ৰাজ্যৰ ৰাজনীতিৰ দুজন নেতালৈ এতিয়া সকলোৰে দৃষ্টি

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • ▶️ ৰাজ্যৰ ৰাজনীতিৰ দুজন নেতালৈ এতিয়া সকলোৰে দৃষ্টি
    ▶️ দুয়ো প্ৰতিনিধিত্ব কৰে শাসক-বিৰোধী দুটা শিবিৰক
    ▶️ দেশৰে এজন শক্তিশালী নেতাৰূপে প্ৰতিষ্ঠা লভিছে হিমন্ত বিশ্বই
    ▶️ ৰাষ্ট্রীয় ৰাজনীতিতো তেওঁ লাভ কৰিছে গুৰুত্ব
    ▶️ বিতৰ্কৰ ঊৰ্ধ্বত নহয়, কিন্তু সংবাদ মাধ্যমেও দিছে প্ৰাধান্য
    ▶️ ভৱিষ্যতৰ কেন্দ্ৰীয় ৰাজনীতি নিয়ন্ত্রণ কৰিব বুলি বহুতৰে বিশ্বাস
    ▶️ প্ৰচুৰ বুদ্ধিদীপ্ত, তীক্ষ্ণ ৰাজনৈতিক জ্ঞানৰ বাবে পৰিচিত চাণক্যৰূপে
    ▶️ তেওঁৰ তীক্ষ্ণ নজৰৰ পৰা সাৰি নাযায় প্রশাসনৰ কোনো দিশ
    ▶️ অহোপুৰুষাৰ্থ কৰি কষ্ট কৰে নিজকে সফল কৰিবলৈ
    ▶️ অসমৰ ৰাজনীতিৰ একছত্ৰী সম্ৰাট হ’ব বিচাৰে হিমন্ত বিশ্বই
    ▶️ বিৰোধী ৰাজনীতিও তেওঁ নিয়ন্ত্রণ কৰে বুলি বহুতৰে বিশ্বাস
    ▶️ কিন্তু এই হিমন্ত বিশ্বক এতিয়া যোগ্য প্ৰত্যাহ্বান এজন কংগ্ৰেছীৰ
    ▶️ সাংসদ গৌৰৱ গগৈ হ’ব নেকি CM হিমন্ত বিশ্বৰ যোগ্য প্রতিদ্বন্দ্বী?
    ▶️ ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁ লাভ কৰিছে প্ৰতিষ্ঠা
    ▶️ কংগ্রেছৰ বিজেপিবিৰোধী ৰণৰ অন্যতম হোতা তেওঁ
    ▶️ লোকসভাত কংগ্ৰেছৰ সংসদীয় দলৰ উপ দলনেতা তেওঁ
    ▶️ কংগ্রেছ যুৱৰাজ ৰাহুল গান্ধীৰ বিশ্বস্ত সহযোগী গৌৰৱ গগৈ
    ▶️ হিমন্ত বিশ্ব, গৌৰৱ গগৈৰ সাদৃশ্য একেটাতে
    ▶️ দুয়ো ৰাজনীতিৰ দীক্ষা লৈছিল একেজন গুৰুৰ পৰা
    ▶️ প্ৰাঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল হিমন্ত বিশ্বৰ ৰাজনৈতিক গুৰু
    ▶️ পিতৃ তৰুণ গগৈৰ পৰাই ৰাজনীতিৰ অ আ ক খ শিকিছিল গৌৰৱে
    ▶️ এতিয়া দুয়ো প্ৰতিনিধিত্ব কৰে দুটা পৃথক শিবিৰক
    ▶️ ৰাজ্যৰ ভৱিষ্যৎ ৰাজনীতিৰো দুয়ো হ’ব নেকি মূল নিৰ্ণায়ক?
    ▶️ কি কি ইতিবাচক দিশ, কি কি নেতিবাচক দিশ দুয়োৰো?
    ▶️ ৰাজ্যৰ ৰাজনীতিত হিমন্ত বিশ্ব সুপ্ৰতিষ্ঠিত
    ▶️ অসমৰ ৰাজনীতিলৈ আহিব বিচাৰে গৌৰৱ গগৈ
    ▶️ ’২৬ৰ নিৰ্বাচনত কেনে হ’ব দুয়োৰে ভূমিকা?
    ▶️ ‘দৰবাৰ’ৰ আলোচনাৰ বিষয়বস্তু হিমন্ত বিশ্ব বনাম গৌৰৱ গগৈ
    ▶️ ৰাজনীতিবিদ-বিশ্লেষকৰ বিশ্লেষণ দুই চৰিত্রৰ ওপৰত
    ▶️ Consulting Editor প্রণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’

