২০২৬ৰ গাদী পাবলৈ মুখ্যমন্ত্ৰী আৰু পৰিয়ালক আক্ৰমণৰ BLUEPRINT কংগ্ৰেছৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • 📌২০২৬ৰ গাদী পাবলৈ কংগ্ৰেছৰ নিকৃষ্ট ৰণকৌশল। কংগ্ৰেছে টাৰ্গেট কৰিব মুখ্যমন্ত্ৰীক। ব্যক্তিগতভাৱে আক্ৰমণ কৰিব মুখ্যমন্ত্ৰীৰ পত্নীক। ৰাজনীতিৰ বোকা ছটিয়াব মুখ্যমন্ত্ৰীৰ পুত্ৰ-কন্যাকো। দলৰ নিকৃষ্ট ৰণকৌশলৰ কথা স্বীকাৰ কৰিলে ভূপেন বৰাই। ইমান তলৰ ৰাজনীতি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 224

  • @bakulboruah2026
    @bakulboruah2026 2 หลายเดือนก่อน +30

    গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মূখ‍্যমন্ত্ৰী।আগতীয়াকৈ শুভেচ্ছা জনালোঁ।

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 2 หลายเดือนก่อน

      হাঃ হাঃ বাগৰি বাগৰি হাঁহি মৰি যাব কেলা অসমৰ জনসাধাৰণ।

  • @animalswild14
    @animalswild14 2 หลายเดือนก่อน +45

    যেতিয়া হিমন্তই ৰাহুল গান্ধীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰিছিল, তেতিয়া চৰম সীমা পাৰ হোৱা নাছিল নে ?? তেতিয়া আপোনালোক ক'ত আছিল । কিমান আৰু চোৱা -চেলেকা হৈ থাকিব !!

  • @bakulboruah2026
    @bakulboruah2026 2 หลายเดือนก่อน +18

    তুমি আৰু তোমাৰ পৰিয়ালে অসমৰ সকলো মাটি-সম্পত্তি দখল কৰি গৈ থাকিবা আৰু আমি মনে মনে বহি থাকিব লাগে।

  • @bkp9774
    @bkp9774 2 หลายเดือนก่อน +18

    কিবা যদি কংগ্ৰেছে বেয়াকৈ কয় সেই বোৰ চব হিমন্তৰ পৰাই শিকি ছে।

    • @HanifAli-r5b
      @HanifAli-r5b 2 หลายเดือนก่อน

      Rinikabuyasrmarjadidukihaitetiehlekiyducjabidiebuhnmanimokkamontiatamanuhrduknatacedotarbukcardoktakeabujadibalmanoapunibisaracrk

  • @hemjeet2023
    @hemjeet2023 2 หลายเดือนก่อน +44

    আমি ৰাইজ হিমন্ত হাটাও অসম বচাও অভিযান আৰম্ভ কৰিম মুক্ত কন্ঠৰে । তথ্য ভিত্তিৰে ৰাইজৰ আগত প্ৰচাৰ কৰাম

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 2 หลายเดือนก่อน +5

    ঠিক আছে , মানি ললো , হেমন্ত‌ই দেখোন মৃত ব্যক্তিকো বদনাম , অপব্যৱহাৰৰ , কৰি আছে । মুখ্য মন্ত্ৰী জন , মিছলিয়া , ঠগিৰাম , কৌতুকী , বেপাৰী , চেনীৰাম আৰু নিলাজি ।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 2 หลายเดือนก่อน +8

    এই চেনেলটে কেৱল কংগ্ৰেছৰ বেয়া বুলি ইমান সুন্দৰকৈ বুজাব জানো

  • @mukutborah4081
    @mukutborah4081 2 หลายเดือนก่อน +19

    ভালে কৰিছে কংগ্রেছে।

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই 2 หลายเดือนก่อน +14

    কংগ্ৰেছৰ উণ্থানত মামা চকী লৰিছে ৷ আৰু সেইদাল পবিত্ৰ মাৰ্ঘেৰিটাৰ লেবেল ছা ? সদনত কথা মুখস্থ কৰিহে যায় ৷ ওলোটাই কিবা এটা সুধি দিলে জীভা পাক খায় যাব ৷

  • @DebanandaPegu-ie3hp
    @DebanandaPegu-ie3hp 2 หลายเดือนก่อน +7

    বেয়া দিন আহি আছে হিমনতৰ আৰু নিঊজ লাইভৰ

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +9

    হিমন্তই ৰিণিকিক অসমৰ আদানি বনাব বিচাৰিছে |

  • @khagenchetry9915
    @khagenchetry9915 2 หลายเดือนก่อน +14

    ১ বছৰত ১লাখ চাকৰি দিম বুলি কৈ আজিলৈকে দিব পৰা নাই কি কম আৰু এই চৰকাৰৰ কথা...

