ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সুন্দৰ উপস্থাপন । বৰ্তমান আমাৰ সমাজব্যৱস্থাত এনে কাৰ্য্যই বহু ক্ষতি কৰিছে । জন্ম দিন , তুলনীবিয়া আদি উৎসৱ সমাজত নিজৰ সামৰ্থ দেখুৱাবলৈ গৈ প্ৰায়বোৰ গৃহস্থই পিছলৈ জুৰুলা হৈছে । বৰ্তমান সময়ত সন্তানক জন্মৰ পৰা ডাঙৰলৈ শিক্ষা - দীক্ষাৰে উপযুক্ত কৰি গঢ়ি তুলিবলৈ মাক - দেউতাকৰ মানসিক, শাৰীৰিক আৰু আৰ্থিক সামৰ্থৰ প্ৰয়োজন । সেইবাবে জীৱনৰ প্ৰতিটো মুহূৰ্তত চাই-চিতি খোজ আগবঢ়োৱা ভাল ।
Pppppppppppp😊
একদম সঁচা কথা !
মনৰ ভিতৰত গুজৰি গুমৰি থকা বিষয়বস্তু এটা ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে অশেষ ধন্যবাদ🙏
বহুত ভাল লাগিল ।
Master বাবু ৰ লগত মই একমত আলোচনা সুন্দৰ বৰ্তমানৰ অবস্থা ১০০% correct
অভিনয় যেন লগা নাই।ইমান সুন্দৰকৈ বুজাই দিছে।🙏🙏
বহুত ভাল লাগিছে চাৰৰ পৰামৰ্শ খিনি । সমাজৰ মাজত চলি থকা সত্য কথা।❤❤❤
সময়োপযোগী এটি সুন্দৰ বাৰ্ত্তা সমাজলৈ আগবঢ়ালে । এনেধৰণৰ ভিডিঅৰ দ্বাৰা আশাকৰো আমাৰ ফোপজহী মানুহ কিছুমান উপকৃত হব ।
চাৰৰ কথাখিনি বহু সুন্দৰ হৈছে আৰু বিযা মাতিবলৈ অহাজনে কথাখিনি শুনি বহু সকাহ পালে লগতে কিছু টকা ৰাহিহৈ গল ধন্যবাদ চাৰক ।
🎉Apunar kathakhini hunibahutbhallagilaikhinikathai manuhburok okanmanchinta kariboloibadhaykorai bohut2dhanybud apunaloi
সুন্দৰ উপস্থাপন ৷ সময় উপয়োগী হৈছে ধন্যবাদ ৷❤❤
অতি সুন্দৰ উপস্থাপন । তোলনি বিয়া বৰ্তমান এক সামাজিক ব্যাধিত পৰিণত হৈছে ।পৰম্পৰা ৰক্ষা কৰাটো উচিত কিন্তু পৰম্পৰা নামত মাটি বাৰী বন্ধকত ৰাখি তোলনী বিয়া পতাটো অনুচিত । মোৰ এক মাত্ৰ সন্তান কন্যাৰ তোলনি বিয়াখন কেৱল বৈদিক ৰীতিনীতিৰে সমাপন কৰা হয় । কোনে কি কয় তালৈ কাণ দিয়াও হোৱাও নাছিল ।
Quite natural, val lagil
কথা খিনি শুনি বহুত ভাল লাগিল মধ্য বিত্তৰ মানুহ খিনিৰ বাবে উপযুক্ত আলোচনা
সুন্দৰ কথা কৈছে।❤
বৰ সুন্দৰ আলচ। এনে ধৰণৰ কথা কোৱাৰ বাবে নিজৰ পৰিয়ালৰ মানুহে ই আমাক বেয়া পাই।
অতি সুন্দৰ বিশ্লেষণ মন মগজু চুই গৈছে দাদা সময় উপযোগী আলোচনা।
Khundor vido dada
Bahut,bahut,Bhal lagise,oi Dada,,🙏🙏🙏🙏
আলোচনাটো বহুত ভাল লাগিল,সময়োপযোগী।
Borhiaa dai ,upojukta ...ana ata msg.baaba upunaaloi dhannyabaad 24:26
প্ৰাকৃতিক কথাটোৰ বাবে ইমান হৈ চৈ আৰু কষ্টৰ ধন খিনিৰ অপচয় কৰাটো উচিত নহয়। উত্তম আলোচনা, পৰিষ্কাৰ পৰিচ্ছন্নতা আচল কথা ।
খুব ভাল লাগিল। ভিডিঅ'টো।
বহুত ভাল লাগিল ছাৰ, সঁচা কথা।🎉🎉❤
Bohut.val.lagil.
