এগৰাকী নিসংগ নাৰীৰ জীৱন যাত্ৰা || নিসংগ নাৰীক মানুহবিলাকে অকল ব্যৱহাৰ কৰে || Assamese Podcast

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ธ.ค. 2023
  • উপপত্নী বিলাকে কেতিয়াও পত্নীৰ মৰ্য্যদা নাপায়..... তেওঁলোকে এখন ঘৰ ভাঙিবহে পাৰে, "নিসংগ নাৰীক মানুহবিলাকে অকল ব্যৱহাৰ কৰে, আৰু সেই ব্যৱহাৰৰ নমুনা আজি ময়ো হৈ গলো😞😞
    এগৰাকী নিসংগ নাৰীৰ জীৱন যাত্ৰা || নিসংগ নাৰীক মানুহবিলাকে অকল ব্যৱহাৰ কৰে || Assamese Podcast Ft.Tandrali Murchana
    Subscribe now for more engaging podcasts
    Connect with us:-
    Instagram :- kotha_studio?ig...
    Facebook :- profile.php?...
    TH-cam :- youtube.com/@Kothastudio?si=G...
    #podcastinterview
    #kothastudio
    #assamesepodcast

ความคิดเห็น • 427

  • @dimpibora6436
    @dimpibora6436 23 วันที่ผ่านมา +2

    আজি আপোনাৰ দুয়োটা সাক্ষাৎকাৰ একেলগে চালোঁ। খুব ভাল লাগিল। আপোনাৰ জীৱনৰ সংগ্ৰাম খিনি মন চুই গল। দুখ সকলোৰে জীৱনত থাকেই তথাপিও আপোনাৰ সাহস দেখি ভাল লাগিছে। সদায় হাঁহি থাকক।

  • @rrubigogoi6329
    @rrubigogoi6329 7 หลายเดือนก่อน +12

    সদায় সুখী হৈ থাকক।কথাতে কয় অকলশৰীয়া যাৰ ভগৱান সহায় তাৰ।মোৰ কথাবোৰো আপোনাৰ লগত মিলি গৈছে।ময়ো এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী।মোৰ এনেকুৱা লাগিছে যে মই লগ পোৱা হ'লে সকলো কথা বুকু ভৰাই খুলি পাতি মন সান্তনা দিলোহেতেন।

  • @ranjandutta4662
    @ranjandutta4662 7 หลายเดือนก่อน +26

    সদায় সুখী হওক আপুনি।ভগৱানৰ ওচৰত প্রাৰ্থনা আপুনি এজন সঁচা জীৱন সংগী পাওঁক।বহুত মৰম আপোনালৈ।

  • @taralidas5546
    @taralidas5546 6 หลายเดือนก่อน +7

    তন্দ্রালি তোমাৰ কথাবোৰ শুনি বহুত আবেগিক হৈ পৰিলোঁ । তোমাৰ স্পষ্ট বাদিতাত ধন্যবাদ জনাইছো।মই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে যেন তোমাৰ জীৱনলৈ সঁচা নিস্বাৰ্থ ভাবে তোমাক ভালপোৱা ব্যক্তি এজন আহে🙏🙏

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 6 หลายเดือนก่อน +3

    ইমান সুন্দৰ মনৰ মানুহ তুমি সচাকৈ এচাম লমপট মানুহৰ বাবে ভাল ছোৱালীৰ জীৱন শেষ হৈ যায় গতিকে ভুক্ত ভোগীয়ে হে জানে‌ তুমি আগুৱাই যোৱা ভাল মনৰ মানুহৰ লগত সদায় ভগৱান থাকে

  • @pronamikagohain8020
    @pronamikagohain8020 6 หลายเดือนก่อน +4

    আপোনাৰ কথাখিনি অতি বাস্তৱ আৰু সঁচা। আপোনাৰ দৰে সাহসী নাৰীৰ আমাৰ দৰে নাৰীৰ আদৰ্শ স্বৰূপ 👍👍❤️❤️।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +9

    বাহিৰৰ সৌন্দৰ্যতকৈ অন্তৰৰ পবিত্ৰতা হে প্ৰকৃত সৌন্দৰ্য আৰু সৌৰভ। অন্তৰৰ সৌন্দৰ্যশ ই এখন সমাজত নতুন দিগন্তৰ সুচনা কৰে।

  • @poriborgohain2399
    @poriborgohain2399 6 หลายเดือนก่อน +7

    সাহসী আৰু সততাৰে আমাৰ ছোৱালী জনীয়ে সমাজত মূৰ দাঙি থাকক তাৰেই কামনাৰে ।❤❤

  • @alpanagogoi463
    @alpanagogoi463 6 หลายเดือนก่อน +2

    তোমাৰ কথা বোৰে হৃদয় চুই গল সঁছা মনৰ পৰা উলাই অঁহা এটা ' এটা অনুভৱ ! হয় এগৰাকী মহিলা যেতিয়া স্থামী হাৰা"হয় "তেতিয়া বহু পুৰুষে"জুখি চাই 'ৰং চাই ভাবে দুৰ্বলতা বুলি ভাবে । বগা সাঁজ পিন্ধিলে দয়া" দেখাব 'আৰু সুন্দৰ"কৈ থাকিলে" সুযোগ বিচাৰে"। সুখী হোৱা সদায় ।