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 2 หลายเดือนก่อน +4

    ঠিক আছে,মানি ললো , আপুনি দেখোন ,মৃত মানুহৰ নামতো লেতেৰা , ৰাজনীতি , বদনাম আৰু অপবাদ , অপব্যৱহাৰ কৰি থাকে যে এয়া ভাল কথা নেকি / ভাল কাম নেকি ???????।

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +7

    এইবোৰ লেতেৰা ৰাজনীতিৰ ও শ্টাদ হিমন্ত

  • @Mekalsk-c2b
    @Mekalsk-c2b 2 หลายเดือนก่อน +46

    Godi Media😅Over Acting 😅

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 2 หลายเดือนก่อน

      Mohammad Rahul Khan Muslim Christian Goru Chor Media Kela.

  • @axomiyaexperiment2300
    @axomiyaexperiment2300 2 หลายเดือนก่อน +13

    News live ❌
    Mama live ✅

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +8

    বিজেপিৰ ভতুৱা বোৰ ক'ত হেৰাল? নুভুকা হল যে |

  • @hemjeet2023
    @hemjeet2023 2 หลายเดือนก่อน +26

    ৰাজনীতিত কৌশল প্ৰয়োগ কৰিব পৰাটোৱেই বুদ্ধিৰ ফল। হিমন্তই মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি সৰ্বানন্দ ক চুৰি মাৰি শাসন কৰিলে

  • @pallibanglagramtv2925
    @pallibanglagramtv2925 2 หลายเดือนก่อน +15

    কংগ্ৰেছৰ সিদ্ধান্ত বেয়া হোৱা নাই । গোটেই অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লুট পাত কৰি তেওঁৰ সন্তান আৰু পত্নীক উপহাৰ দিলে।

  • @tapantamuli4888
    @tapantamuli4888 2 หลายเดือนก่อน +6

    আপুনি ভূমিকেলেংকাৰী মামা দুৰ্নীতি কৰিছে কাৰণে কৈছে

  • @janardanbora2803
    @janardanbora2803 2 หลายเดือนก่อน +25

    চাই থাকিব এবাৰ আকৌ এইজন বিজেপি এৰি কংগ্ৰেছত যোগ দিব

    • @jitendrarabha4660
      @jitendrarabha4660 2 หลายเดือนก่อน +3

      ধেৎ---- নাপায় তেনেকৈ ভাবিবলৈ৷পুৰণা নেজেৰে মালিচ কৰিলেও, কুকুৰৰ ঘিঁউ চিধা নহয়৷চোৰে নেৰে চোৰৰ প্ৰবৃত্তি,কুকুৰে নেৰে ছাই,যাৰ যি প্ৰবৃত্তি আছে মৰিলে লগত যায়৷গতিকে ৰজা ৰজাই,মই সৰগতো ৰজা,মৰ্ত্যতো ৰজা,মই হলো উঠি ৰজা,বহি ৰজা৷যেনেকৈ নহওক ৰাইজে মোৰ ভৰি ধোৱা পানী লবই লাগিব৷

  • @rahulamin659
    @rahulamin659 2 หลายเดือนก่อน +15

    ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় কি নাজানো বুলি কোনে কৈছিল।

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw 2 หลายเดือนก่อน +14

    নিউজ লাইভ পগলা হৈছে।নিউজ লাইভে মানুহক ভুল পথে লৈ গৈছে।কি কম নিউজ লাইভৰ কথা কি কম ।সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় কিন্ত একপক্ষ বাতৰি পৰিবেশন কৰে।

  • @nitudeka-ks1sc
    @nitudeka-ks1sc 2 หลายเดือนก่อน +49

    ১৮ বছৰ বয়সত ১৮ কম্পেনীৰ মালিক কেনেকৈ হল ? তোমালোক ভাল মানুহ । এটা নিউজ চেনেল থাকিলে গোটেই অসম কিনিব পাৰে নেকি মাৰ্ঘেৰিটা চাহাব ? চকী খন পালা বুলি ইমান নিকিষ্ট কথা নকব চাহাব ।