Good/bout Val bujaisa dei hosa Kotha
সুন্দৰ উপস্থাপন। বহুত ভাল লাগিল।
সুন্দৰ আৰু সচাঁ কৈছে । কথা বোৰ ভাল লাগিল ।
সঁচাকৈয়ে ব্যতিক্ৰমী আলোচনা। ভাল লাগিল।
আজিকালি অল্প আজ্ন, বিস্তৰ ভজন, বহুত সময় উপযোগী আলোচনা ❤
সুন্দৰ উপস্থাপন,ভাল লাগিল
সুন্দৰ উপস্থাপন, আমাৰ গাঁৱত এটা পৰিয়ালে ৰাজকীয় তোলনি বিয়া পাতি আইতাকে নাতিৰ বিয়াৰ ধাৰ পৰিশোধ কৰিবলৈ চেন্নাই লৈ যাব লগা হৈছিল ১ বছৰৰ বাবে। তোলনিবিয়া , বিবাহ বাৰ্ষিকী, জন্ম দিন উদযাপন আদি অনুষ্ঠান বিলাক পৰিয়াল এটাৰ বিধ্বংসী অনুষ্ঠান। এই অনুষ্ঠানতো সময় উপযোগী, কিন্তু মানিব কোনে !!!
সুন্দৰ উপস্থাপন!ময়ো সদায় এই কথাত প্ৰতিবাদ কৰোঁ।খুউব ভাল আলোচনা
সুন্দৰ আৰু শুদ্ধ কথা।
সুন্দৰ উপস্থাপন আজি কালি মানুহে দেখুৱাই ভাল পায়
ভাল লাগিল কথাবোৰ।কথাবোৰ সকলোৱে বুজিপোৱাটো বৰ জৰুৰী ।
আলোচনা বহুত ভাল
সুন্দৰ উপস্থাপন। বৰ্তমান সমাজৰ বাস্তৱ প্ৰতিচ্ছবি।আপোনাৰ প্ৰতিটো ভিডিঅ'ই এটি সুন্দৰ বাৰ্তা প্ৰদান কৰে।এই বাৰ্তাই আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীক ৰক্ষা কৰে।
Hundr bhal lagel
ভাল লাগিল। পৰম্পৰা, সংস্কৃতি এইবিলাক আজিৰ দিনত ফেচনত পৰিণত হ'লগৈ। Birthday, marriage day,annaprahan এইবোৰৰ প্ৰাদূৰভাবে সমাজ খনক একেবাৰে পংগু কৰি পেলাইছে। আমিও দুই তিনিবাৰ বাৰ্থডে নেতা নহয়, কিন্তু নিমন্ত্ৰণ দিওতেই কৈছিলো যে। কোনেও যেন gift নিদিয়ে। প্ৰথমে দুই-একে আপত্তি দৰ্শাইছিল যদিও পিছলৈ আমাৰ কলনিত কেইবা ঘৰেও তেনেদৰে পাতিবলৈ ল'লে। লগৰ ল'ৰা ছোৱালী কেইটিক মাতি আনি কিবা এটা খুৱাই দিয়ে।
সচা আলোচনাৰ বা বে ধন্যবাদ জ্ঞাপন কৰিলো
Good information for All Assam's Assamese peoples👍👍👍
Dada,,bahut bhal,katha kale dei,🙏🙏🙏🙏🙏
বৰ সুন্দৰ উপস্থাপন । আমাৰ অসমত হে প্ৰথম পুস্পিতা বিৱাহ পতা দেখিছো ধুমধামেহে । আমি অসমৰ বাহিৰত থকা ১৮ বছৰ হ'ল কোনো সমাজত আমাৰদৰে এই বিৱাহ পতাৰ দুৰৰ কথা কাষত থকা ঘৰেও গম নাপায ।
Tamil hokole pate dei poriyalor bhitorot niyom kori kintu axomor dore jakjomokota ekebrei nathake.
