ছাত্ৰ জন কিয় স্কুললৈ অহা নাই বুলি ফোন কৰাৰ বাবেই অভিভাৱকৰ শিক্ষয়িত্ৰীক দুব্যৱহাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2024
  • ছাত্ৰ জন কিয় স্কুললৈ অহা নাই বুলি ফোন কৰাৰ বাবেই অভিভাৱকৰ শিক্ষয়িত্ৰীক দুব্যৱহাৰ

ความคิดเห็น • 312

  • @pradipdutta7870
    @pradipdutta7870 หลายเดือนก่อน +20

    সময় উপযোগী বাৰ্তা প্ৰেৰণ কৰিছে। অভিনয় অতি সুন্দৰ, বিশেষকৈ বাইদেউ গৰাকীৰ। এনেকুৱা অভিভাৱক বহুত পাইছোঁ।

  • @ruhihiya2947
    @ruhihiya2947 หลายเดือนก่อน +80

    বাইদেউ এনেকুৱা অভিভাৱকৰ সন্তান যি হয় হব দিয়ক । তেওঁ টকাৰ বাহাদুৰি দেখাইছে । সেইটো বাপেকৰ মুৰৰ বিকৃতি আছে । তেওঁৰ লৰা জহন্নামে যাব দিয়ক ।

  • @purobibordoloi7462
    @purobibordoloi7462 หลายเดือนก่อน +14

    বাইদেউ খুউব সুন্দৰ কথা কৈছে।কিছুমান অভিভাৱকৰ কাৰণেই সন্তান বিপথে যায়।

  • @diptimedhi9376
    @diptimedhi9376 หลายเดือนก่อน +37

    অভিনয়ৰ যোগেদি কিছু সংখ্যক অভিভাৱকলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে।বৰ ভাল লাগিল।

  • @nirumonigayan3356
    @nirumonigayan3356 หลายเดือนก่อน +6

    অভিনয়ৰ যোগেদি সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ,বৰ ভাল লাগিল দুই সখাৰ অভিনয়,কৃপালী বা'ৰ স্পষ্টবাদী কথাখিনিয়ে নিশ্চয়কৈ অভিভাৱকৰ মনত সুস্থ চিন্তা অনাত সহায় কৰিব।❤❤

  • @manikbarman9228
    @manikbarman9228 หลายเดือนก่อน +7

    বাস্তৱ অৱস্থা এটা সুন্দৰকৈ দাঙি ধৰিছে অভিনয়ৰ মাজেৰে।
    ধন্যবাদ।
    বহুতো অভিভাৱকৰ ভুলৰ বাবে সন্তানৰ জীৱন দুৰ্বিসহ হোৱা দেখিছোঁ। সন্তানসকল একো একোহাল পিতৃ- মাতৃৰ হয় যদিও তেওঁলোক সমাজৰ সম্পদ। সম্পদ যেন বোজা নহয় তালৈ আমি চকু ৰখা দৰকাৰ।

  • @user-gw8op9yb2e
    @user-gw8op9yb2e หลายเดือนก่อน +30

    অভিভাৱকজনে লৰাজনক অধিক উচতনিহে দিলে । ইয়ে ছাত্ৰজনক বিপথে পৰিচালিত কৰাত ইন্ধনহে যোগালে । মহাশয় আকৌ এবাৰ ভাবি চাওক ।বাইদেউক কোৱা কথাখিনি উঠাই লওক ।

  • @subratadey9156
    @subratadey9156 หลายเดือนก่อน +10

    অভিভাৱকৰ ভুলৰ বাবে ল'ৰা, ছোৱালী বিপথে যায়। ল'ৰা, ছোৱালীক ঘৰুৱা শিক্ষা ভাল দৰে দিয়া উচিত। অভিনয়ৰ দ্বাৰা প্ৰকাশ কৰাত ভাল লাগিছে।

  • @sunrisene9992
    @sunrisene9992 หลายเดือนก่อน +2

    Good initiative Sir/Mem 🙏
    Wonderful role salutes to both....

