চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী সুজাতা কাৰ্তিক

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ส.ค. 2022
  • চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী সুজাতা কাৰ্তিক
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 196

  • @lakhyanath1313
    @lakhyanath1313 2 ปีที่แล้ว +11

    বহুত ধুনীয়া কণ্ঠ আপোনাৰ ..কিন্ত আপোনাক মই এটা কথা অণুৰোধ কৰো যে সকলো জাতি গীত গাব লাগে কাৰণ আপোনাৰ কণ্ঠ বহুত ধুনীয়া

  • @manujrgaur3586
    @manujrgaur3586 2 ปีที่แล้ว +7

    অসমত আটাইতকৈ অৱহেলিত আৰু অপমানিত জাতি টো হৈছে 'আদিবাসী জাতি' সকলো ঠাইতে অসন্মান কৰা হয়। I'm proud to be Adivasi.

  • @diputanti7107
    @diputanti7107 2 ปีที่แล้ว +11

    বহুত ধুনীয়া হৈছে ভন্তী তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ।

  • @akashnayanmusical251
    @akashnayanmusical251 2 ปีที่แล้ว +11

    খুব সুন্দৰ কথাবোৰ শুনি ভাল লাগিল 😘😚🥰☺️ jai adivasi 🔥 love from Lakhimpur জয় আই অসম

  • @moitreedas6496
    @moitreedas6496 ปีที่แล้ว +1

    মাতটো ইমান ধুনীয়া।কথাবিলাকো বৰ সুন্দৰকৈ কৈছে।

  • @sonatonlogun1536
    @sonatonlogun1536 2 ปีที่แล้ว +3

    আদিবাসী হিচাপে নিজকে গৌৰৱ কৰো। ভাল লাগিল ।ধন্যবাদ জনাইছো আপোনালৈ

  • @girishphukan4335
    @girishphukan4335 4 หลายเดือนก่อน +1

    ভন্তি , সুজাতা কাৰ্তিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷

  • @gobinchandrakonwar6268
    @gobinchandrakonwar6268 ปีที่แล้ว +2

    সুজাতা কাৰ্তিক এগৰাকী হাঁহিৰ মুখিয়া গায়িকা । তেওঁৰ কথা বতৰা বিলাকতো এটা মাদকতা আছে । কণ্ঠও সুন্দৰ ! সুজাতা কাৰ্তিক তুমি আনৰ ককৰ্থনা আৰু বঞ্চনা বিলাকৰ প্ৰতি গুৰুত্ব নিদি তুমি তোমাৰ যাত্ৰাৰ পথট আগুৱাই যোৱা । কথাতে কয় নহয় :---- " ধৈৰ্যৰ ফল সদায় মিঠা হয় " !
    তোমাৰ যাত্ৰাৰ সফলতাৰ কামনা কৰিলো !

  • @nitulkalita8522
    @nitulkalita8522 2 ปีที่แล้ว +6

    বহুত বহুত শুভেচ্ছা থাকিল। সুন্দৰ কন্ঠ

  • @kostablog490
    @kostablog490 2 ปีที่แล้ว +2

    বাৰ কথা খিনি ইমান ধুনীয়া লাগিল আৰু কিছু দুঃখ তথা বেয়া লাগিল ৷বা আপুনি ,আপোনাৰ কাম কৰি যাওঁক ৷আপোনাৰ ভগৱানে সহায় কৰিব ৷লগতে ধন্যবাদ দিছো বাৰ্তালাপ অনুষ্ঠানক ❤️৷

  • @sajidzamal3206
    @sajidzamal3206 ปีที่แล้ว +1

    ভাল লাগিল। আগ বাহি যোৱা

  • @UNIQUE-lv3vh
    @UNIQUE-lv3vh 2 ปีที่แล้ว +3

    নামটো যেনেকৈ ধুনীয়া, দেখদেখিবলৈ কো খুব ধুনীয়া, তাতোকৈ ধুনীয়া আৰু মধুৰ হয়.... আপোনাৰ কণ্ঠ । সুখী হওঁক, আগবাঢ়ি যাওক লগতে ঈশ্বৰে সহায় কৰক... শুভ কামনা কৰিলোঁ ।