বহুত বহুত ধন্যবাদ ভাল লাগিল এই ভিডিঅতো চাই একদম ৰাইত ৰাইত আচে এনেকুৱা বুজাই দিলে আৰু জিবিলাকে চাইচ্ ভিডিঅতো বুজিলে যে 🙏🏼🙏🏼
বৰ সুন্দৰ বাৰ্তা প্ৰেৰণ ৷
Bohut dhunabad sir akeybarey shosa kotha
মই ও একমত শ্ৰীমন্ত যুক্তিত😮😮😮
Video title is clickbait but the message delivered well...cudos for giving great insight.....
Bohut val hoise,,,,
মই চোৱা শ্রেস্ঠ ভিডিঅবোৰৰ ইয়ো এটা ৷অভিনয়ৰে সমাজলৈ এটা সুন্দৰ বার্তা ৷
বৰ সুন্দৰ দেম’ হৈছে দেই৷অভিনয়ৰ যোগেদি সমাজলৈ ভাল বাৰ্তা দিছে৷❤
বাজেট চাৰে চাৰি লাখ শুনিয়েই গোটেই খিনি চাবলৈ মন নগল কিন্তু শ্ৰীমন্ত তুমি এটা সজাগতা আনিবলৈ চেষ্টা কৰা বাবে সুখী হৈছো। সুন্দৰ আৰু সময়োপোযোগী বিষয়।
অসমৰ জাতীয় জীৱনৰ অন্যতম এই তুলনী বা শান্তি বিয়া ! এই শান্তি বিয়াতেই গাওঁৰ বয়োজ্যেষ্ঠ আই সকলে কণমানিজনীক যৌৱন জীৱনত নিজে লব লগা সাৱধানতা আৰু যৌন শিক্ষা দিয়া হয় বাবেই হয়তো অসমত জীয়ৰী ছোৱালীৰ মুকলি ব্যাভিচাৰ আনৰাজ্যতকৈও বহুত কম ! বাহিৰৰ ৰাজ্যত সেয়েহে লিভিংটুগেদাৰ হয় ! গৈ চাই আহিবগৈ !সেই দিনতো ছোৱালী জনীৰ বাবেই এটি মহৰ্ত্বপূৰ্ণ দিন । ঘৰৰ সকলোৰেই পৰা পোৱা মৰমৰ আদৰৰ দিন ! তুলনী বিয়াত চাৰিলাখ টকা খৰছ নহয় ! ভূল কথা কিয় দেখাইছে ! তুলনী বিয়াৰ মূল তত্বতোৰ কথা আলোচনা কৰিব ……!……
4 lakh ki tat koi basi khoros kori biya pata toka thoka manuha bohut kiba kibi koribo para
সুন্দৰ উপস্থাপন 🎉
সময়োপযোগী হৈছে।
Exactly. Sundar vedio.
বৰভাল লাগিল।সময় উপযোগী বাৰ্তা।
সুন্দৰ পৰাৰ্মশ দিলা
Hundar hoise bhasan khini huni
যুক্তি সংগত আলোচনা। ভাল লাগিল।
Very very logical conversation,It is very good message convey to every single Assamese.