  • @debabalatamuli5350
    @debabalatamuli5350 6 หลายเดือนก่อน +2

    ভাল লাগিল তোমাৰ কথা বোৰ শুনী
    তুমি এগৰাকী সাহসী নাৰি সাহসেৰে মুৰ দাঙি জীৱনটো আগুৱাই নিয়া। ভগৱান সহায় হওক। আমাৰসন্তান থকা হেতু আমি সেই পদখেপ লব নোৱা ৰিলো। কিন্পতিদন্দ পতিদন্দি। হৈ নিজৰ মতে জিয়াই আছো।

  • @lakhimigogoi9262
    @lakhimigogoi9262 7 หลายเดือนก่อน +8

    তোমাৰ অন্তৰ খন খুব পৰিস্কাৰ। সকলো ছোৱালীৰ মন বোৰ তোমাৰ দৰে হব লাগে।

  • @ranjitadeori6018
    @ranjitadeori6018 7 หลายเดือนก่อน +4

    তুমি ভাগৰি নপৰিবা ভগৱান সদাই তোমাৰ লগত আছে কথাবোৰ বৰ সুন্দৰ বিশ্লেষণ কৰিছা ধন্যবাদ থাকিল

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 7 หลายเดือนก่อน +10

    তন্দ্ৰালী মূৰ্চ্ছনা। তেওঁৰ জীৱনৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ আধাৰত তেওঁৰ জীৱন কাহিনী শুনি মানুহৰ ভাৱজগতৰ ভিন্ন দিশৰ বিষয়ে চিন্তাম্বিত কৰি তুলিলে। তেওঁৰ নিঃসঙ্গতাৰ বিষয়ে কোৱা কথাখিনিৰ বিশ্লেষণ বৰ গুৰুত্বপূৰ্ণ। তেওঁৰ সংঘাতে তেওঁক এগৰাকী সাহসী নাৰী কৰি তুলিছে। তেওঁৰ ব্যক্তিত্বক শ্ৰদ্ধা জনাইছোঁ কাৰণ সঁচাকৈ তেওঁ শ্ৰদ্ধাশীল ব্যক্তি। তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে এগৰাকী বৰ যোগ্য শিক্ষয়িত্ৰী পাইছে।

  • @bipulsaikia7415
    @bipulsaikia7415 7 หลายเดือนก่อน +3

    আপোনালোকৰ এই আলোচনাত মই একমত ময়ো এজন অকলশৰীয়া মানুহ মোৰ পত্নীয়ে মোক অকলশৰীয়া কৰি এই সংসাৰৰ পৰা মেলানি মাগিলে। গতিকে শিক্ষয়িত্ৰী বাইদেউ তনদালি মৌচনাৰ আলোচনা কথাখিনি বহুত ভাল লাগিছে আৰু বহুত গঠন মোলক কথা আলোচনাত প্ৰকাশ হৈছে। গতিকে আশা কৰো মোৰ জীৱনৰ প্ৰতিটো ক্ষনত আৰু প্ৰতিটো কথাৰ সমভাগি কৰিব বিচাৰো যদি তেখেতে বেয়া নাপায়।কাৰন ময়ো অকলশৰীয়া জীৱনটো পাৰ কৰিবলৈ বৰ কষ্টকৰ হৈছে জানে। ময়ো বিহু গীত মাত বৰ ভাল পাওঁ গতিকে মোৰ মনৰ লগত তেখেতৰ মনৰ মিল আছে। মোৰ ঘৰ যোৰহাটত মই মোৰ ফুন নম্বৰটো দিলো যদি তেখেতে বেয়া নাপায় চিনাকি হব বিচৰো। মই ভগবানক বৰ বিশ্বাস কৰো আশা কৰো ভগবানে আমাৰ চিনাকী হোৱাত সহায় কৰে ধন্যবাদ।ফুন নম্বৰটো হল 7086684604.আশা কৰো মোক যেন তেখেতে সহাৰি জনাই ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน +2

    প্ৰকৃততে জীৱনৰ উদ্দেশ্য সুন্দৰ হ'ব লাগে তেতিয়া হে জীৱনৰ মাধুৰ্য উপভোগ কৰিব পাৰি। জীৱনৰ জিন্দাবাদ। তন্দালী এগৰাকী সৎ, সাহসী, সফল আৰু অন্তৰৰ পৰা অনন্য সুন্দৰ নাৰী। তেওঁ আমাৰ নাৰী সমাজৰ কাৰণে আদৰ্শ আৰু সাহসৰ প্ৰতীক হৈ জিলিকি থাকা । সাহসৰ শিখাৰে জীৱন জ্বলোৱা তন্দালী। জীৱন জিন্দাবাদ। আগুৱাই যোৱা তোমাৰ লক্ষ্য আৰু উদ্দেশ্যে।❤❤❤

