video sai mo upokrito hoisu. vatkerela.kumura logaisu.vatkerela fal bahut lagise kumura jupa fula nai bortoman .

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      @@ranjitaengti8947 উপকৃত হোৱা বুলি জানি ভাল লাগিল। ধন্যবাদ

  • @fungkhanarzary3980
    @fungkhanarzary3980 หลายเดือนก่อน

    Sini napalu boro vashat ki nam kai janile vhal asil

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      নাৰ্জাৰী ডাঙৰীয়া , বড়ো ভাষাত দিব পাৰিলে ভাল আছিল। কিন্তু ময়ো বড়ো ভাষা নাজানো। ইংৰাজী নামটো দিয়া হৈছে। আপুনি বড়ো ভাষা জনা লোকক সুধি চাব।গাৱৰ কিছুমান মানুহে জানে। মন্তব্যৰ বাবে ধন্যবাদ।

  • @mastofaahmed2081
    @mastofaahmed2081 หลายเดือนก่อน

    ভাল লাগিল, বৰ সুন্দৰকৈ বুজাই দিলে

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @monjitswargiary7002
    @monjitswargiary7002 หลายเดือนก่อน

    Neem tel kuntu bibohar koribo lagibo jonabosu mur dujupa gos ase puke sob pat khai dise

    • @borahskitchengarden2487
      @borahskitchengarden2487 หลายเดือนก่อน

      নাৰ্চাৰী দোকানত পোৱা যায়।১লিটাৰ পানীৰ লগত 5ml মিহলাই ছটিয়াব লাগে 4/5দিন অন্তৰত। ধন্যবাদ।