ความคิดเห็น • 190

  • @muktinathpachung9834
    @muktinathpachung9834 2 หลายเดือนก่อน +51

    গৌৰৱ গগৈক মই এজন নিষ্ঠাৱান যোগ্য প্ৰাৰ্থী হিচাপে ভাল পাওঁ কাৰণ মই এজন সাধাৰণ লোক হিচাপে তেখেতক ভাল পাওঁ, তেখেতে আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হৈ অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ কামনা কৰিলোঁ।

    • @hanseali1924
      @hanseali1924 2 หลายเดือนก่อน +2

      হয়।

  • @pabanpermey8121
    @pabanpermey8121 2 หลายเดือนก่อน +42

    😢গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী হোৱাটো একান্তুই কামনা খৰিছো।

  • @HappyLife-v1z
    @HappyLife-v1z 2 หลายเดือนก่อน +65

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
    জয় আই অসম ❤️

    • @bhabendoley6151
      @bhabendoley6151 2 หลายเดือนก่อน +1

      যুৱক আৰু লুভিয়া নহয়।তেওঁৰ পিতৃ মাতৃ দেশ ভক্ত বুলিব পাৰি।

  • @dibakarmali5637
    @dibakarmali5637 2 หลายเดือนก่อน +99

    হিমন্তই পাব বিচৰা বস্তু পোৱাটো হয়, কিন্তু নিজৰ ব্যক্তিগত লাভৰ বাবেহে ইমান কষ্ট কৰা দেখা গৈছে, কিন্তু গৌৰৱ গগৈৰ তেনে কোনো প্ৰয়াস দেখা নাযায়, ৰাইজৰ স্বাৰ্থতহে গৌৰৱ গগৈয়ে ৰাজনীতি কৰাতো পৰিলক্ষিত হৈছে।

    • @deepchangmaji7096
      @deepchangmaji7096 2 หลายเดือนก่อน

      Hoi neki ....taolukr dol tu je kiman Val gom lobi alop...

    • @hanseali1924
      @hanseali1924 2 หลายเดือนก่อน +4

      সছাই।

    • @BinodDoley-n9t
      @BinodDoley-n9t 2 หลายเดือนก่อน +1

      o

    • @TapanTamuli-uj7yh
      @TapanTamuli-uj7yh 2 หลายเดือนก่อน +2

      Next CM Gaurav Gogoi

    • @sunilnarah9818
      @sunilnarah9818 2 หลายเดือนก่อน +2

      হয়❤

  • @Gogoi8790
    @Gogoi8790 2 หลายเดือนก่อน +16

    গৌৰৱ গগৈ অসমৰ আটাইতকৈ সফল, জনপ্ৰিয় আৰু দীৰ্ঘতম মুখ্যমন্ত্ৰী ❤

  • @bakulboruah2026
    @bakulboruah2026 2 หลายเดือนก่อน +35

    গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মূখ‍্যমন্ত্ৰী।কাৰণ তেওঁৰ পিতৃয়ে তিনিবাৰৰ মূখ‍্যমন্ত্ৰী হৈও বিশেষ মাটি সম্পত্তি গোটোৱাত গুৰুত্ব নিদিলে।কেৱল গুৱাহাটীত এডোখৰ মাটি আৰু এটা ঘৰ।কিন্তু বৰ্তমানৰ মূখ‍্যমন্ত্ৰী জনৰ পৰিয়ালে এবাৰ শাসনভাৰ পাওঁতেই অসমৰ আধা মাটি বাৰী , সম্পত্তি কিনি শেষ কৰিলে।বাকী ৰাইজে নিৰ্ণয় লব।

    • @hanseali1924
      @hanseali1924 2 หลายเดือนก่อน

      থিকেই।

  • @skyminisoppingmall8252
    @skyminisoppingmall8252 2 หลายเดือนก่อน +18

    Nex CM g gogoi

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 2 หลายเดือนก่อน +21

    Gourav Gogoi zindabad

  • @bolingoswami6490
    @bolingoswami6490 หลายเดือนก่อน +2

    কথাৰ মানুহতকৈ কামৰ মানুহ শ্ৰেষ্ঠ।

  • @palashphukan9545
    @palashphukan9545 2 หลายเดือนก่อน +30

    ২০২৬ চনত অসমৰ মূখ্যমন্তি গৌৰৱ গগৈ দেৱ অসম আকৌ শান্তি প্ৰগতি উন্নয়ন

  • @RubulBora-t7o
    @RubulBora-t7o 2 หลายเดือนก่อน +13

    Personally is the main point of this consultation. As a common people, l want to say Gowrob gogoi 's personality is vast difference between them. Gowrob gogoi Jindad for Assam.

