Anup Chetia | ULFA(I) | প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ ঘৰত বোমা | কি ক'লে পৰেশ বৰুৱাই? N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ธ.ค. 2024

ความคิดเห็น • 305

  • @pankajnath-nc6hi
    @pankajnath-nc6hi 4 หลายเดือนก่อน +25

    জয় আই অসম 🙏 সেই দিন বৰ্তমান নাই চেটিয়া দাঙৰীয়া । পৰেশ অসমে স্বাধীন অসম বিছাৰিলেও অসমীয়াই নিবিছাৰে । বিছাৰিলে হেতেন,কিন্তু বঙহে বঙহৰ তেজ খোৱা যি ভয়ঙ্কৰ চবিখন বিগত দশকবোৰত দেখা পোৱা গ'ল সেইবোৰ দেখি অসমীয়া হতাশ হৈ গ'ল । বৰ্তমান অসমীয়াই অসমত মাৰ খাই আছে । এনেকৈয়ে থাকিব কিন্তু বঙহে বঙহৰ তেজ খোৱা দৃশ্য দেখিব নিবিছাৰে

  • @nijeshray2303
    @nijeshray2303 4 หลายเดือนก่อน +42

    কিমান ডেকাক মাৰি পেলাইছিল? এতিয়া আৰামত বহি বহি খাই আছে ৷ খুব মজা মাৰি আছে ৷ তহঁতক দেখিলে খং উঠে এতিয়া ৷ ঘৰ টো ভালে বনাইছে দে কিন্তু আলফাৰ নামত মৃত্যু কৰা পৰিয়াল সকলোৰ খবৰ লৈছে নে? কিয় খবৰ লোৱা নাই ৷

  • @dhajengohain7067
    @dhajengohain7067 4 หลายเดือนก่อน +3

    মহাশয়,
    আজি বিশেষ মন্তব্য নিদিও৷
    ৰাইজে আপোনালোকক যিহেতু চিনি পায়েই৷

  • @asomiaasom6008
    @asomiaasom6008 4 หลายเดือนก่อน +178

    ২২ হাজাৰ স্বহিদৰ বলিদান লাখ লাখ লোকৰ নিৰ্যাতনৰ ফলত তঁহতে মাহিলি এক লাখ দৰমহা খাই থাকিব পাইছা সেয়াই সৌভাগ্য অনুপ চেতিয়া তঁহতৰ ।

    • @bkp9774
      @bkp9774 4 หลายเดือนก่อน +17

      ইহঁতৰ মাথা মাটিত পেলাই দিব লাগে, কেলা যহৰা হত ।

    • @khoni267
      @khoni267 4 หลายเดือนก่อน +15

      তেওঁ নিজেই জীয়াকক বাংলাদেশী লৈ বিয়া দিছে ।

    • @NazrulIslam-hp3jh
      @NazrulIslam-hp3jh 4 หลายเดือนก่อน +5

      এইখন নাটক নকৰিবি।অসমখন শেষ কৰিলি।

    • @carknowledgeassamvlog3669
      @carknowledgeassamvlog3669 4 หลายเดือนก่อน

      Agfale pisfale nahai majot dibo lagisil. Bahutore tej khale

    • @parikhitkalita1309
      @parikhitkalita1309 4 หลายเดือนก่อน +4

      100% muru ekei mot , hazar hazar lora boli di ehoti rajbhug korise

  • @gogoi12359
    @gogoi12359 3 หลายเดือนก่อน +1

    আলাফ শক্তিশালী এতিয়াও হয় কাৰণ ইমান বোৰ বোমা কৰ পৰা আহিল।কিন্তু কথা হল আলফাক কোনে উচতাই আছে বাৰু আকৌ অসম ৰাঙলী হোৱাটো বিচাৰে নেকি।আমি আমাৰ লৰা ছোৱালী হেৰুৱাব বিচৰা নাই।মই চৰাইদেউ লৰা কিমান অশান্তি পৰিবেশ হয় আমি জানো।সাধাৰণ মানুহৰ কষ্ট কোনেও নুবুজে।
    অসম খন কি হব হৈ গৈ আছে। অসম চৰকাৰে উদ্যোগ স্থাপন কৰক।নিবনুৱা সমস্যা দেখা পোৱা নাই।।