  • @umanadanda
    @umanadanda หลายเดือนก่อน +1

    Umananda Das 🎉বাইদেউ আপোনাক মানিছো এনে মূৰ্খ পৃত্ৰিক বুজাই শান্তনা দিয়া বহুত কঠিন। আপোনি কিন্ত্ত ধৈৰ্য ধৰিছে ।নমস্কাৰ 🎉

  • @bijushrestha9333
    @bijushrestha9333 หลายเดือนก่อน +3

    শ্ৰীমন্ত ছাৰৰ এয়া এক অভূতপূৰ্ব প্ৰয়াস। খুব ভাল লাগে। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাবে এইবোৰ তিতা কেঁহা অভিজ্ঞতা জীৱনত বহুবাৰ পাইছো।ছাৰৰ প্ৰয়াসে এক গতি লাভ কৰক তাৰেই কামনা কৰিলোঁ।

  • @PurnimaSenchua
    @PurnimaSenchua หลายเดือนก่อน +13

    এইটো এটা ইছু হে। কাৰণ বহুত অভিভাৱকৰ এইটো মনোভাৱ থাকে। গতিকে বুজি পোৱা ভাল যে শিক্ষকৰ প্ৰতি অভিভাৱকৰ এনে মনোভাৱ হব নালাগে।

  • @premlatadevi4484
    @premlatadevi4484 หลายเดือนก่อน +12

    বাইদেউ বহুত ভাল উত্তৰ দিছে ,অভিভাবকলৈ। ধন্যবাদ ।

  • @user-yv8hm4bd8n
    @user-yv8hm4bd8n หลายเดือนก่อน +5

    শিক্ষক আৰু অভিভাৱকৰ নাটকীয় ভাৱে কৰা কথোপকথন ভাল লাগিল।ইয়াৰ জৰিয়তে সাধাৰণ লোকসকল উপকৃত হব।

  • @babitatamuliborah7986
    @babitatamuliborah7986 หลายเดือนก่อน +36

    সুন্দৰ অভিনয়ৰ যোগেদি এক যোগাত্মক বাৰ্তা‌😊

    • @user-ko9ie1gk9s
      @user-ko9ie1gk9s หลายเดือนก่อน +1

      সুন্দৰ অভিনয়।

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 หลายเดือนก่อน +16

    খুব সুন্দৰ উপস্থাপন। দুয়োগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ 🙏🙏

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 หลายเดือนก่อน +30

    কি অভিভাৱক শিক্ষক জন শুদ্ধ বাইদেউ ঠিক কথা কৈছে এনেকুৱা অভিভাৱকৰ লৰা ছোৱালী ক জাহানামে জক এই বোৰ অভিভাৱকৰ লৰা ছোৱালী স্কুলত পঢ়ি ব দিব নালাগে

  • @prabinsaikia397
    @prabinsaikia397 หลายเดือนก่อน +6

    খুউব সুন্দৰ উপস্থাপন ।অভিনয় সুন্দৰ হৈছে বিশেষকৈ দেউতাকৰ অভিনয় ভাল লাগিল ।বাইদেউৰো বহুত ভাল হৈছে ।

  • @himantaborgohain9206
    @himantaborgohain9206 หลายเดือนก่อน +1

    অতি সুন্দৰ উপস্থাপন, বাস্তব সমাজ, নিৰ্ভেজাল নাট্য শৈলীৰ বাবে দত্ত দেৱ লৈ ধন্যবাদ জনালোঁ। সমাজ পৰিবৰ্তন ই এক ভাল আন্দোলনৰ আখৰা।

  • @rupjyotineog2054
    @rupjyotineog2054 หลายเดือนก่อน +3

    শিক্ষ😮ক-শিক্ষয়িত্ৰীয়ে সদায় ছাত্ৰ --ছাত্ৰীৰ ভালটোৱেই কামনা কৰে।

  • @nipuboruah2806
    @nipuboruah2806 หลายเดือนก่อน +13

    এনেকুৱা অভিভাৱকক এটা কাউন্সিলৰ ব্যৱস্থা বিদ্যালয় বোৰত থকাটো প্ৰয়োজনীয় হৈ পৰিছে।