  • @00009810
    @00009810 2 ปีที่แล้ว +4

    সুন্দৰ । তেখেতৰ সংগ্ৰাম সফল হ‌ওক ।

  • @dipanjalichetia455
    @dipanjalichetia455 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল সুন্দৰ কণ্ঠ আগ বাঢ়ি যাওক ।

  • @gobindadeka627
    @gobindadeka627 5 หลายเดือนก่อน +1

    উৎসাহজনক অনুষ্ঠান ।

  • @geetanjalibasumatari7479
    @geetanjalibasumatari7479 ปีที่แล้ว +1

    Bohut val lagil....aji kiba eta khikibo parilu tumar pora...kori goi thaka👍👍🥰

  • @pranabdas7014
    @pranabdas7014 2 ปีที่แล้ว +7

    Namrata priyam 2mr voice 2 xub ay dhuniya

  • @babitahazarika4075
    @babitahazarika4075 ปีที่แล้ว +2

    বহুতো ভাল লাগিল ।নিচুকনি গীতৰ কেচেট এটা আপোনাৰ কণ্ঠত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ।এই ভাষাৰ গীত মাতে মোক বহুতো আকৰ্ষিত কৰে । আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @socialforum8753
    @socialforum8753 2 ปีที่แล้ว +1

    নিজৰ সমাজখনৰ বাবে সাৱলীলভাৱে কোৱা কথা বোৰ খুব ভাল লাগিল। আমাৰ সমাজখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত কৰিবলগীয়া বহুতো আছে। সংগীত জগতত আপোনাৰ কাম কৰাৰ ধৰণ অন্যন্য। কেতিয়াও পিছলৈ চাব নালাগে, আমি আছোঁ, সমাজখন লগত আছে...!

  • @satishchdas6757
    @satishchdas6757 2 ปีที่แล้ว +1

    ধুনীয়া বাৰ্তা লাপ । ভাল লাগিছে

  • @jogeswaridevi5544
    @jogeswaridevi5544 2 ปีที่แล้ว +3

    আগবাঢ়ি যোৱা

  • @nilimadas9435
    @nilimadas9435 ปีที่แล้ว +1

    বৰ ভাল লাগিল!

  • @maniaminj8683
    @maniaminj8683 2 ปีที่แล้ว +2

    ভাল লাগিল বা সুন্দৰ অনুষ্ঠান 🙏🙏

  • @dilipgogoi3682
    @dilipgogoi3682 ปีที่แล้ว +2

    সুন্দৰ প্ৰচেষ্টা। কিন্তু অসমীয়া গীত গালে ভাল পাম।

  • @b.r.t.deka.youtubechannel6136
    @b.r.t.deka.youtubechannel6136 2 ปีที่แล้ว +2

    ধুনীয়া লাগিছে ধন্যবাদ

  • @saytomkassari5191
    @saytomkassari5191 2 ปีที่แล้ว +3

    বহুত ভাল লাগ'ল । অনুষ্ঠান টা দেখে কৰে।❤

  • @nabanitarabha4982
    @nabanitarabha4982 2 ปีที่แล้ว +7

    Such a beautiful and soothing voice. Even without background music, it's so soulful.
    Wishing you absolute success, may you go places. ❤️

  • @ushagogoi9470
    @ushagogoi9470 2 ปีที่แล้ว +8

    Tumr udeshay tu bohut mohan, hahokhere proshetha solai juwa, adin hophol hoba.

