গৌৰৱ গগৈক লক্ষ্য কৰি সদনত বিজেপিৰ সাংসদে ক'লে অসংসদীয় শব্দ
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- গৌৰৱ গগৈক উদ্দেশ্যি লোকসভাৰ বাজেট বিতৰ্কত বিজেপিৰ নৱনিৰ্বাচিত সাংসদৰ অসংসদীয় শব্দ প্ৰয়োগৰ অভিযোগ। লগে লগে সদনৰ মজিয়াত হুলস্থূলীয়া পৰিস্থিতি। গৌৰৱ গগৈয়ে অধ্যক্ষ ওম বিৰলাৰ ওচৰত কৰা আপত্তিৰ বাবে অৱশেষত সদনৰ কাৰ্যবিৱৰণীৰ পৰা উঠাই দিয়া হ’ল বিজেপিৰ সাংসদ অভিজিত গংগোপাধ্যায়ৰ অসংসদীয় শব্দ।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
অসমৰ একমাত্ৰ সাংসদ জন হৈছে গৌৰৱ গগৈ
গৌৰব গগৈই ছাৰ অসমৰ সোনালি সম্পদ হয়, গৌৰব গগৈই ছাৰ জিন্দাবাদ
😂
Maki mass to 😂😂😂
@@rameshpayang7871 murkho nki....masor puali jonmo hoi knke najana atai ankoi koi 😂😂😂....murkho sb 😅
বাপেকৰ জহত
@@ratulahom797 tnke hole central minister khiniloi sauk 😆😆😆....bapekor johot kimne ki kori ase
Gaurav Gogoi is a true leader of calmness and resilience. Next cm of Assam.
NEXT CM GOURAV GOGOI
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
জয় আই অসম ❤️
aiudf sarkar ahily hob paribo
আশা কম
গৌৰৱ গগৈ অসমৰ সম্পদ , অসমৰ গৌৰৱ । বিজেপি কিছুমান মন্ত্ৰী অহঙকাৰী আৰু অভদ্য শব্দ মুখত ব্যৱহাৰ কৰে।
Gaurav gogoi zindabad👌🎉
বিজেপি 🐒🐒🐒 কেইটাৰ পৰা আৰু কি ভাল আশা কৰিব 😂😂
বিজেপি অহংকাৰী কেইটাই গৌৰৱ গগৈ ক যিমান আক্ৰমন কৰিব সিমানে গৌৰৱ গগৈ জনপ্ৰিয়তা বাঢ়িব। ২০২৬ত তাৰ ফল অসমৰ ৰাইজে দিব উচিত প্ৰত্যুত্তৰ।
নিলাজ বিজেপি নেতা কেইজন..তহতে অসম ধংস কৰিলি..
Next CM of Assam
গৌৰৱ গগৈ।
😂😂😂😂😂😂😂😂
গৌৰৱ গগৈ❤
Next cm Gaurav Gogoi axom
কোন ই আমাৰ গৌৰৱক গগৈক বেয়াকৈ কবলে... লগ পাব দে অভিজিত বোলা জনক দি আছোঁ....