  • @tapantamuli4888
    @tapantamuli4888 4 หลายเดือนก่อน +5

    বাংলাদেশী অলপ সোমোৱাই ললেটো ৫০ হাহাকাৰ অসমৰ ৰাইজে গম নোপোৱাকৈ ৰাইজক ভয় খোৱাবলৈ বিজেপি নেতা মন্ত্ৰীৰ ঘৰে ঘৰে ৰাখিছে নেকি বোমা বিজেপি নেতা সকলে চুপ চাপ আছে টো অসমৰ পুলিচ থাকোতেই কেনেকৈ সাহক পালে আলফা স্বাধীনে ইয়াকে ৰাইজে মন কৰক কেনেকুৱা খেল কৰিছে বিজেপি চৰকাৰে ভাবি চাবচো ৰাজনীতি খেল মুখ্যমন্ত্ৰীৰ

  • @jyotishrajbongshi3271
    @jyotishrajbongshi3271 4 หลายเดือนก่อน +6

    অনুপ চেতিয়া হতে কি ভাল কাম কৰিলে ৰাইজ, পৰেশ বৰুৱাৰ লগত সম্পৰ্ক ৰখাৰ বাবে ইয়াক আকৌ গ্ৰেপ্তাৰ কৰিব লাগে |

  • @manujyotidihingia8652
    @manujyotidihingia8652 4 หลายเดือนก่อน +83

    শক্তি দেখুৱালেই অসম চাধীন হব নেকী

    • @kumudbaruah2001
      @kumudbaruah2001 4 หลายเดือนก่อน +8

      নহয়৷ এটা অবান্তৰ আৰু অবাস্তব চিন্তা ৰে অসমৰ প্ৰগতি আৰু উন্নয়ন বাধাগ্রস্ত কৰাৰ কৌশলৰ বাদে একো নহয়। ন প্রজন্মৰ যিজন পৰেশ বৰুৱা ডাঙৰীয়াৰ নাতি সম হব, তেওঁক সোধক অসমৰ স্ৱাধীন স্বাধীনতা লাগেনে নালাগে। উত্তৰ টো পাই জাব। পৰেশ বৰুৱা ডাঙৰীয়াৰ ন প্ৰজন্মৰ এই সোনালী সময় বোৰ কাঢি অনাৰ অধিকাৰ নাই। তেওঁ এজন বৃদ্ধ ব্যক্তি। তেওঁৰ জীৱনৰ সকলো সময় পাৰ হৈ গ'ল। এতিয়া জিৰণিৰ সময়। গতিকে তেখেতে কথাবোৰ ভালদৰে ভাবি ছোৱা উচিত।

    • @Laskar_king
      @Laskar_king 4 หลายเดือนก่อน +2

      Bihar jesa hoga

    • @hrittikrajpnkonwar6705
      @hrittikrajpnkonwar6705 4 หลายเดือนก่อน

      Bangladeshis spotted

    • @sigmaassemble1708
      @sigmaassemble1708 4 หลายเดือนก่อน

      ​@@Laskar_kingsapne mein 😂🤣🤣

    • @Laskar_king
      @Laskar_king 4 หลายเดือนก่อน

      ​@@hrittikrajpnkonwar6705bro kisko bola

  • @RANNJANDUTTA
    @RANNJANDUTTA 4 หลายเดือนก่อน +4

    অনুৰোধ / অনুগ্ৰহ এই মহান বীৰসকলৰ গাথা অনুগ্ৰহ কৰি ৰাইজৰ আগত দাঙি নধৰে যেন। এখেত সকলে যি কৰিলে, কৰিলে আৰু। এতিয়া অৱসৰৰ জীৱন Pension লৈ আতিবাহিত কৰিব দিয়ক। এওলোকৰ বৌদ্ধিক আৰু আধ্যাতমিক জ্ঞানৰ অসমীয়া ৰাইজক প্ৰয়োজন নাই।

