ৰাতি হ'লেই মদৰ নিচাত ডুব যায় তাই,দেউতাকক অশ্লীল ভাষাৰে গালি পাৰে

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • ৰাতি হ'লেই মদৰ নিচাত ডুব যায় তাই।দেউতাক অশ্লীল ভাষাৰে গালি পাৰে,মাজনিশা হ'লেই চিঞৰ-বাখৰ ভাঁহি আহে ঘৰটোৰ পৰা।এনেকুৱা কন্যা সন্তান কোনো পিতৃ-মাতৃকে যাতে নিদিয়ে ভগৱানে।ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাক লৈ কেইবাটাও মহাবিস্ফোৰণ ঘটালে সাংবাদিক অতনু ভূঞাই

ความคิดเห็น • 107

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef หลายเดือนก่อน +40

    অতনু ভূঞা ডাঙৰীয়াই সত্য শুদ্ধ তথ্য অসমৰ ৰাইজক অৱগত কৰা বাবে অশেষ শলাগ আৰু ধন্যবাদ জনাইছোঁ। অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ পৰিয়ালৰ দ্বিতীয় প্ৰজন্মৰ চৰ্চিত ব্যক্তিৰ এনে অৱক্ষয় সমাজৰ ভয়লগা প্ৰতিচ্ছবি। মদ , ম'বাইলৰ অপব্যৱহাৰৰ বাবেই সমাজত বিশৃঙ্খলে আগুৰি ধৰিছে।‌। বিজ্ঞ সকলে উপায় নিদিলে আৰু বেছি পৰিবেশ পৰিস্থিতি বেয়া হোৱাৰ আশংকা আছে 🙏🙏।

  • @punyalatakonwar6599
    @punyalatakonwar6599 หลายเดือนก่อน +22

    ল'ৰাই বিয়া পাতি কষ্ট দিয়ে বুলি জানো ।কিন্তুু ছোৱালীয়ে যে এনেকৈ কষ্ট দিয়ে বুলি জনা নাছিলোঁ ।

  • @latuborah8775
    @latuborah8775 หลายเดือนก่อน +3

    100% right আপোনাৰ কথা বোৰ।
    বহুত বেয়া লাগিছে। সোনকালে ঘূৰি আহক তেখেত।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 หลายเดือนก่อน +10

    সাহসেৰে বিষয়টো সুন্দৰ ভাৱে অৱগত কৰাৰ বাবে ধন্যবাদ।

  • @mamonisaikia39
    @mamonisaikia39 หลายเดือนก่อน +1

    মিছা কথা কেতিয়াও কব নোৱাৰে। নিশ্চয় সত্য টা থাকিব লাগিব। জি কি নহওক অতি সোন কাল্ ৰমেন দাদা ঘুৰি আহক। ভগৱান ওচৰত প্ৰথম কৰিছো 🙏🙏🙏🙏🙏

  • @tileswaryein1295
    @tileswaryein1295 หลายเดือนก่อน +7

    অতনু ভূঞা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনালো।🎉🎉🎉🎉🎉। এতিয়া ঘুৰি আহিলে সনাত আশ্ৰমত ৰখাৰ ব্যৱস্থা কৰিব লাগে ।

  • @Bidbeast
    @Bidbeast หลายเดือนก่อน +7

    জীয়েকৰ কি এনে মৰ্ম বেদনা আছে সেইটো অলপ বুজিবলৈ চেষ্টা কৰা দৰকাৰ।এজনী ছোৱালীক কোনে মদ বাকী দি কাষত বহি ৰং চাইছে।তেওঁক উলিয়াব লাগে।নহলে ৰমেন বৰুৱাৰ জীয়াৰী গৰাকীৰ জীৱনলৈ ভাবুকি আহিব পাৰে।কোনোবা দুষ্ট চক্ৰৰ বুদ্ধি ।বৰুৱা পৰিয়াল বৰ্বাদ কৰিবলৈ জীয়াৰী গৰাকীক মহুৰা বানাইছে।ক্ষমা প্ৰাৰ্থনা বিচাৰি।ধন্যবাদ।

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 หลายเดือนก่อน +12

    শিক্ষক হৈ প্ৰকৃততে সুৰা পান কৰে যদি ধৰা পেলাব পাৰিলে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিৰ পৰা বিদায় দিব লাগে।

  • @abenbasumatary3529
    @abenbasumatary3529 หลายเดือนก่อน +1

    Thanks Atanu Sir for analysis.

