অখিল আৰু লুৰীনৰ বিষ্ফোৰণ।খালী হৈ যাব বিজেপী।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024

ความคิดเห็น • 16

  • @balendas2049
    @balendas2049 หลายเดือนก่อน +11

    লুৰিণ আৰু অখিলক মা কামাখ্যাই অধিক শক্তি প্ৰদান কৰিব। আমি অসমবাসী ৰাইজ আশাবাদী।

  • @user-mj8ck8xj4z
    @user-mj8ck8xj4z หลายเดือนก่อน +4

    Sir, ভাল দিন আহি আছে।ধৰি লব ।

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +3

    লুৰিণৰ কথাবোৰ কওঁতে অলপ সহজ ভাষাত কলে ভাল।কাৰণ সাধাৰণ মানুহে তেওঁৰ কথাবোৰ বুজিবলৈ টান হয়।সহজ সৰল ভাষাত কথা ক'বলৈ শিকক।

  • @gh12138.
    @gh12138. หลายเดือนก่อน +1

    Congress❤
    Raijor dol❤

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน +1

    ৰাম নাম স ত্য। দু নীতি নিকা কৰাটো জনগণৰ কাম্য।বান বিধ্বস্ত গাওঁৰ দুৰ্বিসহ জীৱন কেনে পইচা লগত 95 শতাংশ হাহাকাৰ।।পিছৰ উঠি অহা কোন মইনা বিলাকৰ চিন্তা কৰি যুব সকলোৰে সংস্থাপন নহলে অন্ধকাৰ দিশলৈ নিক্ষেপ কৰি সমস্যা সমাধান হে প্ৰয়োজন।।সৈত্যম পৰম ধিমহী।।4থ ন শ্লোক। ভাগ বত।।প্ৰস্তাৱনা শ্লোক।।অৰ্থ যি মিছা কথা ক য় তেওঁ ভকত ঈশ্বৰৰ নহয়।। ভ কতে শে বৰ ভকত ই বৰ ।।নৱ নিমি সম্বা দ।।ৰাইজৰ সাপত গৰুণ্ডৰ পশা সৰে।।

  • @SanjibTaid8453
    @SanjibTaid8453 หลายเดือนก่อน +1

    Right

  • @DimbanathDoley
    @DimbanathDoley หลายเดือนก่อน +4

    নীলা শিয়াল বোৰে বা স্বাৰ্থান্ধ নেতা বোৰে B J P থাকিব। অসম হিতৈষী মানৱ হিতৈষী দেশ প্ৰেমী সদাচাৰী কোনো নেতা নাথাকিব । হিমন্ত, পীযুষ,
    জয়ন্ত ৰণোজ এই লুভীয়া অসমৰ, জাতিৰ চিৰবৈৰী ,অসমীয়াৰ ৰক্ত পিপাসু নৰখাদক ।হিটলাৰ শাসন
    কৰি অসমৰ মাটি বেছা কিনা কৰি
    কৌটি, কৌটি টকা নিজৰ কৰি ললে।
    জাতি ,মাটি বেটী ৰ গান গোৱা এইসকলক অসমবাসী ৰাইজ কি কৰিব লাগে? উওৰ অসম বাসী ৰাইজ মাৰবা দী ওলাই আহক ।এই নৰপিশাচ ৰ সমস্ত সম্পত্তি অসমীয়া জাতি নামত বাজেয়াপ্ত কৰি সৰ্বকালৰ কলংকিত নেতাৰূপে বুৰঞ্জী ঠাই দি আৰু নৱপ্ৰজন্মই এনেধৰনৰ কামবিলাক নকৰে তাৰ ব্যৱস্থাৰ কৰিলে অসম শান্তি ত থাকিব পাৰিব অন্যথা ই বিপদ আশংকা অতিৱ প্ৰখৰ

  • @Akankhya123
    @Akankhya123 หลายเดือนก่อน +1

    মই AJP ত যোগ দিব‌ বিছাৰো।

  • @jahnur_ff190
    @jahnur_ff190 หลายเดือนก่อน +1

    Good

  • @abhijitstudio3302
    @abhijitstudio3302 หลายเดือนก่อน +1

    Ami ketiyabai tyag korilu

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 หลายเดือนก่อน +1

    😂😂 বান খহনীয়া দেখিছোঁ এতিয়া দেখোন BJP খহনীয়া দেখিব পাইছোঁ হা হা হা হা 😅😅😅😅😅😅😅

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 หลายเดือนก่อน +1

    Good news😅😅😅😅😅😅😅

  • @user-rc7vk4ir1k
    @user-rc7vk4ir1k หลายเดือนก่อน +1

    Apuna.dairi.gucha.iman.acharlakta.hia