  • @HimantaNeog-bo1sz
    @HimantaNeog-bo1sz หลายเดือนก่อน +1

    সুন্দৰ সুন্দৰ।ইমান ভাল অভিনয়। এনেকুৱা শিক্ষাৰ অভিনয় লাগে। বাইদেউৱে সুন্দৰ কথা কৈছে। পুনৰ এনেকুৱা ধৰণৰ জ্ঞান আৰু শিক্ষামূলক অভিনয় বাৰ্তা প্ৰেৰণ কৰে যেন।ধন্যবাদ।

  • @nilimachakrovorty7818
    @nilimachakrovorty7818 หลายเดือนก่อน +5

    সুন্দৰ উপস্থাপন । অভিভাৱক সকল সন্তানৰ বন্ধু হওঁক 🙏

  • @MohendraBorah-cg1tw
    @MohendraBorah-cg1tw หลายเดือนก่อน +5

    সময়ৰ লগত খাপ খোৱাকৈ ভিডিঅটো কৰাৰ বাবে ধন্যবাদ থাকিল।

  • @koustavxetia4343
    @koustavxetia4343 หลายเดือนก่อน +2

    অভিনয়টি অতি মনোমোহা, সময়োপযোগী বাৰ্তা, ভাল লাগিল

  • @binitaborgohain528
    @binitaborgohain528 หลายเดือนก่อน +6

    সুন্দৰ, ‌‌অভিনয়ৰ জড়িয়তে সমাজলৈ এক সময়োপযোগী বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে ।

  • @jagatgogoi3281
    @jagatgogoi3281 หลายเดือนก่อน +3

    বাইদেউ আপুনি সুন্দৰ কথা ক'লে, ধন্যবাদ

  • @anjelbaruah7401
    @anjelbaruah7401 หลายเดือนก่อน +3

    সময়োপযোগী উপস্থাপন।অভিভাৱকসকল নিজৰ সন্তান ৰ ওপৰত চকু ৰাখিব ‌লাগিব। নহ'লে সিহত ধ্বংস হৱ। এনে অভিভাৱকৰক তেজপুৰ লৈ পঠিয়াই দিব।ভাল চিকিৎসা পাব

  • @hiranmoipathak1703
    @hiranmoipathak1703 หลายเดือนก่อน +1

    অভিভাৱক সকল শিক্ষক সকলক বুজিবলৈ চেষ্টা কৰাটোও অত্যন্ত দৰকাৰ ,কিয় নো শিক্ষক শিক্ষয়িত্ৰী ষে
    লৰাছোৱালী ক ভাল কৰিবলৈ শাসন কৰে।
    যিবোৰ শিক্ষক কে লৰা ছোৱালীক একোৱেই শাসন নকৰে তেনেকোৱা শিক্ষক কেবল নিজৰ নিজৰ সাৰ্থৰ বাবেই হে পঢ়াশালিত আহে
    ছাত্ৰ ছাত্ৰীৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত চিন্তা নকৰে ।