গাতৰ চেঙেলি গাততে থাকা। বাহিৰলৈ ওলালে ডাঙৰ মাছে খাই পেলাব। 😂😂😂😂😂
গাতৰ চেঙেলিক ধৰিবলৈ ঘন্টা ঘন্টা জুপদি থাকে , চেঙেলি মাছ নিৰুগি বহুত দৰবৰ কাৰণে দৰকাৰী ।
গৌৰৱ গগৈ অসমৰ গৌৰৱ
Balor. Gourav
নাথ ডাঙৰীয়া, শব্দ ভালদৰে ব্যৱহাৰ কৰিব। আমি তেখেতক সন্মান কৰো।@@pranjitnath3659
@@pranjitnath3659 toi aeitah nomunahe dexun kothate gm pai thuii bjp ....😂😂😂😂😂---######
@@RahulPatar-lf5psএই সকলক কয় লাভ নাই। কাৰণ নাথ বোলাজন হয় হিন্দু বাংলাদেশী নাইবা কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়া।
এই আইটি চেলৰ ১৫০০ টকীয়া কেইটাৰ বাদে কোনেও বিজেপিক সমৰ্থন নকৰে । মই লিখিলেই বিজেপি ১৫০০টকাত বিক্ৰী হোৱা কেইটাই মোৰ লিখা ডিলিট কৰি দিয়ে।
Gaurav Gogoi - you are proud of Assam
Gourav Gogoi zindabad
Amar Gourav ✌️✌️✌️✌️✌️
Gaurav gogoi Zindabad
Nonsense bjp
Gaurav Gogoi ❤ Best of luck ❤
বিজেপিৰ এইজন অভদ্ৰ সাংসদ।
অভিজিৎ গাংগুলী কলকতা উচ্চ নিয়ালায়ৰ প্রাক্তন ন্যায়াধীশ। তেখেত এজন উচ্চ নিয়ালায়ৰ বিচাৰপতি হৈ যিহেতু গৌৰৱ গগৈ ক ষ্টুপিদ বুলি কলে এইটো সাধাৰণ কথা কোৱা নাই। সদনত যেতিয়াই শাসক পক্ষৰ সাংসদে বক্তব্য ৰাখিব বিছাৰে তেতিয়াই বিৰোধী পক্ষৰ বিশেষ কৈ কংগ্রেসৰ গৌৰব গগৈয়ে সস্তিয়া জনপ্রিয়তা অর্জনৰ বাবে হকে বিহকে প্রতিবাদ সৃষ্টি কৰি সদনৰ পৰিবেশ কলুষিত কৰা দেখা যায়। অভিজিৎ গাংগুলী য়ে গৌৰব গগৈক জোকৰ মুখত ভালদবে চুণ সানি দিলে। এইবাৰহে বাহে কাঠে পৰিছে। বৰ্তমান অসমত কিছুসংখ্যক লোকে গৌৰৱ গগৈ য়ে সদনত কথা কলেই গদ গদ হৈ পৰে কিন্তু সেই ভাষণ বোৰৰ যুক্তি যুক্ততা আছেনে নাই বিশ্লেষণ কৰি নাচাই। কেৱল শাসকীয় দলক বিৰোধিতা কৰাৰ বাবেই গৌৰৱ গগৈ য়ে সদনত উচ্চস্তৰে ভাষণ দি সস্তিয়া জনপ্রিয়তা লাভ কৰিবলৈ প্রয়াস কৰে। গৌৰব গগৈয়ে সংসদত যে আন এজন বাঘৰ প্রবেশ ঘটিছে সেয়া বৰ্তমান অনুভব কৰিব।
@@kumudbaruah2001আপুনি ভালদৰে শুনক অধক্ষ্যই কাৰ অসংসদীয় শব্দ কাৰ্য্য বিবৰনিৰ উঠাই দিবলৈ বাধ্য হল। কাললৈ খ্যাতি ৰাখি থৈ গল আপোনাৰ বিখ্যাত ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে । এইয়া তেওঁৰ সমাজলৈ কি অবদান বুলি কব। ভালৰ পক্ষত নে বেয়াৰ পক্ষত ধৰিব। এনেকুৱা অসংসদীয় শব্দ এনে ব্যক্তি বিশেষৰ মুখত শোভা নাপায়।
@@kumudbaruah2001that means ,you can support Mr Ganguly, you and Ganguly both are same mentality people,
@@kumudbaruah2001tur naam tu jnkua braint thka ghiu kon u tenekuai..
Garov Gogoi zindabad
Nroth east king 👑 gourav Gogoi sir ❤
Gaurav Gogoi Right
JOY Aai AHOM.