  • @musicallibrary4149
    @musicallibrary4149 2 หลายเดือนก่อน +24

    কমেন্টবোৰ গৌৰৱময়,,,তাৰে প্ৰতিফলন 26

  • @subhashsut2215
    @subhashsut2215 2 หลายเดือนก่อน +2

    গৌৰৱ গগৈক অসমৰ ৯০/শতাংশ ‌মানুহে Support‌ দিয়ে । গৌৰৱ জিন্দাবাদ । অসমেই নহয় গোটেই ভাৰতৰ সু নাম ৰাখিব ।

  • @narayankumarbora3762
    @narayankumarbora3762 2 หลายเดือนก่อน +18

    আব্দুল খালেক ডাঙৰীয়াই নিৰপেক্ষ সুন্দৰ বিশ্লেষণ কৰিছে। গৌৰৱ গগৈৰ ডাঙৰীয়া দিল্লী নেতাৰ ওঢ়ৰত আঠু লোৱা নেতা নহয়।

  • @dibakarmali5637
    @dibakarmali5637 2 หลายเดือนก่อน +38

    গৌৰৱ গগৈৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ তুলনা কোনোপধ্যেই নহয়। হিমন্তাবিশ্ব এজন মাফিয়া ৰাজনীতিবিদ, গৌৰৱ গগৈ এজন মূল্যবোধৰ ৰাজনীতিবিদ।

    • @umeshkardong6116
      @umeshkardong6116 2 หลายเดือนก่อน +3

      আহোম আৰু আলিৰ দৃষ্টিত গৌৰৱ গগৈ আৰু বঙালী আৰু বিহাৰীৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা ।

    • @deepchangmaji7096
      @deepchangmaji7096 2 หลายเดือนก่อน

      Kihor mulya budh miar dalal...

    • @deepchangmaji7096
      @deepchangmaji7096 2 หลายเดือนก่อน

      Right gaurav ali....

    • @hanseali1924
      @hanseali1924 2 หลายเดือนก่อน

      Dibakarmali হয় থিকেই কৈছে

    • @KeshabChutia-f6l
      @KeshabChutia-f6l 2 หลายเดือนก่อน

      Meaningless debate

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 หลายเดือนก่อน +12

    Gaurav gogoi zin💐👍🎉

  • @nayankumarpawe2671
    @nayankumarpawe2671 2 หลายเดือนก่อน +15

    ২০২৬ত কংগ্ৰেছ হিচাপে নহয় গৌৰৱ গগৈ হিচাপে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।

  • @moondoley5795
    @moondoley5795 2 หลายเดือนก่อน +6

    Next cm gourab gogoi sir❤ bohut knowledge person

  • @habibullahhoque5305
    @habibullahhoque5305 2 หลายเดือนก่อน +11

    Gorob Gogai Jindabad

  • @GDSBPMPOST
    @GDSBPMPOST 2 หลายเดือนก่อน +7

    Gaurav Gogoi zindabad 🎉🎉🎉🎉🎉❤❤❤❤

  • @basharkhan558
    @basharkhan558 2 หลายเดือนก่อน +11

    G gogoi❤❤❤❤

  • @tridibdeka2142
    @tridibdeka2142 2 หลายเดือนก่อน +10

    g gogoi❤

  • @HappyLife-v1z
    @HappyLife-v1z 2 หลายเดือนก่อน +14

    অসম আৰু অসমীয়াৰ মাজত গৌৰৱময়ৰ বতাহ বৈ আছে।
    গৌৰৱ গগৈ বৰ্তমান দেশৰ deputy leader of opposition ৰ ভুমিকা পালন কৰি আছে।

  • @anupamngo1456
    @anupamngo1456 2 หลายเดือนก่อน +9

    Gaurav is now far good than others

  • @mosudurrahman907
    @mosudurrahman907 2 หลายเดือนก่อน +11

    Gourav Gogoi neat and clean person,but Himanta Bishwa Sarma dhurandhar

  • @JituGfdbc
    @JituGfdbc 2 หลายเดือนก่อน +3

    গৌৰৱ গগৈ অসমৰ গৌৰৱ

  • @jinagogoi8858
    @jinagogoi8858 2 หลายเดือนก่อน +1

    গৌৰৱ গগৈ ২০২৬ ত অসমৰ মুখ্যমন্তী হ'ব ।

  • @birendrahazarika7327
    @birendrahazarika7327 2 หลายเดือนก่อน +2

    এক মুক্ত আৰু নিৰ্মোহ আলোচনা শুনিলো।পিতৃ পৰিচয় আৰু নিজৰ বাগ্মীতা বলত তৃতীয় বাৰৰ বাবে সাংসদ গৌৰৱ গগৈ । এগৰাকী সুস্থিৰ আৰু ৰাষ্ট্ৰীয় বিষয় জানিবলৈ, বুজিবলৈ যত্ন কৰা সাংসদ গগৈ য়ে যে মুখ্য মন্ত্ৰীক প্ৰত্যাহ্বান জনাব । অৱশ্যে INDI alliance সূস্হ হ'ব লাগিব।

  • @kandarpa2622
    @kandarpa2622 2 หลายเดือนก่อน +7

    Abdul Khalek is right. Gaurav is a true person and free from all corruption.About another person everybody knows well. Rahul Gandhi correctly told about him.

    • @SwapnaDutta-he3xb
      @SwapnaDutta-he3xb หลายเดือนก่อน

      Himatobshramagasicharopduttatskassamcha

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 หลายเดือนก่อน +2

    ।।যি কোনো উপায়েৰে হ'লেও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিব নালাগে।।

  • @pranjaldinhingia4431
    @pranjaldinhingia4431 2 หลายเดือนก่อน +1

    গৌৰৱ গগৈ জিন্দাবাদ

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr 2 หลายเดือนก่อน +10

    গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ❤❤❤

  • @BhabendraMazumdar
    @BhabendraMazumdar 2 หลายเดือนก่อน +7

    গৌৰৱ গগৈ ৰ লগত ফেৰ মাৰা অসমৰ BJP ত এটাও মন্ত্ৰী নাই!

  • @purnangiborgohain2175
    @purnangiborgohain2175 2 หลายเดือนก่อน +5

    Gaurav gogoi zindabad by bharati

  • @gunjalkalita7187
    @gunjalkalita7187 2 หลายเดือนก่อน +6

    Gourav Gogoi ❤

  • @PoretushSarkar
    @PoretushSarkar 2 หลายเดือนก่อน +4

    Very. Good. Video

  • @faridaiyasmin5161
    @faridaiyasmin5161 2 หลายเดือนก่อน +1

    এই বাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ ।

  • @Pradyott7
    @Pradyott7 2 หลายเดือนก่อน +5

    Gaurav gogoi❤

  • @assameseyoutubechannel6810
    @assameseyoutubechannel6810 2 หลายเดือนก่อน +2

    গৌৰৱ গগৈ সমান বি জে পিত এজনো নাই।

  • @dakwamrongphar2729
    @dakwamrongphar2729 2 หลายเดือนก่อน +3

    Gorav Gogoi sir 👍🔥🌟❤

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 2 หลายเดือนก่อน +1

    হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দক্ষতা থাকিলেও ব্যক্তিগত স্বাৰ্থত অধিক চালাকি প্ৰয়োগ ৰাইজৰ চকুত স্পষ্টকৈ ধৰা পৰিলে। অতি চালাকি গলে ফাঁচী হ'বলৈ ধৰিছে। ৰজাৰ নীতি শৰ্মা ডাঙৰীয়াৰ অভাৱ। গণতন্ত্ৰত ৰাইজৰ প্ৰভাৱ আছে আৰু থাকিবই। লুভীয়া দ্বাৰা শোষণ হয় আৰু হৈ থাকে। শোষণ মানেই দুখ যান্ত্ৰণা। শোষণকাৰীক বিদায় দিয়া উচিত। অৱশ্যে নিদিষ্ট লোকে সুবিধা লাভ কৰি আছে।