অতি সময় উপযোগী vdo. প্ৰশংসনীয় প্ৰচেষ্টা আৰু উপস্থাপন। শলাগ ললোঁ।
সুন্দৰ উপস্থাপন । অতি দৰকাৰী কথা ৷
কথাখিনি সচাকৈ সময়উপযোগী হৈছে ।ধন্যবাদ ।
Aru aitu amar asomia homajot he ase baki Bengali bihari bilakr nai
অতি সুন্দৰ👌👌👌
সঠিক কথা 🙏🙏এই ভিডিঅ'টোৰ জৰিয়তে এটি সুন্দৰ বাৰ্তা পোৱা গৈছে যিটো নেকি বৰ্তমান সময়ৰ বাবে অতি প্ৰাসংগিক 🙏 ভিডিঅ'টোৰ সাৰুৱা কথাখিনি হৃদয়ঙ্গম কৰিব পাৰিলে মধ্যবিত্ত পৰিয়ালৰ লোকসকল উপকৃত হ'ব 🙏
আপোনাৰ চিন্তা ধাৰাৰ দৰে আৰু ৫০জন মান ওলাল হয় সমাজ খন সুস্থ হৈ থাকিল হয় । ধন্যবাদ থাকিল বহুত সুন্দৰ নিদৰ্শন আপোনাৰ।
সুন্দৰ ভিডিঅ ❤❤❤❤
বৰ সুন্দৰ পৰিবেশন 👍 ভাল লাগিল Video টো চাই 🙏🙏🙏
আমাৰ সমাজৰ কাৰণে এটা দৰকাৰী বাৰ্তা।কথা বাৰ্তাখিনি একেবাৰে সহজ সৰল ভাবে প্ৰকাশ কৰাৰ কাৰণে অতি সুন্দৰ হৈছে। ভিডিঅটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জনালোঁ।
💐💐💐💐💐💐manuh jonk,hakah,diya,,👏👏👏👏👏
বহুত ভাল লাগিল।❤❤❤❤❤
ভাল লাগিল ।একদম সময় উপযোগী আলোচনা ।
আলোচনাটো খুউব ভাল লাগিল। মই আপোনাৰ সৈতে একমত। উপাৰ্জন চাই খৰচ কৰিব লাগে। ধন্যবাদ ❤🎉❤🎉❤🎉❤
সুন্দৰ পৰামৰ্শ
সুন্দৰ উপস্থাপন হৈছে
Aamar ghoror obosta bhalei ....kintu Moi suwali r tuloni r niyom khini he korilu....biya pota nai ....aaji Kali r compitition dekhi khong uthe .
Aji kali gomei napai xaru biyaa nee Bor Biyaa😀😀
++
Dhanyabad Val paisu
Bar val katha kaisa dai
@@jaansaikia9308x
অতি সুন্দৰ বাস্তৱ পৰামৰ্শ ।এইটো বিজ্ঞাপন সকলোৱে এৰিব লাগে ।
ইমান সুন্দৰ আলোচনা ।
খুউৱ ধুনীয়া আদৰ্শ কথোপ কথন।।
সময়োপযোগী বাৰ্তা। আচৰিত সুন্দৰ আৰু সাৱলীল অভিনয়। বহুত ধন্যবাদ।
ইমান ধুনীয়া উপস্থাপন কোনো প্রতিভবান শিল্পীয়েও কৰিব নোৱাৰিব । অতি সুন্দৰ উপস্থাপন । তেওঁ অতি বাস্তৱিক দৃষ্টি ভংগীৰে friendly যিখিনি কলে সকলোৱে সমৰ্থন কৰা উচিত।
সুন্দৰ উপস্থাপন। ধন্যবাদ
অতি সুন্দৰ ৷
সুন্দৰ প্ৰবৃত্তিৰ আপোনালোকৰ মতামতএই ক্ষেত্ৰত অমি সজাগ হবৰ হল
বহুত ভাল লাগিল | আমাৰ নিচিনা মধ্যবিত্তৰ বাবে অধিক উপযোগী আৰু আদর্শ |
Val lagil vaity video to dekhi
সুন্দৰ উপস্থাপন। বৰ্ত্তমান সমাজখনৰ কিছুমান ব্যৱস্তা দেখি আচৰিত হওঁ। এনেকুৱা পৰামৰ্শ দিয়াৰ বাবে বহুত বহুত ধ্যনাবাদ।
ভাল লাগিল় সময় উপযোগী আলোচনা
Vl lagil..