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 หลายเดือนก่อน +10

    আধুনিক গুৱাহাটী চহৰৰ আধুনিক জীবনশৈলীয়ে প্ৰায় সকলোকে এনেকুৱা বাস্তবতাৰ সন্মুখীন কৰোৱাব। আমি সাজু থকাই ভাল।

  • @moniprovabora6544
    @moniprovabora6544 หลายเดือนก่อน +4

    অসমৰ প্ৰখ্যাত শিল্পী দ্বীপেন বৰুৱা ডাঙৰীয়াৰ জীৱনো মোৰ চিন্তাই কোৱামতে নিৰাপদ নহয়। তেখেতকো পথৰ কন্টক বুলি ভাবি নানা অনিষ্ট কৰাৰ সম্ভাৱনা আছে।

  • @babulbora8228
    @babulbora8228 หลายเดือนก่อน +5

    সত্যক কোনেও ঢাকি ৰাখিব নোৱাৰে।সত্যৰ সদায় জয়,ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, এইয়াই সত্য।

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh หลายเดือนก่อน +19

    আমি ৰমেন বৰুৱা মানুজন সুস্থ শৰীৰে ঘুৰি অহাতো কামনা কৰিছো🙏🙏

  • @surabhiboro7490
    @surabhiboro7490 หลายเดือนก่อน +15

    সছা কথা লুকুৱাই ৰাখিব নোৱাৰেএদিন হলেও ওলাবোই ডাকি ৰাখিব নোৱাৰে

  • @minatidevi7122
    @minatidevi7122 หลายเดือนก่อน +3

    সচা কথা প্ৰকাশ কৰাৰ সৎ সাহস হেৰাই যোৱা বাবে ই বৰ্তমান এনেকুৱা দুস্কাৰ্য বোৰ সঘনে হব লৈছে,আপুনি সত্য প্ৰকাশ কৰা বাবে ধন্যবাদ

  • @joshnaray3117
    @joshnaray3117 หลายเดือนก่อน +21

    ডিভোজ দিয়া ছোৱালীক ঘৰ চপায় লৱাতোয়ে কাল হল , দেউতাকৰ 😢😅

  • @bontiburagohainchetia1953
    @bontiburagohainchetia1953 หลายเดือนก่อน +7

    ধন্যবাদ আপোনাক ।

  • @smritirekhasaikia6119
    @smritirekhasaikia6119 หลายเดือนก่อน +4

    বৰ্তমান পৰিয়াল টোৰ ওপৰত মানসিক শাৰাশাস্তি চলোৱা উচিত নহয়। তেখেত সুস্থ হৈ ঘূৰি আহক।

  • @abijitboro5166
    @abijitboro5166 หลายเดือนก่อน +6

    Moi jimanbor dekhiso jiyek sakale deutak saklak atyanta morom kore Briddhakalot khub ador jatna loi. Jodi eijoni jiyeke ene korise tene srijoni Daini.

  • @Suhashini_am83
    @Suhashini_am83 หลายเดือนก่อน

    এনেকুৱা জীয়েকক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। যি দেউতাকক আদৰ কৰিব নোৱাৰে, সেই জীয়েকৰ দেউতাকৰ সম্পত্তিৰ ওপৰতো কোনো অধিকাৰ নাই।

  • @madanphukan4603
    @madanphukan4603 หลายเดือนก่อน

    A legendary family who had great contributed to our culture specially developing Assamese Film industry.They play a significant role. In this circumstances, is it needed to difine ather internal family history. We are kindly request him come back again to their iconic house

  • @nitirajkhowa6521
    @nitirajkhowa6521 หลายเดือนก่อน +6

    বৰ দোষ লাগে এনে কিছুমান কথা শুনিলে। জন্ম দিয়া টোৱে যেন এটা ভূল ।

  • @pradipdas9078
    @pradipdas9078 หลายเดือนก่อน +2

    আপোনাৰ কথা বোৰ সঁচা বুলি অনুভৱ হয়, কিন্তু কালি ছোৱালীজনীয়ে মিছা কোৱা যেন অনুভৱ হৈছে

  • @user-ez9cm1pw2r
    @user-ez9cm1pw2r หลายเดือนก่อน

    আপুনি কোৱা কথাবোৰ যদি সঁচা হয় তেনেহলে বৰ দুখনিয়। কিন্তু সিদিনা সাংবাদিকৰ আগত বৰুৱা পৰিয়ালৰ ছোৱালী কেইগৰাকীৰ দমভালি বোৰ অশুৱনিয়।

