নিয়ৰে বহু কথাই ক'লে.. আৱেগিক হৈ পৰিলোঁ

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ธ.ค. 2024

ความคิดเห็น • 30

  • @ritaborah6238
    @ritaborah6238 5 วันที่ผ่านมา +3

    নিয়ৰ বৰ সুন্দৰকৈ আবৃত্তি কৰিলা দেউতাৰ কবিতাটো।বহুত মৰম দিলোঁ।

  • @barnalidutta5866
    @barnalidutta5866 4 วันที่ผ่านมา +1

    কবিতাটো আবৃত্তি বৰ সুন্দৰ হৈছে নিয়ৰ। তোমাৰ কথাবোৰ বৰ ভাল লাগিল। তোমাৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰি ভগৱন্তৰ চৰণত প্ৰণাম জনাইছোঁ।

  • @neelimaborgohain3324
    @neelimaborgohain3324 วันที่ผ่านมา

    সুন্দৰ চিন্তা, সুন্দৰভাৱে কৰা আবৃত্তি , বাৰ্তালাপ ভাল লাগিল।নিয়ৰৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @anibchutia4418
    @anibchutia4418 4 วันที่ผ่านมา

    এটি অভিনৱ সাক্ষাৎকাৰ যিটো এজন ১২ বছৰীয়া ছাত্ৰ হিচাবে বহুত ওপৰত আগবঢ়াইছে নিয়ৰে , দেখি আপ্লুত হ’লো মন ভৰি গ’ল , বিশেষকৈ “দেউতা”ক ইমান সুন্দৰকৈ সুললিত কণ্ঠৰে পাঠ কৰিলে শুনি চকু সেমেকি গ’ল , বহুত ভাল লাগিল নিয়ৰ ভৱিষ্যতে এগৰাকী সু-প্ৰতিষ্ঠিত ব্যক্তি হৈ জন-সমাজত জিলিকি উঠক তাৰ কামনা কৰিলোঁ ৷

  • @mousumiboruah9661
    @mousumiboruah9661 วันที่ผ่านมา +1

    বহুত সুন্দৰ হৈছে নিয়ৰ।তোমালৈ বহুত মৰম ও আশীৰ্বাদ থাকিল❤।

    • @premalatadas6187
      @premalatadas6187 วันที่ผ่านมา

      ,❤❤ Xundor. Nor tumaloi bohut xuvesha thakil.....
      Tezpur

  • @rupahisaikia6698
    @rupahisaikia6698 วันที่ผ่านมา

    পিতৃৰ খোজেৰে বাটবোলা নিয়ৰক ভগৱানে কুশলে ৰাখক ৷

  • @babitatamuliborah7986
    @babitatamuliborah7986 5 วันที่ผ่านมา +1

    কণমানি নিয়ৰ এটি সংস্কাৰী পৰিয়ালৰ উত্তৰসূৰী। পোহৰ মুখীযে হ'বগৈ এদিন আমাৰ নিয়ৰ মাইনা এয়াই চিৰসত্য।যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এটি সু-উজ্জ্বল ভৱিষ্যতৰ কামনাৰে নিয়ৰলৈ অলেখ মৰম,শুভকামনা ,শুভাষীশ জনালোঁ। সুযোগ্য পিতৃ-মাতৃৰ সুযোগ্য সন্তান নিয়ৰ। সুন্দৰ যোগাত্মক বাৰ্তাৰে আজিৰ ভিডিঅ'টি এটা অন্যতম ভিডিঅ'। বহুত ভাল লাগিল ❤

  • @aparajitaborthakur8174
    @aparajitaborthakur8174 4 วันที่ผ่านมา

    বৰ ভাল লাগিল নিয়ৰে কোৱা সুন্দৰকৈ কোৱা কথাখিনি শুনি। দেউতাকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ (নিয়ৰে কোৱাৰদৰেই)
    তেওঁ এজন ভাল মানুহ হৈ লক্ষ্যত উপনিত হোৱাৰ শুভকামনা থাকিল।

  • @anilburagohain3586
    @anilburagohain3586 2 วันที่ผ่านมา +1

    নিয়ৰ বহুত বহুত আশিস তোমালৈ আগবঢ়ালো❤❤❤

  • @ajitboruah8358
    @ajitboruah8358 5 วันที่ผ่านมา +5

    ভাল লাগিল |

  • @munmunkonwar7071
    @munmunkonwar7071 5 วันที่ผ่านมา +1

    নিয়ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভগৱানে কৃপা কৰক❤❤❤

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 5 วันที่ผ่านมา +1

    অফুৰন্ত মৰম আৰু শুভেচ্ছা থাকিল নিয়ৰ তোমালৈ। জীৱনত সফলতাৰে আগুৱাই যোৱা ♥️♥️

  • @munmisdailyvlogs797
    @munmisdailyvlogs797 3 วันที่ผ่านมา +2

    Bhut morm niyor❤❤❤

  • @jyotimalaborgohain4664
    @jyotimalaborgohain4664 2 วันที่ผ่านมา

    Bohut val lagil niyarr nisina ki Jodi hokolu studente ai kathabur mani sole prithibi khon bor dhunia hobo buli vabu

  • @sunilphukan1287
    @sunilphukan1287 วันที่ผ่านมา

    Best of Luck Niyar beta

  • @JayaDas-fy8th
    @JayaDas-fy8th ชั่วโมงที่ผ่านมา

    বহুত ভাল ল'ৰা তুমি ❤

  • @anitabhuyan9384
    @anitabhuyan9384 2 วันที่ผ่านมา

    বৰ ভাল লাগিল।

  • @mondirakalita4221
    @mondirakalita4221 3 วันที่ผ่านมา

    নিয়ৰ কণক মৰম দিলোঁ৷❤

  • @monjumonichabukdhara6759
    @monjumonichabukdhara6759 21 ชั่วโมงที่ผ่านมา

    Many many thanks niyarr

  • @kalpanabaruah8753
    @kalpanabaruah8753 5 วันที่ผ่านมา +1

    Very Nice Deha

  • @HoreswariDas-j2g
    @HoreswariDas-j2g 5 วันที่ผ่านมา

    নিয়ৰ, তুমি ভাল মানুহ হোৱা।শুভাশিষ জনালোঁ!

  • @monjumonichabukdhara6759
    @monjumonichabukdhara6759 21 ชั่วโมงที่ผ่านมา

    Many Manny thanks niyarr

  • @ranuhazarika3587
    @ranuhazarika3587 3 วันที่ผ่านมา

    Val lagil

  • @hopunordukan
    @hopunordukan 4 วันที่ผ่านมา

    বহুত সুন্দৰ নিয়ৰ ❤

  • @arpanaborah9981
    @arpanaborah9981 3 วันที่ผ่านมา

    Bor Xodor Niyor val Lagil

  • @BinaGohain-un2ot
    @BinaGohain-un2ot 5 วันที่ผ่านมา

    Br vl lagil Neeor tmk bht bht morom jasilu dei Borhat r pora tmr kotha bilak bht vl pao

  • @LileeNeog
    @LileeNeog 5 วันที่ผ่านมา

    Bor sundor haru maina

  • @joyabhatterjee4536
    @joyabhatterjee4536 5 วันที่ผ่านมา

    Love. U beta. Tumi but cute....

  • @KhummoniSaikia
    @KhummoniSaikia วันที่ผ่านมา

    Vogobane. Lora tik. Vale. Kokhole. Rakhok