ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সময়ৰ উপযোগী । উপদেশ মূলক । শিক্ষকৰ চৰিত্ৰত অভিনয় কৰা জনলৈ শতকোটি প্ৰণাম জনালোঁ ।
চেকনীৰ আগতহে শিক্ষা । ছাৰে বৰ সুন্দৰ কথা কলে । ধন্যবাদ ছাৰ ।
শিক্ষক অভিনয় কৰাজনক মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ..সূনদৰ প্ৰতিচ্ছবি ডাঙি ধৰিছে।
মনৰ মাজত সোমাই থকা কথা খিনি উলিয়াই দিয়াৰ বাবে বহুত ধন্যবাদ৷ লৰা-ছোৱালীৰ ধংসৰ মুল কাৰণ অভিভাৱক৷ মই নিজেও শিক্ষক আছিলো দোষ কৰিলে শাস্তি দিবলৈ ভয় নকৰো ৷ নিজৰ লৰা ছোৱালীকহে নিজৰ বুলি ভৱাৰ কাৰনেই সমাজত এই নৈতিক স্খলন ঘটিছে৷ নিজৰ লৰা ছোৱালীক শাসন কৰক তেতিয়াই সমাজ সলনি হব৷
বৰ্তমান সময়ত আমাৰ সমাজত চলিত আধাৰত নিৰ্মিত। অতি সুন্দৰ।
শিক্ষক জনক বহুত বহুত ধন্যবাদ। এচাৰি আগত শিক্ষা। সন্মান ছাএই বুজি নাপাই। এতিয়া , "চৰিএ" পাঠ বিষয়টো অতিকৈ প্রয়োজন হৈছে।
দেৰিকৈ বুজি পাই অভিভাবকে। ল'ৰা ছোৱালীক দোষ দিলে বেয়া পাই বাবে এই গতি। বৰ সুন্দৰ উপস্থাপন 👍🏾👍🏾
সমগ্ৰ শিক্ষক সমাজৰ হৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক । ইমান সুন্দৰকৈ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত video টো আগবঢ়ালে তাৰ বাবে নথৈ সুখী হৈছোঁ...
মহাশয় আপোনাৰ কথাবিলাক বৰ ভাল লাগিল, ধন্যবাদ।
সময়োপযোগী অনুষ্ঠান। চাই বৰ ভাল লাগিল।
🙏 আপোনাৰ নিতিশিক্ষাৰ নাটক খন সময়উপযোগী হৈছে অতি সুন্দৰ অভিনয় বত্তমানৰ সমস্যা বোৰ ৰোধ কৰা আৰু অভিভাৱক সকল সচেতন হোৱাত যথেষ্ট ফলপসু হব ।
সচা কথা,বৰ্তমান যুগত প্ৰতি গৰাকী শিক্ষকৰ হাতত বেত লোৱাৰ প্রযোজন ।
❤❤❤প্ৰতিজন শিক্ষা গুৰুৰ প্ৰতি মোৰ এটাই অনুৰোধ যে , সেকনিৰ আগত বিদ্যা দিয়ক
সময়োপযোগী এক শক্তিশালী বার্তা আগবঢ়ালে 👏👏
কি বুলি যে ধন্যবাদ দিম !আমি শিক্ষক সকলে দৰ মহা কিমান পাওঁ তাৰ হে হিছাপ ৰাখে ।
আপোনালৈ অভিনন্দন, শুভেচ্ছা তথা শুভ কামনা জনালোঁ। কিন্তু এটা কথা সকলোৱে জানে বা জনাটো আৱশ্যক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক বা সমাজৰ অন্যান্য সকলোৱে যেতিয়ালৈকে নিজৰ দোষ বা ভূল নেদেখে বা নিজক নিজে নোশুধৰাই তেতিয়ালৈকে সমাজ শুদ্ধ নহয় ..।। ধন্যবাদ ।।