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 4 หลายเดือนก่อน +38

    বাঃ বাঃ মহাশয় | জাতিক ভালকৈয়ে ঠগিলি |

  • @LeninKrishnaDoley
    @LeninKrishnaDoley 4 หลายเดือนก่อน +2

    Super

  • @gitarthabarman7970
    @gitarthabarman7970 4 หลายเดือนก่อน +62

    Ulfart পৰা ছালফা হৈ বৰ মজা মাৰি আছে দে ,,,,

    • @sumanbhargav1357
      @sumanbhargav1357 4 หลายเดือนก่อน +3

      He is not sulfa. he was caught in Bangladesh.surrendered nhoi

    • @assamkerkhodoi7624
      @assamkerkhodoi7624 4 หลายเดือนก่อน +1

      ​@@sumanbhargav1357bal hoi atiya salfa buli kobo pari nijor poket gorom kri ghyt established hoi gohin ke bohi ase

  • @DoniLangstieh-lf9uq
    @DoniLangstieh-lf9uq 4 หลายเดือนก่อน +1

    Anup 👍👍👍

  • @farhanaenterprise6265
    @farhanaenterprise6265 4 หลายเดือนก่อน +4

    এখন চুটি ছবি নিৰ্মাণ কৰিবলৈ মন যায়

  • @techindia661
    @techindia661 4 หลายเดือนก่อน +6

    নিৰিহৰ কেঁচা তেজৰ ফাকু খেলি এতিয়া ব্বৰ বৰ kotha । পাপীৰ মুখত ৰাম নাম

  • @DebojittaidTaid
    @DebojittaidTaid 4 หลายเดือนก่อน +1

    জয় আই অসম।জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ।জয় আলপা

  • @অসমীয়াপৰিয়াল
    @অসমীয়াপৰিয়াল 4 หลายเดือนก่อน +24

    এখেতৰ এতিয়া পেশা কি ? গুৱাহাটী মহানগৰত আছে , টকা পইচাৰ উৎস কি ? কিমান অসমীয়াৰ পাহুৱাল ডেকা সকলৰ তেজেৰে স্বাধীন অসমৰ সপোন দেখা এইসকল তথা কঠিত নেতাই এতিয়া শীত তাপ নিয়ন্ত্রণতীত কোঠাত এটা সুন্দৰ জীৱন অতিবাহিত কৰিছে ।

  • @apurbarajbongshi2973
    @apurbarajbongshi2973 4 หลายเดือนก่อน +4

    Lachit Senai bahut bhal kam kori ase bortoman xomoyot...Jungle t thaki eko koribo nuware ULFA(I) a.. divide hoi already durbol hoi goise ULFA teulokor judhyat sadharan manuhor harakhasti hobo nalge...dhemajit already herule bahut jibon....

  • @tilakdeka9071
    @tilakdeka9071 4 หลายเดือนก่อน +37

    আছু আৰু আলফাই অসমীয়া জাতিক কি দিলে বাৰু ?তেওঁলোকে এবাৰ গভীৰ বাবে চিন্তা কৰি চাওঁকচোন ৷

    • @BcNahtamchi
      @BcNahtamchi 4 หลายเดือนก่อน +4

      যিটো jagiroad project আহিছে ইহঁতৰ ভয়ত পলাই যাব অসম বাসি ক ভিক্ষাৰী বনাই দিব আৰু কি ?