  • @himashreeboruah772
    @himashreeboruah772 5 หลายเดือนก่อน +1

    আপোনাৰ চেষ্টা সফল হওক

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 5 หลายเดือนก่อน +1

    চাহ জনগোষ্ঠীৰ লোকসকল বৰ্তমান সম্পূৰ্ণ অসমীয়া জাতিৰ এটা অংশ সেই সুত্ৰে তেখেত সকলৰ গিত মাতো আমাৰ অসমী‌য়া সমাজৰ অংশবিশেষ।।

  • @sourovsagar2797
    @sourovsagar2797 2 ปีที่แล้ว +1

    বহুত সুন্দৰ সুজাতা বা আগবাঢ়ি যোৱা ।

  • @ranjitahazarika2383
    @ranjitahazarika2383 2 ปีที่แล้ว +2

    আৰু আগুৱাই যোৱা তাৰ কামনা ৰে আশীৰ্বাদ থাকিল

  • @jamunadeori7352
    @jamunadeori7352 ปีที่แล้ว +1

    আমি বহুত বেছি ভাল পাইছো।আচল অসমীয়া ছোৱালী আৰু বোৱাৰী তাৰোপৰি আচল শিল্পী বুলি কয়।

  • @gitumonisarmah3415
    @gitumonisarmah3415 ปีที่แล้ว +2

    ৰাঘুৱা তাঁতীৰ bisya মিতিং খন যে পাতিছিল হাতিগৰ বাগানত ওদালগুৰি সাহিত্য সভাৰ সহযোগত তাৰ পিচত তোমাৰ লগত কথা patisiu ভাল লাগিছিল মোৰ husband pabitra sarmai কৈছিল তোমাৰ ককা ৰঘুৱা তাতিৰ কথা

  • @ratnadutta1414
    @ratnadutta1414 2 ปีที่แล้ว +2

    তোমাৰ কথা বাৰ্তা। খুব ভাল। লাগিল । ঘৰ কত। তোমাৰ। ভিতৰত। অনুতাপ। অনুভব। বিলাক বূজি। পাইছো। ভবিশত। আশীৰ্বাদ। কৰিছো। তোমাৰ। মনো। কামনা। পূৰন। হক

  • @kirangogoi4748
    @kirangogoi4748 2 ปีที่แล้ว +2

    সুন্দৰ ।

  • @phonidharnayak3916
    @phonidharnayak3916 2 ปีที่แล้ว +2

    ভাল লাগিল সুজাতাৰ কথাবোৰ শুনি

  • @riyanrabha76
    @riyanrabha76 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল।
    সম্পূৰ্ণ video টো চালো।

  • @pradipgogoi3182
    @pradipgogoi3182 2 ปีที่แล้ว +1

    সুন্দৰ কণ্ঠ। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব।

  • @bobitagogoi4422
    @bobitagogoi4422 2 ปีที่แล้ว +1

    বহ্ণত।ভাল।লাগিল বা।তুমি আগ বাহি।য়োবা।ভৰ্গবাণে।তোমাক সহায় হক।

  • @mnmusicproduction9977
    @mnmusicproduction9977 ปีที่แล้ว +1

    সুজাতা তোমাৰ কথাবোৰ ভাল লাগিল।MN music production .ত মই ঝুমুৰ গীত এটিগাইছো শুনিবা আৰু কমেণত দিবাচোন। মদন নেওগ। অৱসৰ প্ৰাপ্ত এই শিক্ষক।ৰাজগড়।Dibrugarh.

  • @lokeswarkon341
    @lokeswarkon341 ปีที่แล้ว +1

    Bahut vall lagela

  • @amulyasarma4057
    @amulyasarma4057 4 หลายเดือนก่อน

    Her thoughts are right. she has a a bold mind
    Wish her all success

  • @momasvlog6238
    @momasvlog6238 2 ปีที่แล้ว +1

    চাহ জনজাতি গীত শুনি বৰ ভাল লাগে মাতটো বৰ মধুৰ ভাল লাগিল

  • @ramtanti8009
    @ramtanti8009 2 ปีที่แล้ว +3

    Ajiker Bartalap anusthan mee aaloosona huwa kotha gila khoob bhal laglo dii. Aro aaguwai jaa dii aashirbad sobdin thakbek.

