কিডনীৰ মহৌষধ পনৌনোৱা টাব বা Polly bag ত কৰো আহক (Grow tarvine/hogweed in Polly bag or tub)

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024

ความคิดเห็น • 7

  • @dulphukan7304
    @dulphukan7304 4 หลายเดือนก่อน

    দাদা আপোনাৰ প্ৰতিটো ভিদিৱে‌ মই চাও আৰু বহুত অভিগ্যতা অৰ্জন কৰিছোঁ আশা ৰাখিলোঁ ভবিষ্যত আপুনি এনে ধৰনেৰ আমাক‌‌ নতুন নতুন তথ্য‌ দি‌ উপকৃত কৰিযাব‌ । ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      উপকৃত হোৱা বুলি জানি ভাল লাগিল। আমাৰ ফালৰ পৰা সদায় চেষ্টা কৰিম। বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @lipikaborah147
    @lipikaborah147 4 หลายเดือนก่อน

    Dada mur kerela dujupa ase koli Tu olp dangor hoi e yellow hoi dangor nhi ru pat khini u yellow clr hoi goise ki dibo lgibo bru tanekua hole

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      গুৰিত পানী জমা হৈ জেকনি লাগিলেও তেনে হয়। খাদ্যৰ অভাৱতো হয়।৪/৫দিন একেৰাহে ৰ'দ দিলে গুৰিৰ পৰা 2ফুট মান আঁতৰত ঘুৰণীয়া কৈ লোৰ খান্দি গোবৰ বা পচন সাৰ দিব পাৰিলে ভাল।গছৰ গুৰিৰ ঠাইখিনি ওখ কৰি দিব লাগে যাতে অকনো পানী জমা নহয়। তদুপৰি মুলতঃ জাতটোও ভাল হ'ব লাগে। ধন্যবাদ।

    • @lipikaborah147
      @lipikaborah147 4 หลายเดือนก่อน

      @@borahskitchengarden2487 dhayna bad 🙏🙏

  • @fungkhanarzary3980
    @fungkhanarzary3980 4 หลายเดือนก่อน

    Sini napalu boro vashat ki nam kai janile vhal asil

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      নাৰ্জাৰী ডাঙৰীয়া , বড়ো ভাষাত দিব পাৰিলে ভাল আছিল। কিন্তু ময়ো বড়ো ভাষা নাজানো। ইংৰাজী নামটো দিয়া হৈছে। আপুনি বড়ো ভাষা জনা লোকক সুধি চাব।গাৱৰ কিছুমান মানুহে জানে। মন্তব্যৰ বাবে ধন্যবাদ।