ধণ্যবাদ আপোনালৈ ,এতিয়াও সেই পৰম্পৰা কিছু গাওত পালন কৰা দেখিবলৈ পোৱা যায়। সুন্দৰ অতি সুন্দৰ কাব্যিক ৰছনা ৰখ কথা। আমাৰ গাৱত কম পৰিমানে এই নিয়ম ছনি আছে।
@@Bablu-hd6zt the morning of life in the morning of the morning of the morning of the morning of the morning of the morning of the morning of the morning of
আমাৰ ফালে এতিয়াও এই নিয়ম পালন কৰি আহিছোঁ। বাকী বহুত ধুনীয়া কথা কৈছে।
সুন্দৰ । উপহাৰৰ কথাখিনিয়ে মন চুই গল।
সত্য কথা কোৱা বাবে বহুত বহুত ধন্যৱাদ জনালো |
ধন্যবাদ দাদা💐 খুব সুন্দৰ চিন্তাধাৰা 🙏আশা কৰিছো অসমীয়া সমাজখনে আপোনাৰ চিন্তাধাৰাক আকোৱালি লব 🙏
Dhalla villeg assault kallaboori nus tinisuka distik
ভাল লাগিল ,পিচে কইনা সজোৱা ৰ কথা থাকি গ ল , বহুটো নিমন্ত্ৰিত অতিথিয়ে কইনাক মাত এষাৰ নিদিয়াকৈয়ে বিদায় লবলগা হয় , কিয়নো beautician ৰ ওচৰত দিনটোয়েই আবদ্ধ কইণা ছোৱালী
মৰমৰ দেৱজিৎ ,অশেষ ধন্যবাদ যাচিলোঁ । বাস্তৱ ছবি । বাৰে বাৰে শুনিবলৈ মন গৈছে । মই অতীতলৈও উৰিছোঁ আৰু ঘূৰি পকি আহি আজিৰ বিয়াঘৰত চকুমুদি তোমাৰ বাস্তৱ ছবিখন চালোঁ ।
বহুত ভাল লাগিল।কথাবোৰ জী্ৱন্ত।তেখেতৰ চিন্তাধাৰাক সন্মান জনালোঁ।
বহুত ভাল কথা কৈছে। তেখেত আৰু আপোনাক ধন্যবাদ জনালো।
কথা শুনি বহুত ভাল লাগিল ।একদম সচা কথা কলে ।
কথাখিনি শুনি থাকিবলৈ মন যায় । সঁচাকৈ ইমান সুন্দৰকৈ উপস্থাপন কৰিছে । বহুত সুন্দৰ সুন্দৰ কথা ক'লে ।
ভিডিঅটো ভাল লাগিল......... কথা খিনিয়ে মন চুই গ'ল.... ইমান সুন্দৰকৈ কথা খিনি উপস্থাপন কৰা বাবে ধন্যবাদ....
ভিডিঅ'টোৰ কথাখিনিৰ উপস্হাপন বহুত সুন্দৰ হৈছে। মৰাণ সমাজত বৰ বিয়াত বা শান্তি বিয়াত কুলাবুঢ়ী নাচ বৰ্তমান ও প্ৰচলিত হৈ আছে। তিনিচুকীয়া জিলাৰ মৰাণ গাঁৱ সমুহ লৈ আহিবচোন বিয়া চাবলৈ ।আহিলে দেখিবলৈ পাব কুলাবঢ়ী নাচ ।কুলাবুঢ়ী নাচ মৰাণ সমাজৰ পৰম্পৰা ৰীতি-নীতি।🙏🏻❤️❤️❤️
ধণ্যবাদ আপোনালৈ ,এতিয়াও সেই পৰম্পৰা কিছু গাওত পালন কৰা দেখিবলৈ পোৱা যায়। সুন্দৰ অতি সুন্দৰ কাব্যিক ৰছনা ৰখ কথা। আমাৰ গাৱত কম পৰিমানে এই নিয়ম ছনি আছে।
🙏🙏🙏 অনুপম শইকীয়া দা,, খুউব মনোযোগৰে ইউ টিউবৰ ভিডিওৰ কথাখিনি শুনিলো । বৰ ভাল লাগিল । বৰ্তমান আধূনিক যুগত সমাজত বিশেষকৈ আমাৰ অসমীয়া সমাজত চলি থকা অপ্ৰিয় সৎতয় কথা । বৰ Motivational & Knowledgeable Videos. Videos কাৰীক বহু আৰু অশেষ ধন্যবাদ... যে সমাজত চলি থকা অপ্ৰিয় কথা আৰু ঘটি থকা সৎতয় ঘটনা বোৰ উদঙাই দিয়া বাবে । ধন্যবাদ ।👍👍👍
বহুত বহুত সুন্দৰ কথা ধন্যবাদ
সঁচা আমাৰ গাঁৱৰ অতীত হৈ আছে এতিয়াও বহুত ভাল লাগে আমাৰ।
সত্য কথা। ভাল লাগিল। খাতি খোৱা অসমীয়াৰ সংস্কৃতি কোন বিলাক ?????