খুব ভাল লাগিল ভিডিঅ'টো 😊❤️👌
বৰ ভাল লাগিল ❤❤❤❤❤
Best video a good message for the society ,many 2 thanks
বাকী যি হওক নহওঁক অভিনয় একদম নিখুঁত ।বৰ ভাল লাগিছে ।
Sir thank you for your good advice
সুন্দৰ উপস্থাপন ৷
Video to sai bar val lagil, Aenekua video atar khubai prayojan Aasil lamar khamajar babe !👍👍👍👍👍👍👍👍
অতি সুন্দৰ।
Bar bhal lagil xundar
Val hoise👍
অভিনয় যেন লগা নাই সুন্দৰ আলোচনা ভাল লাগিল
শুনি ভাল লাগিল ধন্যবাদ ❤️❤️🙏🏻🙏🏻
সুন্দৰ উপস্থাপন । বৰ্তমান আমাৰ সমাজব্যৱস্থাত এনে কাৰ্য্যই বহু ক্ষতি কৰিছে । জন্ম দিন , তুলনীবিয়া আদি উৎসৱ সমাজত নিজৰ সামৰ্থ দেখুৱাবলৈ গৈ প্ৰায়বোৰ গৃহস্থই পিছলৈ জুৰুলা হৈছে । বৰ্তমান সময়ত সন্তানক জন্মৰ পৰা ডাঙৰলৈ শিক্ষা - দীক্ষাৰে উপযুক্ত কৰি গঢ়ি তুলিবলৈ মাক - দেউতাকৰ মানসিক, শাৰীৰিক আৰু আৰ্থিক সামৰ্থৰ প্ৰয়োজন । সেইবাবে জীৱনৰ প্ৰতিটো মুহূৰ্তত চাই-চিতি খোজ আগবঢ়োৱা ভাল ।
Pppppppppppp😊
একদম সঁচা কথা !
মনৰ ভিতৰত গুজৰি গুমৰি থকা বিষয়বস্তু এটা ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে অশেষ ধন্যবাদ🙏
বহুত ভাল লাগিল ।
Master বাবু ৰ লগত মই একমত আলোচনা সুন্দৰ বৰ্তমানৰ অবস্থা ১০০% correct
অভিনয় যেন লগা নাই।ইমান সুন্দৰকৈ বুজাই দিছে।🙏🙏
বহুত ভাল লাগিছে চাৰৰ পৰামৰ্শ খিনি । সমাজৰ মাজত চলি থকা সত্য কথা।❤❤❤
সময়োপযোগী এটি সুন্দৰ বাৰ্ত্তা সমাজলৈ আগবঢ়ালে । এনেধৰণৰ ভিডিঅৰ দ্বাৰা আশাকৰো আমাৰ ফোপজহী মানুহ কিছুমান উপকৃত হব ।
চাৰৰ কথাখিনি বহু সুন্দৰ হৈছে আৰু বিযা মাতিবলৈ অহাজনে কথাখিনি শুনি বহু সকাহ পালে লগতে কিছু টকা ৰাহিহৈ গল ধন্যবাদ চাৰক ।
🎉Apunar kathakhini hunibahutbhallagilaikhinikathai manuhburok okanmanchinta kariboloibadhaykorai bohut2dhanybud apunaloi
সুন্দৰ উপস্থাপন ৷ সময় উপয়োগী হৈছে ধন্যবাদ ৷❤❤
অতি সুন্দৰ উপস্থাপন । তোলনি বিয়া বৰ্তমান এক সামাজিক ব্যাধিত পৰিণত হৈছে ।পৰম্পৰা ৰক্ষা কৰাটো উচিত কিন্তু পৰম্পৰা নামত মাটি বাৰী বন্ধকত ৰাখি তোলনী বিয়া পতাটো অনুচিত । মোৰ এক মাত্ৰ সন্তান কন্যাৰ তোলনি বিয়াখন কেৱল বৈদিক ৰীতিনীতিৰে সমাপন কৰা হয় । কোনে কি কয় তালৈ কাণ দিয়াও হোৱাও নাছিল ।
Quite natural, val lagil
কথা খিনি শুনি বহুত ভাল লাগিল মধ্য বিত্তৰ মানুহ খিনিৰ বাবে উপযুক্ত আলোচনা
সুন্দৰ কথা কৈছে।❤
বৰ সুন্দৰ আলচ। এনে ধৰণৰ কথা কোৱাৰ বাবে নিজৰ পৰিয়ালৰ মানুহে ই আমাক বেয়া পাই।
অতি সুন্দৰ বিশ্লেষণ মন মগজু চুই গৈছে দাদা সময় উপযোগী আলোচনা।
Khundor vido dada
Bahut,bahut,Bhal lagise,oi Dada,,🙏🙏🙏🙏
আলোচনাটো বহুত ভাল লাগিল,সময়োপযোগী।
Borhiaa dai ,upojukta ...ana ata msg.baaba upunaaloi dhannyabaad 24:26
প্ৰাকৃতিক কথাটোৰ বাবে ইমান হৈ চৈ আৰু কষ্টৰ ধন খিনিৰ অপচয় কৰাটো উচিত নহয়। উত্তম আলোচনা, পৰিষ্কাৰ পৰিচ্ছন্নতা আচল কথা ।
খুব ভাল লাগিল। ভিডিঅ'টো।
বহুত ভাল লাগিল ছাৰ, সঁচা কথা।🎉🎉❤
Bohut.val.lagil.
