ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত ভাল লাগিল।মইও কৰিম আপোনাৰ নিচিনাকে।
ভাল কথা,কৰক উপযুক্ত যত্ন ললে সুন্দৰ উৎপাদন পোৱা যায়।
Bohut val agil.
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
অতি সুন্দৰ প্ৰদৰ্শন
ধন্যবাদ
Bhal lagil dada
বহুত বহুত ধন্যবাদ।
Sir. Adar kothiyar size Tu poly bagt xhoru loleu fol pua jabo ne ? Per bag 2 piece 2 inches size.
হয় ,ডাঙৰ Poly bag হ'লে ৩ টুকুৰালৈকে দিব পাৰি। কেৱল মাটিখিনি সাৰুৱা আৰু কোমল হৈ থাকিব লাগিব। উপযুক্ত যত্ন ললে ভাল ফল পোৱা যায়। ধন্যবাদ।
nice
Sir 'Thekera' puli kenekoi prostut kore video 1ta dibosun please sir🙏
থেকেৰা টেঙা দুটা জাতৰ আছে। এবিধ খুজি থেকেৰা আনবিধ বৰথেকেৰা।দুয়ো বিষয়ে পকা থেকেৰাৰ গুটি পালে পুলিৰ গজালি ওলাই। বৰ্তমান এইবোৰ গছৰ সংখ্যা কমি গৈ আছে। সকলোৱে ৰুৱাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। ধন্যবাদ।
Mur Bareet kuji Thekera ase, Thekera poki gosr tolot hori thake kintu puli nulai, kenekoi puli bonabo lagibo jonabosun sir.
😢
বহুত ভাল লাগিল।মইও কৰিম আপোনাৰ নিচিনাকে।
ভাল কথা,কৰক উপযুক্ত যত্ন ললে সুন্দৰ উৎপাদন পোৱা যায়।
Bohut val agil.
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
অতি সুন্দৰ প্ৰদৰ্শন
ধন্যবাদ
ধন্যবাদ
Bhal lagil dada
বহুত বহুত ধন্যবাদ।
Sir. Adar kothiyar size Tu poly bagt xhoru loleu fol pua jabo ne ? Per bag 2 piece 2 inches size.
হয় ,ডাঙৰ Poly bag হ'লে ৩ টুকুৰালৈকে দিব পাৰি। কেৱল মাটিখিনি সাৰুৱা আৰু কোমল হৈ থাকিব লাগিব। উপযুক্ত যত্ন ললে ভাল ফল পোৱা যায়। ধন্যবাদ।
nice
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
Sir
'Thekera' puli kenekoi prostut kore video 1ta dibosun please sir🙏