কম সময়তে বহু মুল্যবান কথা কৈ পেলালে।ভাল লাগিল।বহুত বহুত ধন্যবাদ। অনুপমদা, আপোনালৈও ধন্যবাদ।
ভাল লাগিল ভিডিঅটো।আমাৰফালেএই গোটেইবোৰ নিয়ম আছে। খুব ভাল লাগে মিলিজুলি বিয়াখন উপভোগ কৰে সকলোয়ে।
Niyes
@@Bablu-hd6zt the morning of life in the morning of the morning of the morning of the morning of the morning of the morning of the morning of the morning of
Dada apunar cntct nmbrt2 dibo sun ankua bia sabo bht ase
Moro jab mon jai anekowa beya t saboloi
সুন্দৰ কথোপকথন দাদা।ভাল লাগিল।🌻🌸
সচাকৈ দাদা আপোনাৰ কথা বিলাক এই সমাজত আখৰে আখৰে মিলি গৈছে , আপোনাৰ কথা মন চুই গৈছে দাদা ,
দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷
Amulya asom sabo
মন চুই গৈছে দেব ধন্যবাদ?
সচাই খুব ভাল লাগিল আপোনাৰ চিন্তাধাৰা।এনে অনুভৱৰ এতিয়া বহুত প্ৰয়োজন হৈছে।সমাজৰ এটা শ্ৰেণীয়ে বিয়াৰ ৰূপটোকে সলায় পেলাইছে।অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ আপোনাৰ দৰে চিন্তা কৰা লোকৰ প্ৰয়োজন আছে।
সচা কথা। সুন্দৰ। হয় আগতে কিতাপ, খামত টকা। আজিকালি চিচাৰ বাতি কিনোতে অকনো নাভাবে যে সেই বিলাক এনেই পৰি ৰব।
মন চুই গৈছে 🥺🥺🥺❤❤
বৰ সুন্দৰ কথা কৈছে।
এখন বিয়া অনুভৱ কৰিলো ।❤❤❤❤❤
দেৱজিত তোমালৈ ধন্যবাদ থাকিল সচাকৈ সমাজত চলি থকা নিয়ম এইবোৰ তোমাৰ ভি ডি ও চাই মানুহে নিজৰ ভুল 2বুজিব আগলৈ এনেকুৱা ধৰণৰ ভি ডি ও বনাই উৎসাহিত কৰিবা
দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷
Moi'u bisari asilu.. kintu pua nai.. naam 2'u hompurno ke najanu..
Amulya asom sabo
আপুনি সঠিক সময়ত সঠিক বিষয় এটা সুন্দৰ শৈলীৰে ডাঙি ধৰিছে।
আমাৰ ফালে এতিয়াও এইটো নিয়ম আছে।তেজপুৰ বৰডুবিয়া।
আপোনাৰ কথাবোৰ শুনি ভাল লাগিল ৷
আৰু এইববোৰ আপুনি কোৱাবোৰ সচাঁ ৷ বহুতৰ হৈছে মই শুনিবলৈ পাই আহিছো ৷
সচাকৈ এক অতুলনীয় উদাহৰণৰ সৈতে মানুহৰ মানসিকতা ৰ পৰিৱৰ্তনৰ বাট দেখুৱাই দিলে
আমাৰ,ইয়াতো, পুৰণি নীতি-নিয়ম সকলোঅক্ষুণৰখাহৈছে।
খুউব সুন্দৰ, ভাল লাগিল ইমান সুন্দৰ বৰ্ণনা
ইমান ধুনীয়া লাগিল।। আমাৰ গাঁৱৰ পৰিবেশটো দেখা পালো। Share nokorake nuarilo..thanx a lot
ভাল লাগিল! সচাঁই অতীতো বহুত ভাল আছিল! আমাৰ পৰম্পৰা বোৰ সময়ে সকলো সলনি কৰি পেলালে! আমি বিচাৰোঁ আমাৰ পৰম্পৰা ধৰি ৰাখিৱ! কিন্তুু অসহায়বোধ কৰিছোঁ?