  • @riturajkalita2767
    @riturajkalita2767 7 หลายเดือนก่อน +17

    আপোনাৰ Positive thinking মনোভাৱৰ কথাবোৰ শুনি হয়টো বহুত নিঃসংগ নাৰী জীয়াবলৈ শক্তি দিব। ময়ো এগৰাকী নিঃসংগ নাৰী। বিয়া হৈ গুচি আহিছোঁ।অকলে থাকো ভাড়াঘৰত। আপোনাৰ কথাবোৰে মোৰ হৃদয় চুই গৈছে। সকলো কথাৰে সামঞ্জস্য আছে।

  • @RumiDas706
    @RumiDas706 6 หลายเดือนก่อน +2

    তন্দ্ৰালীক এবাৰ লগ পোৱাৰ সৌভাগ্য হৈছিল। খুব ভাল লাগিছিল তাইক লগ পায়। সদায় সাহসিকতাৰে আগবাঢ়ি যোৱা। বহুত মৰম তোমালৈ😘😘❤❤

  • @tulumonisaikia763
    @tulumonisaikia763 7 หลายเดือนก่อน +57

    লাকু , তোমাৰ স্পষ্টবাদিতাত মুগ্ধ হলো। দুখবোৰ কেনেকৈ সামৰিছা বুজিছোঁ।তোমাক আজি পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰীগৰাকী যেন অনুভৱ হল।তুমি সুখী হোৱা। আজীৱন ঈশ্বৰ তোমাৰ সহায় হওঁক ।

    • @lostlegendaryhawk
      @lostlegendaryhawk 7 หลายเดือนก่อน +1

      Dusoku hemeki uthise mur...jodiu moi okalkhoriya nahoi ...kintu gavir vabe anuvab korisu Tumi bohut hahokhi aru ananya Tandralee I love u

    • @ajantagogoi627
      @ajantagogoi627 6 หลายเดือนก่อน

      ​@@lostlegendaryhawk2

    • @deepaknath3466
      @deepaknath3466 6 หลายเดือนก่อน

      Baa apunar nisina moi jai asu

    • @manashidas9021
      @manashidas9021 6 หลายเดือนก่อน

      Bhal lagil... Akai bhuktobhugi moi.. Apunar kothakhini bor bhal lagil....

    • @BinkuSaikia-wv9sy
      @BinkuSaikia-wv9sy 2 หลายเดือนก่อน

      ​@@manashidas9021moiu arkay problem majot day,

  • @priyankabharadwaj6527
    @priyankabharadwaj6527 6 หลายเดือนก่อน +3

    ভাল লাগিল আপোনাৰ কথাখিনি বাইদেউ। খুব স্পষ্টবাদী। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো । ❤

  • @ajantamahanta3219
    @ajantamahanta3219 6 หลายเดือนก่อน +13

    মানুহ এজনৰ সতে একেখন বিচনাত থাকিও বহু নাৰী নিসংগ হৈ থকা দেখিছোঁ ৷ তেনেদৰে থকাতকৈ তোমাৰদৰে নিসংগতাই ভাল ৷ ভাল লাগিল তোমাৰ কথাবোৰ ৷ সাহসী হৈ থাকা সদায় ৷

  • @UttamKakatiBlog
    @UttamKakatiBlog 6 หลายเดือนก่อน +2

    আপুনি সকলো খুলি কলে। কেতিয়াবা কথা পাতিব বিচাৰো।মই হক আপুনি জীৱনত জয়ী হব বুলি অনুভৱ হয়। God bless you

  • @MinuPhukan-wt4cb
    @MinuPhukan-wt4cb หลายเดือนก่อน +1

    তন্দালী তোমাৰ মা অসমীয়া বিভাগৰ ক্ষীৰপ্ৰভা বাইদেউৰ ছাত্ৰী আছিলো মই।তোমাৰ আবেগ,তোমাৰ বৈবাহিক জীৱনৰ সংঘাত,স্পষ্টবাদিতা,জীৱনৰ সংজ্ঞা,মাৰ মৃত্যু,ভাইটি দুটাৰ কথা সকলোখিনি জানি ভাল লাগিল।এগৰাকী অধ্যাপিকাৰ ছোৱালী তুমি।মাৰ শিক্ষা আৰু আদৰ্শৰে প্ৰতিপালিত তোমাৰ জীৱনটোও আন বহু নাৰীৰ আদৰ্শ হওঁক,ভগৱানৰ আশীষ তোমাৰ শিৰত সদায়ে থাকক তাৰেই কামনা কৰিলো।