  • @gunakantabaruah1988
    @gunakantabaruah1988 หลายเดือนก่อน +7

    কৃষ্ণ প্ৰভূ বৰ দুখৰ কথা।।

  • @okikayastha7068
    @okikayastha7068 หลายเดือนก่อน +2

    কষ্ট কৰি বিয়া পাতি লৰা ছোৱালী জন্ম দি তেওঁলোকৰ পৰা কষ্ট পোৱাতকৈ , বিয়া নাপাতি সুখৰে জীৱন পাৰ কৰাই ভাল।

  • @JLI321
    @JLI321 หลายเดือนก่อน +17

    Byothito huwar kotha nai ,hosa kotha koboi lagibo ,jiye beya pay pai thakok😢

  • @sunilphukan1287
    @sunilphukan1287 หลายเดือนก่อน +5

    1oo% Right

  • @mrigangakalita8265
    @mrigangakalita8265 หลายเดือนก่อน +3

    যি দেখিছোঁ নিঃসন্তান হোৱাই ভাল।

  • @rumivlogs2373
    @rumivlogs2373 หลายเดือนก่อน +3

    বৰ দুখ লগা কথা।

  • @dhanadadevi4875
    @dhanadadevi4875 หลายเดือนก่อน

    ঘৰে ঘৰে এনেকুৱা অত্যাচাৰী পুত্ৰ -কন্যা আছে। সেই বোৰক নাকি লগাব লাগে।

  • @umadevi-tb4gw
    @umadevi-tb4gw หลายเดือนก่อน +4

    Right

  • @kakoligayan2065
    @kakoligayan2065 หลายเดือนก่อน +1

    শিক্ষীতৰ ঘৰত সেই বোৰ ভেকো ভাওনা চলে
    নকলোও সকলোৱে জানে

  • @DaduHriday
    @DaduHriday หลายเดือนก่อน +2

    মোৰ সন্দেহ অতনুৱেই ৰমেন দাক অপহৰণ কৰি লুকুৱাই থৈছে যেন লাগিল। কাৰণ ব্যক্তিগত কথোপকথন বোৰ জানিবলৈ হয় কথাবোৰ প্ৰচাৰ কৰা জনে নিজেই শুনিব লাগিব নহলে বা যি গৰাকী ব্যক্তিয়ে কথোপকথন খিনি প্ৰচাৰ কৰিছে, তেওঁৰ আগত ভুক্তভোগী জনে কব লাগিব। এই ক্ষেত্ৰত অতনু ভূঞাক সন্দেহ কৰিব পৰা থল আছে। কাৰণ ৰাতি গালি গালাজ কৰোতে কি অকথ্য কথা কৈছিল বা ৰাতিপুৱা জীয়ৰি গৰাকীয়ে পিতৃক কি কৈছেল সেইবোৰ কথা ৰমেন দাই অতনুক হয় নিজেই কব লাগিব নহলে বা তেওঁ সেই সময়ত তাত উপস্থিত থাকিব লাগিব। ওচৰ চুবুৰীয়াৰ কথা কৈ তেওঁ দায় সাৰিব খোজা নাই তো? মোৰ সন্দেহ কিন্তু অতনুৰ ওপৰত হে হৈছে ৰাইজ, তেৱেঁই ৰমেন দাক কৰবাত লুকুৱাই থোৱা নাইতো???

  • @jontisaikianath8570
    @jontisaikianath8570 หลายเดือนก่อน +1

    Thanks

  • @parulsaikiasonowal1652
    @parulsaikiasonowal1652 หลายเดือนก่อน +1

    100%Right

  • @BIPULGOGOI
    @BIPULGOGOI หลายเดือนก่อน

    Thanks🙏🙏🙏

  • @parthapratimdas354
    @parthapratimdas354 หลายเดือนก่อน

    এই কথা বিলাক সত্যৰ ওপৰত প্ৰতিষ্ঠিত নে? এই সময়ত এই বিলাক কথাৰ কিবা দৰকাৰ আছে জানো। নে মানুহ জনক বিচাৰি উলিওৱা তো প্ৰথম কৰ্তব্য।
    এই বিলাক খুচুৰাত লাগিছে যে