ইমান সুন্দৰ সত্যতা দাঙি ধৰিছে আপুনি 🙏🙏🙏
বাস্তৱিকতাৰ সুন্দৰ প্ৰকাশ।। সন্মতি আছে আপোনাৰ কথাত।।
শিক্ষক জনক অশেষ ধন্যবাদ।মই ও এজন শিক্ষক,ব্যক্তিগত খণ্ডৰ।নিজৰ সন্তানক নিৰ্দোষী সাব্যস্ত কৰিব বিচৰা,সন্তানৰ পক্ষত থিয় দিয়া অভিভাৱক কেইবাজনো লগ পাইছোঁ এতিয়ালৈকে।
অতি সুন্দৰ অভিনয়ৰ লগতে সমাজলৈ সুন্দৰ বাৰ্তা
সমাজলে এটা শুভ বাতা্ গৈছে দেই ভাল লাগিল।
অভিভাৱক সতেতন হবৰ হব।এই নীতি শিক্ষা নাটকখন বৰ্তমান সময়ৰ উপযোগী। সকলোৱে স্বেৱাৰ কৰক। বহুত ধন্যবাদ দাদা ।
মিলন আৰু শ্ৰীমন্তক বহুত বহুত ধন্যবাদ।সময়োপযোগী ।hundor অভিনয়।
শ্ৰীমন্ত দাদা বৰ্তমান শিক্ষক আৰু অভিভাৱকৰ যিটো দুৰত্ব আহি পৰিছে তাক আপুনি ইমান সুন্দৰ ভাৱে অভিনয় যোগেদি দাঙি ধৰিলে তাৰ কাৰণে আপুনি ধন্যবাদৰ পাত্ৰ।
বৰ সুন্দৰ হৈছে। সময়োপযোগী। মইতো প্ৰথমে সঁচা ঘটনা বুলিয়ে ভাৱিছিলো। A genuine message to the teachers and parents.
অতি সুন্দৰ সময়োপযোগী নিদৰ্শন, শিক্ষক জনৰ বক্তব্য সঁচাকৈয়ে আদৰণীয়।🙏
সাম্প্ৰতিক সময়ৰ পৰিস্থিতিকলৈ অতি প্ৰয়োজনীয় যোগাত্মক চিন্তাৰে সময়োপযোগীকৈ অভিভাৱক সকলৰ প্ৰতি উপদেশমূলক বাৰ্তা প্ৰেৰণ কৰিলা , বহুত ভাল লাগিল চুটি ভিডিঅ’টি চাই ৷ বহুত বহুত শুভেচ্ছাৰে অভিনন্দন জনালোঁ আটাইকেইজনলৈ ৷
সুন্দৰ । সময়ৰ উপযোগী । শিক্ষক সমাজ হৈ ধন্যবাদ জনাইছো
ভিডিঅ টো সময় উপযোগী হৈছে ।শিক্ষক ৰ অভিনয় কৰাজনলৈ বহুত বহুত ধন্যবাদ ।
ইমান সুন্দৰ অভিনয় সচা যেন লাগিছে সমাজৰ বাবে সময়উপযোগি আমিও শিক্ষকৰ মাৰ খাই ডঙৰ হৈছিলো চেকনিৰ আগত বিদ্যা ৷ পিতনত কান্দি কান্দি চকুৰ পানী নাকৰ পানী একাকাৰ হৈ যায় তথাপিও মা দেউতাই কোনোদিনে আপত্তি কৰা নেদেখিলো ৷ আজিও সেই শিক্ষক সকলোক সন্মান কৰো আজিও চাৰ বুলি মাতো
সময়ৰ উপযোগী ভাল লাগিল,অভিভাৱক সকল সচেতন নহলে ল'ৰা ছোৱালী ধংসৰ পথত।
শিক্ষক জনক অশেষ ধন্যবাদ । লগতে বাইদেউৰ ব্যৱহাৰ ভাল লাগিল ।
সুন্দৰ বাৰ্তা এটি জনসাধাৰণৰ মাজত ভিডিঅ মাধ্যমেৰে প্ৰচাৰ কৰা বাবে বহুত বহুত ধন্যবাদ ।