    • @Amazing_horror_story_657
      @Amazing_horror_story_657 หลายเดือนก่อน

      বাইদেউ আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিছে।

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 7 หลายเดือนก่อน +10

    মনৰ হেঁপাহেৰে সুখী হৈ ৰ‌ওক আজীৱন ,ঈশ্বৰ সহায় হ‌ওক ,ঈশ্বৰে অধিক শক্তি প্ৰদান কৰক আপোনাক 🌹।

  • @user-zh6ky1dd5k
    @user-zh6ky1dd5k 6 หลายเดือนก่อน +2

    তোমাৰ স্পষ্ট ভাৱে কোৱাখিনি বুকুত কিবাখিনিত বিষ এটা অনুভৱ কৰিছোঁ ।ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তোমাৰ ভাল হৈ পৰক

  • @kabitabaruah2864
    @kabitabaruah2864 6 หลายเดือนก่อน +2

    নমস্কাৰ আপোনালৈ
    শুনি বেয়া লাগিল মোৰ জীৱনটো তেনেকুৱা ঘৰুৱা সমস্যাৰ লগতে নাপাই পাই পাই হেৰুৱা বেদনা অনুভৱ মোৰ সন্তেকীয়া জীৱন।
    মই কথা মঞ্চ মোৰ দুখৰ কাহিনী কব বিচাৰোঁ পাৰিম নে দিব নে আপোনাৰ মূল্যবান time

  • @pabitrapriya2339
    @pabitrapriya2339 7 หลายเดือนก่อน +9

    সচাকৈ বহুত ভাল লাগিল সকলো কথাই সত্য মোৰ চকু পানী নিগৰি আহিল ❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน +1

    তন্দালীয়ে ১০০% সচা কথাই কৈছে। তেওঁ অন্তৰৰ ক্ষোভ,হতাশা আৰু বেদনাখিনি মুক্ত ভাৱে প্ৰকাশ কৰিছে। জীৱনৰ যাত্ৰা পথৰ মাজ পথত জীৱনৰ প্ৰাপ্য খিনি হেৰুওৱা সকলেহে অনুভৱ কৰিব পাৰে , হাতত পাই বাটত হেৰুওৱাৰ বেদনা কি। ভাল আৰু সচা অন্তৰৰ মানুহৰ জীৱন বোৰ দুখৰ হয়। অতীতৰ বেয়া খিনি পাহৰি বৰ্তমানক লৈ এটি সুন্দৰ ভৱিষ্যত দিশে আগুৱাই যোৱা। তাৰেই আন্তৰিক শুভ কামনাৰে। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤

  • @diptimudoi6177
    @diptimudoi6177 6 หลายเดือนก่อน +1

    তোমি বাহ্যিক ভাবে যিমান সুন্দৰ আভ্যন্তৰিন ভাবেওঁ সুন্দৰ।ষ্পষ্ট বাদী কথাবোৰে মোক আপ্লুত হলো।মানশীক ভাবে দুখত থাকি আনক দেখাই সেন্দুৰ জিলিকাই একো লাভ নায়।তাতকৈ উকা কপালেই ভাল।ভবিষৎত সুখৰ হওঁক।মানশীক ভাবে সবল হৈ থাকক।

  • @miduldutta8798
    @miduldutta8798 6 หลายเดือนก่อน +2

    পৃথিৱীত এনে এজন পুৰুষ বা মহিলা নাই যাৰ দুখ নাই ,
    কোম্পানীৰ বোৰ চবৰে বেলেগ বেলেগ থাকে,
    কথা হ'ল কি নিজক ভাল পাব লাগিব নিজে প্ৰথমতে,
    ভাল লাগিল আপোনাৰ কথা বোৰ সচা আঘাট বোৰ এনেকৈ মনৰ পৰা বাহিৰ কৰি দিলে হে ,
    সুখৰ সময় বোৰে ঠিকনা পায় কাৰোবাৰ অন্তৰত,

  • @uttamkumarnath4265
    @uttamkumarnath4265 6 หลายเดือนก่อน +1

    আমাৰ অসমীয়া সমাজখনৰ এয়া আমি দেখি থকা সচা কাহিনী। এইক্ষেত্ৰত সকলোৱে সচেতন নহলে এই জাতিটো এটা সময়ত ভাৰতীয় মূলৰ পৰাই হেৰাই যাব যেন ভাব হয়। যিকি হওক সমাজখনৰ ভালৰ বাবে আগবঢ়োৱা কথোপকথোনৰ কাৰনে আমাৰ ফালৰ পৰা ধন্যবাদ জনালো ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +8