  • @user-js8bu2ix8z
    @user-js8bu2ix8z หลายเดือนก่อน

    আইনৰ কায লোৱা নাই কিয়

  • @Fatima_Rashid
    @Fatima_Rashid หลายเดือนก่อน

    Bor dukh lagil huni

  • @chetia847
    @chetia847 หลายเดือนก่อน +6

    লৰা হলে এনে হয় বুজি জনা যায় আজিৰদিনত ছোৱালীবিলাকো এনে কাম কৰে ভাবিৱ লৈয়ো টান লাগে ।বিষয়টো বৰ চিন্তাৰ কাৰণ । 😮

  • @dipaksaikia5100
    @dipaksaikia5100 หลายเดือนก่อน

    অতি দুৰ্ভাগ্যজনক !

  • @deepaksarma3709
    @deepaksarma3709 หลายเดือนก่อน +1

    Hesa diya builder keitak dhori ani Latasil fildt murar suli khurai pora mobil sani sendelor mala pindhai ----- baki khini nokow .

  • @drhridayanandapathak7285
    @drhridayanandapathak7285 หลายเดือนก่อน

    ব্যক্তিগত কথাত কথাত বেছি মাত মতা কিমান উচিত ?

  • @prasantagoswami1477
    @prasantagoswami1477 หลายเดือนก่อน

    আনক সৰু কৰি নিজে ডাঙৰ হোৱা নাযায়। আনৰ ব্যক্তিগত কথা ফহিয়াই কি লাভ। কাৰ কেতিয়া কি হয় কোনে জানে।

  • @nabanitasutradhar4946
    @nabanitasutradhar4946 หลายเดือนก่อน +1

    😢Manuhe Manuhok Agote gurutt Diyatul Darkar. Manuh .herai jowar pisot batari poribekhon kori thokatkoi .Taik.Agote ghoror pora khedi Dib.Lagisil

  • @jayantadutta5009
    @jayantadutta5009 หลายเดือนก่อน +1

    এনেকুৱা সন্তান জীয়াই থকাতকৈ মৰি যোৱাই ভাল।

  • @MoniGogoi-qb2tv
    @MoniGogoi-qb2tv หลายเดือนก่อน

    সত্য সদায় জয়

  • @Noonecanchange
    @Noonecanchange หลายเดือนก่อน +1

    বৰ বেয়া লাগিল কথাবোৰ জানি। ওচৰ চুবুৰীয়াৰ কথা মিছা নহয়। ওচৰ চুবুৰীয়াৰ মানুহে সকলো জানিবই।

  • @ronjimoran8346
    @ronjimoran8346 หลายเดือนก่อน

    Dangor dangor ghoror aibur horu horu kotha, horu ghoror suwali huwa hole iman homoye police a taik arrest korile heten. Atonuda, you are right!

  • @banajituzir5197
    @banajituzir5197 หลายเดือนก่อน

    Only one original And heard throb Reporter His name is Evergreen ATONU BHUYAN, Mohaapurikh Shree Montoya Shaangkardevor Bongshodhor.. Haahire Jibwan Chundor koraa Chokure Paaniree Nohohoy❤❤❤

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i หลายเดือนก่อน +4

    Pulice nijabobiake kesh loi ai bonorik jelot voraithobo lage.

  • @bornaliborah9297
    @bornaliborah9297 หลายเดือนก่อน

    Teacher hoi jatia. Mod khai lora swalik Ke hekabo atonuda apunak bohut dhaynobad Jonaisu

  • @EmmanualBasumatary
    @EmmanualBasumatary หลายเดือนก่อน +1

    Apuni eman directly anor ghoror kotha kowatu bhal nohowa jen lage.karon apuni dekha nai ba apuni nije suna nai,aru xei poribarok besikoi bodnam korahe hobo.

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน

    আপুনি চকুৰে দেখা নাই । আনৰ কথাত নিদিবা কান নিজে কৰিবা তিনি প্ৰমাণ ।

  • @chandandutta3186
    @chandandutta3186 หลายเดือนก่อน +3

    Apuni ata dangar allegation anise, aponar hatat tathya, praman sakhi asene?