শিৱসাগৰৰ মৰাণ ত বিয়া বা সকাম ত এনে নিয়মবোৰ দেখা পাইছোঁ! সকলোৱে মিলিজুলি কৰে টাই আহোমৰ লোকসকলে। একতা আজিও আছে তেওঁলোকৰ।
আপোনালৈ অশেষ ধন্যবাদ থাকিল দাদা ।
সঁচাকৈ কথাবোৰ শুনি বৰ ভাল লাগিল।
💞💞
সঁচা ভাল লাগিল ,সেই বাবে আজি কালি বিয়া বোৰলৈ যাব মন নাযায় ,বিয়া নহয় যেন হোতেল হে ,দিব লাগে আৰু খাই আহিব লাগে ,
Bohut bohut mulyaban kotha koyse. Apunar dore sinta koribo pora byokti amar homajot otikoyei prouwjon. Posimiya dhonge amak kisu ondho kori pelaise.
আগতে বিয়াত সবে ৰভাৰ তলত বহি জানমণি, ৰাংঢালী, অঞ্জনা, আইমণি আদি চিনেমা চাইছিল 😁। অসমীয়া চিনেমা উদ্যোগটোও ভাল হৈছিল।
বৰ ভাল লাগিল অ'। একেবাৰেই সঁচা কথা। আমাৰ গাৱঁত কিন্তু কুলা বুঢ়ীকে আৰম্ভ কৰি সকলো নিয়ম-নীতি আছে। ---গোলাঘাট।
অলপ বুজায় দিব নেকি। কেনেকুৱা নাচ??
@@irani4809 এনেকৈ মোৱাইলত লিখি বুজাবলৈ অসুবিধা হব। সিমান ভালকৈ বুজাই লিখা অভ্যাস মোৰ নায়েই নহয়। পৰা হলে মোৰো বহুত ভাল লাগিল হেতেন।
বহুত ভাল লাগিছে আপোনাৰ কথাখিনি
সচা কথাবোৰ উপস্থাপন কৰাৰ বাবে বহুত ভাল লাগিল।
Dhanybad sir eman ata val video diar karone.🙏
ভাল লাগিল সঁচা কথা কামত লগা বস্তু দিব লাগে 🥰🥰🥰
ভাল লাগিল ভিডিঅটো চাই । একেবাৰে সঁচা কথা ।
Thank u DEBOJIT....