    • @Das__Da
      @Das__Da 4 หลายเดือนก่อน +3

      ihotor Karone axom khon bharator bhaag nohoi jen lage

  • @basisthaacharya6590
    @basisthaacharya6590 4 หลายเดือนก่อน +48

    অসমলৈ বৰ্তমান কেইটামান বহু জাতিক প্ৰতিষ্ঠানে ৰাজ্য খনৰ ঔদ্যোগিক উন্নয়নৰ বাবে আগবাঢ়ি অহা দেখা গৈছে। যদি এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটায় থাকে তেতিয়া হলে অসমৰ ঔদ্যোগিক উন্নয়নৰ আৰু নিবনুৱা সমস্যা একেই হৈ থাকিব। যিহেতু সকলোৰে ধন আৰু প্ৰানৰ মমতা আছে।

  • @KulaChetia
    @KulaChetia 4 หลายเดือนก่อน +9

    অসমীয়া ডেকা তেজপিয়া এই বিলাক মানুহ।

  • @Arupvlogs349
    @Arupvlogs349 4 หลายเดือนก่อน +8

    বৰুৱা চাৰ জয় আই অসম

    • @abhilashdas2460
      @abhilashdas2460 4 หลายเดือนก่อน

      Apunar sakori Tu jabo etiya

  • @RajuSharma-wm5su
    @RajuSharma-wm5su 4 หลายเดือนก่อน +2

    Natak
    Vl hoise

  • @uncutlifebipulsidea3462
    @uncutlifebipulsidea3462 4 หลายเดือนก่อน +7

    বোমক যে প্ৰতিষ্ঠা কৰা বুলি কয় আজিহে জানিলো
    সাধাৰণ ভাষাত পোতা বুলি হে জানো।

  • @67Vijay67
    @67Vijay67 4 หลายเดือนก่อน

    LOVE FROM BORSOLA 💜✅

  • @KhdraRay
    @KhdraRay 4 หลายเดือนก่อน

    জয় আই অসম❤❤❤

  • @kongkonsarma7116
    @kongkonsarma7116 4 หลายเดือนก่อน +2

    লৰাজনে মিছা কথা কৈছিল। 😂😂 হা হা হি। লৰাটো ULFA'ৰ আছিল নে কোনোবা private company'ৰ পৰা outsourcing কৰিছিল। 😅😂

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 4 หลายเดือนก่อน

    Right👌

  • @67Vijay67
    @67Vijay67 4 หลายเดือนก่อน

    জয় আই অসম

  • @sunildeori4690
    @sunildeori4690 4 หลายเดือนก่อน +2

    Good sir

  • @njitoip
    @njitoip 4 หลายเดือนก่อน +3

    ULFA Zindabad. Freedom of Assam.

  • @SumirMandal-bc5pn
    @SumirMandal-bc5pn 4 หลายเดือนก่อน +1

    Dada good man ❤❤❤❤❤❤❤

  • @deepjyotidas2397
    @deepjyotidas2397 4 หลายเดือนก่อน +1

    হিন্দুৰ নামত অসম ত্ৰিপুৰা হবলৈ গৈ আছে তাৰ বাবে কিবা চিন্তা কৰিছো নে আপোনালোকে, নে এনেকৈ অসমীয়াক বুৰ্বক বা ধ্বংস কৰি আছোঁ। আজি কালি আলফাৰ প্ৰতি বিশ্বাস নোহোৱা হৈছে অসমীয়া ৰাইজৰ কাৰণ অসমীয়াই আলফাৰ নামত একো নাপালে, জাতিটো কেৱল ধ্বংসৰ পথত। সকলোবোৰ বিক্ৰী হৈ গল kela balor স্বাৰ্থপৰ জাতি😢😢😢, কোনেও জাতিৰ কথা চিন্তা নকৰে সব পকেটৰ কথা, ইয়াত কৈ ভয়ংকৰ পৰিস্থিতি কি হব, বহুত ভয় লাগে নিজৰ জাতিৰ পৰিস্থিতিৰ কথা ভাবিলে, কোনোবাই যদি হিন্দু বেংগলী support কৰে আন কোনোবাই মিয়াক support kore kebol নিজৰ vote ba স্বাৰ্থৰ বাবে, কিন্তু অসমীয়া বুলি বা অসমীয়াক জীয়াই ৰাখিব লাগে বুলি কোনেও আগুৱাই নাহে আৰু এইয়াই হৈছে অসমীয়াৰ পৰিস্থিতি🥲🥲🥲😭। জয় আই অসম ✊ 6:09

