Jiyekjoni kar mur koribole sapilehi .deutak k jodi khuwa buwa r jugarkon koribo nuware.Orthohin jiyori.Tumar hontane o tumak ma buli sinaki dibo laj pabo😢😢
Incident tu eman simple nhoi Jen lagise. Paani t porile vahi uthil hoi body tu..but saitu u nohol. Cctv t teu ghuri aha visual u nai... Majote teuk kunubai kidnap korise jadi, ghar tu uporote builder r soku bohut din r porae asil
Jiek beya nhoi hoitu jiekor kronau eku beya kam kra nai sage.nikot atmio blegehe kiba eta krise.mati veti besar hesa paise hoitu nijor knubar pra.jiekei je beya hbo tne nhoi.asol manuh hoitu bleg he nki
শ্ৰদ্ধাৰ ৰমেন বৰুৱা এতিয়াও জীৱাই আছে বুলি মোৰ মনে কয় ✌✌✌
বৰ দুখ লাগি আছে, কথাবোৰ শুনাৰ পৰা। য'তেই আছে কুশলে ৰাখক প্ৰভু 🙏🏻🙏🏻🙏🏻
বজাৰ সমাৰ সকলো ঠিক মতেই কৰি মেলি লৈছে যদিতু তেখেতৰ মনৰ খেলিমেলি ।হোৱা নাই নিশ্চয় । জীয়েক গৰাকীয়ে দেউতাকক ইমানেই ভিল পায় মৰম আছে যদি পুৱাৰ চাহৰ জলপান কণও ৰুটি এখনো বনাই দিব নোৱাৰিলেনে ??ৰ'দত গৰমত বস্তু আনিবলৈ পঠাইছিলে । অমায়িক নম্ৰ ভদ্ৰ ব্যক্তিজনক দেখি আমাৰেই নিজৰ নিজৰ যেন ভাৱ হৈছে ।🙏🙏
তেখেতৰ জীয়েক জনীও যদি এনেকুৱা হ"লহেতেন ! হে ভগৱান কি যে জীয়েক পালে !
vogobane valei rakok hodai ❤
৮ বজাত উঠা শিক্ষয়িত্ৰী জীয়েকে বৃদ্ধ বাপেকক ৰাতিপুৱাৰ আহাৰ খিনিও বনাই দিব নোৱাৰে, পুৰি কিনি আনিব লগা হৈচে
Jiyek modahi!!.?
Jiyekjoni kar mur koribole sapilehi .deutak k jodi khuwa buwa r jugarkon koribo nuware.Orthohin jiyori.Tumar hontane o tumak ma buli sinaki dibo laj pabo😢😢
অসম চৰকাৰে বৰুৱা পৰিয়ালটোৰ (ৰমেন বৰুৱা) সন্মতি সাপেক্ষে (যদি সন্মতি দিয়ে) পৰিয়ালটোৱে বৰ্তমান বসবাস কৰি থকা ভূমিখিনি আৰু ঘৰটোৰ বিনিময়ত গুৱাহাটী মহানগৰীৰ অন্য এক উপযুক্ত স্থানত সমপৰিমাণৰ ভূমিত সু-বৃহৎ বহুকোঠালিযুক্ত কলাসুলভ অট্টালিকা এটা (এপাৰ্টমেণ্ট) নিৰ্মাণ কৰি পৰিয়ালটোক প্ৰদান কৰিব লাগে, যিটো দুৰ ভৱিষ্যতলৈকে পৰিয়ালটোৰ বাবে উপাৰ্জনৰ নিৰৱিচ্ছিন্ন উৎস হৈ থাকিব। বিনিময়ত পৰিয়ালটোৰ জিন্মাত থকা ঐতিহাসিক ঘৰটো পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব লাগে আৰু ঐতিহাসিক ঘৰখনত ঘটা অসমীয়া সংস্কৃতিৰ স্মৃতি বিজৰিত ঘটনাৰাজিক জীৱন্ত ৰূপত উপস্থাপন কৰাকৈ এটা মিউজিয়ামো স্থাপন কৰিব লাগে। ব্ৰিটিছ সকলে যদি শ্বেইক্চপীয়েৰৰ বাসগৃহটো, নিউটনৰ বাসগৃহটোক বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰি, সেইবোৰত নষ্টালজিক ৰূপ দি একো একোখন তীৰ্থস্থানৰূপী পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰে তেন্তে আমাৰ চৰকাৰেও নিশ্চয় পাৰিব ? শ্বেইকছপীয়েৰৰ বাসগৃহটোৰ তুলনাত কি সমল কম আছে সেই ঘৰখনত ! ব্ৰিটিছ সকলে এনেকুৱা পৰ্যটনৰ পৰা বছৰি কোটি কোটি টকা ঘটি আছে । এবাৰ সমল পোৱাৰ পাছতো যদি আমি তাক ব্যৱহাৰ নকৰোঁ তেন্তে পুনৰ তেনে সুযোগ আহিবনে ? দৰকাৰ হ'লে এবছৰৰ বাবে আমি ডেৰলাখ টকীয়া ফাংচন নেপাতিম !! চৰকাৰে পদক্ষেপ ল'লে ৰাজকোষৰ পৰা যিমান খৰচ হ'ব সেয়া অসমৰ প্ৰতিজনৰ ভাগত মাত্ৰ ৫ টকাকৈ পৰিব। ব্ৰিটিছ সকলে জানিলে আমাক নিশ্চয় হাঁহিব -- "ইহঁত হ'ল কথাৰ ফুলজাৰি মৰা জাতি, ইহতে কিবা পালেও একো কৰিব নোৱাৰে" --কাৰণ ব্ৰিটিছ সকল হৈছে "শ্যমন্তকমণি"ৰ মোল বুজা জাতি আমি হ'লো শ্যমন্তক মণি পাই হেৰুউৱা জাতি !! পুৰণিক ভালপোৱাৰ ক্ষেত্ৰত ব্ৰিটিছৰ তুলনা নাই, যিসকলে ইংলেণ্ড ভ্ৰমণ কৰিছে তেওঁ লোকে বেছি ভালকৈ জানে। তেওঁলোকে Old ক Gold বনাব পাৰে। আমাৰ ইয়াত কিন্তু কোটিপতি বিল্ডাৰ, কোটিপতি ঠিকাদাৰৰ অভাৱ নাই যিয়ে বুলডজাৰ চলাই পুৰণি সমল এটাক মূহুৰ্তত তে তছ্নছ্ কৰি দিব পাৰে। কিন্তু ইংলেণ্ডৰ বহু উদ্যোগপতি, বহু বিল্ডাৰ, বহু ঠিকাদাৰ আগবাঢ়ি আহে পুৰণি সমল ক্ৰয় কৰিবলৈ হাজাৰগুণ মূল্যৰ বিনিময়ত, একমাত্ৰ সংৰক্ষণৰ স্বাৰ্থত। টিপু চুলতানৰ তৰোৱালখন ভাৰতীয় এজনে নিলামত নিকিনা হ'লে তেওঁলোকেই বহুকোটি টকাত কিনি ৰাখিলে হেতেন----- মই ভাবো ইয়েই হ'ব সু-সমাধান। অন্যথা বিতৰ্ক চলিয়েই থাকিব--- পুৰণিক বিসৰ্জন দি নতুনক আদৰাৰ পক্ষত যিমান যুক্তি ওলাব, পুৰণিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো সমানেই যুক্তি, ওলাই থাকিব। টিভি কিছুমান কথাৰ কটাকটী দেখি বহুত বেয়া লাগিছে, অৰ্থৰ অভাৱে মানুহক বেলেগ বেলেগ পৰ্যায়লৈ লৈ যাব পাৰে, এয়া একান্তই স্বাভাৱিক । মোৰ বোধেৰে খংতকৈও বেছি ছন্দাল হৈছে অভাৱ।
।----এইটো মোৰ ব্যক্তিগত মতহে। সকলোৰে মন:পুত হ'লে, সামাজিক মাধ্যমত এক সবল জনমত সৃষ্টি হ'লে আশা কৰিব পাৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় ইতিবাচক সিদ্ধান্ত এটা ল'ব অনতিপলমে। অন্যথা --ঐতিহাসিক ঘৰটো কেতিয়াবা ভাঙি পেলালে বহুত বেয়া লাগিব।ধন্যবাদ --প্ৰণৱ হাজৰিকা।
Deotakok manhik harahsti kio korisil; hei2 jiekok introgression koribo laage?!