    প্ৰকৃত সত্য কথাই কৈছে তনদালীয়ে তুমি আজীৱন মনৰ হেঁপাহেৰে সুখী হৈ থাকা।

  • @user-mq8si9om4c
    @user-mq8si9om4c 7 หลายเดือนก่อน +4

    গোটেই জীৱন কান্দি থকাতকৈ এদিন বা এমাহ কন্দাটোৱেই শ্ৰেষ্ঠ।

  • @binapaniboruah1524
    @binapaniboruah1524 6 หลายเดือนก่อน +1

    বা আপোনাৰ কথা খিনি শুনি চকুলো ওলাই গল। ময়ো এগৰাকী শিক্ষয়িত্ৰী আপোনাক আগতে tv ত বহু বাৰ দেখিছোঁ।এগৰাকী ভুক্তভোগীয়ে জানে মনৰ ভিতৰত থকা কুৰুকি থকা কথা বোৰ। ভালে থাকক সদাই।

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 6 หลายเดือนก่อน +1

    স্পষ্টবাদী , সঁচা সুন্দৰকৈ কোৱা কথাখিনি শুনি বৰ ভাল লাগিল,,,, সময়বোৰ নিজস্ব শৈলীৰে সজাই যোৱা❤

  • @janchangmai-ly2bi
    @janchangmai-ly2bi 6 หลายเดือนก่อน +2

    বা তুমাৰ কথা বোৰ শুনি মনত বহুত বহুত
    সাহখ পালো। ধন্যবাদ।❤

  • @majumani9910
    @majumani9910 7 หลายเดือนก่อน +16

    তুমি সাহসী হয়। ভগবানৰ আশীৰ্বাৰ দ থাকক সদায় তোমাৰ লগত।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +9

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤🎉❤ ভগৱানে তোমাক মঙ্গল কৰক। আঠূ কাঢ়ি জীয়াই থকাতকৈ থিয় হৈ হাল বোৱাই উত্তম। তুমি ১০০% সচা কথাই কৈছা। তুমি সাহসী আৰু হদয়ৰ পৰাই পৱিত্ৰ। সদায় সুখী হৈ থাকা। সদায় চিৰসেউজ হৈ থাকা। ❤❤❤

  • @lakhi1269
    @lakhi1269 6 หลายเดือนก่อน +4

    নাৰী তুমি অৰ্ধ আকাশ , অন্যন্য, 👌

  • @punyaborah4017
    @punyaborah4017 7 หลายเดือนก่อน +2

    ভগবানে আপোনাক সহায় কৰিব। সুন্দৰকৈ মনৰ কথাবো প্রকাশ কৰিলে ভাল লাগিল।

  • @anildeka4281
    @anildeka4281 7 หลายเดือนก่อน +4

    তোমাৰ হাহিটোৰ মাজত এটা পব'তএই সোমাই আছে। তুমি হাহি আৰু আনদেৰে জীয়াই থাকিব।

  • @anilkumarkalita6774
    @anilkumarkalita6774 6 หลายเดือนก่อน +3

    ভাল লাগিল আপোনাৰ পষ্টবাদীতাৰে কোৱা কথা বোৰ ! মনত সাহস ৰাখিব " ভগবানে ভাল কৰিব " !

  • @mintiboruah190
    @mintiboruah190 6 หลายเดือนก่อน +5

    এদিন তন্দ্ৰালী বা ক লগ পোৱাৰ আশাৰে ❤❤ বহুত বহুত মৰম আপোনালৈ । 🥰 Love from Nagaon

  • @swapnaligogoi2235
    @swapnaligogoi2235 7 หลายเดือนก่อน +2

    বহুত ভাল লাগিল কথাখিনি জানি। ভগৱানে আপোনাৰ মঙ্গল কৰক।

  • @janarddansenapati8904
    @janarddansenapati8904 7 หลายเดือนก่อน +3

    বহুত বহুত চিন্তনীয় ও শিক্ষাপদ আলোচনা । পুৰুষ হলো যদিও মোৰ জীৱনতো এনেকুৱা হৈ পৰিল । পত্নী য়ে মৰম শ্ৰদ্ধা কৰিলেও বিশ্বাসৰ ভেটিত অবিশ্বাস ৰ স্থিতি ক আৱিষ্কাৰ কৰি সামাজিক ভাৱে মোক তেওঁ য় অপমানিত কৰি দুয়ো দুয়োৰে পৰা পৃথক হোৱা ঘটনাক আজিও স্বীকাৰ কৰিব নোৱাৰো । আন নাৰী ক সহায় কৰা মানেই সেয়া পুৰুষৰো আইনীভাবে অপৰাধ নেকি ???