  • @pallabjyotiphukon4672
    @pallabjyotiphukon4672 4 หลายเดือนก่อน +9

    ULFA sadhin hoktihali hoi thoka nai! Hua hole aaji assamt bihari, bangladeshir utpat nohol hoi..
    ULFA hoktihali nohoi, Assam police durbol jar babe boomb jaha taha putibo paril.

  • @sanjivhazarika3205
    @sanjivhazarika3205 4 หลายเดือนก่อน +3

    Bomb দিছিলেই যদি আকৌ ফোন কৰি কলে কিয় ।তহঁতৰ নাটক সামৰ আৰু

  • @pareshnath9755
    @pareshnath9755 4 หลายเดือนก่อน

    Joi aai axom

  • @binudrajput2964
    @binudrajput2964 4 หลายเดือนก่อน +9

    Ulfa demands Assam as a independent country but if that happens China will surely capture Assam in no time😅

    • @pranabdeka952
      @pranabdeka952 4 หลายเดือนก่อน +5

      Already large area has been captured by migrants from East Bengal during British period, East Pakistan & now Bangladesh (Congress period of J. Nehru & I. Gandhi). What remains for khilanjia?To capture, China will have to come through Arunachal & will face Sukhois, Rafaels, Migs,Brahmos. No chance for China

    • @binudrajput2964
      @binudrajput2964 4 หลายเดือนก่อน +1

      I am talking about if the Indian government accepts the demand of ULFA and makes Assam a separate country then China will attack Assam and try to capture Assam because at that time Assam will not have that strong army and the weapons you are talking about....?

    • @Sinumoran20
      @Sinumoran20 4 หลายเดือนก่อน +2

      তোৰ মাৰ আমলেট খন

  • @pranabkrray1767
    @pranabkrray1767 4 หลายเดือนก่อน +1

    এই কথাটো মই suport নকৰো কাৰণ দেশত লাখ লাখ টকা দি Army, BSF ,CRPFআদি ৰাখি থৈছে যদি সীমাত বংলাদেশী বা অইন অনুপৰবেশকাৰিক চাব লাগে তেতিয়াহলে এইবোৰৰ দৰকাৰ কি ।ULFA, NDFB,KLOই দেশ শাসন কৰা নাই ।সেইবোৰ চাবলৈ চৰকাৰ আছে ।

  • @LachitDas-w8l
    @LachitDas-w8l 4 หลายเดือนก่อน

    Good

  • @digantadeka7201
    @digantadeka7201 4 หลายเดือนก่อน +46

    নিজৰ ঘৰটো বনাইছা ঠিকে কিন্তু!
    বাল চুক্তি কৰিলি😂

    • @FM-fh3nx
      @FM-fh3nx 4 หลายเดือนก่อน

      Kiyo toi pareshar 💩 Khao neki

  • @bhaskarkalita2451
    @bhaskarkalita2451 4 หลายเดือนก่อน

    ❤❤❤❤❤

  • @papumoran5681
    @papumoran5681 4 หลายเดือนก่อน +1

    Alfaak loi raj niti hoi se atiya asomiya jodi akota nohoi tetiya hole asom ses hobo karon anaasomiya sop hisap nikas kori ase asomiya kiman ase calculation kori ase hihot bure asomiya ake dinai hekh koribo kokai

  • @DipankarBaruah-ul5rl
    @DipankarBaruah-ul5rl 4 หลายเดือนก่อน +1

    Aibr xb misa

  • @HirenGohain_20
    @HirenGohain_20 4 หลายเดือนก่อน

    আমি আছোঁ sir

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 4 หลายเดือนก่อน +6

    আলফা কৰাৰ নাটক কৰি বহুতৰ জীৱন ধ্বংস কৰি,এতিয়া চৰকাৰী দৰমহা,PSO লৈ ঘূৰি ফুৰিছে।এয়াই আমাৰ দেশৰ নীতি।