Dwipen daak rokhya korok. Bhogoban!!!
Barnika baruah r jiyeke maakok dekhiboi nuare.beya pai
God help him 😢
ইশ্বৰৰ ইচ্ছাত বৰুৱা মানুহজন উদ্ধাৰ হলে ভাল !
Uhh jote ase vle thakok vgbn kripa kriba 🙏
যিকি নহওঁক শিল্পীজন আকৌ সুষ্ঠ শৰীৰে ঘৰলৈ ঘুৰি আহক 🙏🙏
Ki jek oooo eman beya take
🙏🙏
জীয়াই থকাৰ প্ৰশ্ন পিছত,
Incident tu eman simple nhoi Jen lagise. Paani t porile vahi uthil hoi body tu..but saitu u nohol. Cctv t teu ghuri aha visual u nai... Majote teuk kunubai kidnap korise jadi, ghar tu uporote builder r soku bohut din r porae asil
উৰা বাতৰি news বনোৱা সহজ কথা যাৰ ঘৰত এই পৰিস্থিতি হয় তেওঁলোকেহে জানে কিমান কষ্টকৰ. ঈশ্বৰে তেওঁক মংগল কৰক.
নিজা আশাৰে সজা ঘৰখনৰ পৰা নিজেই ওলাই আহিল। তেখেতৰ সেই ঘৰখন আছিল বহুত মৰমৰ।
Ulalehal.jate.ase.valethak.kintu.asebuli.janile.valpaluheten
সেই সৰু পলিথিনৰ বেগতোত পুৰি চবজি থাকিব নোৱাৰে হয়তো আমলাৰ পেকেতেই আছিল। আচৰিত লাগে ভাৱিলে তেও সেইবোৰ কিয় কিনি লগত নিছিল যদি তেও.... কৰিবলৈয়ে গৈছিল ???
Jote ase bhale thakok Ramen da .
বিয়াৰ পিছত মাক দেউতাকৰ ঘৰলৈ অহা কিছুমান ছোৱালী বহুত ভয়ানক হৈ উঠে ।নিজৰ ঘৰৰ লগতে আনৰ ঘৰো অশান্তি কৰে । ঘিণ লাগি যায় ।
🙏🙏🙏😭😭😭
Kor je boki asa
Jiek beya nhoi hoitu jiekor kronau eku beya kam kra nai sage.nikot atmio blegehe kiba eta krise.mati veti besar hesa paise hoitu nijor knubar pra.jiekei je beya hbo tne nhoi.asol manuh hoitu bleg he nki
Hopeleass journalism
Hello reporter, ঘুমটি নহয় গুমটি, শুদ্ধ কৈ কবা, ভাষা টো জীয়াই ৰাখিবা
হয় পায়---ইহঁতে ভাষাটো শেষ কৰি দিলে ।
জীয়েকৰ কাৰনেই এনে হবলে পালে। মানুহে মানুহক ইমানো আমনি দিব নালাগে। যত জীয়াই থকাৰ ইচ্ছাই শেষ হৈ যায়।
ময়ো ৰমেন বৰুৱা ককাইদেউৰ দৰে হ'বলৈ গৈ আছোঁ। কিছু মানসিক অশান্তিত ভুগি আছোঁ। 🙏 🙏
Ki faltu news di aso Kam nai Jodi ghorot Hui thak
boga polithin to inprtnt nohoi.
Oi, batori jugania, tur tel fatise n