  • @chimpitamuli1159
    @chimpitamuli1159 6 หลายเดือนก่อน +3

    সচাঁ কথা কৈছা, যাৰ লগত হৈছে সিহে বুজি পাই।

  • @bharatibaruah8883
    @bharatibaruah8883 6 หลายเดือนก่อน +5

    কথাখিনি শুনি আপ্লুত হ'লোঁ । শুদ্ধ মনৰ গৰাকী তুমি ।

    • @kaverigoswami8941
      @kaverigoswami8941 6 หลายเดือนก่อน

      Socha kotha.moiw bhuktabhugi

  • @krishnapathak3343
    @krishnapathak3343 6 หลายเดือนก่อน +1

    ইমান সুন্দৰ উপস্থাপন l ইমান ধুনীয়া দৃষ্টিভংগী l বহুত ভাল লাগিল বা

  • @dhunup1501
    @dhunup1501 7 หลายเดือนก่อน +1

    আপুনি এগৰাকী সাহসী নাৰী । এজন পুৰুষৰ তুলনাত এগৰাকী নাৰী কোনো কাৰণতে কম নহয়। যি পুৰুষে নাৰীক সন্মান কৰিব নাজানে তেওঁ পুৰুষ হবই নোৱাৰে। ভাগৱত গীতাত এনে বহুত উদাহৰণ আছে। আপোনাৰ আটাইতকৈ ভাল বান্ধবী গৰাকী আপুনিয়েই। ইশ্বৰে আপোনাক সন্মান সহকাৰে জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা দিয়ক । নমস্কাৰ ।

  • @subhashchbasumatary5940
    @subhashchbasumatary5940 6 หลายเดือนก่อน +1

    বাইদেউ, আপুনি নাৰীজৱনৰ বিষয়ে স্পষ্টভাৱে সুন্দৰকৈ বুজায় দিলে। আপোনাৰ চিৰজীৱন উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ।

  • @srikantaswargiary3233
    @srikantaswargiary3233 6 หลายเดือนก่อน +1

    ভগবান সহায় হওক। এই সাহস চিৰদিনৰ বাবে অটুত থাকক।

  • @binapanichetia582
    @binapanichetia582 7 หลายเดือนก่อน +2

    সচাকৈ তোমাৰ সাহস আৰু সচা কথাবোৰ শুনি বৰ ‌ভালো লাগিল দুখো লাগিল ❤।

  • @BornaliKonwar-bl2pt
    @BornaliKonwar-bl2pt 2 หลายเดือนก่อน

    ছায়াঁমণি তোমাৰ কথাখিনিয়ে বহুত অন্ত চুই গল তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল৷

  • @bichitradeka5232
    @bichitradeka5232 6 หลายเดือนก่อน +1

    প্ৰকৃত কথা কৈছে। ভাল লাগিল।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน

    ❤❤❤ ধৈৰ্য ধৰা।এটা সময়ত নিশ্চয় তোমাৰ কাৰণে ভাল দিন আহিব। সেই সুন্দৰ আৰু ভাল দিনৰ কাৰণে অপেক্ষা কৰা। জীৱন যাপন নহয় উদযাপন কৰা। তুমি বেয়া দিনবোৰ পাহৰি যোৱা। ভাল খিনি লৈয়ে আগুৱাই যোৱা। তোমাৰ লগত হোৱা বেয়া খিনি অন্তৰৰ পৰাই পাহৰি যোৱা। অনাগত দিনত ভগৱানে তোমাৰ কুশল কৰিব। তন্দালী তোমাৰ অন্তৰ খন অতি সুন্দৰ আৰু পবিত্ৰ। সুন্দৰতা আৰু পবিত্ৰতাই তোমাৰ জীৱনৰ অলঙ্কাৰ। এই সুন্দৰতা আৰু পবিত্ৰতাক লৈয়েই তুমি সাহসেৰে জীয়াই থাকিবা।❤❤❤

  • @nabanitadeka5364
    @nabanitadeka5364 6 หลายเดือนก่อน +1

    Baa apunar kotha khini khuni khsai bohut dukh lagise😢 saku Pani olai goise moi ejoni 22 bosoriya sowali apunar dukh kosto khini anuvob koribo parisu.. enkua kotha bore amk agbari joat xohai koribo..vale thakok apuni khusto thakok❤❤ Mahadev bless u

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +8

    Grand salute to you. God bless you.Always be positive and happiness. Always evergreen.❤❤❤

  • @debakumardas2207
    @debakumardas2207 6 หลายเดือนก่อน +1

    আপোনাৰ কথা বোৰ শুনি মোৰ বৰ ভাল লাগিল শিক্ষক হিচাপে মইও আপোনাৰ দৰে হবলৈ বিচাৰো কিনতু মোক মানুহে কিনতু হিংসা কৰাত বাধা পাইছো

  • @pijubaishya8618
    @pijubaishya8618 หลายเดือนก่อน

    সচা কথা ক'লে বা❤❤ আপোনালোকৰ দৰে নাৰী আমাৰ সাহস ❤❤ বহু কষ্টৰে কটাবলগীয়া হৈছে মই একো কৰিব পৰা নাই।

  • @romenbezborah5215
    @romenbezborah5215 7 หลายเดือนก่อน +2

    উজনি অসমৰ ছোৱালী। নামনি অসমৰ বোৱাৰী ❤সুন্দৰৰ পৰা সুন্দৰ অভিনেএী কথাখিনি ভাল লাগিল । এবাৰ লগ পাইছিলো নেকি কৰবাত ?