  • @jogeswardutta7671
    @jogeswardutta7671 หลายเดือนก่อน +1

    এটি বাস্তৱ ধৰ্মী কাহিনী । সুন্দৰ উপস্থাপন।

  • @debolinasaikia7950
    @debolinasaikia7950 หลายเดือนก่อน +2

    সময় উপযোগী বাৰ্তা আপোনালোকৰ অভিনয়ৰ জৰিয়তে 👌👌

  • @monjitdourah1741
    @monjitdourah1741 หลายเดือนก่อน +2

    সুন্দৰ উপস্থাপন । সুন্দৰ এক বাৰ্তা ।

  • @indrajitborgohain1794
    @indrajitborgohain1794 หลายเดือนก่อน +3

    ব্যতিক্ৰমী, অতি সুন্দৰ উপস্থাপন। ছাৰৰ অভিনয় শলাগীবলগীয়া।

  • @ProbalKhataniar
    @ProbalKhataniar หลายเดือนก่อน +1

    সুন্দৰ বাৰ্তা সমাজলৈ,🙏🙏বাপ।অভিনয় মনোগ্ৰাহী।

  • @Rohit62837
    @Rohit62837 หลายเดือนก่อน +2

    জানুৱাৰ দেউতা থাকিলে লৰা ছোৱালী বেয়া পথত যাবই এইজন অভিভাৱক মানুহ নহয়৷

  • @surendrasarma3471
    @surendrasarma3471 หลายเดือนก่อน +2

    এই ক্ষেত্ৰত অভিভাৱক জনৰ অলপ ভুল হৈছে কাৰণ ইমান ছাত্ৰ ছাত্ৰীৰ মাজত নাম মনত ৰখাটো অসুবিধা, যদি ছাত্ৰ জন বা ছাত্ৰী জনীক দেখা পায় তেতিয়া তেওঁৰ নাম মনত পৰিব, আৰু ছাত্ৰ এজনৰ ভালৰ বাবেহে স্কুলত শিক্ষক শিক্ষয়িত্ৰীয়ে দুই এটা গালি দিব পাৰে, সেইটো ক্ষেত্ৰত অভিভাৱকে আপত্তি কৰাটো তেওঁ তেওঁৰ সন্তানক উচতনি দিয়াহে বুজায়।

  • @hirandeka2701
    @hirandeka2701 หลายเดือนก่อน +2

    সুন্দৰ অভিনয়েৰে সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷ ❤️

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky หลายเดือนก่อน +3

    সুন্দৰ বাতা', এনেকুৱা নাটক হলে কিছু অভিভাবক, ছাত্ৰ ছাত্ৰীৰ উপকাৰ হব | বাইদেউ কথা তিনি সুন্দৰ |

  • @Dulali-qf6kj
    @Dulali-qf6kj หลายเดือนก่อน +7

    শিক্ষয়িত্ৰী গৰাকী কথা খিনি ভাল লাগিল

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +2

    আমি মুৰ্খৰ ৰাজ্যত বাস কৰিছো । শিক্ষকে ছাত্ৰ ছাত্ৰীক শাস্তি দিলেও অভিভাৱকৰ জগৰ লাগে ।

  • @purbakantabarman431
    @purbakantabarman431 หลายเดือนก่อน +14

    অভিভাৱক ৰ দায়িত্ব লৰা ছোৱালী বিদ্যালয়লৈ গৈছে নে নাই খবৰ লোৱা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ কাম হল ছাত্ৰ -ছাত্ৰীৰ খবৰ লোৱা,।নিজৰ দায়িত্ব সকলোৱে পালন কৰিব লাগে,এয়া উচিত।অভিভাৱকে মদ জুৱা ত্যাগ কৰিব লাগে, সত্য কথা কব লাগে।

  • @induprabhabordoloi6256
    @induprabhabordoloi6256 หลายเดือนก่อน +2

    বৰ্তমান সময়ত সময়োপযোগী বাৰ্তালাপ ।
    ধন্যবাদ।

  • @kamalakantanath2896
    @kamalakantanath2896 หลายเดือนก่อน +2

    অভিভাৱকৰ মাজতথকা ভুলবোৰ অভিনয় যোগেদি দেখুৱাই দিয়া বাবে অভিনেতা অভিনেত্ৰী দুয়োলৈকে ধন্যবাদ জনালোঁ।চাপৰমুখ নগাঁও।

  • @netrakamaldeka4151
    @netrakamaldeka4151 หลายเดือนก่อน +1

    Bohut bhal lagil sai.Nomaskar dei apunalukok aru abhibhabok/abhibhabika khokolor babe bohut dhunia message.

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml หลายเดือนก่อน +1

    এই বিলাক অভিবাবকৰ লৰা ছোৱালী অধপাতে যোৱাৰ বাহিৰে আন একো নহব। পিতৃ মাতৃ য়ে জনা উচিত যে কোনোবা খিনিত আমাৰে ভুল হৈছে নেকি ??

  • @Junaligogoi227
    @Junaligogoi227 หลายเดือนก่อน +8

    এনেবোৰ কাৰণতে ল'ৰা ছোৱালী বিলাক অধপতনে গৈছে।

  • @jayantachetia4488
    @jayantachetia4488 หลายเดือนก่อน +1

    ধন্যবাদ ইয়াৰ যোগে দি বহুত অভিভাবক উপকৃত হব

  • @bulukantadutta8912
    @bulukantadutta8912 หลายเดือนก่อน +2

    সুন্দৰ উপস্থাপন,অভিভাৱক সকলে নিশ্চয় মন দিব ।

  • @dilipkrbora1132
    @dilipkrbora1132 หลายเดือนก่อน +2

    মূৰ্খ অভিভাৱক ।ইয়াৰ লৰা বৰৰ্বাদ হল আৰু !