  • @dipakgogoi5084
    @dipakgogoi5084 2 หลายเดือนก่อน +6

    পদুণ্য গোস্বামীযে কি উন্নয়ন দেখিলে হিমন্ত বিশ্বৰ দিনত । কংগ্ৰেছৰ দিনত অসমে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য হিচাপে পৰিকল্পনাৰ হিতানত প্ৰতি বছৰে কেন্দ্ৰৰ পৰা ১৩/১৪ হাজাৰ কোটি পাই আহিছিল। কিন্তু মোদীয়ে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য কৰ্তন দিলে। সুবিধাবাদী হিমন্তই তাৰ বিপক্ষে মোদীৰ বিপক্ষে এষাৰো মাত মাতিব । হিমন্তই কেদ্রাৰ পৰা এটকাও টকা মুকলাই আনিব নোৱাৰিলে। এতিয়া হিমন্তই ঋণ লৈ লৈ মাত্ৰ চাৰে সাত বছৰতে অসমক ধাৰুৱা কৰিলে ১ লাখ ৫০হাজাৰ কোটি অথচ ৭০ বছৰত ধাৰ আছিল মাত্ৰ ৪১ হাজাৰ কোটি।

  • @ipgneutral
    @ipgneutral 2 หลายเดือนก่อน +5

    Gaurav gogoi 🙏

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs 2 หลายเดือนก่อน +1

    Gaorop sir 👌

  • @dipakgogoi5084
    @dipakgogoi5084 2 หลายเดือนก่อน +3

    এজন দুৰ্নীতি মুক্ত আৰু আনজন চিন্দিকেট ৰাজ , দুৰ্নীতিৰ মহানায়াক, অসমৰ উন্নয়ন পৰিবৰ্তে নিজৰ পৰিয়ালৰ উন্নয়ন কৰি বাগান , TV চেনেল, ৰিচত, স্কুল সকলো কৰিলে।

  • @bijoydeka9134
    @bijoydeka9134 2 หลายเดือนก่อน +8

    Mama ahonkari .

  • @umeshkardong6116
    @umeshkardong6116 2 หลายเดือนก่อน +4

    গৌৰৱ গগৈ এইবাৰ হে প্ৰথম এম.পি.হোৱা নাই। এই বাৰ জানো যে গৌৰৱে থলুৱাৰ পাইছে ।কিন্ত অন্য কংগ্ৰেছে মিঞা বিপুল ভোট পোৱাৰ বাবে অহা বাৰ কংগ্ৰেছ চৰকাৰ বুলি আশা পালি থকাটো সত্য।

  • @dhanjeetgayankumar
    @dhanjeetgayankumar 2 หลายเดือนก่อน +1

    Gouraba. Gagoi. Best. Politian

  • @RumiDevdey
    @RumiDevdey 2 หลายเดือนก่อน +1

    Gaurav gogol is great

  • @BhogeshwarBoruah
    @BhogeshwarBoruah 2 หลายเดือนก่อน +1

    ❤❤

  • @nabin5452
    @nabin5452 2 หลายเดือนก่อน +2

    নিঃসন্দেহে ৰাজনীতিত গৌৰৱ গগৈ >হিমন্ত।। গতিকে অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক এইবাৰ সূযোগ দিয়া উচিত। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা এজন ভাল খেলুৱৈ। কিন্তু এই গুণ থাকিলেই যথেষ্ট নহয়। যোৱা আঠোটা বছৰে অসমৰ ৰাইজে বিশেষ কি পালেনো? হাজাৰ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰা হ'ল। গোপীনাথ বৰদলৈ এয়াৰ পৰ্ট আদানীৰ হাতত গতাই দিয়া হ'ল। কেৱল কথাত চহকী হ'লেই কাম নহয়।