আপোনাৰ যোগাত্মক video সমূহ আৰু বাস্তৱিক অভিনয় শৈলী খুবেই মনোগ্ৰাহী। আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগবঢ়াই লৈ যাওক আমি উপভোগ কৰি যাম।
শিক্ষক অভিনয় কৰা চাৰ জনক বহুত বহুত ধন্যবাদ,। সময়ৰ উপযোগী ভিডিও।
এটা বাস্তব সমস্যা।বৰ সুন্দৰকৈ উপস্থাপন কৰিছে।সকলোৰে অভিনয় বৰ সুন্দৰ।
সময় উপযোগী চিন্তা চৰ্চাৰ আৰম্ভ, ধন্যবাদ ❤
ইয়ে হৈছে প্ৰকৃততে,সুন্দৰ🎉
চেকনিৰ আগত বিদ্যা এই কথাষাৰ যেন সকলো য়ে জনা উচিত।শিক্ষকৰ অভিনয় কৰা জনলৈ বহুত বহু ধন্যবাদ জনালো।
সুন্দৰ উপস্থাপন। এক অতি যোগাত্মক সময়োপযোগী বাৰ্তা।।🙏👍🙏👍
শিক্ষক জনলৈ বহুত বহুত ধন্যবাদ
শিক্ষা গুৰু জনলৈ বহু বহু ধন্যবাদ
Excellent গোটেই কিতা কথাই বহুত বহুত মূল্যবান চৰকাৰে এতিয়া কি হাতত লয় সেইটো হে আচল কথা ।
বাস্তৱ চিত্ৰখন ফুটাই তুলিলে ৷ ভাল লাগিল ৷
সুন্দৰ অনুষ্ঠান। সময়োপযোগী বাৰ্তা বহুত ধন্যবাদ দুয়ো জনলৈ।
বৰ্তমান সময়োপযোগী ভিডিঅ'। খুবেই ভাল লাগিল চায়। নৱপ্ৰজন্ম তথা প্ৰতিজন অভিভাৱক লৈ এক বাৰ্তাবাহক কাহিনী।
ঠিক সময়ত ঠিক বিষয় এটাৰ ওপৰত আলোচনা হৈছে । শিক্ষকক সমালোচনা কৰোতে কৰোতে ল'ৰা ছোৱালী ৰসাতলে গৈছে ।
সময়োপযোগী এক অনুষ্ঠান।
সকলো শিক্ষক সমাজৰ মনৰ কথা এয়া । হয়, সকলোৱে যেন শিক্ষকসকলকে চকু দি থাকে । কিমান উদণ্ড ল'ৰা ছোৱালীক বিদ্যালয়ত চম্ভালি থাকিব লাগে, অভিভাৱকে এবাৰ ভাবে নে? অভিনয় সকলোৰে বৰ ভাল হৈছে
সমযয়োপযোগী কাহিনীৰ আধাৰত সমাজলৈ এক শুভ বাৰ্তা। ধন্যবাদ থাকিল।
অতিকৈ গুৰুত্বপূৰ্ণ বিষয় ।ভাল লাগিল।
সুন্দৰ উপস্থাপন ,সময় উপযোগী চাই ভাল লাগিল।
শিক্ষক জনৰ অভিনয়ে বৰ আবেগিক কৰিলে।ধন্যবাদ জনালোঁ।
বৰ সুন্দৰ আৰু সময়োপযোগী ৷ এটা সুন্দৰ বাৰ্তা পালোঁ ৷ আজিৰ ছাত্ৰ কাইলৈৰ দেশৰ ভৱিষ্যত ৷
বহুত সুন্দৰ ভিডিঅ' শিক্ষক চৰিত্ৰত অভিনয় কৰা ব্যক্তিৰ জনলৈ অষেশ ধন্যবাদ জ্ঞাপন কৰিলোঁ, এনে ধৰণৰ ভিডিঅ'পুনৰ আশা কৰিলো
অতি সুন্দৰ আৰু নীতিশিক্ষামূলক কাহিনী।
মিলন দাই আপোনাৰ ভিডৰ চাই ভাল লাগিল🙏🙏🙏🙏🙏