  • @bakulbora7619
    @bakulbora7619 หลายเดือนก่อน +3

    বাইদেউ, বহুত বহুত ধন্যবাদ।।

  • @BabyYasaswi
    @BabyYasaswi หลายเดือนก่อน +3

    👌সময়োপযোগী বাৰ্তা। ছাৰ, আপোনালোকৰ অভিনয় ইমান ভাল হৈছে যে অচিনাকিসকলৰ বাবে এয়া সচাঁ নে অভিনয় ধৰিবলৈ অসুবিধা হৈছে।

  • @dipalidowarah1795
    @dipalidowarah1795 หลายเดือนก่อน +1

    শিক্ষা মন্ত্রীৰ দ্বাৰা এইজনক মেডেল এটা দিবলৈ টানি অনুৰুধ জনালোঁ

  • @user-kd6lh8cz4z
    @user-kd6lh8cz4z หลายเดือนก่อน +1

    Baideo apuni right kotha koise kisuman abhibhabok anekuwai ase

  • @sunugogoi6560
    @sunugogoi6560 หลายเดือนก่อน +1

    Bohut val uposthapon korise tarbabe bohut bohut dhoinyobad jonaisu

  • @lakhimaideurilakhimaideuri1096
    @lakhimaideurilakhimaideuri1096 หลายเดือนก่อน +6

    বাইদেউ কথা সুন্দৰ

  • @user-qg5qt6fc4f
    @user-qg5qt6fc4f หลายเดือนก่อน +2

    মইয়ো শিক্ষয়িত্ৰী হিচাবে বহুত ভূক্ত্ভোগী।অভিভাৱকক বুজাই শেষ নহয়।আকোৰগোজ মনোভাৱ

  • @aparajitarajkhowa3578
    @aparajitarajkhowa3578 หลายเดือนก่อน +2

    এনেকুৱা অভিভাৱক/অভিভাৱিকা পাইছোঁ, মোৰ ছোৱালীক কিয় ক'ব নহাৰ কথা স্কুল গৰম কৰি দিম গৈ ।
    এনে অভিভাৱক/অভিভাৱিকাৰ ল'ৰা ছোৱালীৰ ফলাফল কি হ'ব পাৰে বাৰু !

  • @bornaligogoi1735
    @bornaligogoi1735 หลายเดือนก่อน +10

    সুন্দৰ উপস্থাপন। অভিনয় হৃদয়স্পৰ্শী।

  • @monjuriborthakur2114
    @monjuriborthakur2114 หลายเดือนก่อน +3

    সম্পূৰ্ণ সত্য বাৰ্তা প্ৰেৰণ কৰিছে । বহু অভিভাৱকৰ ভূল মনোভাৱৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ল'ৰা -ছোৱালী বিপথে যোৱা দেখা যায় । পিতৃ-মাতৃৰ সন্তানৰ লগত বন্ধুসূলভ মনোভাৱৰ দ্বাৰাইহে সন্তানৰ মনৰ ভাৱটো বুজি উঠা সম্ভৱ হয় আৰু বিপথে পৰিচালিত হোৱা সন্তানক শুদ্ধ পথটো মৰমৰ মাজেৰে বুজাই দেখুৱাই দিব পৰা হয় ।

  • @jayantiborah603
    @jayantiborah603 หลายเดือนก่อน

    অতি সুন্দৰ উপস্থাপন। শিক্ষক আৰু অভিভাবক দুয়োজনলৈ ধন্যবাদ থাকিল। 🙏🙏

  • @parulchoudhury5557
    @parulchoudhury5557 หลายเดือนก่อน +5

    সন্তানৰ ভুল নেদেখাঅভিভাবকৰ লৰা ছোৱালীকেনেকে ভাল হব।ইমান টকাৰ বাহাদুৰি

  • @protimaborah5325
    @protimaborah5325 หลายเดือนก่อน +4

    হে ভগৱান ! চৰকাৰে কি কয়!শিক্ষকে নিপিটাকৈ শাসণ কৰে|অভিভাৱকে নোৱাৰে কিয়?