  • @brishnubhuyan8521
    @brishnubhuyan8521 2 หลายเดือนก่อน +2

    অসমৰ বাবে গৌৰব গগৈ সম্পদ

  • @nripenborgohain201
    @nripenborgohain201 หลายเดือนก่อน

    দুয়োজনৰ তুলনাত গৌৰৱ গগৈৰ মূল্য অধিক।

  • @RubulBora-t7o
    @RubulBora-t7o 2 หลายเดือนก่อน +5

    C. M. Hemanta was debatable. We should mind that details.

  • @BozlulSarkar
    @BozlulSarkar 2 หลายเดือนก่อน +1

    Gourav gogoi Zindabad

  • @AdhiDHS
    @AdhiDHS 2 หลายเดือนก่อน +1

    Next cm of assam gg great leadership

  • @HojaiRabha
    @HojaiRabha 2 หลายเดือนก่อน +1

    নিঃসন্দেহে মুখ্য মন্ত্ৰী

  • @dipakgogoi5084
    @dipakgogoi5084 2 หลายเดือนก่อน +2

    বিজেপিৰ মুখপত্ৰ নাই যদিও তাক পূৰণ কৰিছে পদুণ্য গোস্বামীয়ে।

  • @RufiyaBegum-sq3us
    @RufiyaBegum-sq3us หลายเดือนก่อน

    Jorhat. Gaurav gogoi zindabad

  • @kanaktalukdar2847
    @kanaktalukdar2847 หลายเดือนก่อน

    গৌৰৱ গগৈ অসমৰ ভবিষ্যত ।

  • @manojdeka5200
    @manojdeka5200 2 หลายเดือนก่อน

    Gaurav gogoi next cm howatu bisaro 2026t❤❤❤❤❤❤❤❤❤❤❤

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน +1

    আলোচনা ভাল হৈছে। আমি কম এটা গান। বোলছবি বাণাৰসী বাবুৰ নায়কে গোৱা গান।হাম হে বাণাৰসী বাবু। আমি মন্তব্য দিম যি জনে ২০২৬ ত পুৰনবহুমতত জীকাব পাৰি ব ।এনে আলোচনা আক্ৰমণ মুখী নহ'লে আৰু ভাল।

  • @SimilarAhmed
    @SimilarAhmed 2 หลายเดือนก่อน +1

    ককাইদেউ আপুনি বহু কথা কৈই আছে।অসম বুৰঞ্জী খন উলিয়ায় লক।সকলো বুজি পাব

  • @taradoi7957
    @taradoi7957 2 หลายเดือนก่อน +5

    অপ্ৰিয় সঁচা কও দুয়োজনৰ মাজত সকলো অমিল কিন্তু এটাই মিল সেইটো হৈছে দুয়ো শিক্ষিত ।

  • @PrasantaDadhara
    @PrasantaDadhara 2 หลายเดือนก่อน

    4. Jon val lagil

  • @leonardmarak2500
    @leonardmarak2500 2 หลายเดือนก่อน +1

    Northeast people want to see Gaurav Gogoi as PM

  • @atulsaikia4427
    @atulsaikia4427 2 หลายเดือนก่อน +1

    গৌৰব গগৈ জিনদা বাদ

  • @deadlydrax2711
    @deadlydrax2711 2 หลายเดือนก่อน +1

    Maximum want Gourav Gogoi than Himanta.

  • @bipulborahbipul9400
    @bipulborahbipul9400 2 หลายเดือนก่อน

    I want too see gaurav gogoi as a cm

  • @safiruddinahmed.8274
    @safiruddinahmed.8274 หลายเดือนก่อน

    বৰ্তমান মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ আকাশ পাতাল পাৰ্থক্য। তৰুণ গগৈয়ে ইচ্ছা কৰিলে নিজৰ পুতেকৰ বাবে ১৮ নহয় ৫০ টা কোম্পানীৰ মালিক বনাব পাৰিলে হয়। তৰুণ গগৈয়ে সেইটো কেতিয়াও কৰা নাই লগতে ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত কোনো চিন্তা নকৰিলে ।যি কৰিছে সকলো ৰাইজৰ কাৰণে কৰিছে। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত সম্পূৰ্ণ পৃথক।

  • @saratchawra5032
    @saratchawra5032 2 หลายเดือนก่อน

    Gourav gogoi jindabad

  • @dipankartaye2702
    @dipankartaye2702 2 หลายเดือนก่อน +1

    Asa kota

  • @paragchetia5023
    @paragchetia5023 2 หลายเดือนก่อน +1

    ঐ মুৰ্খ প্ৰদ্যুম্ন, কেজিৰৱাল আৰু প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী হ'বলৈ কি প্ৰশাসনিক দক্ষতা আছিল?

  • @sunandaborah8177
    @sunandaborah8177 หลายเดือนก่อน

    ছাবিশত মমাই শেষ হব ।

  • @prodiphazarika959
    @prodiphazarika959 2 หลายเดือนก่อน +1

    Gourov is much more superior to himanta in all respects.himanta is not at all right to come to the comparison with gourov.