  • @beautydehingia1916
    @beautydehingia1916 4 หลายเดือนก่อน

    লক্ষ্মীছায়া তোমাৰ কথাখিনিয়ে অন্তৰত খুন্দা মাৰি গল চকুপানী ৰখাব নোৱাৰিলো 😢সদায় সাহসী নাৰী হৈ জীয়াই থাকা ❤️

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 7 หลายเดือนก่อน +2

    ভগৱানে তোমাৰ মঙ্গল কৰক আগবাঢ়ি যোৱা❤❤

  • @pompymonigogoi35
    @pompymonigogoi35 7 หลายเดือนก่อน +1

    Hosakoi baa apunr kotha khini huni bohut vl lagil .... Apunar kotha khini a যথেষ্ট সাহস দিলে । 👌👌👍👍❤❤❤

  • @DipaliRay-tt6nc
    @DipaliRay-tt6nc 6 หลายเดือนก่อน +13

    নাৰী তুমি অতি সুন্দৰ আৰু শক্তিশালী ❤❤

    • @Kothastudio
      @Kothastudio  6 หลายเดือนก่อน

      Thank U So Much

  • @kishormahanta3470
    @kishormahanta3470 6 หลายเดือนก่อน +1

    অনুষ্ঠানটো ভাল লাগিল। আপোনাক প্ৰণাম জনাইছো বা

  • @user-ym1dc3nc8l
    @user-ym1dc3nc8l 7 หลายเดือนก่อน +1

    Khub Sundar Sundar Kothare Anusthantu Xojai Tulise. Moi Ajon Purush. Moi Narik Xodai Sanman Jonaw. Nari ek Sakti. Jitu Nariye Koribo pare xeitu Puruxe Koribo Nuware. Treta yugar porai dekhibo Jetiyai Naari Uparat Attyasar Aarombha hoi Tetiai Dhangsar Susana hoi.

  • @ratuldas4335
    @ratuldas4335 3 หลายเดือนก่อน +1

    বা আপোনাৰ বাবে❤❤❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +5

    Heart touching story. All the best wishes to you and your family.

  • @bonnybora3538
    @bonnybora3538 6 หลายเดือนก่อน +2

    ❤❤❤তুমি পুনৰ বিয়াত বহা দৰকাৰ নাই কোন কি কয়

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +4

    ❤❤❤❤ 💯% Hosa kotha koise. Really heart touching story.Go ahead way to your journey. All the best wishes to you. Always be positive and happiness. God bless you.❤❤❤❤❤

  • @Amazing_horror_story_657
    @Amazing_horror_story_657 หลายเดือนก่อน

    সদায় সুখী হৈ থাকক ।

  • @l2Sweetiboruah
    @l2Sweetiboruah 7 หลายเดือนก่อน +3

    মৰমৰ সখী তই বামুনবাৰীৰ উজ্বল নক্ষত্ৰ ,জিলিকি থাক সদায় ।

  • @babitaDas-km4ic
    @babitaDas-km4ic 6 หลายเดือนก่อน +1

    বহুত ভাল লাগিল কথা বোৰ শুনি

  • @puspanjalidas6185
    @puspanjalidas6185 7 หลายเดือนก่อน

    Huni roi golu sokupani ulai gol.ktha khini huni vl lagil eman dhuniake ktha koise xosake tmi nari mohan🙏❤️.xukhi hok apuni.

  • @pialysarkar9452
    @pialysarkar9452 7 หลายเดือนก่อน

    Eman din tumak log paisu but eman dukh r kotha tu aajihe gom palu...U r always beautiful as ur heart...love you dear and always with you❤

  • @user-bn6kx9wo9z
    @user-bn6kx9wo9z 6 หลายเดือนก่อน

    baideo gorakir kothakhini val lagil. ama okhom khonor poribekh aebur bese. baideo gorakie eman hahokh kori ae kothakhinir jugede bortomanor poristiti futi uthise. amar lukor aebur sovabor babei manuhbelakor majot ajikali besakh nuhua hoise. je ke nohok beideogorakir proti honman jonalu.

  • @riturajgogoi1075
    @riturajgogoi1075 6 หลายเดือนก่อน +1

    সঁচা ই দুঃখিত । যি হওঁক আহিব লগা দিনবোৰ শুভ হওঁক ।

  • @ponsomiburagohain928
    @ponsomiburagohain928 5 หลายเดือนก่อน

    Soo relatable.. apuni kua bhut kthai face krisu.. vl lagil Trandawali Baidow.. apunar ktha bure bhut encourage krb.. specialy akolhoria ji hkl nari