  • @awcdharitrikalita8031
    @awcdharitrikalita8031 หลายเดือนก่อน +1

    Abhi bhabakar dangar katha bore santanar bhabishyat andhakar Kare. Salute baideu .

  • @girinbora7820
    @girinbora7820 หลายเดือนก่อน +9

    এইজন কেনেকুৱা gurdian ইহঁতৰ লৰা ছোৱালী কেতিয়াও ভাল নহয়।

  • @dhrmashrideka7064
    @dhrmashrideka7064 หลายเดือนก่อน +2

    অভিনয়ৰ যোগেদি ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিলে। বহুত ভাল লাগিল।

  • @mahendrarabha6060
    @mahendrarabha6060 หลายเดือนก่อน +1

    লৰাটোত কৈ অভিভাবকহে ভাল কৈ শিক্ষা দিব লগা হৈছে।হায় শিক্ষকৰ জীবন।

  • @user-dm5nq9fp7s
    @user-dm5nq9fp7s หลายเดือนก่อน +1

    nami dami parson, father ,mother,bah bah very nice.

  • @rupagogoi5302
    @rupagogoi5302 หลายเดือนก่อน +1

    সুন্দৰ বাৰ্তা ভাল লাগিল ৷

  • @pupulrabha6107
    @pupulrabha6107 หลายเดือนก่อน +1

    Ma'am you are Right 👍

  • @nitulgogoi9573
    @nitulgogoi9573 หลายเดือนก่อน +1

    সুন্দৰ অভিনয় কৃপালী বাইদেউ , দত্ত ছাৰৰ ভিডিয়বোৰ ভাল লাগে ।

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq หลายเดือนก่อน +2

    সুন্দৰ আলাপ।দুয়ো জনলৈ ধন্যবাদ।

  • @utpalborah2896
    @utpalborah2896 หลายเดือนก่อน +1

    Really a time bound creation in U Tube.....❤

  • @chewsdayinnit8488
    @chewsdayinnit8488 หลายเดือนก่อน +2

    Very nice 👍👍👍👍

  • @swapnasarma6034
    @swapnasarma6034 หลายเดือนก่อน +1

    ঘৰুৱা পৰিবেশৰ ওপৰত হে লৰা ছোৱালী পঢ়া শুনাত ভাল হয়।

  • @ParthaprotimGogoi-qx1nd
    @ParthaprotimGogoi-qx1nd หลายเดือนก่อน +2

    Good teacher❤

  • @rajaelectricals4312
    @rajaelectricals4312 หลายเดือนก่อน +1

    সুন্দৰ বিশ্লেষণ ॥

  • @tiluttamatilu8109
    @tiluttamatilu8109 หลายเดือนก่อน +1

    খুব ভাল লাগিল কথা বুজি পাই

  • @user-fn3jf6vc8f
    @user-fn3jf6vc8f หลายเดือนก่อน +1

    সমাজলৈ এক সুন্দৰ বাৰ্তা। ভাল লাগিল সঁচাকৈয়ে।

  • @sibanibora1443
    @sibanibora1443 หลายเดือนก่อน +1

    ভাল লাগিল। সুন্দৰ উপস্থাপন লগতে এক সুন্দৰ বাৰ্তা

  • @abhijitborgohain350
    @abhijitborgohain350 หลายเดือนก่อน +1

    অতি সুন্দৰ উপস্থাপন ৷ অভিনয়ৰ জৰিয়তে এটি সুন্দৰ বাওা’ আগবঢ়ালে ৷

  • @karna-volgs185
    @karna-volgs185 หลายเดือนก่อน +1

    বাইদেউ সেই লৰাটোৰ বাপেকৰ মূৰত মাল নাই। তাক বাপেকেই পঢ়োৱক দিয়ক।

  • @dipalikakoty8793
    @dipalikakoty8793 หลายเดือนก่อน +1

    তোমাৰ vdeoসদায় চাও ভাল লাগে কথাবোৰ যুক্তিৰ্পুণ

  • @gopalkalita3645
    @gopalkalita3645 หลายเดือนก่อน +1