মাননীয় ছাৰৰ সকলো কথা জানিব পাৰি নথৈ সুখি হ’লোঁ ৷ মইয়ো এগৰাকী প্ৰাথমিৰ বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী আছিলোঁ ৷ এনে ধৰণৰ দুই এজন অভিভাৱকে আহি আমাকো আমনি দিছিল ৷তেনে কথাত আওকাণ কৰি সময়ত কতব্য ত আগুৱাই গৈ কৰ্ম জীৱন সামৰনি মাৰিলোঁ ৷ কিন্তু এটা কথা তেনে অভিভাৱকৰ ছাত্ৰক সফলতাৰ বা উন্নতিৰ আশা বহুত দূৰত৷ শেষত ছাৰলৈ ধন্যবাদ আৰু দীঘায়ু কামনা কৰিলোঁ ৷🙏🙏🙏🙏
বহুত ধন্যবাদ ছাৰ মনৰ কথা বোৰ প্ৰকাশ পালে
সময়ৰ উপযোগী।বহুত ভাল লাগিল।
100% পালেও এনে অভিভাৱকৰ ল'ৰাই সমাজৰ সুনাগৰিক হব নোৱাৰে |
সুন্দৰ উপস্থাপন ।বহুত ভাল লাগিগ।
বহুত ভাল লাগিল। চেকনিৰ আগত বিদ্যা।সকলো শিক্ষকলৈ প্ৰণাম।🙏🙏🙏
আপোনাৰ প্ৰতিটো অভিনয় সুলভ দৃশ্য শ্ৰব্য মোৰ বৰ ভাল লাগে। এবাৰ আপোনাক দেউৰীচুকৰ এখন সভাত লগ পাইছিলো। আকৌ এবাৰ লগ পোৱাৰ ইচ্ছা আছে।
সময়োপযোগী ,সুন্দৰ উপস্থাপন
বৰ্তমান প্ৰতিজন শিক্ষকৰ মানসিক যি অৱস্থা সেয়া সমাজে অনুধাৱন কৰিব নোৱাৰিলে দেশৰ ভৱিষ্যত ছাত্ৰ সমাজ কি দিশলৈ গতি কৰিব হয়তো বুজাব পৰা নাযাব। নাটক খন অতি সময়োপযোগী আৰু অভিনয় শৈলী সুন্দৰ হৈছে ।
সঁচা কথা কৈছে ৷ ভাল লাগিল বহুত ৷
সময় উপযোগী ধন্যবাদ,🙏
বৰ সুন্দৰ আৰু সময়োপযোগী ভিভিঅ বাৰ্তা ।
সুন্দৰ উপস্থাপন।সময় উপযোগী হৈছে।
সুন্দৰ অভিনয়। বহুত ভাল লাগিল।
সময়োচিত vdo। ভাল লাগিল দাদা।দি থাকিব এনেকুৱা vdo।১০ জনৰ ভিতৰত মোৰ মতে ৮ জন উপকৃত হব। এচাৰীৰ আগত বিদ্যা নীতি আকৌ আহিব লাগে
প্ৰতি জন শিক্ষকলৈ প্ৰণাম জনোৱা ৰ লগতে অভিভাবক সকল সচেতন হবলৈ অভিভাবক হিচাপে অনুৰোধ থাকিল।
সুন্দৰ হৈছে। সময়োপোযোগী।
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
মন চুই গল ভিডিঅটো চাই,ময়ো এজন হাইস্কুল পৰ্যায়ৰ শিক্ষক লগতে দৰংৰ বাসিন্দা সেইবাবে দৰংত হৈ যোৱা ঘটনাটো আৰু এজন শিক্ষক হিচাপে কথাবোৰ উপলব্ধি কৰিছো।আগলৈয়ো এনেকুৱা অনুপ্ৰেৰনামূলক ভিডিঅ পোৱাৰ আশা ৰাখিছো ।
অতি সুন্দৰ,পদক্ষেপ।❤❤
সূন্দৰ বাৰ্তা 👍🏼অতি সুন্দৰ উপস্থাপন👌🏼
Apunar video Sai Val lagil Agoloi pum buli akhara korelu
Srimonto motivator ৰ VDO বোৰ বাস্তৱ সময়ৰ উপযোগী বাৰ্তা।VDO টো চাই বহুত ভাল লাগিল। ধন্যবাদ।🎉
সুন্দৰ বহুত ভাল লাগিল।
বহুত ভাল লাগিছে অনুষ্ঠানটি চাই