  • @bonnybora3538
    @bonnybora3538 6 หลายเดือนก่อน +1

    নীসংগ নাৰীক বেয়া পোৱা নাৰী ও বা পুৰুষৰ অভাৱ নাই কিন্তু বহল মনৰ মানুহ হব লাগে

  • @porisonowal619
    @porisonowal619 6 หลายเดือนก่อน +1

    আচলতে সকলোৰে ক্ষেত্ৰততে , এই কথাষাৰ প্ৰযোয্য নহয়। কিছুমান পত্নীও আছে যাক পতি সকলে পৃথিৱীৰ সকলো মৰম ওপছাই দিলেও সুখী নহয়।।সংসাৰ খন ভালকৈ চলালেও মনৰ শান্তি নিদিয়ে। আৰু সকলো পুৰুষ শাৰীৰিক ভোগী নহয়। আৰু বহুতো উপপত্নীয়ে বৰ ধুনীয়াকৈ ঘৰ সংসাৰ ধৰি ৰখা দেখিছোঁ।কোনোৱে তাতে বেয়া নাপায়।

  • @xyo55
    @xyo55 7 หลายเดือนก่อน +4

    সাহসী নাৰী গৰাকী❤💕❤

  • @brindalimbu9571
    @brindalimbu9571 6 หลายเดือนก่อน +1

    Bohut bhal lagil aapunar kotha bilak
    Thank you so much ❤

  • @dipalisarmabordoloi8843
    @dipalisarmabordoloi8843 4 หลายเดือนก่อน

    Aji prothom apuner kotha studio programme tu Sai bor bhal palu moi agoraki 73years mahila asomor cenema jogotor prothom goraki makeup artist etyau cenemar Kam kori asu 37 bosor boyoxote bidhoba holu nari babei hoitu bohut strong agoloiu programmeto Sai thakim

  • @beautibora7518
    @beautibora7518 7 หลายเดือนก่อน +2

    Thanks Trandali. God bless you.

  • @abedakhatun7081
    @abedakhatun7081 6 หลายเดือนก่อน

    Bohut hahokh ase apunar,
    Iman hahokhere kotha khini koi pelaise.
    You are so strong.

  • @mousumibora8613
    @mousumibora8613 2 หลายเดือนก่อน

    বহুত ভাল লাগিল । মনত সাহস লৈ আগুৱাই যাওঁক বাইদেউ ।

  • @user-sz8kd1rb6z
    @user-sz8kd1rb6z หลายเดือนก่อน

    Ekcholi jibonot bisora Tu ketiyau napai. Tothapitu vale thakok ba. Bohut val lagil

  • @AnjulataPegu-fm4bo
    @AnjulataPegu-fm4bo 6 หลายเดือนก่อน

    বহুত ভাল লাগিল।....একে পথৰে যাত্ৰী।

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 7 หลายเดือนก่อน +2

    Hi Tandrali Mdm U are positive minded and Admire able. Mdm don't mind U go ahead don't back May God keep you always be happy, Encourage and beautiful. Th anks allot to you 💥👍🏾

  • @user-wr8md7yl2h
    @user-wr8md7yl2h 6 หลายเดือนก่อน +1

    Akdom right kotha koise baidew..

  • @user-sb6vm5en1s
    @user-sb6vm5en1s 6 หลายเดือนก่อน +1

    💯%Hosa kotha koise biydau apuni

  • @rajashreebora2595
    @rajashreebora2595 7 หลายเดือนก่อน

    Hosa kotha kole bohut vl lgil apuner kothabur ru ata kotha right koise baidau ja kunu nariye nijr vl pua jonk anr lgt ktyau dakhibo nibisare bohut dukh lgil mmh biya hbloi ke voi. Lge ..bki apuni ru ag bahi jauk tke kamona krrlu 😊😊❤

  • @NoBezparaKalaigaon
    @NoBezparaKalaigaon 4 หลายเดือนก่อน

    মোৰ ছোৱালী ৰো আপোনাৰ দৰে জীৱন শুদ্ধ কথা কৈছে বহুত ভাল লাগিছে

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 7 หลายเดือนก่อน +7

    You're such a daring personality❤ keep shining Ba

  • @soonmoni6746
    @soonmoni6746 7 หลายเดือนก่อน

    বহুত বহুত সুন্দৰ কথা কলে,বহুত ভাল লাগিল

  • @nitulbori5564
    @nitulbori5564 หลายเดือนก่อน

    বাইদেউ সুন্দৰ উপস্হাপন কৰিলা

  • @user-tt1ht4il9r
    @user-tt1ht4il9r 6 หลายเดือนก่อน +1

    Apunar personality respected God may blass you madam

  • @paragsarma1762
    @paragsarma1762 7 หลายเดือนก่อน +6

    সুন্দৰ অনুষ্ঠান (যোগাত্মক )
    তন্ৰালী🙏🙏

  • @deba8674
    @deba8674 6 หลายเดือนก่อน +1

    Emaan dhunia koi kotha khini koise abaru skip nokorakoi hunilu❤ apunar aru vaal din ahok baa❤ keep shining 🌟

  • @hirankalita1034
    @hirankalita1034 24 วันที่ผ่านมา +1

    Hridoy sui gol . 😂❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน

    grand salute to you. Go ahead way to your journey. Always be positive and happiness. ❤❤❤❤❤