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 2 หลายเดือนก่อน

      ঐ বৰচাহাব কেলা তই মহম্মদ ৰাহুল খান মুচলিম খ্ৰীষ্টান গভাইট চোৰৰ পকৰটো চেলেকি দে গৈ যা কেলা চাহাব বাবু মাহাজন মেনেজাৰ বৰচাহাব কেলা দালাল চাল্লা।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 2 หลายเดือนก่อน +5

    Himanta Biswa Sarmar mukh khan dekhilei voi laga hoise .

  • @janardanbora2803
    @janardanbora2803 2 หลายเดือนก่อน +14

    সেইবাবে কয় যে বালি লৈ যি পাত হুগ্ৰিবলৈ একেই কাৰণ একেটাই মানুহ সেইবাবে বেছি উপৰত উঠিব নালাগে আজি উতৰ প্ৰদেশত যোগী বাবা যি হৈছে অৱস্থা হেই একেই অৱস্থা হব আমাৰ এইজনৰো গৈ আছে চাই থাকক

  • @DebanandaKaman
    @DebanandaKaman 2 หลายเดือนก่อน +4

    মামাই যে লোকক যি মন তাকেই বকি পোৰে লাজ বোলা নাহিকিয়াই যেন লাগে

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +4

    হিমন্তৰ যদি পতন নহয় সত্যৰ সদায় জয় বাণীটো অসত্য |

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน +1

      একে বাৰে সঁচা কথা কলা ।

  • @bhubanpegu972
    @bhubanpegu972 2 หลายเดือนก่อน +1

    NXT.CM will Gaurav.No doubt there.

  • @nilotpalbaruah8486
    @nilotpalbaruah8486 2 หลายเดือนก่อน +10

    লেতেৰা, ৰাজনীতি হিমন্তকৈ কোনো ৱে কৰা নাই।

  • @Nearest-wo5co
    @Nearest-wo5co 2 หลายเดือนก่อน +2

    তহতে পকৰ চেলিকি থাক ৰাইজক ঠগি আছে পৰিয়ালটো এ

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 2 หลายเดือนก่อน +1

    Gourav Gogoi zindabad

  • @pabitragogoi8654
    @pabitragogoi8654 2 หลายเดือนก่อน +1

    "ৰাহুল গান্ধী ডাঙৰীয়া ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয় প্ৰমাণ দিয়ক":- 🎤- মাননীয় মুখ্যমন্ত্ৰী, অসম

  • @inglishvlogs1015
    @inglishvlogs1015 2 หลายเดือนก่อน +5

    ৰাহুল গান্ধীৰ বিষয়ে কিমান বেয়া কৈছিল ডাঙৰীয়া মনত আছেনে নাই?

  • @susilmahato6276
    @susilmahato6276 2 หลายเดือนก่อน +1

    কংগ্ৰেছ দলে ২০২৬ৰ বাবে দলীয় টিকট প্ৰত্যাশি সকলৰ যোগ্যতা নিৰোপনৰ বাবে পৰীক্ষা পাতি দলীয় টিকট দিলেহে অহা বাৰ সমষ্টি বাসীয়ে আমি ভোট দিম নহলে ভোট জলকীয়া দিম।

  • @anjubegum6320
    @anjubegum6320 2 หลายเดือนก่อน +5

    মামাই বহুত ভই খাইছে কংগ্রেস ত আহিলে হোল চব শেষ

  • @tapasildoley8259
    @tapasildoley8259 2 หลายเดือนก่อน +7

    কোন সচা কোন মিছা, সময়ে কব। নিউজ লাইভে এক পক্ষীয় বাতৰি পৰিবেশন কৰি আহিছে এইটো হলে সঁচা