  • @tutumonidoley9008
    @tutumonidoley9008 2 หลายเดือนก่อน

    Verygoodcoment

  • @ekramhussainmir3903
    @ekramhussainmir3903 2 หลายเดือนก่อน

    Politics n governence should be balanced

  • @sabedaliahmed7233
    @sabedaliahmed7233 2 หลายเดือนก่อน

    গৌৰৱ গগৈ Best

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp 2 หลายเดือนก่อน

    Gaurav Gogoi next cm of Assam 💯

  • @ekramhussainmir3903
    @ekramhussainmir3903 2 หลายเดือนก่อน

    Morning Evening 🎉🎉

  • @dipakgogoi5084
    @dipakgogoi5084 2 หลายเดือนก่อน

    পদুণ্য ডাঙৰীয়া বিজেপি চৰকাৰৰ লক্ষ্য আছিল জাগীৰোডৰ কাগজ কল নতুন কৈ চলোৱা কথা আছিল। কিন্তু পুঁজিপতিক দিবলৈহে কাগজ কল হিমন্তই পুঁজিপতি চৰকাৰে হিচাপে মোদীৰ বা অমৃত শ্বাহৰ পৰা সুবিধা পায় সেইখিনি কৰিবলৈ সক্ষম হল।

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp 2 หลายเดือนก่อน

    Gaurav Gogoi next cm

  • @rtamuli8511
    @rtamuli8511 2 หลายเดือนก่อน

    এই চুলি নথকা মানুহ জনে গৌৰৱ গগৈ কথা ক ওতে শৰীৰ ভাষা নিৰপেক্ষ নহয় যেন লাগে

  • @thuleswarlahan4242
    @thuleswarlahan4242 2 หลายเดือนก่อน

    Gaurav Gogoi ❤

  • @AdhiDHS
    @AdhiDHS 2 หลายเดือนก่อน

    Congress party zindabad

  • @durgeswardas7861
    @durgeswardas7861 หลายเดือนก่อน

    Ascard Bank r kotha please explain, your news channel.

  • @nanne3474
    @nanne3474 2 หลายเดือนก่อน

    Gaurav ohomor Gaurav hoi . Power t thakile hei development kaam koribo paribo ?Party line ignore kori Himanta dangoriya aaru Gaurav mili juli kaam korile Assam bohut aag bari jabo.

  • @sakedalisk8837
    @sakedalisk8837 2 หลายเดือนก่อน

    G Gogoi

  • @KeshabChutia-f6l
    @KeshabChutia-f6l 2 หลายเดือนก่อน

    Devajit goswami is an honest man

  • @sanjibgv3669
    @sanjibgv3669 2 หลายเดือนก่อน

    .0001% himanta support & 99% gaurav gogoi😂😂😂

  • @bond.shorts
    @bond.shorts 2 หลายเดือนก่อน

    গৌৰব গগৈ বি জে পি ত য়োগদান কৰি অসমৰ উননয়ন কৰিব লাগে'
    কংগেৰচ দলত থাকি অসম উননয়ন কৰিব নোৱাৰে. কাৰন কংগেৰচ দলত দালালৰ ৰাজতত বেছি

  • @indranidas7027
    @indranidas7027 2 หลายเดือนก่อน

    Gaurav Gogoi k CM hoboloi chance diatu ushit

  • @bhabajithazarika5561
    @bhabajithazarika5561 2 หลายเดือนก่อน +1

    Hengdung :- Dekhot koi "****" dangor nohoi

  • @RanjitDas-de6qt
    @RanjitDas-de6qt หลายเดือนก่อน

    Hemanta.sarma.darkar.ase

  • @kalyankalita8032
    @kalyankalita8032 2 หลายเดือนก่อน +2

    Himont is great man

  • @nurulalom2801
    @nurulalom2801 2 หลายเดือนก่อน

    Gaurav Gogoi Jay Hind

  • @seemantadekabhagawati8800
    @seemantadekabhagawati8800 2 หลายเดือนก่อน

    He swallowed the entire community.

  • @SimilarAhmed
    @SimilarAhmed 2 หลายเดือนก่อน

    পবিত্ৰ মাৰ্ঘেৰিটা এতা ধপাত

  • @kandarpa2622
    @kandarpa2622 หลายเดือนก่อน

    Pradummya Goswami is100% wrong. He is not immpercial .He is an ordinary supporter of Himanta .

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk 2 หลายเดือนก่อน

    Gourav gogoi k besaru ame jorhoteya hesape cm