  • @basantadas4702
    @basantadas4702 3 หลายเดือนก่อน

  • @bimalbaishya6861
    @bimalbaishya6861 4 หลายเดือนก่อน +1

    এইটো কাৰোবাৰ ভাৰা ঘৰ নেকি

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff 4 หลายเดือนก่อน +1

    এওঁলোক ২০০০ টকীয়া নোটৰ দৰে হৈছে।

  • @santanakhanikarassam5221
    @santanakhanikarassam5221 4 หลายเดือนก่อน

    আপোনালোকৰ চুক্তি খন পচন্দ নহল।

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 4 หลายเดือนก่อน +23

    তহতি জাতিক প্রতাৰণা কৰিছা | ইতিহাসত কলংকিত হৈ থাকিবি |

  • @TimePass-qo7ch
    @TimePass-qo7ch 4 หลายเดือนก่อน +2

    Ulfa kaam ni

  • @Bidyadhar29
    @Bidyadhar29 4 หลายเดือนก่อน +3

    Assam is 100 percentage country.

  • @zeeshanmasti9433
    @zeeshanmasti9433 4 หลายเดือนก่อน +18

    আচলতে খলনায়ক কোন? ভাগ্য ভাল মুছলমান নহয়৷

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 4 หลายเดือนก่อน +2

    কি এইবোৰ লৰা ধেমালি কৰিছে । অসম খন উন্নতি কৰিবলৈ চেষ্টা কৰিবলৈ লাগে । কি এই বোৰ পগলামী কৰিব উলাইছে ।

  • @bidyaengleng5178
    @bidyaengleng5178 4 หลายเดือนก่อน

    Hi..

  • @Dipak-dehingia
    @Dipak-dehingia 4 หลายเดือนก่อน +1

    হাবিত কাহে ওলাই নাহে😂😂

  • @NiranjanGogoi-qw1ez
    @NiranjanGogoi-qw1ez 4 หลายเดือนก่อน +2

    একেবাৰে শেষৰ শাৰী বাক্য আপোনাৰ জীৱনৰ চৰম ওপহাস।

  • @niharikahazarika9894
    @niharikahazarika9894 4 หลายเดือนก่อน

    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.

  • @UtpalKalita-c4d
    @UtpalKalita-c4d 4 หลายเดือนก่อน +1

    সুবিধাবাদী তহতৰ কাৰনে কত নিৰিহ মানুহ হত্যাৰ বলি হল এতিয়া আপোনালকে মজা মাৰি বিলাসি জিৱন পাৰ কৰি আছো

  • @siddharth1720
    @siddharth1720 4 หลายเดือนก่อน +1

    তইও বহুত বেয়া কাম কৰিলি এটা time ত

  • @D.j.1987
    @D.j.1987 4 หลายเดือนก่อน +1

    লুকা ভাকু ।। বৰ‌ ভাল লাগিছে দিয়ক ।

  • @JanataSwargiary
    @JanataSwargiary 4 หลายเดือนก่อน +1

    Kunu ulfar giyan nai . Bhabi sa Thanks Btc , Assam state ...

  • @pranabkrray1767
    @pranabkrray1767 4 หลายเดือนก่อน

    মিঠা মিঠা কথাকৈ চৰকাৰৰ পৰা বহুত সুবিধা ললি ।এইবোৰ হৈছে শিক্ষাৰ অভাবৰ বাবে । সেই এটা অৰবিনদ ৰাজখোৱা কথাই কব নাজানে ,তেনেকুৱা লিডাৰক লৈ অসমীয়া ৰাইজে কি আশা কৰিব ।সাধাৰণ সদসৰ কথা যদি নাভাবে তেতিয়াহলে আকৌ Ex লিডাৰখিনিৰ ওপৰত secret killing কৰক ।