  • @debojyotihazarika81
    @debojyotihazarika81 2 ปีที่แล้ว +3

    সুজাতাৰ, মাত খুব ধুনীয়া।

  • @prakashnarzary4007
    @prakashnarzary4007 2 ปีที่แล้ว +1

    বাৰ্তালাপ টো চায় বহুত ভাল লাগিল।

  • @momipanging3846
    @momipanging3846 ปีที่แล้ว +1

    সুজাতা তোমাৰ এই প্ৰতিভাক আৰু অধিক ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰা

  • @bhaskarborah4254
    @bhaskarborah4254 ปีที่แล้ว +1

    সঙঘাতে আনেমোৰ প্ৰশান্ত সাগৰৰ, প্ৰগতিৰ নতুন দিগন্ত।। ধন্যবাদ

  • @punimalabunyan4770
    @punimalabunyan4770 ปีที่แล้ว +1

    Val lagil ba

  • @dindayalray5775
    @dindayalray5775 2 ปีที่แล้ว +3

    Bahut Bhal Lagil , Nijor Comunity R babe Kam korar babe , I proud her, Thanks.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 11 หลายเดือนก่อน

    Sujata i 💯 hosa kotha koise. Bohut bohut xuvokamona jonaloo. Very simple and intellectual folks singer.with thankful regards

  • @GK-bj6fh
    @GK-bj6fh 2 ปีที่แล้ว +2

    Bangali ,karbi , Sonowal,kasari ahom,Mising ,boro barua,katita Bora buli asomor kisuman asomiyai beyake gaai thake kintu teou pahori Jai je aami hindu
    Jaat bisar kori thakile asomok khonok aami unnat korib noarim
    Jaat bisar nokori asomor babe kam karok nissoy aami unnot hob parim
    Very nice ba
    Apunak bhagwane enekuai Shakti diyak
    Radhe Radhe 🙏🙏🙏
    Jai aai axom

  • @aalphulchetia5382
    @aalphulchetia5382 ปีที่แล้ว

    Ba tumk train t log pai...bartalaap sabo ahisu...kotha pati bht vl lgil...apuni aguwai jauk...bht dangor udesya loi agbarhisa,aguwai jua...trp pisot nadaoura gayika

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 2 ปีที่แล้ว +1

    God gifted voice. Go on. You are admirable for New born of Axom. Wishing you all the best Never back always be strong. Thanks allot 👌💥💥

  • @bulensonowal9023
    @bulensonowal9023 2 ปีที่แล้ว +1

    Bohut val lagil dei sujata ba r kotha bur huni, eman val k bujai dise

  • @nilakshigudnewswelcomehaza5388
    @nilakshigudnewswelcomehaza5388 2 ปีที่แล้ว +2

    Vl lgil thnx

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 11 หลายเดือนก่อน

    Very nice performance. Go ahead way to your journey of music. All the best wishes to you and your family. ❤🎉❤.

  • @abstravel9614
    @abstravel9614 2 ปีที่แล้ว +2

    Birat vall lagil ajir anusthan tu ..

  • @ManikaDas1969
    @ManikaDas1969 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল । তোমাৰ ভবিষ্যত উজ্জ্বল হ ওক ।

  • @binamurari2411
    @binamurari2411 2 ปีที่แล้ว +1

    Bohut val lagise sai. Akha korisu apuni aru aga barhi juwok.

  • @mamatagogoi3072
    @mamatagogoi3072 2 ปีที่แล้ว

    Bohut Bohut val lagela

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 2 ปีที่แล้ว +1

    God bless you Sujata ba & your voice is a very demanding ❤ lots of love Sister ❤

  • @Crystal___pearls
    @Crystal___pearls 2 ปีที่แล้ว

    Bhal lagil apunar programe tu sai apunar monubansa purna houk thank you

  • @bbfmmusicassam2371
    @bbfmmusicassam2371 2 ปีที่แล้ว +1

    Xundor mat..