মহাশয় আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাক ভগবানে কৃপা কৰক।
এনে অভিভাৱকৰ বাবেই শিক্ষকেহে ছাত্ৰলৈ ভয় কৰিব লগা হৈছে। ব্যক্তিগত বিদ্যালয় আকৌ অভিভাৱকৰ কথা মতেই চলে। তাতে আকৌ চাকৰি যোৱাৰ ভয় থাকেই।
বৰ সুন্দৰ। ইমান অতি সাবলীল অভিনয়।
সুন্দৰ উপস্থাপন আপোনালোকলৈ বহুত ধন্যবাদ ।
অতি উত্তম
সময় উপযোগী ভিডিও। খুউব সুন্দৰ বাৰ্তা সমাজলৈ।🙏🙏
ভিডিঅ টো সময় উপযোগী ,ভাল লাগিল
V D Oটো ভাল লাগিল ।সময়ৰ উপযোগি হৈছে ।নিৰ্ভীক আৰু স্পষ্টবাদি হোৱাটো আৱশ্যক ।আপোনালোকৰ V D Oআগতেওঁ চাইছো ।ধন্যবাদ থাকিল ।❤
নীতি শিক্ষা কথোপকথন শুনি ভাল লাগিল ।
বহুত ভাল লাগিল video খন চাই।
সুন্দৰ বিষয়বস্তুৰ সুন্দৰ উপস্থাপন 👏👏🙏
Milon da, apunalukor video tu Sai val lagil. Hosakoi teacher hokolok adal Anu hakhonor betor proyujon hoisei.
আপোনাৰ কথাবোৰে হৃদয় চুই গৈছে
বহুত ভাল লাগিল । ছাৰ সতৰ বেতৰ মাৰ খাইয়ে বহুত কথাই বুজিলো এতিয়া ২৭ বছৰ বয়সতো সেই স্কুলৰ দিনকেইটা লৈ মনত পৰে । ছাৰ বাইদেউ হতক দেখিলে আকৌ এবাৰ পঢ়িব মন যায় সেই স্কুলত
সুন্দৰ উপস্থাপন,সময় উপযোগী ।ছাত্ৰ ছাত্ৰী সকলক কিহে পাইছে।
শিক্ষকজনে সুন্দৰ অভিনয় কৰিছে
Sundor. Somoy upojugi video.
বৰ্তমান সময়ত এনে পৰামৰ্শমূলক ভিডিঅ' আগবঢ়োৱা টো বহুত প্ৰয়োজনীয় । 😊😊
এক অনন্য ভিডিঅ' চালোঁ।এজন শিক্ষক হিচাপে কও SOP শিক্ষকৰ বাবে প্ৰস্তুত কৰা হওক, ছাত্ৰৰ বাবে নহওক।
আপোনাৰ শিক্ষকৰ অভিনয় সুন্দৰ হৈছে । অভি-ভাৱকৰ চৰিত্ৰও বহুত ভাল হৈছে । এতিয়া ৰাইজে বুজি সংস্কাৰ হোৱাৰ সময় । শিক্ষকক ঘৰত গৈ এনেকুৱা Warning দিয়া ফল কি হৈছে সকলোৱে বুজি পালে নহয় মহাশয় আপোনাক ধন্যবাদ🙏🙏
ডাঙৰীয়া, মোৰ ঘৰ দৰং জিলাত।আপোনাৰ Motivation সম্পকীয় অভিনয় চাই ভাল পালো। আগতো দুটামান ভিডিঅ চাইছো। ভাল হৈছে৷ ময়ো এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আপোনাৰ এই ভিডিঅটো মই আমাৰ শিক্ষকসকলক দেখুওৱাইছো। ভাল পাইছে। শেষত আপোনালৈ নমস্কাৰ ।

বহুত ভাল লাগিল।
চেকনিৰ আগত বিদ্যা।
সকলো শিক্ষকলৈ প্ৰণাম।
🙏🙏🙏

সূন্দৰ বাৰ্তা 👍🏼
অতি সুন্দৰ উপস্থাপন👌🏼