Gourav Gogoi ❤️
Gourav gogoi zindabad long life ❤❤
গৌৰৱ গগৈ সিংহ হৈ বিধানসভালে গৈছে শিয়াল হৈয় জোৱা নাই সকলোয়ে জানে তলৰ পৰা উপৰৰ মহললৈকে জানে।
With gaurav ❤
Gaurav Gogoi zindabad
Gaurav Gogoi zindabad Assam CM next
সাংসদ জোৱা বাদেই ইয়াৰ পিছত মুখ্য মন্ত্ৰী হোৱা নিছিদ হৈ আছে তেতিয়া জ্বলি চাই হৈ জাৱ বিজেপি চৰকাৰৰ মানুহ বিলাক তেতিয়া অসমৰ মানুহে ভাত এসাজ ভালকৈ খাৱ পাৰিব দেশ খন উন্নতি দেখা পোৱা যাৱ। ধন্যবাদ থাকিল ভগবানে গৌৰৱ গগৈ চাৰক আৰু উচ্চ চিন্তা কৰিবলে আশিবাদ কৰক ভগৱানে,।
Gourab gogoi sir l voot di joi jugto korok
Misa kotha kobole nibisaru kintu , Assam gourab , gaurab Gogoi sir hit❤
গৈৰৱ গগৈ.❤ 🔥
অসমৰ সাংসদ ক অপমান কৰিব , আমি অসমীয়া হিচাপে অপমান পাইছোঁ । তেওঁলোকে Northeast ৰ মানুহক কি বুলি ভাবে ? গৌৰৱ আমাৰ সম্পদ !!!
😂😂😂😂😂 okl tur nisina congress oxigen diya keitar babe hompod😂😂😂😂
Love Gaurav Gogoi ❤❤❤
Day by day Gogoi jr sir getting Sharp.. thank you Assam pride 🙏🏼
আজি লৈকে এনে হোৱা নাছিল,,,
যি হৈছে ভালৰ বাবে হৈছে ,
যি হব ভালৰ বাবেই হব,,
শ্ৰী কৃষ্ণৰ বাণী
গৌৰব গগৈ আপোনাৰ লিকিয়া আমাক লাগে
বিজেপি নেতাই সদনত কেতিয়াও অপব্যৱহাৰৰ আশ্ৰয় নলয় শুনিবলৈ বেয়া হ'লেও এটা কথা কব লাগিব যে কংগ্ৰেছী নেতাই হে সদনত সহজ সৰল ভাৱত ভাষণ ৰখা দেখা পোৱা নাই আনকি মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱক আৰু অধ্যক্ষ মহোদয়ক সন্মান কৰিব নেজানে গগৈয়ে
বি জে পিৰ বহু সাংসদ মূৰ্খ তাৰ প্ৰমাণ অভিজিত "বোলাতোৱে" Stupid বোলাতো মূৰ্খ নহয়নে ?
Keteyau nhoi kiyonu teu koi asil budget or bikhoye ru amar aijon pondit e manuhe lion lion kua babe kotha botora nai sioribo goisil😂😂😂😂😂
Gaurav Gogoi Jindabad ❤❤❤❤❤❤❤❤❤❤❤
Gourab gogoi sir telent hoi bohut
গৌৰৱ is always গৌৰৱ
Gaurav Google jindabad❤❤❤
Only gourav gogoi
অধ্যক্ষৰ আসনত বহি দাঁত চেলাই থকাজনক গৰিহনা দিছোঁ।বালিলৈ যিপাত,সুগ্ৰীৱলৈও একেপাতেই।
সদনৰ মজিয়াত সদনৰ মান মৰ্যাদা ৰাখি বক্তব্য ৰখাটো ভাল মানুহৰ লক্ষ্ন । গতিকে " "আপোনাৰ ব্যৱহাৰেই আপোনাৰ
পৰিচয় ।
Gourav gogoi zindabad
গৌৰৱ গগৈ জিন্দাবাদ
গৌৰব গগৈ ছাৰ জিন্দাবাদ
গৌৰৱ মহোদয়ে কিনো মহান কাম কৰিলে মানুহৰ মাজত গৌৰৱ গৌৰৱ।
*অসমৰ এজনক বেয়াকৈ কৈছে আৰু অসমৰ বাকী 13 তাই কি চিঙি আছে।*
জয় শ্রী রাম জয় ভারত মাতা কি জয়
গৌৰবে গৌৰব কৰি ন অসমীয়া/ পমুৱা বিধায়কৰ লগ হৈ মুখ্য মন্ত্রী হব পাৰিব! খিলনজীয়া ক লৈ নোৱাৰে। জন্ম নিয়ন্ত্রণ আইন কংগ্রেসে কেতিয়াও নানে।
গৌরব গোগোই রাইট জিন্দাবাদ
Dam ase vaii........gogoii .