  • @bodolandsansri9184
    @bodolandsansri9184 4 หลายเดือนก่อน +2

    Ulfa,ndfb,klo agote bangdeshi,bihari,maruwari etc asomot humabo diboye nalagicil arunachal,nagaland,mizoram nisina
    Amar asomot iman baherot manu ahile

  • @chaosusengfaphu-kan5668
    @chaosusengfaphu-kan5668 4 หลายเดือนก่อน +1

    Kun hoi apuni

  • @UditRabha-e5g
    @UditRabha-e5g 4 หลายเดือนก่อน

    মই lwewra বুলি কৈ hamorilu

  • @sunitphukan6454
    @sunitphukan6454 4 หลายเดือนก่อน +1

    Moja khel sap bej duta ake loge dise sinta nai

  • @sailenroy4719
    @sailenroy4719 4 หลายเดือนก่อน +8

    পৰেশ বৰুৱা পাগল হৈছে আবাল তাবাল বোকি থাকে মৰিগেলিয়ে ভাল আছিল

  • @taranibaishya3096
    @taranibaishya3096 4 หลายเดือนก่อน

    সময়ে কাকো ৰেহাই নিদিযে ।

  • @rumibegum2931
    @rumibegum2931 4 หลายเดือนก่อน +17

    জংঘলৰ পৰাই এইজনে চোৰাং চোৱা গিৰি কৰিবলৈ আহিছে

  • @kabiranjanbrahma4489
    @kabiranjanbrahma4489 4 หลายเดือนก่อน

    Under standing politics in between Hemanta and paresh Barua.

  • @dipakonwarlahkar6467
    @dipakonwarlahkar6467 4 หลายเดือนก่อน +7

    বাঃ বহুত ডাঙৰ আৰু মহান কাম কৰিলে । পৰেশ বৰুৱাৰ সন্তানে কি কৰে , সৎ সাহস আছে যদি অসমৰ ৰাইজক জনাওক । তেওঁৰ সন্তানে অসমীয়া ভাষা কব আৰু লিখিব জানেনে ?

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 4 หลายเดือนก่อน +3

    বাল চুক্তি,অকল তহঁতৰ ব্যক্তিগত লাভ হৈছে।

  • @SurajDang-f9d
    @SurajDang-f9d 3 หลายเดือนก่อน

    Dada moi alfa vorti hom ...kiba ata krok

  • @sudiptaboruah4849
    @sudiptaboruah4849 4 หลายเดือนก่อน

    Drama -
    Story writer - Mami.
    Director -Mama.
    Production house - Assam media.

  • @uddipak
    @uddipak 4 หลายเดือนก่อน

    Sob mili ase logot mamau...

  • @pankajkumarnath3093
    @pankajkumarnath3093 4 หลายเดือนก่อน

    মিছা কথা

  • @souravborah-xn3mu
    @souravborah-xn3mu 4 หลายเดือนก่อน

    Atya apuni ki kore nu

  • @theeasternworld
    @theeasternworld 4 หลายเดือนก่อน +2

    Bangladesh me aapke beti ki sasural me sab kuch thik chal raha he ya nahi, Khaleda Zia tu bhag gaye Bangladesh se 😅

  • @MadhabBasumatary-u3n
    @MadhabBasumatary-u3n 4 หลายเดือนก่อน +1

    Ai bor Drama kaporukhali . Kam nai ooooo....

  • @Na_yana.b13
    @Na_yana.b13 4 หลายเดือนก่อน

    Natkoe doray kothabu hoisay . Sadhin aiey

  • @kamdeva-m4d
    @kamdeva-m4d 4 หลายเดือนก่อน

    বাংলাদেশী জোৱাঁইৰ কি খবৰ?