  • @mintubharali952
    @mintubharali952 2 หลายเดือนก่อน +8

    বিজেপিৰ নেতা মন্ত্ৰী যাকে আৰু বেছি তলত নামে।

  • @ParchiGogoi-vs5kq
    @ParchiGogoi-vs5kq 2 หลายเดือนก่อน +1

    Media should be indipendent 🙌

  • @bharatbaruah5702
    @bharatbaruah5702 2 หลายเดือนก่อน +4

    Mamà ই নিজে পতা জালত পৰিল

  • @ratanbaishya4565
    @ratanbaishya4565 2 หลายเดือนก่อน +2

    Cm gourab gogoi k lage

  • @BUDHU-27
    @BUDHU-27 2 หลายเดือนก่อน +2

    নিউজ লাইভক বাতৰি চেনেল বুলি ক'ব লাজ লাগে 😂😂😂 shame on news live

  • @SonaliSengupta-l8g
    @SonaliSengupta-l8g 2 หลายเดือนก่อน +4

    Gaurav Gogoi ahi ase

  • @nayanmonipigfarm1777
    @nayanmonipigfarm1777 2 หลายเดือนก่อน +16

    ফিউজ লাইভ 😅

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน

      নিয়মীয়া বাৰ্তা কেৱল হেমন্ত ৰিনিকি কেলা ।

  • @bhrigurabha3098
    @bhrigurabha3098 2 หลายเดือนก่อน +8

    Ssc gdr birudhe mat mtibo lge axomr post bahirr manuhe axomt ahi exam d sakori lui jay aru ami axomr manuh hui sakori napau

    • @manikgogoi7813
      @manikgogoi7813 2 หลายเดือนก่อน +1

      Axomiya vakha Axom t ji kunu khetrat baidhyata mulok hobo lage , jenekoi Karnataka t karise , hei bilakot gurutta dibo lage ai bilak ki dekhai thake Raijoloi

    • @Dhananjay_Ray_Adhikary
      @Dhananjay_Ray_Adhikary 2 หลายเดือนก่อน

      Don't worry bro last joining't bohut lorak training'r pora uliai dise Duplicate Domicile'r karone

  • @jaychankarboro4439
    @jaychankarboro4439 2 หลายเดือนก่อน +1

    Why are you capturing lands of Assam Mr CM?

  • @pranabbarua3031
    @pranabbarua3031 2 หลายเดือนก่อน +2

    Sarba da k suri khan kole marile😂

  • @chandidas6533
    @chandidas6533 2 หลายเดือนก่อน +1

    হেলো এংকৰ বাইদেও ৰাজৱীতিত সকলো একেই দেখি আহিছো

  • @pahishorts569
    @pahishorts569 2 หลายเดือนก่อน

    Sundor

  • @manayagayan9055
    @manayagayan9055 2 หลายเดือนก่อน

    আপোনালোকৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰম দূৰ্নীতি কৰি অগাধ সম্পত্তিৰ পাহাৰ গঢ়ি লৈছে।

  • @paporigogoi9547
    @paporigogoi9547 2 หลายเดือนก่อน +1

    Company r malik k ধৰিব লাগে

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน +1

    এইবোৰত হিমন্তই ডক্তৰেট কৰি থৈছে |

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน +1

      এই হয় নেকি, মই আকৌ তেওঁ গৰু ডাক্তৰ বুলিহে ভাবিছিলো 😊😊😊

  • @KamaleswarBoro-m7w
    @KamaleswarBoro-m7w 2 หลายเดือนก่อน +2

    Lily hotelote tekhete btc dhongko kara rasniti karisil

  • @DebanandaKaman
    @DebanandaKaman 2 หลายเดือนก่อน +1

    কেছেট বাবুৰ ভাল চিন্তা আছে জানো

  • @mintubharali952
    @mintubharali952 2 หลายเดือนก่อน +8

    Turu pokor jolise neki.

  • @ripunjoygohain8164
    @ripunjoygohain8164 2 หลายเดือนก่อน

    Good decision by Congress against CM mama familes.