  • @monujsaikia9184
    @monujsaikia9184 2 ปีที่แล้ว +1

    কোনোবাই কাৰোবাক অসমীয়া বুলি ক'লে হে যে অসমীয়া হব বা নক'লেই যে অসমীয়া নহ'ব তেনে কি আছে আপুনি যদি নিজকে অসমীয়া বুলি ভাবে বা অসমক ভাল পায় আৰু অসমীয়া ভাষা সংস্কৃতিক নিজৰ বুলি আকোঁৱালি লৈছে তেনেহলে আপুনি অসমীয়া কোনোবাই অসমীয়া বুলি স্বীকৃতি পাবলৈ কাৰো প্ৰয়োজন নাই কিন্তু বহুতো জাতি জনগোষ্ঠীৰ লোকে এইখন অসমতে তেওঁলোকৰ কেইবাপুৰুষ জোৱাৰ স্বত্তেও তেওঁলোকে নিজকে অসমীয়া বুলি নকৈ নিজৰ জাতিৰ নাম কয় সেইটোহে ডাঙৰ কথা । মই অসমৰ সকলো জাতি-জনগোষ্ঠীৰেই গান ভাল পাওঁ

  • @ShyamKrNag
    @ShyamKrNag 2 ปีที่แล้ว +1

    Very nice movement keep up good work sister Sujata and love 💘you Arun Garg Bhai

  • @lizaborthakur8432
    @lizaborthakur8432 ปีที่แล้ว

    Oti bhal lagil anusthanti .

  • @pushpadhardeka6071
    @pushpadhardeka6071 ปีที่แล้ว

    Bhanti aaji Kali tenekuwa akonai. Assamat asb jangostir gaan gaba pare aamar kono problem nai. Kono dusta lok ketiaba ulta pulta bake hei bilak man Kariba nalage. Tumi aagbarhi joowa .thanks.

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 2 ปีที่แล้ว +2

    Khub dhuniya koi anusthan Tu start korila aje namratai tumi , Jenekoi namro kotha botora kothonhoili bor val loga hoi suwalijoni tumi hosakoi agbahi jua aru bohut uporoloike Takei kamona korisu Namrata tumak 🥰 kintu Sakur sawonire namratai bohutu nukua kothai koi jai bujai diye, dusokuloi salei dekha pau obuj hobdobihin bohu kotha G bur usharito hua nai Duti uthor majere...Jen Hokti thakiu Hatot power thakiu order loi roi thoka responsible person dore... Moi pratitu episode saisu aru sau mur khub priyo hoi anusthan Tu, aru eyar poti jon manuhe hundor kothonhoili kintu tar majot Number one buli kobo pari Namrota Priyam 👍 Chakrapani da pisote aitu anusthanot Namratai Best 👍

    • @justthings9450
      @justthings9450 2 ปีที่แล้ว

      অশেষ ধন্যবাদ আপোনালৈ😊 মই শিকিহে আছোঁ আচলতে... আৰু বহু বাকী । আপোনালোকৰ মৰম, আশীৰ্বাদ পাই থাকিলে আৰু ভালকৈ কাম কৰি যাবলৈ উৎসাহ পাওঁ।

  • @parthasbora3122
    @parthasbora3122 2 ปีที่แล้ว +1

    সুন্দৰ অনুষ্ঠান ❤️❤️

  • @pinkukurmy8616
    @pinkukurmy8616 ปีที่แล้ว +1

    সুন্দৰ কণ্ঠ বা আপোনাৰ

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 2 ปีที่แล้ว +2

    Very good sound & tune same Latamongesker . Go Ahead . Thanks.

  • @pradipkumarnath6888
    @pradipkumarnath6888 2 ปีที่แล้ว

    Bohut Bohut Dhainyabad . Bohut Bhal Lagile

  • @sankumizar829
    @sankumizar829 2 ปีที่แล้ว +2

    We are all Assamese proud of you.