Good/bout Val bujaisa dei hosa Kotha
সুন্দৰ উপস্থাপন। বহুত ভাল লাগিল।
সুন্দৰ আৰু সচাঁ কৈছে । কথা বোৰ ভাল লাগিল ।
সঁচাকৈয়ে ব্যতিক্ৰমী আলোচনা। ভাল লাগিল।
আজিকালি অল্প আজ্ন, বিস্তৰ ভজন, বহুত সময় উপযোগী আলোচনা ❤
সুন্দৰ উপস্থাপন,ভাল লাগিল
সুন্দৰ উপস্থাপন, আমাৰ গাঁৱত এটা পৰিয়ালে ৰাজকীয় তোলনি বিয়া পাতি আইতাকে নাতিৰ বিয়াৰ ধাৰ পৰিশোধ কৰিবলৈ চেন্নাই লৈ যাব লগা হৈছিল ১ বছৰৰ বাবে। তোলনিবিয়া , বিবাহ বাৰ্ষিকী, জন্ম দিন উদযাপন আদি অনুষ্ঠান বিলাক পৰিয়াল এটাৰ বিধ্বংসী অনুষ্ঠান। এই অনুষ্ঠানতো সময় উপযোগী, কিন্তু মানিব কোনে !!!
সুন্দৰ উপস্থাপন!ময়ো সদায় এই কথাত প্ৰতিবাদ কৰোঁ।খুউব ভাল আলোচনা
সুন্দৰ আৰু শুদ্ধ কথা।
সুন্দৰ উপস্থাপন আজি কালি মানুহে দেখুৱাই ভাল পায়
ভাল লাগিল কথাবোৰ।কথাবোৰ সকলোৱে বুজিপোৱাটো বৰ জৰুৰী ।
আলোচনা বহুত ভাল
সুন্দৰ উপস্থাপন। বৰ্তমান সমাজৰ বাস্তৱ প্ৰতিচ্ছবি।আপোনাৰ প্ৰতিটো ভিডিঅ'ই এটি সুন্দৰ বাৰ্তা প্ৰদান কৰে।এই বাৰ্তাই আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীক ৰক্ষা কৰে।
Hundr bhal lagel
ভাল লাগিল। পৰম্পৰা, সংস্কৃতি এইবিলাক আজিৰ দিনত ফেচনত পৰিণত হ'লগৈ। Birthday, marriage day,annaprahan এইবোৰৰ প্ৰাদূৰভাবে সমাজ খনক একেবাৰে পংগু কৰি পেলাইছে। আমিও দুই তিনিবাৰ বাৰ্থডে নেতা নহয়, কিন্তু নিমন্ত্ৰণ দিওতেই কৈছিলো যে। কোনেও যেন gift নিদিয়ে। প্ৰথমে দুই-একে আপত্তি দৰ্শাইছিল যদিও পিছলৈ আমাৰ কলনিত কেইবা ঘৰেও তেনেদৰে পাতিবলৈ ল'লে। লগৰ ল'ৰা ছোৱালী কেইটিক মাতি আনি কিবা এটা খুৱাই দিয়ে।
সচা আলোচনাৰ বা বে ধন্যবাদ জ্ঞাপন কৰিলো
Good information for All Assam's Assamese peoples👍👍👍
Dada,,bahut bhal,katha kale dei,🙏🙏🙏🙏🙏
বৰ সুন্দৰ উপস্থাপন । আমাৰ অসমত হে প্ৰথম পুস্পিতা বিৱাহ পতা দেখিছো ধুমধামেহে । আমি অসমৰ বাহিৰত থকা ১৮ বছৰ হ'ল কোনো সমাজত আমাৰদৰে এই বিৱাহ পতাৰ দুৰৰ কথা কাষত থকা ঘৰেও গম নাপায ।
Tamil hokole pate dei poriyalor bhitorot niyom kori kintu axomor dore jakjomokota ekebrei nathake.