    অধ পতনৰ বাবে মাক বাপেক হে জগৰীয়া
    শিক্ষয়িএী গৰাকী নহয়।

  • @user-yb3nq7gv6q
    @user-yb3nq7gv6q หลายเดือนก่อน +1

    অভিনয় যেন ‌লগাই নাই,আপোনাৰ ভিডিঅ' বিলাক সঁচাকৈয়ে অতুলনীয়।

  • @lachitsenapati8110
    @lachitsenapati8110 หลายเดือนก่อน +1

    শেষত গম পালো মনৰ দুখত হে কৈছে মাকৰ কথাও গম‌পালো

  • @bikashbaruah6420
    @bikashbaruah6420 หลายเดือนก่อน +1

    বাইদেউৱে TC দি দব লাগে লৰাটোক.....তেতিৱায়ে গমপাব....ইমানকে বুজাব নালাগে....

  • @binapanisaikia4910
    @binapanisaikia4910 หลายเดือนก่อน +1

    Excellent video...

  • @pabitranath4675
    @pabitranath4675 หลายเดือนก่อน +1

    সুন্দৰ বাৰ্তা কিছুমান অভিভাৱকলৈ।

  • @sadhibaro167
    @sadhibaro167 หลายเดือนก่อน +2

    Madam is right

  • @minatibaruah3936
    @minatibaruah3936 หลายเดือนก่อน +1

    অভিনয়ৰে বুজোৱাৰ বাবে ভাল লাগিল

  • @manobendrabordoloi4630
    @manobendrabordoloi4630 หลายเดือนก่อน +1

    The madam is educated and right on her points while the person has less knowledge how to deal with his irregular son.More affection to the boy will destroy his. Carrear

  • @user-xr4uy9rx8v
    @user-xr4uy9rx8v หลายเดือนก่อน +1

    শিক্ষক দুই এজনে ছাএী প্ৰেম কৰে এই বিষয়ে মেসেজ দিবচোন । স্কুল ছুটি পিছত দুই এজনে মদ পানী খাই পিতা হিত জ্ঞান হেৰাই শিক্ষকতা পবিত্র নষ্ট কৰে এয়াও মেসেজ দিবচোন ।

  • @sashindratalukdar1471
    @sashindratalukdar1471 หลายเดือนก่อน +2

    আপোনাৰ লৰাটোৰ ভবিষ্যতৰ কথা চিন্তা কৰি কথা ক'লে ভাল হ'লে হয়

  • @ritakalita6139
    @ritakalita6139 หลายเดือนก่อน +1

    সুন্দৰ অভিনয়।

  • @eunusaliahmed5912
    @eunusaliahmed5912 หลายเดือนก่อน +1

    বাইদেৱে কিন্তু ঠিকেই কৰিছে। অভিভাৱকে অলপ wrong কৰিলে নেকি।

  • @shriatiramrabha9388
    @shriatiramrabha9388 6 วันที่ผ่านมา

    Donation di ৰাষ্ট্ৰপতি হৈ গল নেকি? লৰাজনক স্কুল যোৱা বন্ধ কৰক । ঘৰতে থাকক । ৰজাৰ লৰা বিদেশত পঢ়ুৱাক ।

  • @tulumonigogoi8385
    @tulumonigogoi8385 หลายเดือนก่อน +1

    ভাল লাগিল শ্ৰীমন্ত দা।

  • @jyotiprasaddeka5733
    @jyotiprasaddeka5733 หลายเดือนก่อน +1

    তাৰ পুতেক টো একো দাল কৰিব নোৱাৰে,BSFত গলে আলাসত ৰাখিলে দৌৰ ত নৰখে training t কেলা গুচি আহিব লেউৰা পুতেক।

  • @LakhyaTaye-sp7ej
    @LakhyaTaye-sp7ej หลายเดือนก่อน +1

    পিতৃ সমাজৰ দুৰ্বলতাৰ দিশ ওলাই পৰিল।

  • @user-mj8ck8xj4z
    @user-mj8ck8xj4z หลายเดือนก่อน +5

    লৰাজন অভিভাৱকৰ আলাখৰ লাৰু,
    Ktm এখন কিনি দিব কওক ।ভবামতে
    কাম হব 😂