  • @moyurirajowar2666
    @moyurirajowar2666 2 ปีที่แล้ว +1

    Vl lagill sai baa sujata Kartik baar konthot git homuh huni vl lage ru moi huniahisu ru hiki ahisu....

  • @ranukonwarchetia1054
    @ranukonwarchetia1054 2 ปีที่แล้ว +1

    Very nice . God bless you .

  • @rakeshdergaon3726
    @rakeshdergaon3726 2 ปีที่แล้ว +2

    সাক্ষাৎকাৰ লোৱা ভনী জনী আগলৈ কিন্তু চেলিবেটি হবৈ সেইয়া খাটাং

    • @justthings9450
      @justthings9450 2 ปีที่แล้ว

      নতুনকৈ শিকিছোঁহে মই... মৰম দি থাকিব☺️

  • @ChristMahanOfficial
    @ChristMahanOfficial 2 ปีที่แล้ว +1

    Bhut vl lagil kotha huni sujata sis..jai adivasi

  • @pranjalsaikia3689
    @pranjalsaikia3689 2 ปีที่แล้ว +3

    Vaal lagill baak agoloi matibo baak interview

  • @runjunchetiarumichetia4287
    @runjunchetiarumichetia4287 ปีที่แล้ว

    Hundor

  • @sanjaykrishnatanti9138
    @sanjaykrishnatanti9138 2 ปีที่แล้ว +2

    Caption মই শুদ্ধ কৰি দিছো। অসমৰ এগৰাকী কন্ঠশিল্পী সুজাতা কাৰ্তিক।

  • @sarbeswarkardong2642
    @sarbeswarkardong2642 2 ปีที่แล้ว

    Sujata i love you and i like you so much

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Many many congratulations to sujata.Always be positive. Go ahead way to your journey

  • @bipuldusad3125
    @bipuldusad3125 2 ปีที่แล้ว +2

    Val lagil sai Baa❤️

  • @dutta22
    @dutta22 2 ปีที่แล้ว +1

    Mjh

  • @mainaborah6443
    @mainaborah6443 ปีที่แล้ว

    Bixex vabe xfl huwar kamanre dhanyabad.

  • @pranitaorang7065
    @pranitaorang7065 2 ปีที่แล้ว +1

    Val lagil ☺️Johar🙏

  • @ruraladventure5501
    @ruraladventure5501 2 ปีที่แล้ว

    Tumar hahi tu ..dhunia lov u ..namrata

  • @rajiblborah7544
    @rajiblborah7544 ปีที่แล้ว

    সমীৰ তাঁতী এজন প্ৰতিস্থিত অসমীয়া। কবি

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Good step and good achievement.Always be happy and be positive

  • @AtulGogoi-sd1qq
    @AtulGogoi-sd1qq หลายเดือนก่อน

    Very good bar

  • @subhalaxmisharma1429
    @subhalaxmisharma1429 2 ปีที่แล้ว +2

    Bimu bhal lagile dei interview tu sai

  • @godfreykaitha6628
    @godfreykaitha6628 2 ปีที่แล้ว

    Video tu bohut val lagil👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @haricharan3057
    @haricharan3057 2 ปีที่แล้ว +1

    Better

  • @r.rajputentertainment1589
    @r.rajputentertainment1589 2 ปีที่แล้ว

    apunar thinking tu bht val apuni bht agole jabo buli akha thakil.

  • @amonmirdha5129
    @amonmirdha5129 2 ปีที่แล้ว +1

    অতি সুন্দৰ 🙏

  • @harinathphukan6847
    @harinathphukan6847 2 หลายเดือนก่อน

    Time is available .Go ahead .

  • @jayanta4070
    @jayanta4070 2 ปีที่แล้ว +1

    Dhuniya voice.

  • @horensaikia2116
    @horensaikia2116 ปีที่แล้ว

    Soku sorohar kothaloi kothaloi kan nidi aguai jua tumar kantha sundar