  • @prasannabora7644
    @prasannabora7644 4 หลายเดือนก่อน

    Apunak dekhile Laj he lage....😂😂😂😂😂

  • @sumanborgohain90
    @sumanborgohain90 4 หลายเดือนก่อน +1

    Apunaluke kora jikunu ata bhal kamor example dibo paribone..??Abantor lecture bahire baki kiba ata example diyoksun...ki korile apunaluke

  • @bantidas2403
    @bantidas2403 4 หลายเดือนก่อน

    হয়

    • @bantidas2403
      @bantidas2403 4 หลายเดือนก่อน

      😢হয় হয় আপোনিই ঠিক কথা কৈছে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত মই এক মত হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত কাৰণ সমাজ ৰাইজ সকলোও ধৰ্ম প্ৰাণ ৰাইজে আমাৰ হয় চৰকাৰ মোৰ দেশ মোৰ ভাৰত মোৰ অসমৰ ক্ষেত্ৰত লগতে গুৱাহাটী মহানগৰখন আমাৰে হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ ভবিষ্যতৰ কাৰণে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰক লৈ ই আকৌ ভবিষ্যতৰ চৰকাৰ মোদিৰে হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @manudevi5009
    @manudevi5009 4 หลายเดือนก่อน +1

    Siir apunak lag pabo loga asil.

  • @lakshadhardas9429
    @lakshadhardas9429 4 หลายเดือนก่อน +4

    আপোনাৰ হৈ কাম কৰা যিবিলাক লৰা দুই তিনি বাৰ জেলত যোৱা আপোনালোকৰ সংগঠন নাচিলে নেকি। সেইবিলাক লৰাৰ document লব আঠ বছৰ হল । এতিয়াও একো কাৰি দিয়া নাই নে নলা নৰ্দমাৰ পেলায় দিছে।

  • @UdayDas-p1b
    @UdayDas-p1b 4 หลายเดือนก่อน

    RIP🙏🙏

  • @JyotiNilavofficial
    @JyotiNilavofficial 4 หลายเดือนก่อน +1

    CCTV NAI NYKI

  • @টুটুমনিঅসম
    @টুটুমনিঅসম 4 หลายเดือนก่อน

    Kiman dinloi asomr jantak thogibo ,

  • @KanakNath-th5ry
    @KanakNath-th5ry 4 หลายเดือนก่อน

    Disposel group kun deperment

  • @tapandas5309
    @tapandas5309 4 หลายเดือนก่อน +1

    Aru laj baki ache ne ?

  • @bishnuramrabha4714
    @bishnuramrabha4714 4 หลายเดือนก่อน

    Axom Kun bilaak maanuhok loi Swadhin koribo.

  • @Bidyadhar29
    @Bidyadhar29 4 หลายเดือนก่อน +2

    Zindabad Poresh,Anup.

  • @Kadambori_Borah
    @Kadambori_Borah 4 หลายเดือนก่อน +1

    APONAAR FENCING PAAR HOBOLOI KIMAN SAMAJ LAGE

    • @biswajitmondal4494
      @biswajitmondal4494 4 หลายเดือนก่อน

      Bangladesh k kata taar bila he na?

  • @pdeka1991
    @pdeka1991 4 หลายเดือนก่อน

    ইয়াক কিয় গুৰুত্ব দিয়ে, কোন হয় ই .?

  • @Nafl112-t2p
    @Nafl112-t2p 4 หลายเดือนก่อน +1

    Ulfa keita ashomiyar unnati krile adha ashomr officer a xn bohiragata blg stater a thke. Gute ashomt jote tote xn miyai nadhara boomt ure xn ashomiya he besi tnte laav kar hoi ashomiyar ne

  • @farhanaenterprise6265
    @farhanaenterprise6265 4 หลายเดือนก่อน

    beautiful...voice 😂

  • @mukundagogoi-gi1km
    @mukundagogoi-gi1km 4 หลายเดือนก่อน +1

    Faltu arson.

  • @daimarig6076
    @daimarig6076 4 หลายเดือนก่อน +1

    Anup chetia should be arrested the way Jaikhlong Brahma was arrested when he reported the message from the then NDFB.