বহুত বহুত ধন্যবাদ ভাল লাগিল এই ভিডিঅতো চাই একদম ৰাইত ৰাইত
আচে এনেকুৱা বুজাই দিলে আৰু জিবিলাকে চাইচ্ ভিডিঅতো বুজিলে যে 🙏🏼🙏🏼
বৰ সুন্দৰ বাৰ্তা প্ৰেৰণ ৷
Bohut dhunabad sir akeybarey shosa kotha
মই ও একমত শ্ৰীমন্ত যুক্তিত😮😮😮
Video title is clickbait but the message delivered well...cudos for giving great insight.....
Bohut val hoise,,,,
মই চোৱা শ্রেস্ঠ ভিডিঅবোৰৰ ইয়ো এটা ৷অভিনয়ৰে সমাজলৈ এটা সুন্দৰ বার্তা ৷
বৰ সুন্দৰ দেম’ হৈছে দেই৷অভিনয়ৰ যোগেদি সমাজলৈ ভাল বাৰ্তা দিছে৷❤
বাজেট চাৰে চাৰি লাখ শুনিয়েই গোটেই খিনি চাবলৈ মন নগল কিন্তু শ্ৰীমন্ত তুমি এটা সজাগতা আনিবলৈ চেষ্টা কৰা বাবে সুখী হৈছো। সুন্দৰ আৰু সময়োপোযোগী বিষয়।
অসমৰ জাতীয় জীৱনৰ অন্যতম এই তুলনী বা শান্তি বিয়া ! এই শান্তি বিয়াতেই গাওঁৰ বয়োজ্যেষ্ঠ আই সকলে কণমানিজনীক যৌৱন জীৱনত নিজে লব লগা সাৱধানতা আৰু যৌন শিক্ষা দিয়া হয় বাবেই হয়তো অসমত জীয়ৰী ছোৱালীৰ মুকলি ব্যাভিচাৰ আনৰাজ্যতকৈও বহুত কম ! বাহিৰৰ ৰাজ্যত সেয়েহে লিভিংটুগেদাৰ হয় ! গৈ চাই আহিবগৈ !সেই দিনতো ছোৱালী জনীৰ বাবেই এটি মহৰ্ত্বপূৰ্ণ দিন । ঘৰৰ সকলোৰেই পৰা পোৱা মৰমৰ আদৰৰ দিন ! তুলনী বিয়াত চাৰিলাখ টকা খৰছ নহয় ! ভূল কথা কিয় দেখাইছে ! তুলনী বিয়াৰ মূল তত্বতোৰ কথা আলোচনা কৰিব ……!……
4 lakh ki tat koi basi khoros kori biya pata toka thoka manuha bohut kiba kibi koribo para
সুন্দৰ উপস্থাপন 🎉
সময়োপযোগী হৈছে।
Exactly. Sundar vedio.
বৰভাল লাগিল।সময় উপযোগী বাৰ্তা।
সুন্দৰ পৰাৰ্মশ দিলা
Hundar hoise bhasan khini huni
যুক্তি সংগত আলোচনা। ভাল লাগিল।
Very very logical conversation,It is very good message convey to every single Assamese.