Bhal lagil
Kothabur Right... Bhal lagil bohut 👍👍👍
বহুত বহুত ভাল লাগিল, ময়ো বাতি ছেটৰ বিয়া পাইছো । সচাঁই,,,,
Debojit Bohut dhonybad
সচাঁ কথা।।।
kotha khini xuni mon tu komol hoi gol dada....chuku paani ulai ahile . anekuwa kotha vabai mohan manuh ajnr porichoy... love u dada..... ❤️ from Dhubri Assam
Exactly..... Your topic is 100% right
সচাকৈ খুব ভাল কথা কলা দেব।ধন্যবাদ
ভাল লাগিল মানুহে কিবা এটা বুজি পাৱ ।আপুনি দিয়া ভিডিঅটো আৰু জৱ মেলাৰ নামত ২৩ তাৰিখে জিলাই জিলাই পতা ড'কোমেণ্ট মেলা একে কথা হৈছে ।
বহুত ভাল লাগিল।বহুত বহুত ধন্যবাদ।হয় ভিডিওটিত থকা কথা বোৰ যেন একেবাৰে মোৰ মনৰ কথা তেনে লাগিল।হয় আমি অসমীয়া তাহানিত ক'ত আছিলো আৰু এতিয়া ক'ত?আমি অসমীয়াই আজি বহুত উন্নতি কৰিলো,বহুত উপৰলৈ উঠলো, প্ৰাণখুলি হাহিঁবলৈ পাহৰি কৃটিম হাহিঁ মাৰিবলৈ শিকিলো। মইও ঘৰত আৰু ওচৰৰ কিছুমানক কওঁ, যে কাৰোবাক দিয়া উপহাৰটি দেখিবলৈ ডাঙৰ আৰু ধুনীয়া দেখুৱাই কামত নলগা বাতিৰ চেট বা গৰম চাহ বাকি দিলে ফাট মেলি এৰিবলৈ ধৰা কাপৰ চেট দিয়াতকৈ সেই পৰিমাণৰ নগদ টকাকিটা এনব্লৱত ভৰাই হাতত তুলি দিলে বেচি কামত লাগিব। তাকো দিব নোৱাৰিলে ফুল বা ফলৰ পুলি এটিকে দিয়ক। ক'ত যে হেৰাল সেই দিনবোৰ, গাওঁখনৰ কাৰোবাৰ ঘৰত বিয়া সভা হলে গাওঁখনৰ ল'ৰাবোৰে লগে ভাগে লাগি ৰভা দিয়া ৰাতিটো ৰভাতলত বহি তাচপাত লৈ ২৯ খেলা, কেৰম খেলা, দবা খেলা, বিহুনাম যোৰা, ক'ত যে হেৰাল সেইদিনবোৰ। পামনে ঘুৰাই সেই দিনবোৰ? আজি কালি কিছুমানে ঘৰৰ আগফালে জেগা (ঠাই) থাকিলেও ঘৰৰ পৰা আঁতৰত থকা বিবাহ ভবন বা ৰেছৰ্টত হে ছোৱালী জনীৰ বিয়া পাতে। কিন্তু এবাৰৰ বাবেও অনুভৱ কৰেনে যে ঘৰৰ কাষৰীয়া বা গাওঁখনৰ যি বিলাকৰ যাতায়াতৰ বাবে নিজস্ব সুবিধা নাই তেনে মানুহ বোৰৰ বা কাষৰৰ বয়োজ্যেষ্ঠ ককা আইতা গৰাকীৰ বিয়াখন খাবলৈ নহলেও চাবলৈকে যাবলৈ সুবিধা কৰিব নোৱাৰি মনৰ আশা মনতে সামৰি যাবলৈকে বাদ দিব লগা অৱস্থাত পৰে। এইখিনি মোৰ অনুভবহে দেই দিঘলীয়া হ'ল কবলৈ বা লিখিবলৈ গলে আৰু বহু দিঘলীয়া হব। তাতে লিখা মেলাৰ অভ্যাস নাই বাবে আজিলৈ এইখিনিতে সামৰিলো ৰাইজে দোষ ক্ৰতি মাৰ্জনা কৰিব।
বৰ ভাল লাগিল কথাবোৰ শুনি। লৰাৰ বিয়া হৈ গোল তামুল কতা মানুহে নাপালু ।
Absolutely correct I will always remember
নিশ্চয় আশা ৰাখিলোঁ
ধুনীয়া স্বচ্ছ বক্তব্য ।
বৰ সুন্দৰ কথা কৈছে ভাল লাগিল..