  • @jayadass2681
    @jayadass2681 หลายเดือนก่อน +1

    ছিঃ ছিঃ লাজ লগা আৰু অতি ঘৃণনীয় কান্দ।

  • @uppertoranic2gomariguriicd313
    @uppertoranic2gomariguriicd313 หลายเดือนก่อน

    ৰমেন দা এতিয়া কোশলে ঘোৰি আহক ।

  • @rafalemosey7021
    @rafalemosey7021 หลายเดือนก่อน

    Belegor familyr kotha teneke kobole yaar ki odhikar...proman di kobo lagisil...eitu police a kobo loga kotha....ei Assamia modahi journalists bur a amar society bodnaam kori pelaise....modai man...comment section off koribo ki dorkaar judi e hosa kothai koisil...😶😶

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 หลายเดือนก่อน

    Bor dukhor kotha, hosa kotha lukai nethake, kotha bur jani beya lagil

  • @anuradhasharmagoswami7577
    @anuradhasharmagoswami7577 หลายเดือนก่อน

    আপোনাৰ পৰা এনে ভিডিঅ' আশা কৰা নাছিলোঁ।

  • @dipakkrkalita9725
    @dipakkrkalita9725 หลายเดือนก่อน

    Eyar kotha mor Biswas nohai

  • @banajituzir5197
    @banajituzir5197 หลายเดือนก่อน

    Oroniyo Puroni Hoy, Yeake koy Kee Naam Dee Maatim Maatim tumaak, Chuwali joni alcohol aakhoktyo, adhunik Guwahatir Baakhindaa.. Baaki moryodya Chomponyo poriyalboro chabodhaan hobor hol, Dr. Bhupen Hazarikar Gaantu Chunok Aahe din Jay Din Biraam Bihin....

  • @hemantaborah3953
    @hemantaborah3953 หลายเดือนก่อน

    অতনু দা আপুনি কেনেকৈ জানিলে !!!!

  • @tribenihazarika4244
    @tribenihazarika4244 หลายเดือนก่อน

    Jodi kuneu game khela nai tente right kotha edin ulaboi.

  • @momikonwar3030
    @momikonwar3030 หลายเดือนก่อน

    Wine shop bure suwali manuhok biki korib nalage , Guwahati t besi vag suwalie khai utpat kora news pua jai , laj nai ne kheibur suwalir

  • @nabajyotiborah9954
    @nabajyotiborah9954 หลายเดือนก่อน

    Atanu Bhuyan misa kotha nokoi

  • @newpocofone1403
    @newpocofone1403 หลายเดือนก่อน +2

    Vitortu bor letera.

  • @mamonisaikia1545
    @mamonisaikia1545 หลายเดือนก่อน +1

    এনেকুৱা জী Zail ট থকাৰ যোগ্য।

  • @MakhanChetia-ye8lj
    @MakhanChetia-ye8lj หลายเดือนก่อน

    🥺🥺

  • @dipjyoti5216
    @dipjyoti5216 หลายเดือนก่อน

    Bapek aaru puteki Assam r okol journalist 😂😂😂 baki aaru nai kunu Satyabadi Assam t . Apuni Raja harishchandra nki ?? Apunar kotha je Satya ? Ki promaan dile atiyaloi apuni police k

  • @RikiBorah-gk7jx
    @RikiBorah-gk7jx หลายเดือนก่อน

    Mamar Samsa

  • @gauravjyotiarts8697
    @gauravjyotiarts8697 หลายเดือนก่อน

    Atanu bhuyan rati xuni thake neki

  • @junti78
    @junti78 หลายเดือนก่อน

    আপুনি কেনেকৈ জানিলে

  • @rafikulali4396
    @rafikulali4396 หลายเดือนก่อน +1

    কত জানিলা,,,,হা কাজিয়া কাৰ নহয়,,,,,তিৰি পোৱা পিছত মাক বাপেক কথা মতে কোন মতাই চলে,,,

  • @minakshiborah5703
    @minakshiborah5703 หลายเดือนก่อน +2

    Sowalijonir bodnam koriboloi goi poriyaltor sanman hanikorise

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      Tai ji kando kori bapekok moriboloi badhyo korale tat sanmanr kotha nahe, satyo ulaboi aru raije jonatu dorkar.

    • @mahendradeori3114
      @mahendradeori3114 หลายเดือนก่อน

      Right kotha koise....

  • @sunildas5839
    @sunildas5839 หลายเดือนก่อน

    Apunar kiba vedio ase neki.four twenty news.bahut bhalpai karane badnam karile.apunak ramen baruah kai gase neki?