  • @ajaypawpaw9723
    @ajaypawpaw9723 2 หลายเดือนก่อน +1

    Go to morning

  • @paragdutta9155
    @paragdutta9155 2 หลายเดือนก่อน

    এই পাত অস্ত বৰ ভয়ানক হব অস্ত নাম শুনিয়ে হিমন্ত কম্পমান ।

  • @Jaggu12385
    @Jaggu12385 2 หลายเดือนก่อน

    History repeats itself

  • @hanseali1924
    @hanseali1924 2 หลายเดือนก่อน

    এই দুইনম্বৰি চেনেলতোৰ কথাও কগ্ৰেছে কৱ লাগে।

  • @nripenborgohain201
    @nripenborgohain201 2 หลายเดือนก่อน

    সঁচাঁ কথাবোৰ ৰাইজে মন্থন কৰি ২০২৬ চনত ৰাইজেই উত্তৰ দিব -

  • @beingpositive5707
    @beingpositive5707 2 หลายเดือนก่อน

    অ আই, কাৰ বাপেকৰ টকাৰে চাহ বাগান,স্কুল এইবোৰ খুলিছে।

  • @shahinurofficials
    @shahinurofficials 2 หลายเดือนก่อน +3

    Gourab Gogoi will be CM 2026

  • @childimprove2585
    @childimprove2585 2 หลายเดือนก่อน

    Next cm gourav gogoi 2026

  • @gunjalkalita7187
    @gunjalkalita7187 2 หลายเดือนก่อน

    Gourav Gogoi ahi ase ❤

  • @Axomi567
    @Axomi567 2 หลายเดือนก่อน +1

    Mami ru News liveor newsor karone aibar mamar gadi juwatu khatang.

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน

    হিমন্ত বিশ্ব ভয়ত ত্রস্তমান |

  • @LakhyajyotiHazarika-yi1ln
    @LakhyajyotiHazarika-yi1ln 2 หลายเดือนก่อน

    C m sir apunar din bahut beya ahi ase...hoi 2 , 24 r past..

  • @santonuboruah4281
    @santonuboruah4281 2 หลายเดือนก่อน

    Halodhiya xonbad gushti news live

  • @itzsalman386
    @itzsalman386 2 หลายเดือนก่อน +13

    যিমানেই চেষ্টা কৰক কংগ্ৰেছ কেতিয়াও অসমত নাহে নিশ্চিত

    • @NilutpalSarma
      @NilutpalSarma 2 หลายเดือนก่อน

      2026 t dexa pam ❤...

    • @Assameseofficial-hq2ul
      @Assameseofficial-hq2ul 2 หลายเดือนก่อน +1

      ​@@NilutpalSarma26 ot aru ki dekha pabo 24 te dekha palei dexun 11+3=14😂😂

    • @Assameseofficial-hq2ul
      @Assameseofficial-hq2ul 2 หลายเดือนก่อน

      Right

    • @dsentertainment9545
      @dsentertainment9545 2 หลายเดือนก่อน

      ​@@Assameseofficial-hq2ul central t bjp nathakile ki hobo bupai

    • @kumudbaruah2001
      @kumudbaruah2001 2 หลายเดือนก่อน

      ​@@NilutpalSarmaকংগ্রেসীৰ লাজ চৰম বোলা অনুভূতি একো নাই। কেৱল মিঞাৰ ভোটেৰে জগত জিনিবলৈ ওলাইছে। কংগ্রেস অসমীয়াৰ চিৰ শত্রু। কথাতো মনত ৰখা ভাল।

  • @PRANJALBORUAH
    @PRANJALBORUAH 2 หลายเดือนก่อน

    আমাক BJP নালাগে আৰু BJP য়ে বহুত টেঙা দিছে,BJP য়ে খোৱা বস্তুৰ দাম কমাব নোৱাৰে মবাইল ৰ দাম কমাই ছে মবাইল ছোবাম নি ,??

  • @pompipatgiri
    @pompipatgiri 2 หลายเดือนก่อน

    হিমনত।।এজন।।টুটুকীয়া।মীছলীয়া।লোভীয়া।।উদনত।লোক

  • @sanjibdas3774
    @sanjibdas3774 2 หลายเดือนก่อน

    কৰিব লাগিব।

  • @Boraanshu
    @Boraanshu 2 หลายเดือนก่อน

    Gaurav gogoi 🎉

  • @alidildar8912
    @alidildar8912 2 หลายเดือนก่อน +1

    CM r chenel hoi aitu personal 😂😂

  • @DkDhakuakhanaloramoi
    @DkDhakuakhanaloramoi 2 หลายเดือนก่อน

    Val korise

  • @ipgneutral
    @ipgneutral 2 หลายเดือนก่อน

    Congress r politics Eibar different....
    Wait and see.....
    Hindu muslim politics kora result pabo 2026 t......
    Waiting....

  • @Biplobnath-h3w
    @Biplobnath-h3w 2 หลายเดือนก่อน

    সছাকৈয়ে কথা কবলৈ গলে এয়া মামা ৰ হে বুদ্ধি কেটকুৰী আদা সজাবলৈ গৈছে.