মন চুই গল কথাবোৰ ।
বৰ ধুনীয়া কথা কলে আপুনি।
বহুত ভাল লাগিল ।
Eman hundar kotha koise.montu soi gol.bhut bhut vl lagile
Hosa kotha bor bhal lagil apunar sobe jodi bhabe tenke hosaye bhal hobo🙏🙏🙏🙏
কথা খিনি শুনি কিমান ভাল লাগিল ভাষাৰে বুজাব নোৱাৰি অন্তৰৰ পৰা আশা কৰিছো পুনৰ ঘুৰি আহেযেন আগৰ দিন বোৰ
সুন্দৰ
কুলাবুঢ়ী নাচ তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীৰ মাজত আজিও প্ৰচলিত
Valllal
মটক জনগোষ্ঠীয় লোক সকলৰ মাজতো প্ৰচলিত
I truly love Assamese culture
কি কম friend আপনাৰ ভিদিওটো চাই আজিৰ পৰা বিগত ২০ বছৰ কথা মনত পৰিছে। আমাৰ গাঁও খণো এদিন অনেকুৱা মৰম বান্ধোনৰ আছিল জাহক ভিদিওটো এক সঁচা পৰিণত চাই ভাল লাগিল
অতি প্ৰয়োজনীয় কথা
Hosa kotha. Upahar nidileu hoi morom aru ashirbad dilei hoi. Upohar diyatu badhyata nohoi val bybahar he prayujan.
thnx dada. Bhut vl lgil apunar ktha khini
Khub sundor 👌👌husakoi man sui guise katha bure.🙋
আমাৰ মিছিং সমাজত এইবোৰ অবশ্যে জীয়াই আছে। 🥺🥺
ইমান সুন্দৰ ক'বলৈ ভাষা নাই ।
এখেতৰ শব্দ গাঁথনি বহুত ধুনীয়া লাগে।
সঁচাকৈয়ে যি কি নহওঁক এটাই কম ,,,এতিয়া মোৰ 29বছৰ,,,কিন্তু আমাৰ 5-8-12বছৰ বয়সৰ দিন বোৰ মনত পেলাই দিলে আপুনি!!!সঁচাকৈয়ে আমিও গাঁৱৰ মানুহ অতীত বোৰ পাহৰি গৈছিলোঁ যান্ত্ৰীকতাৰ মাজত,,,আজি আপুনি সেই দিন বোৰ বহুত দিনৰ মূৰত মনত পেলাই দিলে,,, দুখ লাগিছে সেই দিন বোৰৰ কথা ভাবি কিন্তু সেইবোৰ যে কেতিয়াও ঘূৰাই নাপাওঁ আৰু
তেওঁৰ বহু দিনৰ আগত এটা ভিডিঅ চাইছিলো ৰাস্তাৰ পেইন্টিংৰ ওপৰত প”ষ্টাৰ লগোৱাক লৈ… সচাকৈ মানুহজনৰ ভিডিঅবোৰে হৃদয় চুই যায়।
বহুত ভাল লাগিল কথাবোৰ
Bhut bhut xundar ktha aji apuni kua ktha khni adin moi koisilu akhkn khvat
বহুত বহুত ভাল লাগিছে👍👍👍❤❤❤আৰু আগন্তুক দিনত এনেকুৱা video পাম বুলি আশা থাকিল,
Bahut..val.lagil.asolota.aiai.annado..thank
Hosakoi bahut bhal lagil. Dhanyabad
Really very very good message all are Assamese members.
Val lagil apunar kotha xuni, xasakoi ajiu gharot pori ase xeidharanor gift.
Gaon khon xadai gaon r dore rakhi nijor sanskriti dhari rakhibo parilehe ami oxomiya hoi thakibo parim.
Kintu ajikali Fashion kunu ximareka nai jenei lage.
Ji dekhe takei koriboloi jai. Ami xomoy r lagot khuj di solibo lagibo Kintu nijor Culture eri nahoi.
🙏🙏🙏🙏
vaaal lagil dei kothabur.... bohut kiba kibi monot pori gl
Kokha bhur huni mur mon sui gl💞💞
Aru dusoku juri hemeki poril💓💓
🙏🙏Woooww.. Really bohut bhaal lagil
Eman dhuniya kotha huni vl lagi gol
বৰ সুন্দৰ কথা ভাল লাগিল
Best super fine Sir
Kothabur huni bohut bhal lagil aaru enedore Kam koriboloi sesta korim.
ভি বি অ টো বহুত ভাল লাগিল চাই। ধন্যবাদ
বাস্তৱ সত্য
Most interesting . So good step 🙏🏻🙏🏻👍👌
Bandhu oi vall katha kale vall lagil. Kintu aaji Kali assamia samaj Khan change' howar aarat ana assmia booraro abdan kam nahoy. NRC jene.
Than you, Mr.Debojit, I like the comments.