Gaurav gogoi is a good and decent leader
বিজেপি জিন্দাবাদ
Next cm Gogoi
মই এজন এক্স বিজেপি হিচাপে জীৱন ত আৰু কেতিয়াও বিজেপি ক চাপ ৰ্ট নকৰো।। অকল হিন্দু মুসলিম কৰি কৰি বস্তু ৰ দাম বঢালে, চৰকাৰী সম্পদ বোৰ ব্যক্তিগত কৰি ললে। আমাৰ অসমৰ এজনে আক সীমা চেৰাই গোটেই অসমৰ চাহ বাগান ৰ মাটি বোৰ নিজৰ কৰি আছে, তাত ব্যক্তিগত হস্পিটেল বনাইছে, ইংৰাজী মাধ্যমৰ বিদ্যালয় বনাইছে।। উজনি অসমৰ লৰা ছোৱালী য়ে প্ৰতিবাদ কৰিলে কবিতা লিখিলে ডাইৰেক্ট আলফা সজাই মাৰি পেলাই নহলে জেল পঠাই দিয়ে।।
জ্ঞানী লোকৰ মুখত অজ্ঞানী শব্দ এতিয়াও নকয় আৰু ভৱিষ্যতেও নকয়।
Thanks a lot to Mr.Gogoi
Dilip Saikiai bor bhal paise jen anubhab hai
গৌৰৱ গগৈ 👌👍
অসমৰ গৌৰৱ গৌৰৱ গগৈ ।
Gaurav Gogoi zindabad ❤
Gangopadhay still thinks like a dominating authority. It only reflects his background and upbringing. Kudos to our brave and bold Gaurav Gogoi. He is one of the the best parliamentarians in India.
থু নিলাজ বোৰ
Right gourob
2029 t BJP thakib je asha kom
Goru hoi
Gaurav, son of a maestro.
চুৰে যেতিয়া চুৰ কৰে,চুৰৰ পৰিচালক অৰ্থাৎ চুৰৰ সপক্ষিয়ৈ চাই থাকে তথা ৰখি থাকে চুৰক, চুৰ ধৰা পৰিবলৈ ল'লে চুৰৰ ৰক্ষকে তেতিয়া গৃহস্থক শান্তনাৰ সুৰে সুধে কি হৈছে বা কি হ'ল,?আচল চুৰ কিন্তু চুৰটো নহয় চুৰৰ ৰক্ষকহে আচল চুৰ।
শ ইকীয়াই খুব ভালপাইছে।
Kartun...gogoi
Real hero 💪💪💪💪
Gaurav sir assam ka next cm
Always with Gaurav Gogoiji....
Guorob sir ♥️👌
Good 👍
গৌৰৱ গগৈ।
It's time to raise your voice otherwise they will even take away your right to speech .
Jai Hind 🇮🇳
great gogoi ji
তেওঁ কিন্ত মনে মে CM ৰ কথাওঁ ভাবি আছে৷ আমৰো অলপ অভিজ্ঞতা আছে৷
I live gaurab
G G❤❤❤❤❤
Gaurav Gogoi jindabaad
এনে জনা শুনা গুণী জ্ঞানী লোকৰ মুখত এইবোৰ শব্দই শোভা নাপায়। হয়তো গৌৰৱ গগৈ ডাঙৰীয়া ছাৰৰ যুক্তিত তেওঁ অতিস্থ হৈ তেনে আচৰণ দিছিল। তেওঁ ও পাহৰি গৈছিল চাগে সেইখন তেওঁৰ ঘৰ নে সদন
If Gogo is stupid B.j.p.M.P. Nonsense.
Right
ভাল।কাম।কৰিচে
I love Gourob Gogoi
সিংহক জোকাই নলব bjp ৰ দুম হিলোৱা সকল
ৰাজ নিতিৰ ক্ষেত্ৰত পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ পাগলে কি নকয় আৰু ছাগলে কি নাখাই পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ মই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় মই ধৰ্ম প্ৰাণ ৰাইজৰ জনতা সদস্য হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম সকলো ক্ষেত্ৰত সকলোও সময়ত মাফ নাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
Gaurav Gogoi welcome and longlive forever in india . The MP i s a nonsense .
গৌৰৱ গগৈ ক বলে নোৱাৰে। সিহঁত নিজেই ষ্টুফিট।
Gaurav gogoi is a Assam Gaurav
গৌৰৱ গগৈযে অসমৰ কি ভাল কাম কৰিছে।