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 2 หลายเดือนก่อน

    Himontoi হে ৰাজনীতি ত বোকা চটিয়াব পাৰে। বেটি তুমি বৰ journalist জনি ওলাইছে।

  • @AchyutBora-p2g
    @AchyutBora-p2g 2 หลายเดือนก่อน +1

    2026 gaurav cm

  • @beingpositive5707
    @beingpositive5707 2 หลายเดือนก่อน

    বাতৰিটো কোনে লিখিছে, তেওঁ ভৰি চেলেকাই ভাল।

  • @PrashantaDihingia-t2g
    @PrashantaDihingia-t2g 2 หลายเดือนก่อน +2

    Napai manabiyata Hak karib. Bjp jokib.

  • @GiridharThakuria
    @GiridharThakuria 2 หลายเดือนก่อน +2

    কংগ্ৰেছৰ উচিত সিন্ধান্ত

  • @PrakashHojai
    @PrakashHojai 2 หลายเดือนก่อน +6

    Long live congress... BJP murdabaad

  • @BasantaKumarNeog-nl5wo
    @BasantaKumarNeog-nl5wo 2 หลายเดือนก่อน +1

    Gourav gogoi zindabad

  • @moshmibarman7661
    @moshmibarman7661 2 หลายเดือนก่อน

    পৱিএক দেখিলোঁ এজন নপতা ফুকনেই নহয় এজন সুদক্ষ বিচক্ষণ পণ্ডিতে হৈ পৰিছে এতিয়া কিবা শিকিব লাগিলে এওঁৰ পৰা ্্্্।।

  • @DadulRajkhowa
    @DadulRajkhowa 2 หลายเดือนก่อน +1

    Mama aru sakori diyok agot poisa dile sakori etya kosto kor sakori lo

  • @mominulislam8531
    @mominulislam8531 2 หลายเดือนก่อน

    B. J. P এইবোৰ সজবাকথা

  • @saidulhaque9723
    @saidulhaque9723 2 หลายเดือนก่อน

    I think good idea krise congrs a..

  • @niladas6175
    @niladas6175 2 หลายเดือนก่อน +1

    Kio tate ki hol cm or wife hisape jodi xubidha lob pare jodi baki bur o lob lgib ...Pabitra Margherita tuh aku kob nlge raije dekhise...

  • @gh12138.
    @gh12138. 2 หลายเดือนก่อน

    News jonota nyay,somoshya hoi ketia mat matibo😢

  • @rubulsaikia9122
    @rubulsaikia9122 2 หลายเดือนก่อน

    CM e kiman family politics khelile ami dekhilu

  • @fakruddinjinna3628
    @fakruddinjinna3628 2 หลายเดือนก่อน

    This news channel is the channel of Riniki Bhuyan itself,so this type of news might be circulate by this electric media.

  • @niranjansaikia6260
    @niranjansaikia6260 2 หลายเดือนก่อน

    মিছা কথা।

  • @gakulboro2305
    @gakulboro2305 2 หลายเดือนก่อน

    Ane oh jikib

  • @AbdulMannan-hx8fq
    @AbdulMannan-hx8fq 2 หลายเดือนก่อน

    Thik korise

  • @NilutpalSarma
    @NilutpalSarma 2 หลายเดือนก่อน +2

    Congress Zindabad ❤

    • @kumudbaruah2001
      @kumudbaruah2001 2 หลายเดือนก่อน

      কংগ্রেস এটা দগাবাজৰ দল। অসমখন মিঞা মুছলমানৰ হাতত তুলি দিলে। নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টি দুটা মিঞা মুছলমানক চিৰদিনৰ বাবে উপহাৰ দি অসমীয়া ক পংগু কৰি পেলালে। কংগ্রেস অসমীয়াৰ চিৰ শত্রু ত পৰিণত হল।

  • @DkDhakuakhanaloramoi
    @DkDhakuakhanaloramoi 2 หลายเดือนก่อน

    Val lagise

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 หลายเดือนก่อน

    ইমান ভয় কিয় ডাঙৰীয়া |

  • @annadasaikia8156
    @annadasaikia8156 2 หลายเดือนก่อน

    Rajniti korim kintu nika satiuwa beya kotha