  • @AnilBorah-pl5bg
    @AnilBorah-pl5bg หลายเดือนก่อน

    😅😅😅

  • @hiragoswami4191
    @hiragoswami4191 หลายเดือนก่อน

    কিয় এইবোৰ প্ৰচাৰ কৰি এখন ঐতিহ্য পৰিয়ালক।নাপায় দে

  • @debajithukai7665
    @debajithukai7665 หลายเดือนก่อน +5

    আপুনি হে মদ খাই নিউজ কৰা যেন লাগে ডাঙৰীয়া । লোকৰ ঘৰ কথা নিউজত প্ৰচাৰ কৰিব বেয়া নালাগিল নে? আপোনাৰ আপোনাৰ ঘৰত কাজিয়া নহয় নেকি ? এনে এটা সময়ত এইবোৰ কথা আলোচনাৰ কৰাটো কিমান গ্ৰহণযোগ্য ৰাইজে বিচাৰ কৰিব ।

    • @pradiprabha5067
      @pradiprabha5067 หลายเดือนก่อน

      Xokolore Ghorot kajiya hy Aponar Ghorot Olp holeo tu kajiya hy hitu aponi koyne

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +4

      Mohan poriyalor mohan manuh jon nuhuwa hol jiyekor babe gotike ami assom basiye manuh jonor bisoye jonatu dorkar.

    • @himadri543
      @himadri543 หลายเดือนก่อน

      ​@@boonsaikia8526agote khobor loisil ne ketiyaba😂ne Atiya herua babe monot poril😂😂😂😂😂

  • @jayantipanchani9496
    @jayantipanchani9496 หลายเดือนก่อน

    অতনু ভূঞা ই ৰমেন বৰুৱাৰ ঘৰত পহৰাদাৰী কৰে নেকি?? হিমন্তৰ অঙহী বঙহী হ'ল বুলিয়েই যেতিয়াই যি মন যায় মন গহন কাহিনী বনাই বেলেগৰ পৰিয়ালৰ ভিতৰুৱা কথাৰ বুজ লৈ ফুৰিবলৈ তেওঁক সেই অধিকাৰ কণ নো ক'ত পালে বা কোনে দিলে??

    • @dipakbaruah8987
      @dipakbaruah8987 หลายเดือนก่อน +6

      অতণু ভূঞাৰ মুখ বন্ধ কৰিবলৈ আপুনি ক'ত অধিকাৰ পালে ? ভূঞাৰ কথা মিছা বুলি প্ৰমাণ কৰক তেতিয়া হে আপোনাৰ কথা শুনিম ।

    • @mahendradeori3114
      @mahendradeori3114 หลายเดือนก่อน

      ​@@dipakbaruah8987dangoriyai apunr family bixoi Ane k kole apunar jnu vl lagibo tak without apunar concern loi

    • @user-js8bu2ix8z
      @user-js8bu2ix8z หลายเดือนก่อน

      ঘৰটো ১০০বছৰ হল ?বাপেকেউ পলাই আছিল?।ঘাটলৈউ যোৱাৰ খোজ আছে? কাজিয়া কৰিছিল ? মদ খাই?গালী পাৰে ?ঘৰৰ পৰা ওলাই গল?অতনু দা ইয়াৰ আইনী য়ে ধুকি নাপায় নেকি?বিছাৰ হব লাগিব?

  • @JyotirmoyRabha-en8ny
    @JyotirmoyRabha-en8ny หลายเดือนก่อน +1

    ডাঙৰীয়া মাল খাই নিউজ কৰা যেন লাগে !

  • @AnilBorah-pl5bg
    @AnilBorah-pl5bg หลายเดือนก่อน

    Oi modhahi

  • @Bidbeast
    @Bidbeast หลายเดือนก่อน

    জীয়েকৰ কি এনে মৰ্ম বেদনা আছে সেইটো অলপ বুজিবলৈ চেষ্টা কৰা দৰকাৰ।এজনী ছোৱালীক কোনে মদ বাকী দি কাষত বহি ৰং চাইছে।তেওঁক উলিয়াব লাগে।নহলে ৰমেন বৰুৱাৰ জীয়াৰী গৰাকীৰ জীৱনলৈ ভাবুকি আহিব পাৰে।কোনোবা দুষ্ট চক্ৰৰ বুদ্ধি ।বৰুৱা পৰিয়াল বৰ্বাদ কৰিবলৈ জীয়াৰী গৰাকীক মহুৰা বানাইছে।ক্ষমা প্ৰাৰ্থনা বিচাৰি।ধন্যবাদ।