অতি সময় উপযোগী vdo. প্ৰশংসনীয় প্ৰচেষ্টা আৰু উপস্থাপন। শলাগ ললোঁ।
সুন্দৰ উপস্থাপন । অতি দৰকাৰী কথা ৷
কথাখিনি সচাকৈ সময়উপযোগী হৈছে ।ধন্যবাদ ।
Aru aitu amar asomia homajot he ase baki Bengali bihari bilakr nai
অতি সুন্দৰ👌👌👌
সঠিক কথা 🙏🙏
এই ভিডিঅ'টোৰ জৰিয়তে এটি সুন্দৰ বাৰ্তা পোৱা গৈছে যিটো নেকি বৰ্তমান সময়ৰ বাবে অতি প্ৰাসংগিক 🙏
ভিডিঅ'টোৰ সাৰুৱা কথাখিনি হৃদয়ঙ্গম কৰিব পাৰিলে মধ্যবিত্ত পৰিয়ালৰ লোকসকল উপকৃত হ'ব 🙏
আপোনাৰ চিন্তা ধাৰাৰ দৰে আৰু ৫০জন মান ওলাল হয় সমাজ খন সুস্থ হৈ থাকিল হয় । ধন্যবাদ থাকিল বহুত সুন্দৰ নিদৰ্শন আপোনাৰ।
সুন্দৰ ভিডিঅ ❤❤❤❤
বৰ সুন্দৰ পৰিবেশন 👍 ভাল লাগিল Video টো চাই 🙏🙏🙏
আমাৰ সমাজৰ কাৰণে এটা দৰকাৰী বাৰ্তা।কথা বাৰ্তাখিনি একেবাৰে সহজ সৰল ভাবে প্ৰকাশ কৰাৰ কাৰণে অতি সুন্দৰ হৈছে। ভিডিঅটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জনালোঁ।
💐💐💐💐💐💐manuh jonk,hakah,diya,,👏👏👏👏👏
বহুত ভাল লাগিল।
❤❤❤❤❤
ভাল লাগিল ।একদম সময় উপযোগী আলোচনা ।
আলোচনাটো খুউব ভাল লাগিল। মই আপোনাৰ সৈতে একমত। উপাৰ্জন চাই খৰচ কৰিব লাগে। ধন্যবাদ ❤🎉❤🎉❤🎉❤
সুন্দৰ পৰামৰ্শ
সুন্দৰ উপস্থাপন হৈছে
Aamar ghoror obosta bhalei ....kintu Moi suwali r tuloni r niyom khini he korilu....biya pota nai ....aaji Kali r compitition dekhi khong uthe .
Aji kali gomei napai xaru biyaa nee Bor Biyaa😀😀
++
Dhanyabad Val paisu
Bar val katha kaisa dai
@@jaansaikia9308x
অতি সুন্দৰ বাস্তৱ পৰামৰ্শ ।এইটো বিজ্ঞাপন সকলোৱে এৰিব লাগে ।
ইমান সুন্দৰ আলোচনা ।
খুউৱ ধুনীয়া আদৰ্শ কথোপ কথন।।
সময়োপযোগী বাৰ্তা। আচৰিত সুন্দৰ আৰু সাৱলীল অভিনয়। বহুত ধন্যবাদ।
ইমান ধুনীয়া উপস্থাপন কোনো প্রতিভবান শিল্পীয়েও কৰিব নোৱাৰিব । অতি সুন্দৰ উপস্থাপন । তেওঁ অতি বাস্তৱিক দৃষ্টি ভংগীৰে friendly যিখিনি কলে সকলোৱে সমৰ্থন কৰা উচিত।
সুন্দৰ উপস্থাপন। ধন্যবাদ
অতি সুন্দৰ ৷
সুন্দৰ প্ৰবৃত্তিৰ আপোনালোকৰ মতামত
এই ক্ষেত্ৰত অমি সজাগ হবৰ হল
বহুত ভাল লাগিল | আমাৰ নিচিনা মধ্যবিত্তৰ বাবে অধিক উপযোগী আৰু আদর্শ |
Val lagil vaity video to dekhi
সুন্দৰ উপস্থাপন।
বৰ্ত্তমান সমাজখনৰ কিছুমান ব্যৱস্তা দেখি আচৰিত হওঁ। এনেকুৱা পৰামৰ্শ দিয়াৰ বাবে বহুত বহুত ধ্যনাবাদ।